Assam Weather LIVE | অসমৰ জলবায়ুক লৈ আছে ডাঙৰ খবৰ | Climate Change | N18L

  Рет қаралды 118,512

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 132
@sangitanath6963
@sangitanath6963 Ай бұрын
এইবাৰ বহুত গছ-গছনি কটাৰ ফলত ও হৈছে ইমান গৰম😫থাকিব নোৱাৰা হৈছে গৰমত😢
@RupamBorah-dw5up
@RupamBorah-dw5up Ай бұрын
কি কয় হে মামাই এনেই গছ ৰুবলৈ কোৰা নাই নহয় । আপোনালোকেহে গছ ৰুবলৈ কলে ভেঙুচালী কৰি ফুৰে।
@dilipgogoi9441
@dilipgogoi9441 Ай бұрын
😢
@sanmilandohutia6595
@sanmilandohutia6595 Ай бұрын
অসম খন পলিঠিনেৰে ভৰি পৰিছে যে যতে পাৰে তাতে পেলাই ,পলিঠিন বন্ধ কৰিলে যথেষ্ট পৰিবৰ্তন দেখিবলৈ পাব ।
@anupamdas1823
@anupamdas1823 Ай бұрын
আজি কালি সকামত প্ৰসাদ কলপাত পৰিবৰ্তে পলিথিন হে ব্যৱহাৰ কৰে।
@ShemontaDas
@ShemontaDas Ай бұрын
​@@anupamdas1823p
@PrasantaBaruah-s9e
@PrasantaBaruah-s9e Ай бұрын
মই চৰকাৰক আৰু জনসাধাৰণক এটাই অনুৰোধ কৰো যে আপোনালোকে গছ কটাৰ মেচিন আৰু পলিঠিন যদি বন্ধ নকৰে তেনেহলে আৰু 5 বছৰৰ পাচত আমি গৰমৰ বাবে জীয়াই থকাটো টান হব।কথাষা সকলোৱেই এবাৰ ভাৱক.........
@maheswardeka9048
@maheswardeka9048 Ай бұрын
ঘৰৰ সন্মুখত দুই চাৰিডাল গছ যেনে আম, বকুল, চিজিয়াম আদি ৰোপন কৰা উচিত ।ঘৰৰ চৌদিশে দেৱদাৰু গছ ৰুব পাৰে ।
@ranjansarmah4843
@ranjansarmah4843 Ай бұрын
হয় কথাটো
@satyajitkumargogoi358
@satyajitkumargogoi358 Ай бұрын
অসম হাবী গুচি ফু'ল বাৰী হ'ল, নদীত টুলুঙা দিঙা গুচি ভাপ নাও হল,গৰুগাড়ী গুছি BMW হল,গো -বাটি গুছি 4lane H way হল,বাঁহ-পাতৰ প্ৰজাঘৰৰ ঠাইত অট্টালিকা হল,অসমীয়াৰ মাটিত বহিৰা গটৰ পঞ্চ তাৰকা হোটেল হল,বহিৰা গতক সন্তোষ্ট কৰিবলৈ আমাৰ মখাই গছ-গছনি,পাহাৰৰ গছ কাটি তহিলং কৰিলে গতিকে গৰম নহৈ কাশ্মীৰৰ দৰে হৱ নেকি? হওক গৰম আমি গৰমত সকলো একে লগে মৰো আহক।
@DharjenSaikia
@DharjenSaikia Ай бұрын
আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰৰ আগতে আমাৰ অসমত এনেদৰে গৰম পৰা নাছিল। আজিকালি অসমত গছগছনিৰ পৰিমান বৰ বেয়াকৈ কমি গ'ল । আজিৰ তাৰিখত যদি আপুনি মাৰ্ঘেৰিটা, জাগুন হৈ অৰুণাচলৰ ফালে ফুৰিবলৈ যায় দেখিব শ শ বিঘা মাটিৰ গছ গছনি কাটি চাহ বাগিচাৰ খেতি কৰা হৈছে। প্ৰকৃতিৰ উপৰত এই অত্যাচাৰ কিন্তু মানুহেই কৰিছে । যাৰ পৰিণাম মানুহেই ভূগিছে।
@ujjalchaliha2793
@ujjalchaliha2793 Ай бұрын
নহবনো কিয় ডাঙৰ ডাঙৰ গছ গছনিকাতি বাগান খুলিলে,তাৰ পাচত ৰাস্তা বনোৱা নামত বহু গছ গছনি কাতি তহিলঙ কৰিলে।
@nripenborgohain201
@nripenborgohain201 Ай бұрын
অসম ৰাজ্যৰ এখন গছ বননিৰে ভৰপূৰ আছিল বুলি জনা যায় কিন্তু আমি গছ কাটি তহিলঙ কৰা হৈছে অধিক সংখ্যক বন ভূমি অঞ্চল ধ্বংস কৰা ফলত মৌচুমীৰ বতাহ পৰিবৰ্তন হৈছে।
@brahmaputravalley7389
@brahmaputravalley7389 Ай бұрын
অস্বাভাৱিক পাপ বৃদ্ধি পাইছে
@harekrishnadas1807
@harekrishnadas1807 Ай бұрын
বনমন্ত্ৰী , বনবিভাগৰ বিষয়াক লেংটা কৰি ৰাতিপুৱাৰপৰা ৰদত বান্ধি থলে বুজিব গছ বন কিমান দৰকাৰী । প্ৰকৃতিৰ লগত খেলা কৰিলে কাকো ৰেহাই নিদিয়ে ।
@antaripsexperiments836
@antaripsexperiments836 Ай бұрын
এইয়া jala বায়ু পৰিৱৰ্তন l বিভিন্ন কাৰণত হৈছে l যানবাহনৰ পৰা উদ্যোগৰ পৰা বানিজ্যিক খেতিৰ পৰা Population বঢ়া বনজুই দেৱালীত ফটকা etc
@ratnadutta7282
@ratnadutta7282 Ай бұрын
গাৰী-মটৰ কল-কাৰশানা বেছি হোৱাৰো এটা বতৰ পৰিবৰ্তনৰ মূল কাৰণ
@someshbarua1400
@someshbarua1400 Ай бұрын
Ohn gos kotar krony
@barbaligirlshighschool1942
@barbaligirlshighschool1942 Ай бұрын
ৰাস্তাৰ কাষৰ গছগছনি কটাৰ ফল।,,দেশ হ'ব ধুনীয়া, মানুহ হ'ব ঘুণীয়া,,, আৰু দিন বেয়ালৈ গৈ আছে। গছ থাকিলেই মানুহ থাকিব।
@moromeeupadhyaya6976
@moromeeupadhyaya6976 Ай бұрын
এতিয়া ৰেচনৰ লগতে ফলমূল গছৰ বুলিও বিতৰণ কৰিব লাগে। প্ৰতি ঘৰৰ আগত দোজোপাকৈ গছ লগোৱা বাধ্যতামূলক আঁচনী দৰকাৰ হৈ পৰিছে।এই বিষয়ে মিটিঙ কৰাৰ সময় নাই 🙏🙏🙏🙏🙏🙏🙏
@ranubhuyan8091
@ranubhuyan8091 Ай бұрын
বিনাশ কৰি বিকাশৰ ফল এইয়া
@SageetaRabha
@SageetaRabha Ай бұрын
Global worming . Green house effect . Carbondioxite ,cloro floro carbon , Mithyn .......অসমৰ কিমান ইটাভাটা , কলকাৰখানাই কিমান কয়লা পুৰে চৰকাৰৰ হাতত হিচাব আছেনে ?
@kangandas1547
@kangandas1547 Ай бұрын
Kheti potharot kheti puri goise
@AcharjyaInghi
@AcharjyaInghi Ай бұрын
school time puwa 7.30 am para 12.30 pm diyato bhal podokhep
@RechargeYourself49
@RechargeYourself49 Ай бұрын
Aru Goj Kati thakibo lge,rubo nalage...garom komi jabo
@lakshyaprasadkalita9767
@lakshyaprasadkalita9767 Ай бұрын
প্ৰয়োজন হলে এতিয়াও মই 7 মাইল কেছা ৰাস্তা খোজকাঢ়িয়েই স্কুল অথবা অফিচ যাবলৈ সাজু আছো। তথাপি প্ৰকৃতিক বচাব লাগে।
@bipulchetia3164
@bipulchetia3164 Ай бұрын
অসমত কেইবাকোটি মানুহ আছে পতিজন মানুহে দুটাকৈ পতি বছৰে দুটাকৈ পুলি ৰোৱা হলে এনেকুৱা নহলহয়
@dineshsarania4834
@dineshsarania4834 Ай бұрын
অকল যোৰহাট খনেই অসম নেকি?
@nuraminbhai8902
@nuraminbhai8902 Ай бұрын
Dhan kheti Mori goi ase Pani nai khetit ..borokhon nai..
@HimanjoliBaruah
@HimanjoliBaruah Ай бұрын
Tinsukia ত বৰ্তমান 40০ হৈছে
@PinkyNeog-sv1wr
@PinkyNeog-sv1wr Ай бұрын
আৰু গৰম পৰক বুলি আশা ৰাখিছো
@SanjayDas-dl9sl
@SanjayDas-dl9sl Ай бұрын
গছ গচনি কটা এ চি ৰ অতি বেছি ব্যৱ্হাৰ, তাৰোপৰি উন্নত দেশ বোৰৰ যুদ্ধ চলিয়ে আছে ৰাছিয়া ইউক্ৰেন, ইজৰাইল হামাছ ৰ যুদ্ধ গাৰি মটৰ বৃদ্ধি কল কাৰখানা। উপাই মাথোঁ এটি গছ ৰুৱা কিন্তু আমাৰ অসমত ১০,০০০ দিম বুলি কলেহে গছৰ ডাল হে ৰুই ফটো দিয়ে আকৌ ভেঙুচালি হে কৰে এচাম শিক্ষিত মানুহে।
@ukhazarika1862
@ukhazarika1862 Ай бұрын
Don't make the people scared, rather make people more conscious about plantation,
@DipChou
@DipChou Ай бұрын
People must be scared of the reality. Without fear awareness can't properly be created.
@Gauravbirdsaquariumorgenicfarm
@Gauravbirdsaquariumorgenicfarm Ай бұрын
i support u bro ur right
@moromeeupadhyaya6976
@moromeeupadhyaya6976 Ай бұрын
আলোচনা কৰাৰ সময় শেষ এতিয়াও গছ গছনি কটাৰ অনুমতি বন্ধ হোৱা নাই । নিজৰ স্বাৰ্থ বাহিৰে কোনেও একো নাভাবে
@DilipKumarChoudhury
@DilipKumarChoudhury Ай бұрын
সকলো একেলগে মৰিম দে
@SageetaRabha
@SageetaRabha Ай бұрын
Civilization is killer of human . কলকাৰখানাই মানুহৰ মৃত্যু ঘন্টা বজাইছে , উন্নয়নে মানৱ জাতিৰ প্ৰধান শত্ৰু । কিন্তু শিপ্লায়ন আৰু উন্নয়ন এৰি চলিব পৰা যায় নে ,?
@BijoyKushalDas
@BijoyKushalDas Ай бұрын
আৰু গৰম হ'ব কাৰণ বজ
@jollyanju7764
@jollyanju7764 Ай бұрын
Construction should be maintained , keeping the old trees intake
@gopalkalita1536
@gopalkalita1536 Ай бұрын
এই ক্ষেত্ৰত অসম চৰকাৰৰ বিভাগ সমূহ দোষী
@ratnadutta7282
@ratnadutta7282 Ай бұрын
গছ-গছনি আকৌ কোনে শ্ৰেণী লোকে ৰোপন কৰিব ??
@sudhirbhatta6588
@sudhirbhatta6588 Ай бұрын
সুন্দৰ বিশ্লেষণ
@JunBoruah-mr8zo
@JunBoruah-mr8zo Ай бұрын
ইমান দীঘলীয়া আলোচনা কৰাতকৈ গছ কটা বন্ধ কৰিবলৈ বাধ্য কৰোৱাৰ পদক্ষেপ লব লাগে । সৰু সৰু গছ কটা মেচিন বিক্ৰী কৰাতো বন্ধ কৰিব লাগে ইত্যাদি News প্ৰচাৰ কৰক , চৰকাৰকো বাধ্য কৰাব লাগে ।
@ranjitkrgogoi5190
@ranjitkrgogoi5190 Ай бұрын
Anai goram tate aru goram nokoribasun , borakhun ketia diba haitu kouk direct . 😧
@NewAndInexperiencedTrader
@NewAndInexperiencedTrader Ай бұрын
difference between current temparature and average temparature
@arupkrmandal1667
@arupkrmandal1667 Ай бұрын
Do something about paddy fild in Assam
@harkumarboro9730
@harkumarboro9730 Ай бұрын
Assam khon gotay sorkaror hatot iteyaji manu bari ase ki kora Val hobo
@cgohain7304
@cgohain7304 Ай бұрын
এই সকলৰ আলোচনাতো ভালদৰে শুনাও ধয্য নাই। কমেণ্ট দি নিজকে পণ্ডিত দেখুৱাই।
@DebajitSaikia-vl1mn
@DebajitSaikia-vl1mn Ай бұрын
গৌতম ! ৰাজিৱ লোচন ডেকা ডাঙৰীয়া ৰ দ্বাৰা নজনা কথা কিছুমান ৰ জ্ঞান দিলা । বৰ ভাল লাগিল অনুষ্ঠান টো । মুঠৰ ওপৰত গছ কটা বন্ধ কৰি গছ পুলি ৰুবই লাগিব।
@ratnadutta7282
@ratnadutta7282 Ай бұрын
মটৰ গাড়ী বাহিছে নেকি ????
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
পাপৰ ফল হৈছে
@jollyanju7764
@jollyanju7764 Ай бұрын
Planting sapling is not the solution...stop the developments related to construction
@kkhandiqueyoutubechannel4947
@kkhandiqueyoutubechannel4947 Ай бұрын
মই তিনিচুীয়া ফিলবাৰী আমাৰ ইয়াত দিনত 41ডি, এতিয়া 7:30pm 35ডি
@ajaiborbora5341
@ajaiborbora5341 Ай бұрын
I appreciate the interview
@SUNRISE-qt8jd
@SUNRISE-qt8jd Ай бұрын
Ako nai. Sob kam rati korile hol. Morning sob ghore ghore thakile hol. School, office, dokan sob rati 6pm pora open korok. Dinot hue thakibo lagibo kintu.
@jollyanju7764
@jollyanju7764 Ай бұрын
Gautam ,new plantation is essential,but growing those plants will take another 10 years.....
@MakhoniHazarika
@MakhoniHazarika Ай бұрын
Hoidada
@pgoswami5378
@pgoswami5378 Ай бұрын
এতিয়া কি ব্যৱস্হা ললে গৰম কমিব তাৰ কিবা বুদ্ধি এটা উলিয়াব নোৱাৰিনে?
@sh202-r8v
@sh202-r8v Ай бұрын
Bois and girls,boil water to form artificial clouds
@jagdishkonwar2525
@jagdishkonwar2525 Ай бұрын
Morigaon r silchang/ Daraoapai gaont machine logai kisu khankhak manuhe paharor gos gashani Kati tahilong karise Depertment commission loi mathu saai aase
@dhrubanath5416
@dhrubanath5416 Ай бұрын
Gari lage sokoloke, Abhijaitya r vem , opsoy
@Dipendaimary-lx5lk
@Dipendaimary-lx5lk Ай бұрын
Lamar dhemaji Katie bhal
@SOMNATHSHARMA-mf2xh
@SOMNATHSHARMA-mf2xh Ай бұрын
This video had been most of the length dealt with adverse climatic change but, didnot clarify when the rain will be available in NER in regard to low pressure in Bay of Bengal.
@k.rr.j
@k.rr.j Ай бұрын
Hojai 39 Tampasar
@brotherhoodd5107
@brotherhoodd5107 Ай бұрын
Borhiya👍
@nobrain8934
@nobrain8934 Ай бұрын
Vaal lagibo sy future2
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
সুন্দৰ উপস্থাপন ❤
@PabanBora.-le2gl
@PabanBora.-le2gl Ай бұрын
Hojai 40 degree.
@ytuser1975
@ytuser1975 Ай бұрын
ac, gari mototr byabohar komaboloi kouk....
@Darlingxs93
@Darlingxs93 Ай бұрын
Ei manuh duijon ac roomote bohi video bonaise😅
@suryyasaikia1879
@suryyasaikia1879 Ай бұрын
What is diference beetin farenhite and centgrade?
@ArabindaRoy-v6l
@ArabindaRoy-v6l Ай бұрын
জলবায়ু আৰু বতৰ পৰিবৰ্তনক কোনো চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰে নে ?
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru Ай бұрын
চৰকাৰে কোটি কোটি টকা খৰছ কৰি গছ পুলি ৰুইছিল দেখোন কি হল ।এ চি ঘৰত,এ চি গাড়ীত ঘুৰি ফুৰা বিলাকে কত বুজি পাব সাধাৰণ মানুহৰ দোষ ।
@hemontagogoi7440
@hemontagogoi7440 Ай бұрын
School..morning..hoba..lagà
@kuhiboro2900
@kuhiboro2900 Ай бұрын
Darrang t borusun nai buliboi pari. Garam garam khali garam
@elishmedak5354
@elishmedak5354 Ай бұрын
39°C😢
@NiponSaikia-xt7wq
@NiponSaikia-xt7wq Ай бұрын
Monti mla kot gom pabo ac room ac garit thake
@PabanBora.-le2gl
@PabanBora.-le2gl Ай бұрын
Ji surjayai jiban dane disa sai surjyai manuhor pran laba. Eta bhabiswst bani dakhisilo 2024 arambhanita aru saitoai dekha paisu dhangshar arambhani.
@tapandas5309
@tapandas5309 Ай бұрын
where have gone crores of tree plantation ? govt has advertise in media that crores of trees are planted. ......
@poreshkumar5446
@poreshkumar5446 Ай бұрын
Sab ka sath sob ka bikash so tempreture also bikash
@poreshkumar5446
@poreshkumar5446 Ай бұрын
Guwahati t aru manuh thakibo nowaribo.
@protimadutta2890
@protimadutta2890 Ай бұрын
এইয়া গৰমৰ জেহাড---মিঞাই আনিছে ।
@Saranga__Borah
@Saranga__Borah Ай бұрын
mama flyover lage
@gitashreedas5803
@gitashreedas5803 Ай бұрын
Mapt ronga ba Nila hok ,achol kotha manuhe dayi, nature against ketia manuh jabo ene hoboi, dangor manuh nomore AC t sumai thaki tuponi maribo Ru amibilak mori jauk, nhoi janu.Sur bilake gos pahar Kati bormuria bilakor logot hat milauk .
@akhayrajbongsha4638
@akhayrajbongsha4638 Ай бұрын
Kal ki Avatar in Assam
@premachayengia8897
@premachayengia8897 Ай бұрын
25d ranking Lakhimpur
@premachayengia8897
@premachayengia8897 Ай бұрын
Now raining. Lakhimpur
@chinmoybaruah464
@chinmoybaruah464 Ай бұрын
Nojona kotha alosona kori labh nai
@gaonliyaentertainment8352
@gaonliyaentertainment8352 Ай бұрын
Upay Machine use kom hbo lagibo....
@Jayanta-z4p
@Jayanta-z4p Ай бұрын
Chiar notun sun eyar karon
@tridipdas5436
@tridipdas5436 Ай бұрын
Botoror kam botore koribo amar kam ami koriboi lagibo
@mridultalukdar7913
@mridultalukdar7913 Ай бұрын
গছ কমীছে নেকি
@JibanTaye
@JibanTaye Ай бұрын
@indrajitgogoi5448
@indrajitgogoi5448 Ай бұрын
Gos rubo lagibo..
@kaberiborah3565
@kaberiborah3565 Ай бұрын
As a long term solution of this serious problem is to check the population growth . Along with the population growth , consumtion of natural resources is also increasing ,causing abnormal rise of green house gases which is the main reason of such heat wave. One litre of petrol produces more than 2kg of CO2 ,and one unit of electricity producec 1kg of CO2. But who cares ?
@banashreegohain9352
@banashreegohain9352 Ай бұрын
Dharitri maa k atyachar korar folafol pabi papi manuskhya jati..sob moribo joli joli poki poki..aaram lage nohoi aaram pabi sobe roh ac room t humai..2025 humuwa loge loge gatot humabo lagibo 😂😂
@MoranSunnykr
@MoranSunnykr Ай бұрын
World Record bonal mamai Gos rui Tumi najana neki
@RajukumarDas-c7e
@RajukumarDas-c7e Ай бұрын
Even a bird plants more than 20 seeds everyday. Do you know this, ?
@TuduKora-y8r
@TuduKora-y8r Ай бұрын
Gosh gosoni rubo lagibo par years
@lakhyajyoti4342
@lakhyajyoti4342 Ай бұрын
বৰ সাৰ পালে
@mridulnath8360
@mridulnath8360 Ай бұрын
MLA montri k proparity lage khali
@JuntiBordoloi-mf2ti
@JuntiBordoloi-mf2ti Ай бұрын
All assam kotha k
@birinabora3229
@birinabora3229 Ай бұрын
Fan hewa.luwar.babe
@RajukumarDas-c7e
@RajukumarDas-c7e Ай бұрын
Gos Rubor babe bhagabane. system bonai thoi dise . Aru sei system tuye aji loike ,tahator kaam tuke ati nisthare Kori ase aru anagoto din burot Kori goi thakibo, jiman din loike sisote ai prithibit Jiai thakibo. Ami ba amar sabhya samaj khonor , Matra ai Dhoroni khonok Nirmal/ free from plastic rakha tu he darkar. Etia pratyek jon su nagarke nij bukut hath rakhi chinta kori kouk chun je apuni baru sei Kam tu kore ne? Gos rubole apuni Moi kun ? Nobody , ai prithibit jiman jibo jontu ase sihote lakh lakh gos rui goi ase. Kintu, hoi tu sei gos burok Ami Mari pelaisu ba amar dwara sisote mori ase. I think most important is not to plant a tree. Most important is to keep the EARTH free from plastic. Do it .... I guarantee plant shall grow naturally
@debapratimbharali7949
@debapratimbharali7949 Ай бұрын
Need to plant tree
@monjulahazarikadas8802
@monjulahazarikadas8802 Ай бұрын
Thanks.
@animationworld2520
@animationworld2520 Ай бұрын
Kla rastar namot je iman gos katile iyar fol paise atiya.aitu matro aromboni aru pabi ro
@TheKhato1815
@TheKhato1815 Ай бұрын
Sob moribo kunu basi najai...sob badli jabo....😂😂😂😂😂
@MoranSunnykr
@MoranSunnykr Ай бұрын
Mamai Gorom debo koisa neki
@SaibalMukherjee-k9u
@SaibalMukherjee-k9u Ай бұрын
Bhekulir matere saday rati gungunay thake...boroxun komiche kiyono ami superdevoloping town bonai achu ...rastar kinarar hezar hezar manuh ak bishram diyar gochbilakak kati ami multiplex bonai achu.....seujia asom ak ami unnatikaran koriboloi goi hopefully ami ei comfortable atmosphere ak miss kori achu😢
@meeraingjal9420
@meeraingjal9420 Ай бұрын
let the nstufe remsin itself , dtop deforedtrstion , femove stireged buildigs / flats and local inhabitants stop selling labd to outdider , remove overbridges and increase public trabspits instead of personal and private vehicckles as soon as .. Let every fespinsible citizen understand it .
@jyotirmoytalukdar6025
@jyotirmoytalukdar6025 Ай бұрын
Ki sangbadik eijn...gas gasani kmi gle barakhun kmiba e..tke o najane
@harkumarboro9730
@harkumarboro9730 Ай бұрын
Guwahati Citi gos ruba dibo di mamak kobu ha
@assamesegamer0-27
@assamesegamer0-27 Ай бұрын
আপোনালোকৰ ডাইলগ আমাক শুনাই লাভ নাই, আমাৰ এলেকাত বৰষুণ নোহোৱাৰ কাৰণ মোৰ লগত যোগাযোগ কৰিব নেকি?
@avinashmondol6244
@avinashmondol6244 Ай бұрын
Sarker ne pura Bharat ka jis tara road Banane ke cakkar me ware ware pair pouda gas gashli ko katkar Barbad kya ha aur ware ware pahar parvat ko katkar barbad kya road rail Line bana ne ki cakkar me usika natiza aj apni desh bashi aur Dharti maa ko Bhugat na par rahi ha. 100 sall bad dekna prithivi Bud graha me badal jayenge.
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
Celine Dept
Рет қаралды 78 МЛН
2 MAGIC SECRETS @denismagicshow @roman_magic
00:32
MasomkaMagic
Рет қаралды 32 МЛН
У вас там какие таланты ?😂
00:19
Карина Хафизова
Рет қаралды 22 МЛН
Wait for it 😂
00:19
ILYA BORZOV
Рет қаралды 11 МЛН
মালিক | Malik | Assamese Video | Rong Dhemali
22:02
Rong Dhemali
Рет қаралды 175 М.
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
Celine Dept
Рет қаралды 78 МЛН