অসমৰ পৰ্যটকৰ বাবে এতিয়া শ্বিলং সুৰক্ষিত নহয়

  Рет қаралды 84,049

NB News

NB News

Күн бұрын

Пікірлер: 439
@DipankarMechDiphusa
@DipankarMechDiphusa 2 ай бұрын
আমাৰ কেইজনে কি চাই আছ? ২ বছৰৰ মানৰ কাৰণে অসমৰ গাড়ী চালক সকলে মেঘালয় যোৱা বাদ দিব লাগে । লাগিলে ভূটান, অৰুণাচল ইত্যাদি চৰকাৰৰ লগত কথা পাতক । অসমৰ ডিমাহাচাওৰ প্ৰাকৃতিক সৌন্দৰ্য্যও কোনো গুনেই কম নহয় । Alternate চিন্তা কৰিব লাগিব । মেঘালয়ৰ দাদাগিৰি এইয়াই প্ৰথম নহয় । আগতেও তেওঁলোকে অসমৰ পৰ্যটক আৰু গাড়ী চালক সকলৰ ওপৰত বহুত অত্যাচাৰ কৰিছে । যদি আত্মসন্মান আৰু লাজ আছে, তেনেহলে মেঘালয় যোৱা বন্ধ কৰক । তেওঁলোকৰ ওচৰত হাতযোৰ কৰি লাভ নাই ।
@haircareofficial12
@haircareofficial12 2 ай бұрын
কি শুনিব মেঘালয় চৰকাৰে।মেঘালয় চৰকাৰে জানে অসম চৰকাৰৰ ক্ষমতা 😂😂😂
@kripanshu-r4q
@kripanshu-r4q 2 ай бұрын
চৰকাৰে যাব দিছে নেকি তালৈ নগেলেই হল সকলো ঠাণ্ডা হৈ যাব ।
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
Namard aru hijrar government and nopunshok assamese jaati heitu hihoti buji paaise
@AjayDutta-c3e
@AjayDutta-c3e 2 ай бұрын
​@@travellerdhruba7952apuni axomiya nohoi neki
@AjayDutta-c3e
@AjayDutta-c3e 2 ай бұрын
Apuni axomiya nohoi neki ?
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
@@AjayDutta-c3e moi 1250 tokia arunodoy asomiya nohoi. Nijor domot jiyabo jona Assamese hoi. Assam r tourism minister ye kiba koise ne? Nopunsok hoi
@ratulbarman-i2u
@ratulbarman-i2u 2 ай бұрын
মেঘালয় যাব নালাগে দাৰ্জিলিং যাব লাগে তাত বেছি ভাল লাগে
@unickuncommon137
@unickuncommon137 2 ай бұрын
চি চি নাযাঁও দেই শ্বিলং, মেঘালয়।। ইমান লেতেৰা মানুহ থাকে তাত।। ঘৃণা উপজিছে মোৰ।।
@dibakarsonowal5253
@dibakarsonowal5253 2 ай бұрын
Bath once in a month
@fun4life41
@fun4life41 2 ай бұрын
অসমৰ গুৱাহাটী হেনো উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ ! কিন্তু অসমত সোমাবলৈ কাকো "innerline permit" নালাগে। বাকী ৰাজ্যকেইখনত সোমাবলৈ innerline permit লাগিবই। মুখ্যদুৱাৰতেই যদি তলা মৰাৰ ব্যৱস্থা নাথাকে তেতিয়াটো চোৰ-ডকাইতে ঘৰ উদং কৰিবই। কিন্তু দুখ এটাই আমাৰ যে video চায়, video ৰ তলতেই আমাৰ মন্তব্য সীমাবদ্ধ । আমিবোৰ যে সৰু মানুহ। কোনেও নুশুনে আমাৰ কথা । ❤
@palashpratim2809
@palashpratim2809 2 ай бұрын
এজন শক্তিশালী চৰকাৰৰ খুবেই প্ৰয়োজন আমাৰ অসমত , এনেকুৱা তামিলনাডু অথবা বেংগলত কৰিব দিব লাগিছিল, তেতিয়া সিহঁতৰ বিৰত্ব দেখিলোহয় , ইহঁতে কেৱল অসমীয়াৰ ওপৰত বীৰ দেখুৱাব পাৰে, অসমৰ বাহিৰ ওলাই গৈ এনেকুৱা বীৰ দেখাওকচোন , নেজ নোহোৱা শিয়ালৰ পোৱালি হত্ । 😊
@anupsaikia3734
@anupsaikia3734 2 ай бұрын
Right
@bitoponsonowal9341
@bitoponsonowal9341 2 ай бұрын
Torist bondh hole nakhai moribo , ki faith kori khasi torist carot side seen koribo jabo.
@HemantaDas-br2kj
@HemantaDas-br2kj 2 ай бұрын
Akdom thik kotha koise sobei amakei pai
@haircareofficial12
@haircareofficial12 2 ай бұрын
@@palashpratim2809 অসম চৰকাৰে সৰু এটা কাম কৰিলেই গোটেই মেঘালয় ঠাণ্ডা হৈ যাব। অসমৰ মাজেৰে মেঘালয় অভিমূখি সকলো মালবাহী গাড়ী সমূহ.......।
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 2 ай бұрын
অসমৰ পৰা যোৱা বস্তু বন্ধ।কৰিলে কেনে হব?
@aftabahmed-cx5qp
@aftabahmed-cx5qp 2 ай бұрын
Vhal hobo 💪
@sewaligogoi2791
@sewaligogoi2791 2 ай бұрын
Mojaa
@LOVITAGOGOI-ze3oo
@LOVITAGOGOI-ze3oo 2 ай бұрын
Bohut val hboo saw tetiya hihotor hahakar😅
@haircareofficial12
@haircareofficial12 2 ай бұрын
@@IndraKantaLaskar-g1c এনেকুৱা হলে অসমৰ ৰাইজৰ কাৰণে হে ভাল হব কিন্তু মামাৰ কাৰণে যে ভয়া হ'ব। মামাই বিচাৰে অসমীয়াক আনৰ তলতীয়া কে ৰখা। হিন্দু আৰু মুছলমান কৰি কৰি অসমখন উত্তাল কৰাই হল মামাৰ একমাত্ৰ কাম🙈🙈
@bitupandeka1719
@bitupandeka1719 2 ай бұрын
👍
@Kims6-j9c
@Kims6-j9c 2 ай бұрын
Stop food supply and medical supply transport vehicle in meghalaya They will know the power of Assam✅ Joi Aii Axom
@dinesramde5412
@dinesramde5412 2 ай бұрын
@@Kims6-j9c why
@debastutisarma2016
@debastutisarma2016 2 ай бұрын
Boycott Meghalaya
@ndifferent6597
@ndifferent6597 2 ай бұрын
Stop Meghalaya from entering in Assam and specially in Guwahati !
@Warriror4789
@Warriror4789 2 ай бұрын
অসমৰ লাচিত সেনা, ছাত্ৰ সংগঠন এইবোৰ কাপৰুষ নেকি? একো কৰিব নোৱাৰে ইহঁতৰ?
@dhritimanbanikya4395
@dhritimanbanikya4395 2 ай бұрын
মই মেঘালয় নাযাও আৰু কেতিয়াও । কাৰণ ইহত বহুত বাঢ়িছে , বহুত অসৎ ইহঁত। Hill station বহুত আছে.. আৰু অসমীয়া হিচাপেও মোৰ সন্মান আছে । মেঘালয় প্ৰশাসনেও সুন্দৰ নাটক চলাই আছে যেন লাগে..
@deadman000
@deadman000 2 ай бұрын
এইবোৰ জহৰামি কৰিবি আৰু যেতিয়া central India ত তহঁতক chinese বুলি কয় লাজ পাৱ হত😂 ছুদিৰ গোটেই গুৱাহাটীত জহৰা নিচিনা পনপনাই থাকিবি। ইহঁতক যতেই পাই, তাতেই গৰু পিটন দিব লাগে
@VolaNath-jb6ys
@VolaNath-jb6ys 2 ай бұрын
উচিত কথা
@bhaskarjyotisaikia7290
@bhaskarjyotisaikia7290 2 ай бұрын
Aru tohotok Jetia gutei world ot tohotor sehera dekhile thu thu kore. Enei nokore British Mughale rule kora aru piton khuwa jat tohoti. South Korea tohotok banned kori rakhise dekhilei. Racist comment koribo aho eyat Bangladeshi refugee kata tar
@nekibuzzaman5195
@nekibuzzaman5195 2 ай бұрын
Aronasal,Nagaland loi Jawk projaitok.Kio Meghaloiloi eman kastare Zabo lage.
@rathindrabezbaroa1230
@rathindrabezbaroa1230 2 ай бұрын
Not only for Assam tourist, Meghalaya is not safe for any tourist now
@channelabcreation
@channelabcreation 2 ай бұрын
তহঁতি আঙুলি তোঁৱাই ফোঁচ ফোঁচাই থাকোতেই যাব। লোকে- মেঘালয়ে, হাতে কামে কৰি দেখাইছে।
@aanyysha
@aanyysha 2 ай бұрын
আমি কিয় মনে মনে আছোঁ ? আমাৰ চৰকাৰেও উচিত ব্যৱস্থা লব লাগে । বহুত আমি তল পৰি পৰি থাকিলো । আমিও হাতে কামে লাগিব সময় হল , কাৰো অধিকাৰ নাই গাৰী এখনত শিলগুটি দলিয়াবলৈ , আমি কাকো হেই অধিকাৰ নিদো । জয় আই অসম ।✊🏼
@Xapon1054
@Xapon1054 2 ай бұрын
আসমত আমাৰ ড্ৰাইভাৰ সকলে বন্ধ কৰি দিয়ক মেঘালয়ৰ গাড়ী ।।
@assam1238
@assam1238 2 ай бұрын
Same problem Itanagar
@Amiyaaxom
@Amiyaaxom 2 ай бұрын
খাদ্য, পেট্ৰোলিয়ামৰ গাড়ী সমূহ অসমত ৰখাই দিয়ক,অতমেতিক নিয়ন্ত্ৰণলৈ আহি যাব.........
@VolaNath-jb6ys
@VolaNath-jb6ys 2 ай бұрын
একেবাৰে সঁচা কথা!!
@JIRI138
@JIRI138 2 ай бұрын
মেঘালয়ত অসমৰ ফালৰ পৰা গাড়ী ওলোৱা সুমুওৱা বন্ধ কৰি দিব লাগে মজ্জা পাই যাব
@wahidakram6405
@wahidakram6405 2 ай бұрын
আপোনালোকে মেঘালয়ৰ পৰা অহা যিবিলাক গাড়ী আছে সেইবিলাক বন্ধ কৰি দিয়ক তেতিয়া সিহঁতে গম পাব। আৰু জনামতে তাতে কোনো ভাল এখন hospital নাই গতিকে আমাৰ ইয়াতে সিহঁতক আহিব নিদিলে হল। সেইটো আপোনালোকে কিয় কৰিব নোৱাৰে
@dipubora1751
@dipubora1751 2 ай бұрын
অসমত সিহঁতক প্ৰম্বেল কৰি দিলেই হ'ল।
@amarjitsandilya1236
@amarjitsandilya1236 2 ай бұрын
Boycott Meghalaya for one year
@boruahakash8237
@boruahakash8237 2 ай бұрын
Arunachal Meghalaya Najabi, Safe nhoi Axomia karone
@Policewallah4311
@Policewallah4311 2 ай бұрын
Arunachal Pradesh bht vl
@Assamboy-ou6yh
@Assamboy-ou6yh 2 ай бұрын
মেঘালয় যোৱা বন্ধ কৰি দিলেই হ'ল যদি কোনোবা পৰ্যটক আহে তেতীয়া ক'ব লাগে মেঘালয় যোৱা নহব ।
@rathindranathphukan7237
@rathindranathphukan7237 2 ай бұрын
যদি মেঘালয়লৈ যাবলৈ বাদ দিয়ে তেতিয়া সকলো চিধা হৈ যাব। গতিকেই মেঘালয়লৈ কিছুদিন ন'গলেই হয়। আন ঠাইলৈ যাওঁক ,যি ঠাইৰ মানুহ, প্ৰশাসন ভদ্ৰ।
@vickythakur6453
@vickythakur6453 2 ай бұрын
Good job dada I support u
@papugogoi128
@papugogoi128 2 ай бұрын
অসমৰ পৰা সকলু যান-বাহন বন্ধ কৰি দিব লাগে !
@VolaNath-jb6ys
@VolaNath-jb6ys 2 ай бұрын
তাৰ বাদে উপাই নাই
@bhanturoy2196
@bhanturoy2196 2 ай бұрын
Aibilak jegat fhuribo jaboi nalage
@AG-OG-e3d
@AG-OG-e3d 2 ай бұрын
Bhout aatcha baat bola bhai apne aaisa he karna chiya meghalaya ka admi ko
@BimalDaulagupu
@BimalDaulagupu 2 ай бұрын
❌Boycott meghalaya ❌
@ratulbarman-i2u
@ratulbarman-i2u 2 ай бұрын
মামাক কোনোৱাই জগাই দিয়ক টুপোনিৰ পৰা
@MyTube-sp8wn
@MyTube-sp8wn 2 ай бұрын
চালা অসমে ৰাস্তা বন্ধ কৰিলে India t ghuribo Bangladesh হৈ আহিব লাগিব খাছী কেইটাই, আৰু ইহতৰ লেবেল চাচোন. 😅
@kaustavgogoi8853
@kaustavgogoi8853 2 ай бұрын
#BOYCOTT_MEGHALAYA
@mysticseeker5536
@mysticseeker5536 2 ай бұрын
Boycott meghalaya Go sikkim darjiling
@ramproshadbhattacharjee601
@ramproshadbhattacharjee601 2 ай бұрын
Axom ot Thoka sorkar Sui ase ne?
@cosmos1675
@cosmos1675 2 ай бұрын
Neso... Kaha geya ?
@Avi1996_
@Avi1996_ 2 ай бұрын
Boycott Meghalaya tourist places🙌🏽🙌🏽
@DadaDeka
@DadaDeka 2 ай бұрын
অসমত থাকি অসমক ভাল নোপোৱা মানুহ বিলাক 🖕🖕🖕 মেঘালয় যোৱা যে কি আছে তাত অসমত বহুত ঠাই আছে আগতে অসম খন ভাল কৈ চাই লোৱা... অসমত ঠাই আছে হাওলা চিনি পোৱা নে যাই পইচা নে আগতে সেইবোৰ চাই লোৱা ❤❤❤❤ মই অসম চাইহে বাহিৰ যাম ... মোৰ মৰম অসম... জয় আই অসম
@Official_SuraJyT02
@Official_SuraJyT02 2 ай бұрын
Hoi Hidina Hoisel 12boja Agt Thk Hoi Goisel Atia Pare Moi Goi Asu
@parthapratimgogoi8374
@parthapratimgogoi8374 2 ай бұрын
Asomiya Driver Buro behaviour bur vhal je.....Sei karoney...
@angomsuraj3568
@angomsuraj3568 2 ай бұрын
Say no to Meghalaya.
@DeepDas-m7q
@DeepDas-m7q 2 ай бұрын
হো হো... ও হো ... কত আছে সমুজ্জ খুড়া!!!
@rockyvlog3906
@rockyvlog3906 2 ай бұрын
Aitu tumaru dytto murkho
@VolaNath-jb6ys
@VolaNath-jb6ys 2 ай бұрын
সি গেৰেলা হৈ পৰি আছে হবলা !
@Utjal_Rabha.
@Utjal_Rabha. 2 ай бұрын
BoycottMeghalaya
@jbn6664
@jbn6664 2 ай бұрын
Boycott shillong from Assam
@ranjit19656
@ranjit19656 2 ай бұрын
শিলং জোয়া বর্জন কৰক
@jinkuh
@jinkuh 2 ай бұрын
Boycott meghalaya tour.
@borogameing7283
@borogameing7283 2 ай бұрын
বাদ দিয়া মেঘালয়লৈ যাবলৈ,,, অৰু না চলা যোৱা ,,, দাৰজিলিং যোৱা,,,, ভূটান লৈ যোৱা,,,,,।
@bikramdas6055
@bikramdas6055 2 ай бұрын
Yes sir
@ares_storm
@ares_storm 2 ай бұрын
Najau shillong Arunachal jam.. Sikkim jam ... Manali jam
@joborjongsimanta5537
@joborjongsimanta5537 2 ай бұрын
Assamt humab dibo nalage tahatr ji kunu gari
@sonvitocorleonedon2145
@sonvitocorleonedon2145 2 ай бұрын
Thike koise
@JahidulIslam-er2er
@JahidulIslam-er2er 2 ай бұрын
People of assam should not go to uncivilised state like meghalaya
@Chanakya-jj7rw
@Chanakya-jj7rw 2 ай бұрын
কিয় যাব লাগে,
@channelabcreation
@channelabcreation 2 ай бұрын
গুৱাহাটী ত ML registration গাড়ীৰ দৌৰাত্ম্যত , অসহায় অসমীয়াই মুখ মেলি চাই থকাৰ বাদে উপায় নোহোৱা হয়।
@HaliosBurga
@HaliosBurga 2 ай бұрын
Aitu court mamla hobo lage.. Court e jetialoike adekh nidiye bad diyok he Axom sorkar, Meghalaya sorkar.. You have that fundamental rights to roam India freely..This is violation of fundamental rights.
@PankajSen-km4zc
@PankajSen-km4zc 2 ай бұрын
Shillong arunachal jua baad diok.. Boycott korok lineot ahi jabo.. 70%revenue amar tourism pa generate korise
@AtowarRahman-hn1zr
@AtowarRahman-hn1zr 2 ай бұрын
Mamai ki kori ase.
@jitukuwar7963
@jitukuwar7963 2 ай бұрын
Khub bhal hoise. ....tohoti bhal he pabo lage tetiyahe axomot ilp ahibo. .....axomor obostha ki hoise dekhiso
@jyotipabanburagohain5175
@jyotipabanburagohain5175 2 ай бұрын
চিলং ড্ৰাইভাৰ আৰু নাইট চুপাৰ ড্ৰাইভাৰৰ মাজত কিবা পা‘থক্য আছে নে কি বাৰু ?
@GRK901
@GRK901 2 ай бұрын
Without tourists they will die hungry....they must be taught a lesson
@birbikramgogoi2451
@birbikramgogoi2451 2 ай бұрын
Must be banned by all international and domestic tourists. Tourism not possible in terror destination.
@BishojitBordoloi
@BishojitBordoloi 2 ай бұрын
মজা
@aiyebarrahman9589
@aiyebarrahman9589 2 ай бұрын
Dada amaro silong road bandha kori diok😊
@tulanmixture9896
@tulanmixture9896 2 ай бұрын
অসম চৰকাৰ ধিলা পাৱাৰ নাই এনেই ফোকফাকে চলি আছে ভয় ভয় কোনোবাই কিবা কলে প্ৰতুত্যৰ দিব নোৱাৰে। অসম চৰকাৰ অন্যনাম হৈছে ধিলা চৰকাৰ।
@kamalrabha3759
@kamalrabha3759 2 ай бұрын
Shillong t nogole nohoi neki
@jondas8296
@jondas8296 2 ай бұрын
Ai j Meghalaya kaita ahe amr assam t ..dekha pali a tohotor pithi failim .. Guwahati t bht ase thtk log pali dim ro hikhya
@ChitraNath-qz1db
@ChitraNath-qz1db 2 ай бұрын
এই ঘটনা কেইবাদিনো ধৰি চলি আছে | মুখ্যমন্ত্রীয়ে তাৎক্ষণিক ব্যৱস্থা ললে ভাল হয় |
@arunkumaragarwal7673
@arunkumaragarwal7673 2 ай бұрын
Meghalaya shillong was never safe for assam people
@bhaskarnath8987
@bhaskarnath8987 2 ай бұрын
axom or tourist places bur besi ke explore koribo lage
@nipankarkalita9791
@nipankarkalita9791 2 ай бұрын
why assam govt didn't taking any action?
@BharaliBharali4090
@BharaliBharali4090 2 ай бұрын
অসমৰ অসমীয়াইহে বেছি দয়া ময়া দেখাই থাকা এতিয়া কেনে পাইছা।শিকি লোৱা ভালকৈ।
@munindradas6586
@munindradas6586 2 ай бұрын
নগলে হল চিলং পইছা বাচিৱ আমাৰ
@riturajgogoi218
@riturajgogoi218 2 ай бұрын
Darjeeling jbo lage besi dhunia
@channelabcreation
@channelabcreation 2 ай бұрын
শ্বিলংৰ ড্ৰাইভাৰে অসমৰ কমাৰ্চিয়েল ড্ৰাইভাৰৰ লগত কাজিয়া কৰে।
@nitugogoi8133
@nitugogoi8133 2 ай бұрын
Camera agot Dom dekhuai ki lav hate kame lagilehe janim apunar Dom tu..😅😅😅😅😅
@simpletradingwithme5809
@simpletradingwithme5809 2 ай бұрын
Ai khasi bilak bohut beya
@MinhazRahman-of4oe
@MinhazRahman-of4oe 2 ай бұрын
Mama dom kot etiyaaa
@mriduldutta6789
@mriduldutta6789 2 ай бұрын
Boycott Meghalaya.....
@PH-wh1qv
@PH-wh1qv 2 ай бұрын
Shillong balo ap logo ka sarm nahi hi. Bhuke moroge. aagar Assam protest karega tu
@arizitaarushchakraborty988
@arizitaarushchakraborty988 2 ай бұрын
#Boycott Meghalaya
@purnanandarajkhowa8712
@purnanandarajkhowa8712 2 ай бұрын
সকলোৱে বাতিল কৰিলে গম পাব!
@alimony4golddiggers
@alimony4golddiggers 2 ай бұрын
Our mama eating beaf and sleeping😂😂😂😂
@rajkumardihingia2331
@rajkumardihingia2331 2 ай бұрын
আজি যেনেকৈ খাচী বোৰক ঘীণ কৰিছো, ঠিক তেনেকৈ আমাৰ চালক সকলকো কৰিম যদিহে খাচীক ৰাম পিতন দিব নোৱাৰে....
@parthrob
@parthrob 2 ай бұрын
Boycott shillong, Amar axomot furibo jabo loga bohut jega ase.. #Explore Assam, Explore Arunachal, Explore Nagaland...
@raktimjsarmah
@raktimjsarmah 2 ай бұрын
অসমৰ ওপৰতহে ৰজা।
@sanjibpaulygg4373
@sanjibpaulygg4373 2 ай бұрын
Good 👍
@dhirajkumardas2055
@dhirajkumardas2055 2 ай бұрын
আমাৰ অসম চৰকাৰ নিৰৱ কিয়?
@driverboy3237
@driverboy3237 2 ай бұрын
আমাৰ চৰকাৰে কি কৰিব, আশা কৰা এই লাভ নাই
@bharatbora774
@bharatbora774 2 ай бұрын
Meghalaya r. Gari assam t. Humabo dibo nalage
@uparipari6014
@uparipari6014 2 ай бұрын
dont allow ML registration car in Assam as well. full support
@chandanbora720
@chandanbora720 2 ай бұрын
ভাৰতৰ পৰা এৰি দিয়ক মেঘায়লক👺
@mungsengmankin5177
@mungsengmankin5177 2 ай бұрын
Meghalaya cannot release, part of india, some kind of people doing this kind of situation of creating let them, khasi people doing this kind of situation so makes boycott to meghalaya batter and after this kind of created to problem they are going to learn and last moment they'll cry for everything
@nipankarkalita9791
@nipankarkalita9791 2 ай бұрын
assam should the restrict supply line
@kishoridas6447
@kishoridas6447 2 ай бұрын
অসম চৰকাৰে এই বিষয়ে কি ক'ব?
@Heal501
@Heal501 2 ай бұрын
Shame shame shillong govt.
@Ridhan-12
@Ridhan-12 2 ай бұрын
ভালেই হৈছে খুব ভাল পাইছোঁ, তাতে চোৱা সেলিকিব নগলে নহয় না, মানু্হ গাৰী ভিতৰতে জ্বলাই দিয়ে তথাপি লাজ নাই, ৰাস্তাত মোবিল পেলাই থই লাজ নাই তথাপি সৰি পৰা বাল বুলি ভাবে অসম ৰ মানুহক সিহঁতে
@91milestone
@91milestone 2 ай бұрын
Boycott Shillong
@MrDeep900
@MrDeep900 2 ай бұрын
This is enough... Boycott meghalaya..
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
Baad diyok na setor shilong t jab nalage.... xihotok revenue increase kori di lav nai
@anirbansaikia9197
@anirbansaikia9197 2 ай бұрын
Like boycott Maldives, boycott shillong
Cool Parenting Gadget Against Mosquitos! 🦟👶
00:21
TheSoul Music Family
Рет қаралды 24 МЛН
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 7 МЛН
Assam state zoo cum botanical garden/Guwahati assam
13:42
Play & Food
Рет қаралды 1 МЛН