Рет қаралды 69,675
▶️APSC উত্তীৰ্ণ পত্নীৰ ৰামঠগনৰ সন্মুখীন স্বামী ৰেকিব আহমেদ। APSCৰ SERVICE TRAININGত যোৱা বুলি বাসগৃহৰ পৰা পলায়ন পত্নীৰ। ২ লাখ নগদ টকাসহ প্ৰায় ৩.৫০ লাখ টকাৰ সোণ, লেপটপ, পাটৰ কাপোৰ, আই ফোন, আই পেড লৈ চানমাৰিৰ পৰা পলায়ন পত্নী পুষ্পাঞ্জলি বৰা ওৰফে পাৰবিনৰ।