অসাৰ মন্ত্ৰী কেশৱৰ অভয়বাণী! মন্ত্ৰীৰ ঠিকাদাৰক ৰক্ষণাবেক্ষণৰ চেষ্টা আৰু কলংপৰীয়াৰ ৰুদ্ৰমূৰ্তি?

  Рет қаралды 16,610

NorthEast Now

NorthEast Now

4 күн бұрын

⛔অসাৰ মন্ত্ৰী কেশৱৰ অভয়বাণী!
⛔নদী বিশেষজ্ঞৰ দৰে কলংক লৈ অভয়বাণী শুনাইছিল মন্ত্ৰী কেশৱ মহন্তই!
⛔মন্ত্ৰীৰ অভয়বাণীৰ ঠিক ৯ দিন পাছতেই ভাঙিল হাতীমুৰা মথাউৰি?
⛔ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিবলৈ মন্ত্ৰীয়ে এফালৰ পৰা গাই গ'ল চাফাই!
⛔সঁচাকৈয়ে কেশৱ ভাতৃৰ কৃষ্ণৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল নেকি মথাউৰি আৰু পকী পথ?
⛔কাৰ গাফিলতি আৰু কলংপৰীয়া ৰাইজৰ ভয়ংকৰ দুৰ্ভোগ আৰু ৰুদ্ৰমূৰ্তি ধাৰণ?___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now

Пікірлер: 48
@jitubarman6162
@jitubarman6162 2 күн бұрын
২০২৬ ত এই অহংকাৰী সকলৰ বাবে চকী নাথাকিব ৷
@bolicharanray9127
@bolicharanray9127 2 күн бұрын
অসমৰ উন্নতিৰ ঠিকা লোৱা মন্ত্ৰী বিধায়ক এওঁলোক।
@user-zl1mn5jn2k
@user-zl1mn5jn2k Күн бұрын
বহিয়া সেৱক ৰাজ ভোট পাব। কেৱ ল ৰাস্তাত এমুঠি অন্নগ্ৰহণ পৰিবৰ্তে লঘন অনিদ্ৰা। কৈ শ্ৰী ৰাম এয়া কৈ এইয়া জয় আই অস ম।।
@ranjitgowsami7891
@ranjitgowsami7891 2 күн бұрын
ৰাইজে ৰজা বনাওতে ভাবিব লাগে, কাক ৰজা বনাব, এতিয়া পস্তাই কি লাভ, হাতীমূৰা মাথাউৰি মহন্ত পৰিয়াল ৰ সোনৰ কনী পৰা হাঁহ
@TarunChDeka-cb4go
@TarunChDeka-cb4go 2 күн бұрын
চকুৰে ভুল দেখিছোঁ নেকি,ঘৰ বোৰ আধা ওলায় আছে যে পানীৰ মাজত??অন্ধ ৰাইজে নেতা নহয়, ভায়েকৰ নাম টো কিয় কয়, এওঁলোক জুয়ে পোৰা সোন
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 күн бұрын
বানপানী, কৰোনা ,আদি কেইজনমানৰ কাৰনে সোণৰ কণী পৰা হাহ ।
@DebojitkrboraBora
@DebojitkrboraBora Күн бұрын
।।এই মন্ত্ৰী গৰাকীৰ মুখৰ কথাই বান্ধ নাই।।
@ranjumohan-mt2xj
@ranjumohan-mt2xj 2 күн бұрын
ধৰ ধৰ বাৰুকে ধৰ
@sanjibdas3774
@sanjibdas3774 2 күн бұрын
CM চাৰে নিজে কলে কবাত বনোৱাত ভাল হলে নাভাগে। মানে ইয়াত ভাল হোৱা নাই।
@vikramborgohain1910
@vikramborgohain1910 2 күн бұрын
এই বিলাক বিশেষ সম্প্ৰদায়িক বানপানী,,, বিজেপিৰ উন্নয়ন দেখিব পৰা নাই,,,,অসমৰ সংবাদ মাধ্যমে নাজানে,,,,
@sanjibdas3774
@sanjibdas3774 2 күн бұрын
সি আকৌ মিছা কৈ তাৰ কোনো বংশই থিকা পোৱা নাই বুলি। ইমান মিছলিয়া হৈ.
@debajanibaruah3105
@debajanibaruah3105 2 күн бұрын
ৰাজনীতি কৰা বিধায়ক মন্ত্ৰীক একো আশা কৰি নেলাগে ।ভোট দিবও প্ৰয়োজন নাই ।নামত চৰকাৰ কামত শুন্য ।
@pranjal1393
@pranjal1393 Күн бұрын
লোকৰ পিঠিত উঠি মন্ত্ৰীৰ বাব এটা লৈ জীয়াই আছে আৰু, কামৰ নামত ফফৌফৌ। এতিয়া ২৬ লৈকে হিন্দু মুছলিম কৰা হে কথা আৰু। ২৬ ত এটাও মথাউৰি নেভাঙে। কিন্তু ৰাইজে ২১ত লেং মাৰি গাডী দখল কৰা জনক ২৬ ত আনে বা নানে। ১২৫০ টকাই গুৰুত্বপূৰ্ণ ভূমিকা লব, ২৬ লৈ ধাৰ লৈ বঢ়াই ৩০০০ কৰি দিলেটো কথাই নাই।
@amritmudoi8996
@amritmudoi8996 2 күн бұрын
Comission khale kam Bea hoboi aru porinoti enekua hoboi minister r pora engineer soboke tu komision dibo lage
@kishoridas6447
@kishoridas6447 Күн бұрын
Lok Sabha Election ৰ পিছত বিশেষ সম্প্ৰদায়ৰ বানপানী বোৰে মঠাউৰীবোৰ বাঢ়িছে।
@puspadhardowarah1932
@puspadhardowarah1932 2 күн бұрын
এইজন সৰৱজান।এওলোকৰৰ কথাত পতিয়ন গৈ ৰাইজৰ এই দশা।২০২৬ লৈ কথাবোৰ মনত থাকিবনে বাৰু? যদি থাকে তেন্তে প্ৰত্যুত্তৰ দিবলৈ সাজু থাকক। মোৰ হলে আইয়ে কোলাত লোৱাৰ পৰা কথা বোৰ মনত আছে। ৰাইজে পাইছে ফিৰি চাউল;অৰুণোদয়;লাখপতি ও পি এম কিষাণৰ"আচনিৰ টকা।ৰাইজক আৰু কি লাগে?২০২৬ৰ আগে আগে ৰাইজে বহুত সুবিধা পাব।চিন্তা নকৰিব!
@kulenchpathak
@kulenchpathak 2 күн бұрын
ভোটাৰে এনেবোৰ চিঞৰক গুৰুত্ব দিয়া উচিৎ ৷
@hiranyarajkhowa4119
@hiranyarajkhowa4119 2 күн бұрын
বেল্ক লিষ্টেড কৰিব লাগে। নিজৰ অঙহী বঙহী বুলি ৰেহাই দিলে নহব। ধৰা পৰিলে লাজ পাইছে।
@hemenchangmai612
@hemenchangmai612 2 күн бұрын
Eaitue prothombar mantri hoi Brahmaputra khondar kotha koichil atiya haibilak kot gol? Moi tetiai koichilu eai pagol bilake Bramaputrar dore bikhal nodikhon khandim buli kuatue kiman gyani takai bujai.
@NripenDeka-fj5wt
@NripenDeka-fj5wt 2 күн бұрын
Rijok,kiman,faki,dibi,Rij,eak,vote,nidile,hol.
@girishchtalukdar2574
@girishchtalukdar2574 2 күн бұрын
Dramabaj minister
@upendrakalita9054
@upendrakalita9054 Күн бұрын
CM r Katha Masta naram dekhu.. Dingi Fula nai dekhu.... Natun commission ahar plan barhil ....sei babe dingi Fula nai
@dhrupadnarayan
@dhrupadnarayan 2 күн бұрын
Election r time t banpani ahi jabo lage mojja hobo tatia
@upendrakalita9054
@upendrakalita9054 Күн бұрын
Commission Raj aolokar
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf Күн бұрын
Asorit montobya
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf Күн бұрын
Daisora montobya
@debojyotiboruah9167
@debojyotiboruah9167 2 күн бұрын
Mantry mla Jane manohe nekhai nomore
@gakulsonowal6019
@gakulsonowal6019 2 күн бұрын
Atia loike kon to tàdañt howa konto result olal
@pranabkalita2202
@pranabkalita2202 2 күн бұрын
अगले साल पता लग जाएगा
@nanigopal4399
@nanigopal4399 12 сағат бұрын
ব্ৰহ্মপুত্ৰ খন খান্দি আনিবলৈ কিহে পাইছিল মথাউৰীটোৰ ওচৰলৈ।
@SaifulIslam-ru9ww
@SaifulIslam-ru9ww 2 күн бұрын
Aibilak bhua cheleka montri k sandals r Mala pindabo lage .
@BabuDas-ci7mi
@BabuDas-ci7mi 2 күн бұрын
Barisa ahi lagi Assam 26 janibo
@user-td6cd7vb4l
@user-td6cd7vb4l 23 сағат бұрын
Tadanta korile xaklou urahigasar ur ulabo
@NripenDeka-fj5wt
@NripenDeka-fj5wt 2 күн бұрын
Mhanta,gusami,sarma,atu,keleng,Kari,kumpani
@user-td6cd7vb4l
@user-td6cd7vb4l 23 сағат бұрын
Aixakal lukar papya dhan khini kune khale tar tadanta atixunkale hobo lage aixakal lukar dukh bedana alp buji pauk kewal nijar khatha bidhayak mahudaye bhbe
@binonmohonto7488
@binonmohonto7488 2 күн бұрын
😅
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf Күн бұрын
Endure khandile sagei
@upendrakalita9054
@upendrakalita9054 Күн бұрын
Kan taliya sar sodhai Diya na kella
@KashmiriBaruah
@KashmiriBaruah 2 күн бұрын
ahp fsltu kotha nokoi . Margherita. ২৬ bhai daa. Dobi. Maho atul kela kukr
@vickypasari639
@vickypasari639 2 күн бұрын
Vote for bjp vote for bjp pls pls pls
6 JULY 2024 LPS CHIBAI MIZORAM
21:50
LPS VISION
Рет қаралды 4,9 М.
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 61 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 3,2 МЛН
1❤️
00:17
Nonomen ノノメン
Рет қаралды 12 МЛН
I Can't Believe We Did This...
00:38
Stokes Twins
Рет қаралды 48 МЛН
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 98 М.
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 61 МЛН