Akashi Ganga - আকাশী গঙ্গা | 08th August 2024 | Ep No 94

  Рет қаралды 213,254

Rang TV

Rang TV

Күн бұрын

Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
#Rangtv #AkashiGanga #Prideeastentertainments
More Useful Links :
* Visit us at: www.rangtv.org
* Like us on Facebook: / rangtvofficial
* Follow us on Twitter: / rangtv2

Пікірлер: 247
@LLaw.liet_
@LLaw.liet_ Ай бұрын
নিহালৰ মৃত্যুৰ পিছত সন্ধ্যা আৰু অথৰ্ব ৰ ঢৰিত্র দুটাৰে ধাৰাবাহিক খন ভাল লাগিছিল হে একেবাৰে নিৰস কৰি পেলালে 😢।সেমেকা চৰিত্ৰ আৰু গুন্দা গিৰি বোৰেৰে ভাল নলগা হল 😢
@gargeswardas4230
@gargeswardas4230 Ай бұрын
জেলৰ পৰা মানুহ ইমান চিলচিলা ছফা হৈ ওলাই আহেনে ,,,,,
@KalpanaBorthakur-iq5dg
@KalpanaBorthakur-iq5dg Ай бұрын
ৰণদীপৰ পত্নীয়ো একে পানীৰ মাছ।
@user-xg3xq9cd7n
@user-xg3xq9cd7n Ай бұрын
ৰন্দিপ ৰ নিচিনা তেঁওৰ পত্নিও বেয়া হব ধৰিছে
@nibeditatalukdar-3454
@nibeditatalukdar-3454 Ай бұрын
সন্ধ্যাক চাগে সৰু মোমায়েকে মাৰিছে
@user-ng3pu5we4x
@user-ng3pu5we4x Ай бұрын
Athorbok bohut Miss korisu
@priyankasaikia5302
@priyankasaikia5302 Ай бұрын
সন্ধ্যা থিয়েটাৰ গুচি গল😢😢যাৰ কাৰণে কাহিনী য়ে সলাই দিলে 😥😥😥 ভাল নালাগা হল কিবা
@Rekh-p5r
@Rekh-p5r Ай бұрын
Khe tiyter😊
@pronitaphukan1264
@pronitaphukan1264 Ай бұрын
Kun tiyter gol sandhiya
@altabvlogs
@altabvlogs 29 күн бұрын
হেঙুল থিয়েটাৰ
@hiramoniborah5125
@hiramoniborah5125 Ай бұрын
পৰিচালকে যেনেকৈ মন যায় তেনেকৈ আগবঢ়াই নি আছে, সন্ধ্যা নিহাল অথৰ্ব এই চৰিত্ৰ কেইটাই মনত কিবা দুখ দি গ'ল
@Gogoimonalisa
@Gogoimonalisa Ай бұрын
Njnu aru poti khn serial vl hb buli vbu past ki kri pelaii
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
চিৰিয়েলৰ সকলো দৰ্শকক পৰিচালকে মূৰ্খ বুলি ভাবে ৷ আচলতে চিৰিয়েলৰ প্ৰায়খিনি দৰ্শক এনেকুৱাই যে চিৰিয়েলৰ কাহিনী, অভিনেতা-অভিনেত্ৰীৰ অভিনয় দক্ষতা এইবোৰ কথা একো বুজি নাপায় ৷ বচ চাব লাগে চাই ৷ সেয়ে পৰিচালকেও সুবিধা লয় ৷তাৰ মাজত আমিবোৰে মূৰ আফালি মৰিলেও কাৰনো কি আহে যায় ? আজিকালি চিৰিয়েল-থিয়েটাৰ সব একেই হৈছে ৷ এচাম ৰুচিবোধহীন দৰ্শকৰ বাবেহে যেন থিয়েটাৰ-চিৰিয়েল বোৰ বনোৱা হয় ৷
@kamanahazarika173
@kamanahazarika173 Ай бұрын
Main hero heroine nuhuaa hole serial khon subo bhal nalagibo
@jesminsultana9240
@jesminsultana9240 Ай бұрын
Shandhar ঠাইত বেলেগ এজনী আনিলে হয় kio কাহিনী বেলেগ আনিলে
@nipuchetia105
@nipuchetia105 Ай бұрын
আজিৰ পৰা আৰু নেচাও দে ভাল নালাগিব চাব😢
@dharitryrabha7274
@dharitryrabha7274 Ай бұрын
সন্ধ্যাক মাৰি পেলাই একেবাৰে চাবলৈ বেয়া কৰি দিলে।ৰনদীপ এবছৰ জেলত থাকিলে আৰু ওলাই অহাৰ পাছত ঘৈণীয়েকে এইবোৰ কি কথা শুনাইছে
@Aadi654
@Aadi654 Ай бұрын
Jar karne serial khn sai vl lge hei xkl manuh bure ni 😢 sai sun vl a nlge ru 😢😢
@simantadas9158
@simantadas9158 Ай бұрын
সন্ধাক অভিয়ে মাৰিছে চাগে মানুহ লগাই
@user-ei6rh2fi2k
@user-ei6rh2fi2k Ай бұрын
Kiyo
@janmoni-moni604
@janmoni-moni604 23 күн бұрын
Ardhya rupe itee ba "akashi-gonga" t aru anfale pakhi rupe prayash da akelge duo bhai - bhoni bhal lagil ❤❤❤
@kabitadasthakuria7949
@kabitadasthakuria7949 Ай бұрын
Main actress actor K Mari aikhan ki Serial bonaise
@mainumohan6155
@mainumohan6155 Ай бұрын
মানুহৰ নিজৰ সাথৰ পূৰ্ণ কাৰণেই বহু তললৈ নামিব পাৰে , হাজাৰ ঘৰৰ মানুহে নহয়ক কিয় ,
@rupjyotigogoi9690
@rupjyotigogoi9690 Ай бұрын
সৰু পুতেকো গুণ্ডাই হল দেখুন। কথা এষাৰ আছে"ফেটীসাপৰ পেটত ঢোৰা সাপ নোলায়। "ফেটীসাপহেওলাব।
@mainumohan6155
@mainumohan6155 Ай бұрын
সন্ধাৰক ককায়েক মৰোৱালে কাৰণ মৰা আগ দিনা কাজিয়া হৈছিল
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
সন্ধ্যাক ককাকে মৰোৱালে হ’ব লাগিছিল ৷ ককায়েক মানে দাদা ৷ ককাক বা অভিমন্যুৱে মৰাইছে সন্ধ্যাক ৷
@RamDas-ru6wl
@RamDas-ru6wl 29 күн бұрын
শইন্ধা মৰী জোৱা কাৰনেভালনলগা হল ।
@KabitaDeka-gh6wj
@KabitaDeka-gh6wj Ай бұрын
ভাল লাগিল ❤❤❤❤❤
@nayanmonisenapati8901
@nayanmonisenapati8901 Ай бұрын
Waw purona pator kapur❤
@anjalibarman1838
@anjalibarman1838 Ай бұрын
অভিমন্যুই দেউতাকক কেতিয়াৰ পৰাই ইমান ভাল পোৱা হ'ল। আগতে দেখুন দেউতাকক দেখিবই নোৱাৰিছিল
@Barasha-officiel
@Barasha-officiel Ай бұрын
1 year pist dekhale je... Sob xoloni hoi gol😒
@anantaborgohain3971
@anantaborgohain3971 Ай бұрын
অভিমন্যুৰ এইয়া সঁচা পিতৃ ভক্তি নে তাৰ আৰত কিবা আছে! নহয় মানে আগতেতো অভিমন্যুই দেউতাকক মুঠেই ভাল নাপাইছিল।
@RajumoniRajumonidas
@RajumoniRajumonidas Ай бұрын
অতি ভক্তি চোৰৰ লক্ষণ । কিবা এটা টো আছে এই সলনিৰ আঁৰত.....
@rupusentertainment8050
@rupusentertainment8050 Ай бұрын
He a sge Sandhya k mraixe atya bapek k jotno loi dekhaixe
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
@@rupusentertainment8050 হ’ব পাৰে
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
তাৰমানে অকল ময়েই নহয় অভিমন্যুক সন্দেহ কৰা আৰু আছে মানুহ 😁
@Rupalirongpharpi990
@Rupalirongpharpi990 Ай бұрын
সন্ধা কত আছে এটিয়া তাই মৰি লে নেচাইও 😢😢😢
@thunugogoi4801
@thunugogoi4801 Ай бұрын
সন্ধ্যাক মাৰি কাহিনী টো বেয়া লগা হ'ল ।
@rajipali7736
@rajipali7736 Ай бұрын
Main actor actress k mora dekhuwale. Aikhon akow ki siriel. Bolliwod hollywood cinema burot actor actress k hajar marok katok guliauk tothapi mori juwa nedekhai xeibabe val lage. Siriel khon sabo mon nuhuwa hoi gol
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
আমাৰ অভিনেত্ৰী থিয়েটাৰত গ’ল যে ৷ এতিয়া সলনি হোৱা কাহিনীটোও আমাৰ খাৰখোৱা অসমীয়া দৰ্শকে বৰ আগ্ৰহেৰে আদৰি ল’ব কহুঁৱা বনৰ ছাঁ খনৰ দৰে ৷
@BanashriKalita-yb7pf
@BanashriKalita-yb7pf Ай бұрын
Abhimanyui o maribo pare sandhyak, hoito preyonkaio manuh logai maribo pare, aru hoito kokake o maribo pare karon sandhyai akow kokakor biruddhe proman gotam buli koisil, xasti dim buli koisil
@rupusentertainment8050
@rupusentertainment8050 Ай бұрын
Priyanka nhoi abhi nhole raghunath
@user-bd3ms4fd3h
@user-bd3ms4fd3h Ай бұрын
সন্ধ্যা নাই😢😢😢
@Barbi-ky4xw
@Barbi-ky4xw Ай бұрын
Hoitu Aiya sob Abhimanyu r khel , Sandhya k Mora tu uuu......
@aniltalukdar7049
@aniltalukdar7049 13 күн бұрын
Moiu takei vabiso
@nibeditasarma375
@nibeditasarma375 Ай бұрын
Serial khn olp besie fast dekhuaise
@GitaBorah-pz4ze
@GitaBorah-pz4ze Ай бұрын
Akow agor dory kahini hobo val nalagy
@ngentertainment9122
@ngentertainment9122 Ай бұрын
সন্ধা ক কিয় আতৰাই দিয়া হ'ল ভাল লগা নাই
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
অভিনেত্ৰী থিয়েটাৰত গ’ল কাৰণে চিৰিয়েলত মৰা দেখুৱাই কাহিনী সলাই পেলালে ৷
@Kaushik632
@Kaushik632 Ай бұрын
সন্ধ্যাৰ কাহিনী শেষ, এতিয়া আৰম্ভ হ'ব আৰাধ্যাৰ কাহিনী ❤️
@RajibDas-ty4zx
@RajibDas-ty4zx Ай бұрын
Arthobo Aru sondhya prem aromvo hoisil he morie gl
@mitanjalidas6625
@mitanjalidas6625 Ай бұрын
Nihalor logotu aromvo hob loutei nihalk marile etia othorba logotu same
@user-ig8yg8je1f
@user-ig8yg8je1f Ай бұрын
Good bye akakhi gonga 👋
@HiyamoniRajbongshi-pm5we
@HiyamoniRajbongshi-pm5we Ай бұрын
Sandhya bohut xahokhi asil ..xosa kotha kobole voi nokore ..obhinoi bohut val korise ..
@rinamazumdarkalita2946
@rinamazumdarkalita2946 Ай бұрын
সন্ধা থিয়েটাৰত যোৱা বাবে মাৰি পেলালে
@abhishekdevnath9959
@abhishekdevnath9959 Ай бұрын
অভিমন্যুই মাৰিছে
@user-qy8jq1dd9n
@user-qy8jq1dd9n Ай бұрын
Sai val nologa hol
@KuhiChutia-wo9kz
@KuhiChutia-wo9kz Ай бұрын
একো কিবা বুজি এ নোপোৱা হলো দেই। আগত নিহাক মৰিল এইবাৰ akow শৈন্ধা 🥲🥲
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
নিহাল , সন্ধ্যা ৷
@user-ed5uk8dl8p
@user-ed5uk8dl8p Ай бұрын
কিছুমান আধৰুৱা কাহিনী
@user-jq5yn7wn5l
@user-jq5yn7wn5l Ай бұрын
ভাল নলগা হল
@rupjyotibaruah-rh4kl
@rupjyotibaruah-rh4kl Ай бұрын
ৰন্ধিপে সলনি নহল আগৰ দৰেই একে আছে।
@RajumoniRajumonidas
@RajumoniRajumonidas Ай бұрын
কুকুৰৰ নেজ জানো কেতিয়াবা চিধা হয় ?
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
ৰনদীপ
@chandramohanpathak7892
@chandramohanpathak7892 Ай бұрын
Val nologa hl sirial khan sai
@manuborah4135
@manuborah4135 Ай бұрын
এই খন ছিৰিয়েল চাই আৰু একেবাৰেই ভাল নালাগিব ।সন্ধ্যা ও মৰি গল অথৰ্ব ও নোহোৱা হল ।কি বনাইছে এইবোৰ ।নিধিৰ বয় ফ্ৰেণ্ড টোক ভাল নালাগে ।কিবা বেচি কৰি থাকে দেখোন ।
@janmoni-moni604
@janmoni-moni604 23 күн бұрын
Subham da r acting dhuniya hoi tekhetr dance o bhut dhuniya ❤
@janmoni-moni604
@janmoni-moni604 23 күн бұрын
Aibar nithi r bf k o marib
@PobitraBora-nn2gy
@PobitraBora-nn2gy Ай бұрын
Athorbo aru shandhya prem kahini sabole roi asilu sabo napalu aru ki serial bonaise
@AmelPayeng
@AmelPayeng Ай бұрын
❤❤
@ManashiSarmah-gt4vz
@ManashiSarmah-gt4vz Ай бұрын
Raghunath te 3jonik poh pal dib nowarib buli director e ajonik Mari pelale 😂😂😂
@rupusentertainment8050
@rupusentertainment8050 Ай бұрын
😂😂😂😂aeitu he hxa kole
@premadasahariah4447
@premadasahariah4447 Ай бұрын
সন্ধাক সৰু মামাকে মৰাইছে ।
@toralidas8935
@toralidas8935 Ай бұрын
মামাক জন জেলত সোমাই আছিল মামীয়েক কথাত হে চাগে সন্ধ্যা ক হত্যা কৰিছে ছাগে 😢
@user-bx7lt7hc6y
@user-bx7lt7hc6y Ай бұрын
Randeep horu nhy tu maju he​@@toralidas8935
@amiyasensua9796
@amiyasensua9796 Ай бұрын
​@@toralidas8935hoi hoi
@gaurangakalita7452
@gaurangakalita7452 Ай бұрын
Subham Deka r babe eta❤
@prasantaborah-kz6ds
@prasantaborah-kz6ds 29 күн бұрын
কিহৰ পৰা কি বনালেগৈ এই খন বেবেৰিবাং বনোৱাতকৈ শেষ কৰি দিয়াই উচিত আছিল।
@kakalibaruah5803
@kakalibaruah5803 Ай бұрын
Sandhaya ako jnm pbo niki😢
@GajendraGajen
@GajendraGajen Ай бұрын
Khoindha aru othobo nulale nasau ami
@dipikadas2889
@dipikadas2889 Ай бұрын
❤❤❤❤❤❤
@parceesvlog9304
@parceesvlog9304 Ай бұрын
Ki Mane eibur ....Val nologa hol aru etiya sabole
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
যোৱাবাৰ কঁহুৱা বনৰ ছাঁ খনৰ আধাতে মূল নায়ক আৰু এইবাৰ এইখনৰ মূল নায়িকা আধাতে নোহোৱা হ’ল চিৰিয়েলৰ পৰা ৷যাৰ বাবে চিৰিয়েলৰ কাহিনীয়েই সলাই পেলালে ৷ দৰ্শকে যেন বুজিহে নাপায় একো, তেনেকৈ ভাবে প্ৰযোজক-পৰিচালকে ৷ থিয়েটাৰত চুক্তিৱদ্ধ হোৱা কোনো অভিনেতা-অভিনেত্ৰীক মেগা চিৰিয়েলত মূল নায়ক-নায়িকাৰ চৰিত্ৰত ল’বই নালাগে ৷ চিৰিয়েলৰ দৰ্শকৰ যেন কোনো ৰুচিবোধেই নাই যাকে তাকে মাজতে সোমাই ল’ব নহ’লেবা কাহিনীয়েই সলাই পেলাব ৷ ধেই ৷ বৰ বেয়া লাগে এনেকৈ ৷
@maina123-ye1ts
@maina123-ye1ts Ай бұрын
Hondhayk sage horu momaik to a marile manuh logai
@BhitaliKalita-dr9zy
@BhitaliKalita-dr9zy Ай бұрын
Vl nlga sai
@barashasaikia572
@barashasaikia572 Ай бұрын
sondhya😢😢
@aruprajbongshi1679
@aruprajbongshi1679 Ай бұрын
Sandhya thiatert juwa Babe tai nuhuwa hl Val nalagibo atiya
@minkusarmah591
@minkusarmah591 Ай бұрын
Sandhya k abhimunye marise sage mor mte
@bandananath1967
@bandananath1967 Ай бұрын
nihal nai sandhiya ni .sriyal ako val nalage .aji r pora nasaw aru ...ako vl nolga hol ...tate aru arthabo nai...
@rubihazarika57
@rubihazarika57 Ай бұрын
Val nolga hol sable
@user-ed5uk8dl8p
@user-ed5uk8dl8p Ай бұрын
সন্ধা কি হ'ল আধব কত গ'ল ভণীয়ৈকে লগ পালে নে নাই কিবা আধৰুৱা faltu faltu.
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
সন্ধ্যাৰ চৰিত্ৰত অভিনয় কৰাজনী থিয়েটাৰত গ’ল কাৰণে চিৰিয়েল খনত চৰিত্ৰটোৰ মৃত্যু দেখুৱাই কাহিনী সলাই দিলে ৷ আৰু সেইবাবে অথৰ্ব চৰিত্ৰটোৰো প্ৰয়োজনীয়তা নোহোৱা হ’ল ৷
@user-zx9sk3cx1b
@user-zx9sk3cx1b Ай бұрын
Val lga manuh bur mari peli val nlage😢😢😢😢😢
@IvaNath
@IvaNath Ай бұрын
Boyfriend dalr besi hoise.. Ki nu eibr
@purneswaridevi1086
@purneswaridevi1086 Ай бұрын
khoindha aru nihal moril.aru nasau bye.
@nibeditatalukdar-3454
@nibeditatalukdar-3454 Ай бұрын
সন্ধ্যা এতিয়া ফুট গধূলিত ওলাব।
@mitanjalidas6625
@mitanjalidas6625 Ай бұрын
Agore porai ase
@tajminabegum4179
@tajminabegum4179 Ай бұрын
Asolote sandhya thearter t gol😂hai karone mari dile🤔🤔
@DimpiMoni-moina
@DimpiMoni-moina Ай бұрын
Ajir pra nasao ako vl loga ni Sandhya bak marib nlagisil 😢
@ritagogoi1797
@ritagogoi1797 Ай бұрын
Val nologa hol
@user-hk7lt1yp6c
@user-hk7lt1yp6c Ай бұрын
Sandhya Marle val nalaga habo😢😢
@rimpihazarika583
@rimpihazarika583 Ай бұрын
Sandhya nai bbe views komi gl adin te😂
@user-if4tf8ki9d
@user-if4tf8ki9d Ай бұрын
Director Jon knkua baru! Main Hero heroink morake dekhuaise
@user-ss4dj1sd7n
@user-ss4dj1sd7n Ай бұрын
Sandhya theater t ase eibar seibabe nohuwa hl
@user-if4tf8ki9d
@user-if4tf8ki9d Ай бұрын
@@user-ss4dj1sd7n Agtei hudhi lbo lage paribane hekhlke kribo.... ankuat beya lage nhoi... jetia nki serial akhnr character tur vtrlke humai juwar PST anke character tu naikia kri dle vl nlge
@user-ss4dj1sd7n
@user-ss4dj1sd7n Ай бұрын
@@user-if4tf8ki9d mm seitu hoi baru
@hiramanibarman7103
@hiramanibarman7103 Ай бұрын
Right
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
@@user-if4tf8ki9d যোৱাবাৰ কহুঁৱা বনৰ ছাঁ খনতো এইবোৰ নৌটংকি হৈছিল ৷
@anamikahaloianamika117
@anamikahaloianamika117 Ай бұрын
Ako vl lga nai ses hole o vl paw ar nasaw by fal2 lagise aji sondhya nai 😢
@bindasssmiti
@bindasssmiti Ай бұрын
Nasau aru aikhon, faltu story bonaise
@pinkichutia8832
@pinkichutia8832 Ай бұрын
এই serial khn sab mon nujua hol😢 main actors keita mora dekhaise😢
@nilimamedhi6560
@nilimamedhi6560 Ай бұрын
Eman vl lga serial khn kiba vl nloga kori pelale sobe more
@papulisaikia361
@papulisaikia361 Ай бұрын
Sandhya jiyai thoka dekhb lagib
@beautirajbongshi981
@beautirajbongshi981 Ай бұрын
Aikhn aru moi nsao.main actor keita ke mra dekhaise
@user-zg9qw1dx2d
@user-zg9qw1dx2d Ай бұрын
Ba suvam
@ChandanaDas-r6x
@ChandanaDas-r6x Ай бұрын
Vl nologa hol serial khn
@purabisaikia850
@purabisaikia850 Ай бұрын
Bujiye napalu hondyak koune marile
@user-qj8ll2ri2p
@user-qj8ll2ri2p Ай бұрын
Shandheya guse jabo nalagesel
@pinkichutia8832
@pinkichutia8832 Ай бұрын
নিধি ডাঙৰ হৈই গল দেই 😅 মানে,, boy friend potale je 😊
@bandanasenapatidewri
@bandanasenapatidewri Ай бұрын
Ki j aji kali siriel bur main part Lua lra suali bur mora dekhuai vl nlage 😮😮😮😮😮
@pinkiboruah9621
@pinkiboruah9621 10 күн бұрын
ৰণ্ডিপৰ পত্নী জনি ভাল নলগা হল🙄
@RajumoniRajumonidas
@RajumoniRajumonidas Ай бұрын
সন্ধ্যাৰ অবিহনে ছিৰিয়েল খন চাই ভাল লগা নাই । মুখ্য চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী ইমান সোনকালে মাৰি পেলোৱা বাবে ভাল নালাগিল ।
@anjalibarman1838
@anjalibarman1838 Ай бұрын
হিৰো জনক একো ভাল লগা নাই
@pompikalita4144
@pompikalita4144 Ай бұрын
Ai serialkhnt main main manuhkeijnke mora dekhaise val nlga hol sandhya naikia huar pra
@udayan0738
@udayan0738 Ай бұрын
Nasau
@SarupaSonowal-dq3vx
@SarupaSonowal-dq3vx Ай бұрын
Manuh bur Mori juwa babe val loga nai
@TrishanDas-hj5rr
@TrishanDas-hj5rr Ай бұрын
Ki fal2 Kori pelale nohoi aikhon serial hl nee aru hai nasau aji pora
@maina123-ye1ts
@maina123-ye1ts Ай бұрын
Main part goraki a moril j
@ListenItOut61
@ListenItOut61 Ай бұрын
Hero heroine nai kiba saba ru serial
@Sumidas-bn6ws
@Sumidas-bn6ws Ай бұрын
সন্ধ্যা কলে গ'ল মৰা দুখুৱালে ভাল নলগা হ'ব আৰু নাচাও 😢
@rodalidasdas4714
@rodalidasdas4714 Ай бұрын
Sandhya morib nalagsil
@kakalibaruah5803
@kakalibaruah5803 Ай бұрын
priyanke mrise nohle avimonoi😢
@kingofff5391
@kingofff5391 Ай бұрын
Priyanka nhoi sga Sound tu male r ashel
@kakalibaruah5803
@kakalibaruah5803 Ай бұрын
@@kingofff5391 avimoniya niki te
@kingofff5391
@kingofff5391 Ай бұрын
@@kakalibaruah5803 umm hbo pra Ba kunba belag o hbo pra
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
অভিমণ্যু বা ৰঘুনাথেই মাৰিছে সন্ধ্যাক ৷ কিন্তু মই ভাবো মুল কাহিনীটো এইটো নাছিল ৷ অভিনেত্ৰী থিয়েটাৰত যোৱা বাবে সন্ধ্যাৰ মৃত্যু দেখুৱাই কাহিনী সলাই পেলালে ৷
@kingofff5391
@kingofff5391 Ай бұрын
@@user-ih3xh1zl2y hoi nki vl a hoi se Ene o vl nalga tai k
@karishmadas1173
@karishmadas1173 16 күн бұрын
Main goraki ei nai sai vl nlage alp u, sandhya nai aru othorbo u nulua hl🥹🥹🥹🥹🥹🥹😭😭😭😭😭😭😭
@user-ih3xh1zl2y
@user-ih3xh1zl2y Ай бұрын
এতিয়া শীৰ্ষসংগীত টোও পাৰে যদি সলাই দিয়ক ৷ গানটোত থকা অভিনেতা-অভিনেত্ৰী যিহেতু এতিয়া চিৰিয়েলখনত নায়েই, গানটো ৰাখি কি লাভ ? নে তেওঁলোকৰ নামতেই এতিয়াও চিৰিয়েলখনৰ বেপাৰ চলাই থাকিব ৷ সব চালা বেপাৰহে ৷
Rashlila || EP- 61 || 09-09-2024 ||
19:32
Rengoni TV
Рет қаралды 167 М.
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН
POV: Your kids ask to play the claw machine
00:20
Hungry FAM
Рет қаралды 9 МЛН
ASHROY || EPISODE 06 || SPONDON TV
28:52
Spondon Tv
Рет қаралды 236 М.
KANCHAN | কাঞ্চন
26:11
DD ASSAM
Рет қаралды 172 М.
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН