প্ৰতিবাদৰ শক্তি। বাতিল হ'ল বাংলাদেশৰ বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা।

  Рет қаралды 29,192

Asom Live 24

Asom Live 24

Күн бұрын

প্ৰতিবাদৰ শক্তি। বাতিল হ'ল বাংলাদেশৰ বিতৰ্কিত সংৰক্ষণ ব্যৱস্থা। প্ৰতিবাদী শিক্ষাৰ্থীৰ বৃহৎ জয়।
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamkanews
#latestnewsofassam
#latestnews

Пікірлер: 55
@EdhanPatar-qr9ci
@EdhanPatar-qr9ci 2 ай бұрын
আমাৰ অসমতো এনেকুৱা প্ৰতিবাদ হব লাগে কাৰণ আমাৰপ্ৰতিবাদ বোৰ সুসংগঠিত নহয়!
@khirajchutia5295
@khirajchutia5295 2 ай бұрын
অসমে বাংলাদেশৰ পৰা শিক্ষা লব লগীয়া আছে
@indianjourney5049
@indianjourney5049 2 ай бұрын
Yes feels so Art 19
@Rahulali-m4q8e
@Rahulali-m4q8e 2 ай бұрын
বাংলাদেশৰ student ৰ মতে merit list ত চাকৰৗ দিব লাগে reservation উঠাই দিব লাগে ।
@julhaz3336
@julhaz3336 2 ай бұрын
Great verdict of Bangladesh Supreme Court.
@hodaboys9913
@hodaboys9913 2 ай бұрын
সেখ হাছিনা সৰকাৰৰ সঠিক বিচাৰ হোৱা উচিত ।
@digantakhataniar7793
@digantakhataniar7793 2 ай бұрын
এইয়াহে প্ৰতিবাদ, আৰু আমাৰ 😢
@SalehuddinAhmed-p1x
@SalehuddinAhmed-p1x 2 ай бұрын
Unity is strength.
@MizanurRahman-rg5yw
@MizanurRahman-rg5yw 2 ай бұрын
Student zindabad
@dhanjitnath4013
@dhanjitnath4013 2 ай бұрын
হাচিনা মান জাইগী ...............🙏🌹
@RupTalukdar-vb1dy
@RupTalukdar-vb1dy 2 ай бұрын
Highly satisfied and congratulations ❤❤❤
@munnalaskar-q5z
@munnalaskar-q5z 2 ай бұрын
বাংলাদেশৰ ছাত্ৰ আন্দোলন হৈছিল মাত্ৰ কোটা ব্যবস্থাটোৰ সংস্কাৰৰ বাবেহে কিন্তু সিহঁতে হাৰ মনা নাই চৰকাৰ পক্ষৰ ওচৰত, ঠিক অসমতো কা' আন্দোলন হৈছিল, সেয়া সকলোৰে জ্ঞাত ,কিন্তু শেষত ফলাফল কি হল সেয়াও সকলোয়ে দেখিলে। 😂 গতিকে সিহতৰ পৰা অসমীয়াই শিক্ষা লোৱা দৰকাৰ, সিহঁতে মাত্ৰ কোটা বব্যৱস্থাৰ সংস্কাৰৰ বাবে চৰকাৰ পক্ষৰ ওচৰত কোনো পধ্যেই হাৰ মনা নাই আৰু আমাৰ এইসকলে গোটেই বিদেশী কেইটা অসমত আনি অসমখন ভৰি দিলে, নিজৰ বিবেকক মাত্ৰ কেইটামান টকাৰ লোভত মুদি আৰু শ্বাহৰ হাতত বিক্ৰী কৰি দিলে।
@AMINULISLAM-jw7us
@AMINULISLAM-jw7us 2 ай бұрын
Congratulations for students
@Santanu-n1c
@Santanu-n1c 2 ай бұрын
Good
@commenti5459
@commenti5459 2 ай бұрын
অসমৰ ছাত্ৰ আন্দোলনে কি কি বাতিল কৰিলে এতিয়ালৈকে
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
অসমৰ ছাত্র আন্দোলনে ১৯৫১ চনৰ বিদেশি চিনাক্ত কৰনৰ সময় সীমা অসমৰ বাবে ১৯৭৫ চনলৈ পিছুৱাই আনিলে। ইয়াতকৈ বৃহৎ সাফল্য (আত্মঘাতী) কোনো সংগঠন ৰ কেতিয়াও হোৱা নাই।
@commenti5459
@commenti5459 2 ай бұрын
@@kumudbaruah2001 মাইকেল আভি জিন্দা হে
@munnalaskar-q5z
@munnalaskar-q5z 2 ай бұрын
কেইদিনমান আগতে আন্দোলন কৰি কা ' বলবৎ কৰালে , কিছুমান এম, এল, এ, মন্ত্ৰী, কিছুমান 50-60 খন নাইট চুপাৰৰ মালিক হলগৈ। 😂
@indianjourney5049
@indianjourney5049 2 ай бұрын
Amr eyateeooo batil hbo cota system thik...❤just constitutional prtibaad hbo lageee sorkarey gm pabo❤❤❤
@Rahulali-m4q8e
@Rahulali-m4q8e 2 ай бұрын
বাংলাদেশৰ medical college বোৰ international level ৰ হোয়া কাৰনে ভাৰতৰ উপৰৗও Nepal . Bhutan. Indonesia .maldiv. srilanka .qatar. Dubai .আদি দেশৰ student বিলাকে পঢ়িবলৈ আহে ।
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
বাংলাদেশৰ মেডিকেল শিক্ষা আন্তর্জাতিক পর্যায়ৰ নহয়। হোৱাহলে দৈনিক লাখে লাখে ৰুগী ভাৰতত চিকিৎসা ৰ বাবে নাহে। এচাম ধনীৰ পুত্ৰ কন্যা ক যিসকলে মেধাৰ ভিত্তিত ভাৰতৰ মেডিকেল কলেজ সমুহত আসন নাপাই সেই সকলেহে বাংলাদেশ ত মেডিকেল কলেজ ত পঢিবলৈ যায়।
@manojkumardutta8590
@manojkumardutta8590 2 ай бұрын
কিন্তু অসমত ওলোটা। চৰকাৰে যিকয় সেই য়ে নিয়ম
@neexperiment905
@neexperiment905 2 ай бұрын
India t ketia uthibo reservation system
@RamenDeka-f8n
@RamenDeka-f8n 2 ай бұрын
প্ৰতিবাদ। হ'লে এইনোকা হৱ লগে আমাৰ অসমৰ। চুতিযা প্ৰতিবাদ
@7gc970
@7gc970 2 ай бұрын
এনেকুৱা আন্দোলন অসমত ১৯৮৩ চনত হৈছিল কিন্ত সেই সময়ত কংগেছ চৰকাৰে অসমৰ ৮৫৫ জনক গোলিয়াই মাৰিলে আৰু বহুত লোক শিৰ জীৱনৰ কাৰণে ঘুনিয়া হল । অসমৰ প্ৰতিবাদৰ মুল্য শেই সময়ত কংগেছ দলে অলপো মজ্যদা নিদিলে ।
@AbdulAhad-cl2lh
@AbdulAhad-cl2lh 2 ай бұрын
আসাম রাজ্যের জন গন এই আন্দোলন হইতে শিক্ষা নেওয়া দরকার
@prasantaray4711
@prasantaray4711 2 ай бұрын
Dorkar nai
@soothingtimeforyou2851
@soothingtimeforyou2851 2 ай бұрын
Next in ours
@Northeast-bt7df
@Northeast-bt7df 2 ай бұрын
Eito Bangladesh r personal matter Ami compare koribo nuaru Bangladesh r logot Axomt Bangladeshi r population dinok dine bari ase yar bixoye kiba kowk
@JuliKgdas
@JuliKgdas 2 ай бұрын
Amar axom ketiya hobo
@intajulzaman4393
@intajulzaman4393 2 ай бұрын
Bangladesh Jindabad
@manash907
@manash907 2 ай бұрын
Bangldesh UR students 💀 Indian UR students 🤡
@bhabengogoi4634
@bhabengogoi4634 2 ай бұрын
উদাহৰণ হিচাবে লওক অসমৰ জন গণে
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda 2 ай бұрын
সমাধান কৰক বাংলা দেশ চৰকাৰে।
@shunamcenel1564
@shunamcenel1564 2 ай бұрын
সম্পূৰ্ণ মিছা খবৰ এনেকুৱা ৰায় আগতেই দিছিল কিন্তু পৰিস্থিতি শান্ত হোৱাৰ পাছত 60%কোটা বাহাল থাকে।
@saidurrahmankhan3107
@saidurrahmankhan3107 2 ай бұрын
Indian t reservations bond hobo lage
@JayPegu321
@JayPegu321 2 ай бұрын
সমাধান হওক।।।
@ImdadHissain-cg4lm
@ImdadHissain-cg4lm 2 ай бұрын
Indiato hobo lage quata system
@StarBoysN
@StarBoysN 2 ай бұрын
বাতিল করা নাই এতিয়াও ৭% আসন রাখিছে। কিন্তু প্রতিবাদকারী এতিয়াও মানি লোবা নাই
@Janmoni_Deka_nx3yu
@Janmoni_Deka_nx3yu 2 ай бұрын
Agote 56 asil
@AminulHoque-du2dp
@AminulHoque-du2dp 2 ай бұрын
Good news
@dharmadutta8831
@dharmadutta8831 2 ай бұрын
অসমত মন্ত্রী এমেলেৰ পৰিয়ালৰ ব্যক্তিয়েই মেইন আইনে পাত্তাই নাপায়
@rlrajibhussain4244
@rlrajibhussain4244 2 ай бұрын
Amar assomotu aairesevetion uthabo lage no cast .
@kochanews4706
@kochanews4706 2 ай бұрын
No need to die in the name of protest .....
@theworldmystery7880
@theworldmystery7880 2 ай бұрын
Good, there should be no reservation in job in any country.
@RahulIslam-oh6dc
@RahulIslam-oh6dc 2 ай бұрын
Hasina aru pass nokore
@theworldmystery7880
@theworldmystery7880 2 ай бұрын
Brave student, I salute all the students of Bangladesh.
@intajulzaman4393
@intajulzaman4393 2 ай бұрын
World records, andolan anekua haba lage
@navakumarkuli1831
@navakumarkuli1831 2 ай бұрын
Bangladeshot tu okol 99% Muslim abadi ase, mane general or UR ,tu kor pora reservation system ulale akou ..
@RahulIslam-oh6dc
@RahulIslam-oh6dc 2 ай бұрын
250 plus death students in Bangladesh
@Santanu-n1c
@Santanu-n1c 2 ай бұрын
Amar bure enekuwa aandolon ketiya koribo....,koribo paribo ne...? Olp kondhye ase.sob samus
@myeconomicclassroom.3403
@myeconomicclassroom.3403 2 ай бұрын
Reservation cancel korib lage ar India
@BipulBora-h7l
@BipulBora-h7l 2 ай бұрын
Zubben amar makok suda
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 26 МЛН
DID A VAMPIRE BECOME A DOG FOR A HUMAN? 😳😳😳
00:56
小蚂蚁会选到什么呢!#火影忍者 #佐助 #家庭
00:47
火影忍者一家
Рет қаралды 108 МЛН
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 26 МЛН