যোৰহাট সাংস্কৃতিক নগৰী বুলি কোনে কেতিয়া স্বীকৃতি দিছিল? Survey কোনে কৰিছিল???
@yoyyyy6684 күн бұрын
😂😂😂
@mainiborah1314 күн бұрын
Kiba eta korbt holei gutei jorhat k enke kuar odhikar kot pali
@Axomvibe4 күн бұрын
Miya nogori 😂
@nimalyadihingia75663 күн бұрын
Moi
@user756774 күн бұрын
বুঢ়ী বয়সত এতিয়া হৰিৰ নাম লবৰ হ’ল খুৰীদেউ আপুনি আকৌ বাহিৰা ধান্দাতহে লাগিছে দেখোন 😵 ৷
@keshabphukan41084 күн бұрын
বিয়া পাতিলে ছোৱালীৰ ঘৰৰ পৰা ১০ লাখ টকা চিকিউৰিটি মানি লব লাগে। কাৰণ এখন বিয়া পাতোতে বহুত টকা খৰচ হয়। অতি কমেও ৫ লাখ টকা খৰচ হয়। তাই যেতিয়া বেলেগ এটালে পলাই যাব তেতিয়া ল'ৰাজনে আকৌ বিয়া পাতিব লাগিব। সেই কাৰণে এই চিকিউৰিটি মানিটো ৰাখিব লাগে। চৰকাৰেও পৰকীয়া প্ৰেমৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।
@flyingbird1312 күн бұрын
aioo tak joutuk lage...direct nkoi jneiba indirectly koise ..sabi ako wife ase jdi case dibo😂😂
@jantihira9356Күн бұрын
@@keshabphukan4108 কথা টো ঠিকেই advance money 15 lakh ল'ব লাগে.. ল'ৰা ছোৱালী জনম হ'ব.. ল'ৰা নামত ৫ ছোৱালী নামত ৫ আৰু গিৰিয়েক নামত ৫ সবমূঠ ১৫ ==ল'ৰা ছোৱালী হাল যেতিয়া ১৮ বছৰ পাৰ হ'ব তেতিয়া সেই ১৫ লাখ শাহু বূঢ়া বূঢ়ীক ঘূৰাই দিব লাগে।
@pranjitsaikia71365 күн бұрын
মানুহ জনি মূখ দেখাই দিব লাগে আকৌ
@sanjibbora17895 күн бұрын
আমি ভাবিছিলো যোৰহাট বহুত পিছ পৰি আছে আজিহে বুজিলো বহুত আগুৱাই গল দেই ন?
@user756774 күн бұрын
যিমান বিলাক বেয়া কেছ শুনিব পোৱা গৈছে প্ৰায় ইয়াৰে হয় ৷ যোৰহাট বাসী শিক্ষিত বুলি গৌৰৱ কৰা কিছুমানৰ এতিয়া লাজ বা লাগে নালাগে এনেকুৱা নিউজবোৰ দেখা পালে ৷
@mainiborah1314 күн бұрын
Prithbir sob jegare news ahi thake.heibuli jegatu ba tar manuh bur kio sob bodnami hbo ha.ki ktha kobo ahse.kio laj lgibo.vl bea duita manuh thake sb jegate.tate kio val khinie laj pbo bea burr kamr bbe.news palei kiba soboke dhubole lagi jao no
@mainiborah1314 күн бұрын
Kunuba johorir bea kandor bbe gutei jorhatian k dhubole kun toi
@funnyboy96265 күн бұрын
ঘৈনীয়েকজনীয়ে বনৰী ।
@latestassamese.....5 күн бұрын
এই জনিৰ মুখ খন দেখুৱাব লাগে
@janardanbora28034 күн бұрын
এইবোৰ দেখি বন্ধ নহয় অসমত দিনক দিনে বাহি গৈ থাকে এইখন অসমত
পৰকীয়া প্ৰেম । গুছি যাব লাগে ইমান সেৰি হৈছে মানুহটোক মাৰিবলে কিয় লাগে । এইক সেৰিত মান জলকীয়া লগাব লাগে ।উচিত শিক্ষা দিব লাগে যাতে বেলেগে কৰিবলৈ ভয় কৰে ।
@SanjibbDubey5 күн бұрын
😂😂😂
@user756774 күн бұрын
@@AnimaC19 , এই বোৰ নিউজত দেখি শুনি মানুহবোৰে শিক্ষা লৈছেহে বেছি ক’ত ভয় কৰিব ৷ আগৰ দিনতে ভাল আছিল এইবোৰ নাছিল আৰু যদি কোনোবাই এনেকুৱা কাম কৰি ধৰাও পৰিছিল মহিলা সমাজে ধৰি বান্ধি চুলি কাটি চেন্দেলৰ মালা পিন্ধাই চূণৰ আঁক দি ৰাস্তা ঘুৰাইছিল সেইদেখি বহুতে এইবোৰ কাম কৰিবলৈ ভয় কৰিছিল ৷ আজিকালি আৰু আইনে একো নকৰে ক’ত ভয় কৰিব ৷
@g.ksonowal78134 күн бұрын
মাইকী জনি মুখ খন কিয় দেখাব নুৱাৰ ফ্ল২ মিডিয়া...
@BituDas1315 күн бұрын
Bonori jonik jolai dbo lge
@Gitasree2044 күн бұрын
এইবোৰ নাৰী নাৰীৰ নামত কলংক আৰু কি কি দেখিব বাকী আছে ঠিক নাই
@RantuDas-o1d5 күн бұрын
কলিযুগৰ
@hhi32594 күн бұрын
Anekua j kimn hol kintu kunuby janu voi khyse ..nakarakoi ase ...aeibor nirmul koribo hole. Aamr sinta dhara o usso khpor hbo lgibo...prakiya buli ji ata bostu olaise ..seitu nujua horibo hole kisuman Awareness belg hbo lgibo..aamar Assam ot okl aetu crim buli besikoi vbe.. Kintu ata katha vabok .sun manuhr mnr essa janu simito hbo pare ..aain akhn lge .kintu anekua hole sage val hy je teo tero essa mote jiyai thakok ..kintu blg jinr pora atori ...ba tenekua mohila ba purux xonkle prithok hok.. Aamar xamajot prithok huwatu o ata laaj ba beyr engit kore ...aebor sinta aribo hol r Vul hole ki a ae comment tu say eyr pora aru ki xudho koribo ba hobo lge reply koribo sun ki korile val hy ...mata mata bor xokolo a dibo .. ji a ae oinyay nibisare ...abeg aru aamar kisumn niti niyome aamr akal mrittu buli o kisu khetrot moi vbu ..vul hole khysma koribo ...anekua ghtana nibisaru asolote....
@user756774 күн бұрын
@@hhi3259 , কাকনো বুলিব ককা সকলোৰে দাড়ি চুলি পকা 😂 ৷ কথা হ’ল আজিৰ সমাজত ছোৱালীৰ পৰা আৰম্ভ কৰি বোৱাৰী হৈ দুই তিনিটা ল’ৰাছোৱালী হোৱাৰ পৰা জোঁৱাই, বোৱাৰী ঘটি নাতি নাতিনী মুখ দেখা বুঢ়াবুঢ়ী লৈকে পুৰুষেই হওক বা মহিলাই হওক প্ৰায় ৯৯% মানুহেই বেয়া দিশত যোৱা হ’ল ৷ বাকি ১% ৰ’ল তাৰেই কেইজন বা কেইগৰাকীয়ে সমাজ ব্যৱস্থা ভাল কৰিব পাৰিব কওকচোন ? অনাগত ভৱিষ্যত আৰু বহুত বেয়া দিশত আগবাঢ়িছে নিজে নিজক ভাল কৰিবলৈ চেষ্টা নকৰিলে কোনেও কাকো ভাল কৰিব নোৱাৰে ৷