Assam CM News: কংগ্ৰেছক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ!

  Рет қаралды 52,256

ND24

ND24

Күн бұрын

পগলা কুকুৰক জোকাই নল’ব! হিন্দুৰ মাটি মুছলমানে আৰু মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিব নোৱাৰিব৷ ৰাজ্যিক কাৰ্যনিৰ্বাহকত আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ কংগ্ৰেছক সকীয়নি দি লাভ জেহাদীৰ লগতে আন বহু গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ৷
#assam #nd24news #nd24assamese #nd24live #livenews #assamesenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 294
@gyanmantraassamese6904
@gyanmantraassamese6904 2 ай бұрын
ইমান অহংকাৰ কৰাটো উচিত নে??? যদি জানেই যে চৰকাৰ বিজেপি ৰ হ'ব তেন্তে নিৰ্বাচন কিয় লাগে??? এবাৰ মন্ত্ৰী পিযুজ হাজৰিকাৰ ভাষণ শুনাৰ অনুৰোধ থাকিল
@HanifAli-r5b
@HanifAli-r5b 2 ай бұрын
Amarmokkamntiatapcalacorcuamibbanasoluamrakmrmukkamomniejatabaclcucoraepcalacorekmuyarelecotaahrjncnpcalaehsabuajbaclrctacuakminohune 5:22
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 ай бұрын
মুখত ৰাম ৰাম,কামত লুতি খাম
@sanjoydas218
@sanjoydas218 2 ай бұрын
দম আছে যদি যোৰহাটলৈ আহ তই জিকিবি আহ😂😂😂
@SavagemodeON973
@SavagemodeON973 2 ай бұрын
কংগ্ৰেছত থাকোতে মিয়া প্ৰেমী ,এতিয়া বঙালী প্ৰেমী 😂 কেতিয়া জাতি প্ৰেমী হবি 😂দালাল চালা , মাইকীক বেপাৰী বনাই যতে ততে বিঘাই বিঘাই মাটি লৈচ ,
@pranjitbsruah5032
@pranjitbsruah5032 2 ай бұрын
Mojja koise
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
মিঞা মুছলমানৰ ভৰিত পৰা হতৰ কথা ইয়াত কৈ আৰু কি ভাল হব পাৰে। তহতৰ ভবিষ্যৎ ৰ বংশীধৰ সকলে মিঞাৰ ঘৰত চাকৰ নাকৰ হোৱাতো আমি বিচৰা নাই।
@pororforfolopjofor
@pororforfolopjofor 2 ай бұрын
Moja disa 😂
@khargeswarbaruah8139
@khargeswarbaruah8139 2 ай бұрын
ভয় খাইছে সেয়ে আবোল তাবোল বকিছে।
@ramenbaishya7029
@ramenbaishya7029 2 ай бұрын
এই সিদ্ধান্ত খিনি খুব সুন্দৰ
@jadabkalita5697
@jadabkalita5697 2 ай бұрын
এইখিনি কথা যোৰহাটত কবি।হাৰিবি চাই থাক।
@HanifAli-r5b
@HanifAli-r5b 2 ай бұрын
Himntuamakemamokrinabibamarhimntibisbihasmahusiryaponijimadadaq
@HanifAli-r5b
@HanifAli-r5b 2 ай бұрын
Skinadake❤ 5:09
@HanifAli-r5b
@HanifAli-r5b 2 ай бұрын
5:20
@kumudbaruah2001
@kumudbaruah2001 2 ай бұрын
কংগ্রেসক প্রত্যাহবান জনোৱাৰ বাবে মূখ্য মন্ত্রী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো।
@Sahil_EFX
@Sahil_EFX 2 ай бұрын
Moi studentr falor pora kou... Lora bure ai bjp sorkarr pora ako powa nai xokolo suwali a pai ase ...lorar 75% aru suwali 60% scooty Kun khon dekhor aain aikhon ...... So , 2026 Boycott bjp ......punor congress sorkarr Joii aaii axom 🔥
@dipankarhazarika5213
@dipankarhazarika5213 2 ай бұрын
ছাকি নুমাবৰ সময়ত বেছিকৈ জ্বলে।
@abzalurrahman6767
@abzalurrahman6767 2 ай бұрын
আপুনি অসমর বাবে বহুত ভাল কাম করিছে। বস্তুর দাম ইমান যে বৃদ্ধি করিছে আপুনি এইবিলাকর বিরুদ্ধে মাত মাতক। জুনে ভাল কাম করি আছে আল্লাহ বা ভগবান তার লগত আছে বা থাকিব
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw 2 ай бұрын
😂😂😂 সপোন হৈ ৰব।। আমি কংগ্রেছী।।
@HanifAli-r5b
@HanifAli-r5b 2 ай бұрын
Hamantubisdisamrmadabeyheiceiehcarneemanbukiase❤ 6:08
@babulkakati9395
@babulkakati9395 2 ай бұрын
লাহে লাহে ইও পাগল হব ধৰিছে।
@fiiihii234
@fiiihii234 2 ай бұрын
একেবাৰে ফটুৱা কথা কয় মানুহ জনে
@madhuphukan1718
@madhuphukan1718 2 ай бұрын
শেষ কৰিলে আৰু
@haircareofficial12
@haircareofficial12 2 ай бұрын
মামা বাংলাদেশ নতুনকে স্বাধীনতা লাভ কৰিলে কথাটো মনত ৰাখিব।😅😅😅
@khagenkakati6380
@khagenkakati6380 2 ай бұрын
চুৰ কৰিব লাগিব Evm
@abzalurrahman6767
@abzalurrahman6767 2 ай бұрын
আপুনি আগতিয়াকই কব noware যে 2026 t আপুনি জিকিব বুলি
@anupkrdas6798
@anupkrdas6798 2 ай бұрын
যোৰহাটৰ জনক গুৱাটীত খেলিব দিয়কচোন । কেইটা ভোট পাই ‌ দেখা যাওক ।
@jamunaray4032
@jamunaray4032 2 ай бұрын
Jor manuh tate khelibo Ghy t kio khelibo
@sofikrohman9268
@sofikrohman9268 2 ай бұрын
বস্তু ৰ দাম কেতিয়া কম কৰিব
@dhrubajyotimajuli
@dhrubajyotimajuli 2 ай бұрын
সৰ্বানন্দ সোণোৱালৰ চাৰ, যদি অহা নিৰ্বাচনত মুখ্যমন্ত্ৰী হয় next time BJP চৰকাৰ হব 😊
@nehakaman1518
@nehakaman1518 2 ай бұрын
100/অতাংক নিচিস্ত্ত মামা জয় BJP
@debokantaboro1465
@debokantaboro1465 2 ай бұрын
আপোনাৰ অহংকাৰী মনোভাৱে BJP ৰ পতনৰ কাৰণ হৱ ভবিষ্যতে
@Kgjjnllv
@Kgjjnllv 2 ай бұрын
বিশেষ একো নকওঁ ভাৰতৰ লগতে অসমখন বচা বাংলাদেশী সকলৰ পৰা। বাকী দালাল কৰি থকা যি কৰা কৰি থকা মোৰ কবলগীয়া নাই মুঠতে বাংলাদেশী সকলক বি জে পি চৰকাৰ খনে খেদাই পঠিয়াবলৈ বেবস্থা কৰা. 🙏😡
@bhairabbora677
@bhairabbora677 2 ай бұрын
মামা আপুনি মোক এটা নিবনুবাই চাকৰি পাইছে জদি দেখাই দিওক চাকৰি কোনে পাইছে জাৰ নেকি ঘৰত চবৰে আছে সি হে পাইছে এনেকৈ অসমৰ বৰবাদীহে আৰম্ভ হৈছে উন্নয়ন নহয়
@dhritirajkashyap1827
@dhritirajkashyap1827 2 ай бұрын
Ty napali buli abul tabul boki lav nai.....moi nije paisu 26 hajar t
@C.Barman7
@C.Barman7 2 ай бұрын
কংগ্ৰেছৰ হাতত বিজেপিয়ে বৃহৎ পৰাজয় হ'ব । ২০২৬ ত কংগ্ৰেছৰ চৰকাৰ হব ।
@woozie-rg7tf
@woozie-rg7tf 2 ай бұрын
Right. .
@hDas-qc1mj
@hDas-qc1mj 2 ай бұрын
Tor bape cm hobo
@apurbabhuyan7365
@apurbabhuyan7365 2 ай бұрын
টোৰ বাপেৰ জিকিব বাংলা দেশী​@@woozie-rg7tf
@satyajitroy4102
@satyajitroy4102 2 ай бұрын
Congress hatao Assam bachao
@dhritirajkashyap1827
@dhritirajkashyap1827 2 ай бұрын
Banglaadesh t hbo miya i sorkar patibo Congress r...😂😂😂 axom t!nhoi😂😂
@joshnaray3117
@joshnaray3117 2 ай бұрын
লাখপতি বাইদেউ সোতৰ হীদয়োৰ মাজত আছে মামায়,,,,,,,, বাছি চিঞৰিলে পকৰ ফাতি জাব মামা অলপ লাহে লাহে কোক
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
মানুহে দম্ভ অহংকাৰ বেয়া পাই। যোৱা 20 বছৰ,,,,, আমনি লাগিছে আৰু। মাটি মাৰোৱাৰীএ কিনিব। হিন্দুৱে সবজি কিনিব।
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn 2 ай бұрын
100 শতাংশ। সচাঁ কথা,2026অত আকৌ বিজেপি ঢৰকাৰ।এইবাৰ যোৰহাটত আপুনী খেলক,গৌৰৱ ৰ ফুটনি ঢাম
@jayantakonch6465
@jayantakonch6465 2 ай бұрын
যোৰহাট কি হ'ল
@jintuassam2535
@jintuassam2535 2 ай бұрын
মুখত ৰাম ৰাম অসম লুটি খাই 26 ত উত্তৰ দিম
@RidipGogoi-us4mc
@RidipGogoi-us4mc 2 ай бұрын
26ত জেলৰ ভাত খাবলৈ হাজু হবৰ হল
@DipamanibharLiMedhi-tv4zj
@DipamanibharLiMedhi-tv4zj 2 ай бұрын
২০২৬ ত বিজেপিক ব্রহ্মপুত্রত দলিয়াব অসমীয়া জাতিয়ে | লুৰিণ অখিল জাতিৰ অহংকাৰ |
@dipakkalita4580
@dipakkalita4580 2 ай бұрын
অসম শেষ
@jrbanamali
@jrbanamali 2 ай бұрын
Congress t apuni he asile mama 😅 apuni nijei nijoke gali Pari ase sun hojom huwa Ni kothakr
@SanjoyRoy-qb8cq
@SanjoyRoy-qb8cq 2 ай бұрын
Wow❤❤❤
@samudradeka1830
@samudradeka1830 2 ай бұрын
এজন যে কংগ্ৰেছ কথা কৈছে তুষ্টি কাৰণ কি বা কিবি ২৫বছৰৰ কত আছিল । মানি লব পাৰি যদি পুৰণা বিজেপি মানুহ কৈ । কেলা কংগ্ৰেছ থাকি TV চেনেল স্কুল আৰু কত কিমান কৰিলে এতিয়া এইবোৰ কব আহিছে ।অন্ধ বোৰক কিয় মুৰ টো খাই
@jintuassam2535
@jintuassam2535 2 ай бұрын
অসম শেষ কৰি দিলে আৰু অসমৰ মাটি লুটি দিলে
@jintudasofficial4364
@jintudasofficial4364 2 ай бұрын
ফটা ঢোল ।😂😂😂
@deepchetry6300
@deepchetry6300 2 ай бұрын
Congress zindabad mama
@gh12138.
@gh12138. 2 ай бұрын
👍
@dhritirajkashyap1827
@dhritirajkashyap1827 2 ай бұрын
Miya😂😂
@ratulray12
@ratulray12 2 ай бұрын
Comment পঢ়িব আহিলু দে কাৰ কিমান ফাটিছে 😅 মই পিছে কোনো দলৰ নহও দে 😂
@mainamaina2808
@mainamaina2808 2 ай бұрын
শচীন 49 বাৰ 0000 zero ত out হৈছিল,,, তুমি কোন হয়
@babulkakati9395
@babulkakati9395 2 ай бұрын
দাত নোহোৱা সাপৰ ফোচফোচনীয়ে সাৰ। কংগ্ৰেছত থাকোতে মোদীক কৈছিল। আপোনাৰ দাঁতৰ বল নাই।
@abhilekhR1
@abhilekhR1 2 ай бұрын
Moi hodai assu HBS mama logot Mora leke
@puremathematics3013
@puremathematics3013 2 ай бұрын
ধম আছে যদি যোৰহাট আহ! চাই লম। socrates said, Weak minds discuss people.
@MunindraMunindra-e4s
@MunindraMunindra-e4s 2 ай бұрын
himanta sir jindabad❤❤❤
@debajanibaruah3105
@debajanibaruah3105 2 ай бұрын
ঘৰ ভঙাৰ কাৰনেই হাৰিব ।বিদেশি অনাৰ কাৰনে হাৰিব । আছনিৰ কাৰনেই হাৰিব ।মানুহ দুৰ্বল কৰি পেলালে ।তোমাক হৰুৱাব খোজা নাই ।বিজেপিক হৰুৱাব ।কিয়নো এটা সময়ত বিজেপি থাকিলে বিপদ বহুত হব ।যত ম্যাদি মাটিও কাঢ়ি লব ধৰিচে ।শিলশাকোৰ অভিশাপ লাগিবই লাগিব যদিহে বিনিময় নিদিয়ে।অন্য চৰকাৰে এনে অন্যায় কৰা নাই ।
@kishoridas6447
@kishoridas6447 2 ай бұрын
Congress ৰ কথা নকলে তেওৰ কবলগী‌য়া একো নাই।
@woozie-rg7tf
@woozie-rg7tf 2 ай бұрын
Aamak gaurav gogoi lage next in 2026
@HappyLife-v1z
@HappyLife-v1z 2 ай бұрын
২০২৬ চনত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ ডাঙৰীয়া ✅🇮🇳 জয় আই অসম ❤️
@rlrajibhussain4244
@rlrajibhussain4244 2 ай бұрын
Yes no bjp fuck
@हारनेहिमानो
@हारनेहिमानो 2 ай бұрын
লেকাম নাইকিয়া মুখ আজি তাৰিখত হিমন্ত বিশ্ব শমা কথা কোনেও বিশ্বাস নকৰে
@LakhikantaHazarika-p5k
@LakhikantaHazarika-p5k 2 ай бұрын
Dhunia mama ami apunar lagat asu apuni aag barhi jauk, apuni khadai cm hoi thakak.
@miksiabung6978
@miksiabung6978 2 ай бұрын
Boy lagise .
@rboruah3358
@rboruah3358 2 ай бұрын
সেই সময়ত সেই ইতিহাস আপুনিয়ে গঢ়া
@patgiri2498
@patgiri2498 2 ай бұрын
Aji axhom r abosta himan beya huar pisotu Hindu manubure realise kora nai, tetiya hole aji jani toh axhomiya hkol,aku Ami adin Mughal r tolot,jot sati pratha r dore aru kiman pratha sisti hbo jani loh axomiya hkol
@patgiri2498
@patgiri2498 2 ай бұрын
Jot 1951 r census data honuhori axhom t muslim population 0.5% aruatiya 39 or 43 % 😢😢,moi BJP k support nkoru,but moi axhom r khilonjiyak loi bhout sintito
@SanjoyRoy-qb8cq
@SanjoyRoy-qb8cq 2 ай бұрын
Sundar sir
@Destiny1999
@Destiny1999 2 ай бұрын
ই পগলাই হল
@satyajitnicesonggogoi8514
@satyajitnicesonggogoi8514 2 ай бұрын
মুঠতে ২০২৬ শেষ।
@a2ztechandfun241
@a2ztechandfun241 2 ай бұрын
4:16 বিদেশী বা বেলেগ ৰাজ্যৰ কোনোবাই অসমত জন্ম পায় তেতিয়া দেখোন অসম চৰকাৰৰ চাকৰি পাব । Domicileৰ সলনি ILPৰ ব্যৱস্থা কৰক আৰু অসম চুক্তিৰ কথা সময় পালে কেতিয়াবা কেতিয়াবা ভাবিব মামা ।
@RajuChoudhary-v8q
@RajuChoudhary-v8q 2 ай бұрын
Good
@White-vt9yy
@White-vt9yy 2 ай бұрын
Baru Sam tur kotha kimn hosa ☝
@afzalmohsin8041
@afzalmohsin8041 2 ай бұрын
অহংকাৰ পতন হব..
@bijitboro5117
@bijitboro5117 2 ай бұрын
Mama you are all right 👍👍👍 because Jorhat is zero zero zero but why?
@NKMedia-d6k
@NKMedia-d6k 2 ай бұрын
নিজে নিজকে অবশেষত পগলা কুকুৰ বুলি মানি ললে যে ধন্যবাদ
@mkumar9658
@mkumar9658 2 ай бұрын
কুকুৰ কোন পিচে?
@Manash.player.official
@Manash.player.official 2 ай бұрын
মুখ্য মন্ত্ৰী অসমতৰ শক্তি চিএম আৰু দেশৰ শক্তি নেতা সদায় থাকিব হিমত্ত দৰে বৰ্তমান অসমত কোনো ভাল মুখ্য মন্ত্ৰী হ'ব পৰা নাই
@arunsaloi209
@arunsaloi209 2 ай бұрын
দেখা যাওক তই তাতে আছালি এদিন ।তোৰ অৱস্থা ভাল নহয়।
@AnowerHossain-vx6hc
@AnowerHossain-vx6hc 2 ай бұрын
গো সুৰক্ষা,জৰা ফুকা বিৰুধী আইনৰ দৰে অৱস্থা হ'ব।
@bishnubaruah1270
@bishnubaruah1270 2 ай бұрын
ভয় খাইছে
@Fof2moi
@Fof2moi 2 ай бұрын
আপোনালোকে ভাল কাম কৰক তেতিয়া কোনে ৰখাব আপোনাক 🎉
@nipendranarayanmedhi876
@nipendranarayanmedhi876 2 ай бұрын
Baal kotha ২৬ ত নাহে
@dhrubajyotimajuli
@dhrubajyotimajuli 2 ай бұрын
কথাৰ গাম্ভিজতা তো এওঁ কম আছে।
@Abhinavakash123
@Abhinavakash123 2 ай бұрын
Mama main ❤❤❤
@sondas3630
@sondas3630 2 ай бұрын
ত্ৰিপাঠী ৰাওঁ হতৰ দৰে আমোলাৰ ভৱিষ্যত অন্দ্বকাৰ নেকি দাদা।
@abhilekhR1
@abhilekhR1 2 ай бұрын
Very nice very good 👍
@azharuddinahmed8571
@azharuddinahmed8571 2 ай бұрын
আৰু আপোনাৰ ইতিহাস কি জানেনে ??😂😂
@joshuamusharof7397
@joshuamusharof7397 2 ай бұрын
CM sir aponalokok eman property kio lage???????
@A2Zby-cd5qc
@A2Zby-cd5qc 2 ай бұрын
অসমর রাইজে গম পায় মামা😮😅😅
@Itzkukur-y1i
@Itzkukur-y1i 2 ай бұрын
It's right mama
@Amar-l9g
@Amar-l9g 2 ай бұрын
ধর্ম নিরপেক্ষ সকলে 2050 র কারণে রেডি থাকিব.....
@RashmiSaikia-l8w
@RashmiSaikia-l8w 2 ай бұрын
Aami kintu aapunak vot nidu dai
@A2Zby-cd5qc
@A2Zby-cd5qc 2 ай бұрын
কাম নহব 😢😢😢😢মামা
@mahajurali1362
@mahajurali1362 2 ай бұрын
Oxomor gari Meghalaya gole bohut digdar di a sir amar bohut oxobida hoi ase apuni kiba ata korok😢
@bijitboro5117
@bijitboro5117 2 ай бұрын
I don't understand 😭 about Jorhat Mama
@inglishvlogs1015
@inglishvlogs1015 2 ай бұрын
পগলা হৈছে
@prasantakrmech3612
@prasantakrmech3612 2 ай бұрын
OPS Diok montrir Ops bondho korok
@nurjamalbora5297
@nurjamalbora5297 2 ай бұрын
Mama nice disition, mama jindabad ❤❤❤
@bichitrahazarika2461
@bichitrahazarika2461 2 ай бұрын
ৰাইজৰ মনৰ কথা নিজেই কৈ দিলে... পগলা কুকুৰ😂
@pranjalsaikia7163
@pranjalsaikia7163 2 ай бұрын
Assamese listening, speaking and writing 100% parile Axomot sorkari Sakori dibo lage....tetiya sobe Axomiya porhib 🙏🏾🙏🏾🙏🏾
@mukcidurrahman135
@mukcidurrahman135 2 ай бұрын
Mane CM Pagol hoi
@bikashbhuyan9127
@bikashbhuyan9127 2 ай бұрын
Label Mama
@onlineanythingcreative1010
@onlineanythingcreative1010 2 ай бұрын
🚩🚩🚩
@rakusaikia3494
@rakusaikia3494 2 ай бұрын
Moi dekhai dim aahok Dibrugarhr ot mur sokut 2 jon onna Axomia sakori paise kintu bohut purona. Kintu.................
@Bhumiputramoi
@Bhumiputramoi 2 ай бұрын
Aru kiman public k bhag bhag koribo o....... Xanti diok 🙏🏼🙏🏼🙏🏼🙏🏼.
@intajurrahman2681
@intajurrahman2681 2 ай бұрын
পগলা কুকুৰ কোন ?
@sushildeka8711
@sushildeka8711 2 ай бұрын
Comment boor pohi gom paisu ....Mama... kotha dekhun ulotahe😅😅😂😂
@suliakatavillagevlogassam7245
@suliakatavillagevlogassam7245 2 ай бұрын
Gaurav-----
@madhurjyakashyap5123
@madhurjyakashyap5123 2 ай бұрын
Mozaaa dse mama
@KrishnaDas-dc7hk
@KrishnaDas-dc7hk 2 ай бұрын
I love Congress
@rehenaahmed1058
@rehenaahmed1058 2 ай бұрын
Big zero
@cartoonworld-sg2ne
@cartoonworld-sg2ne 2 ай бұрын
নিজৰ history ki???
@bhuttchwdhrey5001
@bhuttchwdhrey5001 2 ай бұрын
Very good BJP Sarkar jai shri ram
@satyajitdeka993
@satyajitdeka993 2 ай бұрын
Himu Da aybur boki lav nai
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 117 МЛН
This dad wins Halloween! 🎃💀
01:00
Justin Flom
Рет қаралды 9 МЛН
pumpkins #shorts
00:39
Mr DegrEE
Рет қаралды 123 МЛН
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 117 МЛН