অনলাইন ট্ৰেডিং কৰি ভ্ৰাম্যমানত কোন অভিনেতা - অভিনেত্ৰীয়ে টকা হেৰুৱালে? || SATYA || ATANU BHUYAN

  Рет қаралды 497,295

Satya - The Truth India

Satya - The Truth India

Күн бұрын

Пікірлер: 1 100
@NirmaliDutta-js4yl
@NirmaliDutta-js4yl 2 ай бұрын
লোকৰ টকাৰে অসমৰ বাহিৰত বিয়া পাতি লাজ নাইকিয়াৰ দৰে পলাই ফুৰাতকৈ নিজৰ টকাৰে কলপাতৰ ৰভা দি বিয়া পাতি সুখে শান্তিৰে থকাই ভাল।এই চুমি নে মুমি বোলাজনীক মোৰ এনেও দেখিবলৈ মন নাযায়।এনে চেলিব্ৰেটীজনী।
@RajumoniRajumonidas
@RajumoniRajumonidas 2 ай бұрын
ঠিকেই কৈছে আপুনি ।
@prarthanadutta5263
@prarthanadutta5263 2 ай бұрын
একেবাৰে মোৰ মনৰ কথা তো কলে
@bhagyashreebora2250
@bhagyashreebora2250 2 ай бұрын
Right 👍
@hiradevi3608
@hiradevi3608 2 ай бұрын
Right
@k.k.movies
@k.k.movies 2 ай бұрын
🤓
@hirudas4771
@hirudas4771 2 ай бұрын
বিয়াখনতে গম পাইছিলো তাইৰ কিবা এটা ২নম্বৰী আছে ৷
@debojit2016official
@debojit2016official 2 ай бұрын
Blue flim goi sel saga
@brajenkalita1032
@brajenkalita1032 2 ай бұрын
Tair jimn xompotti ase atiya sob sorkare loi lobo lge
@brajenkalita1032
@brajenkalita1032 2 ай бұрын
Rastaloi loi ahibo lge taik
@himashreedas4356
@himashreedas4356 2 ай бұрын
Moi ajihe nam xunilu😮
@KhanjanGogoi-ip2bb
@KhanjanGogoi-ip2bb 2 ай бұрын
Nij sokure dekhi ahisu nijor horitu mne nunu kon dile bohut dangor dangor gari give puwa😂😂🍑
@violeenalahon
@violeenalahon 2 ай бұрын
সুন্দৰ বাতৰি ।পিছে নিৰপেক্ষ হ ওক বাতৰি পৰিবেশন।অসমত নতুনকৈ ধনী হোৱা প্ৰতিষ্ঠিত ব্যক্তি সকলোৰে উপাৰ্জনৰ উৎস ৰাজহুৱা হওক।অতনু ভূঞা ৰ ওপৰত আমি অসমৰ জনগন আশাবাদী।
@bb3762398427
@bb3762398427 Ай бұрын
😂😂😂😂 Atanu bhuya aru niraprekhota😂😂😂😂 😂😂😂😂
@Animexedits2064
@Animexedits2064 Ай бұрын
কীটানু ভূঞা 😂😂😂
@rupalidas4793
@rupalidas4793 2 ай бұрын
মোৰ এটাই কথা মনত পৰিছে এওঁ‌ অহংকাৰত অসমবাসীক কৈছিল"They were not invited also" .কথাষাৰ যিমান ঠাট্টাৰ সুৰত কৈছিল তেতিয়াই মনত ৰৈ গৈছিল। মানুহৰ বেয়া বিচৰা নাই ।যাহওক দৰ্প চূৰ্ণ হ'ল we are not invited to jail also .🙏🤣
@rumideka7691
@rumideka7691 2 ай бұрын
Mojjaaa dise kintu👍
@mayaborahdutta2367
@mayaborahdutta2367 2 ай бұрын
True😂😂😂
@barakhakonch7468
@barakhakonch7468 2 ай бұрын
Ooooo​@@rumideka7691
@padmaborah561
@padmaborah561 2 ай бұрын
Badmas' Lokar kastar paisare biya pate
@shehnazparbin4003
@shehnazparbin4003 2 ай бұрын
Thik koisa
@LalitDutta-z5y
@LalitDutta-z5y 2 ай бұрын
চুমী বৰা কেইবাটাও ক্ষেত্ৰত প্ৰথম হৈছে । ১/ প্ৰথম অসমীয়া মহিলা choreoghapher. ২/ উৰা জাহাজত উঠি নোপোৱা গাঁৱৰ মানুহক উৰা জাহাজত উঠাই উদয়পুৰলৈ নিয়া প্ৰথম গৰাকী অসমীয়া ।  ৩/ অসমৰ বাহিৰত (উদয়পুৰত) অসমীয়া বিবাহ পতা প্ৰথম গৰাকী অসমীয়া । পিছে অতনু ভূঞা ডাঙৰীয়া আপোনাৰ পুত্ৰই চুমী বৰাৰ বিয়াৰ interview লৈ থাকোতে বেছি excited হোৱা যেন অনুভৱ হ'ল । The ultimate satisfaction. I don't care for anyone.🤪🤪
@dipumonidas7020
@dipumonidas7020 2 ай бұрын
G K t xahai hbo. Thank you de question answer xini bisari dya babe.
@priyankaborah3730
@priyankaborah3730 2 ай бұрын
Great explain 😂😂
@shehnazparbin4003
@shehnazparbin4003 2 ай бұрын
😂😂😂
@thecreationlyii8636
@thecreationlyii8636 2 ай бұрын
Xet r moila bulihe kolu aru 😂
@samssolovlogs3337
@samssolovlogs3337 2 ай бұрын
Brutal😂
@jaanborua4040
@jaanborua4040 2 ай бұрын
গাৱঁৰ মানুহক প্ৰথম বাৰ উৰাজাহাজত ফুৰাবলৈ নিয়া অসমৰ প্ৰথম গৰাকী চেলিব্ৰিটি ইন উদয় পুৰ 😁😂 তাইৰ হাহি চা কেলা অসমৰ প্ৰথম গৰাকী কৰিয়গ্ৰাফাৰ তেৰি মা কা 😳😳😳
@surenboruah3241
@surenboruah3241 2 ай бұрын
😂😂😂
@DipnkarSarma
@DipnkarSarma 2 ай бұрын
Adre2.0 t ahibo question tu😂
@barnalidas6665
@barnalidas6665 2 ай бұрын
Atiya jailor vat khuwa ge😂aw
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
Neuli jen mukh pokor jonir
@babitadeori4448
@babitadeori4448 2 ай бұрын
😮👏👏👏👏😆😆😆😆👍
@DaCurse2012
@DaCurse2012 2 ай бұрын
This is a wakeup call for all the youths. Some of my juniors hated me for advising them for not following easy money but now they have lost lakhs of their parents hard earned money .
@nirangkushkalita9536
@nirangkushkalita9536 Ай бұрын
I already knew but no 1 listend.all got blind by thier fake showoff
@NripenThakuria
@NripenThakuria 2 ай бұрын
পৰুৱাৰ পাখি গজিলে মৰণ ৷ ১৫ হাজাৰ দৰমহা পোৱা মানুহ জনীয়ে যেতিয়া বাহিৰত গগৈ বিয়াৰ নামত ৫কোটি খৰচ কৰিলে তেতিয়াই গম পোৱা গ’ল যে পুৰুৱাৰ পাখি গজিল ৷ কষ্টৰ ধন কোনেও এনেকৈ খৰচ নকৰে ৷
@putu9769
@putu9769 Ай бұрын
১০০% সচা কথা কৈছে আপুনি
@beingmaitrayee7122
@beingmaitrayee7122 2 ай бұрын
Apuniu pise kom nohoi, journalist hoi emn property knke apunar ? Apunar uprt u investigation hobo lage😊
@lipibrahma2873
@lipibrahma2873 2 ай бұрын
😂😂😂 epic
@SONOFASSAM1
@SONOFASSAM1 2 ай бұрын
Ekdom hosa kotha dei Ehotor krone Amar tholuwa hadharon manuhor jiyai thaki vall nologa hoi goise Jenekuwa luxurious life dekhai Akhini manuhe Gaonor hadharon gharor lora suali bure Hehotr kando dekhi Hehotr dore life ata bisari Nijot poha Nijor kambon hokolu baad dise Manuhe Natural life ata jiyai thakibo lage Eman uport jabo nalage
@GogoiVio
@GogoiVio 2 ай бұрын
😂😂
@tinibabalimygermanspitz3080
@tinibabalimygermanspitz3080 2 ай бұрын
😂😂
@anupamdeka9834
@anupamdeka9834 Ай бұрын
🤣🤣🤣
@mrinmoybarman6133
@mrinmoybarman6133 2 ай бұрын
5 crore tokare biya paatiboloi taair source of income ki?vcd choreography kori aaru instagramot reels bonai 5 crore biya paatiboloi 10 jonom laagibo.
@amar..1830
@amar..1830 2 ай бұрын
5 crore nohai 15 corer khros krise...sumi borar kapur jur 18 lakh biya t pindha
@ujjalkakati2631
@ujjalkakati2631 2 ай бұрын
Wel said.
@dasdas449
@dasdas449 2 ай бұрын
Hahaha olp besi korsil na. Cover songs keita man kori aru video keita man kori ki high level. Ata bole sopun asil biya pota aibar jail t goi dithok hobo jen paisu.
@baruah2490
@baruah2490 2 ай бұрын
Atea police a kio dhoribo pra ny dhrebo lge jl d
@kabyasreesarma2334
@kabyasreesarma2334 2 ай бұрын
Tar pist e foreign trip,, Plane Vara kori jbo pora manuh
@sawpna.hazarika8849
@sawpna.hazarika8849 2 ай бұрын
চুমি নিতা আম্বানী হবলৈ গৈ আছিল ।দেহি ঔ
@jyotideka9318
@jyotideka9318 2 ай бұрын
😂🤣
@prayashpatgiri7254
@prayashpatgiri7254 2 ай бұрын
😂😂😂
@rupamjyoti8412
@rupamjyoti8412 2 ай бұрын
😂
@Lencecard
@Lencecard 2 ай бұрын
15000 monthly 😂
@RijuGoswami
@RijuGoswami Ай бұрын
Nita Ambani r vori dhuwa panir jagya nahoi sumi
@Bhargabdeka-y5i
@Bhargabdeka-y5i 2 ай бұрын
কস্ট ৰ পইচা ৰে কোনেও কোটি কোটি টকা খৰচ কৰি বিয়াৰ নামত খৰচ নকৰে ২ নম্বৰী টকা উপাৰ্জন😂😂😂
@user-deep-brh
@user-deep-brh Ай бұрын
Right
@user-deep-brh
@user-deep-brh Ай бұрын
Kosto korai he jane
@sarbanandagogoi6549
@sarbanandagogoi6549 2 ай бұрын
চুমী বৰা নামৰ তথাকতিত ধূৰন্দ অভিনেত্ৰী গৰাকী কথা ছোৱা লোকৰ পইছাৰে উদয়পূৰত বিয়া পাতি নিজকে উপভূগ কৰিলে হেনু।এনে বিলাক তথাকথিত ধুৰন্দ অভিনেত্ৰী অসমীয়া জাতি কলংঙ্গ।এই জনী কত আত্মগোপন কৰি আছে পুলিছ প্ৰসাষনে বিছাৰি আনি উচিত তদন্ত কৰি উপযুক্ট শাষ্ঠী পোৱাতো কামনা কৰো।
@nirugohain3692
@nirugohain3692 2 ай бұрын
চুমী বৰা দৰে আৰু বদমাছ ওলাব অভিনেতা অভিনেত্ৰী
@Runjunborah-un5zk
@Runjunborah-un5zk 2 ай бұрын
Right
@rupamkalita696
@rupamkalita696 Ай бұрын
তাই কিহৰ অভিনেত্ৰী।কিমান খন চিনেমা আছে তাইৰ।
@meditation6378
@meditation6378 Ай бұрын
থিক কৈছে অসমীয়া চবি জগতত বহুত ৰে….দী আছে
@basisthaacharya6590
@basisthaacharya6590 2 ай бұрын
যিয়েই নহ‌ওক, চুমিৰ বিয়াৰ উৰহী গছৰ ওৰ ওলাল। 😂😂😂
@kukiskitchenvlogs5994
@kukiskitchenvlogs5994 2 ай бұрын
O Assam t jega ye nai bia patibo 😂
@Dhrubatalukdar12
@Dhrubatalukdar12 2 ай бұрын
😂😂😂😂😂😂
@tradingwithindicators302
@tradingwithindicators302 2 ай бұрын
Pffff... Thike koisa 🤣🤣
@Runjunborah-un5zk
@Runjunborah-un5zk 2 ай бұрын
Um
@jayantadeka9623
@jayantadeka9623 2 ай бұрын
@@kukiskitchenvlogs5994ase jaga tai bisora nai iyat patibo i😅
@pranpratimbordoloi397
@pranpratimbordoloi397 2 ай бұрын
There is No short cut success-----সফল হ’ব খোজা সকলে দীঘলীয়া সময় কঠোৰ পৰিশ্ৰম কৰিবই লাগিব ৷ কিন্ত সেয়া জানিও যিসকলে নানান অসৎ উপায়েৰে ৰাতিটোৰ ভিতৰতে ধনী হ’ব খোজে, এয়া তেওঁনোকৰ শেষ পৰিণতিৰ উদাহৰণ ৷ প্ৰশাসনক বিনম্ৰতাৰে অনুৰোধ কৰো - যি সকল লোকৰ সৎ পৰিশ্ৰমৰ টকা এই লোকজনে লৈছিল সেই সকলক টকা ঘুৰাই দিয়াৰ ব্যৱস্থা কৰা হয় যেন৷
@parthapratimdas5047
@parthapratimdas5047 2 ай бұрын
বেলেগৰ টকাৰে । বিলাসী জীৱন কটাইছিল বাপেক এজন দোকানী ।গেলামালৰ তাতে তাইৰ বিয়া উদয়পুৰথ বদমাচ ছোৱালী বলি জনা নাছিলোঁ ।কথাৰ বাহাদুৰী কিন্তু বহুত
@kamalasonbaruah9059
@kamalasonbaruah9059 Ай бұрын
দোকানী বা গেলামাল শব্দটো ব্যৱহাৰ কৰাটো ভাল নহ'ল নেকি,কাৰণ বহু গেলামালৰ দোকানীয়ে নৈতিকতা পচন্দ কৰে আৰু বহু গেলামালৰ দোকানীয়ে কোটি টকা উপাৰ্জন কৰিছে সৎ কৰ্মৰে। এজনী অসৎ ছোৱালীৰ কাৰণে গেলামালৰ দোকানীক উপলুঙা নকৰিব । আচলতে গেলামাল নহয়, গোলামালহে । অভিধান চাই ল'ব । You cannot insult and devalue any designation
@pradipdas-y4d
@pradipdas-y4d 2 ай бұрын
এই বোৰ মানুহৰ গোটেই জীৱন জেলত ৰখা দৰকাৰ
@pranabkrray1767
@pranabkrray1767 2 ай бұрын
এইক কঠোৰৰ পৰা কঠোৰতম punishment দিয়ক ।মই তাইক কথাটে গম পাইছিলো ।
@Raghugogoi7
@Raghugogoi7 2 ай бұрын
এনেকুৱা news চাই মই বহুত ভাল পাওঁ ❣️
@himakshidas8389
@himakshidas8389 Ай бұрын
😂😂
@mrhgaming590
@mrhgaming590 2 ай бұрын
সপোনক বাস্তৱ ৰূপ দিবলৈ সংগ্ৰাম অব্যাহত ৰখা বিশাল -চুমীক ধন্যবাদ জনাইছোঁ ।
@Runjunborah-un5zk
@Runjunborah-un5zk 2 ай бұрын
😆
@devdas8542
@devdas8542 2 ай бұрын
মই যেতিয়াৰ পৰা এই চুমী বোলা জনীক দেখিছোঁ তেতিয়াৰ পৰা এই জনীৰ মুখ খন দেখিলে খং উঠে... দেখিলে গম পাই এজনী মহা ধুৰন্ধৰ 2 নম্বৰী বুলি... তাইৰ মুখৰ হাঁহি টো দেখিলেই মিয়াৰ দাৰি কেইডাল আৰু লুঙী খনলৈ মনত পৰে মোৰ.... বেলেগৰ কষ্টৰ টকাৰে নিজৰ সপোনৰ হেঁপাহৰ বিয়া পাতিছে.. কি লেবেল.. এতিয়া কত পলাই কিমান দিন থাকিবি...
@cyrus31445
@cyrus31445 Ай бұрын
Sali bonory👋🤛
@dikhitagoswami4326
@dikhitagoswami4326 2 ай бұрын
Akdom thik video bonaise.❤. Aibur manuh bodmas sob... Thank you for revealing all the stuff about them.. Arrest sumi bora
@______________Ss23
@______________Ss23 2 ай бұрын
চেৰে‌ং কৈ লাগিছে বুকুতে জুই 😂
@kanchantamuli7108
@kanchantamuli7108 2 ай бұрын
😆😆😆😆😆
@AffectionateFishWaffle-qn7hp
@AffectionateFishWaffle-qn7hp 2 ай бұрын
😂😂😂bor bea koi jui lagil 🤣🤣
@dhirajpatgiri7747
@dhirajpatgiri7747 2 ай бұрын
Sereng koi lagile kotite jui, sumi baideui porile panite xui😁 Kandi Kandi numal kotir jui🔥🔥. BTW ru bohut ase frod treading kori thoge muk o thogil 22 k
@______________Ss23
@______________Ss23 2 ай бұрын
@@dhirajpatgiri7747 mur kla 5k gol
@LuckyBorah-zd7td
@LuckyBorah-zd7td Ай бұрын
😂🎉
@dipankarnath9864
@dipankarnath9864 Ай бұрын
সকলো মুৰ্খ যিমানে এইবাৰ বিশ্বাস কৰে আৰু আচল কথা হল সকলোকে কম সময়ৰ ভিতৰত ধনী হব লাগে বিশাল সম্পত্তি গঢ়িব লাগে ।
@BiswajitGogoi-eh6hh
@BiswajitGogoi-eh6hh 2 ай бұрын
আপোনাৰ লৰাই প্ৰমোচন কৰিছিল ইয়াৰ ওপৰত কিবা এটা কওঁক । সঁচাকৈ আমি কেঁকুৰা জাতি ।
@jimidas7050
@jimidas7050 2 ай бұрын
Ekdm... Aboyob bhuyaaiii bor bor kotha koisil tair foliya hoi... Manuhokei hahisil ulta koi products tot..atiya eko koa ni j tew
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
@@BiswajitGogoi-eh6hh bapek dalaal putek u dalaal ye hobo. Jolokia gosot apple nalage nohoi. Dalaalor jaat. Modaahir jaat ei pokormora bhuyan tu.
@kanchantamuli7108
@kanchantamuli7108 2 ай бұрын
😆😆😁😁😆😆
@debanandagogoi3586
@debanandagogoi3586 2 ай бұрын
😂😂😂
@jatindeka6784
@jatindeka6784 2 ай бұрын
Jail ত honeymoon হ্ব এতিয়া আইদেউ । মানুহে আঠুৱা চাই ঠেং মেলিব লাগে ।
@minibordoloi8714
@minibordoloi8714 2 ай бұрын
যি সকলে কষ্ট কৰি টকা উপার্জন কৰে সেই সকলে ইমান কুটি টকা খৰচ কৰি বাহিৰত বিয়াৰ বাবে খৰচ কৰিব নোৱাৰে কেতিয়াও। তেওঁৰ উপাৰ্জন কু, কিমান, এই সকলো চাব লাগিব
@washifahmed7227
@washifahmed7227 2 ай бұрын
Sumi a sudon khaise so 5 cr paise... Ura jahaj t dogy style t sudon khaise ❤
@CLAYZZIE-DK
@CLAYZZIE-DK 2 ай бұрын
😂
@moviesentertainment4936
@moviesentertainment4936 2 ай бұрын
😂😂
@lukendebnath4940
@lukendebnath4940 2 ай бұрын
69 purona hol sagoi tair karone
@CLAYZZIE-DK
@CLAYZZIE-DK 2 ай бұрын
@@lukendebnath4940 bhai kekhonman viral mms send kor na please🙏 bari uthi gel set
@nabagohain6242
@nabagohain6242 2 ай бұрын
Ki kua
@jitulkalita4455
@jitulkalita4455 2 ай бұрын
চুমি বৰাৰ বিয়া খনত যিমান enjoy আৰু হানিমোন কৰিছিল , এতিয়া পুলিছৰ হাতত পৰি আনন্দ উল্লাহ চাব ভাল হব ,
@dulumonigogoi3229
@dulumonigogoi3229 2 ай бұрын
আপুনি কথা খিনি ইমান ধুনিয়াকৈ বুজাই কয় আপুনাৰ ভিডিঅ'বোৰ চাই বহুত ভাল লাগে
@Chaitanuddin
@Chaitanuddin 2 ай бұрын
Sumi k arrest kri 3rd degree action kribo lage.. Dekhat a faltu nisina dekhi...
@7gc970
@7gc970 2 ай бұрын
এই কলংকৰ গৰাকী এতিয়া শাস্ত্ৰীৰ কি হব । চুমী বৰাক আৰক্ষীৰে ধৰি ভালকৈ শাস্ত্ৰীৰ দি দিলে সকলো উলাই পৰিব ।
@rahmanmajor9086
@rahmanmajor9086 2 ай бұрын
Mini Aadani of Assam😊😊
@shyamontohazarika09
@shyamontohazarika09 2 ай бұрын
Etia.. Fairy tail jail days enjoy kora❤
@ধেৎতেৰি07
@ধেৎতেৰি07 2 ай бұрын
বিশালক মাৰি মাৰি বিয়া পাতি ললে ৷ বেচেৰা গিৰিয়েক ভায়েক বুলিয়েই ভাবে ছাগে ৷
@__-pf7ry
@__-pf7ry 2 ай бұрын
😂😂😂
@manojvlog719
@manojvlog719 2 ай бұрын
😂😂😂
@subhajitgogoi9555
@subhajitgogoi9555 2 ай бұрын
Ki marile hoii😂buji diok sn
@__-pf7ry
@__-pf7ry 2 ай бұрын
@@ধেৎতেৰি07 koni supila
@Motivate_t9453
@Motivate_t9453 2 ай бұрын
😂😂😂
@realextreamgamer412
@realextreamgamer412 2 ай бұрын
নাইপিয়াটো 😂😂😂😂
@ronjitborah1997
@ronjitborah1997 2 ай бұрын
Sosa dei.bhal milaise😊
@digantadutta3324
@digantadutta3324 2 ай бұрын
5 কোটি খৰচ কৰা ভাইটি টোৱে বা sumi বায়েক ৰ পৰা কি কি পালে
@MrinalDas-o4g
@MrinalDas-o4g 2 ай бұрын
2 Kamala aru akhan nimki
@DBtopper12
@DBtopper12 2 ай бұрын
😂​@@MrinalDas-o4g
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
@@digantadutta3324 brahmo s%%on.
@samssolovlogs3337
@samssolovlogs3337 2 ай бұрын
@@MrinalDas-o4gmoi ji bijusu seituwe neki baru 😂
@BigantaPatar
@BigantaPatar Ай бұрын
😂😂😂😂😂
@yoursuperstar9531
@yoursuperstar9531 2 ай бұрын
Swapnanil is innocent. Teu aejon legendary trader. Hoy sebi registered nhuake hikua tu vul hbo pare but his work needs class skills, jitu apunar lora ae u nuare. Jdi time hoy apunar lorar Swapnanil r lgt kra video tu sabo.
@Sgohain15
@Sgohain15 2 ай бұрын
Lukok thogi kaidin mn h hukh t khabo pari...kosto kri hukhe dukh e ag barhi juatue jibon...besi luv krile enekuai hbo
@Akash-w3v
@Akash-w3v 2 ай бұрын
বিশালে পেলপেলিয়া উঠালে চুমিক 😂
@BigantaPatar
@BigantaPatar Ай бұрын
😂😂😂😂😂
@Yeasane_saikia
@Yeasane_saikia Ай бұрын
Moral of the story :- online sur asl... Lukor tokaiye biya potaaa... 😂😂😂😂
@Mafia1702-o5j
@Mafia1702-o5j 2 ай бұрын
Atia Jail t enjoy kari thak😂😂😂 sumi borah tair musan sa na raijar taka khai😂😂😂😂
@lakshyamorang8470
@lakshyamorang8470 2 ай бұрын
এই জনীক দেখিবলৈ মন নাজায়, বহুত উপৰত কথা কয়, মূখ খন দেখিবলৈ বেদেঙা মূখীয়া কেলা। ঐ কেলা ভায়েকৰ কি কি দিলা ?
@JINTUBORA-g3s
@JINTUBORA-g3s 2 ай бұрын
1.অসমত 2024 বৰ্ষত মহিলা ডকাইড গৰাকী কোনো আছিল ? Ans- চুমী বৰা😂
@tutumoniboruah950
@tutumoniboruah950 2 ай бұрын
😂
@ankitaborah5949
@ankitaborah5949 2 ай бұрын
😂
@Momi1612
@Momi1612 2 ай бұрын
Life to happy thakibo taku jailot😅😅😅 all the best sumi , next generationok kobo apuni ejoni dokait
@satyajitkumargogoi358
@satyajitkumargogoi358 2 ай бұрын
বিশাল আৰু চুমীয়ে বহু দামী-দামী ব্যক্তিক মূৰ্খ সজালে। সেই সকল মূৰ্খ ব্যক্তিয়ে সাধাৰণ জনতাক মূৰ্খ ,backward,uncivilised,অশিক্ষিত বুলি ব্যৱহাৰ কৰে।
@GuljarEXO
@GuljarEXO 2 ай бұрын
One of the best format of news ❤❤❤❤❤
@junkonwer4983
@junkonwer4983 2 ай бұрын
এই জনীক দেখিবলৈ মন নাযায়
@Happygirl94-v6y
@Happygirl94-v6y 2 ай бұрын
Aguwai jauk tai bea napao kintu kothai poti hei j manuhok insult mari thake heitu bhal napao tair. Bht besi onhongkare manuhok potonor phale loi jai..
@MainuGogoi-h6b
@MainuGogoi-h6b 2 ай бұрын
Bodmas sumi Bora
@banashreegogoi
@banashreegogoi 2 ай бұрын
😂
@Dharmakai
@Dharmakai 2 ай бұрын
BODMAS??? 😮 NILOIZZO RAAND HOI TAI
@vimaldeep8055
@vimaldeep8055 Ай бұрын
আনৰ ধনেৰে বৰভোজ খোৱা সকলক চিনি থোৱা প্ৰয়োজন আছে। ইহতে ধন আছে যেতিয়া আৰামত বেল পাব আৰু কেছ লাফা দাফা হৈ যাব। যি সকল বুৰ্বকে ধন দি এইসকলৰ পেত পুৰালে সিহতক এৰি দিব নালাগে। সিহতে যাতে সমাজত ঘুৰি ফুৰিব নোৱাৰে তাৰে ব্যৱস্থা ভুক্তভোগী সকলে লোৱা উচিত।
@Iamgamer-fh6bl
@Iamgamer-fh6bl 2 ай бұрын
সিহত টকা পইচা থকা একো একোটা দানৱ কেইদিনমান জেলত থাকি ওলাই আহিবগে ‌‌। আইন অনুসৰি সিহতে শাস্থি নাপাই এইটো জানো।😡😡
@priyomkarmakr6378
@priyomkarmakr6378 Ай бұрын
Bah kia bat hai,,,,,moja interview
@youngduwarah5137
@youngduwarah5137 2 ай бұрын
Good news i like. It❤❤❤❤
@jugalkumardas9781
@jugalkumardas9781 2 ай бұрын
এতিয়া জেলত এঞ্জয় কৰিলে হল।
@rafalemosey7021
@rafalemosey7021 2 ай бұрын
Every Glitter is not gold...the background of such even is always dark and hollow...😶😶
@rahulgaming1909
@rahulgaming1909 Ай бұрын
আছলতে বিয়াৰ খবৰটো গম পাই মোৰ মনত সন্দেহ জাগিছিল। এই জনমত এনেকোৱা কোনো নাই ইমান সহজভাবে টকা উপাৰ্জন কৰিব পৰা। বেলেগক ঠগিয়াই এনেকে সকলোৱে পাৰিব। এই দূনিয়াখনত বহুত ডাঙৰ ভাঙৰ বিভাগৰ বিষয়া থাকিও এনেকৈ লা বিলাহ কৰিব পৰা নাই আৰু এটা সাধাৰণ কৰিওগ্ৰাফাৰ হৈই ইমানখিনি কৰোতে সকলোৰে সন্দেহ জাগিছিল
@Wednesdaytravelling
@Wednesdaytravelling 2 ай бұрын
Early success is a scam 😢😢😢😢
@LeelaDutta-c9y
@LeelaDutta-c9y 2 ай бұрын
এইক ৰাইজৰ মাজত উলিয়াই দিয়ক। ৰাইজৰ পিঠাৰে বিহু মৰা।
@fashionglowsbypriyanka9625
@fashionglowsbypriyanka9625 2 ай бұрын
Taik dibrugarh university dinor pora dekhisu bahut chalak suali
@HotThupka
@HotThupka 2 ай бұрын
Podcast't পুত্ৰ আৰু সুমীয়ে কষ্টৰে উপাৰ্জিত ধনেৰে ইমান অতিৰিক্ত বিবাহ কৰিব নোৱাৰা মানুহৰ ওপৰত হাঁহিছে।
@ahiyaalam2949
@ahiyaalam2949 2 ай бұрын
Apunar lorai promotion korisl ..tar karne ki kobo
@Hellboy2049
@Hellboy2049 2 ай бұрын
Bator esari di kubabo
@beingmaitrayee7122
@beingmaitrayee7122 2 ай бұрын
Heikarone aji ahise clearify koribole. Ekhetu kom nhoi, journalist hoi emn property kot paise . Kunu kom nohoi sob maal magur
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
@@ahiyaalam2949 bapek dalaal putek u dalaal.
@SagarikaSagarikaDeka-tl5fb
@SagarikaSagarikaDeka-tl5fb 2 ай бұрын
Tai je ata frot tumi janisila ne so beleg a keneke janibo
@baki2905
@baki2905 2 ай бұрын
🤣🤣
@neone4759
@neone4759 2 ай бұрын
Enjoying with others Money becoming a trend in new Gen Assamese.
@mukeshambani183
@mukeshambani183 2 ай бұрын
Aboyob NEPOTISM bhuyan is very clever boy….he has 2faces….he himself invited sumi in podcast..now changed party according to situation
@learningtube9592
@learningtube9592 2 ай бұрын
Monor kotha kola bro
@jubedas6171
@jubedas6171 2 ай бұрын
why will he even be biased to her? it’s pretty obvious
@mukeshambani183
@mukeshambani183 2 ай бұрын
@@jubedas6171 you are a girl…and you are OBVIOUS to get jealous over SUMI bora…..keep it up …touch your oboyob bhuyan sir’s feet and get some blessings dear jube das madam
@mukeshambani183
@mukeshambani183 2 ай бұрын
@@jubedas6171 your jealousy level for sumi bora is above 1000• celsius…….keep it up …touch your guru aboyob’s feet and take his blessings
@jubedas6171
@jubedas6171 2 ай бұрын
@@mukeshambani183 bro the fuck💀 mentality are you all cooked with? i mean bruh generally why would someone even think for others when the work they’re are doing gets them money despite of whatever the fuck? bro imagine a journalist care abt others sensibilities and stop doing their job?would make no point. this channel has forever updated whatever has been going on in assam or ghy , never been biased towards anybody’s case. just because it’s this “woman’s” case, how does it make it any difference? and fuck jealousy? lol i’on even care , this woman is the same woman who got trolled years back for saying stuffs without using her sense. and had to apologise right? yeah that’s how i got to know this woman even existed. via trolls. lol. and what’s up with you , her supporter or family member? aww you’re so sensible, looks like it hurt you. 💀💀💀👍🏻
@bikibora128
@bikibora128 2 ай бұрын
Val lagile News to pai
@bhaskarjyotideka3821
@bhaskarjyotideka3821 2 ай бұрын
আমি ভাবি আছিলো . ... দিনটো ককাল ঘূৰাই 500 টকা পোৱা আপি এটাই কেনকে ইমান ডাঙৰ বিয়া পাতিল. . . . . .
@ridipjyotiborah9651
@ridipjyotiborah9651 2 ай бұрын
Well justification for you son Mr no1 Bhunya….
@careergurudevajitbhuyan2024
@careergurudevajitbhuyan2024 2 ай бұрын
At least Assam is competing with Bengal in financial fraud.👍🏻👍🏻👍🏻
@alimuddinahmed1335
@alimuddinahmed1335 Ай бұрын
এখেতে আকৌ এয়া কংগ্ৰেছৰে ষড়যন্ত্ৰ বুলি বাতৰি প্ৰচাৰ কৰিব!
@lakugoswami3799
@lakugoswami3799 2 ай бұрын
লাজ লগা নাই, এইবোৰ ক'বলৈ?আইজনী, তুমি কিমানৰ ভাবি খোজ দিব। পৃথিৱীখন কেৱল তোমালোক দুজনৰে নহয়। সকলো কথাই সমাজত প্ৰভাৱ পেলায়।
@drose3551
@drose3551 Ай бұрын
Baki kotha baad Guneswaror familye kintu Sumir karonei tamam views loi ase.. paisa hi paisa
@prarthanadutta5263
@prarthanadutta5263 2 ай бұрын
এতিয়া satisfaction লৈ থাক
@bijumonihazarikagogoi327
@bijumonihazarikagogoi327 Ай бұрын
Apunr dogi tu emn cute..... Love from Lakhimpur... ❤❤❤apuni bht moram kore na ... Emn moram loga 😘😘
@rumiborah531
@rumiborah531 2 ай бұрын
God sees the truth but wait.anar kastar takare bilasi jiban katuwa manuhar ane dasha haboi.
@sanjibkumarnayak9686
@sanjibkumarnayak9686 Ай бұрын
মানুহবোৰ হেঁপাহ,সপোন,desire মানে লালসা ৰ বাবে এক অনৈতিক কামত লিপ্ত হৈছে।এওঁৰ অপৰাধ যদি আছে,এই সম্পৰ্কে আইন এ নিজৰ পথ লব।
@2024NWMOVIS
@2024NWMOVIS 2 ай бұрын
JATIN bora dangor investor jen lage
@jintuborah7021
@jintuborah7021 2 ай бұрын
লাগি থাকা বিশাল
@deep82307
@deep82307 2 ай бұрын
udaipur destination wedding......enjoymnt itsa asile jen elon mask vnti adanir khurar swali ktha sa tair.....thogbaji vndami aisb r
@dr.rajivsarma3592
@dr.rajivsarma3592 Ай бұрын
good presentation ❤
@kangkanboro707
@kangkanboro707 2 ай бұрын
Sumi bora Baideu apuni koisile nihoi nijor kostore biya khon patiso laj nakaru buli . Atiya amar axom police a bisari ase apunak gamosa pidhaboloi . Aapuni jote ase khonkale ahok laj koribo nalage 🤭
@sumihaloi4335
@sumihaloi4335 Ай бұрын
Very good sir
@surabhiboro7490
@surabhiboro7490 2 ай бұрын
বেলেগৰ পিঠাৰে বিয়া পাতিলি
@jayantadeka9623
@jayantadeka9623 2 ай бұрын
Nijor pitha khuwai Biya patile😂
@sureshboro1166
@sureshboro1166 Ай бұрын
Eyyye mojja
@subhashchoudhury8470
@subhashchoudhury8470 2 ай бұрын
চুমি এতিয়া কত পলাল ? তাইৰ লেবেল । এতিয়া গম পাবি পুলিচৰ লাঠিৰ যোৰ ।
@jinturajtalukdar
@jinturajtalukdar Ай бұрын
মন যায় চিনেমাৰ জুবিনদাৰ এটা dialogue আছে "Behind every great fortune, there is a crime"
@rumideka7691
@rumideka7691 2 ай бұрын
লাজ বোলা বস্তুটো আছে নে নাই জানো 😫😫
@mychoice4687
@mychoice4687 Ай бұрын
Yeeeee heeee heeeei .mojja palu..
@Man_4m_North-East
@Man_4m_North-East 2 ай бұрын
আপোনাৰ লৰাই যে মাতি আনি পডকাষ্ট কৰিছিল সেইটোত কি কব?
@djhkbhai3344
@djhkbhai3344 2 ай бұрын
Aji he olaise Dami Dami mobile dami dami gari 😂😂😂 Public k Lukai rakhele ki hobo vogoban ase ❤
@nisantarider
@nisantarider 2 ай бұрын
Swapnil das is a great trader and genuine trader..moi nije swapnil dasr student hoii...kunba fosaise sirok
@daxt__music6303
@daxt__music6303 2 ай бұрын
Hoi ra
@mainaborah6592
@mainaborah6592 2 ай бұрын
Mne krla toiu aso lgt no
@Dipank97
@Dipank97 2 ай бұрын
Trader nohoi ❌ Course seller ✅
@mastersahil251
@mastersahil251 2 ай бұрын
😂😂😂😂
@Swabhimaniasomiya
@Swabhimaniasomiya 2 ай бұрын
Show off to attract people
@BeingEarthling
@BeingEarthling Ай бұрын
In Assam, Himanta'r Ashirbad nethakile...Iman uribo nuware Sumi Bhaskare... Sob basi jabo.... ultimately Assam Police is under Himanta... Eibilak news di labh nai..... Labh hobo jetiya sorkar Nika hobo..... Honest hobo..... and it won't happen unless Himanta and his breed of corrupt politicians are politically annihilated.
@priyankalalung1232
@priyankalalung1232 2 ай бұрын
Sereng koi lgile bukute juiii..sumi bora atiya hbo ki goti.....😂😂😂😂😂
@w1572w
@w1572w 2 ай бұрын
This type of jounalism with celibraties suits you.
@learnwithmahtab6949
@learnwithmahtab6949 2 ай бұрын
Apunar lorai promotion korisl podcast t Ru Trading kori defender luwa2 dngr ktha nhi Bhirr trader mercedes S class solai
@pinkubordoloi4156
@pinkubordoloi4156 Ай бұрын
Val lagibooo diok atiyaaaa
@MukulDoloi
@MukulDoloi 2 ай бұрын
কষ্ট কৰি টকা গোটাই পালে হে গম পাব নিজা কৈ। কত কনেকে কি হয়, ৰাইজৰ টকা খালে এনেকে হবয়ে, কিমান দিন ঠগিব, বাকি assam police justice লাগে আমাৰ অসমৰ ৰইজক।।
@mixgaoliyaofficial7667
@mixgaoliyaofficial7667 Ай бұрын
দেখাতেই লাগে এই এনেকুৱা বুলি ।
@bizz_munn
@bizz_munn 2 ай бұрын
Biya tu biya a Dubai t goi Sky Diving bah bah 😂
@Akash-w3v
@Akash-w3v 2 ай бұрын
Thik dhorisa 😂
@bizz_munn
@bizz_munn 2 ай бұрын
@@Akash-w3v haha
@galahad5688
@galahad5688 2 ай бұрын
Ek no. Sur etur chehera Sai e lagise. Kun Billa e tak poisa dise😂😂😂😂
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 2,5 МЛН
Каха и лужа  #непосредственнокаха
00:15
ЛУЧШИЙ ФОКУС + секрет! #shorts
00:12
Роман Magic
Рет қаралды 20 МЛН
The Most Mysterious Mountain in The World | Mount Kailash | Harry Sahota
17:09
Sadhguru makes a foreign anchor speechless | Best reply
11:00
Varun Sharma
Рет қаралды 3,1 МЛН
The Most Awkward Bollywood Interviews Ever - Top 12 Moments (Part-1)
12:13
WORST Cars for Middle Class in India . DONT DESTROY WEALTH !!
9:35
Mycarhelpline. com
Рет қаралды 580 М.
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 2,5 МЛН