অমৃতা গগৈ আৰু অষ্ট্ৰিয়ানা দিহিঙীয়াই ৰাইজৰ লগত নাচিলে বিহু | Amrita Gogoi | Austriyana Dihingia

  Рет қаралды 470,547

PMB Mix

PMB Mix

Күн бұрын

Пікірлер: 105
@SankuMRN
@SankuMRN 5 ай бұрын
বহুত বহুত ভাল লাগিল চাই বিশেষ কৈ গান বোৰ কাৰণ আজি প্ৰথম শুনিছোঁ ❤❤❤🎉🎉🎉
@chimpineog6730
@chimpineog6730 7 ай бұрын
Hundor
@RashmiKonwar
@RashmiKonwar 7 ай бұрын
মৰমৰ দুইজনী ❤️❤️❤️❤️।।।বহুত ভাল লাগিল
@kakoligayan6959
@kakoligayan6959 7 ай бұрын
শত শত কোটি আ শীর্বাদ প্ৰেৰণা কৰিছো . আমাৰ নাচনী দুগৰাকিলৈ
@sunurani2251
@sunurani2251 7 ай бұрын
Bhut dhuniya nasise Amrita baa ru Astriyana ❤❤ verry good
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সচা কৈ বিহু নাচ আৰু বিহু গীত টো শুনি খুবেই ভাল পালোঁ যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো আৰু আগন্তুক নির্বাচনলৈ ও বুলি কলো,
@PMBMix
@PMBMix 7 ай бұрын
আপোনালৈও ৰঙালীৰ ওলগ জনালোঁ
@njyotithangta999
@njyotithangta999 7 ай бұрын
অতি সুন্দৰ , বহুত মনত পৰিছে আপোন শিৱসাগৰ খনলৈ আজি , বাক্সাৰ পৰা শুভেচ্ছা জনালোঁ 😢😢😢 🙏 ।।। Love Form NJyoti Konwar Sivasagar ❤️‍🔥 ...
@medinitalukdar4873
@medinitalukdar4873 7 ай бұрын
❤❤ খুবেই ভাল লাগিল দেই..অতি সুন্দৰ পদক্ষেপ আৰু ভাল অনুষ্ঠান....
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
সুন্দৰ আৰু শুনিও ভাল লাগিল, শিৱসাগৰ বাসিন্দা কলৈ আলোচনাখুব ভাল লাগিল,
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
বাইদেউগৰাকীৰ বিহু গীতটো শুনি খুবেই ভাল লাগিল,
@digantabaruah5243
@digantabaruah5243 7 ай бұрын
অ সছায় বহুতে ধুনীয়া লাগিছে 🎉আৰু লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ।
@PMBMix
@PMBMix 7 ай бұрын
আপোনালৈও ৰঙালীৰ ওলগ যাচিছোঁ
@nabingogoi2867
@nabingogoi2867 7 ай бұрын
Bahut vl lagil nach aru geetkeita. A + as ba duganir nach dekhi ghroloi etiyai gusi jam jen lagise. Sngr rr boorofar majat himantar pohori kori bihur katha pahoriyei goisilo. Aji akou monat porise atitoli. All the best. Agoloiu aei porampara dhori rakhejen❤❤❤❤❤❤❤❤❤
@PMBMix
@PMBMix 7 ай бұрын
আপোনালৈ ৰঙালী বিহু হিয়ভৰা ওলগ যাচিছোঁ... দিনবোৰ সুন্দৰ হওক...
@dilipkakoti173
@dilipkakoti173 7 ай бұрын
চৰাইদেউ বিহুদল লগতে বিহু নাচনী সকললৈ মোৰ হিয়াভৰা শ্ৰদ্ধা নিবেদন কৰিলো।সকলোকে ভগবানে কুশলে ৰাখক ।
@DibakarJAB
@DibakarJAB 4 ай бұрын
অষ্ট্ৰীয়ানা সদায় প্ৰিয়,,,
@tarusarma2102
@tarusarma2102 7 ай бұрын
Ati xundar.,.. Congratulations and best wishes... Happy Rongali Bihu to all of you 🙏🙏🙏👍
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 7 ай бұрын
Bhout bhout Val lagila....🙏🙏🙏💐💐💐🤝🤝🤝🥰🥰🥰
@Kiran-si2bf
@Kiran-si2bf 7 ай бұрын
ভাল লাগিল ,বিহুৰ শুভেচ্ছা জনাইছোঁ,
@PMBMix
@PMBMix 7 ай бұрын
ধন্যবাদ... আপোনালৈও বিহুৰ ওলগ যাচিছোঁ...
@Hazarikada-2024
@Hazarikada-2024 7 ай бұрын
Bohut hundor hoise,sai bohut val lagile ❤ bohut miss korisu, bohut monot porise aji ❤ Chennai pora achyut Krishna hazarika koisu ❤
@PMBMix
@PMBMix 7 ай бұрын
ধন্যবাদ... বিহুৰ ওলগ জনাইছোঁ
@Hazarikada-2024
@Hazarikada-2024 7 ай бұрын
চ'তৰ বাদ গৰকি বহাগ পালেহি পদূলি জেতুকা, বৰ্হমথুৰিৰ ৰঙৰে ৰাঙলী আমাৰে বহাগৰ বিহুতি। ৰঙালী ৰঙৰে যেন ৰাঙলী হৈ পৰক সকলোৱে জীৱন🤔 সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো🥰❤️🙏🙏 এই বেলি বিহুটি ৰমকে জমকে নাহৰ ফুল ফুলিবৰ বতৰ ; নাহৰ ফুলৰ গোন্ধ পাই লাহৰিৰ তত নাই ,গৰকি ভাঙি যায় যঁতৰ । সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ তথা অসমীয়া নৱবর্ষৰ শুভকামনা যাচিলোঁ। ব’হাগে কঢ়িয়াই আনক আপোনালোকলৈ সাহস আৰু সৃষ্টিৰ আন্তহীন প্রেৰণা।❤️😍
@Hazarikada-2024
@Hazarikada-2024 7 ай бұрын
Vedio tu val lagile Haiya moi share kori dilu dai mor chennalot,moi Chennai thoka aji 6bosor hol,bihu dekhiboloi nupuwa holu
@deniananya826
@deniananya826 7 ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন।❤😊
@nijarabaruah2277
@nijarabaruah2277 7 ай бұрын
সুন্দৰ। ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
@_priyanka_das
@_priyanka_das 7 ай бұрын
Amrita hodai priyo
@bandanabhuyan4881
@bandanabhuyan4881 7 ай бұрын
bor bhal lagil❤❤❤
@sabitadevi5995
@sabitadevi5995 7 ай бұрын
বহুত ভাল লাগিছে❤❤❤
@sushilkonwar7012
@sushilkonwar7012 7 ай бұрын
Tumar স্মৃতি -- জীপাল কৰি ৰাখা - যিমান দিন পাৰা -- ধৰি ৰাখি বা -- বুলি আশা কৰিলোঁ -- বিহু সমগ্ৰ পৃথিৱী ব্যাপী -- সম্প্ৰচাৰ হওঁ ক ---
@DonKelar123
@DonKelar123 7 ай бұрын
Very Good and very good
@DonKelar123
@DonKelar123 7 ай бұрын
❤❤❤
@RushikhaBorshRup
@RushikhaBorshRup 7 ай бұрын
Bohut val lagile
@Nijara
@Nijara 7 ай бұрын
Bohiya hoise ❤❤❤
@junugogoi4458
@junugogoi4458 7 ай бұрын
সুন্দৰ
@MaheswariDevi-gk2rd
@MaheswariDevi-gk2rd 7 ай бұрын
Nice video..❤
@jayantadeka6236
@jayantadeka6236 7 ай бұрын
Dhuniya lagisa ba
@dhrubajyotidas7031
@dhrubajyotidas7031 7 ай бұрын
Joi aai অসম
@jitendrarabha4660
@jitendrarabha4660 7 ай бұрын
অতি সুন্দৰ,খুবেই ভাল লাগিল৷আটাইলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাঁচিলোঁ৷
@PMBMix
@PMBMix 7 ай бұрын
ধন্যবাদ... আপোনালৈও ৰঙালীৰ হিয়াভৰা ওলগ যাচিছোঁ...
@rajkumaritulumoni
@rajkumaritulumoni 7 ай бұрын
বৰ ভাল লাগিল।
@bhupenkumar8191
@bhupenkumar8191 7 ай бұрын
Rang Ghar manei SIVSAGAR aru SHIVSAGAR manei Ranghar . Proud with SIVSAGAR.
@IndraDas-g3h
@IndraDas-g3h 7 ай бұрын
U are Right Right Right Right 👍👍👍👍👍
@himadrikonwar1406
@himadrikonwar1406 7 ай бұрын
বৰ সুন্দৰ
@MahendraChoudhury-c6b
@MahendraChoudhury-c6b 7 ай бұрын
দুয়ো জনীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ❤❤
@mamoniboruahchutia5012
@mamoniboruahchutia5012 7 ай бұрын
Amar dhemaji ❤❤❤❤
@RanjuDevi-lv3hl
@RanjuDevi-lv3hl 7 ай бұрын
সুন্দৰ হৈছে
@inuborah2286
@inuborah2286 7 ай бұрын
Bor dhuniya hoyse
@joongogoi2999
@joongogoi2999 7 ай бұрын
Val lagil sai Happy Rongali Bihu 🙏👍❤️😘😍👌👌
@kajalborahkajolborah7441
@kajalborahkajolborah7441 6 ай бұрын
Very very nice ❤❤❤❤
@ilaneog4064
@ilaneog4064 7 ай бұрын
বহুত বেছি ভাল লাগিছে
@RinkuBora-dg6hz
@RinkuBora-dg6hz 7 ай бұрын
Nice vai lagise
@babudeka2669
@babudeka2669 7 ай бұрын
Morigaon hoi be vl. Bihu 💓💓💓
@Kabitadowari1234
@Kabitadowari1234 7 ай бұрын
Mojjaa❤l❤❤
@probinborah1718
@probinborah1718 7 ай бұрын
Dhuniya❤❤❤
@Menam019
@Menam019 7 ай бұрын
Amrita ba hdai favourite ❤❤
@nmb784
@nmb784 7 ай бұрын
Nice
@ganeshhazarika1529
@ganeshhazarika1529 7 ай бұрын
নাচনীৰ দুগৰাকীয়ে বিহত মগণ । কিন্ত বেৰিকেটৰ বাহিৰত থকাসকল অসমীয়া নহয় যেন লাগিল
@santanudutta3261
@santanudutta3261 7 ай бұрын
শিৱসাগবাসী হিচাবে গৌৰম্বানিত।
@NirmaliDutta-t9d
@NirmaliDutta-t9d 7 ай бұрын
Majja
@AnitaPadun
@AnitaPadun 7 ай бұрын
Good 👍👍
@MunmunlalungMunlalung
@MunmunlalungMunlalung 7 ай бұрын
Very nice
@RahulrayRay-cl3ul
@RahulrayRay-cl3ul 7 ай бұрын
🙏🙏🙏🙏
@AssamWrittenexam
@AssamWrittenexam 7 ай бұрын
আমাৰ ঘৰ ওচৰৰ ছোৱালী জনী ও
@KosturikaBora-
@KosturikaBora- 7 ай бұрын
😍😍
@dipikaborpatraguhain5485
@dipikaborpatraguhain5485 7 ай бұрын
Amrita ba k bht mrm lge
@AdvikaChetia
@AdvikaChetia 7 ай бұрын
@RajuSaikia-y9h
@RajuSaikia-y9h 7 ай бұрын
❤❤❤❤❤😊😊😊😊
@ankurjyotisaikia4732
@ankurjyotisaikia4732 7 ай бұрын
👑👑🥰🥰🥰🥰🥳🥳💥💥💟💟
@sangeetasdairy4699
@sangeetasdairy4699 7 ай бұрын
❤❤❤❤❤
@PKrNeogAssameseculture
@PKrNeogAssameseculture 7 ай бұрын
নীৰৱ বিহু ৷ বিহুৰ গমগমনি নাই ৷ গায়কে অকলেই গাই থাকিল ৷ সৰু ছোৱালীবোৰক বিহুৰ দিনা অন্ততঃ মুগা চাদৰ মেখেলাৰে নাচনী সাজি নচুৱাব লাগিছিল । কাৰণ এইখন ৰংঘৰৰ বাকৰিৰ বিখ্যাত বিহু ৷
@RajDeori-hx4ul
@RajDeori-hx4ul 7 ай бұрын
Thak yon
@Rajkhuwa
@Rajkhuwa 7 ай бұрын
I like ba
@JGVlogs6
@JGVlogs6 7 ай бұрын
❤❤
@Papu12na
@Papu12na 7 ай бұрын
❤❤❤❤❤❤❤❤
@bikefunb2258
@bikefunb2258 7 ай бұрын
Moi bor Valley paw amritaa back
@prosantadas7387
@prosantadas7387 6 ай бұрын
Kon he bhai ye singer😢
@PMBMix
@PMBMix 6 ай бұрын
Achurjya Borpatra's brother
@mukutlukhurakhon1411
@mukutlukhurakhon1411 7 ай бұрын
কিযে কৰোঁ মই বা কি খাই পাহৰিম তোমাক নিজৰ বুলি ঐ নহয়নে বাৰু,,
@MdJamirul-hy9rz
@MdJamirul-hy9rz 7 ай бұрын
Akto sapot koren please
@SHIVIKALANISWARGIARY-bk8sd
@SHIVIKALANISWARGIARY-bk8sd 7 ай бұрын
Nass Sundar kintu Lifthand oka pahari golneki
@santanuchetia5630
@santanuchetia5630 7 ай бұрын
জাতীয় সাজপাৰ পিন্ধি নহা সকলক ভিতৰত নাচিবলৈ দিব নালাগে বেয়া দেখে ।
@sikumonidutta1420
@sikumonidutta1420 7 ай бұрын
❤❤
@abhijit142
@abhijit142 7 ай бұрын
নাচিলে বিহু
@PMBMix
@PMBMix 7 ай бұрын
ধন্যবাদ
@karabigogoi629
@karabigogoi629 7 ай бұрын
গানটোত নাচনিৰ গা নুঠিল
@RajDeori-hx4ul
@RajDeori-hx4ul 7 ай бұрын
Ariteyana baie val lage
@parshee_official5925
@parshee_official5925 7 ай бұрын
Mainee pura ulali dei
@ajitrabha6646
@ajitrabha6646 7 ай бұрын
Hyrynga
@anilbora2089
@anilbora2089 7 ай бұрын
Si sagor. Sowali 20. You. Pisot. Dise. B. J. P. Din
@bandanadevi9524
@bandanadevi9524 7 ай бұрын
Over acting amrita
@momigogoi612
@momigogoi612 6 ай бұрын
Kinu over acting Kora dakhila nu
@AnikaChoudhury-l9m
@AnikaChoudhury-l9m 7 ай бұрын
Bihu ganbur bhal loga nai.
@PMBMix
@PMBMix 7 ай бұрын
পুৰণি বিহুগীত
@maheshkalita497
@maheshkalita497 7 ай бұрын
তপন কুমাৰ গগৈ
@TCF573
@TCF573 7 ай бұрын
Dhulor dighol seu ata maribo lagisile nasoni. Nasiboloi..
@Moni_Bailung
@Moni_Bailung 7 ай бұрын
Hundor hoise ❤❤
@rijumonikonwar9069
@rijumonikonwar9069 7 ай бұрын
সুন্দৰ
@bhabanigogoi3278
@bhabanigogoi3278 7 ай бұрын
Nice
@ArponGogoi-ud2md
@ArponGogoi-ud2md 7 ай бұрын
❤️❤️❤️
@pratyushborah2680
@pratyushborah2680 7 ай бұрын
সুন্দৰ
@binitaboruah00
@binitaboruah00 7 ай бұрын
❤❤
Do you love Blackpink?🖤🩷
00:23
Karina
Рет қаралды 22 МЛН
УДИВИЛ ВСЕХ СВОИМ УХОДОМ!😳 #shorts
00:49