N Dihanaam ujonir manuhe gaabo jane neki. Ujoni naamoni aibur bived anile montu beya lage. Krishna🙏
@hitanjalidas2374 Жыл бұрын
7
@ripunjoyboruah3251 Жыл бұрын
বৰ ভাল লাগিল নাম ভাগি। গা নাচি উঠে ❤❤❤
@BhagwanDeka-yg4yw Жыл бұрын
বাইদেউ কি এই বিলাক উজনী নামনী নামত কিবা ভাগ কৰা আপোনালোকক হে পাই থাকো নিয়ম আপোনালোকেহে উজনী নামনী কৰি আছে আপোনাৰ নিয়ম আমি নামানো গুৰুজনাই এক কৰে ভকতে হে ভাগ কৰে
@DipaliRay-tt6nc Жыл бұрын
উজনিৰ নিয়ম শুদ্ধ বুলি তেওঁ লোকে ভাবে আমি কিয় তেওঁলোকৰ নিয়ম মানি চলিবলৈ বাধ্য হ'ব লাগে আমাৰো নিজশতা আছে। আমাৰ ৰাইজে কথাটো বুজা উচিত।