In view of present Constitutional Safe guard problems of indigenous Assamese People, Shri RC Borpattragohain, Former Advocate General ,Assam, has thoroughly and categorily delivered a clear cut and A - Z speech to the people' of Assam, hence we Thank and grateful to him. Further, Shri KN Choudhary has clearly indicated a number of significant points on the matter as well as Criticised Assam' s CM and Central Minister Shri S Sonowal to come forward with sincere interest for implementation of what is being discussed.
প্ৰৱীণ বড়ো কব লাগে বাবে কৈছে নেকি ৷ভাল কমত বিচাৰত শত্ৰু হলেও ভাল বুলি কব লাগিব৷বেয়া কামত মিত্ৰ হলেও বিচাৰত বেয়া বুলি কব লাগিব ৷প্ৰৱীণৰ দৰে মানুহৰ ৰাজনীতি কৰি লাভ নাই ৷তোমালোকে সেই আনন্দোলোনৰ সময়ত আমাক ঝাঢ়ু হিচাপে ব্যৱহাৰ কৰিছিলা এতিয়া নহব ৷তোৰ পকৰত জুই লাগিব ৷
@ogharivlog7281Ай бұрын
অসমৰ নাম জাতীয় বাদী কেনে কোৱা হব চিন্তা কৰি চাবচোন
@umeshkardong6116Ай бұрын
এই চুক্তিৰ সম্পূৰ্ণ কাৰ্য্য কৰি নোহোৱালৈকে বিশ্বাস নকৰো ।অসম চুক্তিৰ পাছত কংগ্ৰেছে বিশ বছৰ আৰু এ জি পি য়ে দহ বছৰ শাসন কৰিলে ।সিহঁতৰ শাসন কালত কিয় 6 নং দফাৰ কোনো কাৰ্য্যকৰি ব্যবস্থা গ্ৰহণ কৰা নাছিল?
@robinbora5950Ай бұрын
Falila
@hairprasaddeori2325Ай бұрын
😂😂😂😂😂 target bye election 😂😂😂😂😂
@prasantasaikia-n7bАй бұрын
Another false promise. Don't waste time.
@ShaharAliAhmed-xz8rbАй бұрын
4/বছৰ 6/মাহ পৰ্যন্ত অসম বিজিপি চৰকাৰ 6ন দফা চোৱা নাছিল আৰু এই দুই তিনি দিনৰ ভিতৰতে চৰকাৰে ছাই মিলি এনেদৰে এটা সিদ্ধান্ত প্ৰকাশ কৰিলে এই বোৰ কথাখিনি আমাৰ অসম বাসিন্দা সকলক বিছাৰ কৰি চাবলৈ অনুৰোধ জনালোঁ এয়া যে এক বাস্তৱ ৰাজনৈতিক লাভজনক মেৰ পেছ এই জন মামায় এই দপ্তৰ ৰ মন্ত্ৰী আছিল তেতিয়া মামায় কি কৰিছিল আৰু এটা কথা জানি থবলৈ অনুৰোধ জনাও যে এই জন মামাই লুই ভাৰজাৰ সাৰোধা আৰু আন আন বহুতোত নাম সাঙুৰি আছে সেই কথা খিনি অসমৰ মানুহে ৰাইজে এবাৰ চকু ফুৰাব লাগিব চাবলৈ অনুৰোধ কৰিলো