স্বাভিমানী পিতৃয়ে হৰ্ষিতাক পিন্ধিবলৈ নিদিয়ে বজাৰৰ পৰা কিনা কাপোৰ

  Рет қаралды 883,474

DY365

DY365

Күн бұрын

Пікірлер: 707
@basisthaacharya6590
@basisthaacharya6590 2 жыл бұрын
সচাকৈয়ে আমাৰ দেশত আৰু ৰাজ্যত এসময়ত বহুত অন্যায় অবিচাৰৰ ভুক্তভোগী এই পৰিয়ালটোৱেই নহয় বহুতো প্ৰতিভাশালী ব্যক্তিৰ সপোন ধ্বংস হৈ গ'ল।
@hemalatachetia3765
@hemalatachetia3765 2 жыл бұрын
আই ঐ দেহি !!!ইমান মৰম লগা ছোৱালী জনী দেউতাকৰ স্বাভিমানৰ বাবে বঞ্চিত হৈছে ।। কেনেকুৱা পিতৃ হয় এইজন ????
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 2 жыл бұрын
ছোৱালী জনী বৰ মৰম লগা দেই
@bkp9774
@bkp9774 2 жыл бұрын
Maina jonik val koi porhar hubidha dibo lagisil.
@rajenbora562
@rajenbora562 2 жыл бұрын
মানুহ জনে জনা উচিত আছিল যে কেবল চাকৰি এটাৰ কাৰণেই পঢ়া শুনা নকৰে ।তেখেতে নিজৰ জীয়েকক শিক্ষাৰ পৰা বঞ্চিত কৰি ঘোৰ অপৰাধ কৰিলে ।
@arupbora9869
@arupbora9869 2 жыл бұрын
Thikei koisa
@babumintunewvideosandvlogs3695
@babumintunewvideosandvlogs3695 2 жыл бұрын
AIBUR TEUR MONOT THOKA KHUUV R BABE HOISE..KARON TEU HOTAXAGROSTHO...AMAR MOROMOR XOMAZ ARU SORKAROR BABE
@renubegum3639
@renubegum3639 2 жыл бұрын
Thikei koisa . Bohut besi natok krise manuh jone soalijonir Jibon to khekh kri pelale. aru
@gitashritarapdar3338
@gitashritarapdar3338 2 жыл бұрын
Okol chakurir karonei manuh porasuna nokore,,,,bidyar poridhi bohut,,,, nijor hotaxa xualir jibonot o biyopai diche,,,,dhukh loga,,,
@jiitbhuyan5489
@jiitbhuyan5489 2 жыл бұрын
Kisuman ktha ajon manuhe anei nokoi..apuni kun mi najanu ki2 apunar jd olp holeo xohai koribo mn thakile hoi aibilak ktha nokole hoi..
@debenborah2905
@debenborah2905 2 жыл бұрын
এনেকৈয়ে শেষ হ'ব নেকি পৰিয়ালটোৰ আশা-আকাঙ্খা তথা শৰ্মাদেৱৰ স্বাভীমান। তথাপিও কওঁ চৰকাৰে কিবা এটা কৰিব পাৰিলে ভাল আৰু আহ্বান জনাইছোঁ
@dipannitachoudhury8110
@dipannitachoudhury8110 2 жыл бұрын
চাকৰিয়ে জীৱনৰ লক্ষ্য নহয়, কিমান কাম আছে কৰিবলৈ, দেউতাকে কৰা ভুলৰ বাবে ছোৱালী জনীৰ জীবন অন্ধকাৰা।ছোৱালীজনীৰ সেমেকি উঠা চকুজুৰি দেখিলে বেয়া লাগে।।
@summancreation9257
@summancreation9257 2 жыл бұрын
Right
@saurabhbaishya3363
@saurabhbaishya3363 2 жыл бұрын
Right
@nitaboro4186
@nitaboro4186 2 жыл бұрын
deutakor karone suwali jonir future dhngkho hol tairu Tu itsa jy sake porhibo tair itsabur deutakor karone khek hoi jabo Khura jon jedbur aribo lage aru hoi juwa kothabur dhori suwali jonik andhar pothot theli nidibo🙏porialor vitort suwali joni loi he bohut dukh lage dekhi
@nayanmonikalita6015
@nayanmonikalita6015 2 жыл бұрын
Mur monor kotha koise apuni.
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
Absolutely
@dipjyotideka2911
@dipjyotideka2911 2 жыл бұрын
মানুহ জনে ছোৱালী জনীক ভাল শিক্ষা দিব লাগিছিল ।।। মানুহ জন একদম বুৰ্বক
@lizaborah8915
@lizaborah8915 2 жыл бұрын
শিক্ষীত আৰু জ্ঞানী মাজত পাৰ্থক্য আছে ।তেখেত এজন শিক্ষীত হে কিন্তুু জ্ঞানী নহয় ।জ্ঞানী মানুহ যদি হ'ল হয় ছোৱীলী জনীক শিক্ষাৰ ফালে আগ বহায় দিলে হয় ।
@pranjitpori6109
@pranjitpori6109 2 жыл бұрын
একমত
@ashimkumardas1542
@ashimkumardas1542 2 жыл бұрын
Umm thike koisa
@lizaborah8915
@lizaborah8915 2 жыл бұрын
@@ashimkumardas1542 তেখেতৰ মনোবৃতি চাওঁক
@Januahok1
@Januahok1 2 жыл бұрын
Right
@amritrabha718
@amritrabha718 2 жыл бұрын
Apuni gyani kintu hikhito nhy .hikhito hle anekuwa comment nidile hoi
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
ঈশ্বৰেই আশীৰ্বাদ কৰিব।
@interviewknowledge701
@interviewknowledge701 2 жыл бұрын
তেখেতৰ দৰে আনুষ্ঠানিক শিক্ষাগত অৰ্হতা থকা বহু মেধা সম্পন্ন ব্যক্তি চৰকাৰী চাকৰি পৰা বঞ্চিত হৈছে কিন্তু সেইসকল ব্যক্তিয়ে চাকৰি নোপোৱা বাবে তেওঁ দৰে নিজ ব্যক্তিগত স্বভিমান? আকোগোজ ভাৱে ধৰি নাৰাখি অন্য বিকল্প সংস্হাপন বাট মোকলাই সমাজৰ লগত খাপ খোৱাকৈ নিজৰ পৰিয়াল সুন্দৰ ভাৱে পোহ-পাল দি আছে । দুখ লাগিছে পিতৃ মদগৰ্বী স্বভাৱব বাবে আজি এই ছোৱালীজনীয়ে আধুনিক বিশ্বত মুক্ত মনেৰে উৰিব নোৱাৰি পিঞ্জিৰাবদ্ধ হৈ আছে ।
@surajitkumai5810
@surajitkumai5810 2 жыл бұрын
ভণ্টিজনীক শিক্ষাৰ পৰা আতৰাই ৰখাটো মানুহজনে বহুত ডাঙৰ পাপ কৰিছে।ইমানকৈ মানুহে স্বাভিমান হোৱাটোও ভাল নহয়।অকল শিক্ষকতা হে জানো চাকৰি?
@tirthamonisarma6270
@tirthamonisarma6270 2 жыл бұрын
Great family. পাৰে যদি সহায় কৰক, নোৱাৰে যদি এই দুখিয়া পৰিয়ালটোক লৈ, নিউজ বনাই টকা ঘটা বাদ দে।
@fazlulhoque9330
@fazlulhoque9330 2 жыл бұрын
Yes
@deepjyotikalita2146
@deepjyotikalita2146 2 жыл бұрын
Xahai korile u nalai ble kia ba
@mainiborah9003
@mainiborah9003 2 жыл бұрын
Thike koise
@Zigzag706
@Zigzag706 2 жыл бұрын
👍👍👍👍
@familyholder4309
@familyholder4309 2 жыл бұрын
Obey oii eii family tuu bina kront atukaw noloi, kunuba debo khujilaw noloi.. Dimphu baruar video t sbaa
@sandhyadas7651
@sandhyadas7651 2 жыл бұрын
তেওঁ ইচ্ছা কৰা হলে আন কাম ও কৰিব পাৰিলে হয়, জেদ কৰি কি লাভ হল ছোৱালী জনিৰ ও জীৱন নষ্ট নহল নে
@user-wi4lq1yb9x
@user-wi4lq1yb9x 2 жыл бұрын
মহা মূৰ্খ বাপেকৰ অহংকাৰৰেই হওক বা হতাশয়েই হওঁক ছোৱালী জনী বহুত লোকচান হৈছে... তাইক মামায়েক/জেঠায়েক কোনোবাই লৈ আনি জীবনৰ ৰাস্তা শিকাব লাগিছিল... বাপেকৰ অহংকাৰ মাৰ গুলী dekhia জুলি...
@sonusinghghatowar6678
@sonusinghghatowar6678 2 жыл бұрын
Hekh hole aru hek hobole baki nai tai jibontu bapeke borbad Kori dile hokolu dishor pora pise ehotor ghor kot kor nivashi
@themrd22vlogs73
@themrd22vlogs73 2 жыл бұрын
কবলৈ বেয়া লাগে কবলৈ নাপায় to দেউতাকৰ যথেষ্ট বয়স হৈছে দুদিন পিছত হয়তো তাৰ দেউতাক নাথাকিব তেতিয়া ছৱালিজনিৰ কি হব সেই কথাটো কিও ভোবনাই যদি ইমানে শিক্ষিত ব্যক্তি ,,,,,
@pradiprabha5699
@pradiprabha5699 2 жыл бұрын
Pagal
@ranjitkumarroy7578
@ranjitkumarroy7578 2 жыл бұрын
আমাৰ ৰাজ্যত এনেকুৱা ব্যক্তি বহুত আছে, চৰকাৰে ইয়াৰ তদন্ত কৰি ব্যৱস্থা ল'ব লাগে।
@rinkubarman997
@rinkubarman997 2 жыл бұрын
ক্লাছৰ শিক্ষা সকলো নহয় প্ৰাথমিক শিক্ষাৰো জ্ঞানী হব লাগে মানুহ ...
@ajitsaikia1913
@ajitsaikia1913 2 жыл бұрын
ধন্যবাদ এনে নিউজ প্ৰকাশ কৰাৰ বাবে, তেওঁৰ ওচৰলৈ গৈ আছো।
@pobitargogoi8395
@pobitargogoi8395 2 жыл бұрын
ভগৱানে এদিন চাবই আপোনালোকক🙏🙏🙏
@jireality.6377
@jireality.6377 2 жыл бұрын
বাহ সংবাদ মাধ্যম বাহ ! বহুত দিন আগতে দিম্পুই ৰাইজক অবগত কৰাইছে ।।।
@pranabkakati5453
@pranabkakati5453 2 жыл бұрын
বজাৰৰ পৰা কিনা কাপোৰ নিপিন্ধে ৰেডিঅ'টো কৰপৰা কিনিছে, আৰু খোৱা বোৱা বস্তু বোৰ বজাৰৰ পৰাই টো কিনে,
@hirakkasyap6074
@hirakkasyap6074 2 жыл бұрын
Atia he khbr pali nki tohote dimpoi 2 mah agote video bonesil
@hemantahaloi9968
@hemantahaloi9968 2 жыл бұрын
Yes
@ilovedriveandtravel7760
@ilovedriveandtravel7760 2 жыл бұрын
Aitu karone axom khn pis pori ase
@jvlogs5341
@jvlogs5341 2 жыл бұрын
Dimpu vedio bonai eyar pora toka paise kintu kiva help krise ne,,,
@hirakkasyap6074
@hirakkasyap6074 2 жыл бұрын
@@jvlogs5341 vl ke video2 saba tar pist cmnt koriba hihotk help nalage dimpoi a xei video tor pora toka khini hihtk dbo khujisil kin2 nlage buli koise
@minakshinath750
@minakshinath750 2 жыл бұрын
Right👍 amio paisilu
@menpower7759
@menpower7759 2 жыл бұрын
ইমান ধুনীয়া ছোৱালী জনীৰ জীৱনটো শেষ কৰিব বাপেকৰ স্বাভিমানে ল'ৰা ছোৱালীৰ মনৰ ইচ্ছা পুৰণ কৰাটোৱেই মাক বাপেকৰ কৰ্তব্য
@mintusaikia4517
@mintusaikia4517 Жыл бұрын
সকলো ৰে জীৱন একে নহয়, নহয় আদৰ্শ।
@DIPANKARDAS-pt5co
@DIPANKARDAS-pt5co 2 жыл бұрын
Hobo de... bahut honkale khabar pali tohote.. ...Thanx to Dimpu..... asol kam si he korise
@satyajitmukhia4476
@satyajitmukhia4476 2 жыл бұрын
Thank you dimpu da apunar babe aji news t dile
@dr.pradipkumarsaikia6748
@dr.pradipkumarsaikia6748 2 жыл бұрын
Harshita will be a Successful woman in her life. My best wishes is always with you Harshita.💐💐💐
@monjitdas8364
@monjitdas8364 2 жыл бұрын
Upojukta jone puraskaar pabo lage
@pankajkumartalukdar890
@pankajkumartalukdar890 2 жыл бұрын
Salute to the great family.
@mikhaildaimary3.16
@mikhaildaimary3.16 2 жыл бұрын
He is just punishing himself along with his entire family.
@jiturajmusical5775
@jiturajmusical5775 2 жыл бұрын
পলিয়াৰ টোৰ প্ৰতি দুখ লাগিছে । কিন্তু ইমানেই যদি শিক্ষিত আছিললি তই ভাল কৈ পৃথিৱী খনক চিনিব নোৱাৰিলি।এটা চাকৰিৰ কাৰণে গোটেই ঘৰ খন শেষ কৰিলি ।নিজৰ জীয়ৰী জনিক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰাখিলি। এইবোৰ শিক্ষিত মানুহৰ কাম নহৈ মূৰ্খ বিলাকে কৰে
@princeabinash4911
@princeabinash4911 2 жыл бұрын
চৰকাৰী চাকৰী এ অকল চাকৰী নহয়। জ্ঞানী হলে আজি বহুত ওপৰত উঠিব পাৰিলে হয়
@prasantadas8588
@prasantadas8588 2 жыл бұрын
Please take good step for this family . I request to our CM. This type of family actually need help from Government. 🙏🏻
@BijoyBuragohain
@BijoyBuragohain 2 жыл бұрын
Government r help loboi nibisara manuhjone,,,kio nu tau ajon bohut puroni dinorei English t major loi pass kra manuh asila,kin2 hai2 timet government a help nokora baba tau atia government r help ai noloi
@deepjyotikalita2146
@deepjyotikalita2146 2 жыл бұрын
Government e help korisil but teu nalai kenekua je mnuh🙄
@বাবুভাতখালা-ঝ৭ত
@বাবুভাতখালা-ঝ৭ত 2 жыл бұрын
Vale korise nij sadhin jibon 💪💪
@RashmiKonwar
@RashmiKonwar 2 жыл бұрын
বৰ মৰম লগা ছোৱালী । আনুষ্ঠানিক শিক্ষা প্ৰয়োজন আছিল তাইৰ
@bibhadas2370
@bibhadas2370 2 жыл бұрын
মই ভাবো আপোনাৰ লগতে পৰিয়ালতো বহুতেই সুখী। কাৰণ আপোনালোক স্বাধীন। মইও বিচাৰো আপোনাৰ নিচিনা এটি সুন্দৰ জীৱন। কিন্তু মই যে নোৱাৰো।।।
@himankakalita1721
@himankakalita1721 2 жыл бұрын
Dimpur vdo ত বহুত দিন আগতে চাইছোঁ
@hbnvlogs1704
@hbnvlogs1704 2 жыл бұрын
আগতেই গম পালোঁ দিম্পু দাই কৈছে,আপোনালপকে এতিয়া হে গম পালে নেকি
@juriray8003
@juriray8003 2 жыл бұрын
Ufff bohut duniya lagil teulokor poribesh tu 🥰🥺😪but emotional hoi golu ..horkhitak bohut val lagil tar jitu kola tar knowledge bohut bohut dhuniya ...teu lokor location tu val ke dile teulokor hote miliboloi golu hoy uff 🥰
@mrankurhazarika1999
@mrankurhazarika1999 2 жыл бұрын
বৰ্তমান চাকৰি জীৱন লক্ষ্য বুলি ভাৱি অসম ত নিবনুৱাৰ পৰিমাণ সকলো ত কৈ বেছি।।। শিিক্ষত মানেই চাকৰি নহয় 👍
@a.r.sheikh3929
@a.r.sheikh3929 2 жыл бұрын
Dimpu da khbr agote dise atiya baru natun kuno kotha ase ne...... agote dekhun khbr lobole kono aha nai aya janu apunalokor news...... love you Dada dimpu
@peacelover9483
@peacelover9483 2 жыл бұрын
নিজৰ প্ৰতিশোধ ‌পূৰাৱ‌‌ গৈ ছোৱালী জনীৰ জীৱন তো ধ্বংস কৰিলে... শিক্ষাৰ মাপকাঠি কেৱল এটা চাকৰি নেকি...
@sewalimohonnath4882
@sewalimohonnath4882 2 жыл бұрын
ছোৱালী জনীক বঞ্চিত কৰিব নালাগগিছিল
@makanigoswami8935
@makanigoswami8935 2 жыл бұрын
হয় হয়
@nabajyotideka2314
@nabajyotideka2314 2 жыл бұрын
বাপেকে ছোৱালী জনীৰ জীৱন ধংশ কৰিলে ।এতিয়া যোগ সলনি হৈছে শৰ্মা দা
@lakshmandeka5369
@lakshmandeka5369 2 жыл бұрын
God bless all of your family... 🙏
@bhaskargoswami6790
@bhaskargoswami6790 2 жыл бұрын
এইখন চৰকাৰে বহু অসহায় মানুহক সহায় কৰা দেখা গৈছে,,, এইক্ষেত্ৰত তেওঁ লোকক এতিয়া লৈকে কিয় দেখা নাই চৰকাৰে ,,,, এনে লোকে যদি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নাপাই তেতিয়া হলে মানুহে ভাবিবলৈ বাধ্য হব যে এইখনো আগৰ চৰকাৰৰ লেখীয়া একে ধৰণৰ চৰকাৰ,,,, য়ত অকল শোষণ হৈ শাসন নহয়,,,,,,, ৰাইজৰ হৈ চৰকাৰৰলৈ এটাই অনুৰোধ এই পৰিয়ালটোক যথা সম্ভৱ সহায় কৰে যেন 🙏🙏🙏 জয় আই অসম
@abhisek3735
@abhisek3735 2 жыл бұрын
মই আহি আছোঁ অলপ ধৈৰ্য ধৰক সৱকে সহায় কৰিম। খালি 1 বছৰ ৰখক টকা অলপ গোটাই লও সব মানুহক সহায় কৰিম
@educationcompany.6793
@educationcompany.6793 2 жыл бұрын
Please help them CM sir.
@BobiPhukan
@BobiPhukan Жыл бұрын
সঁচা বৰ দুখ লগা কথা দেই
@phukongamingblogs7654
@phukongamingblogs7654 2 жыл бұрын
মোৰ ছোৱালীজনী লৈ বেয়া লাগিছে।।।। এনেকুৱা সহজ সৰল ছোৱালী এ সঁচাকৈ বহুত ভালকামেই কৰে,,আমাৰ বোৰ নিচিনা নহৈ,, ছোৱালীজনীৰ ভবিছত চিন্তাত যেন লাগিছে,, চৰকাৰে অলপ চকুমেলি চাব বুলি আখ্যা থাকিল।। শৱ পইছাখুৱা লুভিয়া হল,, কিবা এটা কৰিবলৈও ,চাকৰি কৰিবলৈও টকা হে লাগে।। আজিৰ দিনত সকলো লক্ষ্মী lagiboee
@mikuschannel7188
@mikuschannel7188 2 жыл бұрын
নিজে যিখিনি নাপালে সেইখিনি ছোৱালী জনীৰ দ্বাৰা পাবলৈ ছোৱালীজনীক আগুৱাই দিব লাগিছিল। কি মানুহ এইজন ছোৱালীজনীক ঘৰতে ৰাখিলে
@sonjibmohan1282
@sonjibmohan1282 2 жыл бұрын
Harshtia loi bohut bohut dhayanabad
@bijittiktokassam3650
@bijittiktokassam3650 2 жыл бұрын
সৰখিতা আদৰখ ওচ্চাখ ভাল ভগৱানে মঙ্গল কৰক পৰিয়সতিক
@himangshubora9210
@himangshubora9210 2 жыл бұрын
Bhal lagise day 365 manuhor Morom bujise
@rangmalaray8214
@rangmalaray8214 2 жыл бұрын
দেউতাক হিচাপে ছোৱালী জনিৰ ভবিষ্যতৰ চিন্তা কৰাটো আবস্ব্যক আছিল । নিজে এই জীৱনত বিৰক্ত পালেও সন্তানৰ চিন্তা কৰাটো দৰকাৰ আছিল
@hemantahazarika9715
@hemantahazarika9715 2 жыл бұрын
কোনখিনি ঠাইত আছে তেওঁলোকৰ পৰিয়ালটো, এবাৰ লগ পোৱাৰ হেঁপাহ জাগি উঠিছে মোৰ বুকুত, কোনোবাই সঠিক ঠিকনাটো জনাব পাৰিব নেকি,
@dipankar9476
@dipankar9476 2 жыл бұрын
মানুহজনে চাৰ্টিফিকেটৰ নম্বৰবোৰ হে পালে,বাকী একো জ্ঞান নহল। শিক্ষাৰ পৰা ছোৱালীজনী বঞ্চিত কৰি কি পাইছে? আৰু বজাৰৰ কাপোৰ পিন্ধিবলৈ নিদিয়ে, তাই পিন্ধি থকা গামোচাৰ চোলাটো বজাৰৰ পৰা কিনি অনা গামোচাৰ পৰা বনুৱা যেন লাগিছে। নিজৰ মূৰ্খামিৰ দুখ ছোৱালীজনীক দিছে।
@b.shikhadutta5430
@b.shikhadutta5430 2 жыл бұрын
This is the difference between civilized and educated ☹️I have no empathy for this person,just ruined his daughter life.
@Venom-er2kv
@Venom-er2kv 2 жыл бұрын
thats what I think too
@nanubora6149
@nanubora6149 2 жыл бұрын
কেনেকৈ লগ পাম তেওঁক
@bhaskarentertainment5621
@bhaskarentertainment5621 2 жыл бұрын
ছোৱালী জনীক শিক্ষা ৰ পৰা বঞ্চিত কৰাটো কোনোপধ্যেই উচিত হোৱা নাই.. মোৰ বোধেৰে।
@bitunath7342
@bitunath7342 2 жыл бұрын
জাৰ লগত কোনো নাই ভগৱান আছে।
@riyankhan2600
@riyankhan2600 2 жыл бұрын
Xohai kribo bohut mon jai.. Kintu moi nije a dukhiya deuta hajira kori khuwai ase kor pora nu moi xohai kribo parim.. News sai nijoke kandi pelaisu.. CM sir o ata kom je sir apuni olp family fale saba aru mor apunar oprt bisakh ase apuni xohai kriba buli ami assam o manuhr dukh buji powa mama apuni abar news to saba sir apunar dore CM pithibit powa nai ami je paisu apunak bohut gorop koru sir apunak vogoban allahi xodai val rakhok sir
@monishacreations7190
@monishacreations7190 2 жыл бұрын
present situation প্ৰায় মানুহেই hbge enekua... great family..,, 👍👍👍
@kamal-lb4rs
@kamal-lb4rs 2 жыл бұрын
Sakori npaleo blg kam O kribo pari... Xokolowe sakori napai...
@mamunborahnath9385
@mamunborahnath9385 2 жыл бұрын
অধিকাৰৰ পৰা বঞ্চিত কৰাও এটা পাপ,নিজৰ ভাগ্য ৰ বাবে ছোৱালীজনীক বঞ্চিত কৰাৰ পাপ
@sumandekavlogs5398
@sumandekavlogs5398 2 жыл бұрын
চাকৰি নহল বুলি যে কাৰোবাক শিক্ষা পৰা আঁতৰাই ৰসিবো খইটো উচিত নহৈ চাকৰি বাহিৰেও বহু কাম আছে মানুহৰ জীৱনত
@debajitrock
@debajitrock 2 жыл бұрын
ছোৱালী জনীক চৰকাৰে কিবা এটা সহায় কৰিলে ভাল পালোঁ হয়,,,😪😪
@anup_axom_info
@anup_axom_info 2 жыл бұрын
শিক্ষাৰ উদ্দেশ্য কেৱল মাত্ৰ এটা চৰকাৰী চাকৰি হে নেকি? আমাৰ জীৱনটো কি এটা চৰকাৰী দৰ্মহাতে সীমাবদ্ধ নেকি? আমি কি নিজৰ চেষ্টাত একো কৰিব নোৱাৰোঁ নেকি?
@ritusmitanath1307
@ritusmitanath1307 Жыл бұрын
সকলোৱে ছোৱালী জনীক সহায় কৰিব লাগে।
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 2 жыл бұрын
এয়াই আমাৰ জীৱন।। 😔😔😔😔😔🙏🙏🙏🙏
@axomoracademy
@axomoracademy 2 жыл бұрын
At least ছোৱালীজনীৰ জীৱন ধ্বংস কৰিব নালাগিছিল, তাইক সা-সুবিধা দিলে নিশ্চয় কিবা এটা কৰিব পাৰিলেহেঁতেন। এনেকুৱা লাগিছে এতিয়া তাই যেন চিৰিয়াখানাৰ পিঞ্জৰাবদ্ধ এটা জীৱ।
@mainagoyari927
@mainagoyari927 2 жыл бұрын
Dimpu da zinda bad💞💗💖❤️
@khagenbania9198
@khagenbania9198 2 жыл бұрын
Harshitha is always near us, GOD bless her.
@khagenbania9198
@khagenbania9198 2 жыл бұрын
You lived long life. You are lovely girl fore always us.
@ankurzubeen1158
@ankurzubeen1158 2 жыл бұрын
Dimpu dai sabot ke agote dise ai2 khbr
@rantusvlog9301
@rantusvlog9301 2 жыл бұрын
Bah, khbr2 kintu bohut xonkale pale daiii হে vogaban xohai kora porial2k..🙏🙏🙏
@alpanasarmagoswami8165
@alpanasarmagoswami8165 2 жыл бұрын
I have seen this video before 2 months ago. But everytime tears comes to my eyes after watching it. What happened with this person is really really pathetic. And not only this person faced all these illegality in the name of government jobs. Many others has also suffered. But for that he should not deprived his daughter from education. She has also dreams just like other childrens. It is not acceptable at all. I am feeling very sad for his daughter. His education is meaningless. Job is not everything. How he can spoil his daughter life? Actually he needs some moral education.
@mitaliborah6125
@mitaliborah6125 2 жыл бұрын
মোৰ বোধেৰে জীৱনৰ শিক্ষাত ৩০ নম্বৰো অৰ্জন কৰিব নোৱাৰিলে তেখেতে।আনুষ্ঠানিক শিক্ষাৰ লক্ষ্য কেৱল চৰকাৰি চাকৰিয়েই নেকি? চৰকাৰি চাকৰি নকৰা ব্যক্তিয়েও সুন্দৰকৈ পৰিয়াল চলাই আছে।
@happyassam439
@happyassam439 2 жыл бұрын
Bohut dux lagil
@manashprotimhazarika1217
@manashprotimhazarika1217 2 жыл бұрын
দিম্পুৰ videos চালোঁ আগতে।
@minakshi222
@minakshi222 2 жыл бұрын
মানুহজন শিক্ষিত কিন্তু জ্ঞানী নহয়। যদি চাকৰি নোপোৱাটোৱেই মানুহজনৰ ক্ষোভ আছিল তেতিয়াহলে ছোৱালীজনীক পঢ়াই শুনাই সেই যোগ্য কৰিবহে লাগিছিল যাতে চাকৰিৰ অপেক্ষাত নাথাকি নিজৰ বলত থিয় হয়। নিজৰ স্বাভিমান ধৰি থাকি ছোৱালী জনীক ধ্বংসৰ ফালে ঠেলি দিলে।বাপেক মাকৰ অবিহনে কি কৰিব বা সেই দেউতাকৰ দৰে জীৱন কটাব লাগে???? মূৰ্খ মানুহজন
@pkalita5227
@pkalita5227 2 жыл бұрын
কথা কলে বেয়া হব ।।xekhete জীৱন বৰ্বাদ কৰিছে কৰক কিন্তু ছোৱালী জেনীৰ আৰু মানুহ যোনিৰ জীৱন বর্বাদ কৰা তেখেতৰ অধিকাৰ নাই 😡😡😡😡
@manabkonwar423
@manabkonwar423 Жыл бұрын
চৰকাৰী ঢাকৰিয়ে জীৱন নিৰ্বাহ নহয় বহুতো কাম আছে ছোৱালী জনী পঢ়াৱ লাগিছিল
@mintuchetia4995
@mintuchetia4995 2 жыл бұрын
Aku ni sob thik hoi jabo .. ❣️
@ImranHussain-in1zp
@ImranHussain-in1zp 2 жыл бұрын
ছোৱালী জনীৰ জীবনটো ধ্বংস কৰিলে...কিহৰ দেউতাক সি !!!
@bishnu2.0797
@bishnu2.0797 2 жыл бұрын
ইমান জ্ঞান থকা হৈ এক মাত্ৰ ছোৱালী জনিক পঢ়া আধৰুৱা নকৰিলে হৈ..ভালে হৈছে চাকৰি পোৱা নাই,চাকৰি নকৰিলে আন একো কৰিব নোৱাৰে নেকি? নিজৰ লগতে পৰিয়াল টোকো পিছলৈ টানি নিছে
@sashankasarma92
@sashankasarma92 2 жыл бұрын
ভগবানৰ যে কি বিছাৰ নাজানো।🙏 🙏 🙏
@ratulgiri686
@ratulgiri686 2 жыл бұрын
বহুত বহুত বেয়া লগা জীৱন নিৰ্বাহ গাথা।
@hridayjitsharma4808
@hridayjitsharma4808 2 жыл бұрын
প্ৰাপ্যজনে নেপালে সঠিক কৰ্মসংস্থাপন ।
@satyajitmoran6015
@satyajitmoran6015 2 жыл бұрын
মোৰ অনুভৱ হয় কেতিয়াবা তেওঁলোক নিজৰ পৃথিৱীত আছে । আমি হে এখন কৃতিম পৃথিৱীত আছোঁ নিজকে কেতিয়াবা চাবি দিয়া পুতলা টোৰ দৰে লাগে আনৰ নিয়ন্ত্ৰণত চলি থাকি ।
@bandanateronpi2567
@bandanateronpi2567 2 жыл бұрын
Expection is not fullfill ..... He is very straightforward person.... May God bless..the family they deserve very much......
@HemantaDeka-uv2dj
@HemantaDeka-uv2dj 7 ай бұрын
আপোনাৰ দিন বেয়া ছোৱালী জেনীৰ ভাল দিন আহিব এদিন
@injamulhaque4095
@injamulhaque4095 2 жыл бұрын
নিউজ যে বনাই আছে মই কিন্তু ধৰিব পৰা নাই কাৰণ যিজন মানুহে নিজৰ ছোৱালী জনীৰ কথা ও এবাৰ নাভাবিলে। আৰু এটা কথা তেওঁ ছোৱালী জনীক চৰকাৰ তথা কোনো দোকানৰ পৰা অনা কাপোৰ পিন্ধিব নিদিয়ে কিন্তু তেওঁ পিন্ধি থকা কাপোৰযোৰ কৰপৰা আনিছে
@happyassam439
@happyassam439 2 жыл бұрын
Dimpu daa agatei video bonale apunr lukar atiahei xhabr..
@Sanatonboro123
@Sanatonboro123 2 жыл бұрын
আপোনাৰ নিচিনা বহুত মানুহ আছে,কিন্তু আপুনি বাচি লৱা পথতো ভাল বুলি নাভাবো মই।
@_AS_07_VLOGGER
@_AS_07_VLOGGER 2 жыл бұрын
আপোনালোকে দিম্পু দাঁতকৈ আগত যাব লাগিছিল । ...... এতিয়া যায় একো লাভ নাই
@RabiRamSwargiary-i6i
@RabiRamSwargiary-i6i 3 ай бұрын
কৃষ্ণ!হে প্ৰভু;এই ব্যক্তি আৰু পৰিয়ালৰ পৰা ভাগৱতৰ কৃষ্ণ -সুদামাৰ কাহিনী মনত পেলাব পাৰিনে? আৰু ইয়াত মহাত্মা গান্ধীৰ বিদেশী বয়-বস্তু বৰ্জনৰ কথা কোমল হৃদয়ত খুন্দা লগা নাই নে? আহঁক আমি হৰ্ষিতাৰ চৰিত্ৰক অনুসৰণ কৰি সংস্কাৰমুখী অসমীয়া সমাজ গঢ়ো।
@sknithik2315
@sknithik2315 2 жыл бұрын
দেউতাক স্বভিমানী বুজিলো,,,bt,, ছোৱালী জনীক কিয় সকলোবোৰৰ পৰা বঞ্চিত কৰিলে,,,,তাইৰ বাবে পৃথিৱীখন তাতে সীমাবদ্ধ কৰাতো ভাল পোৱা নাই।।।
@RAAJNEELMUSICAL
@RAAJNEELMUSICAL 2 жыл бұрын
Pare jodi manuh ghoror thikonatu jonab . সহায় কৰক মানুহ ঘৰক । বিশেষকৈ ছোৱালী জনীৰ মুখলৈ চাই।
@jyotirb8576
@jyotirb8576 2 жыл бұрын
এয়া এক মূৰ্খামিৰ কাম। চাকৰি এটা পোৱা নাই মানেই নিজৰ জীয়েকক শিক্ষাৰ পৰা বঞ্চিত কৰি ৰখাটো অশিক্ষিতৰ কাম। হয়তোবা এনেকুৱা মানসিকতাৰ বাবেই জীৱনত তেখেতে চাকৰি এটা নাপালে।।।। নিজেই নোৱাৰিলোঁ যদিও মোৰ ছোৱালীজনীক আগবঢ়াই নিম,এয়াহে মানসিকতা হ'ব লাগিছিল।
@dalimbarman27
@dalimbarman27 2 жыл бұрын
সাংবাদিক ভন্তিতোকৈ যে বেছি জানে ছোৱালীজনী এটা শব্দতে প্ৰমান পালো
@teethlessanaconda9700
@teethlessanaconda9700 2 жыл бұрын
এতিয়া হে খবৰ পালে নেকি বেছি একো নক‌ও এটাই কথা ক‌ও অসমৰ সাংবাদিক বিলাকে ডিম্পুৰ শিকক
@bhaskarkalita2777
@bhaskarkalita2777 2 жыл бұрын
এইবিলাক সকলো কংগ্ৰেছৰ দিনৰ অভিশাপ! কাৰণ কংগ্ৰেছৰ দিনত যিয়ে টকা দিব পাৰিছিল তাৰ চাকৰি হৈছিল!
@agfamily1313
@agfamily1313 2 жыл бұрын
Plzz help them CM sir
One day.. 🙌
00:33
Celine Dept
Рет қаралды 52 МЛН
Муж внезапно вернулся домой @Oscar_elteacher
00:43
История одного вокалиста
Рет қаралды 7 МЛН
Players push long pins through a cardboard box attempting to pop the balloon!
00:31
Long Nails 💅🏻 #shorts
00:50
Mr DegrEE
Рет қаралды 18 МЛН
One day.. 🙌
00:33
Celine Dept
Рет қаралды 52 МЛН