KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
হাবুঙ হুঁচৰি দল-ধেমাজি || চেপন কেন্দ্ৰীয় ৰঙালী বিহু-২০২৩ || প্ৰথম শ্ৰেষ্ঠ দল || Habung Bihu Husori
21:27
আলফাৰ প্ৰতিবাদ দিৱস-২৮ নৱেম্বৰৰ দিনটোতে অসমত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন
26:57
Twin Telepathy Challenge!
00:23
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
00:59
Симбу закрыли дома?! 🔒 #симба #симбочка #арти
00:41
coco在求救? #小丑 #天使 #shorts
00:29
শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দল-২০২২ শিৱসাগৰ জিলা || Sivasagar Suwali Husori Dol || Anupom Bitupon
Рет қаралды 1,031,231
Facebook
Twitter
Жүктеу
1
Жазылу 730 М.
Anupom Bitupon
Күн бұрын
Пікірлер: 441
@bornaligogoi2715
2 жыл бұрын
বাহ! ইমান ধুনীয়া বাদ্য যন্ত্ৰ, ইমান ধুনীয়া নাচ গান বহুত ধুনীয়া লাগিছে তোমালোকৰ প্ৰতিভা ডিব্ৰুগড় পৰা হিয়া ভৰা মৰম জাচিলো 🙏🙏
@simantaborah9683
Жыл бұрын
Hi
@archanasaikia9345
2 жыл бұрын
কি কম কবলৈ ভাষা নাই ইমান ধুনীয়া হৈছে বহুত বহুত মৰম jasilo বিহু দলটিলৈ আৰু আগবহি যোৱা
@junda2649
2 жыл бұрын
Waw কি সুন্দৰ কন্ঠ, কি সুন্দৰ বাদ্য যন্ত্র, বা কি সুন্দৰ নাছ গান, ঈমান সুন্দৰ লাগিছে তোমালোকৰ প্ৰতিভা।
@Rshi_-gaming_-
2 жыл бұрын
সচাকৈ কবলৈ একো ভাষা নাই । লগতে এপাক নাচিবলৈ মন যাই। ইমান সুন্দৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যাই ❤️ তিতাবৰৰ পৰা বহুত মৰম যাচিলো ❤️❤️👍
@mintudhemaji6686
2 жыл бұрын
বহুত বহুত ভাল লাগিল শিৱসাগৰ ছোৱালী হুঁচৰি বিহু দলটি চাই বহুত বহুত মৰম পথালো শ্ৰীপাণি পৰা।
@dulkalita3334
2 жыл бұрын
অতি সুন্দৰ , ভাল লাগিল , অসমৰ ভিতৰত শিৱসাগৰ জিলাৰ বিহু সচাই বহুত ভাল লাগে , ভাল পাওঁ চাই ,
@kukikonwar6377
7 ай бұрын
Wahhh🎉❤❤কবলৈ ভাষা নাই ♥️ অপূৰ্ব 🤗🤗
@kolpochitra3869
2 жыл бұрын
সুন্দৰ আৰম্ভণি। ভাল লাগিছে।ডেকাৰ বিপৰীতে জিয়ৰীয়ে ইমান সুন্দৰ প্ৰদৰ্শন, সঁচাকৈয়ে অনুপম।
@hridoydaxx8966
8 ай бұрын
সুন্দৰ কণ্ঠ আৰু নাচ সঁচাই dhuniya লাগিছে
@chandrapravachetia4710
8 ай бұрын
ইমান ধুনীয়া কবলৈ ভাষা নাই।
@anjalisaikia4325
2 жыл бұрын
শিষা ভন্তি তুমাৰ মাত শুনি বিহু মাৰিবলৈ দৌৰি যাবলৈ মন যায় মই যে এটিয়া বোৱাৰী 👌👌👌
@diplinashorts
7 ай бұрын
সঁচাই বহুত বেছি ভাল লাগিল আমাৰ অসম ৰ ছোৱালী সকলো এনেকৈ আগুৱাই যাওঁক ❤❤ শিৱসাগৰ জিলাৰ ছোৱালী বিহু দলটোলৈ বহুত বহুত শুভেচ্ছা থাকিল ❤❤
@SashilpiBorchatia
7 ай бұрын
Bor dhuniya koi nasisa pai bohut val lagil de ba hot agole jate enekoiye ag bahi juwa ❤️
@chinmoy415
2 жыл бұрын
সুন্দৰ কণ্ঠ সুন্দৰ পৰিবেশন শিৱসাগৰৰ নামটি ( DIKSHU )ৰ পৰা প্ৰত্যেক গৰাকী ছোৱালীক হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি মৰম আশীৰ্বাদ জনাইছোঁ আগুৱাই যোৱা আগবাহী যোৱা শিৱসাগৰৰ গৌৰৱ ❤️❤️❤️
@nilasaikia3321
2 жыл бұрын
l
@bhakatgaonlakwa968
Жыл бұрын
Moi bor val palu day
@chinmoy415
Жыл бұрын
@@bhakatgaonlakwa968 hoi nkii
@b.d5417
2 жыл бұрын
ছোৱালী জনীয়ে সুন্দৰ গায় । সকলোলৈকে মই শদিয়াৰ পৰা মৰম আৰু আশীৱাদ কৰিলো ।আগুৱাই যোৱা।
@rijumonihandique2101
Жыл бұрын
বা জনিয়ে খুব ধুনীয়া গাইছে দেই সদায় আগুৱাই জোৱা তোমালোক সকলো❤☺️
@dulenmohan6426
2 жыл бұрын
ছোৱালী জনীয়ে সুন্দৰ গায়। ভাল লাগিল।সকলোকে ভাল লাগে। শিৱসাগৰ খন বিশ্বত পৰিচয় হওঁক তাকেই বহুত বহুত শুভকামনা জনাইছোঁ।💕🙏🏻
@dipakkalita5836
Жыл бұрын
B Sw
@jayantasaikia5575
Жыл бұрын
Jkkkk
@jagatbharali4541
Жыл бұрын
@@dipakkalita5836 phun no p
@kanakdowerah5547
Жыл бұрын
J
@manojdeka2948
Жыл бұрын
ইমান ধুনীয়া হৈছে তোমাৰলোকৰলৈ মৰম জাছিলো আগুৱাই যোৱা
@rangiladeka4650
7 ай бұрын
হুঁচৰি বৰ ধুনীয়া হৈছে ,doinnobad থাকিল , ❤❤❤
@bijuraybijuray
8 ай бұрын
সঁছাকৈ মানিব লাগিব ইমান ধুনীয়াকৈ গাইছে বাইদেউ জনী❤❤❤❤
@durllavsaikia
Жыл бұрын
বিহুৱা জনৰ এইটো কণ্ঠ ❤️❤️সচাই ভাল লাগিল ❤️👌
@bhadragogoi659
2 жыл бұрын
Perfect example of perfection. Keep it up. Real time real bihu
@manjudeka3708
7 ай бұрын
Bahut bahut dhuni lagise tomalokar bihu Sai .
@iranisarma2663
8 ай бұрын
Good Good Very Good 🎉🎉🎉🎉🎉🎉🎉 khub Dhunia Lagise bhonti hokolor Bihu husori
@labanyabora-pb7dy
7 ай бұрын
Bohut val lagil sai gohpurr pora axibad disu
@megilover5433
2 жыл бұрын
Suwali ajni Emn dhuniya 🙂💓
@TonkeswarGogoi-fi6rh
7 ай бұрын
😂❤nich
@shayanikabaruah7590
2 жыл бұрын
অতি সুন্দৰ হৈছে। প্ৰ্তিদিনে এবাৰ নুশুনিলে মনতো কিবা ভালেই নালাগে🥰
@poreshboruahsunmonimajuli
2 жыл бұрын
সুন্দৰ কন্ঠ ❤
@RumiDas-b9e
3 күн бұрын
ছোৱালী সকলৰ ওপৰত গৌৰৱ কৰিব লাগে❤❤❤
@pinkimedhi2603
2 жыл бұрын
Wow, what's a amazing performance of the girls&voice, congratulations 👏👏👏👏
@BabuBora-is8zg
6 ай бұрын
ধুনিয়া হৈছে❤❤
@MAINA33
2 жыл бұрын
Voice 🔥 Mjjaa.... ❤❤ sivasagar ❤
@PranabJyoti4553
2 жыл бұрын
৫৩ তম শ্ৰীপাণি কেন্দ্ৰীয় বিহু সন্মিলনৰ উদযাপন সমিতিৰ নিমন্ত্ৰণ ৰক্ষা কৰি শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি বিহু দলটিৰ প্ৰত্যেক গৰাকীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত মৰম যাচিলো, দলটিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো, অসমৰ প্ৰতিটো জন গোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি দলটি আৰু আগবাঢ়ি গৈ বিশ্ব দৰবাৰত উজ্বলি উঠক আমাৰ আপোন বিহুটি ।।।।।। Love Form শ্ৰীপাণি 🥰
@kailashbarman6958
2 жыл бұрын
বহুত বহুত ভাল লাগে বিহু চাই ❤❤❤❤❤❤❤❤❤❤❤
@missrimpi9362
2 жыл бұрын
Baa keijoni bihu sai hosakoi bohut val lage❤❤😘
@bhargobvlogs9897
2 жыл бұрын
hi
@janokikhound3687
2 жыл бұрын
L
@barshadev3770
2 жыл бұрын
Baa kaijoni bihu sai bohot Val lagil
@killer_boy_883
2 жыл бұрын
Tmi u kintu bht dhuniya 😚
@garimaburagohain3492
2 жыл бұрын
@@janokikhound3687 nnnnnn
@debisaikia5302
2 жыл бұрын
বহুত বহুত ভাল লাগিল সকলোলৈকে শুভেচ্ছা থাকিল।
@sunmonivlogs5850
2 жыл бұрын
বহুত বহুত ভাল লাগিল বিহু চাই আপোনালোকলৈ বহুত বহুত মৰম শ্ৰীপাণিৰ পৰা ❤
@sasangkarmech1676
2 жыл бұрын
বহুত বহুত ভাল লাগিল, শুভেচ্ছা জনালোঁ ❤️❤️
@amiyobaruah9548
2 жыл бұрын
Bahut donor pisot sibsagarar Bihu salu. Khub bhal lagil dei. Pran dhali gaise, nasise. Gawatei aase prakita Jiwan
@abinashbbaruah957
2 жыл бұрын
Thank you অনুপম বিতুপন, ঘৰৰ ওচৰৰ ছোৱালী যদিও তেওঁলোকৰ বিহু চাবলৈ আজিলৈকে সৌভাগ্য হোৱা নাই, দূৰত থকাৰ বাবে। আপোনাৰ Channel ৰ পৰা এই সুবিধা পায় বহুত ভাল পাওঁ। আগলৈও চাই থাকিবলৈ সুবিধা কৰি দিব। আগবাঢ়ি যাওঁক তেওঁলোক তাৰেই কামনাৰে Thnx again
@poromaborah6718
2 жыл бұрын
Very good
@sikhaxnwal4635
2 жыл бұрын
Waww hosakoi amazing voice.. Just wawww ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@tinagogoi1249
2 жыл бұрын
সুন্দৰ প্ৰদৰ্শন ❤️❤️👍🤟🤟
@mrinmoyeedowarah1106
2 жыл бұрын
মৰমৰ ভন্তুীহত আৰু আগবাঢ়ি যোৱা❤️
@dipikadekadipika5032
2 жыл бұрын
ধুনিয়া লাগিল চাই। মন যায় এনেকে বিহু নাচিবলৈ ।
@ranjanballari640
Жыл бұрын
What a voice sister' big respect 🔥🔥🔥🔥
@kaju_das
Жыл бұрын
Emn dhuniya bihu Khosa ka bhut vl lagisa oo❤️
@sunugogoigogoi6059
2 жыл бұрын
Amar sivasagar gourob..aguai jua 💖💖 bohut vhl lage tumalukor bihu sai 💖💖
@krishnasonowal3499
2 жыл бұрын
Please I'm P
@PujaChutia-tv6zh
Жыл бұрын
Bohut val lagile Sai eman dhuniya ke gan gaise bohut val lagil ba keijonik ❣️❣️❤️
@diptidevi9152
2 жыл бұрын
Ufff voice👍♥️
@pinkiphukan6637
2 жыл бұрын
Love from sripani .bohut dhuniya bihu
@dipankar9476
2 жыл бұрын
শিৱসাগৰৰ গৌৰৱ 😍, 🥰
@DijenGogoi-l5d
7 ай бұрын
Bohut val hoise❤❤👋👋
@johndeori7092
2 жыл бұрын
Just Wah.. speechless.. amusing.. super performance..best of luck for future performance...All the best
@utpalborah9583
2 жыл бұрын
তোমালোক আৰু আগ বাঢ়ি যোৱা tumalukkk বহুত ভাল লাগিছে
@bijulirabha-hj9bq
8 ай бұрын
Bohut bohut vhal lagise ...👍👍👍👌👌👌👌👌👌👌💞💞💞💞💞💞🎉🎉🎉🎉🎉🎉
@protikhyadutta.6398
2 жыл бұрын
অতি সুন্দৰ । আগবাঢ়ি যাওঁক ।
@nij0rabhuyan963
7 ай бұрын
Ba kaijni log pabole bht mon goise ❤
@jayantabora9229
7 ай бұрын
Bohut dhuniya hoise ❤❤❤❤❤❤❤😊
@nayannath5428
Жыл бұрын
বা তোমালোকে আগুৱাই যোৱা 🥰🥰
@parshajyotiborah6556
Жыл бұрын
তোমালোকলৈ অশেষ শুভেচ্ছা জনাইছোঁ। আমাৰ গৌৰৱ তোমালোক।। 🙏🙏🙏
@tilakdeka4304
Жыл бұрын
Nice.
@bhaskarborah4254
Жыл бұрын
শিৱসাগৰ সদায় মহান।
@অনুপমবিতোপন
Жыл бұрын
ধন্যবাদ
@arponfitnes
2 жыл бұрын
Love from banglore nices ♥️♥️♥️♥️♥️
@debasonowal252
Жыл бұрын
Mojalagise doi bihu husari
@montubuaralua3011
2 жыл бұрын
আপোনালোকে আমাৰ শ্ৰীপাণিত আহি বিহু পদশন কৰা বাবে বহুত ধন্যবাদ
@bidyutphukan3440
2 жыл бұрын
যোৱা কালিৰ অনুষ্ঠান।। বৰ সুন্দৰ ❤️ ।।
@arunkonch3162
2 жыл бұрын
কোন ঠাইত হৈছিল ?
@bidyutphukan3440
2 жыл бұрын
@@arunkonch3162 মৰিধল শ্ৰীপাণিত
@NiranjanCreation
2 жыл бұрын
Mojjah
@nayanjyotiloying3949
2 жыл бұрын
বহুত ভাল লাগিল চাই।
@minakshisaikia4982
2 жыл бұрын
Morigaon r pora bohut bohut morom jaselu doltinloi... Minakshi mee... ❤️❤️❤️
@NabadeepGogoi
2 жыл бұрын
Sikha baa কন্ঠ ❤️
@Jimivideodairies
7 ай бұрын
Moja ❤
@rashmitamuli228
Жыл бұрын
Nasoni proujn hle kba ba hkl.. Tumalukr husori hsai bhut vl lage🥰❤
@BikashNeog-wi2gt
8 ай бұрын
5 br mn salu bohut mrm lagi se❤❤❤
@bithikagogoi8246
7 ай бұрын
Moja lagil
@karobisaikia3548
2 жыл бұрын
Mojaaaaaaa 👍👍👌👌👌👌👌👌👌💖💓💗💗🔥❤️
@pankajparajuli6135
2 жыл бұрын
What a voice 🔥🔥
@karinasaikia1549
2 жыл бұрын
Ki kom bhakha nai.ati hundor .ba kijoniloi u bhut morom jasilu❤
@soniaboruah6692
2 жыл бұрын
Khub dhuniya lagile ❤️❤️❤️ women power 👍
@babydas5803
7 ай бұрын
Bohot vl lagila sai baa aru ahguyai jua 2malok❤
@NamitaRoy-sy8ic
7 ай бұрын
Buhut dhuniya hoise
@GobandaDhemaji
8 ай бұрын
Aguwai juwa tumaluke ❤ love bihu 🙏
@NamitaDihingia
8 ай бұрын
Bapre emn dhuniya kontho❤
@rekhaomsantibanskotoky55
Жыл бұрын
ৱাহ কি সুন্দৰ মহিলা বিহু দল নাচে নামে অতি সুন্দৰ
@ushakalita3231
Жыл бұрын
শিৱসাগৰৰ জীয়ৰীৰ গৌৰৱ বিশ্বদৰবাৰত জিলিকি উঠক তাকেই কামনা কৰিলোঁ ।ভগৱানে সকলোকে কুশলে ৰাখক ।
@SimaraniDeka-matu
7 ай бұрын
Eman dhuniya lagisa ..eman dhuniya kontho ... best of luck 👍👍
@jitendradeka3113
2 жыл бұрын
Hosakoi koble vakha nai eman xundr hoise aru aguai jua tumaluk anekoi
@dipankarbora65
7 ай бұрын
Very nice from Sansari
@mintunath7958
7 ай бұрын
bahut dhuniya lagise....❤😮
@rahulgogoi7272
2 жыл бұрын
mallikai dhul ekdm outstanding bojaise 🙏🔥
@parthanasaikia2376
8 ай бұрын
ইমান ধুনীয়া লাগিছে । চালে চাই থাকিব মন যায়।❤❤
@rinkubaishya3304
2 жыл бұрын
bihu hole anekuwa bihu habo lage.bahut bahut dhynabad.
@abinashkonwar5128
2 жыл бұрын
Mojja lagil sai ba kijonir hosori. Agontuk dint aru aguai jua
@tridipgogoi8061
8 ай бұрын
Sai sai amoni nalage apunalukor husori ❤
@kanakrabha3239
2 жыл бұрын
Bohut val lagil sowali bihu dolti sab pai
@utpalsonowal69
2 жыл бұрын
Baa Keijoni bohi sai bohut val laga
@PankajDas-ct5ye
8 ай бұрын
Bohut dhuniya hoise😍😍
@lakhigogoi1997
2 жыл бұрын
বহুত ভাল লাগিল চাই 🤗☺️আগলৈ আৰু আগুৱাই যোৱা 💖💖
@Mayur_46_
2 жыл бұрын
Baa jonir maat tu j uff❤️
@dipakbarman2760
Жыл бұрын
bahut val lagise sai aru val habo
@nivachoudhury8231
2 жыл бұрын
বহুত বহুত ভাল লাগিল 😍😘
@axomorbuwarimonika9712
2 жыл бұрын
Hosakoi khub hundor lagile sai 💓💓💓💓💓💓💓💓💓💓💓
@ManikaRajbongshi-f6x
7 ай бұрын
Xundar poribexon
21:27
হাবুঙ হুঁচৰি দল-ধেমাজি || চেপন কেন্দ্ৰীয় ৰঙালী বিহু-২০২৩ || প্ৰথম শ্ৰেষ্ঠ দল || Habung Bihu Husori
Anupom Bitupon
Рет қаралды 543 М.
26:57
আলফাৰ প্ৰতিবাদ দিৱস-২৮ নৱেম্বৰৰ দিনটোতে অসমত জাপি দিয়া হৈছিল ৰাষ্ট্ৰপতি শাসন
Update Now
Рет қаралды 19 М.
00:23
Twin Telepathy Challenge!
Stokes Twins
Рет қаралды 123 МЛН
00:59
Как Я Брата ОБМАНУЛ (смешное видео, прикол, юмор, поржать)
Натурал Альбертович
Рет қаралды 5 МЛН
00:41
Симбу закрыли дома?! 🔒 #симба #симбочка #арти
Симбочка Пимпочка
Рет қаралды 5 МЛН
00:29
coco在求救? #小丑 #天使 #shorts
好人小丑
Рет қаралды 42 МЛН
20:43
চৌকিডিঙ্গী বিহু | চৰাইদেউ সমন্বয় বিহু হুঁচৰি দল | Charaideo Samannoy Bihu Husori Dol-2024
Anupom Bitupon
Рет қаралды 76 М.
30:19
নামঘৰৰ ৰাইজক কপাই তুলিলে এঞ্জেলা চাংমাই | Angela Changmai | বৰ নাৰায়ণপুৰ নামঘৰ
Kalindee Bhomora
Рет қаралды 372 М.
12:43
Eheu,Raltlan Inhmun an pe emni,thlir ho ang!?Sangbawihi inhmun pek ah zawhna a tam
Bawitlung Collection
Рет қаралды 76 М.
25:52
Amrita Gogoi News | নগাঁৱৰ হোটেলত কি ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈছিল অভিনেত্ৰী অমৃতা গগৈ ? N18V
News18 Assam/Northeast
Рет қаралды 226 М.
16:28
বৰদোৱা থানলৈ নো আৰু কিমান বাট || Bordua Thanloi Nu || কণ্ঠ- বিতু গগৈ || বাটচৰা দিহানাম দল, ধেমাজি
All Rounder Humen
Рет қаралды 600 М.
29:19
assamese evergreen bihu song / zubeen best bihu songs / assamese old bihu songs
PJB ENTERTAINER
Рет қаралды 1,1 МЛН
7:18
লিগিৰি কুঁজীৰ অভিনয়ে দৰ্শকক দিলে আনন্দ | কুমৰ হৰণ | ডিমৌ ভাওনা প্ৰতিযোগিতা | Vauna | Bhauna
PMB Mix
Рет қаралды 129 М.
22:27
কলিৰ যুগত নাৰীৰ ৰাজত্ব চলিব ll Marami Saikia Nagara Naam ll Live Perform Botguri Jogodhattri Puja
NAMONI AXOM [Banikya Ray]
Рет қаралды 1,4 МЛН
20:41
ৰংমন এনাজৰী বিহু হুঁচৰি দল-মৰাণ | Rangmon Enajori Bihu Husori Dol-2024
Anupom Bitupon
Рет қаралды 19 М.
17:07
Zubeen Garg Superhit Bihu Song 2023 || Zubeen Garg New bihu song 2023 || Best Of zubeen garg 2023
Enajori Musical
Рет қаралды 3 МЛН
00:23
Twin Telepathy Challenge!
Stokes Twins
Рет қаралды 123 МЛН