Trading লৈ এখন নাটক - this is biggest PONZI scam in Assam - Dimpu Baruah

  Рет қаралды 570,019

Dimpu Baruah

Dimpu Baruah

Күн бұрын

#trading #tradingscams #assamesevideo
trading assam

Пікірлер: 2 000
@______________Ss23
@______________Ss23 11 күн бұрын
অ চুমি অ চুমি কত আছা তুমি, পুলিছে বিচাৰি খাইছে হাবাথুৰি। নাভাবিবা তুমি বাছি যাম বুলি, পুলিছে পালে উঘালিব চুলি। ৰাইজৰ টকাৰে পাতিলা বিয়া, এতিয়া আমাক উত্তৰ দিয়া 🙄 মোবাইল টো খুলিলেই চাব কে নোৱাৰি, আগত চুমি , পাছত চুমি তুমি কিয় হলা চুৰুনি 😁😂🫣
@dibakar022
@dibakar022 11 күн бұрын
😂😂😂😂😂
@Babu-j8t
@Babu-j8t 11 күн бұрын
😂😂
@BiswajitDas-b7b
@BiswajitDas-b7b 11 күн бұрын
Mjaa
@nynnath5362
@nynnath5362 11 күн бұрын
mojaa disa kintu😂😂😂
@ForidulHsn
@ForidulHsn 11 күн бұрын
Wow😂
@axomiyad.n9272
@axomiyad.n9272 9 күн бұрын
আপুনিও কিন্তূ কম নহয় দিম্পু দা । এইবোৰ কৰিবলৈ আপুনিও সহাৰি জনাইছে ৰাইজক কেইটামান টকাৰ কাৰনে। এতিয়া আপুনি ওলোটা মাৰিছে ।
@user-lw3bl5ij3d
@user-lw3bl5ij3d 8 күн бұрын
Moza
@AmllanGogoi-ch9hb
@AmllanGogoi-ch9hb 7 күн бұрын
Bepari 😂😂😂
@bikashchetry7074
@bikashchetry7074 7 күн бұрын
Really khosa kotha koise
@axomdoimari1603
@axomdoimari1603 7 күн бұрын
Hoi
@bidyutgogoi4922
@bidyutgogoi4922 7 күн бұрын
Dudin maan agote dimpu ae sun trading koribo lage buli utpaat kori asil
@alexmukut2820
@alexmukut2820 9 күн бұрын
চুমি বৰা আৰু ডিম্পু বৰাৰ মিল আছে৷ চুমি বৰাই ট্ৰেডিং কৰি লুটিলে আৰু ডিম্পু বৰাই গেমিংৰ বিজ্ঞাপন দি লুটি আছে৷
@SanjayDas-tz9fn
@SanjayDas-tz9fn 9 күн бұрын
বোপা ডিম্পু তুমিও কম নহয়। এনে স্কেমবোৰ তুমিয়ে দেখোন প্ৰমোট কৰি ফুৰা। আৰু এতিয়া মানুহক দেখুৱাব খুজিছা যে মই জড়িত নহয় বুলি। এই যে তোমাৰ ফকতিয়া ফ্লৱাৰ আছে সেইবোৰৰ বাবে আজিৰ এই অৱস্থা হৈছে
@Akashjyoti7
@Akashjyoti7 9 күн бұрын
@user-lw3bl5ij3d
@user-lw3bl5ij3d 8 күн бұрын
A moza e beta Kom nhoi
@bikashchetry7074
@bikashchetry7074 7 күн бұрын
Right
@DipakBorah-c7y
@DipakBorah-c7y 11 күн бұрын
তহতি বেটা কম নহয়। online জুৱা ,trading এইবিলাক তহতি প্ৰছাৰো কৰ আকৌ কিবা গণ্ডগোল হলে বেয়া বুলি নিজক বছাই ছল ।সস্তীয়া কেইটা ।
@sauravgogoi22
@sauravgogoi22 11 күн бұрын
ই বেটাই এইকেদিন কেৱল অসমত হৈ থকা লেটৰী খেলক লৈ ব্যস্ত।ইয়াতো বহুতে scam কৰে,online ত টিকট বিক্ৰী কৰি, যিবোৰ টিকট অনলাইন যোগে বিক্ৰী কৰে, বেছিভাগেই ভুৱা টিকট আৰু এইবোৰ জমা নহয় গৈ main জেগাত। নামনি,আৰু মধ্য অসমত পুৰা শিপাইছে,লাহেকৈ আমাৰ উজনিলৈও আহিছে।। খেল খনক লৈ মোৰ কব লগীয়া একো নাই কিন্তু,তাৰ বহুতেই online দ্বাৰা কম মূল্যত টিকট বিক্ৰী কৰি পকেটত ভৰাই।তাৰ ব্যবস্থা কৰিবৰ লাগে সোনকালে।
@unknown8837
@unknown8837 11 күн бұрын
এনেই তাৰ মাথা নাই ভাল বেয়া টো নিজেই গম নেপাই।
@GautamGautam-nc2wi
@GautamGautam-nc2wi 11 күн бұрын
Ehoteo poisar khokh bohut
@Dikshita_hazarika.
@Dikshita_hazarika. 11 күн бұрын
Miya uporot banua video tu kia delete krila .
@sanjibsonathivlogs6737
@sanjibsonathivlogs6737 11 күн бұрын
Khosa kotha koise apuni dada..
@jadabkhukai
@jadabkhukai 11 күн бұрын
আম্বানীক দেখি উঠিল গা। চুমিয়ে বোলে মোকো চা
@uddiptakalita6841
@uddiptakalita6841 11 күн бұрын
Mojja disa bhai😂😂😂😂
@kaushik_borah_01
@kaushik_borah_01 11 күн бұрын
মজা 😂
@suarsuar747
@suarsuar747 11 күн бұрын
😂😂😂
@eyebeesvlogs4544
@eyebeesvlogs4544 11 күн бұрын
😂😂
@PriyankushDutta-e2v
@PriyankushDutta-e2v 11 күн бұрын
😂
@Ajim_aslam
@Ajim_aslam 11 күн бұрын
চুমি বৰাক অতি সোনকালে arrest কৰিব লাগে 👍লাইক কৰক । ইছ বা নকবা আৰু কুটি টকাৰ হে বিয়া পাতে ৰাইজৰ পইছা মাৰি ধেই কেলা।
@user-wo7jl1ky3n
@user-wo7jl1ky3n 11 күн бұрын
Dhoril nohoi😅
@HiyanujSarma
@HiyanujSarma 11 күн бұрын
yes
@dgustudio3045
@dgustudio3045 11 күн бұрын
Kot dhoril
@jayantagoswami128
@jayantagoswami128 11 күн бұрын
আৰু যিখিনি ইউটিউবাৰ পেইড প্ৰমোচন লৈ তেনেকুৱা ভুৱা ট্ৰেডাৰ যাক জমকতাবোৰ দেখাই মানুহক বিভ্ৰান্তি সৃষ্টি কৰে সেইসকল ইউটিউবাৰক পূৰ্ণহতীয়া চোৰ শোধাব লাগে,লাগিলে সেইয়া দিম্পু বৰুৱা হওক বা আন কোনোবা হওক,কাৰণ ইমানখিনি মানুহে ফলো কৰি আছে যেতিয়া সমাজখনৰ প্ৰতি কিছু নৈতিক দায়িত্ব থকা প্ৰয়োজন।।
@GunjanBordoloi-v6n
@GunjanBordoloi-v6n 11 күн бұрын
Hoi thike koise xmajok val giyan dib lage agote nijor matri vumikhon val Dore jani lb lage tar past baki Dex Burt vromn korib lage
@MadeinWorld-tl1vr
@MadeinWorld-tl1vr 10 күн бұрын
Yes
@dhanmanihazarika4177
@dhanmanihazarika4177 11 күн бұрын
ডিম্পু, তুমি জীৱনত বহুত উন্নতি জখলা বগাইছা, কিন্ত, এতিয়া তুমি অসমীয়া জাতিৰ বাবে "সময়" বুলি যিজন যুৱকে দুখীয়াৰ ঘৰ বনাই, জীৱনত কাৰোবাক জীয়াই থকাৰ অনুপ্ৰেৰণা আৰু অনুভূতি লৈ, Mr. Bitu.. এই জীৱনত অন্ধ মানুহৰ বাবে লাগি আছে। তুমি, সেইবোৰক যোগাযোগ কৰা, ভাল লাগিব। স্বাৰ্থ নিবিচাৰিবা। যোগাযোগ কৰিলে, ভাল লাগিব।
@thebatman1593
@thebatman1593 Күн бұрын
Kotimua toi nije kor belege kiba kri diye nidiye toi tate maat matibo lga eko nai.
@ssassam_1.5Million.
@ssassam_1.5Million. 11 күн бұрын
চুমি মহান তুমি আকৌ আঁহা ঘূৰি 😅 চিঙিব তোমাৰ চুলি 😅 ৰৈ আছে তোমাৰ অনুৰাগী 😊 কত গলা তুমি 😅😅 আহা আকৌ ঘূৰি 😅😅
@AnilGogoi-np2ly
@AnilGogoi-np2ly 11 күн бұрын
সেয়েহে অসমীয়াত এষাৰ কথা আছে -- পাতি লোৱা ভাইটী আৰু ৰাতি পিন্ধা নাইটী দুয়োটা বহুত Dangerous 😜😜
@gamingwithhirok6792
@gamingwithhirok6792 11 күн бұрын
যিকোনো সময়ত খুলি দিব পাৰে😂
@birenchandra2564
@birenchandra2564 11 күн бұрын
​@@gamingwithhirok6792apunar tu expected nasile😂
@AnilGogoi-np2ly
@AnilGogoi-np2ly 10 күн бұрын
@@gamingwithhirok6792 সাৱধান😅
@user-vh9gg3yc2e
@user-vh9gg3yc2e 10 күн бұрын
Mojaa disa dy 2jony...😂😂😂
@FreeFireGAMING-yc3gl
@FreeFireGAMING-yc3gl 10 күн бұрын
😂
@nabachowary3302
@nabachowary3302 11 күн бұрын
তহঁতৰ নিচিনা কিছুমান ফকতিয়া তো এইবিলাক প্ৰচাৰ কৰি ফুৰা। DBStok মানে দীপাংকৰ ক তই চিনি নোপোৱা ৰ ভাও ধৰিছ কেলা ফটো উঠি তইছোঁ পজ দি আছিলি
@CVR-qt8dn
@CVR-qt8dn 8 күн бұрын
Hoi. Ekdom xosa kotha. Dimpu r dre fokotiya youtuber dekha nai
@user-lw3bl5ij3d
@user-lw3bl5ij3d 8 күн бұрын
A moza disa bro
@assameseknowledgezone7311
@assameseknowledgezone7311 8 күн бұрын
Thik koisa.
@bidyutbikashbaruah
@bidyutbikashbaruah 11 күн бұрын
Tuku arrest koribo Lage .... Mostbet r promotion korar babe😂
@nikhilborah1624
@nikhilborah1624 11 күн бұрын
😂😂😂
@nabajyotisaikia8117
@nabajyotisaikia8117 11 күн бұрын
Beta tumi u promotion korisila...pahorila naa betaa.....😂😂😂..atia positive kotha kobo ahisa....napai dei .tumar viewer hokol e sob mont rakhe...tumi hoi2 pahorila beta...
@mrinalbaro3305
@mrinalbaro3305 11 күн бұрын
।। মৰমৰ চুমি।। নাম তাইৰ চুমি । দুখীয়াৰ ধন লুটি কিনিলে গাড়ী,অট্টালিকা,ভূমি।। পাতি লৈছে এজন ভাইটি । গিৰিয়েক নজনাকৈ কিমানবাৰ বা খুলিলে ব্ৰা,পেণ্টি, নাইটি।। প্ৰথমটো বিয়া হল উদয়পুৰত। দ্বিতীয়টো বিয়া হবলৈ গৈ আছে ভাইটি লগত ৰঙাঘৰত। । দেখাতটো ভালেই ধুনীয়া। ভিতৰি কিন্ত কেলা ঘূণীয়া ।।
@Min2__gogoi
@Min2__gogoi 10 күн бұрын
Vati lgtu kam tu korile niki😅😅
@royalvloger2679
@royalvloger2679 9 күн бұрын
Fortuner gift py potidev tarkik Ari dile sumik patilua vaitik Vaiti nathake roi baideu je boom sexy ..
@mrinalbaro3305
@mrinalbaro3305 9 күн бұрын
@@Min2__gogoi 🤭🤭
@mrinalbaro3305
@mrinalbaro3305 9 күн бұрын
@@royalvloger2679 🤭😁
@AnkurjyotiDeka-z2j
@AnkurjyotiDeka-z2j 6 күн бұрын
Class 9 to polai goicl
@roiraio3251
@roiraio3251 11 күн бұрын
কমেন্ট পঢ়া ৰাইজসকল‌ৰ ধানৰ বেপাৰী আছে যদি কবচোন ৰঞ্জিত ধানৰ দাম কেনে এতিয়া ।
@AlakeshBarman026
@AlakeshBarman026 11 күн бұрын
😂😂
@deepjyotisaharia2059
@deepjyotisaharia2059 11 күн бұрын
😂😂😂👏
@user-sw4rw3ce7i
@user-sw4rw3ce7i 10 күн бұрын
😂😂😂
@user-ju2ug5zb4w
@user-ju2ug5zb4w 10 күн бұрын
😂
@user-gf8us3st9g
@user-gf8us3st9g 10 күн бұрын
850
@Education4Jobs
@Education4Jobs 11 күн бұрын
দিম্পু বৰুৱাক পুলিচে গেপ্তাৰ কৰি জেইল হাজোলৈ প্ৰেৰণ কৰাটো বিছাৰোঁ ।
@ashikbhuyan562
@ashikbhuyan562 11 күн бұрын
Kiyo
@PRclone123
@PRclone123 11 күн бұрын
আপুনি বাৰু দিম্পুকে পালে নে বাৰু
@ashikbhuyan562
@ashikbhuyan562 11 күн бұрын
@@PRclone123 no no no
@kasimali6728
@kasimali6728 11 күн бұрын
Kin tu kio
@Highlightsmusic123
@Highlightsmusic123 11 күн бұрын
Kintu kio
@evilgaming460
@evilgaming460 11 күн бұрын
Nije promote kre akou nijei gyan o diye 😂
@ujjalsaikia261
@ujjalsaikia261 11 күн бұрын
Ha ha 😂😂
@subhasishdutta7761
@subhasishdutta7761 11 күн бұрын
This iz business 😅
@theflashgaming8730
@theflashgaming8730 11 күн бұрын
Goru hoi tohoti
@Vkeditzzzz-tj4ve
@Vkeditzzzz-tj4ve 11 күн бұрын
Ako njne mora goru...google t sai sai boki thake😂
@olopadda5994
@olopadda5994 11 күн бұрын
Hindi video Sai gm ple he
@statusonly8957
@statusonly8957 11 күн бұрын
বাবু যিবিলাক মানুহে Scam কৰিছে সেইবোৰক ৰাইজৰ মাজত চিনাকি কৰি দিয়া মানুহ তহতে ।।
@bhairabdas7959
@bhairabdas7959 11 күн бұрын
সময় গগৈৰ বাহিৰে তহত সকলো দুইনমবৰী।
@digantabaruah1016
@digantabaruah1016 11 күн бұрын
Trading is not a joke. Research, discipline, labour, consistency are very important in this field. Little number of individuals can maintain the task.
@lololo281
@lololo281 11 күн бұрын
Yes right bro❤
@Vkeditzzzz-tj4ve
@Vkeditzzzz-tj4ve 11 күн бұрын
Ahi gol dangor trader lecture dibo
@Vkeditzzzz-tj4ve
@Vkeditzzzz-tj4ve 11 күн бұрын
@@HiroksMusic yes
@sagardas-sl3mn
@sagardas-sl3mn 11 күн бұрын
​​@@Vkeditzzzz-tj4vetmi kibohut jana nki bro
@lazyprincess8649
@lazyprincess8649 11 күн бұрын
bandore ki jane narikolor mul
@Thefinal-1
@Thefinal-1 11 күн бұрын
বেচিভাগ অসমীয়া মানুহবোৰে এইটো Business ট নামিছে 🤡 সোনকালে ধনী হোৱাৰ সপোন আছে টো😂😂😂
@BapanDas-jb2fp
@BapanDas-jb2fp 11 күн бұрын
অসমৰ মানুহ পইচাৰ পাগল। কঠোৰ পৰিশ্ৰম নকৰাকৈ টকা বিচাৰে 😂😂 25 दिन में पैसा डबल। অক্ষয় কুমারের সিনেমার মতো।
@officialbastob7172
@officialbastob7172 11 күн бұрын
Kune Ki Vabi Business Koribo Khujise Hei2 Najanu But I Think Ki 90% Manuh r Belegor Tolot Kam Koribo Mon Nai Heibabe Business T Namise🎉
@pratimasarma1737
@pratimasarma1737 11 күн бұрын
মানুহৰ ধনৰ লোভে নিজৰ লগতে পৰিয়ালৰ অন্যান্য লোক সকলৰো ধ্বংস মাতে।লোভে পাপ পাপে মৃত্যু।
@Dewenvlog1
@Dewenvlog1 11 күн бұрын
​@@pratimasarma1737 ..apunar video bhut vhal lage muk apunar video moi sawn apunar chennal tu subscribe kri lu..# Wiz bhai 07
@angshumanrajbongshi2538
@angshumanrajbongshi2538 11 күн бұрын
😂​@@BapanDas-jb2fp
@tikensarania4862
@tikensarania4862 11 күн бұрын
এইটো ভিদিওৰ কাৰনে অপেক্ষা কৰি আছিলো দোস্ত 😢😂❤
@pagalm-rk5xy
@pagalm-rk5xy 11 күн бұрын
Moi vabi asilu dimpu a kio video bonuwa nai buli
@henapathak3585
@henapathak3585 11 күн бұрын
Moi o 😂
@user-fv8gm6kw8w
@user-fv8gm6kw8w 11 күн бұрын
Yea
@birenchandra2564
@birenchandra2564 11 күн бұрын
Moio... Same thinking kori asilu
@allnagaranaam
@allnagaranaam 11 күн бұрын
Eiou xei...akee marketer
@baloyjyotiborah3273
@baloyjyotiborah3273 11 күн бұрын
বিকাশ ছেত্ৰীকো তদন্তৰ আওতালৈ আনিব লাগে
@lakhyajitphotography9092
@lakhyajitphotography9092 11 күн бұрын
কথাবোৰ হিন্দী চিনেমাৰ দৰে । প্ৰথমে ট্ৰেডিং তাৰপিছত WEEDING। অসমজুৰী চুমী বৰা ট্ৰেণ্ডিং...
@aminulislam9335
@aminulislam9335 11 күн бұрын
Lottery খেলৰ promotion ও বন্ধ কৰি দিব দাদা।।। গৰীব মানুহ 100 টকাত টিকট লোৱাতকৈ সেই টকাৰে পৰিয়াল চলাব পাৰে
@NabadeepTalukdar-p8w
@NabadeepTalukdar-p8w 11 күн бұрын
Lottery totaly different bro
@Deepjyoti__Das
@Deepjyoti__Das 10 күн бұрын
​@@NabadeepTalukdar-p8wdifferent hole o xeibilak o froud hoi Kune o price npai Ane show kora karone anee gari bilak
@NortheastExpress2
@NortheastExpress2 10 күн бұрын
😅😅😅😅
@avinashduarah2312
@avinashduarah2312 10 күн бұрын
@@NabadeepTalukdar-p8w lottery t jika r probability bht basi kom . Aru ata ktha jani louk ay ja kiba kibe anusthan r naam t lottery khel khelai haibur t khel khalua mnuh r bht profit thake , tahati khel hua agor ai gari kini ane , mna tahati investment kora aibur t so tahati ata Val laav loi
@BarnilKashyap-dk1hr
@BarnilKashyap-dk1hr 10 күн бұрын
Lottery o hoise juwa. Next ban lottery in Assam
@avinashduarah2312
@avinashduarah2312 11 күн бұрын
Investment korok . Moi 2023 t tata motor r share loisilu 530 toka t aji 1080/- toka (04/09/2024). Moi last year tata motors t 49000 thoisilu . Aru atiya ata bht dhuniya return paisu . So please dudin t dhonri hua r akha nokoribo . Long term r karona investment korok
@avinashduarah2312
@avinashduarah2312 11 күн бұрын
@@tapanrabha5108 ?
@gauravsonowal5584
@gauravsonowal5584 11 күн бұрын
​@@tapanrabha5108 spelling bhal k likhibo njane 🤣🤣 comment kore😂
@igkhmxxx
@igkhmxxx 11 күн бұрын
Hoi dada IRFC tu 2023 t 30 toka asil atiya 176 hoi gol
@localvocalne.1028
@localvocalne.1028 10 күн бұрын
Moi tata steel 1year agot 100q loiselu 119ot atia 164 value hoi ase
@avinashduarah2312
@avinashduarah2312 10 күн бұрын
@@localvocalne.1028 aru bahibo thoi diya . Long term t val return dibo
@JiyaLikhok
@JiyaLikhok 11 күн бұрын
ধনী মানুহৰ ধনী আলোচনা কিমান চাবা 😂😂❤❤❤❤
@dibyajyotimalakar8526
@dibyajyotimalakar8526 10 күн бұрын
আপুনি এদিন Trading ক সমৰ্থন কৰি Insurance, Bank ৰ বিভিন্ন বিনিয়োগ ব্যৱস্থাক আপুনি সমালোচনা কৰিচিল। আৰু আজি আপোনাৰ এই স্থিতি। আপুনি পঢ়া শুনা কৰা ব্যক্তি, গতিকে আপুনি অলপ নিজৰ কথাৰ মূল্য ৰাখিলে ভাল লাগে
@Biokist
@Biokist 10 күн бұрын
Trading to atiao xomorthon ye korise, matro fraud koraborok he kora nai .
@Bhoben-m3k
@Bhoben-m3k 9 күн бұрын
Njai trading korila bhal … belegok kribo dila a lutibo a
@arunabhhcreation
@arunabhhcreation 6 күн бұрын
এখেত পঢ়া শুনা বুলি জানি সকাহ পালো। হ‌ওক দেও! সেইকন যে! কৰিলে!!..
@LOLLL281
@LOLLL281 11 күн бұрын
দিম্পু দা ! মই এটা কথা শুনিছোঁ DB ট্ৰেডিং মানে দিম্পু বৰুৱা ট্ৰেডিং
@assameseknowledgezone7311
@assameseknowledgezone7311 8 күн бұрын
😅😅😅😅😅😅😅😅
@2MAGK
@2MAGK 11 күн бұрын
যেতিয়া এনেকুৱা প্ৰতিষ্ঠান আহে প্ৰথম অৱস্থাত যেতিয়া মানুহে বিনিয়োগ কৰিছে বুলি ওলাই থাকে তেতিয়া চৰকাৰে কি কৰি থাকে । ডাঙৰ হব লৈ কিয় দিয়ে ডাঙৰ টকা লুটিব কিয় দিয়ে আৰু লুটি নিয়া পাছত যে ডাঙৰ ডাঙৰ মানুহ বোৰে জ্ঞান দিয়ে তাৰ আগতে কিয় জ্ঞান নিদিয়ে । প্ৰায় এমাহ ৰ আগৰ পৰা যে বন্ধ হৈ আছে পলাই আছে তেতিয়া যদি ভালকৈ যদি সকলোকে সজাগ কৰিলে হয় এতিয়া হয়তো বহুত সংখ্যক লোক ভুক্তভোগী নহল হয় ।
@darpandas7592
@darpandas7592 11 күн бұрын
Bhut manuh bhukto bhugi kio hoise njr matha nthke nki emn a lobh nki dalalk poisa die Emn lalash .. esy wayt poisa lage bass ...amar axomiya khini a ase jmn a. Poisa logaise Krn amr axomiya khini a kosto koribo nibisare Mon goise share market to xiki louk nije nije invest korok long termt nai esy wayt poisa lage xokoloke mane ....emn a lobh
@2MAGK
@2MAGK 11 күн бұрын
@@darpandas7592 right 👍
@devidchoudhury2621
@devidchoudhury2621 11 күн бұрын
Nijor poisa bur manuhe kaita mn tokar laloxat kio anok d diye eko nobhobake,, tetiya tu sarkar k xudhudhe poisa tu diewte,,, nije nijok prosno krtu usit,, sab ki sarkare koribo nki,, bhogobane ata dimag dse nije vabibo pore ke ki val ki beya
@RANGILTV-pp9dy
@RANGILTV-pp9dy 11 күн бұрын
নিজে Tranding ৰ Promotion কৰি এতিয়া বকি আছে tranding ভয়ংকৰ। মানুহক মূৰ্খ বুলি ভাবি আছে 😂😂😅
@bsaikia4310
@bsaikia4310 11 күн бұрын
Thike koise aponi... good
@user-ck5wk6wh2y
@user-ck5wk6wh2y 11 күн бұрын
@@RANGILTV-pp9dy ইহঁতকো ধৰিব লাগে কোনো সাপ হৈ খুটিব বেজ হৈ ঝাৰিব .... মস্ত শিয়াল এইটো 😀😀
@sanjibsonathivlogs6737
@sanjibsonathivlogs6737 11 күн бұрын
Bhal koise.
@F2fuhhd
@F2fuhhd 11 күн бұрын
E ak garu kobon debo lage
@dhunumai1912
@dhunumai1912 10 күн бұрын
💯 right
@jmstudio33
@jmstudio33 11 күн бұрын
Assam need financial education they don't know that is right or wrong?
@Richdas963
@Richdas963 11 күн бұрын
You are wrong bro not only Assam. Whole India need a financial education from school.. And the main reason to fool people by the scammer is poor financial education of indian education system.....
@ShortVideos-byNiha
@ShortVideos-byNiha 11 күн бұрын
শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকললৈ আন্তৰিক শ্ৰদ্ধা-ভক্তি, লগতে সেৱা নিবেদিলো🙏🏼🙏🏼ভালে থাকক সকলো🙏🎉🎉🎉🎉🎉🎉🎉
@SanjayDas-tz9fn
@SanjayDas-tz9fn 9 күн бұрын
ইয়াক শিক্ষক দিৱস ক'ৰ পৰা আহিল।
@ShortVideos-byNiha
@ShortVideos-byNiha 9 күн бұрын
@@SanjayDas-tz9fn শিক্ষক আৰু শিক্ষা jote tote thke দাদা👍🙏
@Bindaasgaming137
@Bindaasgaming137 8 күн бұрын
Oi nihar
@subhrajeetthakuria3834
@subhrajeetthakuria3834 11 күн бұрын
ইমান সোনকালে কাকো idolize নকৰিব, বিশেষকৈ এইবিলাক youtube ৰ ক । সিহঁতে নিজে app বিলাক প্ৰমচন কৰিব then দুদিন পিছত thumbnail ত লগাব কিমান ভয়ংকৰ হব পাৰে ট্ৰেডিং।অলপ up to date হব সময় হৈছে ৰাইজসকল 🙏🏻আৰু এটা কথা অন্ধভক্ত নহব।
@poriborah6315
@poriborah6315 6 күн бұрын
Hoi dada
@nitishkumargohain8723
@nitishkumargohain8723 11 күн бұрын
অসমত এইটো হ'ব বুলি অক্ষয় কুমাৰে আগতেই চিনেমা বনাই থৈছে।
@RiciHajorika
@RiciHajorika 11 күн бұрын
😅hoii
@prasantkasyap3922
@prasantkasyap3922 11 күн бұрын
But people never understand the messages of the movies.. That's why it's happening in our society.. 🤔
@NabadeepTalukdar-p8w
@NabadeepTalukdar-p8w 11 күн бұрын
Kunkhn cinema bhi
@bablurdas4294
@bablurdas4294 10 күн бұрын
21 din main Paisa dobol
@AngaragBuragohain
@AngaragBuragohain 10 күн бұрын
21 din mei paisa double. 😂
@axomneeyt4450
@axomneeyt4450 11 күн бұрын
Scam 1992❎️ scam 2024✅️
@frlHsda
@frlHsda 11 күн бұрын
Dimpu DAI TRADING MARKET PROMOTION KORISIL, ধুই দুখ লাগে
@baka69454
@baka69454 11 күн бұрын
Laora video tu nasali nki??? Trading beya nhoi , nije kor belegk dorai Kai krso aru eitu trading r krne nhoi hehte scam krile
@theflashgaming8730
@theflashgaming8730 11 күн бұрын
Trading tu ki beya bostu nki goru nki toi
@Kaishabdas
@Kaishabdas 11 күн бұрын
Goru trading ki bea nki ??
@aaminyusuf1273
@aaminyusuf1273 11 күн бұрын
Trading ki jano nai
@pujapanservice3710
@pujapanservice3710 11 күн бұрын
Trading val bula keita jail goise
@MrAbhi771
@MrAbhi771 5 күн бұрын
আজি কালি কাকো বিশ্বাস কৰিব নোৱাৰা হৈছে।কাৰণ সাপ হৈ খুটে আৰু বেজ হৈ জাৰে।। এইবোৰ ঘটনা শুনি আজিকালি Trading বা পইছা ইনভেস্ট কৰিব ভয় লগা হৈছে।। এতিয়া কি কৰো কি নকৰো দাদা আপুনি কওকচোন। কি কৰিলে ভাল হৱ আৰু কি কৰিলে বেয়া হৱ।।
@user-ck5wk6wh2y
@user-ck5wk6wh2y 11 күн бұрын
নিজে প্ৰমত কৰাটো কি হব
@SPEDITOR-s4w
@SPEDITOR-s4w 11 күн бұрын
Mojbet Promotion কৰা তোৰ ওপৰত Case কৰি আছোঁ, অসমৰ ল'ৰা বোৰক বেয়া কৰিছ ...
@ericmrtnz4454
@ericmrtnz4454 11 күн бұрын
Promo code ki aasil pahorilu nohoi… 😂😂😂
@Hajongvideos
@Hajongvideos 11 күн бұрын
​@@ericmrtnz4454diimpu 143
@pallabjyotiphukon4672
@pallabjyotiphukon4672 11 күн бұрын
Kor ako mareksudai, comment kori dhoop kio di aso nuaro jodi
@SPEDITOR-s4w
@SPEDITOR-s4w 11 күн бұрын
@@pallabjyotiphukon4672 tur uporot u kori asu screenshot rakhi thoisu tur comment or sinta nokoribi,tur ip address uliai asu kor pora comments diso ready thak
@myassam1697
@myassam1697 11 күн бұрын
OK Pay 😂😂😂
@D.J.Tamuli
@D.J.Tamuli 11 күн бұрын
Bohut Dhunia kotha koisa tumi...aji Kali manuhok easy money lage....
@SimplePackage
@SimplePackage 11 күн бұрын
Sapnanil das is genuine and he is one of the best trader from northeast. Teu course bikise just because to educate people about financial market in 7000 rupees which very low in comparison with other course providers. Also he shared his verified p&l to everyone from starting to present time of his trading career. So please don't use his name as fake guru or scammer to making views in videos.
@SanjayDas-tz9fn
@SanjayDas-tz9fn 9 күн бұрын
বোপা শ্বেয়াৰ মাৰ্কেটৰ কৰ্চ বিক্ৰী কৰিবলৈ হ'লে SEBI Registered হ'ব লাগে। যিটো দাসে কৰা নাছিল। অবৈধ ভাৱে কৰ্চ বিক্ৰী কৰি ধন লৈ আছিল।
@rohan_9999
@rohan_9999 10 күн бұрын
Vai tumi j kola trading hiki kribo lge atya ata ktha kua muk jdi kuneu trading nihikai ai tatya new generation a hikibo kt. Sapnanil ajon great trader. Teu nijor verfied p&l dekhuaise ata national channelt. Teu jdi nije success hoi education ata dise ki haitu bya krise ni ? Teur course tur pra tu axomr lra swali a unoti hbo jdi valdore hike. Tar majote teur usrt hika 10 jonor 1 jone vlke nihikibou pare haitu ki tatya sapnanilr dukh hb ni. Ami college jao college khne koi ni amk 100% success hbai bli. Ami haitu jniu phibole jao karon haitu ata process nijor uprt ktha. Nije valdore phile Pam nhle npo. Hai akadorei jdi trading hiki nije valdore practice kru tatyahe success hom. Aitu adinia bstu nohoi nhi j adinote hiki adinote expert hoi jm. Aiu ata process hoi.Aru mnuhe koi ase course dibole sebi registered hbo lge. Teuluke Google kri sai lok j course dibole sebi registered hbo nlge. Registered tatya he hbo lge jdi teu tips die mne live markett kt kinibo besibo lge haitu koi. So atai ktha kou axomiya lra ajn success hoise bhirt teur krne axomr nam hoise tnkua lra jonok ami support kribo lge na dubabole sesta kribo lge. Axomt financial market khnr ktha teur krnei mnuhe Jona hua ni jnu . Axomiyai jdi axomiyar unoti dekhibo nuaro tatya knke hbo.Tnke tu maruwari biharik gali pri lav ni.
@DavidDavid-dg1sj
@DavidDavid-dg1sj 8 күн бұрын
Assamr manuhk trading hikua= Gorur agt tukari bojua.
@letsgo8746
@letsgo8746 8 күн бұрын
Lack of financial literacy is the root cause of this problem. Share market is a great platform to make wealth but takes much education and patience. And yes Trading is the hardest way to make the easiest money. it takes a lot of discipline and emotional stability to succeed in trading.
@LearningSparkAxom
@LearningSparkAxom 11 күн бұрын
হব ভাই ,তয়ো প্ৰমোট কৰা ।
@aaminyusuf1273
@aaminyusuf1273 11 күн бұрын
Oo bhi manuhe trading nai kora niki oi trading ki bostu Jano indiat stock market or building kale pori ase tante tat thoka company kaitar porai tu India economy tu soli ase
@AamiAxomiya1
@AamiAxomiya1 11 күн бұрын
Toia jana de sob​@@aaminyusuf1273
@titudoloi5388
@titudoloi5388 11 күн бұрын
Share market ৰ কথা অসমৰ মানুহে নাজানে । Share Market এ টকা মাৰা নাই। টকা মাৰিছে বেলেগে share market ৰ নাম লৈ। আজিও আমাৰ মানুহে বুজি নাপাই Share market কি । ইমান সহজ নহয় share market trading জনাটো। share market বদনাম কৰিছে এই ফাল্টু মানুহবোৰে ।
@hotcricket7200
@hotcricket7200 11 күн бұрын
Aapuni kenekoi kole j assamr manuhe share market najane... Moi 6 years pora share market t asu... Mur expectation 15 to 20%.. and I'm happy.. kintu manuhe 100% return bisare. That's the problem..
@kamalnayandeka2014
@kamalnayandeka2014 10 күн бұрын
Aitu e main Point bro.. Mnuhr gyan nii poisa profit dekhi skil nhua k kelah trip bisari course bisari ji ti mnuhr tat goi aku nihika k risk management nkori skil tu nejani Pist poisa gole trading scam hy Jai😂😂 SEBI kot likhi rakhise trading t poisa lgalei poisa pai buli...
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 11 күн бұрын
নিজৰ পইচা জুৱা খেলি হাৰি আনোক দোষ দিব নালাগে 🙏😢
@kukhenbaruah6052
@kukhenbaruah6052 11 күн бұрын
Right❤
@GauravBarman-rr7gc
@GauravBarman-rr7gc 10 күн бұрын
Kio sumik koa dekhi tor gat lagise neki
@nimu3598
@nimu3598 10 күн бұрын
Best influencer of our Assam...Pride of Assam you are
@ronitpegu1486
@ronitpegu1486 10 күн бұрын
ki hor pride o🤣🤣🤣
@RahulRaj-dt7gc
@RahulRaj-dt7gc 11 күн бұрын
Basibor karone ai2 ata formula. Dhoinyobad🙏
@roadways0001
@roadways0001 11 күн бұрын
Sapnanil da is great❤. He is not fraud
@DavidDavid-dg1sj
@DavidDavid-dg1sj 8 күн бұрын
Swapnanil r big mistake 2 hll assamr mahuhk trading hikua.
@dipjyotimahanta7386
@dipjyotimahanta7386 11 күн бұрын
মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা চাইকেল এখন বিক্ৰী কৰিবলগীয়া আছে। যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক inbox ত জনাব!!! অতি কম দামত দিম। 😊
@SS88097
@SS88097 11 күн бұрын
Moi lom....kot ghor apunar
@bsaikia4310
@bsaikia4310 11 күн бұрын
😂😂😂
@babuboro6656
@babuboro6656 10 күн бұрын
😂😂😂
@RINKUALI74658
@RINKUALI74658 11 күн бұрын
Katha bur Bohut dhuniya koi bujai kowa Karona thank you 👌👌👌
@poyubhoragogoi9542
@poyubhoragogoi9542 11 күн бұрын
শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰা লটাৰী খেলৰ টিকেট লোৱা, একেটাই বুলি ভাবে বহুত মানুহে। ইমান সহজ নহয় শ্বেয়াৰ মাৰ্কেট। মানুহবোৰ সজাগ হ'বৰ হ'ল। নিজে ইনভেষ্ট কৰিব নাজানিলে আনৰ সহায় ল'ব নালাগে। ইউটিউবাৰ বোৰেও কেইটামান টকাৰ বাবে যা টা ট্ৰেডিং এপৰ বিজ্ঞাপন দি মানুহবোৰক বুৰ্বক বনাই আছে।
@PompiTamuli-qe2zs
@PompiTamuli-qe2zs 8 күн бұрын
Wah dada tumi iamn dhuniya ke kotha bur bujai dia bht val lage ❤
@bishwajyotibora8054
@bishwajyotibora8054 11 күн бұрын
মই 3 years loss খাই এতিয়া profit ত আহিছিলোঁ হে assam ৰ কিছুমান faltu সাংবাদিক ৰ কাৰণে ঘৰত trading কৰিবলৈ দিয়া নাই
@rupakdutta3296
@rupakdutta3296 11 күн бұрын
Right 👍 asom r fotuwa media mnuhk enekuwa bhoi humuwai disa ja trading korilai arrest hobo
@muixp6
@muixp6 11 күн бұрын
Thik koisa ,,,,,,,, sangbadik bure nijei najane asolote ki hoi ase...anai ji ti boki ase 😂😂
@shubhambasistha1217
@shubhambasistha1217 10 күн бұрын
😂😂😂
@utpalkidsfunnyvideo5773
@utpalkidsfunnyvideo5773 10 күн бұрын
Mor o ake hoi bhai
@unknownyoutuber7781
@unknownyoutuber7781 8 күн бұрын
1 year loss t a axu poisa ses aru bndho dxu kidin man .never give up
@KhonBhai
@KhonBhai 11 күн бұрын
DB stock dimpu da promotion 😂😂
@ajaymech5797
@ajaymech5797 11 күн бұрын
Pahori gol sage... 😂
@ajaymech5797
@ajaymech5797 11 күн бұрын
Pahori gol sage😂
@anamikakalita4656
@anamikakalita4656 11 күн бұрын
Yes dhorba lge ehotok
@draupadkashyapvlogs3023
@draupadkashyapvlogs3023 10 күн бұрын
Video remove kori lecture sutabo video diye...gari dakhabi bl dakhabi ghr dakhabi.. bathroom dakhibi... poisa bur ghurabi sbr... youtube video di bl koi maha pandit vabo
@Bigbossjhvfuik
@Bigbossjhvfuik 11 күн бұрын
চুমী বাই বিদেশী হোৱা ধান্দা আছিল নেকি বাৰু তেনেকুৱা হে লাগিছে😂😂😂
@jadumaniroy1321
@jadumaniroy1321 10 күн бұрын
Dosto bhai anekuwa video r majere hosake bohu kotha janibo pora jay. You are great ❤
@ABDULALIM-st5xb
@ABDULALIM-st5xb 10 күн бұрын
❤❤❤❤❤ for explaining these type tranding and scammer
@dhrubajyotigogoi2269
@dhrubajyotigogoi2269 11 күн бұрын
চুমি বৰাৰ যদি দোষেই নাই, তেন্তে পুলিচৰ ভয়ত পলাই আছে , কথাএষাৰ আছে নহয় ---( এশ গৰু মাৰিলে বাঘৰো মৰণ )
@Vkeditzzzz-tj4ve
@Vkeditzzzz-tj4ve 11 күн бұрын
এশ দামুৰি মাৰিলে গাইৰ ও মৰন
@Tralukya99
@Tralukya99 11 күн бұрын
অভিনেত্ৰী চুমি বৰা..😮😢এতিয়া ক'তে মৰা..😢😢😂😂😮😮😅😅
@thakuriaabhijit82
@thakuriaabhijit82 11 күн бұрын
সেইবোৰক আপোনালোকেই প্ৰচাৰ কৰে ..... কেইটামান টকাৰ কাৰণে
@jyotirmoynath2702
@jyotirmoynath2702 10 күн бұрын
অসমৰ মানুহক ঠগি ধনী হোৱা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু চুমি বৰা ma'am k অশেষ প্ৰণিপাত জনালোঁ
@PujaKalita-h4k
@PujaKalita-h4k 10 күн бұрын
চেৰেং কৈ লাগিলে চুমিৰ পইচাত জুই🔥🔥 চাগে চুমি আছিলে ডুবাইৰ হোতেল ৰুমট শুই🏘️ ৰৈ ৰৈ ৰৈ আছোঁ ৰৈ তোলেই চুমি আমি পুলিচ🧑‍✈️ আছোঁ ৰৈ তোলেই😂
@bishaldeka9450
@bishaldeka9450 11 күн бұрын
তইও কম নহয় অনলাইন জুৱাৰি .....তোকো ধৰিলে ভাল পালোঁ হয় ... চুদিৰভাই...
@pappupapu-ln5iw
@pappupapu-ln5iw 11 күн бұрын
😂😂😂 moja dsa
@fermion4945
@fermion4945 11 күн бұрын
Borhia dila eisat 😂😂
@devidchoudhury2621
@devidchoudhury2621 11 күн бұрын
Mojja dsa
@riturajgohain4859
@riturajgohain4859 11 күн бұрын
E tumi kla faltu ni boka
@digantadeka7201
@digantadeka7201 10 күн бұрын
😂😂😂🔥
@ratangogoi4421
@ratangogoi4421 10 күн бұрын
অনলাইন জুৱা খেলৰ বিজ্ঞাপন এটা দিয়া হলে ভিডিঅটোৱে পূৰ্ণতা পালে হেতেন
@udaygogoi9458
@udaygogoi9458 11 күн бұрын
চুমি অ চুমি কত আছা তুমি , পুলিচে বিচাৰি খাইছে হাবাথুৰি । নাভাৱিবা তুমি বাছি যাম বুলি , পুলিচে পালে উঘালিব চুলি । ৰাইজৰ টকাৰে পাতিলা বিয়া , এতিয়া আমাক উত্তৰ দিয়া 😀😀🫣🤭। ফেচবুকটো খুলিবই নোৱাৰি, আগলৈ গলেও চুমি পিচলৈ গলেও চুমি 😀🫣
@dhonbaruah
@dhonbaruah 7 күн бұрын
তইও কম না বেটা সেদিনা যাই কেইটকা মান লৈ মানুহক নীতশিক্ষামূলক বাৰ্তা এটা দিলি এতিয়া ভয় খাই ওলোটা ফালে ধাৰ খালি 😂
@StayNomilaviPobly
@StayNomilaviPobly 10 күн бұрын
সঁচা কথা। দুদিন মানৰ পাছত সকলো পাহৰি যাব । আৰু আকৌ লুতিব
@bikashsaikia814
@bikashsaikia814 10 күн бұрын
তোমালোকে এনেকুৱা সজাগতামূলক ভিডিঅ' আগতে দিব নোৱাৰিলা ? এতিয়া বৰষুণ গ'লত জাপি ! তোমালোকো কম বস্তু নহয় ।
@NazmulIslam-ff1qm
@NazmulIslam-ff1qm 10 күн бұрын
Right
@bikashnath2959
@bikashnath2959 11 күн бұрын
সাৱধান হব লাগে
@recklessgamer3234
@recklessgamer3234 11 күн бұрын
If you want to get into trading, you need patience, emotions control, mind control, risk management, psychology, experience, and sacrifice. If you can't do it, stay away from it.
@Vkeditzzzz-tj4ve
@Vkeditzzzz-tj4ve 11 күн бұрын
Accha...ahi gola lecture dibo...kiman profit hoise last montht
@recklessgamer3234
@recklessgamer3234 11 күн бұрын
@@Vkeditzzzz-tj4ve ignore my comments broke guy
@sankardevroy3683
@sankardevroy3683 10 күн бұрын
অসমৰ অকল 2% মানুহে share market বা trading বিষয়ে জ্ঞান আছে। ইণ্ডিয়া ত মহাৰাষ্ট্ৰ ৰ সকলোতকৈ 12% share market বিষয়ে জানে। Trading যদি ভালকৈ শিকি কৰা যায় ভাল business .
@rajivbharadwaj6921
@rajivbharadwaj6921 10 күн бұрын
Bohut bhal kotha koisa dimpu. Amar manuh khiniye etiau share market buji nepai kintu jane je share market manei bohut poisa. Taarei hubidha uthai manuh ok thogi dile.
@CRAZY_DIP69
@CRAZY_DIP69 11 күн бұрын
Trading kribo janile job... Nejanile gambling..
@recklessgamer3234
@recklessgamer3234 11 күн бұрын
Trading is buisness with proper knowledge and risk management and yes random trading is gambling
@Bodo-w3t
@Bodo-w3t 11 күн бұрын
​@@recklessgamer3234 right 👍
@kamalnayandeka2014
@kamalnayandeka2014 10 күн бұрын
Right bro trading as a discipline proper risk menegment business not gambling
@recklessgamer3234
@recklessgamer3234 10 күн бұрын
@@kamalnayandeka2014 those who know, know
@amirahmed9088
@amirahmed9088 6 күн бұрын
RIGHT
@freehelpcenter9083
@freehelpcenter9083 11 күн бұрын
গুৱাহাটীত আৰু এটা কোম্পানী আছে Rill India fraud হয় এইটো
@AMITSARMA-lo7kh
@AMITSARMA-lo7kh 11 күн бұрын
Nice video dimpu da🎉❤
@Music898
@Music898 11 күн бұрын
Good morning Dimpu bro❤ Happy Teacher's Day 5th September🎉🎉🎉
@Danirojasfc6
@Danirojasfc6 8 күн бұрын
এইখিনিতেই য'ত খেলিমেলি!" অসমৰ অসমীয়া মানুহৰ বুজি পোৱা শক্তিৰ তেনেই নগন্য " 😔
@NijamAli-ol2uo
@NijamAli-ol2uo 11 күн бұрын
Dimpu da you are right ❤ trading tu manuhe bodnam kori ase 😢
@pranjalpratim2335
@pranjalpratim2335 11 күн бұрын
DB for Dimpu Baruah হয় দেই 😂😂
@cisarvialpando7412
@cisarvialpando7412 11 күн бұрын
Yes
@Ananda_Assam80
@Ananda_Assam80 11 күн бұрын
চেৰেং কৈ লাগিলে বুকুতে জুই | চুমিযে জ্বলালে অসমত জুই |
@jintu243
@jintu243 11 күн бұрын
ফেচবুকটো খুলিব‌ই নোৱাৰি...🙄 ওপৰলৈ টানিলেও "চুমী" তললৈ টানিলেও "চুমী"
@amirahmed9088
@amirahmed9088 6 күн бұрын
😂😂😂😂😂
@deepikakalita6346
@deepikakalita6346 6 күн бұрын
Dimpu, tumak video tu CM e bonabo dilene, hiu bohut toka luti bohi ase, Tumi video bonaba, bohut like paba.
@user-zz8kq8jg4g
@user-zz8kq8jg4g 11 күн бұрын
Once agian first view dimpu da kove u ❤
@ashimnath451
@ashimnath451 11 күн бұрын
দাদা মজা
@mrinmoydeka3116
@mrinmoydeka3116 11 күн бұрын
Aibur promotion korat youtuber keita no1...
@ashwinisarma7234
@ashwinisarma7234 10 күн бұрын
News channel ❌❌ Dimpu baruah✅✅
@monjuralom5127
@monjuralom5127 10 күн бұрын
dimpu ata dalal
@BarkatUllah-l3s
@BarkatUllah-l3s 10 күн бұрын
Very nice educational video thank you ❤❤❤
@Lovethenature-v5w
@Lovethenature-v5w 11 күн бұрын
Treding is not glamming treding is business
@SevenfoldClouds
@SevenfoldClouds 11 күн бұрын
Billa agote spelling thik kor
@Biokist
@Biokist 10 күн бұрын
😂😂😂
@pranabdas5976
@pranabdas5976 11 күн бұрын
App promotion toi koro game r aya ki ha😂😂
@krishnabora6728
@krishnabora6728 11 күн бұрын
চিন্তা কৰিব নালাগে, কাইলৈ ভিতৰত ককাইদেউ এ video টো delet কৰি দিব 😂।
@ShahadatIslam_
@ShahadatIslam_ 11 күн бұрын
😆😆😆
@user-if7ro5or4y
@user-if7ro5or4y 11 күн бұрын
Thank you Dimpu, kotha khini val dare bojai babe.
@uddiptasharma471
@uddiptasharma471 10 күн бұрын
Sir apuni u olop bhoi khaise buli hunisu dosto😊
@sahadsultan4901
@sahadsultan4901 11 күн бұрын
Dimpu da moja😂
@fanofnatrephoto3343
@fanofnatrephoto3343 11 күн бұрын
Apuni dibrugarh t bonua trading video tu kio delete krle?
@pranaybarman2000
@pranaybarman2000 11 күн бұрын
Fin lab r asil xitu dltd krile 😑
@rishavsharma6875
@rishavsharma6875 11 күн бұрын
​@@pranaybarman2000oo😂😂
@reshmisvlog9394
@reshmisvlog9394 11 күн бұрын
Jai Ai Axom❤
@anupkalita487
@anupkalita487 11 күн бұрын
Plz abar mor o video saba buli akha korilu chapport koriba plz 🙏🙏🙏 ❤❤❤
@BUDHRAIBAYAR
@BUDHRAIBAYAR 11 күн бұрын
Bohut Bhal Dimpu Da New Subscribe Love from Kokrajhar pora.
@ArindomsaikiaJunak
@ArindomsaikiaJunak 11 күн бұрын
1 st ad is so funny😝
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 77 МЛН
Whoa
01:00
Justin Flom
Рет қаралды 59 МЛН
The CUTEST flower girl on YouTube (2019-2024)
00:10
Hungry FAM
Рет қаралды 47 МЛН
Kolkata Doctor Case
32:57
Nitish Rajput
Рет қаралды 11 МЛН
Magic or …? 😱 reveal video on profile 🫢
00:14
Andrey Grechka
Рет қаралды 77 МЛН