অসম্ভৱক সম্ভৱ কৰা মানুহজন জগদীশ ভূঞা

  Рет қаралды 66,111

BAARTA LAAP

BAARTA LAAP

Күн бұрын

Пікірлер: 228
@BalinKonwar
@BalinKonwar Ай бұрын
ঢলা শদিয়া দলঙৰ ইতিবৃত্তৰ কথা জানিব পাৰি ভাল লাগিল ৷ এয়াই জাতিয়তাবাদ ৷ শদিয়াবাসীয়ে এনে এজন ব্যক্তিক বিধান সভালৈ নিৰ্ৱাচিত কৰি পঠাব লাগিছিল ৷ পাঁচজন সুঠাম অসমীয়া ডেকাই কেৱল জগদীশ ভূঞা ডাঙৰীয়াৰ বাবেই অৱশেষত ন্যায় লাভ কৰিবলৈ সক্ষম হল ৷ অসমীয়া জাতীয় জীৱনৰ এই কলা অধ্যায়ে প্ৰতিজন অসমীয়াকে সদায়ে মৰ্ম বেদনা দি থাকিব ৷
@trilokeshbijoydas6006
@trilokeshbijoydas6006 Ай бұрын
You are one of the actual soldier of Assam, God bless you, people of Assam will be always remember in future.
@HuntoHazrika
@HuntoHazrika Ай бұрын
বহুত নজনা কথা জানিলো। ভাল লাগিল।
@himangshudeka331
@himangshudeka331 Ай бұрын
এজন ভাল মানুহক আমন্ত্ৰণ কৰিছে এনেকুৱা জাতীয় নেতা এজন জাতিৰ বাবে বহুত বেছি বেছি প্ৰয়োজন ❤
@uddipanbarhoi2429
@uddipanbarhoi2429 Ай бұрын
What a person. Woow . সাধাৰণতে মই কোনো ৰাজনৈতিক নেতাৰ fan নহয় । কিন্তু আজিৰ পৰা হলোঁ।
@puspadhardowarah1932
@puspadhardowarah1932 Ай бұрын
জগদ্বীশ ভূঞা দেৱলৈ অশেষ ধন্যবাদ।অগুণকাৰী কিছুমানে পাহৰিলে কিন্তু"আমি"পাহৰা নাই!অন্ধভক্তবোৰে কিন্তু"মানি নলয় এই সচা কথাবোৰ!
@montukonwar4403
@montukonwar4403 Ай бұрын
অনুষ্ঠানতো চাই বহুত ভাল লাগিল । ভূঞা ডাঙৰীয়ালৈ শুভেচ্ছা জনালোঁ। অসমৰ বাবে আৰু ভাল ভাল কাম কৰি যায়
@nabajitrabha9692
@nabajitrabha9692 Ай бұрын
অনুষ্ঠানটো চাই খুৱ ভাল লাগিল। ভূঞা ডাঙৰীয়াৰ জাতীয়তাবোধে মোৰো অন্তৰ আত্মা চুই গৈছে
@DipakGogoi-cj8lu
@DipakGogoi-cj8lu Ай бұрын
জগদীশ দেৱৰ কাৰণে অনুষ্ঠানটো চালোঁ ❤❤❤❤। ভগৱানে সদায় কুশলে ৰাখকক তেখেতক
@sewaligogoi9170
@sewaligogoi9170 Ай бұрын
বহুত ভাল লাগিছে তেখেতৰ কথাবিলাক শুণি । তেখেতৰ কথা বিলাকে বহুত জনক অনুপ্ৰাণিত কৰিব ।
@arupgogoi5157
@arupgogoi5157 Ай бұрын
সকলো শদিয়াবাসী ৰাইজলৈ এটাই অনুৰোধ ২০২৬ত যেন সঠিক জন প্ৰতিনিধি নিৰ্বাচন কৰে 🙏🙏
@santanuduarah7188
@santanuduarah7188 Ай бұрын
😅😅
@Uniligent
@Uniligent Ай бұрын
Mur morzi
@sidheswarbailung5073
@sidheswarbailung5073 Ай бұрын
জগদীশ ভূঞা দেৱক আকৌ এবাৰ শদিয়াৰ MLA হোৱাতো বিচাৰো। ভগৱানৰ ওচৰত তাকে প্ৰাথনা জনালোঁ।
@gogoiharatsir418
@gogoiharatsir418 Ай бұрын
শদিয়া বাসী হিচাপে আপোনাক বিধায়ক হিচাপে নোপোৱাটো আমাৰ দুৰ্ভাগ্য ।। আপুনি আমাৰ বিধায়ক হওঁক বা নহওঁক , আপোনাৰ নম্ৰতা,ভদ্ৰতা , অমায়িকতা আদিৰ বাবে শদিয়া সমষ্টিৰ হৃদয়ত সদাই থাকিব ।।🙏🙏
@ArunRajkuwar-yp2qn
@ArunRajkuwar-yp2qn Ай бұрын
জগদীশ ভূঞাক বহত বহ্নত ধন্যবাদ ।
@kamalapatar1465
@kamalapatar1465 Ай бұрын
জগদীশ ভূঞা চাৰক বহুত বহুত ধন্যবাদ 🙏
@dibakarphukan8536
@dibakarphukan8536 Ай бұрын
জগদীশ দা বৰ ভাল মনৰ মানুহ কিন্তু ৰাইজে বুজি নাপালে যোৱা বাৰ নিৰ্বাচনত
@PranjalBorgohain
@PranjalBorgohain Ай бұрын
শদিয়াবাসী হিচাপে আপোনাক বহুত সন্মান কৰো ছাৰ!❤😢
@thelifevlogzs7211
@thelifevlogzs7211 Ай бұрын
কিন্তু ভোট হে নিদিয়ে ন ?
@Mathsmagic567
@Mathsmagic567 Ай бұрын
One of the best MLA of our Sadiya Assembly........huge respect for you ❤
@ashrafulchowdhury7769
@ashrafulchowdhury7769 Ай бұрын
জগদীশ ভূঞাৰ ভাল মানুহ কাৰণে মই তেখেতৰ লগত আছিলোঁ,আছোঁ আৰু তেওঁৰ লগতে থাকিম
@pratyushpavansarmah7656
@pratyushpavansarmah7656 Ай бұрын
দাদা সদায় একক অনন্য আৰু ব্যতিক্ৰম❤🙏❤️🙏
@aaina9365
@aaina9365 Ай бұрын
ভাল লাগিল অনুষ্ঠানটো ।
@KabitaGohain-lg7fr
@KabitaGohain-lg7fr Ай бұрын
জগদীশ দাদা বহুত ভাল মানুহ আমাৰ বাবে তেওঁ এজন ভগৱান ❤
@bgogoigoigoi
@bgogoigoigoi Ай бұрын
খুব ভাল মনৰ মানুহ জগদীশ ভূঞা
@bijaydas5508
@bijaydas5508 Ай бұрын
কি বুলি ধন্যবাদ দিম ছাৰ আপোনাক চকুৰ পানী নিগৰি আহিলে। ইয়াৰ পৰাই সেৱা জনালোঁ 🙏 আপোনাক......
@mridulchoudhury2504
@mridulchoudhury2504 Ай бұрын
অনুষ্ঠানটো চাই সঁচাকৈয়ে বহুত ভাল লাগিল প্ৰায় ডেৰ ঘন্টা সময় কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ কোনো ৰাজনৈতিক নেতাক মোৰ পছন্দ নহয় কিন্তু আপোনাৰ কথাবোৰ শুনি মোৰ হৃদয় চুই গৈছে আৰু ধলা শদিয়াৰ দলং ৰ আৰৰ কথাখিনি জানিবলৈ পায় বহুত ভাল লাগিল আৰু অসমৰ পাঁচজনকৈ লৰা ৰ পৰিয়ালে পলমকৈ হ'লেও ন্যায় পোৱা কথাটো জানিব পাৰি মন চুই গৈছে আজিৰ দিনটোত এনেকুৱা ৰাজনৈতিক নেতা বিচাৰি পোৱা আজিৰ ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে আৰু নিজৰ মুনাফাৰ বাবে ৰাজনৈতি কৰি আহিছে
@CharuDeka-os7up
@CharuDeka-os7up Ай бұрын
ৰনৈতিক নেতা এনেকুৱা হব লাগে জয় আই অসম
@dipankarmahanta4437
@dipankarmahanta4437 Ай бұрын
Mur agoraki vl manuh jagadish bhuyan sir ,,tekhetor esposhobadi kothabur krne vl lge ,,,
@kanakdeka512
@kanakdeka512 Ай бұрын
আপোনাৰ কথাখিনি ১০০-% সত্য ।
@madhumitasaikia1
@madhumitasaikia1 Ай бұрын
আমাৰ জিলাৰ নেতা। এদিন আপুনি মুখ্য মন্ত্ৰী হব বুলি আশা ৰাখিলোঁ। কষ্ট কৰি আগবাঢ়ক, সত্য পথেৰে।
@বিতোপন
@বিতোপন Ай бұрын
মানুহজন ব্যক্তিগত ভাৱে ভাল পাওঁ, ৰাজনৈতিক ভাৱে কিছুমান মানুহ চিনি পাওঁতে ভূল কৰিছিল তাৰ ফল ভোগ কৰিছে,আৰু স্হান সলনি কৰি মান হেৰুৱাইছে।
@BontiSonowal-d6g
@BontiSonowal-d6g Ай бұрын
50% ভিতৰত 40% বুলি কোৱা কথাটো 100%সচা আকৌ এবাৰ বিধায়ক হ'লে শদিয়া সমষ্টি আৰু উন্নতি হ'ব সকলোৱে সহযোগিতা কৰিব লাগে।মনে প্ৰাণে কৈছোঁ সঁচাই এনে বিধায়ক লাগে।
@bhargaV567d
@bhargaV567d Ай бұрын
Thank you parasr da.. ... Ankowa ajon manoh k sinaki korai diya r babe
@seujsaikia6565
@seujsaikia6565 Ай бұрын
অতি স্পৰ্শকাতৰ বিষয় এটা আজি ৰাইজৰ মাজলৈ লৈ অনা হ'ল । বহুত ভাল লাগিল । কিন্তু,,, এটা কথা দুখ লাগে যে, মাননীয় প্ৰাক্তন বিধায়ক তথা অসম ৰাজ্যিক পৰ্য্যটন মন্ত্ৰী শ্ৰীযুত জগদীশ ভূঞা চাৰৰ একক প্ৰচেষ্টাৰে প্ৰাণ প্ৰতিষ্ঠা হোৱা ধলা শদিয়াৰ দংলখন যে তেখেতৰ বলিষ্ঠ পদক্ষেপত হ'ল সেই কথাটো কিছুমান ধুৰন্ধৰ দগাবাজে মানি ল'ব নোখোজে । এই বাৰ্তালাপ অনুস্থানৰ পৰাই সেই সকলক ধিক্কাৰ দিছোঁ আৰু লগতে ক‌ওঁ যে, সূৰ্যক কেতিয়াও এটুকুৰা ক'লা কাপোৰেৰে ঢাকি ৰাখিব নোৱাৰে ।
@bimansaikia4305
@bimansaikia4305 Ай бұрын
সাধাৰণতে মই ৰাজনীতি নেতা ক পদ সোৱা কৰিবলৈ মন নাজায় । কিন্তু আপোনাক আজি মই পদ সোৱা ইয়াৰ পৰাই কৰিলো । আত্মাই সেৱা কৰিলে দৈহিক সেৱা নকৰিলেও হয়।
@AbbasAli-p6r
@AbbasAli-p6r Ай бұрын
অসমৰ সাংবাদিক হিচাপে পৰাশৰ ছাৰক বহুত ভাল লাগে আৰু বহুত সন্মান কৰোঁ। জগদীশ ভুঞা ছাৰ প্ৰকৃত অসমীয়া আৰু এজন দক্ষ ৰাজনৈতিক নেতা। যিজনে টকাৰ বিনিময়ত নিজকে বিক্ৰী কৰা নাই। আজিৰ অগপ টকা আৰু ক্ষমতাৰ বিনিময়ত নিজকে আঞ্চলিক ৰাজনৈতিক দল হিচাপে পৰিচয় দিয়ে। যি অগপ আজি দিল্লীৱালাৰ হাতৰ পুতুলা। নিজৰ বুলিলৈ একো নাই। কেৱল ক্ষমতাৰ বাহিৰে। আজিৰ আছু, দিল্লীৱালাৰ নেতা গঢ়াৰ কাৰখানাত পৰিনত হৈছে।
@palashborah5319
@palashborah5319 Ай бұрын
আপোনাৰ জাতিয়াতবোধক যঠেষ্ট সন্মান কৰো দাদা
@namita583
@namita583 Ай бұрын
অনুষ্ঠানটি চাই ভাল লাগিল
@pulenyatra4451
@pulenyatra4451 Ай бұрын
One secondu video to moi script nokorilu bohut val lagil ai episode to sai, jagodish da hosai bohut kumol antoror manuh, apuni hodai valei thakok dada moi apunak adin log dhora olekh hepah thakil ❤️
@parashmonibhuyan9760
@parashmonibhuyan9760 Ай бұрын
ভাল লাগিল video টো চাই।
@LiftingIron
@LiftingIron Ай бұрын
বহুত ভাল মানুহ আনত কৈ পৃথক আৰু অন্যন্য ..
@bijuchangmai5839
@bijuchangmai5839 Ай бұрын
Salute Jagadish Bhuyan for your Contribution of Dhola Sodiya Bridge
@AnilMazumdar-s4y
@AnilMazumdar-s4y Ай бұрын
চক্ৰপানি আজিৰ আলোচনা চক্ৰ বহুত ভাল লাগিল আৰু বহুত নজনা কথা জনিব পাৰিলো | মাত্ৰ মূখ্যমন্ৰীৰ প্ৰশ্ন সোথোতে সথিক নোহোৱা যেন লগিল : অসমৰ আতাইতকৈ বলিষ্ঠ ,দক্ষ আৰু নিতীনিস্ত মূখ্যমন্ৰী আছিল বিসনুৰাম মেধি : তেখেতে যদি দহ বছৰ মূখ্যমন্ৰী পদত থকিলহেতেন তেনেহলে আজিৰ এই বিদেশী সমস্যাই নথাকিল হেতেন | ধন্যবাদ
@roktimraag1129
@roktimraag1129 29 күн бұрын
ভাল মানুহবোৰক নিউজ চেনেলত দেখিবলৈ পোৱা নাযায় 🙏 ভাল লাগিল আমন্ত্ৰণ কৰা বাবে
@teauphabaruah9506
@teauphabaruah9506 Ай бұрын
Sadiyat Bht val val Kam kri gol Gaon Gaon club ghr bur Apuni bonai thoi jua
@TridipDoley-ro3rr
@TridipDoley-ro3rr Ай бұрын
বহুত বহুত শুভেচ্ছা থাকিল!
@KiskorKumar-qy2zm
@KiskorKumar-qy2zm Ай бұрын
জগদীশ ভূঞা অসমৰ বাবে বিধায়ক হোৱা টো বিছাৰো
@ptosantabora708
@ptosantabora708 Ай бұрын
ব হু---ত , ব হুত -- -- - সুন্দৰ অনুস্থান ।
@purnanathborah2729
@purnanathborah2729 Ай бұрын
১৯৮৩ চনতে আছু ত্যাগ কৰিলোঁ যদিও জগদীশ ভুঞাক আজিও ভাল পাওঁ তেওঁৰ কামকাজ আৰু চিন্তাৰ বাবে ৷
@nripenbaruah8494
@nripenbaruah8494 Ай бұрын
Sir apunar kothabure bahu otit porikrama monot pelai dile,,,,,, God bless you
@jahanarayasmin15
@jahanarayasmin15 Ай бұрын
খুউৱ ভাল লাগিল দাদা৷
@MridulSarania-h1f
@MridulSarania-h1f Ай бұрын
সঁচাকৈ দাদা কবলৈ ভাষা নাই। 😢❤❤❤❤
@gitagoswami3129
@gitagoswami3129 Ай бұрын
ফটা হক চিটা হক পাটৰ টঙালি, কণা হক কুজা হক ভূঞাৰ পোৱালী
@ProbinNeog-i6q
@ProbinNeog-i6q Ай бұрын
জগদীশ ভুঞা দেৱক শদিয়া ৰ দলঙৰ বহু অৰিহণা আছে। দলঙ নোহোৱা দিনৰ পৰাই বহু কথা মনত পৰে। তেওঁ ক নমস্কাৰ জনালো।
@Lakhya-sl6xd
@Lakhya-sl6xd Ай бұрын
"আমি অসমীয়া" চিনেমা খনৰ পৰা আপুনি প্ৰিয়......! আপুনি চিনেমাৰ মানুহ , ভাল মানুহ .... ৰাজনীতি পৰা আঁতৰি আহক দাদা
@sauravchandradas9599
@sauravchandradas9599 Ай бұрын
True ❤
@arupgogoi5157
@arupgogoi5157 Ай бұрын
ভাল মনৰ মানুহজন❤️
@prabitachutia448
@prabitachutia448 Ай бұрын
মোৰ ভাল লগা মানুহ জনেই হ'ল জগদীশ ভূঞা ডাঙৰীয়া ।
@anjusonowal4536
@anjusonowal4536 Ай бұрын
ভূঁঞা da man of character।he has a good philosophy in Assam,s politics
@packman7937
@packman7937 Ай бұрын
Manonio Bhuyan Sir, Mur jibonor obhigyota Bhuyan sir ane ajon MLA/Minister hoi police lukok proujon anuhori morom, hotman diye.Siror tast hua hokolu Luke tene kotha gyato.❤ You Sir.
@panchananbora1867
@panchananbora1867 Ай бұрын
Probably one of the best interview I have ever watched...
@rinkugogoi5971
@rinkugogoi5971 Ай бұрын
বহুত ভাল লাগিল।
@gouranga9471
@gouranga9471 Ай бұрын
শ্ৰী কৃষ্ণ শদিয়া ক আহোঁতে উত্তৰ প্ৰদেশ ৰ পৰা কলকাতা হৈ dhubri হৈ বৰপেটা ৰোড হৈ আছিল নেকি বাৰু ৰোড হৈ পাঠশালা হৈ ৰঙিয়া হৈ গুৱাহাটী হৈ সেণেকৈ গৈ শিৱসাগৰ হৈ ডিব্ৰুগড় হৈ তিনিচুকীয়া হৈ শদিয়া পাইছিল নেকি বাৰু
@umaroy4090
@umaroy4090 Ай бұрын
Gadha the great
@tafavlogsassam
@tafavlogsassam Ай бұрын
Kotha bor huni Val lagile
@crazygirl8574
@crazygirl8574 Ай бұрын
Khosai val lagile ❤❤ ককাইদেউ ❤❤
@As05870
@As05870 Ай бұрын
ভাৰতীয় সেনাক ভাল পোৱা অসমীয়া সকলে এবাৰ চাব, আৰু অপাৰেশ্যন ব্ৰজ্ৰং আৰু অপাৰেশ্যন Rhino ৰ দিন বোৰ মনত পেলাওক।
@samirozah8236
@samirozah8236 Ай бұрын
Sir r bht njna ktha janilu ajir pra apunaloi ru xonman bahil ❤ vgbne xdy vle rkhk apunak
@jojoingsa-xp8um
@jojoingsa-xp8um Ай бұрын
ভাল মানুহ হয়।
@aaravkafleh5484
@aaravkafleh5484 Ай бұрын
Hohoj horol Sir ajon bohut vall manuh sirak June log paise kotha patise heijone bujibo sirk ❤❤ kakopothar An-man-shan জয় আই অসম ❤
@momichetia2149
@momichetia2149 Ай бұрын
Hodai pronam,❤ jonisu
@Mridu-hr4er
@Mridu-hr4er 14 күн бұрын
Bohut vl lagil❤
@debojitdohotia6608
@debojitdohotia6608 Ай бұрын
Ai manuhjonk Moi hodai respect koru
@hritizgogoi3739
@hritizgogoi3739 Ай бұрын
You are great Jagadish da. And apuni haara nai politics t. Etyau bohuut baki ase apunar rajnoitik career.
@anjubezbaruah9999
@anjubezbaruah9999 Ай бұрын
ফটা হওক চিতা হওক পাটৰ টঙালি ,ভাল হওক বেয়া হওক ভূঞাৰ পোৱালি ।অন্তৰেৰে ভাল পোৱা মানুহজনক বাৰ্তালাপলৈ মাতি অনাৰ বাবে বহুত ধন্যবাদ ।
@mamonidevi617
@mamonidevi617 Ай бұрын
Bohut bohut bhal lagil dukhu lagil❤❤
@pathorighat
@pathorighat Ай бұрын
Kuwakhini jodi 100% satya tetiahole apunak hridoyr pora salute dada...❤
@naimhkhan
@naimhkhan Ай бұрын
Onek onek shuvkamna - o shuveccha.......... ❤️💐🌹
@UllashDeka
@UllashDeka Ай бұрын
Buhut val lgise podcast tu xuni
@Redself...
@Redself... Ай бұрын
Great achievement 🎉
@ushakonwar8389
@ushakonwar8389 Ай бұрын
Heartiest man. Pronam.
@shyamolbarman7015
@shyamolbarman7015 Ай бұрын
Such a great personality
@santonugogoi
@santonugogoi Ай бұрын
Love from sadiya ❤
@bitumoni1570
@bitumoni1570 Ай бұрын
Aji loi best episode buli vabu....
@pankajsaikia7191
@pankajsaikia7191 Ай бұрын
Bht vl lagil Sai...tekhetor kotha bur hosai hunibo logia dei
@bhaijivan4572
@bhaijivan4572 Ай бұрын
My fathers favourite MLA Jagadeesh Bhuyan
@BasantaNath-g7h
@BasantaNath-g7h Ай бұрын
আপোনি.ধন্য
@pobanborah8382
@pobanborah8382 Ай бұрын
Super duper 😊,Val lagil
@horensaikia7792
@horensaikia7792 Ай бұрын
ফটা হওক চিগা হওক পাটৰ টঙালি কণা হওক কুজা হওক ভূঞাৰ পোৱালি ।
@JitaksharBailung-x4r
@JitaksharBailung-x4r Ай бұрын
He will be next CM of Assam.we need..him ❤❤❤❤
@DharmendraDas-o6f
@DharmendraDas-o6f Ай бұрын
Apuni aji bohut val manuh ajonak matise very good,
@Mgohainchannel
@Mgohainchannel 16 күн бұрын
জগদীশ ছাৰৰ বাবে আমাৰ শদিয়াৰ ৰাইজে এতিয়াও কান্দে
@bhaskarpratimsaikia2175
@bhaskarpratimsaikia2175 Ай бұрын
ভাল লাগিল,
@AbuSalman-g8t
@AbuSalman-g8t Ай бұрын
এই মানুহজনৰ প্ৰতিভা কৰবাত লুকাই গল।
@prashuryaprotimboruah4928
@prashuryaprotimboruah4928 Ай бұрын
Caption পঢ়াৰ আগতে পতকে কোনোবা trader বুলি ভাবিছিলো!! নতুনকৈ promote কৰক আকৌ আগৰ দৰে
@MonjitSaikia-k9p
@MonjitSaikia-k9p Ай бұрын
Thik dise kin2 baki bhal bohut khetrot pise Luvia mon ata ase beya pai lav nai hudhoruwa proujon ase
@prashuryaprotimboruah4928
@prashuryaprotimboruah4928 Ай бұрын
@@MonjitSaikia-k9p এওঁলোকেই গোটেই Fake Trader বোৰক promote কৰিলে, indirectly বেছি দোষী এনে লোক হে! কাৰণ সাধাৰণ মানুহে এওঁলোকক blindly follow কৰে, এতিয়া video delete
@siddikali3972
@siddikali3972 Ай бұрын
Dada val lagil programto
@rajengogoi193
@rajengogoi193 Ай бұрын
Dhany dhany Bhuya sir
@arpanbora8423
@arpanbora8423 Ай бұрын
The man❤
@santanuduarah7188
@santanuduarah7188 Ай бұрын
First r kotha khini xuni valai lagil, like a good script. Jene hator😂pora kahi pori jua, skur pani ulaiai duarit roi thoka etc. kintu aamr dewta -maa , bordewta-khura, mama- mamir mote hai hokal tothakothita AGP (jetia aapuni u MLA/minister asil) a aamar axom khan vote r sarthat hekh korile bule. Besi nokou xomoyt proyujan budh korile kom.
@RinaGogoi-q6b
@RinaGogoi-q6b Ай бұрын
Bhaut। val Iagil
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 Ай бұрын
Jagadish dai muk Haru bhai buli hambudhan kara hunisilu, tekhetar hai scooter t uthi camping karute ata gubaruwa chakut lagi chaku phuti gaisil pisat operation kari val palu, kintu teok kuwa nahal, Love you dada, Ananda
@tribenigogoi7273
@tribenigogoi7273 Ай бұрын
God bless you sir
@GogoiBhupen551
@GogoiBhupen551 Ай бұрын
বলিন চেতিয়া ই সাম্প্ৰদায়িক ৰাজনীতিত আপুনি হাৰিলে, শদিয়াৰ ৰাইজে আকৌ বিছাৰে আপোনাক । আপোনাৰ সময়তে দিয়া কাকপথাৰৰ দিৰাক ৰংপুৰীয়া গাঁৱৰ ৰাস্তাটো একে দৰেই আছে। ইমান দিনে বলিন চেতিয়া দিনত উন্নতি মুখ নেদেখিলো ।
@BasantaNath-g7h
@BasantaNath-g7h Ай бұрын
জগদীশ.ভুঞা.আৰু.হিমন্ত..পৃথক .হয়নে. বাৰু
@Monoranjan-sf2tc
@Monoranjan-sf2tc Ай бұрын
Salute sir
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 31 МЛН
This dad wins Halloween! 🎃💀
01:00
Justin Flom
Рет қаралды 64 МЛН