সেই বেয়া VIDEO বোৰ চাইছিলোঁ 😡😡😡 || Assamese Podcast Ft Trandali Murchana

  Рет қаралды 194,994

Kotha Studio কথা ( Pallabi Hazarika )

Kotha Studio কথা ( Pallabi Hazarika )

Күн бұрын

Пікірлер: 706
@bhabenborah6730
@bhabenborah6730 2 ай бұрын
জীৱনত বহুত প্ৰগেম চালো কিন্তু আপোনালোকৰ এই প্ৰগেমতোৰ দৰে প্ৰগেম চোৱা নাছিলো ।জীৱনত বহুত উপকাৰত আহিল ধন্যবাদ আপোনালোকক
@RanjanaMoran-h3p
@RanjanaMoran-h3p 3 ай бұрын
বহুত ভাল লাগিল কথা বোৰ শুনি। এগৰাকী সাহসী মহিলা বিষয়ে জানি আৰু বেছি ভাল লাগিল । অনাগত দিন বোৰ সুখৰ হওঁক ❤❤❤❤
@LBordoloi-xw1zf
@LBordoloi-xw1zf 2 ай бұрын
তোমাৰ সাংসাৰিক জীৱনৰ কাহিনী শুনি বৰ বেয়া লাগিল এতিয়া তুমি তোমাৰ কামৰ মাজেৰে জীৱনটোক আগবঢ়াই নিয়া তাকে কামনা কৰিলো।
@bhriguphukan8313
@bhriguphukan8313 4 ай бұрын
আপোনাৰ কথাখিনিয়ে হৃদয় ছুই গ'ল ।বহুত ভালেৰে থাকক ।
@dalimihandique1580
@dalimihandique1580 4 ай бұрын
সংগ্ৰাম জীৱনৰ আন এটি নাম। গীতৰ কথাৰে --_সংগ্ৰাম লাগে আজি সংগ্ৰাম লাগে সংগ্ৰামৰ বিনে আজি একোৱেই নাহে। বহুত ভাল লাগিল। আগুৱাই যোৱা।সোণ পুৰিলে উজ্জ্বল হয়।
@junchetia6211
@junchetia6211 4 ай бұрын
Llllllllllll
@bulubaishya5454
@bulubaishya5454 4 ай бұрын
বহুত ভাল লাগিল ৷ কোনোবাই কৰা অৱহেলাত নিজক দুৰ্বল বা ধ্বংস নকৰি নিজৰ জীৱনটো নিজৰ ধৰণেৰে সজায় ল’ব লাগে ৷ সৰু সৰু কথাত সুখী হ’ব পাৰিলেই জীৱনটো উৎযাপন কৰাত সহজ হয় অন্যথা যিমান পালেও কিছুমান মানুহে আৰু পোৱাৰ হাবিয়াসত নিজক সুখী বুলি ভাবিবও নোৱাৰে, ক’বও নোৱাৰে ৷ আপোনাৰ মাৰ মৃত্যুৰ দিনাৰ কথাটোৱে সঁচাকৈ আবেগিক কৰিলে কাৰণ মোৰ মা ঢুকোৱাৰ দিনাও মই গুৱাহাটীৰ পৰা নলবাৰীৰ ঘৰলৈ বাছত অকলে যাবলগীয়া হৈছিল কান্দি কান্দি, এখেতৰো কিবা এটা অসুখ হৈ আছিল বাবে, ময়ো বাছত সহযাত্ৰীৰ পৰা সহানুভূতি পাইছিলোঁ কিন্তু মাক মই দেখিলোঁ কিন্তু মাই মোক নেদেখাকৈয়ে গুচি গ’ল যি আজিও সেই দুখে অন্তৰত খুন্দিয়াই থাকে ৷ আপুনি আগুৱাই যাওক ভাল কামবোৰৰ মাজতে জিলিকি থাকক সদায়ে শুভেচ্ছা জনালোঁ ৷ মোৰো মনৰ কথাখিনি কৰবাত মিল থকা বাবে মন্তব্যটো দীঘলীয়া হ’ল বেয়া নাপাব ৷
@kakalidutta1741
@kakalidutta1741 4 ай бұрын
তন্দ্ৰালী তুমি বহুত সাহসী ছোৱালী। তোমাৰ পৰা শিকিবলৈ বহুত আছে। তোমাৰ কথা শুনি মোৰ চকু পানীৰে ভৰি আহিছে। তুমি সদায় ভালে থাকা। মই কিন্তু সদায় তোমাৰ লগত সদায় থাকিম দেই।
@chinupathak2664
@chinupathak2664 4 ай бұрын
ঠিক আপোনাৰ দৰেই মোৰো জীৱনটো এটা ট্টজেডী হৈয়েই ৰ'ল। মোক তেওঁ মানসিক ৰোগী সজাই Enjoy কৰিছিল। আলোচনাখিনি শুনি আৰু অভিনয় চাই সুখী হলোঁ।
@dhanadadevidoley8594
@dhanadadevidoley8594 4 ай бұрын
তুমি বহুত সুন্দৰ মনৰ অধিকাৰী। তোমাৰ যি জন‌ ‌মানুহ আছিল সেই জন তোমাৰ উপযুক্ত ই নহয় । গতিকে জীৱনত অকলশৰেই আগবাঢ়ি যোৱা‌ যাৰ কোনো নাই তেওৰ ভগৱান আছে। জীৱনত বহুত ধুমুহা আহে আৰু বহুত ঘাট প্ৰতিঘাট আহে সেইয়া অতিক্ৰম কৰি‌ সাহসেৰে জীৱনটো আগুৱাই যোৱা‌টোহে আচল জীৱন। সদায় আনন্দ মনৰে ‌থাকিবা ।ভাল কাম কৰি‌যোৱা ভগৱানে সহায় কৰিব
@narenborah2130
@narenborah2130 4 ай бұрын
অতি সুন্দৰ অভিব্যক্তি, শুনি অভিভূত হ'লো । সৎ সাহসেৰে আৰু আগুৱাই যাওঁক । প্ৰয়োজনত সহায় কৰাৰ আশা ৰাখিলো ।
@hemantahazarika9715
@hemantahazarika9715 4 ай бұрын
অশিক্ষিত মানুহক নিৰ্বাচন কৰক , কিন্তু অকমন্য আৰু এলেহুৱা মানুহক জীৱন সংগী হিচাপে নিৰ্বাচন নকৰিলে বহু ছোৱালীৰ জীৱন বাচিব, কামত সৰু বৰ বিচাৰ নকৰা মানুহ বাচক, আত্ম অহংকাৰী আৰু মিথ্যাভাষিক বাচনি কৰক, অতিপাত ফিতাহী আৰু ফটোৱা স্বভাৱৰ মানুহক নিৰ্বাচন কৰিব নালাগে, কিন্তু অশিক্ষিত মানুহক আমি বেয়া বুলি কব নোৱাৰো, পৃথিৱীত এনে বহু ব্যক্তি আছে যি স্কুলৰ দেওনা দেখি পোৱা নাই অথচ সমাজত এজন সচাঁ আৰু সচেতন মানুহ হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে, বহুত আছে তেনে উদাহৰণ,,,
@dhirajray1702
@dhirajray1702 4 ай бұрын
U r right
@pmurchana
@pmurchana Ай бұрын
তন্দ্ৰালীৰ কথা বিলাক ভাল লাগিল। পিছত ভালদৰে অলপ মোৰ মন্তব্য দিম। ধন্যবাদ তন্দ্ৰালী।
@aamarjibonbhumika8075
@aamarjibonbhumika8075 4 ай бұрын
Podcast সদায় চাই আহিছো। আগলৈ চাম। আজি বিশেষ ভাল লাগিল। টন্দ্ৰালীৰ কথা শুনি বহুত বেয়া লাগিছে কিন্তু নিজে নিজৰ ওপৰত নিৰ্ভৰ হৈ খোৱা লোৱা কৰি আহিছে। প্ৰজিটিভ মনৰ মানুহক মোৰ বহুত বেছি ভাল লাগে❤ টন্দ্ৰালীলৈ বহুত বেছি শুভেচ্ছা জনালো আগুৱাই যোৱা... Best of luck❤❤❤
@apurbohazarika7863
@apurbohazarika7863 2 ай бұрын
তন্দ্ৰালী তোমাৰ জীৱন সংগ্ৰামৰ কথাবোৰ জানি দুখ লাগিল ,তুমিযে দুখৰ মাজতো তৰা হৈ জলিকি আছা , তোমাৰ পৰৱৰ্তী জীৱন সুখময় হওঁক❤❤❤❤❤
@kakalidutta1741
@kakalidutta1741 4 ай бұрын
পল্লবী, তুমি বহুত সুন্দৰ, সুন্দৰ কাম কৰি আছা। বহুত আগুৱাই যোৱা।
@pabitrapranmahanta6142
@pabitrapranmahanta6142 2 ай бұрын
কথাখিনি জানি অত্যন্ত দুখ লাগিল । কাৰো জীৱনলৈ এনে সাংসাৰিক জীৱন যাতে নাহে ।তন্দ্ৰালীৰ সাহসিকতাক শ্ৰদ্ধা জনালোঁ ।
@bhabeshdas5924
@bhabeshdas5924 2 ай бұрын
আপোনাৰ কথা খিনি শুনি বৰ ভাল পালো। আপোনাৰ পৰা শিকিব লগা বহুত আছে। আপোনাৰ প্ৰকল্প বোৰ সফল হ‌ওক। আপোনালৈ বহুত বহুত আন্তৰিক শুভ কামনা জনালোঁ।
@himajitaborah8148
@himajitaborah8148 4 ай бұрын
বৰ ভাল লাগিল। বাইদেউ গৰাকী মংগল হওঁক। ধন্যবাদ 🙏
@rabhadhaneswar4198
@rabhadhaneswar4198 2 ай бұрын
কথোপকথন খিনি শুনি অত্যন্ত দুখ লাগিল৷ লগতে কিছুমান শিকিবলগীয়া কথাও জানিব পাৰিলোঁ৷
@kashmirisaikia3694
@kashmirisaikia3694 2 ай бұрын
বহুত দূখ লাগিল আৰু ভালো লাগিল অনুষ্ঠানটো চাই। ভগৱানে সহায় কৰিব তোমাক।❤❤❤
@bidit.cht2448
@bidit.cht2448 4 ай бұрын
দুখৰ সুউচ্চ পাহাৰ বগাই সুখৰ উপত্যকাত আপোনাৰ এই যাত্ৰাত ভগৱান আপোনাৰ সহায় হওক , শুভকামনা জনাইছো
@monjitlahon7671
@monjitlahon7671 4 ай бұрын
আপুনি ইমান ধুনীয়া তথাপিও আপোনাৰ স্বামী ৰ আনৰ প্ৰতি মূহ। বৰ আচৰিত কথা। আপুনাৰ ভৱিষ্যত সুখৰ হওঁক।
@mousumibora8613
@mousumibora8613 4 ай бұрын
বাইদেউ আপোনাৰ কথাখিনি য়ে হৃদয় চুই গৈছে । আপুনি সাহসেৰে জীয়াই থাকক । মই আপোনাৰ দৰে এগৰাকী TET শিক্ষয়িত্ৰী ।
@MahatKhakhulary-kc3uz
@MahatKhakhulary-kc3uz 4 ай бұрын
বহুত শুভেচ্ছা থাকিল।
@minakhilahongogoi4369
@minakhilahongogoi4369 4 ай бұрын
এগৰাকী টেট শিক্ষয়িত্ৰী হিচাপে তন্দ্ৰালী মূৰ্চনা বাইদেউক জানি আহিছো।তেখেত আমাৰ শিক্ষকসকলক নেতৃত্বও প্ৰদান কৰি আহিছে বহু সময়ত।বাইদেউৰ জীৱন সংগ্ৰামৰ কথাখিনিয়ে অন্তৰ চুই গ'ল।অনাগত দিনত বাইদেউ সাহসী পদক্ষেপেৰে সৃষ্টিমূলক প্ৰতিভাৰে আগবাঢ়ি যাওক।দেশৰ সম্পদ হওক।বহুত বহুত শুভেচ্ছা দুয়োগৰাকী উদ্যমী নাৰীলৈ💐💐
@manuramadevi4319
@manuramadevi4319 4 ай бұрын
কথাবোৰ শুনি বৰ ভাল লাগিল । সাহস আৰু প্ৰেৰণাও পালো। তন্দ্ৰালিক ভগবানে বহুত সাহস দিয়ক ।
@deepadas4
@deepadas4 25 күн бұрын
ভাল লাগিল তোমাৰ কথা বিলাক। ঈশ্বৰে সদাই এনেকৈ ভালে কুশলে ৰাখক তোমাক।
@hirenbarman3254
@hirenbarman3254 3 ай бұрын
বৰ ভাল লাগিল , দুখো লাগিছে আৰু ধন্যবাদো দিলোঁ ৷ সাক্ষাৎকাৰটোই বৰ গুৰুত্বপূৰ্ণ বাৰ্তা দিলে ছোৱালী সকলোলৈ ৷ শেয়াৰ কৰিও দিলো বহুতকে আৰু টেলিগ্ৰামত ৷
@runuchutia4464
@runuchutia4464 2 ай бұрын
বহুত ভাল লাগিল সদায় সুখী হৈ থকক
@girishphukan4335
@girishphukan4335 4 ай бұрын
তন্দ্ৰালীৰ জীৱনৰ কাহিনী শুনি বৰ দুখ লাগিল ৷ কিন্ত তেওঁৰ আমাৰ ছোৱালী বিলাকে বহুত শিকিব লগীয়া আছে ৷ কাৰোবাৰ লগত ৰিলেচন কৰাৰ আগতে এইবোৰ কথা চিন্তা কৰিব ৷ শেষত এংকৰ পল্লবীলৈ ধন্যবাদ জনালোঁ ৷
@user-wb6pb2df1z
@user-wb6pb2df1z 4 ай бұрын
Lakh lakh toka khoros kori biya potar agote agreement kori lobo lage , mantal torture bahut khini komibo suali bilakor
@diptimudoi6177
@diptimudoi6177 2 ай бұрын
তন্দালী সচাই আমাৰ সাহস আৰু প্ৰেৰনা।ইমান মৰম লগা আৰু কথাবোৰো খুউৱ ভাল লাগে।
@simantasarmah4613
@simantasarmah4613 4 ай бұрын
ভালে থাকা। সংগ্ৰাম সকলোৰে আছে। তাৰ মাজেৰেই আগবাঢ়ি যোৱা।
@drhiteshbaruah
@drhiteshbaruah 3 ай бұрын
Good works ভাল পাইছো ভাল হব ভলে থাকক ভাল কাম কৰক পৃথিৱীখন ভালে থাকিব ।
@JyotiChutia-x3i
@JyotiChutia-x3i 4 ай бұрын
বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। মৰিগাঁও জিলাত সতীৰ্থ হিচাপে পাই বহুত ভাল লাগিল। সাহসী মহিলা..... নাৰীৰ সমাজৰ আদৰ্শ হৈ হওঁক। ❤❤❤
@preetydeka960
@preetydeka960 Ай бұрын
বহুত ভাল লাগিল।❤❤❤
@ragineeswargam86
@ragineeswargam86 4 ай бұрын
বৰ ভাল লাগিল ৷ইমান ধুনীয়া মনৰ নাৰী ...!মোৰ লগত মনৰ মিল হৈ গৈছে৷মোৰ তৰফৰ পৰা তন্দ্ৰালী মুৰ্চনা.. বাইদেউলৈ .আন্তৰিক বহুত বহুত শুভকামনা জনালোঁ৷আৰু ভগৱানৰ চৰনত মঙ্গল প্ৰাৰ্থনা জনাইছোঁ৷ভালে থাকক আপোনালোক৷🙏
@nijarasaikia8259
@nijarasaikia8259 3 ай бұрын
দুখ লাগিল তোমাৰ জীৱন কাহিনী শুনি... তুমি সাহসী আগুৱাই যোৱা
@dipanjalinath9914
@dipanjalinath9914 2 ай бұрын
বহুত ভাল লাগিল সঁচাকৈ,সাহসী নাৰী দুয়ো গৰাকীলৈ ❤❤,🙏🙏
@nirabkk8536
@nirabkk8536 4 ай бұрын
কথাখিনিয়ে হৃদয় চুই গ'ল,,ভালে থাকক আৰু আগুৱাই যাওঁক।
@ujjal5414
@ujjal5414 4 ай бұрын
ইমান ধুনীয়া মনৰ ছোৱালী এজনী পাবলৈ হ'লে কপালঅ লাগিব
@aqiburhazarika
@aqiburhazarika 4 ай бұрын
ইমান সুন্দৰ মনৰ বা তুমি, পাবলৈ কপাল লাগিব কিন্ত।
@rubigogoi5237
@rubigogoi5237 2 ай бұрын
আপোনাৰ মাৰ মৃত্যুৰ বৰ্ণনাই মোৰ হৃদয় চুই গ'ল😢😢 ঈশ্বৰে আপোনক কুঁশলে ৰাখক❤️
@probalkhataniar2919
@probalkhataniar2919 4 ай бұрын
সুন্দৰতা জীৱনৰ সম্পদ।হাজাৰ সমস্যাৰ মাজত উজ্জল নক্ষত্ৰ হৈ আগবাঢ়ি যোৱা ।তাৰে কামনা🙏🙏
@manjitman2384
@manjitman2384 4 ай бұрын
খুব সুন্দৰ বা , আপোনাৰ কথখিনিয়ে হৃদয় চুই গল
@triptidas9754
@triptidas9754 4 ай бұрын
কথা ষ্টুডিওলৈ বহুত বহুত শুভকামনা জনালো 🎉তন্দ্রালীৰ কথাবোৰ খুব বেছি ভাল লাগিল❤❤❤
@aimonichetia1974
@aimonichetia1974 4 ай бұрын
লক্ষ্মীছাঁয়া বা তোমাক মই Moran HS schoolt পঢ়ি থকাৰ পৰাই চিনি পাওঁ । তুমি তেতিয়া স্কুলত প্ৰতিটো দিশতে আগবঢ়া আছিলা । মইও তেতিয়া মৰান হায়াৰছেকেণ্ডাৰীৰ সপ্তম মানৰ ছাত্ৰী আছিলো ।তুমি যেতিয়া স্কুললৈ আহা তেতিয়া তোমাক খুউব জুমি জুমি চাওঁ ।তোমাক তেতিয়াৰ পৰাই এতিয়ালৈকে বহুত ভাল পাওঁ ।তুমি আগবাঢ়ি যোৱা ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যোৱাজনহে প্ৰকৃত নাৰী বা প্ৰকৃত পুৰুষ ।
@rekhamonidas9423
@rekhamonidas9423 2 ай бұрын
ইমান ধুনীয়া কথা কৈছে বহুত উৎসাহ পাইছো।
@monimaborah9068
@monimaborah9068 3 ай бұрын
সহজ সৰল মানুকহক লৰাবোৰে সুবিধা পাই্,
@deepaphukan1251
@deepaphukan1251 4 ай бұрын
বৰ ভাল লাগিল চাই ❤❤❤
@riyasaikia5452
@riyasaikia5452 2 ай бұрын
তন্দ্ৰালী বাইদেউৰ ইমান প্ৰতিভা । দুয়োকে আন্তৰিক‌ শুভকামনা যাছিলো ❤️
@hiramanilahkar8101
@hiramanilahkar8101 3 ай бұрын
তন্দ্ৰালী বা আপুনি বহুত সাহসী নাৰী, ভাল লাগিল বা আগুৱাই যাওঁক, lots of love 😘 ❤️ 😍 😘
@BitulDas-x2f
@BitulDas-x2f 2 ай бұрын
Madam Apunaloke. Bohia Katha koise Thanks
@ritumoniboruahdrmelody3758
@ritumoniboruahdrmelody3758 2 ай бұрын
তন্দ্ৰালীক অন্তৰংগভাৱে লগ পাইছিলো ৷ খুউৱ ভাল বান্ধৱী আছিলো দুইজনী ৷ লগ এৰা এৰি হোৱাৰ পাছত বহুত ঘটনা ঘটিল তাইৰ লগত , যিবোৰ কথা ষ্টুডিঅ’ৰ জৰিয়তেহে গম পালো ৷ কথা ষ্টুডিঅ’ক অশেষ ধন্যবাদ ৷ তন্দ্ৰালীৰ ভাল হ’ব ৷ ভগৱানে তাইৰ ভাল কৰিব ৷ সেই প্ৰৱঞ্চকটোৰপৰা আতৰি আহি তাই শুদ্ধ পথত ভৰি দিলে ৷ Love you Tandrali❤
@bornaligogoi4589
@bornaligogoi4589 4 ай бұрын
অনুষ্ঠানটি চাই যথেষ্ট ভাল লাগিল,লগতে যিসকল হতাশ তথা নিজকে অকলশৰীয়া বুলি ভাবে তেওঁলোকে অলপ হ'লেও জীয়াই থকাৰ সাহস আৰু বাট বিচাৰি পাব।অনুষ্ঠানটিৰ উজ্বল ভৱিষ্যত কামনা কৰিছোঁ ❤❤
@RimjhimBuragohain-bc1ei
@RimjhimBuragohain-bc1ei 4 ай бұрын
বহুত ভাল লাগিল আৰু দূখও লাগিল অনুষ্ঠানটো চাই। ❤❤❤
@anantadutta7927
@anantadutta7927 4 ай бұрын
😊আপোনাৰ কথা ই হৃদয় জোকাৰি গৈছে।
@RunjunBhagwati
@RunjunBhagwati 4 ай бұрын
Bohut bhal lagil morom thake Kam kori jaba
@irenicc223
@irenicc223 2 ай бұрын
তন্দ্ৰালী তুমি বেলিৰ দৰে আজীৱন উজ্জ্বলি থাকা ❤তোমাৰ সাহসীকতাক সন্মান জনাইছো 🙏
@pallavimisra9687
@pallavimisra9687 2 ай бұрын
Trandali Baa,, hats off to you,,,apunar gute khini Kothai abekik korai pelaise,,aru Eman dhunia Kotha bur share Korise, xocha koi bohut Val lagise..Sodai bhal houk apunar.❤
@Gemgirlsghjjkk
@Gemgirlsghjjkk 4 ай бұрын
বহুত বেছি ভাল লাগিল এই episode টো। সচাই কৈছো আপোনাৰ ভাল হওক মনৰ পৰা শুভকামনা @Tandrali Murssana❤
@trishna1323
@trishna1323 4 ай бұрын
পল্লবী আৰু তন্দ্ৰালী দুয়োগৰাকীৰ কথাবোৰ বৰ ভাল লাগিল
@kuntalapatowary8533
@kuntalapatowary8533 3 ай бұрын
আই ঐ দেহি! ইমান সুন্দৰ কথাবোৰ❤
@mousumineog3804
@mousumineog3804 3 ай бұрын
Bohut bhal laagise right kotha
@animadeka-l2s
@animadeka-l2s 4 ай бұрын
মাকৰ কথা সদাই শুনিব লাগে কাৰন তেওঁলোকৰ শিক্ষাৰ অভিগতাতকৈও জীৱনৰ অভিগতা বহুত বেছি।মাৰ আশীৰ্বাদৰ বাবে তোমাৰ ভাল হৈছে।তোমাৰ মৰম সঁচা আছিল কিন্তু তেওঁৰ মিছা আছিল
@PahiPhukan-zl9zs
@PahiPhukan-zl9zs 4 ай бұрын
বা তোমাৰ কথাই মন চুই গৈছে,তুমি বহুত ভাল অন্তৰ মানুহ সেই কাৰণে তুমি আমাৰ প্ৰেৰণা,তোমাৰ লৈ বহুত বহুত মৰমৰ জনাইছোঁ তুমি আৰু জীৱন ত আগবাঢ়ি যোৱা ,❤তুমি সদায় কুখলে থাকা তাকেই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ❤
@BarsaRuhi
@BarsaRuhi 2 ай бұрын
Bevesar দিনক দিনে বহুত বাঢ়িব ধৰিছে । মানুহ বোৰ নিজেই নিজেই নৰকত যাব বিচাৰে । এই বোৰ বেমাৰ আচলতে। নিজেই ঠিক কৰিব লাগে । আপুনি যুঁজি যাওঁক বা ।❤❤❤ কষ্ট কৰিলে ফল পাবই।
@Tina_bora
@Tina_bora 4 ай бұрын
Lahon baideu moi Tina. Jua 3 din agt apunak bht dinr pst lg paiclu. Ami apunak class 1 r pora 5 loi lg paiclu Kumoi LP Schoolt. 2012 years pora apur lgt time Spend koriclu. But aji apunr kotha khini vlkoi Jona naclu. Aji xokolu kotha gm pai bht dukh lgil. Ami cls 3 t thakute kumoi school t apuni apunr sir k u loi ahicl . Apuni koicl sir e Jadu krib Jane buli. Kin2 apuni life t j emn khini struggle par krise aji he gm paisu. Apuni bht vl baidei AXA kru bhagwane apunr xodai vl korok . Love you Lahon baideu.
@amalburagohain6223
@amalburagohain6223 4 ай бұрын
একেখন জিলাতে বহ দিন কৰ্ম সম্পাদন কৰি আহিলো যদিও আপোনাৰ ব্যক্তিগত জীৱনৰ কথা আজিহে গম পালো। ভাঙি নপৰিব ,, সাহসেৰে জীৱন টো নতুনকৈ আৰম্ভ কৰক ।
@chinamoniduwarirajkonwari9323
@chinamoniduwarirajkonwari9323 4 ай бұрын
পাইৰাইড ব্ৰেছলেট এডাল মইও লম, কিমান লব বাইদেউ
@lupaduarahbaruah9219
@lupaduarahbaruah9219 4 ай бұрын
সদায় সুখী হৈ থাকা লক্ষ্মীছায়া।
@dhurbajyotikachari4589
@dhurbajyotikachari4589 4 ай бұрын
Hosai Trandali k bht dhunia lage bhal lage ..log pabo mon jai..emn hongram kari jiyai thaki homajot bhal kam karise..bht bht Dhanyabad..trandarli
@DEBAJITAdhikary-uk7fu
@DEBAJITAdhikary-uk7fu 4 ай бұрын
তনৰালী তুমিআৰু আগুৱাই যোৱা ।ভাল লাগিল ।
@MaramiDas-c1f
@MaramiDas-c1f 4 ай бұрын
তন্দ্ৰালী তুমি অনন্যা।তোমাৰ আকাশলংঘী সপোনবোৰ পূৰণ হওঁক তাকে কামনা কৰোঁ।
@binagogoi4463
@binagogoi4463 4 ай бұрын
তন্দ্ৰালীৰ হৃদয়ৰ ছোৱালীজনীক নিচুকাবলৈ কেৱল ❤❤❤❤❤❤ এয়াই আছে ।
@SiddhAbanti
@SiddhAbanti 4 ай бұрын
Thnks pallavi baa teok ktha kuwa xujug diya babe...mn khuli koise teo.... bhgbne vle rkhk
@swapnalikakoty123
@swapnalikakoty123 4 ай бұрын
Tandrali আপোনালৈ বহত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ জীৱনটো মধুৰ হ‌ওক ! জীৱনৰ কথাখিনি শুনি আপ্লুত হৈছিলো শেষত মিমিক্ৰী খিনি শুনি যে কি ক'ম ভাষাই বিচাৰি পোৱা নাই ❤❤❤❤❤❤❤❤❤❤❤❤❤🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰🥰😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘😘
@rimadowerah5746
@rimadowerah5746 4 ай бұрын
উহ! বহুত দুখ লাগিল অনুষ্ঠান টি চাই। কুশলে থাকা।❤
@amiyahazarika6110
@amiyahazarika6110 4 ай бұрын
❤🎉মই সদাই চাও বহুত ভাল পাও আপোনালোকলৈ বহুত বহুত শুভেচ্ছা জনালোঁ ভগবানে ভালে ৰাখক 🎉🎉❤
@amiyamazudermazumder5301
@amiyamazudermazumder5301 4 ай бұрын
সত্যৰ সদায় জয়।সত্যত আছে আপুনি। আমাৰ আৰ্শীবাদ থাকিল।
@priyojonorbandhun
@priyojonorbandhun 4 ай бұрын
আনৰ সুখৰ কথা ভাৱিছা। তোমালৈ বহুত ধন্যবাদ।❤️❤️🙏❤️❤️
@SobitaHazarika-dn7yg
@SobitaHazarika-dn7yg 3 ай бұрын
Xubei bhal lagil kothopokothon khini xuni. Trandalir jibon agoloi xukhor hoi uthok. Khosake nijor maa dewter ghor khonor bahire kaku proyojonot koi besi morom bhalpowa dibo nelage. Bortoman khomoyot manuh siniboloi xubei proyojon hoi uthise. Khokolu manuh khoman nohoy. Tarei majote hoitu Trandali bhontir manuhjon hobo pare. Bhogobane tumak aru khahokh diyok jiyai thakiboloi. Thank you Trandali & pollobi.
@dhirajray1702
@dhirajray1702 4 ай бұрын
I realy loved this discussion on social issues and life strugles in present scenerio. Thanks trandali
@litudeka5058
@litudeka5058 4 ай бұрын
বহুত ভাল লাগিল vdo to চাই.. বহুতো নজনা কথা জানিলো..
@dipanjalikalita5961
@dipanjalikalita5961 Ай бұрын
বহুত ভাল লাগিল বা ❤। ময়ো বৰ্তমান মৰিগাঁও জিলাৰ জাগীৰোডত কৰ্মৰত। যোৱা বছৰ জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ত FLN training ত আপোনাক লগ পোৱাৰ সৌভাগ্য হৈছিল। মই আপোনাৰ আগৰ প্ৰগ্ৰেমটোও চাইছিলো। ধুমুহাই বিধ্বস্ত কৰাৰ পিছতো আপুনি ইমান ধুনীয়াকৈ হাঁহি থাকিব পাৰিছে, সকলো ক্ষেত্ৰতে পজিটিভ হৈ নিজকে ব্যস্ত ৰাখিছে, তাৰ পৰাই আমি বহুত প্ৰেৰণা পাওঁ। আপুনি আগুৱাই যাওঁক আৰু সদায় বেলি হৈ জিলিকি থাকক। শেষত আপোনালৈ বহুত মৰম থাকিল।
@BhagyashreeBaruah-dl7up
@BhagyashreeBaruah-dl7up 2 ай бұрын
Same ba জীৱনটো বহুত কঠিন
@Jaygan13thF
@Jaygan13thF 4 ай бұрын
আজি প্ৰথম চাইছোঁ ভিদিও টো চাই ইমানেই ভাল লাগিল কিছু কথা শুনি চকুপানী ওলাই গল নতুন ভিদিও অহালৈ সদায় বাত চাই ৰমঃ আজি আপোনালোকক চাই এনেকুৱা লাগিল যে মনৰ সকলোবোৰ সুখ দুখৰ কথা কৈ যাম । বহুত বহুত ভাল লাগিল ❤❤❤😘😘
@munmungogoi6787
@munmungogoi6787 4 ай бұрын
অভিনয় বৰ ধুনীয়া আগবাঢ়ি যোৱা তাকে কামনা কৰিলো
@bhaskar1991
@bhaskar1991 4 ай бұрын
আপোনাৰ কথাবোৰ শুনি বৰ ভাল লাগিল বাইদেউ আপুনি ভালে থাকক
@ritakalita6139
@ritakalita6139 4 ай бұрын
গোটেই কথাখিনি শুনি বহুত দুখ লাগিল , কিমান দুখৰ জীৱন পাৰ কৰিছে , লগ পাবলৈ খুব মন আছে।
@bobyneog4855
@bobyneog4855 3 ай бұрын
Val lagil
@ayeshasiddika2333
@ayeshasiddika2333 4 ай бұрын
Thankyou to Both of you .
@anjanahazarika2740
@anjanahazarika2740 4 ай бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো দুয়ো গৰাকীলৈ আৰু বা আপোনাৰ ভিডিঅ চাই চকুপানীৰ ওলাই গল আপোনি আগবাঢ়ি যক তাৰ কামনাৰে
@geetimalikagogoi967
@geetimalikagogoi967 2 ай бұрын
বৰ সাহসী ছোৱালী । আমি একেলগে কলাক্ষেত্ৰত DIVA modelling কৰিছিলোঁ ।।। জীৱন নিজৰ ,, স্বাধীনতা নিজৰ । কৰ্মোদ্যমেৰে আগুৱাই যোৱা 🎉🎉❤🎉🎉
@bipulsaikia829
@bipulsaikia829 3 ай бұрын
Tradali heart touching discussion God bless you for your bright future go ahead
@panindrasutradhar6899
@panindrasutradhar6899 4 ай бұрын
সূন্দৰ অনুষ্ঠান ভাল লাগিল
@Adhikaryoldandnewsong
@Adhikaryoldandnewsong 4 ай бұрын
জীবন মানে সংগ্রাম নহয় জানো? কথা খিনি শুনি দুঃখিত | ভবিষ্যৎ সুন্দৰ হয় যেন ভগৱানৰ ওচৰত প্রার্থনা থাকিল
@BharatiDutta-z5h
@BharatiDutta-z5h 3 ай бұрын
Khub val lagil kintu dokhu lagil kothabur suni. God bless you🙏❤❤❤❤❤❤❤❤
@nikunath9678
@nikunath9678 4 ай бұрын
মই বহুত কান্দিলো তুমাৰ কথা শুনি দূখ লাগিল।😢
@munmeebaruah2410
@munmeebaruah2410 4 ай бұрын
Congratulations ba....ru aguwai jauk val val kam kork....😊❤
@JubiDas-p3r
@JubiDas-p3r 3 ай бұрын
bohut bohut val lagil
@trishnabora2765
@trishnabora2765 4 ай бұрын
বাইদেউৰ কথা বিলাকে মনত বহুত সাহস দিয়ে। সদায় এনেকৈ আমাৰ সাহস হৈ আগুৱাই যাওঁক। কবিতা, অভিনয়, নতুন নতুন লিখনীৰে আমাক উপহাৰ দি যাওঁক।সদায় হাহিঁ থাকা সুখী হৈ থাকক।বহুত বহুত শুভকামনা আপোনালৈ।
规则,在门里生存,出来~死亡
00:33
落魄的王子
Рет қаралды 32 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,4 МЛН
龟兔赛跑:好可爱的小乌龟#short #angel #clown
01:00
Super Beauty team
Рет қаралды 13 МЛН
Ojaantric || Assamese Podcast ft. Chakrapani Parashar || Ep.96
1:01:56
Oasis Motion Films
Рет қаралды 143 М.
规则,在门里生存,出来~死亡
00:33
落魄的王子
Рет қаралды 32 МЛН