Latasil Bihu Samragi-2023 Pratiksha Borgohain || লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই

  Рет қаралды 162,277

Anupom Bitupon

Anupom Bitupon

Күн бұрын

লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ বিজয়ী প্ৰতিযোগি গুৱাহাটীৰ প্ৰতীক্ষা বৰগোহাঁই । অভিনন্দন জ্ঞাপন কৰিছো ।
Latasil Bihu Samragi-2023 Pratiksha Borgohain
#Latasil_bihu
#anupombitupon
#latasil_bihu_Samragi
#samragi_2023
#anupombitupon_bihu
Anupom Bitupon
anupam Bitupon bihu
bihu samragi 2023
Latasil bihu samragi
Pratiksha Borgohain
Latasil Bihu Samragi-2023
Pratiksha Borgohai
লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই
লতাশিল বিহু সম্ৰাজ্ঞী-২০২৩ৰ বিজয়ী প্ৰতিযোগি গুৱাহাটীৰ প্ৰতীক্ষা বৰগোহাঁই । অভিনন্দন জ্ঞাপন কৰিছো ।
Latasil Bihu Samragi-2023 Pratiksha Borgohain
#Latasil_bihu
#anupombitupon
#latasil_bihu_Samragi
#samragi_2023
#anupombitupon_bihu
Anupom Bitupon
anupam Bitupon bihu
bihu samragi 2023
Latasil bihu samragi
Pratiksha Borgohain
Latasil Bihu Samragi-2023
Pratiksha Borgohai
লতাশিল বিহু সম্ৰাজ্ঞী-প্ৰতীক্ষা বৰগোহাঁই

Пікірлер: 118
@akaashranjan2483
@akaashranjan2483 6 ай бұрын
জাগৃতি সন্দিকৈক কোনে কোনে miss কৰিছে? তেওঁৰ লাহি নাচ খুবেই আকৰ্ষণীয় আছিল ❤
@ankurkalita7577
@ankurkalita7577 6 ай бұрын
Xosai dei, Jagriti bar naas tu olop unique jn lgisil iman smooth aru lahi pahikoi nasisil sai e bhal lagisil
@ritubaishya1
@ritubaishya1 Жыл бұрын
যিয়েই যি নকওঁক কিয়, কালিৰ সম্ৰাজ্ঞী প্ৰতিযোগিতাখনৰ most deserving আছিল #Rajashree_Nath বা। ৰাজশ্ৰী বাৰ নাচত ভুল হৈছিল ক'ত? এটা কথা হয় যে বিৰিনা দলটি বহুত বেছি strong, দলীয় ঐক্য বহুত ভাল (মোৰো প্ৰিয় দল)। প্ৰশ্নোত্তৰ শিতানতো সাত জনীৰ ভিতৰত অতি স্পষ্ট তথা শুদ্ধ উত্তৰ দিছিল ৰাজশ্ৰী নাথে। কি ভিত্তিত কোনে কি কৰিছে নাজানো। বাকী নতুন সম্ৰাজ্ঞীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
@aituashimbhaiassam5371
@aituashimbhaiassam5371 Жыл бұрын
আজি কালি প্ৰশ্ন শুদ্ধ উত্তৰ দিলেও ফাৰ্ষ্ট পজিছন নাপাই অ।।।। প্ৰশ্ন উত্তৰ শিতান শৱ ফকতীয়া।।।। দৰ্শক অক দেখাবলে হে পাতে প্ৰশ্ন উত্তৰ শিতান।।।।। 💯💯💯যেই জি নকক মোৰ এজনীক এ ভাল লাগে শৱ ফালৰ পৰা।।।। ড্ৰিব্ৰগৰৰ ঋতুপৰ্ণা🔥🔥🔥🔥🔥💯💯💯💯💯💯
@aituashimbhaiassam5371
@aituashimbhaiassam5371 Жыл бұрын
@@disha4370 কুমাৰণি কি উঁই পুক কি তাতে চিনি পায়। আমি অভীগ্য নহয়,আমি তেল নাইকীয়া চাকিতী হে। অভীগ্য জনে যি কয় তাকে আৰু
@RaaginiPriya
@RaaginiPriya Жыл бұрын
Jigorakiye ataitkoi hundor nash podorkhon kore teunkhe ai khitap diya hoi lagile uthar hudhokoi nidiyokei … hoitu agorakiye nash tu bhal kora bbe proshonor hitantkoi adhik points collct koricl nitryo prodorkhonot,,,
@riniki271
@riniki271 Жыл бұрын
Agree
@ritubaishya1
@ritubaishya1 Жыл бұрын
@@RaaginiPriya ইয়াত mainly নাচৰ কথাই কৈছোঁ। সম্ৰাজ্ঞী জনীৰ নাচত কত কি ভুল পাইছে অন্য কমেণ্টবোৰ চালেই গম পাব। প্ৰশ্নোত্তৰ শিতান বাদেই দিলো তেনেস্থলত .....
@pinakpanibarthakur881
@pinakpanibarthakur881 Жыл бұрын
প্ৰতীক্ষা বৰগোঁহাই বহুত জ্যেষ্ঠ নাচনী ৷ তেখেতক সম্ৰাজ্ঞী প্ৰতিযোগীতাত বহুবাৰ দেখিছো ৷ এইবাৰ সফল হোৱা দেখি ভাল লাগিল ৷ সম্ৰাজ্ঞীত Highest attempt দিয়া বিহুৱতী এখেতেই হ'ব চাগে ৷ তেখেতৰ ধৈৰ্য্য আৰু অধ্যাৱসায়ক শ্ৰদ্ধা জনাইছো ৷ অভিনন্দন জনালো ৷ আশাকৰো সংস্কৃতিৰ পথাৰখন অনাগত দিনত তেখেতে আৰু চহকী কৰিব ৷ 🎉💐🌺
@kooparnikashdekapuru7890
@kooparnikashdekapuru7890 4 ай бұрын
Perfect eg... For bihu dance
@dimpysaikiaofficial
@dimpysaikiaofficial Жыл бұрын
Mur val lgise Junei ji nkowk because nas burt puroni thas ase manuhe ajikalir adhunik bihu dance sai phori goise,,,, Puroni nas bur sabo sun,,
@priyankaborah6606
@priyankaborah6606 Жыл бұрын
❤❤❤
@kosturisvlog2988
@kosturisvlog2988 Жыл бұрын
এওঁতকৈ ওপৰত আৰু ভাল নাচিছিল বাকী নাচনী দুগৰাকী মানে।
@NAB2405
@NAB2405 Жыл бұрын
ক'ৰবাত যেন কিবা এটা খুঁত ৰৈ গ'ল তেওঁৰ কষ্ট সাৰ্থক হৈছে ভাল লাগিল তথাপিও যেন মনটোত অস্বস্তি,, আচলতে বিহুখনি ব্যৱসায় হ'বলৈ ধৰাৰ বাবেই হয়তো এনে হৈছে... বাকী ভাল হওঁক তেখেতৰ,,✨🥀 খুঁত তেওঁৰ নহয় তেওঁক দোষা নাই
@simantasaikiaofficial9196
@simantasaikiaofficial9196 Жыл бұрын
বিৰিণা বিহু দল + নয়ন দা + শতাব্দী কলিতা ( দলটো জুই আছিল ) এতিয়াও বহুত ভাল হৈছে ❤🥰
@Ankurisha22
@Ankurisha22 10 ай бұрын
Hosake
@simantasaikiaofficial9196
@simantasaikiaofficial9196 10 ай бұрын
@@Ankurisha22 🤗🥰
@bhakhikas.gofficial9616
@bhakhikas.gofficial9616 Жыл бұрын
ভাল‌ লাগিল পুৰণি বিহু নামেৰে সৈতে এক সুন্দৰ প্ৰদৰ্শন ❣️ আৰু লগতে নাচনী গৰাকীৰ নাচো অতি সুন্দৰ 👌কৰ হয় বাৰু তেখেত
@pinki.barmankakati9362
@pinki.barmankakati9362 Жыл бұрын
Guwahati kahilipara r hoy
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
ধুনীয়া লাগিছে। প্ৰতীক্ষাৰ লগত সংগত কৰা বিহুৱা দলটোৰ পৰিবেশন বৰ সুন্দৰ হৈছে। নাচনীৰ প্ৰথমে লেহেতীয়াকৈ নচা নাচটো বৰ মজা লাগিল। বিহু নামবোৰ ভাল লাগিছে।
@priyankasaikia5302
@priyankasaikia5302 Жыл бұрын
দাদা প্ৰশ্ন শিতান খিনিও দিব 👍👍 অপেক্ষা কৰিম👍
@Kaushik632
@Kaushik632 Жыл бұрын
প্ৰশ্ন শিতানৰ বাবে অপেক্ষা কৰিলোঁ। ভাল লাগিল----
@gobindalahkar3218
@gobindalahkar3218 Жыл бұрын
মইও বিহু অনুস্থানত ধোল বজাইছিলো।আমি তেতিয়া দীঘল ধূতি দীঘলকৈ পিন্ধিছিলো। আজিকালি ছুতিকৈ পিন্ধে যে বুজি নাপাও।কিয় বাৰু
@ambalikadas489
@ambalikadas489 Жыл бұрын
প্ৰশ্ন শিতান অতি সোনকালে পাম বুলি আশা কৰিলো💫
@upendas8763
@upendas8763 Жыл бұрын
সুন্দৰ পৰিবেশন।এইজনী কিমান নম্বৰ প্ৰতিযোগী আছিল বাৰু? অনুগ্ৰহ কৰি জনাবচোন
@ankurkalita7577
@ankurkalita7577 Жыл бұрын
7 last goraki
@bikibordoloi-bn7pd
@bikibordoloi-bn7pd 7 ай бұрын
প্ৰতিষ্ঠা বৰগোহাঁই বা ভাল লাগিছে ❤❤❤
@nayanmonidutta9768
@nayanmonidutta9768 Жыл бұрын
অভিনন্দন,সুন্দৰ নাচিছে। নাম গাওতে উচ্ছাৰণ মন কৰিব ।
@debarupasarma8412
@debarupasarma8412 Жыл бұрын
Jugriti handique r bihu sai jitu paixilo...ajiloike poa ni...amr natun xomragiloi abhinandan thakil...🎉
@tridipgam6577
@tridipgam6577 Жыл бұрын
Ekdom hosa kotha, prothom bar latashilot nasiyei bihu samragi খিতাপ পাইছিল, খুব ভাল লগা নাচনী jagriti
@dimpyborah6826
@dimpyborah6826 Жыл бұрын
ধুনীয়া নাচিছে বা আৰু দাদাহঁতে ❤❤🥰🥰🥰🥰🥰💖💖💖💖💖💖💖 Happy Rongali Bihu
@reelsassam4070
@reelsassam4070 Жыл бұрын
অনন্যা ফুকন আৰু এখেতৰ দলটো একেটা দল চাগে কাৰণ নাচতো দুয়োজনীৰে একে 😊
@priyankaborah6606
@priyankaborah6606 Жыл бұрын
Hoi
@binitakalita9947
@binitakalita9947 Жыл бұрын
Satabdee kalita k miss korisu... Dhuniya nasise jodiyo satabdee r dore monot saj bohuwabo pora ni...
@biswajitsonowalbiswajitson8167
@biswajitsonowalbiswajitson8167 Жыл бұрын
Nice.
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks!
@biswajitbora7372
@biswajitbora7372 Жыл бұрын
বাকী কেইগৰাকীৰ বিহু নাছ ছোৱা নাই। অকণমান নাছটো smooth যেন লাগিল।
@munmibora9430
@munmibora9430 Жыл бұрын
নাচ ইমান smooth নহয় কিন্তু।
@upk9818
@upk9818 Жыл бұрын
দাদা প্ৰতিক্ষা বৰগোহাঁইৰ ক্ৰমিক নং কিমান আছিল জনাব নেকি বাৰু ?
@ankurkalita7577
@ankurkalita7577 Жыл бұрын
7
@Urmilahazarika876
@Urmilahazarika876 4 ай бұрын
Hokolu bihuwatike vl lgee❤🎉
@deepjyotidas8881
@deepjyotidas8881 Жыл бұрын
Nasoni jui lgte bihua hokol aru juuii. Mon sui goise🥰🥰🥰🥰🥰
@jeshikadeka895
@jeshikadeka895 Жыл бұрын
So proud 🥺❤️
@subhashborboruah6895
@subhashborboruah6895 Жыл бұрын
দাদা প্ৰশ্নশিতানটো দিয়ক
@Junaborah-b5m
@Junaborah-b5m 7 ай бұрын
Bohut xundor hoise❤❤❤❤❤❤❤
@kalyandas4534
@kalyandas4534 Жыл бұрын
Excellent bihu dance. Congratulations to the whole team
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks all
@rupamtamulikaku6271
@rupamtamulikaku6271 Жыл бұрын
কি ভিত্তিত দিলে বিহু সম্ৰাজ্ঞী? ককাল নাভাগিলেই, ইমান ভাগৰুৱা নামবোৰ।। আগতে কেইবাবাৰো এই মঞ্চখনিত দেখিছোঁ বোধ হয়?🤔🤔বাকী একো নকও 🙏 তেওঁ উজ্জল ভৱিষ্যত কামণা কৰিছোঁ 🥰
@sgogoi459
@sgogoi459 Жыл бұрын
সুন্দৰ পৰিবেশন, ভাল নাচিছে। অভিনন্দন 💐💐
@hariprashadboruah
@hariprashadboruah Жыл бұрын
Nice❤❤❤❤
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks 🤗
@prakashentertainment9061
@prakashentertainment9061 Жыл бұрын
অভিনন্দন জ্ঞাপন কৰিলোঁ
@runali453
@runali453 Жыл бұрын
অভিনন্দন জনালো ❤❤❤❤
@rebidas7461
@rebidas7461 Жыл бұрын
❤❤❤😊😊wow
@bhakhikas.gofficial9616
@bhakhikas.gofficial9616 Жыл бұрын
অভিনন্দন 💐
@simantakumargogoi5204
@simantakumargogoi5204 Жыл бұрын
Congratulations 👏 👏 👏 Excellent dancers👍👌🎈💐
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thank you so much
@rohitdas8351
@rohitdas8351 Жыл бұрын
Birina bihu dol mne success r peak .. congratulations back to back dubar loi goise 🎉
@bigantaborghain7941
@bigantaborghain7941 Жыл бұрын
Best of luck for your future❤❤❤
@uddipanadutta589
@uddipanadutta589 Жыл бұрын
Bitupon da happy bihu .... thank you apunar karone gutai bihu Bilak sabole pai asu you tube....axom jabo para nai ...ghrt bohi saisu ...
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏🙏
@manikbarman6379
@manikbarman6379 Жыл бұрын
❤❤❤ wow beautiful
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thank you!
@m.dsivasagar1535
@m.dsivasagar1535 Жыл бұрын
Very nice ♥️
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks 🤗
@PrasantaDas-cr4bb
@PrasantaDas-cr4bb Жыл бұрын
সম্পূৰ্ণ সন্তুষ্ট হব নোৱাৰিলোঁ।
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
আচলতে তাই পুৰণি বিহু নামৰ নাচ দিছিল।
@bhrigukalita6479
@bhrigukalita6479 Жыл бұрын
সুন্দৰ নাছিছে 👍
@xgamar571
@xgamar571 Жыл бұрын
😊😊
@rikisaikia7165
@rikisaikia7165 Жыл бұрын
Bht vl nasise ❤️ bht bar salo amoni nlge sai ❤️
@bhadreswariazarika4903
@bhadreswariazarika4903 Жыл бұрын
অতি সুন্দৰ ।মজা
@bhadreswariazarika4903
@bhadreswariazarika4903 Жыл бұрын
কুৱৰী ,ৰানী আদি দিব চোন ।
@achyutkalita924
@achyutkalita924 Жыл бұрын
Dhuniya bihu
@ambalikadas489
@ambalikadas489 Жыл бұрын
ভাল লাগিল❣️
@JonardhonBarman-q3u
@JonardhonBarman-q3u 9 ай бұрын
Bahut Val lagixe Sai tahakibor mon
@Anurag..5655
@Anurag..5655 Жыл бұрын
4 bosor dhori lotashilor bihu sai ahisu aibaru bohut horojonto korise ji gorakiye eman vagoruw koi nambur aru 2 ti question 1 ta ands vul koi dise tene solot teu puwtu kunu jukti a nohoi tothapiu nasoni gorakir ujol bhobishot kamona korilu
@bhadreswariazarika4903
@bhadreswariazarika4903 Жыл бұрын
বহুত বহুত ধন্যবাদ দাদা ।
@dulonphukon8038
@dulonphukon8038 Жыл бұрын
❤❤❤
@oliver___8097
@oliver___8097 Жыл бұрын
Hundor hoixe bihu khn pori jwa nai😊 aru nasoni nas tu Imn vl noholeu loi. Tal sob axe ...nas Joni a gan u dhuniya gaixe
@amulyadebnathmrg4080
@amulyadebnathmrg4080 Жыл бұрын
❤❤❤Best of luck,,, নেৰিবা
@riturajdas32
@riturajdas32 Жыл бұрын
অভিনন্দন
@yuvarajburagohain106
@yuvarajburagohain106 Жыл бұрын
Aji kali notun hoi jua r folot bohutore mon tu xoloni hoise dekhisu. Pratiksha baa e puroni naas r logote uposthapon khubei hundor. Naam buru puroni. Khubei hundor lagise kintu soboke akou aji kali notun he lage. Heikarne comment bur dekhisu Karu posond hua nai
@aituashimbhaiassam5371
@aituashimbhaiassam5371 Жыл бұрын
জুই 🔥🔥 গ্ৰুপ
@jituhandique4629
@jituhandique4629 Жыл бұрын
Xosakoi ba tmi bor dhuniya nasisa
@achyutjyotichiring2709
@achyutjyotichiring2709 Жыл бұрын
60fps t dibo
@jibonnath6395
@jibonnath6395 Жыл бұрын
Bor val lagil sai...
@pankajkonwar9940
@pankajkonwar9940 Жыл бұрын
manchar pisfale prize-bur bar dristikatu hoise !
@souravofficial9533
@souravofficial9533 Жыл бұрын
Upload koribo parim ne দাদা
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Nuwaribo
@souravofficial9533
@souravofficial9533 Жыл бұрын
Kio দাদা... আপুনাৰ logo thakibo no
@hirakjyotidas9498
@hirakjyotidas9498 Жыл бұрын
Congratulations 🎉💐🎉
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks 🤗
@janardanborah7550
@janardanborah7550 Жыл бұрын
Oti sundor
@Axomiya-m6e
@Axomiya-m6e Жыл бұрын
Pepa badak jn genius
@saratborah3963
@saratborah3963 Жыл бұрын
Val lagil khali athu Gita bisike uliyai nosa hoise
@hirenboruah6474
@hirenboruah6474 Жыл бұрын
Vl lgil
@niralakalita5163
@niralakalita5163 Жыл бұрын
বহুুত ভাল লাগিলে
@architabardoloivlog5383
@architabardoloivlog5383 Жыл бұрын
Mojaa
@heojychannelvlog6347
@heojychannelvlog6347 Жыл бұрын
Congratulations 👌💐
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
Thanks a lot
@princesaikia7606
@princesaikia7606 Жыл бұрын
tinisukiyar bromthuri jeng bihu dolr video dibo sun thakile.dhuniya dhuniya suwali ulai tat
@jatnoburagohain-qc3ip
@jatnoburagohain-qc3ip Жыл бұрын
Suwale puwa nai nake
@princesaikia7606
@princesaikia7606 Жыл бұрын
@@jatnoburagohain-qc3ip nai pua bisari diba sun
@khaleninu2483
@khaleninu2483 Жыл бұрын
😂😂😂
@the_ahum
@the_ahum Жыл бұрын
🤣🤣
@prasenjitduarah5959
@prasenjitduarah5959 Жыл бұрын
Dhoinobad bitupon da
@অনুপমবিতোপন
@অনুপমবিতোপন Жыл бұрын
🙏
@nibeditasaikia3917
@nibeditasaikia3917 Жыл бұрын
❤❤
@mukundagogoi-gi1km
@mukundagogoi-gi1km Жыл бұрын
V nice
@abhumuki
@abhumuki Жыл бұрын
অভিনন্দন
@chandanallrounder3611
@chandanallrounder3611 Жыл бұрын
❤❤❤❤
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 12 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 112 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Когда отец одевает ребёнка @JaySharon
00:16
История одного вокалиста
Рет қаралды 12 МЛН