লোকসভাত আক্রমণাত্মক ৰূপত দেখা গ’ল ইনাৰ মণিপুৰৰ কংগ্রেছ সাংসদক

  Рет қаралды 66,450

Pratidin Time

Pratidin Time

Күн бұрын

লোকসভাত আক্রমণাত্মক ৰূপত দেখা গ’ল ইনাৰ মণিপুৰৰ কংগ্রেছ সাংসদক। মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষৰ কথা বৰ্ণনা কৰি কেন্দ্রীয় চৰকাৰক সদনৰ মজিয়াত তুলাধুনা নৱ-নিৰ্বাচিত সাংসদজনৰ। ৬০ হাজাৰ লোক গৃহহীন হ’ল, ২০০ৰো অধিক লোকৰ মৃত্যু হ’ল। ইয়াৰ পিছতো মৌন হৈ থাকিল কেন্দ্রীয় চৰকাৰ। মুখেৰে এটাও শব্দ নক’লে প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে। লোকসভাত প্রধমবাৰলৈ সম্বোধন কৰিয়েই সৰৱ কংগ্রেছ সাংসদগৰাকী।
#PratidinTime #Parliament #Manipur

Пікірлер: 176
@huntideka1067
@huntideka1067 3 ай бұрын
অসমৰ কেইটা মুখ মেলি আছে . ইংৰাজীত ভাষাণ দিয়াটো দূৰৰেই কথা হিন্দীতেই একো কব নোৱাৰি ভেৱা লাগি থাকে
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂হয় টোপনিও মাৰে আকৌ এজনে
@mehbubkhan7684
@mehbubkhan7684 3 ай бұрын
g gogoi ai tat axomr gorav
@iamwhatiam8261
@iamwhatiam8261 3 ай бұрын
Sarkari school hei karne English medium integrated hoi thakiba lge
@Garrison923
@Garrison923 3 ай бұрын
Assam r kaitamn mukhea a ndkhu ...goru kaita.
@OkokayokOk
@OkokayokOk 3 ай бұрын
That's why they elect gaurav gogoi .
@rinkudeka9615
@rinkudeka9615 3 ай бұрын
মণিপুৰৰ সাংসদ গৰাকীক বহুত বহুত ধন্যবাদ ।
@pranabdas6502
@pranabdas6502 3 ай бұрын
অসমৰ কিজানি গৌৰৱ গগৈৰ বাহিৰে বাকীবোৰ MP সকলো লাজ পাইছে কিজানি ইংৰাজী, হিন্দীত ভাষণ দিব নোৱাৰা কাৰণে ।
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@JonaliMudoi-d2s
@JonaliMudoi-d2s 3 ай бұрын
এনেকুৱা সাংসদেই প্ৰয়োজন। মণিপুৰৰ সমস্যা ডাঙি ধৰিছে , আমাৰ অসমৰ গৌৰৱ গগৈৰ বাহিৰে ‌বাকী কেইটাই চাগে টোপনিয়াই আছে।
@Rahul-e2x7z
@Rahul-e2x7z 3 ай бұрын
বিৰোধী জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ লোকসভা হিলাই দিলে বিৰোধীয়ে
@luhittalukdar7202
@luhittalukdar7202 3 ай бұрын
আমাৰ অসমীয়া কেইজনে কিডাল কৰি থাকে?লাজ লগা নাই নে? গৰু কেইজনে বিধবা তিৰোতাৰ আগত নাচিব জানে।একো নাজানিলে গৌৰব গগৈক সহায় কৰক।অসম এতিয়া বানৰ কবলত।
@nextlevelshorts8231
@nextlevelshorts8231 3 ай бұрын
যোৰহাট বাসীক বহুত বহুত ধন্যবাদ। গৌৰৱ গগৈৰ দৰে সিংহ নেতা এজনক জিকাই পঠিওৱাৰ বাবে। নহলে অসমৰ সন্মান অলপো নাথাকিল হয়। বাকি কেইজনে টুপনিত ব্যস্ত। বিৰোধীতা কৰিব কংগ্ৰেছৰ। কিন্তু অসমৰ জলন্ত সমস্যাৰ ওপৰত মাত কেতিয়াও নামাতে। মাতিবনো কেনেকৈ, ইংৰাজীতো বাদেই হিন্দীও কব নাজানে। এজন আছে টুপনি মাৰিয়ে থাকে।
@SA2233ij
@SA2233ij 3 ай бұрын
Kun nu bhaii😂😂 tuponi Mari thoka jon
@NKMedia-d6k
@NKMedia-d6k 3 ай бұрын
মোদীৰ জীৱনৰ তিনিটা ডাঙৰ ভূল ১:- নোটবন্দী ২:- অপৰিকল্পিত লকডাউন ৩:- মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ
@pratimasarma1737
@pratimasarma1737 3 ай бұрын
এইবাবেই প্ৰধান মন্ত্ৰী য়ে পদত অধিষ্ঠিত হৈ থকা লজ্জাৰ বিষয়।
@mriduldas-zj6eq
@mriduldas-zj6eq 2 ай бұрын
😂😂😂😂😂😂. congress,Assam andulon,bhakha andulon, ULFA,sulfa aru khulim neki history.
@mriduldas-zj6eq
@mriduldas-zj6eq 2 ай бұрын
​@@pratimasarma1737😂😂😂😂😂😂😂.laj loga nai neki r u assomiya.
@KAUSTAVGOGOI-q5t
@KAUSTAVGOGOI-q5t 2 ай бұрын
Ulfa kotha nokobo hebur motlobi manuh vale koresel congress dinot Mari pelai AGP main bodmas asel ​@@mriduldas-zj6eq
@aikhunlungshangbunboruah1a269
@aikhunlungshangbunboruah1a269 3 ай бұрын
সাহসী যোদ্ধা মণিপুৰি সাংসদ আৰু আমাৰ নিবোকা অসমীয়া অৰ্লগৰ্ধ সাংসদ বিলাক
@BhumidharNath-im7ml
@BhumidharNath-im7ml 3 ай бұрын
বিজেপিৰ আচল কথা হল যোন মৰে থাকক দৰকাৰ নাই, কেৱলমাত্ৰ আমি বিজেপি বিলাক বাচি থাকিলেই হল।এই টোৱে হল বিজেপিৰ লক্ষ্য।
@dhrubajyotiborah4718
@dhrubajyotiborah4718 3 ай бұрын
ধুইছে
@doyamoysingha2015
@doyamoysingha2015 3 ай бұрын
❤❤❤
@Assameseboyjodumoni25
@Assameseboyjodumoni25 3 ай бұрын
Nice 👍 অধিক digital ৰ পৰিনতি এয়া
@Grbora94953
@Grbora94953 3 ай бұрын
সুন্দৰ উপস্থাপন।
@amolgogoi4988
@amolgogoi4988 3 ай бұрын
@@Grbora94953 এনেকোৱা MP লগে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে।
@TH7747
@TH7747 3 ай бұрын
অসম আৰু অসমীয়াৰ স্বাৰ্থ, সংস্কৃতি, থল অসমীয়াৰ হকে সুৰক্ষিত নহ'লে অসমতো যে অনাগত দশকবোৰত এই সদৃশ পৰিৱেশৰ সৃষ্টি নহ'ব তাৰ নিশ্চয়তা তেনেই ক্ষীণ। জাতিৰ হকে সঁচা অৰ্থত কব পৰা সবল ,পাকৈত , কাৰ্যপটু কোনো দল অথবা সন্থা নাই। শিক্ষিত, সজাগ , বিক্ৰী নোহোৱা ছাত্ৰসমাজ আৰু সজাগ লোকে মিলি উমৈহতীয়া মঞ্চ তৈয়াৰ কৰিলে ই সম্ভৱ হৈ উঠিবই। And if after appox. 75+ years of independence of "India", the definition of "North Eastern States" people is only Resource export to mainland , then Sorry, it's a shame on Indian democracy, constitution . Autonomy would then be the solution.
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Trinayan Hazarika Axom Axomia jatik bosaboloi hole monubadi,brahmonbadi, jatibadi jehadi, khampradaik jwhadi a tora Dharmia makorajalorpora ulai Dharmar urdhat sinta karilehe Axomia jati basiba. Atia Manipurat nijor vitarat mane Manipuri Christan aru Manipuri Sanatanir majot saitan mastermind amuthimane griha juddha logai rong sai asey. Mutahte sayambhu eswar amuthimane Dekh Dhongkha kariae.
@Rahul-e2x7z
@Rahul-e2x7z 3 ай бұрын
প্ৰধান মন্ত্ৰীৰ আগত ইঙলিচ ভাখন দি লাভ প্ৰধান মন্ত্ৰী ইঙলিচ বুজিয়ে নাপায়
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂এতিয়া বহুত বুজে মেলনিয়ে শিকাই আছে তেখেতক😂
@mriduldas-zj6eq
@mriduldas-zj6eq 2 ай бұрын
Abe geda toi buji.pa kita khobor thanda gu khaita ki goram gu😂😂😂😂😂😂
@souravdas6330
@souravdas6330 3 ай бұрын
kunobai Bijuli kalita medhi baidu k dekhise neki ????
@janardanbora2803
@janardanbora2803 2 ай бұрын
পঢ়া শুনা সাংসদ ৰ উদাহৰণ আৰু আমাৰ অসমৰ গিজনে চাই হে আছে চাগে😅😅😅
@MOFIDULISLAM-lv6mx
@MOFIDULISLAM-lv6mx 3 ай бұрын
Good work.... Manipur getting good MP
@deepshikhamalakar7803
@deepshikhamalakar7803 3 ай бұрын
কথা কৈ লাভ নাই,কাম কৰিব লাগে.এই চেনেলটো কংগেছৰ গুন গোৱাত ভাল যেন লাগে.
@GobinRegon
@GobinRegon 3 ай бұрын
Proud of North East
@rkvlog0167
@rkvlog0167 3 ай бұрын
He is a JNU professor be mind❤
@doyamoysingha2015
@doyamoysingha2015 3 ай бұрын
@KUSUNGTRADERS
@KUSUNGTRADERS 3 ай бұрын
Absolutely right sir....we are with you 🙏
@punyadharhandique1102
@punyadharhandique1102 3 ай бұрын
He is a lion.... alone he is enough not only for Monipur but also for Northeast. 🙏🙏🙏
@gagankakati394
@gagankakati394 2 ай бұрын
মণিপুৰ ৰ দুজন সাংসদ ৰ এজনে গৰজি উঠিছে । আমাৰ অসমৰ চৈধ্য জন । তাৰে কেইজনে বা এনেকৈ speech দিব পাৰিব !
@dhirendrakumarbaruah6906
@dhirendrakumarbaruah6906 2 ай бұрын
What a hot speech Sir .....congrats for true speech of our North east ....every MPs of NE should say like u sir ..otherwise their ears will not open ..Thanks sir 👏Sir
@padmadhartalukdar8047
@padmadhartalukdar8047 3 ай бұрын
প্ৰধান মন্ত্ৰী য়ে ইংৰাজীতো ক'ব নাজানে, বুজিও নাপায়।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂হয় হিন্দিত ক'লে ভাল আছিল
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
চতুৰ্থশ্ৰেণী পাচ প্ৰধানমন্ত্ৰী মোদীয়ে ইংৰাজী কেনেকৈ কব বুজিব পাৰিব ?মুছলিমৰ দৰে হিন্দু জেহাদী সংন্ত্ৰাসবাদী দল বিজেপিয়ে দেশৰ জনতাৰ উত্তৰ পুৰ্বাঞ্চলৰ জনতাৰ শান্তিৰ কথা কি বুজিব ?বিজেপিৰ লক্ষ উদ্দেশ্য হৈছে দেশৰ জনগণৰ ধন সম্পদ শোষণ লুণ্ঠন কৰি সেই ধন সম্পদেৰে বিজেপি কাৰ্যালয় সমুহ ৰাজপ্ৰসাদৰ দৰে বনোৱা ,আদানী আম্বানী পুজিপতিৰ হাতত গোটোৱা ,হিন্দু মুছলিম সাম্প্ৰদায়িক বিষবাষ্প বিয়োপোৱা ,বিৰোধি নেতা মন্ত্ৰীক জেলত ভৰাই বিজেপি নিষ্কন্তক হোৱা ।মনিপুৰৰ কথা কত ভাবিব ?
@hrishikeshneog
@hrishikeshneog 3 ай бұрын
ইংৰাজী ইমান টান নহয়। স্পকেন ইংলিছ শিকা তিনিমাহ সৃষ্টি নহয়। জনজাতীয় মানুহবোৰে টান শব্দৰ ইংৰাজী নকয়। মোদীয়ে আমেৰিকা সংসদত মুখস্থ কৰি ইংৰাজীত ভাষণ দিছিল নেকি?
@denishdoley6543
@denishdoley6543 3 ай бұрын
​@@hrishikeshneogBhai teleprompter bula bostu ata ase modi karne
@hrishikeshneog
@hrishikeshneog 3 ай бұрын
@@denishdoley6543 kzbin.infoLLv8iay__FI?si=s8VbMzCUBfkMiGmN
@SanjayKumar-td9um
@SanjayKumar-td9um 3 ай бұрын
ইংৰাজীত কলে বছে কত বুজি পাব ?
@EliusuddinAhmed
@EliusuddinAhmed 3 ай бұрын
Very good spich
@ujjalchaliha2793
@ujjalchaliha2793 3 ай бұрын
ভাল কৰিছে মোডীক ভালকৈ চেপি ধৰক।
@puspadhardowarah1932
@puspadhardowarah1932 3 ай бұрын
Thanks to the MP of anti-BJP.
@aahiqulhaque9840
@aahiqulhaque9840 3 ай бұрын
Very Good Spich
@prabhatdas3675
@prabhatdas3675 3 ай бұрын
Very good
@enoshpando5639
@enoshpando5639 3 ай бұрын
ৰাজ্যৰ সমস্যা বোৰ সমাধানৰ বাবে পদক্ষেপ লোৱা উচিত ।মনিপূৰ বাসী জীবন বৰ বেদনাদায়ক ঘটনা বোৰ news দেখিলে ভয় শংকা, ,,,।অনত কেতিয়া ,,,?
@id6808
@id6808 3 ай бұрын
This called voice of a state when it's in trouble..... It's time to learn.....
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@utpalboro9880
@utpalboro9880 3 ай бұрын
I think educated and active person shuld go to parliament like Gourav and Bimal sir
@JonaliMudoi-d2s
@JonaliMudoi-d2s 3 ай бұрын
এনেকুৱা সাংসদেই প্ৰয়োজন। মণিপুৰৰ সমস্যা ডাঙি ধৰিছে , আমাৰ অসমৰ গৌৰৱ গগৈৰ বাহিৰে ‌বাকী কেইটাই চাগে টোপনিয়াই আছে।
@NKMedia-d6k
@NKMedia-d6k 3 ай бұрын
মোদীয়ে ইংৰাজীত কওতে বুজি পাইছেনে
@bipulkalita6608
@bipulkalita6608 3 ай бұрын
ভাৰতীয় চলাব নোৱাৰিলে গাদি এৰক😂
@rohinisarma9592
@rohinisarma9592 2 ай бұрын
Thank you for your Speech.The M.P.of Assam State should raise all the problems of Assam such as flood, unemployment, infrastructure etc.
@AyaanAyaan-ge2vj
@AyaanAyaan-ge2vj 3 ай бұрын
Super hila dalo 😅
@abdulkhandakar5741
@abdulkhandakar5741 2 ай бұрын
Thank you Bimal akaijam sir
@kornokumardoley1514
@kornokumardoley1514 3 ай бұрын
এয়া আৰম্ভণি হে 😍😍😍
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
মণিপুৰ ভাৰতৰ ভিতৰত বুলি বিশ্বাস নকৰে মুদি, অমিত চাহে । সেই কন জ্ঞান নায় বুলি ভবাৰ থল নায়নে ? তেওঁলোকৰ টকাৰ বাহিৰেও কিবা চিন্তা কৰাৰ মুৰ আছে বুলি ভবা থল আছেনে ? আমাৰ জন নেডাৰ মুৰব্বীৰো অভাৰবৃজ বনোৱা , মেডীকেলৰ নামত ঘৰ বনোৱাৰ বাদে ( কমিছন নহা ) ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতো দেখা নায় নে ? এই পথত কমিছন নাপায় নেকি বাৰু ? নে ভূঞা বাইদেউক থিকাটো দিয়াব পৰা নায় ?
@pegunortheastindia3602
@pegunortheastindia3602 3 ай бұрын
Proud North East
@JunAliKumarAshique
@JunAliKumarAshique 3 ай бұрын
Good
@pranjaldas4049
@pranjaldas4049 3 ай бұрын
1000% Right
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g 2 ай бұрын
My regard goes to Mr. Biology akaijom, aqualied man in True sense. M.p. should be like akaoijam......
@funindialtd2
@funindialtd2 2 ай бұрын
প্ৰধানমন্ত্ৰীয়ে বুজিয়ে পোৱা নাই।
@amolgogoi4988
@amolgogoi4988 3 ай бұрын
Good nest EST কাননে এনেকুৱা MP লগে।
@ranjandasvarious....7424
@ranjandasvarious....7424 3 ай бұрын
Nice... Talking thanks for u
@SaifulIslam-by6kt
@SaifulIslam-by6kt 3 ай бұрын
Tiger of india
@dipakkamanofficial3043
@dipakkamanofficial3043 2 ай бұрын
Many many thanks for you Manipur's MP sir and you are great MP and 🔥🔥🔥
@habilaramchiary9544
@habilaramchiary9544 2 ай бұрын
Be.mp like as,manipur and gourab gogai, to counter in the parliament house.
@DipDeuri-c2w
@DipDeuri-c2w 3 ай бұрын
অসমৰ সাংসদ কেইজন কথ গল ??
@utpaldulia1358
@utpaldulia1358 3 ай бұрын
Right 👍▶️🎉
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@AnilDutta-l5s
@AnilDutta-l5s 3 ай бұрын
Bjp goverment only culprit
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
Modi , do you know write and say in English . .
@chandrakantachetiachandra369
@chandrakantachetiachandra369 3 ай бұрын
প্ৰধান মন্ত্ৰীয়ে ইংৰাজীত ভাষণ দিলে বুজি পাই জানো ?
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂নহয় এতিয়া বহুত বুজে মেলনিয়ে বহুত শিকাই আছে যে😂
@ruhinigogoi827
@ruhinigogoi827 3 ай бұрын
অসমৰ সাংসদ কেইজনে (GvG ৰ বাদে )ইংৰাজী ভাষাৰ যৰ্থাথ বুজি পাইছেনে ?
@KhirudMedhi-v5t
@KhirudMedhi-v5t 3 ай бұрын
Very good
@Abdlah98
@Abdlah98 2 ай бұрын
অসমৰ bjp সঙসদ সকলে এওঁ ক অনুসৰণ কৰক।
@milanray8776
@milanray8776 3 ай бұрын
এনেকুৱা অসমৰ কোনোবা সাংসদ আছেনে?
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@assamlovers7071
@assamlovers7071 3 ай бұрын
ইংৰাজী মোদী জী ওপৰে ওপৰে গৈছে প্ৰত্যুত্তৰ দিব 😢😢😢😢😢
@ridipphukan3088
@ridipphukan3088 2 ай бұрын
মণিপুৰৰ নৱনিৰ্বাচিত সাংসদ গৰাকীৰ বক্তব্য সৈতে একমত। আপোনাক পুনৰবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে আগন্তুক দিনবোৰত মণিপুৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাবোৰ এনেদৰে সৱলৰূপত সংসদৰ মজিয়াত উপস্থাপন কৰিব বুলি আশা ৰাখিলোঁ। জয় হিন্দ।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Asolote Congress, Bjp, Cpi,Cpm, Tmc dal buli kunu kotha nai High Court buli kunu kotha nai. Ai dal bilakr mastermind main commoend khobhapati, Khampadak pod kun jatir dakhal. Karan DNA t nyaik goon nathoka manuhrpora kunubai nyai bisari kiba lav asene? Dekhr nyayalay kun jatir dakhalt kheitu u sintar bikhay. Sayambhu eswar a ketia u raijok nyai nidi a. Collegium system bolobat kari kebol Bamune Dekhr nyayalay dakhal kari asey. Ai Collegium system thokaloike kunudin Obc,St,Sc aru Minority samaje nyai nepai.
@jurisarma6267
@jurisarma6267 3 ай бұрын
Tiger
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Congress a 60 Basor Dekh t silently Dharmia rajnity kari 64 hajar(Thousend) comiunuel rite khampradaik khangharkha logai Dekh bahu piauai nile. Bjp a atia Congress r khei mohapaap purnudome aagborhai nise. Congress aru Bjp hol ata mudrar ipithi khipithi. Congress a imaan din alpokhongkhyak khakal k Dharmar nam t voy khuai rajnity kari moja luti asil aru atia Bjp a 10 Basor Hindu hitoikhi samrat hoi rajnity kari OBC,ST,SC samaj k Bom thogan dile. Ataitkoi besi Obc,St,Sc samajr manuhr uparat Bjp a susan Lunthan solale.
@himangshudas544
@himangshudas544 3 ай бұрын
সুন্দৰ
@bitukonwar2116
@bitukonwar2116 2 ай бұрын
আমাৰ অসমৰ কেইটাই ভেবা লাগি মুখ মেলি আছে চাগৈ। একমাত্ৰ গৌৰৱ গগৈ ব্যতিক্ৰম।।।।
@debashishchakraborty2401
@debashishchakraborty2401 3 ай бұрын
janajati karonar xu fal aru ku fal duyutai ase.udaharan manipur. Iyar babe bjp,congress duiyu dalei dayi.
@JonaliMudoi-d2s
@JonaliMudoi-d2s 3 ай бұрын
এনেকুৱা সাংসদেই প্ৰয়োজন। মণিপুৰৰ সমস্যা ডাঙি ধৰিছে , আমাৰ অসমৰ গৌৰৱ গগৈৰ বাহিৰে ‌বাকী কেইটাই চাগে টোপনিয়াই আছে।
@JayPegu321
@JayPegu321 2 ай бұрын
এইসকল হে প্ৰকৃত মানৱ যি সমাজৰ প্ৰাপ্য অধিকাৰৰ বিষয়ে বক্তব্য দাঙি ধৰিছে...❤❤❤
@WinstonBasumatary-k2g
@WinstonBasumatary-k2g 2 ай бұрын
Real HeroforNor :51 theast
@simangboro2655
@simangboro2655 3 ай бұрын
Amar Axomor asxomia mp keta eneke kobo paribo na,,
@GhanshyamHazarika-wu2mt
@GhanshyamHazarika-wu2mt 3 ай бұрын
E hinde kB nejane valke English hai sini Pai Nagaland,monipur Ani manuhe nejana Niki , congress jikile Hindu uprt besikoi chole kelenkari,durniti , kiba ahile hindur Naam kati Christianeti di diye , issue besi kore Christian, Muslim , Bangladeshi Miya poka ghor bonai diya dekhisu vote bank babe hindu akhmiya matr thikadar Gita , MLA Gita ,Toka khugita hai khaboloi Pai , horu porai dekhi ahisu congress r kelenkari durniti bur ,rasta bonabole oha posau khai
@birendranathsaikia2350
@birendranathsaikia2350 3 ай бұрын
Both Congress and BJP all national politics and policies are the main roots for the instability of 7 Sister's land and it's Indigenous people. Congress dominated 75 years and now BJP's domination. As a result the indigenous people are suffering and ruined.
@Ebadur072iiz
@Ebadur072iiz 3 ай бұрын
Nagaon ru dhuburi Xanxod gonau Assam or kotha kobo laga
@rajibkumar5163
@rajibkumar5163 2 ай бұрын
Tar aagot Guwahati dibrugarh sansode chup hoi thake
@mintukonwar606
@mintukonwar606 2 ай бұрын
Good. Carry up
@narayandasnarayandas1300
@narayandasnarayandas1300 3 ай бұрын
Modir lajei. Nai
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@jogenkutum2786
@jogenkutum2786 2 ай бұрын
Good good sir
@prakritirvlogs1463
@prakritirvlogs1463 2 ай бұрын
Mazza
@AjitKumarDas-u2s
@AjitKumarDas-u2s 2 ай бұрын
Brave MP
@birendranathsaikia2350
@birendranathsaikia2350 3 ай бұрын
Sitting in the opposition benches can loudly speak and sought against the rulling benches . It is necessary to remember and analyse , what they did 75 years of Congress regime. We know only to blame each other and nothing else , Why strong regional parties can not united.
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@dasp1232
@dasp1232 3 ай бұрын
Great 🎉🎉
@prasannadas1321
@prasannadas1321 2 ай бұрын
Best
@prasannadas1321
@prasannadas1321 2 ай бұрын
Good
@joydeepmajumder4014
@joydeepmajumder4014 3 ай бұрын
Good
@user-lalu587
@user-lalu587 3 ай бұрын
Gourav Gogoi ৰ বাহিৰে অসমৰ সকলোঁ কেইটা MP গৰু হয় , বাল্ কেলা কথাই কব নোৱাৰে 😂
@monuranjanphukon8553
@monuranjanphukon8553 3 ай бұрын
Uttarpubarpora ami ene hunghadei bisaru
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Axomr northeastr raije Narendra Modik gaali paari kunu lav nai. Narendra Modik Rss a he rakhi thoise. Narendra modi Rss r nominated Prime minister. Naholenu Narendra Modir Pradhan montry huar tilmaan u jugyata asene?
@jurisarma6267
@jurisarma6267 3 ай бұрын
Speak....in...hindi....bcs.......modi don't know English
@exortic6627
@exortic6627 3 ай бұрын
Dutamane tat bujiei pua ny sage.. Amar sah bepari tu 😂
@SanjitKalita-e2f
@SanjitKalita-e2f 3 ай бұрын
Now that's a leader who can represent northeast on every possible way
@AdhikhitTaraPatgiri
@AdhikhitTaraPatgiri 2 ай бұрын
He is right talked in Manipur in Meghalaya.
How To Get Married:   #short
00:22
Jin and Hattie
Рет қаралды 24 МЛН
БЕЛКА СЬЕЛА КОТЕНКА?#cat
00:13
Лайки Like
Рет қаралды 2,8 МЛН
Man Mocks Wife's Exercise Routine, Faces Embarrassment at Work #shorts
00:32
Fabiosa Best Lifehacks
Рет қаралды 6 МЛН
8 AM-ISTV GI AYUKSHIDA  3RD OCTOBER 2024
41:37
ISTV LIVE
Рет қаралды 35 М.