অসমীয়া কবিতা..."শৰত"/Assamese Poem "Autumn"(xarat)...কন্ঠদান...তপন দাস/লিখনি...সীমান্ত গোহাঁই 💞💞💞

  Рет қаралды 667

NITUL OFFICIAL

NITUL OFFICIAL

Күн бұрын

শৰত মানেই শীতৰ আগমণ। শীতৰ প্ৰকোপ যেতিয়া লাহে লাহে বাঢ়ি যায় তেতিয়া আমাৰ শৰীৰৰ অসংখ্য এই ধমনীবোৰ আছে , সেইবোৰ অচল হৈ পৰে। লগতে প্ৰকৃতিৰ নৱৰূপতো শৰতে স্থিৰতা নমাই আনে। শুকুলা কুঁৱলী'য়ে পাহাৰ -ভৈয়াম সকলোকে গোপনে আহি চুমি যায়। নিয়ৰ'ৰ সুক্ষ্ম টোপালবোৰত সূৰুজৰ সেঙুঁলী বৰণৰ
মুকুটা সদৃশ দৃশ্য পৰিলক্ষিত হয়। নিশা ফুলি তলসৰা ফুল শেৱালীৰ ডালভৰি ফুলা সগন্ধি পাহিবোৰত শৰতৰ বহু স্মৃতি লোকায় থাকে। তাতে আকৌ ভুমুৰাই সুগন্ধি বিলাই শৰত অহাৰ উমান দিয়ে। মইনাসঁতে তেতিয়া তলসৰা শেৱালী বুটলি প্ৰাণভৰি খেলে তাৰ অদৃশ্যতাৰ বুকুত শৰত যেন পুনৰ প্ৰাণ পাই উঠে।
এই কবিতাটিৰ মাজেৰে কবিয়ে শৰতৰ এক সুন্দৰ নিদৰ্শন সহজ-সৰল ভাষাৰে লিখি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছে।
Autumn means the arrival of winter. When the cold wave gradually increases there are numerous arteries in our body that become dysfunctional. Also the new form of nature brings down stability in autumn. 'Shukula Kuwri'(white Fogg), comes to the hills and bhaiyyam in secret. In the fine drops of Neorro, the sun is scaly in color
A crown-like scene is seen. Many memories of autumn are reflected in the daal-filled sagadhi(Fragrance) sepetals of the flower shewali(night flower) that bloom at night. Then again, Bhumura (like a betterfly) gives the fragrance and gives the impression of coming to autumn. Moinasat(little child's then plays the bottom shewali (night flowering Jasmine) bootli( pickedup) pran-filled as if in the chest of his invisibility comes back to life.
Through this poem, the poet has written a beautiful example of autumn and revealed to you in simple language.

Пікірлер: 2
@Rumi767
@Rumi767 9 ай бұрын
ভাল লাগিলে
@nitulofficial9584
@nitulofficial9584 9 ай бұрын
ধন্যবাদ
Мы сделали гигантские сухарики!  #большаяеда
00:44
PEDRO PEDRO INSIDEOUT
00:10
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 25 МЛН
WILL IT BURST?
00:31
Natan por Aí
Рет қаралды 41 МЛН