অজামিলোপাখ্যান (তত্ব ব্যাখ্যা) অজামিলে কেৱল "নাৰায়ণৰ" নাম লৈয়ে উদ্ধাৰ হৈছিল নে ?

  Рет қаралды 17,245

Sriborah

Ай бұрын

অজামিলোপাখ্যান (তত্ব ব্যাখ্যা) অজামিলে কেৱল "নাৰায়ণৰ" নাম লৈয়ে উদ্ধাৰ হৈছিল নে ?

Пікірлер: 139
@Lipibora
@Lipibora Ай бұрын
Agor video dore ai video tur pora bobut kotha xikulu. Thank you so much
@sriborah
@sriborah Ай бұрын
ধন্যবাদ 🙏। আপোনালোকৰ সহযোগে আমাক উৎসাহিত কৰে
@dinanathborah3840
@dinanathborah3840 Ай бұрын
Bahut bhal lagil, Sir.
@sriborah
@sriborah Ай бұрын
ধন্যবাদ
@anilthakuria347
@anilthakuria347 Ай бұрын
Bht vl lagilay suni...krishna
@sriborah
@sriborah Ай бұрын
ধন্যবাদ 🙏, কৃষ্ণ 🙏
@anjalibaruah7669
@anjalibaruah7669 Ай бұрын
🙏🙏
@mahanpuja7915
@mahanpuja7915 Ай бұрын
Bahut bahut dhanyawad, Krishna Krishna Krishna Krishna bap.
@sriborah
@sriborah Ай бұрын
কৃষ্ণ‌ বাপ। ধন্যবাদ 🙏
@Sunilborah-zz6ut
@Sunilborah-zz6ut Ай бұрын
Sundor bap🙏
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ
@jibonkakoti5293
@jibonkakoti5293 26 күн бұрын
Eman dhuniya kotha shuni val lagil bap krishna majulir pora apunak shuya dhrilu
@sriborah
@sriborah 26 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ, কৃষ্ণ কৃষ্ণ 🙏🙏
@user-xh5wm9qx5w
@user-xh5wm9qx5w 16 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 ভাল উপস্থাপন কৰিছে বাপ 🙏🌻 জয় শ্ৰী ৰাম কৃষ্ণ হৰি নাৰায়ণ 🙏🌹♥️⭐🌻♥️🌾🌺🌷🪷
@sriborah
@sriborah 16 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@nitumoninath5336
@nitumoninath5336 Ай бұрын
বহুত ভাল লাগিছে বাপ নজনা কথা শিকিলোঁ আৰু এনেকুৱা vdo দিবো বুলি আশা কৰিলোঁ।
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ ঈশ্বৰ 🙏। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম
@pratibhakalita5335
@pratibhakalita5335 17 күн бұрын
বহুত বহুত ধন্যবাদ ভাল লাগিল জয় শ্ৰী কৃষ্ণ
@sriborah
@sriborah 17 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏
@Ag12343
@Ag12343 Ай бұрын
Sir
@munmikachari6189
@munmikachari6189 25 күн бұрын
Krishna Krishna bapbohut val lagil. ❤❤🎉🎉
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏 ধন্যবাদ থাকিল আপোনাৰ মন্তব্যৰ বাবে।
@tutumonibordoloi8513
@tutumonibordoloi8513 Ай бұрын
কৃষ্ণ কৃষ্ণ‌ বাপ বৰ ভাল লাগিল । আগলৈ আৰু আশা কৰিলো ।
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ ঈশ্বৰ। নিশ্চয় প্ৰয়াস কৰিম। কৃষ্ণ 🙏
@ManuranjanChetia-oi6uq
@ManuranjanChetia-oi6uq Ай бұрын
জয় শ্ৰিকৃষ্ণ
@BinapaniBharali
@BinapaniBharali Ай бұрын
ধন্যবাদ কথাবোৰ জানি ভাল লাগিল
@sriborah
@sriborah Ай бұрын
ধন্যবাদ 🙏
@soonmonikalita5832
@soonmonikalita5832 Ай бұрын
Vl lgil sir ❤apunar student huwatu mur Good luck sir 🚩
@sriborah
@sriborah Ай бұрын
Thank you
@abhiraj0707
@abhiraj0707 Ай бұрын
Axomiya chapter khini pohabo sun sir
@sriborah
@sriborah Ай бұрын
Ok..ok..😃😃
@imakevdo5799
@imakevdo5799 Ай бұрын
Bohiya sir ❤
@sriborah
@sriborah Ай бұрын
ধন্যবাদ ☺️
@munindraborgohain6054
@munindraborgohain6054 24 күн бұрын
Krishna..Eman.val.lagil.lgate.duta.haleu.buji.palu.🙏🏻🙏🏻🙏🏻🙏🏻
@sriborah
@sriborah 24 күн бұрын
আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏☺️
@sironathtaye4626
@sironathtaye4626 Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@devinjli186
@devinjli186 21 күн бұрын
অতি সুন্দৰ ব্যাখ্যা
@sriborah
@sriborah 21 күн бұрын
আন্তৰিকতাৰে ধন্যবাদ জনালো। কৃষ্ণ 🙏☺️
@m.r..koushikborkataki9859
@m.r..koushikborkataki9859 Ай бұрын
Krishna 🙏🏻 ❤
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@ramcharandeka9143
@ramcharandeka9143 Ай бұрын
Om namah Bhagawate Basudevayah !
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@dibyojoytiart6969
@dibyojoytiart6969 Ай бұрын
কৃষ্ণ
@sriborah
@sriborah Ай бұрын
কৃষ্ণ
@user-kk8fy1dm4h
@user-kk8fy1dm4h 23 күн бұрын
বহুত ভাল লাগিছে ।ণাৰায়ন ণাৰায়ন
@sriborah
@sriborah 23 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 ধন্যবাদ
@NirodchBaruah
@NirodchBaruah 28 күн бұрын
Krishna Krishna Hari Ram.
@sriborah
@sriborah 28 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@Ag12343
@Ag12343 Ай бұрын
Class 8 r axomiya chapter pohabo sun
@sriborah
@sriborah Ай бұрын
Ok..ok ☺️
@mridulraidihigia1818
@mridulraidihigia1818 Ай бұрын
Kahini buli nakoba hosa honatan kotha Krishna probhu
@sriborah
@sriborah Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏
@krishnagogoi1657
@krishnagogoi1657 25 күн бұрын
নমস্কাৰ নকৈ কৃষ্ণ বুলি কলে বহুত ভাল লাগিল হয় |
@sriborah
@sriborah 24 күн бұрын
কৃষ্ণ 🙏 নিশ্চয় প্ৰয়াস কৰিম। আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
@sanskritaboro239
@sanskritaboro239 Ай бұрын
কৃষ্ণ কৃষ্ণ বাপজনাক সেৱা জনাইছো।অজামিল আখ্যানটোৰ তত্ব কথাখিনি জানি ধন্য হলো ।জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ ।
@sriborah
@sriborah Ай бұрын
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏 আন্তৰিকতাৰে ধন্যবাদ জনালো।🙏
@Afkspottted
@Afkspottted Ай бұрын
Sir Assamese class 8 ch explaination dibo sun
@sriborah
@sriborah Ай бұрын
Ok..ok...
@jogneswarnowhalia2400
@jogneswarnowhalia2400 26 күн бұрын
So sweet and right.
@sriborah
@sriborah 26 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ
@updeshmala2737
@updeshmala2737 Ай бұрын
আপোনা সবে সকলোৱে নাৰায়ণৰ নাম ৰাখি লব।
@sriborah
@sriborah Ай бұрын
"নাৰায়ণ " নামৰ লগত আপোনাৰ অসুবিধা কিহৰ মানে...? আপুনি বৈষ্ণৱ নহয় মানি লৈছোঁ., কিন্তু...... আপুনি নিজৰ পিতৃ পৰিচয় দিবলৈ বেয়া কিয় পাই.....?
@Paulbasumatariy
@Paulbasumatariy 24 күн бұрын
আপুনি কৈছে যেতিয়া নিশ্চয় ৰাখিব দিয়ক ।
@nirjurajgogoi319
@nirjurajgogoi319 23 күн бұрын
@@sriborah কিছুমান লোকে নাৰায়ণৰ নামটো শুনিলেই হিৰন্য়কশিপুৰ দৰে জ্বলি-পকি উঠে। আচলতে মাতৃ গৰ্ভত স্হিতি লাভ কৰাৰ সময়টো সঠিক নহ'লে হিৰণ্যকশিপুৰ দৰে নাৰায়ণ বিৰোধি সন্তানেই জন্ম হয়। দোষটো পিতৃ মাতৃৰহে । সেইবাবে কলিযুগত নাৰায়ণ বিৰোধি লোক ৰ সঙ্খয়া বেছি।
@nirjurajgogoi319
@nirjurajgogoi319 22 күн бұрын
@@updeshmala2737 ooooo খতম ।
@jiyashribora7697
@jiyashribora7697 Ай бұрын
সুন্দৰ ছাৰ
@sriborah
@sriborah Ай бұрын
ধন্যবাদ 🙏
@saratmedhi3923
@saratmedhi3923 25 күн бұрын
কৃষ্ণ 🙏
@sriborah
@sriborah 25 күн бұрын
কৃষ্ণ 🙏
@kumudinisaikia1979
@kumudinisaikia1979 Ай бұрын
কৃষ্ণ 🙏 ভাল লাগিল সেৱা জনাইছো 🙏🙏🙏
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏 ধন্যবাদ 🙏
@JintuMedhi-vb3hj
@JintuMedhi-vb3hj 22 күн бұрын
Kouty kouty dandavat pranam o namaskar Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna Hoy prabhu apuniyei mahaan jagatar ishwar Jai Shri Krishna
@sriborah
@sriborah 22 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏🙏 আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ 🙏🙏☺️
@mrinmoybora5520
@mrinmoybora5520 Ай бұрын
Krishna Krishna bap
@sriborah
@sriborah Ай бұрын
কৃষ্ণ মোৰ পৰম মিত্ৰ বাপজনা 🙏😃
@durlavtalukdar9291
@durlavtalukdar9291 5 күн бұрын
Krishnai Mangal karak with sewa namaste 🙏
@tileswariborah2277
@tileswariborah2277 3 сағат бұрын
Krishna bohutvallagil
@user-qw1hp8fe7d
@user-qw1hp8fe7d 27 күн бұрын
বহুত ভাল লাগিল কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤❤
@sriborah
@sriborah 27 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ, কৃষ্ণ 🙏
@SankarNath-mv9jh
@SankarNath-mv9jh Ай бұрын
KRISHNA,KRISHNA. PABITRA,BAHUDINAR MORAT TOMAK U, TUBET DEKHA PALO. TOMAR PHON NEMBARTO DIBASON.MOI SANKAR DA.BHAL LAGISEA.DHONIYA BYAKHA KARISA.ISSHAREA MANGAL KARAK.GOBINDRA.
@sriborah
@sriborah Ай бұрын
বহু ধন্যবাদ আপোনাৰ আশীৰ্বাদৰ বাবে 🙏 শঙ্কৰ নামৰ ভাল চিনাকি মোৰ কেইবাজনো লোক আছে। আপুনি কোন ঠাইৰ হয় বাৰু। বেয়া নাপালে ক'ব নেকি... তেতিয়া চিনি পাবলৈ সুবিধা হ'ব।
@AnilTantibhagawat
@AnilTantibhagawat 24 күн бұрын
কৃষ্ণ প্ৰভু ভগৱন্তই
@AnilTantibhagawat
@AnilTantibhagawat 24 күн бұрын
আপোনাক কুশলে ৰাখক কৃষ্ণ কৃষ্ণ
@sriborah
@sriborah 24 күн бұрын
আশীৰ্বাদৰ বাবে ধন্যবাদ অনিল বাপ প্ৰভূ 🙏। সোনকালে আকৌ দৰ্শন লাভৰ অভিলাস ৰাখিলোঁ। কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম 🙏🙏🙏
@chandramalakar6177
@chandramalakar6177 Ай бұрын
Sundar bakhya baap .
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ ঈশ্বৰ 🙏 কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 23 күн бұрын
আমিও নিজৰ নিজৰ পুত্ৰ কণ্য়াইৰ নামো ভগবানৰ যিকোনো এটা নামেৰে ৰাখিব লাগে বুলি ভাবোঁ। তেতিয়া আমিও তৰিব পাৰিম বুলি ভাবোঁ। কৃষ্ণ।
@sriborah
@sriborah 23 күн бұрын
নিশ্চয়, সুভ চিন্তা এভাগ প্ৰকাশ কৰিছে। আমিও‌ সহ মত ব্যক্ত কৰিছোঁ। কৃষ্ণ কৃষ্ণ 🙏🙏
@giripathak8333
@giripathak8333 Ай бұрын
Krishna
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏
@bulukantadutta8912
@bulukantadutta8912 Ай бұрын
কৃষ্ণ কৃষ্ণ বৰ ভাল লাগিল আগলৈ আশাৰে বাটচালো।🙏🏻
@sriborah
@sriborah Ай бұрын
ধন্যবাদ 🙏। আপোনালোকৰ আশীৰ্বাদত চেষ্টা কৰিম। কৃষ্ণ 🙏
@dulbormanta4407
@dulbormanta4407 24 күн бұрын
ভ্গবন্ত এনে অন্ত জমি হয় বুলি আমি সকলোৱে জানো কিন্তু তেনে সেত্ৰ প্ৰভু ভাগবন্ত য়ে কিয় বিষ্ণু দূত পঠাইছিল পাপি জনক আনিবলৈ ? এই প্ৰশ্নটো কৰাৰ বাবে 🙏মোৰ ভূলহালে ক্ষমা কৰিব ।🙏🙏🙏🙏🙏
@sriborah
@sriborah 24 күн бұрын
প্ৰশ্নত ভুল ধৰা ক্ষমতা আমাৰ নাই বাপ।🙏🙏 শাস্ত্ৰ মতে ঈশ্বৰৰ নাম শুনি বিষ্ণু দূত নিজে আহিছিল। তদূপৰি যিহেতু পূৰ্ব সঞ্চিত পূৰ্ণ্যৰ বাবে নাৰায়ণ নাম প্ৰকাশ হৈছিল, সেয়েহে নাম আৰু সৎ কৰ্মৰ মহত্বৰ বাবেই তেনে ঘটিছিল। কৃষ্ণ কৃষ্ণ 🙏
@bhabenkalita8737
@bhabenkalita8737 Ай бұрын
Bap val lagil apunar ghar kot phone number to dibasun
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ 🙏 নগাঁও 6001568867
@bhabenkalita8737
@bhabenkalita8737 Ай бұрын
@@sriborah thanks
@smritirekhaborah9936
@smritirekhaborah9936 Ай бұрын
অজামিলৰ পূ্ৰ্ব জন্মৰ কথা কব বুলিহে বুজিছিলো
@sriborah
@sriborah Ай бұрын
পাছৰ video মাধ্যমেৰে প্ৰকাশ কৰিবলৈ প্ৰয়াস কৰিম।
@rambhabora1311
@rambhabora1311 19 күн бұрын
🎉😊so​❤@@sriborah
@bharatikalita898
@bharatikalita898 28 күн бұрын
Krishna krishna hari ram
@sriborah
@sriborah 28 күн бұрын
কৃষ্ণ কৃষ্ণ 🙏
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 20 күн бұрын
ৱাও ! হুইল চেয়াৰত বহি লৈ সমস্ত ভকতৰ আগত ভাগৱত ব্যাখ্যা !! কৃষ্ণ কৃষ্ণ ।
@sriborah
@sriborah 19 күн бұрын
অপৰাধ ক্ষমিব বাপ। কৃষ্ণ কৃষ্ণ 🙏🙏☺️
@user-lh8kc9gj8h
@user-lh8kc9gj8h Ай бұрын
চাৰিকুৰি আঠ চৌৰাশী নহয় বাপজন কৃষ্ণ
@sriborah
@sriborah Ай бұрын
হয় হয়, ক‌ওতে ভুল হৈ গ'ল বাপ। অপৰাধ ক্ষমিব। কৃষ্ণ কৃষ্ণ 🙏🙏☺️
@PadmaHazarika-zp5ho
@PadmaHazarika-zp5ho Ай бұрын
🙏krisna baap.apuni diggagibi haok . Krishna
@sriborah
@sriborah Ай бұрын
কৃষ্ণ 🙏 আপোনাৰ আশীৰ্বাদৰ বাবে কৃতজ্ঞ হ'লো প্ৰভূ। ধন্যবাদ 🙏☺️
@mrinalgogoi9795
@mrinalgogoi9795 Ай бұрын
কৃষ্ণ,অজামিলৰ উপাখ্যান, অধ্যায়তিৰ সাৰগৰ্ভ কথাখিনি শুনি মোৰ লগতে আৰু দহজন কৃতাৰ্থ হব,,,,,,,কৃষ্ণ।মৃণাল। যোৰহাট
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ ঈশ্বৰ 🙏
@mukheswarkonwar9754
@mukheswarkonwar9754 Ай бұрын
বহুত ভাল লাগিল, কৃষ্ণ 🙏
@sriborah
@sriborah Ай бұрын
ধন্যবাদ বাপ ঈশ্বৰ 🙏 কৃষ্ণ
@alokpinki777
@alokpinki777 24 күн бұрын
84 nahoy 88 habo. Sari kuri aath
@sriborah
@sriborah 24 күн бұрын
হয় হয়। প্ৰকাশ কৰোতে ভুল হৈ গ'ল। অপৰাধ ক্ষমিব 😀😀🙏🙏🙏 কৃষ্ণ।
@alokpinki777
@alokpinki777 24 күн бұрын
Eku nai ketiaba hoi jai. Apunar pora bahutu gyan paisu dhanyvad. Krishna 🙏
@sriborah
@sriborah 18 күн бұрын
​@@alokpinki777আন্তৰিকতাৰে সেৱা আগবঢ়ালোঁ কৃষ্ণ 🙏🙏
@rebasaikia7452
@rebasaikia7452 27 күн бұрын
অজামীলে পুত্ৰ নাৰায়নক মাতোতে আপোনাৰ দৰে চকী এখনত বহি আছিলনে কি ‍?
@sriborah
@sriborah 26 күн бұрын
আপোনাৰ দৃষ্টি কেৱল মোৰ চকিখনতে সিমাবদ্ধ থাকিল যে, তাৰ বাবে ধন্যবাদ প্ৰভূ ঈশ্বৰ, কৃষ্ণ 🙏
@Paulbasumatariy
@Paulbasumatariy 24 күн бұрын
😂
@legendff4485
@legendff4485 27 күн бұрын
স্বৰ্গনো কি
@sriborah
@sriborah 27 күн бұрын
সন্ধান উলিয়াব পাৰিলে পৃথিৱীতে স্বৰ্গ আছে, মানৱ আৰু আৰ্জিত কৰ্ম মধ্যে। কৃষ্ণ 🙏
@sriborah
@sriborah 27 күн бұрын
ধন্যবাদ 🙏 কৃষ্ণ 🙏
@vikramborgohain1910
@vikramborgohain1910 27 күн бұрын
কি শুনাইছে,, বস্তাব জীৱনৰ লগত একো কথাতে মিল নাই,,,, THE SUN RISES IN THE EAST,,,, বাস্তৱত সূয্য একে ঠাইতে থাকে,,কোনোবা মহাপুৰুষে আজিলৈকে কৈছে সুযৌ একে ঠাইতে থাকে আমি ভুল,,,প্ৰকিততে সূয্য লৰ চৰ নহয়,,,,,,,
@sriborah
@sriborah 27 күн бұрын
বাস্তৱত দৃষ্টিগোচৰ নোহোৱা অজস্ৰ বস্তুৰে সৈতে জীৱন আৰু দৰ্শনৰ লগত জড়িত হৈ আছে। দৃশ্যমান নহ'লেই যে তাৰ অস্তিত্ব নাই, তেনে হ'ব নোৱাৰে বাপ। কৃষ্ণ 🙏 যিখিনি কথা পূৰাণ, শাস্ত্ৰ আদিত প্ৰকাশ আছে, সেইসমূহ বিষয়হে ব্যাখ্যা কৰা হৈছে। আপোনাৰ যান্ত্ৰিক বাস্তৱৰ ব্যস্ততাৰ মাজতো সময় অলপ খৰচ কৰি সেই সমূহ শাস্ত্ৰ অধ্যয়ন কৰিব বুলি আশা ৰাখিলোঁ বাপ, কৃষ্ণ 🙏
@vikramborgohain1910
@vikramborgohain1910 26 күн бұрын
@@sriborah( NATURE IS GOD,, GOD IS NATURE,, এইটোৱে চিৰ সত্য). মানুহে নিজৰ স্বাৰ্থৰ কাৰণে সমগ্ৰ পিথিবীত কিমান ভগৱান, কিমান ভুত, দেবতা,আত্মা, প্ৰৰমআত্মা,, বনালে মানুহে নিজেই নাজানে,,, আৰু সকলোতকৈ ডাঙৰ কথা,,, মানুহে বনোৱা ভগমান বিলাকৰ power একোতা, একোতা ঠাই ভেদে বেলেগ, বেলেগ,,, সমগ্ৰ পৃথিৱীত নানা ভগৱানৰ, নানা মত,,,,,,,,,
@sriborah
@sriborah 26 күн бұрын
​​@@vikramborgohain1910আপোনাৰ এই মন্তব্যৰ পৰা এভাগ কথা জ্ঞাত হ'লো যে, আপুনি যুগ সৃষ্টি আগতেও হয়তো এই পৃথিৱীত আছিল। যাৰ বাবে ঈশ্বৰ বা ভগৱানক মানুহে নিজ স্বাৰ্থৰ কাৰনে কিয় সৃষ্টি কৰিলে, সেই কথা সমূহ আপোনাৰ জ্ঞাত। তদুপৰি আপোনাৰ দেহত সুমাই থকা জীৱ বা আত্মা (আপোনাৰ ভাষাত হয়তো বেলেগ হ'ব) বুলা সেই অদৃশ্য শক্তি (আপোনাৰ ভাষাত হয়তো supreme power) আপোনাৰ নিজৰ মতে চলে নে বাৰু...? আপোনাৰ মন্তব্যৰ বাবে ধন্যবাদ জনালো ঈশ্বৰ 🙏🙏
@vikramborgohain1910
@vikramborgohain1910 26 күн бұрын
@@sriborah আত্মা, পৰমাত্মা, ভুত, ভগৱান বুলা কোনো বস্তু সত্য নহয়,,,, supreme power এইটো আপোনালোকে দিয়া নাম,,, আপোনলোকৰ মতে চলিলে,, ডাক্তৰ, scientist, mazicciyan সকলোকে ভগৱান বুলি মানিব লাগিব,,, মোৰ জীবনত এটা কথাই বুজি পালোঁ,, NATURE IS GOD, GOD IS NATURE ইয়াতকৈ আৰু চিৰ সত্য একো নাই,,
@sriborah
@sriborah 26 күн бұрын
​@@vikramborgohain1910আপুনি ভবা-নভবা, মানা-নামানা ক লৈ সত্যৰ পৰিবৰ্তন নহয়। অদৃশ্য হ'লেই অস্তিত্ব নথকাক নুবুজাই ঈশ্বৰ 🙏, কেৱল সেই অস্তিত্বক বিশ্বাস কৰা যায় আৰু মানি লোৱা যায়। বায়ু নহ'লে আপুনি অক্সিজেন ল'ব নোৱাৰে, অৰ্থাৎ আপুনি জীয়াইযে থাকিব নোৱাৰে। কিন্তু আপোনাৰ বাহ্যিক দৃষ্টিৰে কেতিয়াবা দেখা পাইছে জানো..…? আপুনি কৈছে যে, জীৱ, আত্মা, পৰমাত্মা বুলি তেনে একো শক্তি নাই। তেন্তে আপুনি জীৱাই কেনেকৈ আছে...? আপুনি জড় পদাৰ্থ হে হ'ব লাগিছিল ! আপুনি যি শক্তিৰ বাবে জীৱাই আছে, সেই শক্তিক মানি নোলোৱা মানে, আপুনি আপোনাৰ পিতৃ ক মানি নোলোৱা তুল্য হৈছে। আপোনাৰ কথা মতে, আপুনি আপোনাৰ পিতৃৰ পৰা জন্ম হোৱা নাই।
@ChajidurRahman-kg5yd
@ChajidurRahman-kg5yd Ай бұрын
🙏
@HimanshuSaikia-ys9gd
@HimanshuSaikia-ys9gd Ай бұрын
🙏
Stay on your way 🛤️✨
00:34
A4
Рет қаралды 22 МЛН
Inside Out 2: Who is the strongest? Joy vs Envy vs Anger #shorts #animation
00:22
Spot The Fake Animal For $10,000
00:40
MrBeast
Рет қаралды 180 МЛН
Stay on your way 🛤️✨
00:34
A4
Рет қаралды 22 МЛН