Conflict Between CM VS Ajmal | মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ বদৰুদ্দিন আজমলৰ | Assam News

  Рет қаралды 664,272

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

#cmhimantabiswasarma #himantabiswasarma #badruddinajmal #badruddin #bigbreaking #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia #livenews #live
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 229
@Fffygg56
@Fffygg56 Жыл бұрын
এই দুজনক এৰেষ্ট কৰি জেলত ভৰাই ৰাখিব লাগে।কাৰণ তেওঁলোকে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ বাবে উছটনী দিছে। বাকী বিলাক বস্তুৰ দাম বঢ়া নাই নে ?? আজমল আৰু হিমন্ত ইটো সিটোৰ পৰিপূৰক । তেওঁলোকে জনা দৰকাৰ যে,অসমীয়া এটা জাতি, অসমীয়া এটা সংস্কৃতি, অসমীয়া এটা ভাষা, অসমত নিগাজী কৈ বসবাস কৰা সকলো ভাৰতিয় লোকেই অসমীয়া হয়, যদি অ ভাৰতীয় লোক অসমত আছে, চৰকাৰে কৰিছে কি।আজমল এতিয়া দূৰত নহয়, তেঁওলোকৰ আঠোৱাৰ তলত,।
@mdtajuddin3934
@mdtajuddin3934 9 ай бұрын
Yes
@khirodhira3881
@khirodhira3881 Жыл бұрын
Rahu আৰু Ketu এই দুজনে অসম খন বৰ্বাদ কৰিব এদিন।
@anilbora2237
@anilbora2237 Жыл бұрын
ভূপেন হাজৰিকাদেৱে বাৰে বাৰে সকিয়াই থৈ গৈছে যে অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। অসমীয়াই সদায় কাম কৰাৰ পৰা বিৰত থাকে আৰু আন্দোলন কৰা, প্ৰতিবাদ কৰা, হৈ হৈ হা হা কৰা আদিত ব্যস্ত থাকে। লাচিতৰ কথা কয় কিন্ত লাচিতৰ দৰে কামহে কৰিব লাগে।
@jaihind8229
@jaihind8229 Жыл бұрын
Aibilak netai loti poti khale ai dotai mitir ali ase
@prabinrabha6855
@prabinrabha6855 Жыл бұрын
😊❤
@NaraynPatok-qj5ko
@NaraynPatok-qj5ko Жыл бұрын
💪💪💪💪💪👿🔥 joi ai axom
@rahulchakroborty3364
@rahulchakroborty3364 Жыл бұрын
Zee Zee r, c
@rahulchakroborty3364
@rahulchakroborty3364 Жыл бұрын
Eee . .. ......
@yuvraj7679
@yuvraj7679 Жыл бұрын
অৰুণোদয় আৰু ফ্ৰী চাউল বন্ধ কৰক।
@lnsarGamer861
@lnsarGamer861 Жыл бұрын
😂Blue❤❤¹ 22 2
@meerakhanom532
@meerakhanom532 Жыл бұрын
Thank you sir
@Abcdefghji000akdn
@Abcdefghji000akdn Жыл бұрын
Ajmol jii 🙏🙏🙏❤❤❤
@saytanathtamuli9975
@saytanathtamuli9975 Жыл бұрын
অসমীয়া উলাই আহক আমাৰ মামা অদাৰ
@mohdjakir5686
@mohdjakir5686 Жыл бұрын
Mama আৰু আজমলৰ নাটক। ৰাইজে সকলো বুজি পায়। মাত্ৰ দুই এজনে পিচে পিছে ঘূৰি ফুৰা লোক আছে
@satyamevajayate1274
@satyamevajayate1274 Жыл бұрын
সকলোৱে জানে এইখন ধুনীয়া নাটক বুলি। আৰু ৰাইজে সুন্দৰভাৱে উপভোগ কৰিছে। এই হিন্দু মুছলমানৰ ৰাজনীতি কামত নাহিব এইবাৰ।
@ranjondowarah9247
@ranjondowarah9247 Жыл бұрын
Good news H❤❤❤
@mridulchoudhury2504
@mridulchoudhury2504 Жыл бұрын
এইবোৰ জনপ্ৰতিনিধি সকোলৰ এক নতুন নতুন কৌশল কিবা এটা বিতৰ্কিত মন্তব্য কৰি জনসাধাৰণক ব্যস্ত ৰাখিছে গতিকে আপোনালোকে লাগি থাকক, তাতে আকৌ সন্মুখত লোকসভা নিৰ্বাচন অসমৰ সকলো বস্তুৱেই ক্ষন্তেকীয় যি সময়ত জোনমনি ৰাভাৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছিল এক ৰাতিৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দি জোনমনি ঘটনা তল পেলালে কি হ'ল চি বি আই,চি আই ডি ৰ হাতত তদন্ত অৰ্পণ কৰিয়ে দায়িত্ব সামৰিলে নেকি তাৰ আগতে আছিল বাল্য বিবাহ
@AbdulKadir-cv3qz
@AbdulKadir-cv3qz 3 ай бұрын
🈷🚋📃⚫5. 6
@nitulsaikia1822
@nitulsaikia1822 Жыл бұрын
Right
@ag5541
@ag5541 Жыл бұрын
অসমীয়া আৰু মীঞা প্ৰাথক্য আছে। শব্দ দুটা লক্ষ্য কৰক।
@javedrahman8147
@javedrahman8147 Жыл бұрын
But sound like same
@nuruddin3106
@nuruddin3106 Жыл бұрын
MIM❤🎉UDF❤🎉
@abduljalil716
@abduljalil716 Жыл бұрын
সাংবাদিকৰ অনিৰপেক্ষ আৰু মনেসঁজা সংবাদেই সামাজিক ভাতৃত্বৰ এনাজৰী ছিঙাৰ মূল কাৰণ।।
@videomixeditingofficial8367
@videomixeditingofficial8367 Жыл бұрын
Cm right kotai koise
@assamnewwaz2131
@assamnewwaz2131 Жыл бұрын
Thanks
@subarnakalita2357
@subarnakalita2357 Күн бұрын
Right CMSir
@dimpidevi5051
@dimpidevi5051 Жыл бұрын
অসমীয়া কংগ্ৰেছৰ কাৰনে অসমত আজি এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে।
@K.G-z-I6b
@K.G-z-I6b Жыл бұрын
💯% Right
@shahficulislam8097
@shahficulislam8097 11 ай бұрын
Bahirir News sowa alop Youtubuth ..Artical19 . News olline india.Desh niti .
@pradipkalita3161
@pradipkalita3161 Жыл бұрын
সচাঁ কথা কবলৈ গলে অসমীয়া বেপাৰীতকৈ মিঞাই চব্জী কম দামতে বিক্ৰী কৰে
@ashasecurity4460
@ashasecurity4460 Жыл бұрын
There are Assamese, There are Indian
@protimadutta2890
@protimadutta2890 Жыл бұрын
200% সচা মিঞাই চবজি ক'ম দামত দিয়ে । লোতিপুতি খোৱা মাৰোৱাৰী বা অন্য বহি ৰাজ্যৰ বেপাৰীবোৰৰ ওপৰত ও চকু দিয়কচোন ।
@luhitchangmai5891
@luhitchangmai5891 Жыл бұрын
আমি অসমীয়া 'আমি অসমিঞা নহয়
@ind.comparison
@ind.comparison Жыл бұрын
To school goi sila kela😂😂😂😂
@jitubarman6162
@jitubarman6162 Жыл бұрын
এজন নিলাজে আনজন নিলাজৰ মুৰত চাবি পকাই দিয়ে আৰু পাগলৰ যি মন যায় সেয়ে বকিবলৈ ধৰে ৷
@jaihind8229
@jaihind8229 Жыл бұрын
Very good🌹🌹👍👍 comment
@jaihind8229
@jaihind8229 Жыл бұрын
বানপানী আৰু মূল্যবৃদ্ধিৰ আৰু নানা সমস্যাই ভৰি আছে এই কথা বিলাক তলত পেলাবৰ বাবে এই দুজন নেতাই কথা পাতি এইটো নাটক কৰি আছে। ৰাইজে চিন্তা কৰক এতিয়া।
@mofizulhoque1237
@mofizulhoque1237 Жыл бұрын
😂😂😂😂😂🎉😂😂😂😂 2:20
@mofizulhoque1237
@mofizulhoque1237 Жыл бұрын
La seva 😮😮😮😮😅😅ooijhhb
@prasantadas5698
@prasantadas5698 19 сағат бұрын
আমি কাম নকৰো মানে চাই ললে হল আজমলে😮
@bimaldoley3168
@bimaldoley3168 9 ай бұрын
অসম মিঞা নহয় অসমীয়াহে ,কাৰোবা মিঞাৰ আধিনত কোনো অসমবাসীয়ে জীয়াই থকা নাই। সেই কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ ইয়াৰে বিনম্ৰ অনুৰোধ জনালোঁ। কাৰণ মিঞা অসমৰ হৱ নোৱাৰে। তেতিয়ালৈকে মিঞা বিহাৰী, বঙালী, আৰু অসমৰ বিৰোধী জাতী থাকে তেতিয়ালৈকে অসম উন্নতি নহয়। সেয়ে অসমৰ জাতি জনজাতিৰ বিৰোধিতা কৰা সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা যাওঁক।
@Mutassin
@Mutassin 5 күн бұрын
Shah rukh Khan Assam nice mann
@lnl6069
@lnl6069 Жыл бұрын
Amak Dorkare nai. Eman kam kora manuhr...teulokr karane Amar Guwatit thoka thai nakiya korise...matir tolor pani naikiyo korise, bostur dam bahrise...Oxygen komise, Gos naikiya hoise... Aru Amar Okhomiya manuhr nijor nijir gaon ase, Nijor kam nije kore... Tenekoi Guwatito nijor kam nije korib...?Tetiya Traffic jam komib hob...thaki val lagib. Asolote Okhomiya manuhr kam korar karane nohoi...Okhomiya manuhr kam kora nam loi, Politis kori kori ahise, tenekoi Teulokr manuhr unnoti korise. Thoka ghar bandhise, bulding bandhise, Teulokr khubidhar babe dukan dise, Bazar bohuaise, gari Driver hoise...adi
@iftajurahmed6485
@iftajurahmed6485 Жыл бұрын
মুচলমান ক মিয়া নহয় অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক ।
@bantidas2403
@bantidas2403 Жыл бұрын
কিয়,নোৱাৰিব,তেজৰ, শক্তি,সকলোৰেআছে,অসমিয়াৰো,আছে, ধন্যবাদ
@chwnoi7388
@chwnoi7388 Жыл бұрын
Miyai kheti nkori ki bal korib ...koriboi j lagib heikarine pare
@harmajali2551
@harmajali2551 Жыл бұрын
বদৰুদ্দিন এটা মুছমানৰ কলংক আৰু নটী হয় ইয়াৰ বাবে মোক জেলত দিয়ক পাৰে যদি মই কৈছো আজি বদৰুদ্দিন এজন মিঞা বাঙালী হয় আৰু মই অসমীয় মুছলিম হও গতিকে ইয়াৰ পৰা বদৰুদ্দিন মিঞাক অসমৰ পৰা ময়ে খেদিম ? আৰু এদৰেচ লাগে যদি কবা বদৰুদ্দিন আজমল ?
@Yousuf578
@Yousuf578 Жыл бұрын
Bhainchot, madarchot,kela bodaruddin ajamal to miai hoy mia mane je mohashay tohotar mohoshay hoy dangar mohoshay hahahaha
@debenborsaikia4624
@debenborsaikia4624 Жыл бұрын
অসমীয়া / অসমিঞা দুইটা শব্দ দেখাত বেলেগ বেলেগ ৷
@rajibvolvobusdriver6616
@rajibvolvobusdriver6616 11 ай бұрын
ajmol right ase
@motlebhussainmondal880
@motlebhussainmondal880 Жыл бұрын
Very hard to estimate internal moto of Bodorudin
@ProfullaSaikiaOfficial
@ProfullaSaikiaOfficial 2 ай бұрын
আমিওঁ খাতি অসমীয়া//ছাৰে ঠিকেই কৈছে,আমি কাৰো আশাত থকা নাই,ছাৰে অসমীয়াৰ ক্ষেত্ৰত সক্তি প্ৰদৰ্শন কৰক ,নহলে অনাগত দিনত অসমীয়াৰ সক্তিহীন হোৱাতো নিশ্চিত।
@preetamsingha1467
@preetamsingha1467 Жыл бұрын
Right decision
@MostufaAhamed-kq1se
@MostufaAhamed-kq1se 10 ай бұрын
Ji
@sahabuddinahmad8726
@sahabuddinahmad8726 8 ай бұрын
Best, of Saikiya sahab.
@nirajgiri7694
@nirajgiri7694 Жыл бұрын
Assam govt is greet ❤❤❤
@binodpegu9508
@binodpegu9508 Жыл бұрын
অসমীয়াৰ সজ্ঞা সতিক উওৰ আজমলৰ। বহোত বছৰ মুৰত ।
@kishanbora2248
@kishanbora2248 Жыл бұрын
এই 2তাৰ কাম নাই, ফালটো কথাত মাথা গৰম kori aasa
@MahmudulIslam-ve4iw
@MahmudulIslam-ve4iw Жыл бұрын
Live in hailakandi district, from Karnataka India
@jaanmoinavlogs
@jaanmoinavlogs Жыл бұрын
Akhomiya ulai ahok
@ghanakantagoyary7883
@ghanakantagoyary7883 6 сағат бұрын
😮
@rebothazarika9501
@rebothazarika9501 Жыл бұрын
মামাই বহুত ভাল কথা কৈছে। ❤
@robinrobin7057
@robinrobin7057 Жыл бұрын
Mama tumar koti Mari dibo
@user-yi2dy6wj6i
@user-yi2dy6wj6i 11 ай бұрын
আমি অসমীয়া আমি কাম কৰিব পাৰু ধান কতা ঘৰ বনাব আমাৰ পৰা। শিকিছে। খেতি কৰা ছিমেত বালিৰ মুলৎ আমাৰ। পৰা শিকিছে মোখ‌ খোলিলে মিঞাই কি জানে খালি চুৰ। চুৰিমাৰে ৰেপ মৰম কাক কৈ অশৎ আমাৰ পৰা ইংৰাজী হিন্দী অসমীয়া জনাহৈছে😊।
@hamedali3043
@hamedali3043 Жыл бұрын
Jaihind ৰ সপক্ষত ময়ো comment দিছোঁ।
@bulbulhoque9542
@bulbulhoque9542 Жыл бұрын
All sir
@user-wy6uw5mo5h
@user-wy6uw5mo5h 2 күн бұрын
Shiladitya siror bemar hoiche tekhetok TEZPUR hospital loi joya uchit nohole bemar val nohob,,,,,,,
@preambasumatary7597
@preambasumatary7597 Жыл бұрын
Akho+mia😅😅
@MahmudulIslam-ve4iw
@MahmudulIslam-ve4iw Жыл бұрын
Very hard to estimate internalmotoof badruddin
@mdtajuddin3934
@mdtajuddin3934 9 ай бұрын
No
@smilead6015
@smilead6015 Жыл бұрын
Mama sir apuni districkt akhnkoi miting patak assamiar. Ami xklo assamia aklog hoi mia xaklk khedib lgib..
@lachitphukan7495
@lachitphukan7495 Жыл бұрын
This is a political game
@saitendrabrahma9967
@saitendrabrahma9967 Жыл бұрын
CM Himanta hok koyato moi support korohung.
@basirkhan9625
@basirkhan9625 Жыл бұрын
🎉
@anowarhussain6650
@anowarhussain6650 Жыл бұрын
News nai aru
@user-qb8pf5kq2u
@user-qb8pf5kq2u 2 күн бұрын
Tumi azmoleo buli kio koisa azmoleo why? Azmolor dore manuheo why? As a cm!
@IsnaraYesminIsnara
@IsnaraYesminIsnara 4 ай бұрын
Ajmol jindabad👍
@HdhhsHw-hr8yi
@HdhhsHw-hr8yi Күн бұрын
Silasddh cocor suna murto
@wahidurrahman1647
@wahidurrahman1647 Жыл бұрын
Eybor Ajmal aru himantar natok
@user-bh7gt1lc1y
@user-bh7gt1lc1y 8 ай бұрын
3:39
@d_k814
@d_k814 Жыл бұрын
mama thike koise
@ind.comparison
@ind.comparison Жыл бұрын
Assami ketiao nowa nre Assamia hol alehuwa manu
@user-dm6ly9ps8g
@user-dm6ly9ps8g 9 ай бұрын
Enekua rajnoitik hole kenekoi ami dehot solim Ajmal dangoria to thikei koi se muikkh montri mani lolei hol
@bmstatus2632
@bmstatus2632 Жыл бұрын
😢😢😢😢😢😢😢😂😂😂😂😂
@hodaboys9913
@hodaboys9913 4 ай бұрын
সাধাৰণ মানুহৰ মাজত নাটক কৰিছে নেকি
@azaad5550
@azaad5550 Жыл бұрын
Good mama
@shahficulislam8097
@shahficulislam8097 11 ай бұрын
Axomot Jati Ganona hobo lagey kontu jatir kiman parcentes lok asey ami janibo lagey... Biharot Jati Ganona Allredy hoi gol Axomot jati ganona kio nakorey..Ear karon ki...Allredy Hokolo Stateoth jati ganonar kotha koi asey..OBC SC ST Bahmin aru Muslim kiman Parsentes asey ami janibo lagey..
@monsafali6090
@monsafali6090 Жыл бұрын
Sattyranjan ia adog hoges nature animal
@jurihandiquegogoi9173
@jurihandiquegogoi9173 Жыл бұрын
শ্বʼবাজী দেই
@AmelaKhatun-mw7ec
@AmelaKhatun-mw7ec 4 ай бұрын
তোমালোকে ও খেতি কৰা, মাছ পালন, শিক্ষা,এইবোৰ বাজে কথাকৈ লাভ নাই, অসমক আগুৱাইলৈ যাওক, মিলা প্ৰিতিৰে মাজেৰে থাকক ,সুন্দৰ অসম গঢ়ি তুলক।
@ritupornoray5035
@ritupornoray5035 Жыл бұрын
Kela😂
@sahadevbasumatary219
@sahadevbasumatary219 Жыл бұрын
Devide Assam 50 50 we want bodoland .
@fazlehaque8622
@fazlehaque8622 Жыл бұрын
Kuv valo Kota boder uddin
@Bindaz-l8j
@Bindaz-l8j 5 күн бұрын
Karyt.ajmol.chasa
@fjsigdiggit1234
@fjsigdiggit1234 Жыл бұрын
Axom't Miya anibo nidiu, Ami AIUDF Axom'r pora ulai dim
@smilead6015
@smilead6015 Жыл бұрын
Himanta sir ami xadai apunar lgt aso..aru badaruddin ajmolk jelat xomai diwk..
@SaddamHussain-qs4if
@SaddamHussain-qs4if 17 күн бұрын
😳😳👈
@sumibora200
@sumibora200 Жыл бұрын
Hbs jindabad
@shahficulislam8097
@shahficulislam8097 11 ай бұрын
KZbin news sabo judi.. Natinal Dastak. Artical19 . News one lain India. Desh niti. News Kilik. Aibor sabo Dekhor asol khobor pai jabo Dekhot ki soli asey..aibor holl Youtub Hindi News
@SurenBoro-mv7tq
@SurenBoro-mv7tq Жыл бұрын
Eman dhuniya koi bujai dise . Axomiya bhaxa Buji nupuwa bure aji hahakar logai ase .eyat Rajniti xumai ase .
@saahd6543
@saahd6543 Жыл бұрын
CM of Assam is doing very dirty politics
@nali521
@nali521 Жыл бұрын
Mama apuni Id buli o miting patiboloi ara nai, apunar ussb hole mitting korene)/time buji mitting kore.
@ijkislam3590
@ijkislam3590 Жыл бұрын
Aiudf
@nitulsaikia1822
@nitulsaikia1822 Жыл бұрын
Maama righat
@abdulhamidtalukdar9819
@abdulhamidtalukdar9819 Жыл бұрын
Shiladitya is a infirior Culprits in Assam He must be punished.I condemned his bokpass.😂😂😂😂😂😂😂
@dwijendas2512
@dwijendas2512 Жыл бұрын
Right CM sir
@ArizonaKhatun
@ArizonaKhatun 4 ай бұрын
Adab. Sa
@chwnoi7388
@chwnoi7388 Жыл бұрын
Hiladirya Deb apuni thik koise
@user-ri1ly6ft6u
@user-ri1ly6ft6u Жыл бұрын
Axomiya ulai ahok axomiyak shadhin diok jiman axomiya sai ase ulai ahok
@PrijusTalukdar
@PrijusTalukdar 24 күн бұрын
Badruddin Miya Bengali Miya Bangladeshi jawabi Bangla
@EmranSahin-r1l
@EmranSahin-r1l Күн бұрын
ঘঙচ😅😅😅😅
@giridharhira5676
@giridharhira5676 6 күн бұрын
udf 😂000😂
@UmeshKachari
@UmeshKachari Жыл бұрын
Bjp
@user-vz2zk8qu5k
@user-vz2zk8qu5k Жыл бұрын
Amak Mia nalage
@bhabenkonwar7552
@bhabenkonwar7552 Жыл бұрын
Namoni. Deka k chakori di. Ujoni dekak yudh cori. Maribo lagea. !!!!!!!!!!!!¡!¡
@mihirart-om4ez
@mihirart-om4ez Жыл бұрын
Natok.eia
@PrijusTalukdar
@PrijusTalukdar 24 күн бұрын
Akhomiya nohar Bhadra din Mia Khalifa
@dipamonigogoi2880
@dipamonigogoi2880 Жыл бұрын
মুখ্য মন্ত্ৰী জিন্দাবাদ।
@meerakhanom532
@meerakhanom532 Жыл бұрын
Assam.Cm.go.to.jal
1ОШБ Да Вінчі навчання
00:14
AIRSOFT BALAN
Рет қаралды 5 МЛН
КТО ЛЮБИТ ГРИБЫ?? #shorts
00:24
Паша Осадчий
Рет қаралды 4,3 МЛН
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 47 МЛН
PEDRO PEDRO INSIDEOUT
00:10
MOOMOO STUDIO [무무 스튜디오]
Рет қаралды 25 МЛН
দোকানে বাকি আর বাকি
9:31
Modhu Bhai
Рет қаралды 1,9 МЛН
1ОШБ Да Вінчі навчання
00:14
AIRSOFT BALAN
Рет қаралды 5 МЛН