অসম আন্দোলনৰ সময়ৰ অসম- এক নষ্টালজিক অনুভৱ I Chaturtha Stambha I

  Рет қаралды 132,125

Kumud Das Official

Kumud Das Official

Жыл бұрын

অসম আন্দোলনৰ সময়ৰ অসম- এক নষ্টালজিক অনুভৱ, কিছু কল্পনা, কিছু বাস্তৱ।
Subscribe Us
/ @kumuddasofficial
Follow Us
/ chaturthastamva

Пікірлер: 105
@alakjyotisarma2248
@alakjyotisarma2248 Жыл бұрын
আমিবোৰ তেতিয়া কলেজীয়া ছাত্ৰ আছিলো । জালুকবাৰীত ১৯৮৩ ৰ নিৰ্বাচন ৰোধ কৰিবলৈ দিনে নিশাই পথ অবৰোধ কৰিছিলো । আজি উপলব্ধি কৰিছো যে আমি মূৰ্খ আছিলো বাবেই তেতিয়াৰ ক্ষমতালোভী আন্দোলনৰ নেতা সকলে আমাক ঠগি সোণৰ অসমৰ পৰিবৰ্ত্তে নিজৰ বাবে সোণৰ পাহাৰ গঢ়িবলৈ সুবিধা পালে ।
@Potatolover834
@Potatolover834 2 ай бұрын
বৰদেউতা আপোনালোকক পুলিচে বাধা দিচিল নে?
@alakjyotisarma2248
@alakjyotisarma2248 2 ай бұрын
@@Potatolover834 পুলিচে ঘৰৰ পৰা বহুতকে উঠাই লৈ গৈ গুলিয়াই মাৰিছিল আৰু বহুতো জীবন ঘুণিয়া হৈছিল।
@AltafHussain-wn6yf
@AltafHussain-wn6yf Жыл бұрын
আজি বহুদিনৰ মুৰত সেই অতীতৰ স্মৃতি মনত পেলাই দিয়াৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। 🙏🙏
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Tnks
@bhagabandas4888
@bhagabandas4888 4 ай бұрын
আপোনাক অলেখ ধন্যবাদ। নতুন প্ৰজন্মই জনা দৰকাৰ। কিদৰে সময়ে সময়ে এচাম তেজাল ডেকাই নিজৰ জীৱন উৎসৰ্গা কৰিছিল একমাত্ৰ আমাৰ ভৱিষ্যতৰ বাবে।
@KalyanPameh
@KalyanPameh 21 сағат бұрын
বহুত কথা মনত পৰি পলাই দিলে 👍
@aruphazarika4717
@aruphazarika4717 Жыл бұрын
ৰাইজক ৰামঠগন দি ৰজা হোৱা কাহিনী আছিল সেইয়া । সেইসময়ত চফল ডেকা আমিবোৰ এতিয়া বৃদ্ধ বয়সৰ আনুভৱ , কিমান মূৰ্খ আছিলো আমিবোৰ তেতিয়া !
@manojkumardutta8590
@manojkumardutta8590 4 ай бұрын
একেবাৰে সত্য কথা।এই বদমাছ হতে অসমখনক শেষ কৰিলে তেতিয়াই।
@manojkumardutta8590
@manojkumardutta8590 4 ай бұрын
এই আন্দোলন কৰিয়েই কেইটামান নেতা মন্ত্ৰী হৈ অসম খন শেষ কৰিলে। কিমান শ্বহীদ হৈছিল কিন্তু বিদেশী কেইবা খেদিলে।
@kharkhuaokhomia5949
@kharkhuaokhomia5949 Жыл бұрын
সেই দিনবোৰৰ কথা মনত পৰিলে বুকুখনত কিবা বিষ অনুভৱ হয় ।
@binodbujarbaruah
@binodbujarbaruah 25 күн бұрын
It has helped us to learn many matters. In 1983 I joined in service under Central Govt. I had seen many incidents of Assam agitation. Many sacrificed but no result.
@manashjyotisarma9971
@manashjyotisarma9971 Күн бұрын
Bahut najana kotha janilu. Good job
@jitendrarabha4660
@jitendrarabha4660 4 ай бұрын
সঁচাকৈ,এই অনুষ্ঠানটোৱে আমাক অতীতলৈ লৈ যায়,জানোচা সেই সময়ৰ দিনতহে বাস কৰিছো যেন লাগে, মনবোৰে অতীতৰ সেউজীয়াবোৰ বিচাৰি পায়৷
@user-qo2bb4jv8s
@user-qo2bb4jv8s 10 күн бұрын
JAI AII ASOM
@narendradas2904
@narendradas2904 Жыл бұрын
আপোনাৰ কখাবোৰ শুনি বৰ ভাল লাগিছে , পূৰনি কখাবোৰ মনত পৰিছে
@user-ko9ie1gk9s
@user-ko9ie1gk9s 14 күн бұрын
এজাক তথাকথিত দেশ-প্ৰেমিকৰ সৃষ্টি কৰিছিল এই আন্দোলনটোৱে।
@ranjumonborah860
@ranjumonborah860 20 күн бұрын
U r great
@hemantabhumij9570
@hemantabhumij9570 Жыл бұрын
আপোনাৰ কথাবোৰ খূনি বহুত ভাল লাগে😍😍😍 4.33 se 1985 চনতো fan আছিল
@manikdevnath3853
@manikdevnath3853 4 ай бұрын
বহুত বহুত ধন্যবাদ নজনা তথ্য দিয়াৰ বাবে জয় আই অসম।
@riikikashyap6322
@riikikashyap6322 Жыл бұрын
Axom andolonor uporot Aru eti bohol bhabe video bonai ....... upload Kribo sun
@BubumaniKalita555
@BubumaniKalita555 Жыл бұрын
Very quality content. This is the kind of reporting we were waiting for. Keep it up. ❤️
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thank you! Will do!
@chandramapathak8243
@chandramapathak8243 Жыл бұрын
ধন্যবাদ
@user-qm2oo9ox7n
@user-qm2oo9ox7n Жыл бұрын
বহুত কথাই মনত পৰিল
@csblg6294
@csblg6294 Жыл бұрын
Bhut bhut dhainyabad aponaloi... Mnt pori gol tahanir axam andolon r ktha... Karon moiu agoraki andolonkari asilu class nine t porhisilu🙏❤❤
@balendas4511
@balendas4511 4 ай бұрын
ধন্যবাদ।❤
@ramsahu9708
@ramsahu9708 Жыл бұрын
Hundar hoise dada😍😍😍😍😍
@babitatalukdar8541
@babitatalukdar8541 8 ай бұрын
Kumud babu aponar programe bore sai purani kothabore manat pelao. Thank you.
@SA_Lifestyle278
@SA_Lifestyle278 Жыл бұрын
Val lagr
@rumibora275
@rumibora275 Жыл бұрын
Joi ai oxom jinda bad with bhupen da
@kirangogoi4748
@kirangogoi4748 Жыл бұрын
আন্দোলন কাৰীৰ মাজত সোমাই নিশ্চয় আছো ।1983 ,no solution no election .( অবৈধ নিৰ্বাচন)
@dharmendradas2825
@dharmendradas2825 Жыл бұрын
মইও জুই লৈ আন্দোলন কৰিছিলোঁ।সৰু আছিলোঁ তেতিয়া। তেঁতেলীয়া। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদ।padumbori।জালুকবাৰী।crp খেদিছিল আমাক ।এতিয়াও মনত পৰে সেই দিনবোৰ।
@nayanjyotibaruah4165
@nayanjyotibaruah4165 3 ай бұрын
সেই সময়ত পৃথিৱীলৈ অহা নাছিলো যদিওঁ মা দেউতা ককা আইতাৰ মুখত শুনিছিলো সেই সময়ৰ বহু কথা। আজি শ্বহীদৰ তেজক উপলুঙা কৰি এচাম নিজৰ সম্পত্তিৰ পাহাৰ গঢ়ি ৰাইজলৈ পিঠি দিছে।
@manudeka8082
@manudeka8082 Жыл бұрын
👍👍👍👍👍
@deboborah5858
@deboborah5858 Жыл бұрын
Very sound voice
@nayandas2581
@nayandas2581 Жыл бұрын
🙏🙏🙏
@deepjyotidas2397
@deepjyotidas2397 4 ай бұрын
Axomiyar tiyag tezor rongali othole gol, kuno ata xongram success nohol, jaati tu bikri hoi gol aru aibilak abeg kori moi bhabu aku laav ni😢😢😢
@tushargoswami6036
@tushargoswami6036 Жыл бұрын
জুয়ে পোৰা ৮৩ ৰ সেই দিনবোৰলৈ মনত পৰিলে আজিও বুকু খনৰ বিষ অনুভৱ কৰোঁ।আজিও চি আৰ পিৰ লাঠীৰ কোব মনত পৰে।তেতিয়া মেট্ৰিকৰ ছাত্ৰ আছিলোঁ।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thanks
@arpanbora8423
@arpanbora8423 4 ай бұрын
Dada assam movement or uporot eta detailed dhuniya video bonabo sun..pls🙏🙏
@user-gp5qr2ew6s
@user-gp5qr2ew6s 13 күн бұрын
আমাৰ আঞ্চলিক ৰাজনীতিৰ পতনৰ আঁৰত কোন কোন? মোৰ দৃষ্টিত কিছুমানে অসমখনক ভোগ্য সম্পদ বুলি ভৱা জাতিকেইটাই নেকি ?
@pareshthakuria4265
@pareshthakuria4265 3 ай бұрын
অসম গণ পৰিষদ দলটো ৰাইজৰ দ্বাৰা গঠিত হোৱা দল। আজি দলৰ নেতৃত্বই অসমীয়া ৰাইজৰ মাজত দলটো ধৰি ৰাখিব পৰা নাই। আমি যিহেতু অসম আন্দোলনৰ সময়ত আমিও বিদেশী বহিস্কাৰ আন্দোলনত জপিয়াই পৰিছিলো। আজি সেই ৰামো নাই অযো্ধ্যোও নাই। এই ফটোখন দেখিবলৈ পাই আমি বৰ্তমান মৰ্মাহত হৈছোঁ।
@ushadas6078
@ushadas6078 Жыл бұрын
ভাল লাগিল ।১৯৮৩ চনত সপ্তমমানত আছিলোঁ ।আন্দোলনৰ ভয়াবহ দিনৰ প্ৰত্যক্ষদৰ্শী আছিলোঁ বাবে ভিডিঅ'টো চাই নষ্টালজিক হৈ পৰিলোঁ ।
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Thnks
@pankajsaikia1290
@pankajsaikia1290 Жыл бұрын
আপুনি কোৱা কথাবোৰ শুনিবলৈ ভাল ৷ ভালবোৰহে শুনিলো বাকীবোৰনো কেনেকৈ পাহৰিছো ! এটুকুৰা ঘা্ঁ হৈ ...
@kirangogoi4748
@kirangogoi4748 Жыл бұрын
প্ৰায় 3 কিলোমিটাৰ খেদি খেদি b s f ৰ মোলৈ দুজাই গুলি ৰ কথা মনত পৰিলে আজিও জীৱ উৰি যায় ।
@navabora9489
@navabora9489 4 ай бұрын
অসমীয়াৰ আবেগৰ ঢৌত সকলো উটি ভাহি ককবকাই আছিল তেতিয়া কিন্তু পিছত দেখিলোঁ নেতাবোৰে নিজ স্বাৰ্থ সিদ্ধি কৰাত হে মনোনিবেশ কৰিলে।
@karishnamoni4659
@karishnamoni4659 Жыл бұрын
Good job 👍👍👍
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Tnks
@dzling
@dzling Жыл бұрын
Your Voice Owsm
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Tnks
@khodezanazneen1768
@khodezanazneen1768 3 күн бұрын
Bahut kotha monoloi ahil, dukh lagil
@hemantadas2357
@hemantadas2357 Жыл бұрын
Bohut val prgamme
@chinmoydeka5303
@chinmoydeka5303 4 ай бұрын
অসমীয়াৰ tezere অসম rangoli kora congress a etia akou bidekhi birudhir vau dise aru ami অসমীয়াই hihotor kothat vul goi asu 😢
@arpanbora8423
@arpanbora8423 4 ай бұрын
Upai nai...ki koriba..bjp u tu ekei ulal...sob national party e tenekua...jetialoike amar regional party eta strong nohobo...ami bur strong nohom...eku nohobo
@daiudibrhim5195
@daiudibrhim5195 4 ай бұрын
Ajp timot 83 ok man
@chinmoydeka5303
@chinmoydeka5303 4 ай бұрын
@@arpanbora8423 heitu hoi kintu amar j strong regional party hobo heitu hopunotu akha kora vul
@moinulhouque2602
@moinulhouque2602 4 ай бұрын
Correct
@dipankargogoi21
@dipankargogoi21 13 күн бұрын
Atia akou bjp a bidekhi anibo khujise.. law bonai ..
@pragyanbora5527
@pragyanbora5527 4 ай бұрын
Val lagil❤️
@user-sh4gd3nh6e
@user-sh4gd3nh6e 4 ай бұрын
এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।
@gmonjaitakekorim4469
@gmonjaitakekorim4469 Жыл бұрын
Sir Apunar Thumbnail t spelling vul hoi ase thik kori lowk
@Future_Fouji009
@Future_Fouji009 5 ай бұрын
Ajiu ga joli uthe 🥺 axomiya je ❤⚔️
@mrfranchis1335
@mrfranchis1335 Жыл бұрын
Joy Aii asom.
@adityakalita5560
@adityakalita5560 4 ай бұрын
অতীতক পুণৰ সুৱঁৰিব লাগে অসমীয়াই। শ্বহীদৰ কেঁচা তেজৰ গোন্ধ অসমীয়াই সোনকালে পাহৰি গ'লে নহ'ব।
@poragjyotisaikia499
@poragjyotisaikia499 Жыл бұрын
Thanks🌹 from💯from Andhrapradesh, neillordistric.
@kumuddasofficial
@kumuddasofficial Жыл бұрын
Welcome
@balendas4511
@balendas4511 4 ай бұрын
ম ই পঞ্চম শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া।
@medhilogichouse7859
@medhilogichouse7859 Жыл бұрын
এই andolanৰ কাৰণে অসমীয়া আজিলৈ ভুগি আছে। আৰু বহুতো আছে।।।।।।।
@dhrubasarmah7412
@dhrubasarmah7412 4 ай бұрын
Mangaldai r pora aarombha hoisil.
@rimlideka1312
@rimlideka1312 2 ай бұрын
মোৰ ককা প্ৰয়াত গিৰিশ চন্দ্ৰ ডেকা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল তেওঁৰ মুখত শুনিছিলো মই অসম আন্দোলনৰ কথা আজি তেও আমাৰ মাজৰ আতৰি গুচি যোৱা এবছৰ হল তেখেতৰ স্মৃতি আজিও মোক কন্দুৱাই 😢😢😢😢
@ihatepolitics9799
@ihatepolitics9799 Жыл бұрын
Jonmo hua nasil bt ma hotor mukht bht funny kahihi hunislu atiyao heibor procholito.. Abar armyr gari ekhne heno gosor mura tuke bomb buli vabisl.. Ako Amar jethai ajniye rati poloyte nijor lora tuk buli vabi garu tuke bukat bandhi loi polaisl aru tenkua dher funny kahini jorito hoi ase 1983 andolont.
@yoyyyy668
@yoyyyy668 Жыл бұрын
Ami sarote dekha andolanar kotha monot pore.mor deuta ma hote andolonot sahari jonaisil .83 sonor nirbasonor bhoiloga somoi monot pore
@dr.gobindamoral7359
@dr.gobindamoral7359 4 ай бұрын
অসমীয়াৰ ভুল কত ? অসমীয়া এটি জাতি যিয়ে ১৯৭৯ চনতেই ভাৰত ৰাষ্ট্ৰৰ অখণ্ডতাৰ প্ৰতি লক্ষ্য ৰাখি অবাধ বিদেশী প্ৰবজনৰ বিৰোধিতা কৰিছিল । কিন্তু ৰাষ্ট্ৰ যন্ত্ৰৰ স্থিতিত স্তম্ভিত অসমীয়াই ৮৫৫ জনৰ অধিক তেজাল যুৱকৰ বলি দান দি সমগ্ৰ ৰাষ্ট্ৰ ব্যবস্থাটোৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি দিলে । ফলত অসম সহিতে সমগ্ৰ উত্তৰ পূব অশান্ত হৈ পৰিল । ইয়াৰ পৰিণতি এতিয়াও দেশ - জাতিক ভাল পোৱা ব্যক্তি, পৰিয়ালে ভোগ কৰি আছে আৰু আন্দোলনকাৰী দালাল (প্ৰফুল্ল আৰু সাংগো পাংগো) সকলে ৰাজনৈতিক সুবিধা গ্ৰহণ কৰি আছে । এইটোৱে অসমীয়াৰ দুৰ্ভাগ্য.......ধন্যবাদ ।
@dayalsarma6108
@dayalsarma6108 Жыл бұрын
Assam andolone huie ki love haul ki haul jone voice d ase
@dayalsarma6108
@dayalsarma6108 Жыл бұрын
Janabo
@hiteshwarray4270
@hiteshwarray4270 4 ай бұрын
1951 nrc aasu rong acrod korile Mor koka deuta 1979-85 dhubri choudhary chor alomganj mati bari sob ari 😢 kokrajhar ahise assu aji loike ba ulfa agp khilonjiya tholgiri songa dibo parivo nee ketiya? Moi koch Rajbongshi
@allvideochannel1311
@allvideochannel1311 Жыл бұрын
Apuni logt asilene
@utpaldas4887
@utpaldas4887 Жыл бұрын
Mor jatha sahid andolon bifol jatir karone khoti ai andolon boro bhi ?
@linaghy
@linaghy Жыл бұрын
Sarute sunisilo....Ahoi Ah Olai Ah....
@rahuldas532
@rahuldas532 Жыл бұрын
Aji kali Ane Ekk Disha Aru ketiyau Dekha Napai. karan Atiya khakolu bur conges Aru bjp., Dol ari jodi Apuni Andulon kribo jai tetiya poriyal karane bipod Ahibo paree ..aru jati mati dekhor karane sinta kribo nuwaree...
@nikulahkar6838
@nikulahkar6838 3 ай бұрын
Atia A G P aru BJ p a keijon bideshi khedile ne bideshik lal dalisa pari dile.satra satrir amulya jiban nasta Kori Dall gathan Kori atia rajpat bhog korar bahire ako fall nai
@WhoamI-jf2ed
@WhoamI-jf2ed Жыл бұрын
Aasu a axom ses dile 1971 kori 1951 ot NRC inai bonape
@nipankarkalita9791
@nipankarkalita9791 4 ай бұрын
chief minister k dexok e2
@hainabrahma3722
@hainabrahma3722 Жыл бұрын
Asomiya kak koi ? Ji khokolor vakha Asomiya ne beleg ?
@gunjanahellopoint440
@gunjanahellopoint440 Жыл бұрын
অসমীয়া ভাষী আৰু অসমত থকা বিভিন্ন ভাষী অসমীয়া কব পাৰি।
@hainabrahma3722
@hainabrahma3722 Жыл бұрын
@@gunjanahellopoint440 prothome uttor diababe dhonyobad , source please .
@ihatepolitics9799
@ihatepolitics9799 Жыл бұрын
@@hainabrahma3722 jenekoi Indiat baxh kora hokoloke Indian buli koy teo punjabi, bihari, gujrati etc jiye nhowk tenekoi axomt baxh kora lok hokolok axomia buli koy sonoyal, kochari jiye nhoko kio..
@moinulhouque2602
@moinulhouque2602 4 ай бұрын
CAA-असम आंदोलन ,1985 असम सूक्ति अस्वीकृत l असमिया भाषा-संस्कृति अंधकार की ओर जा रहा है.ASSU का खून अभी किसने ठंडा कर दिया?
@bitukonwar2116
@bitukonwar2116 4 ай бұрын
অসমী‌য়াৰ সেই সাহ পিত কেতিয়াবাই শুকাই নিতাপ মাৰিলে
@kalpanadas6707
@kalpanadas6707 Жыл бұрын
🙏🙏🙏
@user-sh4gd3nh6e
@user-sh4gd3nh6e 4 ай бұрын
এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।
@user-sh4gd3nh6e
@user-sh4gd3nh6e 4 ай бұрын
এই আন্দোলন জড়িয়তে অসমে ( ৮৫০)আঠশ পঞ্চাশ জন হল। অসমৰ ৰাইজে এখন অৰ্থহীন চুক্তি পালে আৰু এটা নতুন ৰাজনৈতিক দল পালে। আৰ্থিক ভাবে অসমবাসী বহুত পিছ পৰি গল।দুবাৰ কৈ আঞ্চলিক দলৰ দুখন চৰকাৰে অসম শাসন কৰিলে। কিন্তু মূল দাবী এজনো বিদেশী বহিষ্কাৰ নহল।
@RanaDoley-ex1dl
@RanaDoley-ex1dl 20 күн бұрын
855 Hoi
Scary Teacher 3D Nick Troll Squid Game in Brush Teeth White or Black Challenge #shorts
00:47
Heartwarming Unity at School Event #shorts
00:19
Fabiosa Stories
Рет қаралды 20 МЛН
Clown takes blame for missing candy 🍬🤣 #shorts
00:49
Yoeslan
Рет қаралды 39 МЛН
New model rc bird unboxing and testing
00:10
Ruhul Shorts
Рет қаралды 24 МЛН
Pakistan Funds Terrorists In India, While In Debt For Essentials
10:28
Scary Teacher 3D Nick Troll Squid Game in Brush Teeth White or Black Challenge #shorts
00:47