Akhil Gogoi on Sivasagar Protest | উত্তাল শিৱসাগৰৰ পৰিস্থিতি সন্দৰ্ভত অখিল গগৈৰ মন্তব্য। N18V

  Рет қаралды 193,423

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 345
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
অখিল গগৈ জিন্দাবাদ । সকলো অসমীয়াই এতিয়াৰে পৰা বিদেশী বহিৰাগতৰ দোকান এতিয়াৰে পৰা বৰ্জন কৰি কোনো কাৰণতে অসমীয়াই বিদেশী বহিৰাগতৰ দোকানত সামগ্ৰী কিনা বন্ধ কৰি অসমীয়া স্বাভিমানৰ পৰিচয় দিয়ক অসমক বিদেশী বহিৰাগতৰ আগ্ৰাসন দাদাগিৰিৰ পৰা মুক্ত হওক ।জয় আই অসম ।
@pitebora
@pitebora 3 ай бұрын
🎉🎉🎉🎉🎉u🎉🎉🎉
@gouravburagohain597
@gouravburagohain597 3 ай бұрын
মাননীয় শিৱসাগৰ বিধায়ক মহোদয় সুন্দৰ বক্তব্য ৷
@PujaBharali-r7l
@PujaBharali-r7l 3 ай бұрын
অখিল দা সুন্দৰ মন্ত্যব
@tbordoloi
@tbordoloi 3 ай бұрын
শিৱসাগৰ বাসীয়ে যি কৰিছে ৷বহুত ভাল কৰিছে ৷ মই ভাবো আমাৰ অধীকাৰ আমাক লাগে৷ আৰু আমাৰ নিৰাপওা লাগে নহলে অসমত থাকি অসমীয়া শেষ হৈ যাব৷ জয় আই অসম
@progyangamerchetia6206
@progyangamerchetia6206 3 ай бұрын
😊😊😮 0:33
@progyangamerchetia6206
@progyangamerchetia6206 3 ай бұрын
😊
@progyangamerchetia6206
@progyangamerchetia6206 3 ай бұрын
😂😊😂😅❤😊❤😊😊❤
@KuldeepBhatta-cf2rj
@KuldeepBhatta-cf2rj 3 ай бұрын
kintu amar .. mALA kot gol
@carshorts7621
@carshorts7621 3 ай бұрын
​@@KuldeepBhatta-cf2rjকোন সমষ্টিৰ হয় আপুনি।
@Hazarikamusical
@Hazarikamusical 3 ай бұрын
ভাগ কিয় কৰিছা গোতেই অসমতে হব লাগে,, সকলোতে একেই অৱস্থা
@AnkanPuru
@AnkanPuru 3 ай бұрын
Probin you are right
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 ай бұрын
মুঠতে অসমত অসমীয়াই ভূমি অধিকাৰ পাব ই লাগিব,লাগিলে পাহাৰতেই থাকক ভৈয়ামতেই থাকক।
@freeworldshop1840
@freeworldshop1840 3 ай бұрын
সমগ্ৰ অসমতে হ'বলাগিব।
@thepoliticalawareness1021
@thepoliticalawareness1021 3 ай бұрын
*মাৰোৱাৰী সম্প্ৰদায়ৰ Senior Citizen আৰু মহিলা সকলক আঁঠু কাঢ়িব দিয়াটো অত্যন্ত বেয়া কথা হল। এয়া অসমীয়া সমাজৰ সংকৃষ্টি নহয়। এটা বেয়া কামৰ প্ৰতিবাদ কৰিব গৈ নিজকে গুণ্ডা বুলি প্ৰতিপন্ন কৰিলে নেকি কেইটামান সংগঠনে??*
@carshorts7621
@carshorts7621 3 ай бұрын
​​@@thepoliticalawareness1021তোৰ যদি বেয়া লাগিছে তেনেহলে তই গৈ মাৰোৱাৰীৰ ঘৰত থু চেলেকি থাকগৈ।জিমি দাসক যি আক্ৰমণ কৰিছিল তাৰ বিচাৰ হ'ব লাগিবই।
@Dstdoley
@Dstdoley 3 ай бұрын
All অসমত সোনকালে সকলো আইন এক কৰিব লাগে জয় আই অসম জয় বীৰ লাচিত❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@RitagogoiHazarika
@RitagogoiHazarika 3 ай бұрын
ভাগ ভাগ কৰা কৈ গোটেই অসমতে আইন খন হ'ব লাগে
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
চৰকাৰে কৰিব জানো ?
@Jotinanju
@Jotinanju 3 ай бұрын
Akdom xosa kotha koise
@TMN-y2h
@TMN-y2h 3 ай бұрын
ক্ষমা কৰক কিন্তু ক্ষমাৰ বিনিময়ত টকা নলব ।
@sribanjitdasbanjit9950
@sribanjitdasbanjit9950 3 ай бұрын
Kunu xoma nokoribo, bohut hol xoma, atiya axom jagibor hol
@RaktimDehingia-cb1if
@RaktimDehingia-cb1if 3 ай бұрын
​@@sribanjitdasbanjit9950khedibo lage miya burok axmr pora
@pmn20071
@pmn20071 3 ай бұрын
নগাঁৱৰ কথা কিয় নকলে ? মিয়াই মাটি কিনাত মানে বাধা নাই?
@rajivgogoi2132
@rajivgogoi2132 3 ай бұрын
Nagaon manuh akata nai, Jar karane aku kariba nurae
@Highlightsmusic123
@Highlightsmusic123 3 ай бұрын
Nagaon t miya sprey surr utpat moi nagaon manuh
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
মাত মাতক ৷ ওলাই আহক ৷​@@Highlightsmusic123
@Dhantiji
@Dhantiji 3 ай бұрын
অখিলে যে কবলগীয়াৰ প্ৰয়োজনবোধ কৰিছে, নগাঁৱৰ মানুহবোৰ নপুংসক নে বিকলাংগ ?
@Bijayborah01234
@Bijayborah01234 3 ай бұрын
ওলাই আহক আপোনালোক নগাওঁ বাসী, ঘৰত সোমাই কৈ থাকিলে হব নিকি
@rajibpegu5313
@rajibpegu5313 3 ай бұрын
আমাৰ লক্ষীমপুৰ, ধেমাজি, চিলাপথাৰ, আৰু জোনাই বহিৰাগত সম্প্ৰদায়ৰ আৰু বাংলাদেশী মুছলমান দিনক দিনে বৃদ্ধি পাইছে
@newsongvideo2735
@newsongvideo2735 3 ай бұрын
দা বাংলাদেশী সকলৰ কাৰনে কিবা এটা নকলে
@MrDipankarGogoi0007
@MrDipankarGogoi0007 3 ай бұрын
আপুনি শিৱসাগৰ বিধায়ক, আপুনি আগত এই ঘটনাকলৈ মাত মাতি লাগে নে সংগঠনে প্ৰতিবাদ কৰি ন্যায় দিব লাগে, বগা টুপী পিন্ধা সকলৰ বাবে ..... ককাইদেউ ক'বয়ে নালাগে। বীৰ লাচিত সেনা জিন্দাবাদ , জয় আই অসম
@gamthenortheastdude3967
@gamthenortheastdude3967 3 ай бұрын
Akhiluddin gogoi komvokorno tuponir pora hoi uthise ..
@Dhantiji
@Dhantiji 3 ай бұрын
এজন বিধায়ক কেৱলমাত্ৰ জনপ্ৰতিনিধি হে , তেখেত চৰকাৰ নহয় ৷ অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ বিধানসভা সমষ্টিৰ জনতাক বিধানসভাত প্ৰতিনিধিত্ব হে কৰিছে ৷ বিধানসভাৰ মজিয়াত শিৱসাগৰবাসীৰ অভাৱ অভিযোগ সমূহ উত্থাপন কৰাহে তেখেতৰ পাৱাৰৰ ভিতৰত পৰে ৷ আইন সংক্ৰান্তীয় সিদ্ধান্ত চৰকাৰে লব পাৰে ৷ আৰু বৰ্তমান চৰকাৰ বিজেপিৰ হে, ৰাইজৰ দলৰ নহয়।
@sd-ru3fg
@sd-ru3fg 3 ай бұрын
Akhil miar dalal
@ArupChutia-w8x
@ArupChutia-w8x 3 ай бұрын
আমাৰ লখিমপুৰ , ধেমাজি কথা নকলে যে?
@gaurabdas6446
@gaurabdas6446 3 ай бұрын
অকল গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনচুকীয়াত থকা অসমীয়া উচ্চ মানৰ অসমীয়া। বাকী গোটেই অসমৰ মানুহ নিন্ম মানৰ। কেইজনমানে আকৌ তৰ্ক কৰিব ধৰিছিল যে অসমৰ সংস্কৃতি হেনো অকল এইকেইটমান জিলাৰ লোকেই ধৰি ৰাখিছে। বাকী থকা অসমৰ সংস্কৃতি হল corrupted সংস্কৃতি। তেওঁ চাৰ্টিফিকেট দি আছিল "কোন আচল অসমীয়া, কোন নকল অসমীয়া" যিকোনো ধৰণৰ অহঁকাৰ পতনৰ মূল কাৰণ হৈ থিয় হয়।
@Shivanathdoley-pm9tk
@Shivanathdoley-pm9tk 3 ай бұрын
অ কব লাগিছিল৷
@putulnath1715
@putulnath1715 3 ай бұрын
মন্তব্য সুন্দৰ কিন্তু কেইখন মান জিলা কিয়, পুৰা অসমত কিয় নকয় ?
@carshorts7621
@carshorts7621 3 ай бұрын
সমগ্ৰ অসমতে হ'ব লাগে।আপোনলোকো ওলাই আহক।মিঞা নাইবা আন যিকোনো বহিৰাগতক মাতি বিক্ৰী নকৰিব।তাৰ বাবে সজাগতাৰ সৃষ্টি কৰক।
@krishnabhatta636
@krishnabhatta636 3 ай бұрын
এনেকৈ সুপৰিকল্পিত আৰু পৰিপক্ক কথা কোৱা বাবে বহুত ধন্যবাদ থাকিল।
@labokantaburagohain9245
@labokantaburagohain9245 3 ай бұрын
এই টো আইন গোতেই অসম তে হলে ভাল হব। 🕉🕉🕉🕉🕉
@iliasahmed2682
@iliasahmed2682 3 ай бұрын
শিৱসাগৰ বাসীৰ খিলঞ্জীয়া ৰাইজৰ জয় এক ঐতিহসিকভাৱে উল্লেখযোগ্য দিন, অসমীয়া ৰ স্বাধীন হোৱাৰ প্ৰথম প্ৰদেশ খেপ, জয় আই অসম🎉
@Kanhashorts494
@Kanhashorts494 3 ай бұрын
Good dada ❤. Apuni hosai bohut vl manu. Apuni hodai amr lgt thakok
@anonymous_assamese4838
@anonymous_assamese4838 3 ай бұрын
অখিল গগৈ ❤🎉
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
ঠিক কৈছে ৷ কৰ্ণাটকত চাকৰি সংৰক্ষণ কৰা আইন আনিল ৷ অসমত কিয় নহব ?
@lachitchowdhury2857
@lachitchowdhury2857 3 ай бұрын
গোটেই অসমতে এনে ধৰণৰ আইন এখন লাগে
@tumonbaruah1
@tumonbaruah1 3 ай бұрын
❤❤অখিল গগৈ জিন্দাবাদ
@MukulDas-l2m
@MukulDas-l2m 3 ай бұрын
আমাৰ লখিমপুৰ তো লাগিব এই খন আইন। ঢকুৱাখনা খন জিলা হব লাগে।
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
ওলাই আহক ৷ মাত মাতক বলিষ্ঠ ৰূপত ৷
@Bijayborah01234
@Bijayborah01234 3 ай бұрын
ঘৰৰ পৰা মন্তব্য কৰি থাকিলে নহয় দাদা,, ওলাই আহক
@carshorts7621
@carshorts7621 3 ай бұрын
সকলো ওলাই আহক।সকলো আমি যদি এক হওঁ তেতিয়াহে এই সমস্যাৰ সমাধান হ'ব ।
@pobitraboruah9266
@pobitraboruah9266 3 ай бұрын
অশিল গগৈয়ে ভাল উপস্থাপন মতামত দাঙি ধৰিছে
@M.G.615
@M.G.615 3 ай бұрын
অখিল গগৈ ডাঙৰীয়া এজন শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক,গাভৰু ছোৱালী তথা ৰাষ্ট্ৰীয় পয্যায়ৰ খেলুৱৈ গৰাকীক আক্ৰমণ কৰা বহিৰাগত দুষ্ট ভণ্ডামি লোক কেইজন যাতে ধনৰ বলত সহজে ওলাই আহিব নোৱাৰে আপুনি D.C/ S.P ৰ লগত আলোচনাত বহি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।নহলে অসমৰ খিলঞ্জীয়া সকলৰ আত্ম সন্মান নাথাকিব। দূষ্ট চক্ৰটো ওলাই আহিব নোৱাৰা ব্যৱস্থা টো আপুনি আগভাগ লওক।
@pobitraboruah9266
@pobitraboruah9266 3 ай бұрын
মাৰুৱাৰী পতি নাম উঠাই অসমীয়া পতি লিখিব লাগে
@NormolaBoruah-vq7zc
@NormolaBoruah-vq7zc 3 ай бұрын
আপোনাক বূজি নাপালো 'ঘটনাটো শেষ হোৱাৰ পিছত প্ৰৱেশ যে !নে ভোটোৰ আশাত মনে মনে আছিল আগৰকেইদিন ।
@GhanashyamGogoi
@GhanashyamGogoi 3 ай бұрын
এইজন ৰাজনৈতিক ভাৱে নিদিষ্ট দুৰত্বত অৱস্থান কৰিছে, সময়ে ইয়াৰ উত্তৰ শিৱসাগৰৰ ৰাইজে দিব। ।।
@AtulDas123
@AtulDas123 3 ай бұрын
বাকি কিখন জিলালে মানে মিয়া খিনি আহিব লাগে.হলে গোটেই অসমতে হওক......
@sadanandagogoi1880
@sadanandagogoi1880 3 ай бұрын
সমগ্ৰ অসমতে বহিৰাগত লোকক মাটি বেচা কিনা কৰাটো বন্ধ হ'ব লাগে। আৰু অতি শীঘ্ৰে অসমত আন্তঃৰাজ্যিক পাৰ পত্ৰৰ প্ৰৱৰ্তন কৰিব লাগে।
@AdityaNirmolia
@AdityaNirmolia 3 ай бұрын
Bht bht Val kotha....nhly adin bahiro manhu ahi axamot rajj koribo..
@vivekhazarika
@vivekhazarika 3 ай бұрын
Why only selective few states, all assam must have same land purchase n sell power restriction rule.
@Bidyut-f5t
@Bidyut-f5t 3 ай бұрын
Akhil gogoi nohole axom t Kongresh nososolibo❤️‍🩹
@monjulahon7712
@monjulahon7712 3 ай бұрын
সুন্দৰ মন্তব্য ধন্যবাদ অখিল গগৈ মহোদয় ।
@sadananddas3046
@sadananddas3046 3 ай бұрын
ভাল বিধায়ক ভাল কাম,উজনি অসমত আৰু দুজনমান আপোনাৰ দৰে বিধায়ক প্ৰয়োজন বুলি ভাবো।
@AbidipPhukon
@AbidipPhukon 3 ай бұрын
Only Assamese And English..
@anupamphukan3617
@anupamphukan3617 3 ай бұрын
শৃখল চলিহাৰ ওপৰত কেচ দিয়া কেইজনকো ক্ষমাখোজাব লাগে । এই বহিৰাগত কেইজনে আমাৰ ঘৰত থাকিয়েই আমাৰ ওপৰত কেচ দিয়ে এইয়া কেনে কথা ???
@b.sc.physicskeypoints6384
@b.sc.physicskeypoints6384 3 ай бұрын
সমগ্ৰ অসমতে মাটি কিনা বেচা তথা ভাষাৰ ব্যৱহাৰ ক্ষেত্ৰত সেই সকলো নীতি প্ৰচলন কৰিবলৈ আমি আহ্বান কৰো
@ripunjoygohain8164
@ripunjoygohain8164 3 ай бұрын
I support the people of Sivasagar. Other Dist ie Lakhimpur, Dhemaji,Biswanath and Sonitpur also protest like Sivasagar.
@krishnamkalita5000
@krishnamkalita5000 3 ай бұрын
Lower Assam kam nai nixor tu he sini pai Axom geli gel
@pinkubordoloi4156
@pinkubordoloi4156 3 ай бұрын
কোনোপধ্য ই মীমাংসা মানি লোৱা নহ'ব। কি বুলি ভাৱিছে অসমৰ মানুহক । পগলা কুকুৰৰ লেখীয়া মন্ত্ৰী আমাক নালাগে।পদত্যাগ কৰক সোনকালে।
@bijugogoi9806
@bijugogoi9806 3 ай бұрын
Hundor montobyo
@DipakBorah-b8e
@DipakBorah-b8e 3 ай бұрын
সুন্দৰ কথা কৈছে আপোনি
@assamecomedy2275
@assamecomedy2275 3 ай бұрын
অখিল গগৈক কোনো কাৰণেই বিশ্বাস নকৰিব বিৰ লাচিত সেনাই।বিৰ লাচিতৰ কাৰণে অখিল গগৈ জয় হৈছিল, আজি যদি বিৰ লাচিত সেনাই এই ব্যৱস্থা নকৰিলে হলে ,অখিল নিমাত থাকিল হলে ।
@malinemaline-nu7ym
@malinemaline-nu7ym 3 ай бұрын
Good
@chandradas8077
@chandradas8077 3 ай бұрын
অখিল গগৈ জিন্দাবাদ । আপোনাৰ কথাত একমত ।
@ripunjoygohain8164
@ripunjoygohain8164 3 ай бұрын
The rule of land sale should be implemented at Dist. Lakhimpur, Dhemaji, Biswanath and Sonitpur also.
@sribanjitdasbanjit9950
@sribanjitdasbanjit9950 3 ай бұрын
Apunalokoy vag botora kio kori thaky, gotai axom buli kio nokoi, aitu karony aji axomiyar astitya nuhuwa hol nij axomot
@prakashgogoi765
@prakashgogoi765 3 ай бұрын
Moja ❤
@theeasternworld
@theeasternworld 3 ай бұрын
Eise logo ko direct #BOYCOTT karna sahiye. Jo bhi kharidna he Assamese dukandaro se kharida karo. Dam thoda jyada hoga, thoda din taklif hoga magar future ke liye acchha hoga. Dhire dhire Assamese log Business karna sikh lega.
@gamindeyjacknt1234
@gamindeyjacknt1234 3 ай бұрын
Good job ❤❤❤❤akhil dangoriya
@Robdua1968
@Robdua1968 3 ай бұрын
এই কেদিন অখিল গগৈ কত আছিল। এতিয়া ধূমকেতু দৰে ওলাইছে। লেকচাৰ দিব খুব জনে।
@হেঁপাহৰদলিচাত
@হেঁপাহৰদলিচাত 3 ай бұрын
সমগ্ৰ অসমৰ খিলঞ্জীয়া অসমীয়াই শিৱসাগৰ বাসি ৰাইজৰ দৰে নিজৰ অধীকাৰ বিচাৰি জাগিব হ'ল।।
@carshorts7621
@carshorts7621 3 ай бұрын
সুন্দৰ।আমাৰো সহযোগীতা থাকিব।অসমীয়া সকলো এক হলেহে এই সমস্যাৰ সমাধান হ'ব।
@Rudraisfire
@Rudraisfire 3 ай бұрын
Bohut bhal kotha koise Akhil Da ❤
@Nipongog
@Nipongog 3 ай бұрын
❤❤❤
@kelarock
@kelarock 3 ай бұрын
Nice
@bituborah6874
@bituborah6874 3 ай бұрын
khub val kotha koise akhil sir.. all Assam r babe koribo lage aitu.. জয় আই অসম।
@SmritiDas-u8y
@SmritiDas-u8y 3 ай бұрын
Val lagil sir
@deba9186
@deba9186 3 ай бұрын
সকলো জিলাত হব লাগে
@kiransoren-fw4iw
@kiransoren-fw4iw 3 ай бұрын
গোটেই অসমত হব লাগে
@creativedrawing55
@creativedrawing55 3 ай бұрын
আপুনি বৰপেটাৰ কাণ্ড টোৰ বিষয়েও কিবা কৱনে নে, মেখেলা পিন্ধি থাকিব।😂😂 বিচাৰ হলে সমান ভাবে হব লাগে।
@DibyaDas123
@DibyaDas123 3 ай бұрын
atiya pise aru ki koribo thakim😊
@kirank6249
@kirank6249 3 ай бұрын
👍👍❤️
@himnextgen3093
@himnextgen3093 3 ай бұрын
Joi ai akhom
@Highlightsmusic123
@Highlightsmusic123 3 ай бұрын
Akhiluddin dangoria barpetar behoye aku nokole je
@carshorts7621
@carshorts7621 3 ай бұрын
বৰপেটাত মতা পুৰুষ আছে নে নাই?অসমত চৰকাৰ কোনে চলাই আছে?হিমন্ত আৰু তাৰ পুলিচে কি কৰি আছে?বঙালী যুৱ ছাত্ৰ ফেডাৰেচন নে গীদাৰেচন বুলি সংগঠন কেইটামান আছে নহয় সিহঁতে কি কৰিছে?তাত দেখোন যিটোক ঘৰত সোমাই পিটিলে তাক লৈ সিহঁতৰ দেখোন মাতেই নাই।কেৱল ``অসমীয়াক ঘৰে ঘৰে সোমাই পিটিম",বুলি কোৱা হিজিৰা কেইটা কত ?বোকা ছটিয়াই থাকিবলৈ বাদ দে।যদি তই অসমীয়া হয় মতা পুৰুষ হয় মাৰৰ মেখেলাৰ তলত সোমাই কমেন্টত ভুকি থাকিলে একো সমস্যাৰ সমাধান নহয়। আগবাঢ়ি আহ আমি সহযোগ কৰিম।
@SunnyBanerjee-w3g
@SunnyBanerjee-w3g 3 ай бұрын
Veer lachit Sena ❤❤❤❤❤ Joy Aai Axom 🙏🙏🙏🙏🙏
@dhanti1890
@dhanti1890 3 ай бұрын
জিলা নহয় ৰাজ্যৰ কথা ক'ব লাগে
@carshorts7621
@carshorts7621 3 ай бұрын
@@dhanti1890 অসমৰ সকলো জিলাৰ মানুহে এক হৈ এটা গণতান্ত্ৰিক আন্দোলন কৰিব লাগে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সকলো খিলঞ্জীয়াৰ হাতত যাতে আহে।কিয়নো দেশৰ সংবিধানতো এই অধিকাৰ সন্নিৱিষ্ট হৈ আছে।
@JuganondoKhonikor
@JuganondoKhonikor 3 ай бұрын
শিৱসাগৰৰ পৰাই আৰম্ভ হোৱা অসমীয়া ভাষাৰ সাহিত্য সঙ্কৃতি ৰক্ষা আন্দোলনৰ লগতে অসমীয়া ওপৰত। হোৱা প্ৰতিবাদ ক সমৰ্থন জনাইছো
@sarojgogoi2685
@sarojgogoi2685 3 ай бұрын
Hundor koise
@gyanjyotichangmai9174
@gyanjyotichangmai9174 3 ай бұрын
অখিল গগৈ ভাল কথা কৈছে। জয় আই অসম ✊
@AntoniPawe
@AntoniPawe 3 ай бұрын
Val kotha kaise akhilda
@AmorendraBarman
@AmorendraBarman 3 ай бұрын
ILP অসমত লাগিব অসমীয়াই ILP বিচাৰে।
@SatymevaJayate007
@SatymevaJayate007 3 ай бұрын
দিয়াৰ সম্পূৰ্ণ সুযোগ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চৰকাৰৰ দিনত নালাগে বুলি কেন্দ্ৰক জনালে ! অসম চৰকাৰ অসুস্থ !
@RahulLoying-gi9ms
@RahulLoying-gi9ms 3 ай бұрын
Hundr
@dulenmohan6426
@dulenmohan6426 3 ай бұрын
তেওঁৰ কথাখিনিত আমি একমত।কাৰণ তেওঁ কথাখিনিয়ে প্ৰমাণ দিলে তেওঁ জাতীয় স্বাভিমান আছে তেওঁ জাতি প্ৰতি সচেতন জাতি প্ৰতি দায়বদ্ধ নেতা।এনে এজন মানুহ আমাৰ বাবে খুবেই প্ৰয়োজন আছে।জয় আই অসম 👍👍👍👍❤️
@amlansarmah1283
@amlansarmah1283 3 ай бұрын
মিয়াৰ কথা নকয় যে
@surajithajong528
@surajithajong528 3 ай бұрын
অখিল গগৈ আজি সঁচা কথা কলে।
@KironDuwarah
@KironDuwarah 3 ай бұрын
ককাইদেউ আপোনাক এটা অনুৰোধ, অকল শিৱসাগৰটেই যে বহিৰাগতক ভূমি বিক্ৰী কৰিব নোৱাৰে তেনে নহয় গোটেই অসমতেই যাতে কোনো বহিৰাগত মানুহেই ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আইন এখন অতি সোনকালে প্ৰয়ণয়ন কৰিব লাগে।
@biswajitbordoloi5002
@biswajitbordoloi5002 3 ай бұрын
গোটেই অসমৰ কথাও কওক
@RatulNath-x9y
@RatulNath-x9y 3 ай бұрын
Good ♥️
@sanatanrajbongshi1981
@sanatanrajbongshi1981 3 ай бұрын
দৰং জিলাৰ পৰা সমৰ্থন জনাইছো
@sidheswarbailung5073
@sidheswarbailung5073 3 ай бұрын
Rightful speech
@dibyajyotiboruah5148
@dibyajyotiboruah5148 3 ай бұрын
ভাগ নকৰিব গোটেই অসমত কৰক
@nityamorang2665
@nityamorang2665 3 ай бұрын
Sir,,Lakhimpur ,Dhemaji এৰিলে যে,,,?
@AfsjsjjHhhas
@AfsjsjjHhhas 3 ай бұрын
Akhil gogoi sir zindabad.
@newsongvideo2735
@newsongvideo2735 3 ай бұрын
কাম কৰক কথা কম কব
@beingkiiind
@beingkiiind 3 ай бұрын
👍
@kabirr7398
@kabirr7398 3 ай бұрын
Akhil Gogoi sir jinda baad I love akhil da
@punyasribhairab
@punyasribhairab 3 ай бұрын
Right kotha
@janbora9549
@janbora9549 3 ай бұрын
All assamot koribo lage
@RajbonghiBoy4805
@RajbonghiBoy4805 3 ай бұрын
Thik kotha koise
@HirakDeka-t9y
@HirakDeka-t9y 3 ай бұрын
Next shivsagar,r mla S solihah 2026........nangol out
@kalpanadeka6201
@kalpanadeka6201 3 ай бұрын
এজনী ছোৱালী মানে মানুহ | গোটেই জীৱনটো জীয়াই থাকিবলৈ যি আক্রমণৰ সম্মূখীন হৈ গল আজি বুকু, কাইলৈ পিঠি, পৰহিলৈ চকু, মুৰ এনেকৈ মতা মানুহৰ মাৰপিট খাই এক প্ৰকাৰ ৰুগীয়া দেহৰ অধিকাৰী হৈ পৰিল | ৫ জন ৰ পৰা ১০ লাখকৈ মুঠতে ৫০ লাখ টকা দিয়াৰ ব্যৱস্থা কৰা উচিত |
@mohandas8660
@mohandas8660 3 ай бұрын
অখিল গগৈ মহোদয়, আপুনি যিটো পৰিস্থিতি একেবাৰে চুৰান্ত পৰ্যায়ে গৈ পাইছে,, সেই বিষয়ে আলোচনা কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ। কিলংযিয়া বিষয়, সেই বিষয়ে জ্ঞাত সকলোৱে আছে। কিলন জীয়া কিলন জীয়া,, আইনৰ কথা সকলো ক্ষেত্ৰত পৰ্যালোচনা কৰা টো,, বহলাই কোৱা বিশেষ অৱদান নহয় অসম চৰকাৰৰ দায়িত্ব অধীনস্থ,, যে কোন মহিলাক অশালীন ব্যৱহাৰ কৰাত,, কৰায়ত্ত কৰাৰ অধিকাৰ প্ৰদান কৰা,, অসম চৰকাৰৰ দ্বাৰা নিয়োগ কৰা কাৰ্য্যকৰ,, কৰিব লাগে।
@dimbendrasankarbora-er2zq
@dimbendrasankarbora-er2zq 3 ай бұрын
প্ৰথমে প্ৰক্ৰিয়া টো আমাৰ পৰা আৰম্ভ হব লাগে যে আমি আমাৰ মানুহক হে মাটি বিক্ৰী কৰিম।দাম বেছি দিলেও বাহিৰৰ মানুহ ক মাটি বিক্ৰী নকৰো।তাৰোপৰি চৰকাৰে সোনকালে প্ৰয়োজনীয় আইন তৈয়াৰ কৰি সমস্যা সমাধানৰ সূত্ৰ উলিয়াব লাগে।
@PranabjyotiDoley-j6p
@PranabjyotiDoley-j6p 3 ай бұрын
Okhil sir ajihe ulaise je
@bibeksingha4733
@bibeksingha4733 3 ай бұрын
Assamese people r kind heart and always talk under law if u want outside free from assam i have to break laws
@BontiPhukon-n3p
@BontiPhukon-n3p 3 ай бұрын
আচৰিত হৈছো সাহস কেনেকৈ কৰিছে অসমীয়া ছোৱালীৰ গাত হাত দিবলৈ
@indiragogoi7691
@indiragogoi7691 3 ай бұрын
Akhil gogoi zindabad
@binodgogoi2895
@binodgogoi2895 3 ай бұрын
All assamot bill khan lagu koriba lage
@JBorah-oq2fn
@JBorah-oq2fn 3 ай бұрын
Lakhimpur, Dhemaji, logote
@pankajnath8852
@pankajnath8852 3 ай бұрын
Nijar mati biki kari tat dukan khuliba diya aru tar pasar tat kam kariba diya it's all' right
@SriCCDas
@SriCCDas 3 ай бұрын
চুৰ যোৱাৰ পিছত টাঙোনৰ শব্দ লাজ নাই।
@RanjitKaman-f2q
@RanjitKaman-f2q 3 ай бұрын
Good news
Мама у нас строгая
00:20
VAVAN
Рет қаралды 12 МЛН
I thought one thing and the truth is something else 😂
00:34
عائلة ابو رعد Abo Raad family
Рет қаралды 17 МЛН
FOREVER BUNNY
00:14
Natan por Aí
Рет қаралды 37 МЛН
CHHARA NUPUI TUR KAN TLAWH THUT
17:18
FTH Official
Рет қаралды 94 М.
Bidurbhai (with English Subtitles) | SUV | Complete Assamese Web Series
1:40:16
Rootstock Entertainments
Рет қаралды 4,5 МЛН
Мама у нас строгая
00:20
VAVAN
Рет қаралды 12 МЛН