অসমৰ একমাত্ৰ মহিলা কৰিঅ'গ্ৰাফাৰ খ্যাত চুমি বৰা ক'ত পলাই লুকাই আছে?

  Рет қаралды 13,874

NE TALKS

NE TALKS

Күн бұрын

অসমৰ একমাত্ৰ মহিলা কৰিঅ'গ্ৰাফাৰ খ্যাত চুমি বৰা ক'ত পলাই লুকাই আছে?মানুহক ঠগি খোৱা টকাৰে লেবেল দি আকাশত উৰি ফুৰা চুমি বৰা হাইঠা মাটিত পৰাৰ দৰে পৰিল।পাতি লোৱা মৰমৰ ভায়েক বিশাল ফুকন গ্ৰেপ্তাৰ,পিছে কেতিয়া পাতি লোৱা মৰমৰ বায়েক চুমি বৰা হ'ব গ্ৰেপ্তাৰ?চুমি বৰা,বিশাল ফুকনে পতা প্ৰৱঞ্চনাৰ জালৰ অন্যতম সহযোগী হিচাপে চুমি বৰাৰ স্বামী তথা ফটোগ্ৰাফাৰ তাৰ্কিক বৰাও জড়িত থকাৰ অভিযোগ।ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাসহ অসম এৰি পলাল নেকি চুমি বৰা?

Пікірлер: 8
@user-mp8rb8xb4t
@user-mp8rb8xb4t 10 күн бұрын
Police bore ghos loi lokowai rokha nai tu.
@KanakDas-n4f
@KanakDas-n4f 10 күн бұрын
Kothatu hol tai suruni buli gom palu
@kamalboruah5431
@kamalboruah5431 10 күн бұрын
পুলিচে চপ জানে নজনা ভাও ধৰিছে যেন লাগিছে
@AtikurRahman-g7b
@AtikurRahman-g7b 10 күн бұрын
Sur Sumik xunkale police bure dhrubo lage. Surnir hatat ni nija koi dui tka tat ako label urai fure.
@AnkurCreator-z2y
@AnkurCreator-z2y 11 күн бұрын
Gayatri baro bahut bhal choreographar
@akashgogoi-dy3li
@akashgogoi-dy3li 11 күн бұрын
English besi Kobo dhorisa baido
@MainuGogoi-h6b
@MainuGogoi-h6b 10 күн бұрын
Pulise sob Jane
Touching Act of Kindness Brings Hope to the Homeless #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 18 МЛН
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
An Unknown Ending💪
00:49
ISSEI / いっせい
Рет қаралды 34 МЛН
Touching Act of Kindness Brings Hope to the Homeless #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 18 МЛН