AMBANI WEDDING vs Our wedding - বিয়াত কিমান খৰচ কৰা দৰকাৰ আচলতে - Dimpu Baruah

  Рет қаралды 576,000

Dimpu Baruah

Dimpu Baruah

Күн бұрын

Пікірлер: 3 900
@jitendrasaikia9508
@jitendrasaikia9508 6 ай бұрын
তোমাৰ এই ভিদিঅ টোৰ জৰিয়তে বৰ্তমান চলি থকা সমাজ ব্যৱস্থা লৈ এটি যোগাত্মক বাৰ্তা পঠিয়ালে । ধন্যবাদ ডিম্পু , বহুত বহুত ❤❤❤❤❤❤❤
@basantahatiboruah5772
@basantahatiboruah5772 6 ай бұрын
শেষৰ দুটা মান কথাই কিন্তু হৃদয় চুই গ'ল।।
@SilukTalukdar
@SilukTalukdar 6 ай бұрын
A
@pranjitdas1467
@pranjitdas1467 6 ай бұрын
Correct
@bobostoryhindi
@bobostoryhindi 6 ай бұрын
👍👍 right
@maniltaid6744
@maniltaid6744 6 ай бұрын
Hm hsa
@maniltaid6744
@maniltaid6744 6 ай бұрын
Beya npabo apunakr Assamese bilake besi kore nidile mari pelai okant kore amar eyat anekuwa gtna hoi take kuwar babe sorry deki a koisu nijei bonai kuwa nai
@bhaskarnath5552
@bhaskarnath5552 6 ай бұрын
চহৰৰ মানুহ বুলি নহয় গাওঁৰ মনুহেৰ বাবেও উপযোগী এই কথাখিনি salute 🫡🫡🫡 dimpu da ❤❤❤
@surjyakakoty1344
@surjyakakoty1344 6 ай бұрын
তোমাৰ মন্তব্য সচাঁই বৰ গঠন মূলক । ভবিষ্যত বৰ্তমানৰ sistem বোৰ পৌৰানিক sistem লৈ আনিবলৈ যত্ন কৰক ।
@x________arif__
@x________arif__ 6 ай бұрын
Sistem nhy system
@letsdoart.artistpro
@letsdoart.artistpro 6 ай бұрын
Apunar sistemr system tu gondogol hoi ase
@incognito4041
@incognito4041 6 ай бұрын
Chistem hoi​@@x________arif__
@PradunyaKoch
@PradunyaKoch 6 ай бұрын
দেউতাকে নিজৰ অতি মৰমৰ ছোৱালী জনীকে দান কৰি দিয়ে,, দেউতাকে ছোৱালী জনীৰ মৰমত কিবা এটা দিব বিচাৰে সক্ষম অনুযায়ী দিয়াটো ভাল,,,❤❤ দৰা পক্ষই যদি কিবা দাবী কৰে, সেই দৰাৰ লগত বিয়া নিদিয়াই ভাল, ঘৰতে ধুনিয়াকৈ সুখেৰে থাকিব পাৰিব ❤❤❤
@____Sanu_Bhai____
@____Sanu_Bhai____ 6 ай бұрын
❤❤
@user-kandrp
@user-kandrp 6 ай бұрын
দিম্পু দাৰ কথাখিনি সকলোৱে positively লবচোন আমাৰ জীৱনটো বহুত ধুনীয়া হৈ পৰিব
@DipankarMazumdar-o8o
@DipankarMazumdar-o8o 6 ай бұрын
সমাজৰ বাবে এটা সুন্দৰ গঠনমূলক বাৰ্তা তোমাৰ এই ভিডিঅ'ৰ দ্বাৰা প্ৰকাশ পাইছে,ধন্যবাদ তোমালৈ!
@babulsarma967
@babulsarma967 6 ай бұрын
মোৰ মতে তোমাৰ আজিৰ এই VDO টো সৰ্বশ্ৰেষ্ঠ VDO
@rupamdas7002
@rupamdas7002 6 ай бұрын
একমত
@letsdoart.artistpro
@letsdoart.artistpro 6 ай бұрын
Hoi hoi
@jibanbhujel3046
@jibanbhujel3046 6 ай бұрын
@Rakibul_lifestyle_1001
@Rakibul_lifestyle_1001 6 ай бұрын
@bishalkalita4541
@bishalkalita4541 6 ай бұрын
মোৰ বিয়া আগদিনা ঘৰত কৰবাৰ পৰা ধুনীয়া ছোৱালী দুজনীমান আনি থব লাগিব! নহলে লগৰ গাল বিয়াত কাম কৰিব নাহে।
@b.k.borkataky7915
@b.k.borkataky7915 6 ай бұрын
আজিকালি তোলনি বিয়াতে মাটি-বাৰি বিক্ৰী হৈ যায় দেখোন কিছুমানৰ! তোলনি বিয়াতেই starter😮 ত ice cream, coffee, pokora, puska etc. ভিতৰত বুফে, item ত কুইন্টলৰ হিচাপত কমেও তিনিবিধ মাংস, পাতত দিয়া মাছৰ পৰা আৰম্ভ কৰি ২০/২২ টা মান item! বাপৰে, কিমান আয়োজন! Woow great asomiya(সকলো নহয়৷)৷ Vdo টো ভাল লাগিল!
@Withhprcreation
@Withhprcreation 6 ай бұрын
ভাল লাগিল ভাই.... আগলৈও এনেদৰে আমাৰ অসমীয়া সমাজখনক সজাগ কৰি যাব বুলি আশা ৰাখিছোঁ
@dorothysaikia6797
@dorothysaikia6797 6 ай бұрын
সঁচা কথা কৈছা ভাই ।
@NabaSarma-oq4xe
@NabaSarma-oq4xe 6 ай бұрын
তোমাৰ নিচিনা প্ৰতিজন মানুহে হৃদয়ত এনেকুৱা মনোভাৱ ৰাখিলেটো বহুত ভাল হ'লহেতেন,,তোমাৰ সুন্দৰ সহজ সৰল মনোভাৱৰ বাবেই ভাল লাগে, তোমাৰ লগতে সকলোকে ভগৱানে সদায় মংগল কৰক 🙏🙏🙏
@AynalHoque-v1o
@AynalHoque-v1o 6 ай бұрын
Eibur video sai ami ki korim
@bhaskarnath5552
@bhaskarnath5552 6 ай бұрын
একো যদি কৰিব লগাই নাই তে চাইছা কি বাল কৰিব😡🖕
@chimkideka1866
@chimkideka1866 6 ай бұрын
Inspiration.Tumi jodi ene ata videot ai kothakhar koisa mane tumi jibonor asol rup dekhai nai​@@AynalHoque-v1o
@Nationfirst-IN
@Nationfirst-IN 6 ай бұрын
Last kotha khini ekdom mja kotha koisa dimpu da... salute 👏👍❤
@axomiabuwari
@axomiabuwari 6 ай бұрын
ধুনীয়া কথা কৈছা আশীৰ্বাদ কৰিছোঁ ভালে থাকা 🎉🎉।
@pranjaldas6416
@pranjaldas6416 6 ай бұрын
বঢ়িয়া, মই ও একমত | একেবাৰে মনৰ কথা কৈছা, বহুত ভাল লাগিল দিম্পু | সচা কথা, কথাবোৰ সকলোৱে বুজি পালে একো অসুবিধাএ নাই |
@anamikadas8289
@anamikadas8289 6 ай бұрын
সঁচাকৈ আপোনাৰ কথাখিনি বহুত বেছি ভাল লাগিল ❤❤❤
@bijumanisarma5961
@bijumanisarma5961 6 ай бұрын
সময় উপযোগী এক বাৰ্তা। বহুত ধন্যবাদ।🙏🙏🙏
@syedafarhin157
@syedafarhin157 6 ай бұрын
বিয়াৰ নামত আজিকালি প্ৰতিযোগিতা হে দেখা যায়,ভাল লাগিল video টো।
@hareswardeka8730
@hareswardeka8730 17 күн бұрын
Bohut bhal lagil Dimpu ba ak dom bohut vall kotha kole ❤
@porinitabora3747
@porinitabora3747 6 ай бұрын
Reality check ✅ Thank you so much Dimpu Da❤ A must need video for our society.. আমিয়েই সলনি কৰি দেখুৱাব লাগিব
@purabidas9489
@purabidas9489 6 ай бұрын
তোমাৰ চিন্তা ধাৰা বহুত উন্নত। ভাল লাগে তোমাৰ ভিডিও চাই।
@monjitbasumatary1622
@monjitbasumatary1622 6 ай бұрын
@@purabidas9489 really
@UniqueIdeasofdevashree
@UniqueIdeasofdevashree 6 ай бұрын
বহুত সুন্দৰ। যথেষ্ট সময়োপযোগী video❤
@pallabipolhazarika6047
@pallabipolhazarika6047 6 ай бұрын
বহুত ভাল লাগিল ..আজিৰ আমাৰ সমাজে বুজিব লগীয়া এই কথাখিনি ❤
@jabedulislam6495
@jabedulislam6495 6 ай бұрын
বহুত ভাল এখন information দিছে ভাল লাগিল ❤
@mriduldeka68
@mriduldeka68 6 ай бұрын
😂😂 oi ekhon information nhoi o bapu 😜🤪 ata information he kobo lge
@dipsikhabhagawati7531
@dipsikhabhagawati7531 6 ай бұрын
Bahut bhal lagil
@sangitabarman7507
@sangitabarman7507 6 ай бұрын
Bohut dhuniaa kotha koisa
@rimalteron8111
@rimalteron8111 6 ай бұрын
আমাৰ টো গাওঁৰ মানুহে সকলো কৰে , কেটাৰিং পাৰ্টি দৰকাৰ নাই দেই 😂 .. best of the best .... গাঁওৰ খানা...🥳🥳👍🏻
@davilgameing772
@davilgameing772 5 ай бұрын
😮😊
@pranjalbarua5149
@pranjalbarua5149 6 ай бұрын
এটা ভাল ভিদিঅ''সকলো যুৱ প্ৰজন্মই চাব লগা ভিদিঅ
@____Sanu_Bhai____
@____Sanu_Bhai____ 6 ай бұрын
❤❤
@DeepJoyti-f2h
@DeepJoyti-f2h Ай бұрын
Dimpu da video tu Sai bht a vall lagil ❤
@manabrinkuvlog
@manabrinkuvlog 6 ай бұрын
ভাল লাগিল কথা খেনি শুনি।।।।Dimpu dar বিয়াত নামাতিলেও যাম বুলি কোনে কোনে ভাবি আছে।।।।😍😍😍😍🥰❤❤
@sisantasarma2318
@sisantasarma2318 6 ай бұрын
mpi
@sisantasarma2318
@sisantasarma2318 6 ай бұрын
moi
@assamcadet4971
@assamcadet4971 6 ай бұрын
আজিৰ সমাজত মাটি বেছি বা সম্পত্তি বেছি বিয়া দিয়াটো বা বিয়া কৰোৱাটো এটা মূৰ্খামি কাম। দিম্পো দাই কোৱা ৱেষ্টাৰ্ণ ষ্টাইলত খানা খোৱোৱাটো এটা যধা মূৰ্খামি কাম। কোনো ধৰ্ম বা শাস্ত্ৰতো এনেকৈ বিয়া পতাটো উল্লেখ নাই। মই যদি আমাৰ ইছলাম ধৰ্মৰ কথা কব যাও তাত নিকাহ কৰাৰ কথা কৈছে। যিটো নিকি একদম কম খৰচতে হৈ যায়। আৰু যদি বিয়াত কাৰোবাক কিবা খোৱাবো বিচাৰে দুখীয়া মানুহক মাতি আনি খোৱাওক। ঈশ্বৰৰ পৰা ভাল পাব😊।
@MrinmayChakravarty-jf4nr
@MrinmayChakravarty-jf4nr 6 ай бұрын
Great mindset
@jatinnath4772
@jatinnath4772 6 ай бұрын
Khundar kotha bohut bhal koise apuni dimpu da❤
@beaulaboruahmoran4697
@beaulaboruahmoran4697 6 ай бұрын
Anekuwa Video Aituye first palu Bohut Val lagile Thank you So much!
@jitumonidas3623
@jitumonidas3623 6 ай бұрын
বহুত ভাল লাগিল কথা খিনি শুনি... একদম 500% সচাঁ.... আমি দেখাক দেখি সকলোবোৰ সমস্যাত পৰি গৈ আছো। চৰকাৰে আচলতে কৰুনাত বিয়া পতা নিয়মটো বাধ্যতা মূলক কৰিলে ভাৰতবৰ্ষৰ 90% মানুহ এই মানসিক সমস্যাটোৰ পৰা আতৰি আহিব পাৰিব❤❤
@mynameispagal9460
@mynameispagal9460 6 ай бұрын
কেৱল চৰকাৰ কি মানে আপুনি আপোনাৰ বিয়াত প্ৰয়োজনীয় মানুহ বিলাকক মাতাক।বিয়া আপোনাৰ মতে পাতক চৰকাৰৰ মতে নহয়।যিমান আপোনি পাৰে
@hirockdas5232
@hirockdas5232 6 ай бұрын
বৰ সুন্দৰ কথা কেইটামান কলা .... সময়ৰ লগত উপযোগী .... ধন্যবাদ
@manjudas6496
@manjudas6496 Ай бұрын
Bohut bhal lagil, God bless you ❤❤❤
@sankarpiano
@sankarpiano 6 ай бұрын
Dimpur dore amar Assomot Jodi aru keyjon man youtuber ulai jai Assam khonor Bohut unnoti hobo.Very important video for All.Thx.
@hirakjyotidas212
@hirakjyotidas212 6 ай бұрын
Bikash Chetty faltu hoi khi manuhok besi luxurious influence kori ase
@AbhishrutRajkhowa
@AbhishrutRajkhowa 6 ай бұрын
What's about Homoy Gogoi?
@Rashmi-qe9pv
@Rashmi-qe9pv 6 ай бұрын
Homoy Gogoi ....
@north2061
@north2061 6 ай бұрын
Lukor hisab marise baan panit thoka manuh burok olop hohai kora hole Val lagil hoi
@hridaydeka2928
@hridaydeka2928 6 ай бұрын
Hs Extra. BULI CHANNEL ETA ASE SAOK
@thecreep1712
@thecreep1712 6 ай бұрын
kothaxini ekdom right.. মানুহৰ চিন্তাধাৰা bur xoloni kori নিজৰ income sai biya পাতিব লাগে... social status মিলাব goi last t ধাৰ t পোত ji..
@nabya4787
@nabya4787 6 ай бұрын
বৰ ভাল video বাৰ্তা. Thanks ❤❤❤
@AjantaBaruah-k3b
@AjantaBaruah-k3b 6 ай бұрын
বৰ সুন্দৰ কথা কৈছা দিম্পু।আমাৰ ৰাইজ সজাগ হব লাগে।লোকক অনুকৰণ ভাল কামত কৰিব লাগে , এইবোৰ দেখাকদেখি কৰা কামে পৰিয়াল বোৰক বহুত তললৈ নিছে। আজিকালি হালধি মেহেন্দি সঙগীত এইবোৰ অসমীয়া সমাজত ঠাই পাইছে।বৰ লাজৰ কথা এইয়া।আমাৰ অসমীয়াৰ নিজৰ নীতি নিয়ম বোৰ কিমান ভাল লগা কিন্তু তাকে এৰি লোকৰ নিয়মক আদৰিছে। অন্য ৰাজ্যৰ মানুহে কিন্তু লোকৰটো লৈ গৰ্ব নকৰে।।
@gitankarjyotisaikia5508
@gitankarjyotisaikia5508 6 ай бұрын
বিয়াত photography, videography ৰ নামত লাখ লাখ টকা উৰুৱাই দিয়ে। সুন্দৰ
@rajivbhuyan3208
@rajivbhuyan3208 6 ай бұрын
Biya poisa aami hadharan janta dibo loga hoise.Dimpu Tumi jana ne nai Jio Recharge kiman dm bhil koror janatai Jio sim solai aase.dukhiya manuhr poisa hoi
@chandanadevi6149
@chandanadevi6149 6 ай бұрын
BSNL lba lage
@abhijitgogoi4388
@abhijitgogoi4388 6 ай бұрын
Airteleu Bea patiboloi dam bohaise ni
@axomiafreefirezone4062
@axomiafreefirezone4062 6 ай бұрын
​@@rajivbhuyan3208BSNL Lok no apuni apunak Kune Jio solabo dise
@jumanmunna7464
@jumanmunna7464 6 ай бұрын
One of the best video ever ❤😮... Dimpu da ❤🙌🙏
@arupjyotiborah7286
@arupjyotiborah7286 6 ай бұрын
Apuni akdom monr kotha kole.....সুন্দৰ সুন্দৰ সুন্দৰ.....junvilag kotha mnt ahi asil ba ahe xaivilag kotha apuni koise......apunar nisina koi bujabo nuaribo paru but buji pou kotha bilag but bujai kabo nuaru nije buji pou kotha vilag.......bor ধুনীয়া koi kotha vilag kolee bor bhal lagil.....mn sui gol.....200% right kotha koise apuni......সুন্দৰ সুন্দৰ সুন্দৰ ❤🙏😍❤️
@Anantabazbaruah
@Anantabazbaruah 6 ай бұрын
Dimpu akdom monr kotha kole❤❤❤❤❤❤❤❤❤
@shasanksvlogs97
@shasanksvlogs97 6 ай бұрын
একদম সঁচা কথা কৈছা bro. 💯 Really agree! 👍🏻 আৰু লগতে আমি আমাৰ পৰম্পৰা টো বজাই ৰাখিব লাগে। Naa ki western culture!
@OMGhossenOMGhossen
@OMGhossenOMGhossen 6 ай бұрын
Aponar vedo Val lagasa ❤❤ hosha koi vala lagasa moi ar ki komu love you bro❤❤❤
@কুঁহি
@কুঁহি 6 ай бұрын
ভাল কথা কৈছা দিম্পু দা তুমি বহুত লাগতীয়াল কথা কৈছা আগলৈ ও এনেদৰে আমাক লাগতীয়াল কথা জনাই থাকিবা ❤
@ganeshBoro-k4v
@ganeshBoro-k4v 6 ай бұрын
Dimpu dar mind ye Belk ❤ sob kota buji pai arw amk emn dhuniya k bujai ❤
@goprowithviraj3280
@goprowithviraj3280 6 ай бұрын
Dimpu hoba laga wife dimpu dora Buji pabo na
@sanjibpaul2765
@sanjibpaul2765 6 ай бұрын
Moza dipmu da.. moza.. mur monor kotha jen apuni aji prokakh kori dixe.. thank u so ai video tu bonuar babe❤
@Krishnamusic112
@Krishnamusic112 6 ай бұрын
Dimpu da love from odisha Jay jagannath ❤❤
@himachoudhary991
@himachoudhary991 6 ай бұрын
দিম্পো দাৰ বিয়া খন লক্ষণীয় হ'ব।
@sunusonowal6745
@sunusonowal6745 6 ай бұрын
এনেবোৰ মানুহ কিন্তু ভাৰতৰ যিকোনো দুৰ্যোগৰ সময়ত দেখা নাপাই ।কথাটো মন কৰিবলগীয়া😢😢😢
@simibaro6539
@simibaro6539 6 ай бұрын
Jiye Dimpu daar biyar krne wait kri ase 1 like! 🥳😂😂
@niranjanofficial7203
@niranjanofficial7203 6 ай бұрын
Moi 😊
@bikichutia6040
@bikichutia6040 6 ай бұрын
🥳
@VictorK2006
@VictorK2006 6 ай бұрын
Tumi hoba naki😂
@kangkanhaloi9188
@kangkanhaloi9188 6 ай бұрын
Tok ane o nmte 😂😂
@simibaro6539
@simibaro6539 6 ай бұрын
@@VictorK2006 Dimpu daar asei sai thwa😌😂😂😂
@dreamer3165
@dreamer3165 6 ай бұрын
Society r real face tu show korila dimpu, val lagil... Buji pabo manuhe.
@MainaS109
@MainaS109 5 ай бұрын
Hard hitting topic. 100% on point. Great work Dimpu. 👍
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 6 ай бұрын
14:44 কথা খাৰ শুনি ধুনীয়া লাগিল😢
@Ah_Ah_Nayan_Deka
@Ah_Ah_Nayan_Deka 6 ай бұрын
Fofla
@lohitbarman5775
@lohitbarman5775 6 ай бұрын
Dimpu daa Talented , Smart and Most Intelligent youtuber in the Assam.....
@tinayasmin6524
@tinayasmin6524 6 ай бұрын
& apunar kotha xuni vale lagil..😊
@khaninsarma5522
@khaninsarma5522 6 ай бұрын
Bahut bhal lagil vdo to... Ekdam right katha koisa Dimpu.... Moi bhabo ai vdo tor pora mor logote bahute bahut katha xikibo ru labhaban hobo paribo....
@assamesefunnycartoon2299
@assamesefunnycartoon2299 6 ай бұрын
কথা খিনি বহুত ভাল লাগিছে ❤️
@monikayasmin8953
@monikayasmin8953 6 ай бұрын
Bah Dipmu daa bohut valuable hoi apunar kothabur 👍
@dipaligogoi8932
@dipaligogoi8932 6 ай бұрын
Positive post সুন্দৰ !!🎉 বৰ্ত্তমান এইটোৱেই হ'ব লাগে 👍
@davilhunter3342
@davilhunter3342 6 ай бұрын
Ut video salo dimpu daa but ei2 a Dil ko touch kar gaya ❤
@Sushmitadas-j3y
@Sushmitadas-j3y 6 ай бұрын
Pura heart touching vedio oo dimpu daaa😢😮🤧❤️❤️❤️❤️bohut bhal lagilll saii
@abhijeetdeka2328
@abhijeetdeka2328 6 ай бұрын
Dipur ai vdo to sobotkoi better.❤❤❤❤❤❤ Bht Giyan pbo loga kotha...fashiont mrise asomiya..😢😢
@jaidekaaxom
@jaidekaaxom 6 ай бұрын
Ei video tur bahute dorkar asile......Thank you Dimpu for making this video
@daisykalita2666
@daisykalita2666 6 ай бұрын
Bohut bohut bhal kotha koisa , alop holeu oxomiya manuhor soku mukoli hobo Jen paw vedio tu sai, because amar oxomiya manuh bure nijor culture pahori goise ,thank you dimpu,God bless you ❤❤❤
@ShikharaniDas-hn9pe
@ShikharaniDas-hn9pe 6 ай бұрын
Monor kotha koise Dimu daa👌👍🙏❤😊
@neema0987
@neema0987 6 ай бұрын
Really dimpu much needed video.... You said perfectly in a simple way .... That's a real influencer talking like 🌞♥️
@yourchannel-yu9dj
@yourchannel-yu9dj 6 ай бұрын
Monor pora ata kotha kolu dimpu daa ,,bohut vall xikaisa vido2t❤❤
@SainaRahman-h1i
@SainaRahman-h1i 4 ай бұрын
Wow what a great thoughts dimpu... love you dimpu da ❤️❤️
@NikhilMalakar-d1r
@NikhilMalakar-d1r 6 ай бұрын
Dimpu daa speech rocked 😮 So audience shocked 😅
@bondonagogoi1072
@bondonagogoi1072 6 ай бұрын
Bohut dhuniya kotha koise dimpu daa... Aikhini kotha jate manuh bure buji pai aru amar culture tu dhori rakhe jen.
@KanaklataBoro-x7v
@KanaklataBoro-x7v 6 ай бұрын
Xosai vhal lagise tumar kotha bor vhaity
@SKumar-ne4sz
@SKumar-ne4sz 6 ай бұрын
Dimpu Bhai tomar prai videos saisu,bt aei video tu best paisu..ajir date t ami middle class axomiya lok hokole aei video tu soa dorkar.. thank you Bhai ..🙏
@MykelRabha-l5d
@MykelRabha-l5d 6 ай бұрын
বোৰ ধুনীয়া লাগিছে কথা বোৰ সনি দিম্পো দা 😊😊😊❤
@Rikash-hd7xm
@Rikash-hd7xm 6 ай бұрын
বহুত ভাল লাগিল দিম্পু দা ☺️
@Gyandeepbharali
@Gyandeepbharali 6 ай бұрын
Dimpu da bht dhuniya kotha koisa🎉 Love from Lakhimpur ❤❤❤❤❤❤
@utpaltalukdar2640
@utpaltalukdar2640 6 ай бұрын
ভাল কথা কৈছে দিম্পু দা❤
@DipankarKhaund
@DipankarKhaund 6 ай бұрын
Val Ktha Hikibo Parilu,, Val ktha koisa Dimpu👍✌
@tabassumrahman1691
@tabassumrahman1691 6 ай бұрын
Dimpu eybar tumar ey kothabur bohut bhal lagil ..Hompurno moi ekmot ..ami bohut bujibo hol
@flyingbird131
@flyingbird131 6 ай бұрын
প্ৰত্যেকটো কথাই প্ৰত্যেকটো শব্দই সত্য,,সম্পূৰ্ণ মনৰ কথা খিনি ক'লে। বুফে system একদম পচন্দ নকৰোঁ।
@Roniyvlogs
@Roniyvlogs 6 ай бұрын
Dimpu da ktha bur really hxa kintu ❤ video tu sai bhut vl lagly
@prosenjitdey657
@prosenjitdey657 6 ай бұрын
I love you dimpu da ..apunar ai vidio tu karone bohut manuhor life bachibo
@CraftsFamily1M
@CraftsFamily1M 6 ай бұрын
ভাল কথা কৈছে দিম্পু দা dimpu dar karone ata like kora ❤️
@Runjun.Sonowal
@Runjun.Sonowal 6 ай бұрын
কথা খিনি শুনি ভাল লাগিল ❤ অদ্ভুত হলেও আজি কালি দিনত এইবিলাক এ চলি আছে❤❤❤😊
@mridudevi7806
@mridudevi7806 6 ай бұрын
Bor dhunia kotha koisa Dimpu bor bhal lagil 👍manuhor mon bur xundor houk...
@BituExperiment
@BituExperiment 6 ай бұрын
Tatei aro aro recharge 'r dam baril😂
@udiratrabhaudiratrabha3419
@udiratrabhaudiratrabha3419 6 ай бұрын
Ha bhai tar karne BSNL sim bonabo lagibo
@VictorK2006
@VictorK2006 6 ай бұрын
Kotha val koi koba napa naki laoura​@@udiratrabhaudiratrabha3419
@nilotpolshankarison5438
@nilotpolshankarison5438 6 ай бұрын
​@@udiratrabhaudiratrabha3419network tu bhal ne BSNL r??
@JagadishDas-l6t
@JagadishDas-l6t 6 ай бұрын
Recharge only jio bara nai to... Airtel ro o bare sa bhai😵‍💫
@_riyan_
@_riyan_ 6 ай бұрын
Practical kotha ekdom to the point ekdom dimpu da❤️
@AkankhyaBora-t1x
@AkankhyaBora-t1x 6 ай бұрын
Dimpu daaa your thoughts are great.. touchwood
@abinashdas9795
@abinashdas9795 6 ай бұрын
Video twor last moment ar Katha to Bahut Besi val lagil 🙂
@biso2.O
@biso2.O 6 ай бұрын
Moi bohut happy karon tumar video sai moi dekh bidekh dekhilu
@manishghosh8923
@manishghosh8923 6 ай бұрын
One of the best uploaded vedio ,,, till today,,, thnk dimpu,, for yr straight forward speech❤
@lohitbarman5775
@lohitbarman5775 6 ай бұрын
Good information for the present and future generations... Thanks Dimpu daa
@Vloggerboybabu2
@Vloggerboybabu2 6 ай бұрын
Dimpu Da Biya Khabo mon gol Biya patok Apuni❤️😂
@nitindas2643
@nitindas2643 6 ай бұрын
Next level love from Assam India ❣️
@জীৱনবাতৰলগৰী
@জীৱনবাতৰলগৰী 6 ай бұрын
ধন্যবাদ Dimpu দা❤ আপোনাৰ কথাই সমাজখন আৰু দুগুন আগবাঢ়ি যাওক।। moi IITG পৰা।।
@RainDrops-nz1ii
@RainDrops-nz1ii 6 ай бұрын
Best Video Ever Dimpu daa❤
@kalyanrajbongshi8092
@kalyanrajbongshi8092 6 ай бұрын
Mzza dso Dimpu..one of the best video
@RohanYT23
@RohanYT23 6 ай бұрын
Apunar Kotha bur eman a hosa Ekdom Point ot kotha Koy Apuni hai babeh apuni amr Majot eman Jonopriyo ❤
@Misskiyanaa
@Misskiyanaa 6 ай бұрын
Best video till date....❤😊
@gitumonideka1255
@gitumonideka1255 6 ай бұрын
Xosa kotha koisa dimpu da ❤ love from nalbari 😘😊😊
@AshrafRock-od5rt
@AshrafRock-od5rt 6 ай бұрын
Aitu vedeo top level t ase dei kintu very very important
@kakalisarma8253
@kakalisarma8253 6 ай бұрын
Salute Dimpu . Just loved your words . Agree with you .
@montuali1385
@montuali1385 6 ай бұрын
সুন্দৰ মনোভাৱ আৰু সুন্দৰ চিন্তা ধাৰা, বহুত বেছি ভাল লাগিল ডিম্পু দা তাৰ বাবে ধন্যবাদ❤
Какой я клей? | CLEX #shorts
0:59
CLEX
Рет қаралды 1,9 МЛН
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН
Bikash's Wedding vlog - খালোঁ দে বম বিয়া
9:58
These 3 Scammed Whole Assam | 9,200cr Scam | 2024
11:37
FinnovationZ by Prasad
Рет қаралды 567 М.
Какой я клей? | CLEX #shorts
0:59
CLEX
Рет қаралды 1,9 МЛН