বহু পণ্ডিতৰ মতে হিন্দু ধৰ্ম বিশ্বৰ আটাইতকৈ পুৰণি ধৰ্ম, যাৰ শিপা আৰু ৰীতি-নীতি ৪০০০ বছৰতকৈও অধিক পুৰণি। আজি ১ বিলিয়নতকৈও অধিক অনুগামী থকা হিন্দু ধৰ্ম খ্ৰীষ্টান আৰু ইছলামৰ পিছতে বিশ্বৰ তৃতীয় বৃহত্তম ধৰ্ম। বিশ্বৰ প্ৰায় ৯৪ শতাংশ হিন্দু ভাৰতত বাস কৰে...!
@rituparnabhardwaj7602 күн бұрын
কোনো প্ৰতিষ্ঠাপক নাই আন ধৰ্মৰ দৰে হিন্দু ধৰ্মৰ কোনো এজন প্ৰতিষ্ঠাপক নাই। বৰঞ্চ বহু বিশ্বাস, সাংস্কৃতিক প্ৰথা, দৰ্শনৰ সংমিশ্ৰণ। বৈদিক যুগ বেদ নামৰ আদিম ধৰ্মীয় গ্ৰন্থসমূহ খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা ৫০০ চনৰ ভিতৰত ৰচনা কৰিছিল..!
@rituparnabhardwaj7602 күн бұрын
হিন্দুধৰ্ম হৈছে পৃথিৱীৰ একমাত্ৰ ধৰ্ম্ম যি কোনো মানুহৰ দ্ৱাৰা সৃষ্টি কৰা নহয়
@rituparnabhardwaj7602 күн бұрын
হিন্দু ধৰ্মৰ প্ৰসাৰ পবিত্ৰ গ্ৰন্থ, আচাৰ-ব্যৱহাৰ, দৃশ্য আৰু পৰিবেশন কলাৰ জৰিয়তে হিন্দু ধৰ্মই পৃথিৱীৰ আন আন ঠাইলৈ বিয়পি পৰে। হিন্দু ৰাজ্যসমূহে থাইলেণ্ড, নেপাল, বাৰ্মা, মালয়েছিয়া, ইণ্ডোনেছিয়া, কম্বোডিয়া, লাওছ, ফিলিপাইনছ আৰু বৰ্তমানৰ মধ্য ভিয়েটনামকে ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়াত এই ধৰ্ম আৰু পৰম্পৰা বৰ্তি আছে...!
@JyotiPrasadThakuria-te4cu2 күн бұрын
Krishna Kumar
@LAKHIDHARNath-s3b2 күн бұрын
Apuni bhakat hay ne anor dharmak ninda karejanu bhakate
@digenchandradas3 күн бұрын
Apunar bakhya suni bor bhal lagila. Apni aru bakhta koribo.
Aponi main gitapress r bhagabst khan sanskrit t pahribo, lobh tyag kariba noware aponaloke ainak dharmar jnyan diba ahise.
@tommytommy58654 күн бұрын
Sankar dev e 500 basar agate mritu haisil , sei samai te baishnyab dharma kiya prasar hai utha nasil? Iman dine kiya lukai sail ? Bartaman baishnyabi sakole assamiya jaatitok Bhag 2 kari ase gurujanai iman dine ki kari asil ? Hindu jatitook bhag nakribo
@rituparnabhardwaj7602 күн бұрын
✅️👍
@tommytommy58654 күн бұрын
Borah prabhu, bhagawat khane kebal assam t hei manhu khinik bibhakta karile neki uponi je kale murti puja homan jnagya je ninda kare assam r baisnyab sakale, all india t too sanatan dharma mani sale, puja,haman ,bhagawat sakaloke loi sale, enekoi ammar hindu dharma too bilupti hoi jab dekhon ! Apuni alap bujai diboson
@satyensarma19625 күн бұрын
Pakhanda toe bhand bhokat torgeneration muslim asil
@digantaprakashmahanta17955 күн бұрын
Excellent
@digantaprakashmahanta17955 күн бұрын
সুন্দৰ।
@AtulKalita-r8r5 күн бұрын
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ ভাগৱত কথা
@j..k..l87235 күн бұрын
Krishna2 seva dharilu.aparadh binasan tajuname narayan janiname pasilu saran. Jai guru sankar sabbgunakar.