অৰুণোদয় আঁচনি বন্ধ হ'ব! কংগ্ৰেছে প্ৰস্তাৱ আনিলেই অৰুণোদয় বন্ধ কৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

  Рет қаралды 51,854

Asom Live 24

Asom Live 24

Күн бұрын

Пікірлер: 181
@jibongogoi6940
@jibongogoi6940 2 ай бұрын
বহুত ভাল খবৰ l বি জে পি ৰ ভোট ৰাজনীতি বন্ধ হব l বি জে পি ৰ ভেটিত তিতা লাও গজিব l
@nitulrajbongshi1044
@nitulrajbongshi1044 2 ай бұрын
Right....
@apurbadas4151
@apurbadas4151 2 ай бұрын
কিয় কংগ্ৰেছ আনিবলৈ আহোম মানুহ ৰজা হবৰ কাৰনে দুখীয়াৰ আচনি বন্ধ হব লাগে নেকি???
@rupdhannath6894
@rupdhannath6894 2 ай бұрын
কংগ্ৰেছ ৰ গাত দোষ জাপি দি বাপুৰাই অৰুণোদয় বন্ধ কৰিব ওলাইছে,আচল ৰাজনীতি ৰাইজে বুজি পায় মূৰ্খ,ভঁৰালত টকা নাই ,আঁচনিৰ ধন দিব নোৱাৰা হৈছে ,গতিকে কংগ্ৰেছ ৰ গাত দোষ টো জাপি দিব পাৰিলেই ,নিজৰ বাত মুকলি হব ,পুনৰ ৰাইজে অৰুণোদয় পোৱাৰ আশাত 26ত vote dib
@raajdeeppradhan6160
@raajdeeppradhan6160 2 ай бұрын
Right kota koisa
@nextlevelshorts8231
@nextlevelshorts8231 2 ай бұрын
অৰুণোদয় বুলিয়ে নহয়, সকলো আচনি বন্ধ কৰি দিব লাগে। এইবোৰৰ ঠাইত বৃদ্ধ পেঞ্চন বৃদ্ধি কৰক। দুখীয়া বিধবা, বয়সীয়াল ছোৱালী সকলক দিয়ক।
@AnowerHossain-vx6hc
@AnowerHossain-vx6hc 2 ай бұрын
ব্যাক্তিগত চিকিৎসালয়ত আয়ুষ্মান কাৰ্ড valueless. অৰুনোয় আচনিৰ হিতাধীকাৰী হিতাধিকাৰী বাছনিত যথেষ্ট খেলি মেলি হৈছে। so if it is a discontinued it will be good.
@RajipdasRajip-m8n
@RajipdasRajip-m8n 2 ай бұрын
অৰোণদয় আচনীসন ১০০ ভিতৰত ৭০ ভাগেই ধনী মানুহেই পাই আচনীসন বন্ধ হলেও ভাল
@jmgassam1622
@jmgassam1622 2 ай бұрын
@@RajipdasRajip-m8n বেছি ভাগে ধনী সকলোৱে চাউল বিলাক বেছায়।ঘৰৰ চাউল খায়।
@krishnagogoi1657
@krishnagogoi1657 2 ай бұрын
সুন্দৰ | অৰুণোদয়ে নহয় সকলো আচনি বন্ধ হব লাগে | বান পানীত কক বকাই থকা লোক সকলক সহায় কৰক |
@samsulhaque4571
@samsulhaque4571 2 ай бұрын
Congress গাত বোকাচটিয়াই বিজেপিৰ উপায় নাই দেশ ঋনত পোট গৈছে। ইয়াকে নকয় কৱ কি !
@RamenbarmanRamenbarman-nx7qw
@RamenbarmanRamenbarman-nx7qw 2 ай бұрын
Good News বোৰ ভাল লাগিল ধননবাদ
@ThirmalRajbongshi
@ThirmalRajbongshi 2 ай бұрын
অৰুনাদয় আচনি বন্ধ হব লাগে। বস্তৰ দাম কমিব লাগে।
@bhabendoley6151
@bhabendoley6151 2 ай бұрын
বহুত ভাল খবৰ। ইয়াৰ বদলি স্বাস্থ্য,শিক্ষা ,চাকৰিত গুৰুত্ব দিয়ক।চৰকাৰ পুনৰ আহিব।
@jitendas7554
@jitendas7554 2 ай бұрын
সুন্দৰ, অতি সোনকালেই এই আচঁনি বন্ধ হ'ব লাগে । এইখন অৰুণ উদয় নহয় ,, কৰুণ উদয়হে ।
@deepaksarma3709
@deepaksarma3709 2 ай бұрын
A0luo
@bulumaihandique925
@bulumaihandique925 2 ай бұрын
১১/০৫/২৪ তাৰিখে গুৱাহাটীৰ প্ৰতিক্ষা নাৰ্চিঙহোমত গয়টাৰ অপাৰেচন কৰি আহিলো। আয়ুষ্মান কাৰ্ড আছিল যদিও এটকাও ৰেহাই নেপালো।
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
Ami dexun nagaon gdt paisu
@S.M.8439
@S.M.8439 2 ай бұрын
BJP হাৰি যাব।
@hajatgogoi1620
@hajatgogoi1620 2 ай бұрын
বন্ধ হ'ব লাগে অতি সোনকালেই ধনী ধনী লোকেই পায় আছে।
@sukuramkachari72
@sukuramkachari72 2 ай бұрын
বৃদ্ধ আচনি নেদাকৈ অৰুণদয় আচনি এনে দি লাভ নাই,, আচনি বন্ধ হব লাগে।।।
@chenehidutta5240
@chenehidutta5240 2 ай бұрын
অৰুণোদয় আঁচনি। ধনী লোকে পাই নেকি
@chariyonortheastyoutube2362
@chariyonortheastyoutube2362 2 ай бұрын
ৰাজনৈতিক খেল।
@patnedalu8999
@patnedalu8999 2 ай бұрын
হয় অৰুণোদয় বন্ধ হব লাগে।
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 2 ай бұрын
আচনি টকা দিবলৈ চৰকাৰে কিমান ধাৰ লব
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e 2 ай бұрын
আৰু ঋণ লৈছে অৰুণোদয় কিয় বন্ধ হ'ব
@স্মৃতিহাজৰিকাগগৈ
@স্মৃতিহাজৰিকাগগৈ 2 ай бұрын
আচনিতকৈ বস্তুৰ দাম কমাই দিয়ক। ৰাইজ এতিয়া নাখাই মৰিব। সেইকেইটা টকাই কি পাই। দোকানলৈ যাবলৈ ভয় কৰে। ঔষধৰ দাম কমাই দিয়ক।
@AkashsangmaAkashsangma-x9v
@AkashsangmaAkashsangma-x9v 2 ай бұрын
যি সকলে অৰুণদয় আঁচনি পাই আছে সেই সকলক যেনে তেনে হে দি আছে ।হিমন্তই কৈ আছে যে কংগ্ৰেছে সমালোচনা কৰিলে অৰুনোদয় আঁচনি বন্ধ কৰি দিম বুলি কিন্তু এইবিলাক বাহানা হিমন্তৰ।
@violinasingha5550
@violinasingha5550 2 ай бұрын
Axom sarkarar puji nohowa hoise. Aibor cmr chal.
@jmgassam1622
@jmgassam1622 2 ай бұрын
অৰুণদোয় আঁচনি আৰু বিনামূলীয়া চাউলৰ কাৰণে বস্তুৰ দাম জুই চাই হৈছে।
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 2 ай бұрын
কিমানো ভয় খুৱায় থাকে, আমাৰ মানুহৰ হাত ভৰি আছে নহয় কৰি খাব আ'ক !আচনি টকা কেইটা ৰে কিনো হয় , মুখ্যমন্ত্ৰী য়ে ৰাতিপুৱা ই হিচাব কৰিবচোন,এজন মানুহ ক ওলাই যোৱা পৰা ঘৰলৈ ঘূৰি আহে মানে, কিমান টকা ৰ প্ৰয়োজন (সাধাৰণ মানুহ এজনৰ)?
@bmahatta9129
@bmahatta9129 2 ай бұрын
Bhal khbr
@BipulBora-r8g
@BipulBora-r8g 2 ай бұрын
এখেতে টকা দিব পৰা অৱস্থাতো নাইকিয়া হৈছে ছাগে।
@pranjal.borahpranjalborah7445
@pranjal.borahpranjalborah7445 2 ай бұрын
তোৰ হাত ভৰি দিয়া নাই নেকি কর্ম কৰি খা
@BipulBora-r8g
@BipulBora-r8g 2 ай бұрын
@@pranjal.borahpranjalborah7445 তয় ছাগে অৰুনোদই পাই খুছহৈ আছে।মোক নালাগে ঐ।
@Babu-j8t
@Babu-j8t 2 ай бұрын
Val kotha
@underliton5572
@underliton5572 2 ай бұрын
যদি কৈছে বন্ধ হব
@MousumiLalung-p4m
@MousumiLalung-p4m 2 ай бұрын
ঘৰত বহি থকা মহিলাই কিয় ইনেই টকা পায় A W w কৰ্মী য়ে ইমান কষ্ট কৰি কি পাইছে কি দিছে 😂
@LukumoniBorah-b2b
@LukumoniBorah-b2b 2 ай бұрын
মামা এই আচঁনিৰ পৰা বহুত মানুহ উপকৃত হৈছে ।ফতুৱা বোৰৰ কথা নালাগে।আমাক সূতা কম্বল নালাগে ।
@sribhabeshsarmasribhabeshs3056
@sribhabeshsarmasribhabeshs3056 2 ай бұрын
Right
@assameseyoutubechannel6810
@assameseyoutubechannel6810 2 ай бұрын
বস্তু দাম কমাওক। অৰুনোদই বন্ধ কৰক।এই বোৰ মিছা কথা।ভৰাল উদং বুলি কওক।
@mamudas2684
@mamudas2684 2 ай бұрын
arunudoy June pabo lage teuluke nepai ? jaar ghrt sakori ru penson pai teuluke he pai ru arunudoy asoni nepauteu manuh bure khai cile ru etiyau kosto koriei khbo
@Babu-j8t
@Babu-j8t 2 ай бұрын
🎉🎉
@samsulali4266
@samsulali4266 2 ай бұрын
বস্তুৰ দাম বঢ়াই আৰু আঁচনি দিয়ক
@Jun_Photography
@Jun_Photography 2 ай бұрын
moja
@Garrison923
@Garrison923 2 ай бұрын
Arunodai bondho koribh lgh
@chandanmainanath1166
@chandanmainanath1166 2 ай бұрын
Good News
@Haney-pathan
@Haney-pathan 2 ай бұрын
बंद होबो लागे 😂😂
@assamesemotivationd2.392
@assamesemotivationd2.392 2 ай бұрын
Wooo kiya politix yar...manuhor hohanu vuti butuloiboi...
@bulakakoti9165
@bulakakoti9165 2 ай бұрын
সচাঁ কথা
@SunehwarSonowal-yl3ip
@SunehwarSonowal-yl3ip 2 ай бұрын
ভয় লাগিছৈ নোকি মামা😂😂😂😂😂😂😂
@LukeswarPatgiri-ku1ev
@LukeswarPatgiri-ku1ev 2 ай бұрын
পশ্চিম বংগতো অৰুণোদয় আচঁনিৰ দৰে আচঁনি আছে।
@hemantaborgohain4493
@hemantaborgohain4493 2 ай бұрын
অকল অৰুণোদয়ৰ ধনেৰে অসমীয়া জীয়াই থকা নাই । অসমীয়া নিজেই কৰ্ম কৰি জীয়াই থাকিব জানে । মূখ্যমন্ত্ৰীয়ে অৰুণোদয় আচনি হিতাধিকাৰী সকলক ইমান নিম্নস্তৰৰ বুলি ভাবিব নালাগে । তাতোকৈ কওক চৰকাৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে কিবা এটা অচিলা পালেই হিতাধিকাৰী আচনিবোৰ বন্ধ কৰা হব । কংগ্ৰেছৰ গাত হেচাঁ দি লাভ নাই । আমি বুজি পাওঁ । চিকিৎসাৰ বৰ্দ্ধিত টকাখিনি কি কৰিব , গছপুলিৰ নামত খৰচ হোৱা টকাবোৰ পুলি ৰোৱাসকলে পাবনে ? বাইদেউ কিমানগৰাকী লাখপতি হ'ল ? কিম 11:20 ান বিদেশী খেদিলে, কিমানক ভূমিপট্টা শুদ্ধভাৱে দিলে, কিমান চৰকাৰী বিদ্যালয় বন্ধ হ'ল, অসমৰ কিমান বৃত্তি সন্ধানী যুৱক-যুৱতী বহিৰাজ্যত মৃত্যু হৈছে, জোনমনি, ইন্দ্ৰানী, সুনীল, জাহাঙ্গীৰ এইবোৰ কওক ।
@Munmisonowal31
@Munmisonowal31 2 ай бұрын
B j p jindabat
@BikashBora-n5c
@BikashBora-n5c 2 ай бұрын
পাৰিব
@RamenbarmanRamenbarman-nx7qw
@RamenbarmanRamenbarman-nx7qw 2 ай бұрын
আৰু p.m kisan বন্ধ কৰিলে ভাল হব
@Bilal91989
@Bilal91989 2 ай бұрын
Good
@bharatbaruah5702
@bharatbaruah5702 2 ай бұрын
চৰকাৰ ৰ টকা নাই কংগ্ৰেছক দোষ দি আঁচনি বন্ধ কৰা ৰাজনীতি মামাৰ
@hiphopgamer415
@hiphopgamer415 2 ай бұрын
বন্ধ হব লাগে
@SanjayDas-xg2ko
@SanjayDas-xg2ko 2 ай бұрын
Cm sir sab aasoni bandh Kori diok
@joshnaray3117
@joshnaray3117 2 ай бұрын
শুকুনি মামাৰ টকা নাই মাইকী বিলাকক টকা দিব নোৱাৰি কংগ্রেছৰ পোকৰত দোষ জাপি দি সাৰিব খুজিছে 😂😂😂😂😂😂
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
অৰুণোদয়"আচনিৰ পইচাবোৰ"আমাৰ।আমাৰ"পৰা taxৰ যোগেদি পইচা নি এইবোৰ আচনি তৈয়াৰ কৰিছে।মই ইয়াৰ"সম্পূৰ্ণ বিৰোধী।আমাৰ নি আকৌ আমাকে ই দিছে! ইয়াত লাভ"কি হল!সেয়ে ২০২৬ ত ওফৰাবলৈ সিদ্ধান্ত লৈছো।
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
Kunu sarkar nhy xuda ahu dhanor guda,Kun sarkare amar pora tax nuluakoi asoni dibo paribo nam nejanu
@Sahidul_craft
@Sahidul_craft 2 ай бұрын
একেবারে নিম্ন পরিবারে ইলেকট্রক বিল মাহেলী আসে 1200 পরা 1800 টাকা
@RubiBorah-j5r
@RubiBorah-j5r 2 ай бұрын
যদিহে ধনী লোকে পাইছে চৰকাৰক কিয় দেখাই নিদি মনে মনে আছে আপোনাৰ ঘৰতে ওলাব hebabe মনে মনে বহি আছে প্ৰভুজন
@khargeswarkalita4630
@khargeswarkalita4630 2 ай бұрын
হিমন্তই বিৰোধী ৰ একো শুনিব নিবিচাৰে।2026 ত বাদ দিয়া,থাকা দিন কেইটা ৰাইজৰ হৈ কাম কৰা। ৰাইজৰ মন বেষ্ট কৰিব নালাগে এতিয়াৰ পৰা
@PodumHazarika-y4l
@PodumHazarika-y4l 2 ай бұрын
Raijor Toka
@prodippadi7724
@prodippadi7724 2 ай бұрын
বন্ধ কৰি দিব লাগে
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
হেৰৌ মূৰখৰ দল অৰুনোদইৰ আঁচনি বন্ধ কৰা দৰকাৰ, নিজৰ কামায় নায়, ধাৰ লৈ আঁচনি চলায় সকলো বয়- বস্তুৰ দাম তেতু পায়ছেগৈ , দিছে অৰুনোদইৰ বাবে ধাৰলৈ আনি আপোনাক কিন্তু এই ধাৰৰ বোজা আপোনাৰ লৰা ছোৱালীয়ে নাতি নাতিনিয়ে সুদৰ সতে ঘূৰাই দিব লাগিব । আছনিৰ নামত টকালৈ ল'ৰা, ছোৱালী, নাতি নাতিনিক চুইচাইদ কৰাৰ পৰা বচাওক ।
@drtsi
@drtsi 2 ай бұрын
Himanta Biswa Sarma go back.....
@NirmalDas-c3z
@NirmalDas-c3z 2 ай бұрын
Thik kotha koise. Sire
@deepjyotiroy5929
@deepjyotiroy5929 2 ай бұрын
Bondho hobo lage
@RatulBorah-xk6ir
@RatulBorah-xk6ir 2 ай бұрын
জনতাৰ মুৰত মাধমাৰ দি ভোট বেংক আচনিয়ে 26ত কাম নিদিব
@kyushubota7682
@kyushubota7682 2 ай бұрын
Moja.ligobo
@tamulpur5102
@tamulpur5102 2 ай бұрын
Good news 📰📰 sir
@niranjansinghniranjansingh-v5b
@niranjansinghniranjansingh-v5b 2 ай бұрын
Mojja card khellile mama😅
@Jacksparrow13963
@Jacksparrow13963 2 ай бұрын
Well done to the Andhbhakt ✅✅✅
@ramenbordoloi798
@ramenbordoloi798 2 ай бұрын
Latest politics dialog 😊
@vivekhazarika
@vivekhazarika 2 ай бұрын
Present CM of assam should not give interest what congress is saying,,, let them di what they like ,,,
@mituldekadekamitul7344
@mituldekadekamitul7344 2 ай бұрын
অলপ হাহাকাৰ হলেও একো নহয়।বেছিভাগ নাপাব লগা মানুহে পাই আছে।প্ৰকৃত হিতাধিকাৰী বহুত কম ওলাব আৰু মাহে মাহে ১০০০ কৌটি টকা ধাৰ লৈ যাকে তাকে অৰুণোদয় দি বস্তু বাহানিৰ দাম বঢ়াই সাধাৰণ জনগনক জুৰুলা কৰাৰ একো দৰকাৰ নাই।আপোনাৰ দম আছেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধাৰ নোলোৱাকৈ অৰুণোদয এমাহ দিয়ক আপোনাক প্ৰত্যাহ্বান জনালো এই কমেন্টৰ জৰিয়তে।
@lipikahajong-nn8ho
@lipikahajong-nn8ho 2 ай бұрын
Val bandho hub lage
@AjitDas-md7fz
@AjitDas-md7fz 2 ай бұрын
ভাল হে
@upenboro-eg6jv
@upenboro-eg6jv 2 ай бұрын
Sorkaror hatot toka nathakali bpndho nohoy ki hobo .
@ciyadevi3637
@ciyadevi3637 2 ай бұрын
Bahut val khobor karan dhoni bure he pai aase
@barasasaikia4671
@barasasaikia4671 2 ай бұрын
Xihote ki asoni desil mnt pelabi lage..... Athua aro lep ne xuta
@GoneshPatowary
@GoneshPatowary 2 ай бұрын
মামাৰ চাল
@NishitasaloiNishitasaloi
@NishitasaloiNishitasaloi 2 ай бұрын
Bandha hobo laga
@preeanshreesaikia6550
@preeanshreesaikia6550 2 ай бұрын
Good News,
@ShahidulIslam-vk1iy
@ShahidulIslam-vk1iy 2 ай бұрын
মিঠা কথা কৈ লাভ নাই
@yoyoking1847
@yoyoking1847 2 ай бұрын
Eman dukhia mohilai arunudoi asoni pai asa bondha korila baya hobo
@utpalkrgogoi7430
@utpalkrgogoi7430 2 ай бұрын
বন্ধ হোৱাটো বিচাৰিছোঁ
@chumisvlog1659
@chumisvlog1659 2 ай бұрын
Baperor Ghrr pora diso neki
@PromodBora-mj9mr
@PromodBora-mj9mr 2 ай бұрын
Arunudoi. Assoniea. Samajik. Bikolanga. Creat. Korisa
@নুবুজিলোছাৰনুবুজিলোছাৰ
@নুবুজিলোছাৰনুবুজিলোছাৰ 2 ай бұрын
2026 congress zindabad
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
Congress ahile Ami ako 7 tokiya chaul xabo pam 🤗
@pbbassam5268
@pbbassam5268 2 ай бұрын
Bidhoba pension dibo lagibo
@chitraranjandehingia
@chitraranjandehingia 2 ай бұрын
Bhale hobo
@sadikurrahman-vs1hf
@sadikurrahman-vs1hf 2 ай бұрын
Poisa nai sage
@BaharulIslam-sm5bx
@BaharulIslam-sm5bx 2 ай бұрын
আমি কলা নহয়। আপুনি বাৰে বাৰে কিয় কৈ আছে।
@SanjayDas-xg2ko
@SanjayDas-xg2ko 2 ай бұрын
Cm sir ase ami aso
@jagotchdutta9526
@jagotchdutta9526 2 ай бұрын
Bonndha kori le bhal himu dodai ,,,,,,,,,
@Rupjyoti9319
@Rupjyoti9319 2 ай бұрын
Vote bank kot bondho koribo😂😂😂
@RanjitaBoruah-ts5lw
@RanjitaBoruah-ts5lw 2 ай бұрын
Arunoday kiya uliyesy
@dhurbajyotikachari4589
@dhurbajyotikachari4589 2 ай бұрын
Himanta r BJP aru nohobo raije gom paise BJP go back from AXOM
@SanjibKongari-s9v
@SanjibKongari-s9v 2 ай бұрын
Bondho kori dile val hobo amar eiyat dukhiya khokol napay dhoni bilak he pay bjp dhoni bilakor
@DulalSaikia-v4y
@DulalSaikia-v4y 2 ай бұрын
সম কামৰ। সম বেতন দিয়ক আঁচনি য়ে কামত নাহে ।
@bolinbori3537
@bolinbori3537 2 ай бұрын
মাকৰ গিদাখন
@riderzassam
@riderzassam 2 ай бұрын
Bondo hobo koribo Lage kionu Dhoni ornudoi dukia nohoi😂😂😂
@UdhabKalita-p5p
@UdhabKalita-p5p 2 ай бұрын
Himantor notun plan😂😂😂😂
@MonmohanDas-um6gi
@MonmohanDas-um6gi 2 ай бұрын
Bjp jindabad
@RanjitaBoruah-ts5lw
@RanjitaBoruah-ts5lw 2 ай бұрын
Koti koti kelengkari b j p sorkerot hoise
@ranadowari9260
@ranadowari9260 2 ай бұрын
অৰুনওদয়তকৈ কৃষি সিতাধিকাৰি বেচি অনিয়ম। ভালকৈ চালিজাৰি চাৰ লাগে।
@susilbarman9357
@susilbarman9357 2 ай бұрын
Sarkar re recruitment oparat ghorrat diok
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 54 МЛН
НИКИТА ПОДСТАВИЛ ДЖОНИ 😡
01:00
HOOOTDOGS
Рет қаралды 2,8 МЛН
兔子姐姐最终逃走了吗?#小丑#兔子警官#家庭
00:58
小蚂蚁和小宇宙
Рет қаралды 9 МЛН
Smart Sigma Kid #funny #sigma
00:14
CRAZY GREAPA
Рет қаралды 54 МЛН