Assamese village in Bangladesh ।। বাংলাদেশত এখন অসমীয়া গাওঁ।। এওঁলোক স্বদেশী নে বিদেশী।।

  Рет қаралды 127,576

Voice of RDS

Voice of RDS

Күн бұрын

Пікірлер: 284
@KailashSarma-rm3fs
@KailashSarma-rm3fs 2 ай бұрын
অসমলৈ লৈ আহিব লাগে । অসম চৰকাৰে এও লোকক উদ্ধাৰ কৰিব লাগে । নিশ্ছয় তেওলোক আমাৰে মানুহ । তেওঁলোকক আশ্ৰয় দিয়াটো আমাৰ নৈতিক দায়িত্ব বুলি মই অনুভৱ কৰো ।
@medinitalukdar4873
@medinitalukdar4873 6 ай бұрын
এওঁলোক অসমীয়া..এওঁলোকক অসমলৈ আনি ঠাই আৰু নাগৰিকত্ব দিয়াৰ ব্যবস্থা কৰিৱ লাগে।
@RT-pp4ou
@RT-pp4ou 3 ай бұрын
Kot nu dibo .duniyar gedaburok he dibi .hinduk he khedibo pare .
@jbchannel6076
@jbchannel6076 2 ай бұрын
আপোনালোকক আকৌ CAA nalage বুলি কৈছিল। আচলতে CAA খন এওলোকৰ কাৰণে আনিছিল
@PradipMandal-nl3yc
@PradipMandal-nl3yc 28 күн бұрын
​@@jbchannel6076otj00😅😊
@gahinboro419
@gahinboro419 3 ай бұрын
Yes সিহতক পাৰিলে আনিব লাগে।
@ChandanDeka-i2d
@ChandanDeka-i2d 3 ай бұрын
এওঁলোকক আনিব লাগে অসমলৈ 🙏
@jayantadas9785
@jayantadas9785 7 ай бұрын
আমাৰ ইয়াত যদি বাংলাদেশী মিঞাই সমাধিকাৰ পাব পাৰে গতিকে সেই সকলেও তাত সমাধিকাৰ পাব লাগে।
@THERAPYWORLD
@THERAPYWORLD 7 ай бұрын
এয়া লাগি গল,, গৈ চাই আহা অধিকাৰ পাইছে নে নাই
@PabonkutumKutum
@PabonkutumKutum 2 ай бұрын
অসম,লৈ,আহক
@Swiswu-z6f
@Swiswu-z6f 2 ай бұрын
They should be our own state of Assam, yes you spoke the right...
@mrinaldeka1512
@mrinaldeka1512 7 ай бұрын
দুনীয়া ৰ মিঞাই অসমত আজি মন্ত্রী, এমেলে হৈ আছে , দহটা, বাৰটা পোৱালি, চাকৰি, চব সুবিধা লৈ আছে, আৰু আমাৰ অসমীয়াৰ বাংলাদেশত এই অৱস্থা| কা আন্দোলন কৰা সকলক গুলিয়াই মাৰিব লাগে |
@JitegaINDIA-x3z
@JitegaINDIA-x3z 7 ай бұрын
Miyaa Xokol bhut agor poraa axomot ase but recently tor bapek xokole j CAA ani Bangladeshi xinik citizenship di ase dom takile xihhotor bixoy mativi sun ....wait kor keidinman pisot Bangladeshi xini a dingit dori jetya ulai dibo tetya pabi mojja.. 😂
@baka69454
@baka69454 7 ай бұрын
Aru dibi vote khangress k
@binoddutta4714
@binoddutta4714 7 ай бұрын
নেখেদাৱ কেলেই শুই থাকিলে কি দাল হ'ব হে
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 6 ай бұрын
Mus limei In
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 6 ай бұрын
Hindu, muslim sob bangladesi out korile b. Desot thoka keita man kus, Raj bongsi poriyalok nissoi assamot Thai dibo praa jabo,
@binoddutta4714
@binoddutta4714 3 ай бұрын
অসমলৈ আনিব লাগে আৰু বাংলাদেশী খিনি পঠিয়ায় দিব লাগে।
@kartikchboro2184
@kartikchboro2184 7 ай бұрын
মোৰ মতেৰে তেওঁলোক তাতেই থাকক। কিন্ত্ত, বাংলাদেশৰ চৰকাৰে তেওঁলোকক উপযুক্ত নাগৰিকৰ সা- সুবিধা প্ৰদান কৰক । তাৰবাবে ভাৰত তথা অসম চৰকাৰে বাংলাদেশৰ চৰকাৰৰ সৈতে কূটনৈতিক আলাপ আলোচনাৰে এটা সমাধান সূত্ৰ উলিয়াওঁক ।
@AyanPatgiri
@AyanPatgiri 7 ай бұрын
মিয়াক অসমৰ পৰা উলিয়াব পাৰিলে আনক বাংলাদেশী মানুহ বিলাক।
@Prabinhazarikamusical
@Prabinhazarikamusical 6 ай бұрын
আটাই পৰিয়ালৰ মঙ্গল কামনা কৰিলো বাংলাদেশ চৰকাৰে পৰিয়াল কেইটি সহায় কৰক
@baberibangtv3958
@baberibangtv3958 4 ай бұрын
ঘৰৰ মানুহ ঘৰলৈ আহিলে কাৰো আপত্তি নাথাকে বুলি ভাবোঁ
@bhasmazumdar9801
@bhasmazumdar9801 3 ай бұрын
Ami ৰাভা হাসং তৰফৰ পৰা বাংলা দেশ ৰ ৰাভা সমপ্ৰ দা য় সকলক অস ম লৈ অহাৰ বাবে স্বাগতম জনাম কিন্তু মুচ লিম সকলক আহিব নি দি উ আৰু বাঙালী সিন্ধু w b যাওক বাংলাদেশী বঙালী ত্ৰিপুৰা আৰু w B। যাওঁক
@dr.lakshmikalita8857
@dr.lakshmikalita8857 3 ай бұрын
ভাল কথা অসমীয়া মানুহে বাংলাদেশত আৰু যাব লাগে। বাংলাদেশৰ হিন্দু মুছলমান অসমলৈ আহিছে যিহেতু ভাৰতৰ মানুহেও বাংলাদেশত থাকিব পাৰে।
@meeradaulagupu329
@meeradaulagupu329 6 ай бұрын
Very heart touching video. Felt very sad for them. 😢
@THEKING-ge1ur
@THEKING-ge1ur 7 ай бұрын
কা আইনৰ জৰিয়তে চাকমা,হাজংৰ পৰিবৰ্তে বাংলাদেশী অসমীয়া লোক সকলক চৰকাৰে অসমত সংস্থাপিত কৰাৰ চিন্তা কৰিলে হয়তো কাৰো আপত্তি নাথাকিব?❤❤❤❤❤❤❤❤❤❤জয় আই অসম ।
@dilipkumarhajong5042
@dilipkumarhajong5042 7 ай бұрын
1964 চনৰ পৰা সংস্থাপিত হোৱা চাকমা/হাজং সকল কেতিয়াও অসমলৈ নাহে. . . তেতিয়াৰ NEFA এৰি কলৈকো নাযায় ! নিশ্চিন্ত থাকক. . . 1962 চনত তিব্বতৰ পৰা ভগনীয়া হৈ অহা আৰু NEFAত থাকি থকা তিব্বতী সকলৰ কথা কোনেও নুলিয়ায় চোন. . . কিয়বা. .
@Dipankar-c5v
@Dipankar-c5v 6 ай бұрын
ekdom xosa
@KulenGogoi
@KulenGogoi 7 ай бұрын
এই সকল আমাৰ নিজৰ আপোন মানুহ । সিহঁত‌ৰ অন্তৰখনেও কান্দি ওঠে নিজৰ দেশলৈ ( অসমলৈ ) , নিজৰ আপোন সকললৈ মনত পৰে তেতিয়া। বিভাজনৰ সময়ত‌ মোৰ দেউতা , মাৰ ঘৰখনো যদি সীমাৰ ইপাৰে ( বাংলাদেশ ) হোৱা হেঁতেন মোৰ আজি কি দশা হʼল হেঁতেন ? আজি এই আপোন মানুহ সকলক‌‌ যদি চৰকাৰে আমাৰ দেশত শৰণ দিবলৈ ইচ্ছা কৰে আপোন পেটিয়া সকলে কা‌ আন্দোলন গঢ়ি তুলিব ।
@K.G-z-I6b
@K.G-z-I6b 7 ай бұрын
মোৰ মতে তেওঁ লোক অসমলৈ আহিব লাগে তেওঁ লোক যিমান আহে সিমান বাংলাদেশী মোছলিম অসমৰ পৰা উলিয়াব লাগে অসমত তো ইলিগেল বাংলাদেশী, ৰোহিংগীয়া মুছলিম বহুত আছে । কিন্তু এই বিলাকৰ বিৰুদ্ধে আজিলৈকে প্ৰতিবাদ হৈছেনে ? অসমত দাঙৰ অঘটন ঘটিবলৈ গৈ আছে কিন্তু এই বাংলাদেশী ৰোহিংগীয়া মুছলিম কাৰণে । কা, কৈ এইটো বিষয়ত বেছি গুৰুত্ব দিব লাগে অসমৰ ৰাইজে। কথাষাৰ ভালকৈ ভাবি চাৱ অসমৰ ৰাইজে ।
@123kisun
@123kisun 7 ай бұрын
Val kole❤
@dhantimedhi1788
@dhantimedhi1788 6 ай бұрын
স-সন্মানেৰে এওঁলোকক অসমলৈ আনক৷
@petarnp
@petarnp 6 ай бұрын
আমাৰ অসমীয়া বহু বিশাল জাতি দক্ষিণ পশ্চিম এছিয়াৰ কৰ পৰা কৰ লৈকে বিয়পি আছে কিমান অভাৱ দুখ কষ্ট সহিছে আমি গমে নাপাওঁ কিন্তু আজি অলপ গম পাইছোঁ 🙏 ধন্যবাদ
@bikashroy5547
@bikashroy5547 6 ай бұрын
Very very sensitive issue. We should honour humanity and human right for better future.
@ChandanDeka-i2d
@ChandanDeka-i2d 3 ай бұрын
তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি আঁকোৱালি লৱ ভৱিষ্যত ত কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষ অসমীয়া ,😌
@KanchanorAkhol
@KanchanorAkhol 6 ай бұрын
কিমান বঙালী হিন্দু বঙালী মুছলমান অসমলৈ প্ৰব্ৰজন কৰি অসমত দপদপাই আছে, তেনে ক্ষেত্ৰত আমাৰ অসমৰ পুৰণি জাতি জনগোষ্ঠীৰ কোচ , কছাৰী , বড়ো, ৰাভা, হাচং আদি মানুহ বাংলাদেশত আছে । অতি সোনকালে তেওঁলোকক অসমলৈ ঘূৰাই অনাটো বিচাৰো । নালাগে আমাৰ মানুহ তাত থাকিব ।
@RT-pp4ou
@RT-pp4ou 3 ай бұрын
Kune nu bujibo ai janajatir dukh kosto. Asomot gedar tolua seleka homaje gedak he sini pai . Amar so called Assamese bur hodai janajatik ghrina sokure a sai oboishe geda buror lgt brotherhood dekhai
@mantupathak2932
@mantupathak2932 2 ай бұрын
সনাপুৰত বাংলা দেশী মীয়াৰ কবলত থকা মাটি মুকলি হল যেতিয়া এওঁলোকক অসমলৈ মাটি আনি টাত স্থায়ী বাসিন্দা কৰি দিব লাগে
@LutfurRahman-zd7ir
@LutfurRahman-zd7ir 2 ай бұрын
😂😂😂😂😂
@jibansakar1073
@jibansakar1073 6 ай бұрын
বিনিময় প্ৰথাৰে Assamar মানুহ borak Govt. Of Indiai Assamat আনিব লাগে.
@amarchhetri7864
@amarchhetri7864 3 ай бұрын
এউ লোক হকলক অসমলৈ অনা চেষ্টা কৰিব লাগে নহলে পিছত নিশ্চয় বৰ কষ্ট পাব
@AmarNath-wd9rm
@AmarNath-wd9rm 4 ай бұрын
এওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰিব লাগে অসম চৰকাৰে ।
@JayPegu321
@JayPegu321 6 ай бұрын
News টো চাই বেয়া লাগিল ।।।
@hirengogoi6431
@hirengogoi6431 7 ай бұрын
আমাৰ অসমত বাংলা দেশি নাই নেকি? সকলো দেশতে সকলো মানুহ থাকে । আমাৰ অসমতে বহু অবস্থা নাইকীয়া দৰিদ্ৰ লোক আছে সেই সকলক প্ৰচাৰ কৰক
@R3-777
@R3-777 2 ай бұрын
You are always welcome in Rabha Hasong
@kalyankumargogoi6770
@kalyankumargogoi6770 6 ай бұрын
এই সকলক অনাৰ ব্যৱস্থা কৰিব লাগে ৷
@sanjibdutta6522
@sanjibdutta6522 4 ай бұрын
হিন্দু বঙালীক যদি কা আইন ৰূপায়ন কৰি ভাৰতৰ নাগৰিকত্ব দিব পাৰি তেন্তুে শিপা ছিঙা এই খিলঞ্জীয়া মানুহবোৰক কোনো চৰ্ত নোহোৱাকৈ অসমৰ নাগৰিকত্ব প্ৰদান কৰিব লাগে।
@RubulGogoi-yv7gl
@RubulGogoi-yv7gl 6 ай бұрын
Hundor video
@anjalimajumder
@anjalimajumder 3 ай бұрын
Very good news.
@chabinnath3435
@chabinnath3435 7 ай бұрын
এই সকল অসমলৈ আহিব পাৰে।
@BenudharBorah-ie2dn
@BenudharBorah-ie2dn 6 ай бұрын
Ji sokole caa bisarise, sei sokole sihoyor bapekor matit sei sokolok bohiboloi dilei somossa r somadhan hoi jabo,
@NayemHasan-uz7db
@NayemHasan-uz7db 3 ай бұрын
আগতে এই খবৰটো লব লাগে যে আমাৰ এই অসমীয়া মানুহখিনিক বাঙলাদেশ চৰকাৰে নিজ দেশৰ নাগৰিক হিচাপে সম অধিকাৰ দিছে নে নাই
@RT-pp4ou
@RT-pp4ou 3 ай бұрын
Toi tu miyar guti a selekibi 😂
@binoybordaloi5822
@binoybordaloi5822 3 ай бұрын
Vlvl sundr gd blse you dada dd❤😂😢😅
@kanuramhajong4131
@kanuramhajong4131 Жыл бұрын
The reporter is requested to study the old history of greater North East Region of India. The name of Assam and Assamese is popular and known in greater sense after coming of British . If we study 40 percentage of geographical area of present Bangladesh was of North east region i.e. of old Assam . We should remember our 1st District Magistrate Anunda Ram Barua I.C.S. served at Nowakhali. Then our province's name was North East Frontier and capital was at Dacca. The present geographical Assam is not covered all the original peoples of this land .
@thecrunchlator2500
@thecrunchlator2500 7 ай бұрын
Absolutely right
@কামলাদেশী
@কামলাদেশী 5 ай бұрын
Only 1906 to 1911 conspiracy for Isexlimis 😢😢😢😢
@jaydeepddas6585
@jaydeepddas6585 4 ай бұрын
Surname Baruah people of Bangladesh all r Bengali Baruah from Chottogram ok... U can make enquiry it's true enough
@thecrunchlator2500
@thecrunchlator2500 4 ай бұрын
@@jaydeepddas6585 what? 🤣
@NotreallyChiranjib
@NotreallyChiranjib 4 ай бұрын
​@@jaydeepddas6585many Assamese community still live in Bangladesh so it's common to have surename also Assam surname and many tribal also live their like koch rabha chakma meitei
@THEKING-ge1ur
@THEKING-ge1ur 7 ай бұрын
CAA আইনৰ অধীনত আবেদন কৰিলে হয়তো তেওঁলোকে অসমলৈ আহিব পাৰিব ❤❤❤❤❤❤❤
@Gknet786
@Gknet786 7 ай бұрын
Oxomiya kintu oxomiya nejane 😊😊😊😊😊
@deepdeka9959
@deepdeka9959 7 ай бұрын
Tohote akhomiya jano neki bangladeshi geda
@Nirmalkumarray2000
@Nirmalkumarray2000 6 ай бұрын
অসমত প্ৰতিজনে অসমীয়া জানে নেকি?তাত যিটো ঘৰুৱা ভাষা চলে সেইটো ভাষায়েই কব।এইসকল খিলঞ্জীয়া জনগোষ্ঠী।অসমৰ ইতিহাস পঢ়ি চালেই গম পাবা।
@hridaiprakashsaikia2126
@hridaiprakashsaikia2126 3 ай бұрын
Bangladesh imposed bengali on them that's why they lost.
@xxxxxdij
@xxxxxdij 2 ай бұрын
Moi ehatak assamat loi aha to bisaro kintu tar salani eat thaka mia lokak loi jab lage
@subhashchoudhury5894
@subhashchoudhury5894 5 ай бұрын
রাঙামাটি জিলা চট্টগ্রাম পার্বত্য অঞ্চলত আছে। তাত ত্রিপুরা, চাকমা হে থাকে। কোচ মানুহ শেরপূর জিলাত দেখা যায়। রাজবংশী বা ক্ষত্রিয় মানুহ রংপুর ডিভিজনত প্রায় ১৫ লাখ আছে।
@sadhankumarsarkar9617
@sadhankumarsarkar9617 3 ай бұрын
You are right. It is the poisonous result of partition basis of two nation theory. They all were Indian before pre partition.
@apurbadas4151
@apurbadas4151 7 ай бұрын
গৌৰব গগৈ, লুৰিণ গগৈ, অখিলৰ বাপেকৰ মাটি নহ'য়,, কোঁচ, কছাৰী, ৰাভা সকল বৰ অসমত যতে ইচ্ছা ততে যি কোনো সময়ত আহিব পাৰে,, বঙালী সকল অসমৰ নহ'য় সিহঁতৰ অসম গঢ় াত একো অবদান নাই,, মানে বাংলাদেশী সকল অসমীয়া নহ'য়
@KanchanorAkhol
@KanchanorAkhol 6 ай бұрын
@কামলাদেশী
@কামলাদেশী 5 ай бұрын
কাটাতাৰৰ তলেৰে +পাটকাইৰ ওপৰেৰে অহা বিলাকৰ মানসিকতা একেই,,, খিলঞ্জীয়াৰ সন্তান একগোট হোৱাৰ সময় সমাগত ❤❤❤
@NotreallyChiranjib
@NotreallyChiranjib 4 ай бұрын
Bangladesh r kisu part greater Assam r hoi partition krute vul hol
@Crafts_World388
@Crafts_World388 2 ай бұрын
​​​@@কামলাদেশী Oi Behensud Bihari ata kotha jani lo Ai Assamese jati Ahomehe Sisti korisil tur Bihariye kora nai Bujili Behensud. Ahome Rajtronto soli thoka time bilakote oha manuh atia haibilak kotha purona hol. Agor jug bilakot Rajtronto Timeot anew bibhino Jatir Manu bilake probojon koriye thake tetiate kotha beleg asil. Indiar bohut state ase Rajtronto time bilakotu probojon kora manuh tenekuwa kahini ase okol Ahome nohoi bujili. Kintu Atia adhunik jugot Probojon koratuhe beya kotha Karon atia haibilak kora jati Jeneke :- Bihari, Bangladesh, Bangali, tohotor ajir ai New generation time bilakotu Lukor State bilakot Lukor Jegat Dadagiri dekhao he karonetu mar Khao. Ahomok dukh Diya agote jani lo ai Khon Assamot Ahomor Obodan ase (Historyt Ahomor Tej pori ase Karone ajir AI Assamot thakibole paiso. Bal (Bihari) Assamot thaki Assameseor kotha aneke kole pithi phalim dim.
@LakheswarDas-w9p
@LakheswarDas-w9p 3 ай бұрын
Very important matter
@Nick-ef8so
@Nick-ef8so 3 ай бұрын
welcome to assam
@Monseng-Toys-zj4ox
@Monseng-Toys-zj4ox 7 ай бұрын
Love frm Assam
@deepaksaikia8193
@deepaksaikia8193 7 ай бұрын
They are our own we can't deny them
@mokhtamu8953
@mokhtamu8953 7 ай бұрын
Same isu all country all world
@nirupamasonowal5937
@nirupamasonowal5937 7 ай бұрын
আমাৰ অসমত আহি থকা বাংলাদেশী সকলে কিন্তু কেতিয়াও বাংলাদেশলৈ যাবলৈ মন কৰি নাথাকে। বাংলাদেশেও যোৱাতো নিবিচাৰে। থাকিলেই হল মাটি বাৰি এৰি দি আহিব লাগেনো কিয়? সকলো দেশতে বিভিন্ন দেশৰ মানুহে বাস কৰে নিগাজিকৈ বিভিন্ন কাৰণত চাকৰিয়েই হওক বা অন্য কাৰণতে হওঁক।
@NirantaMoran-jv4nd
@NirantaMoran-jv4nd 6 ай бұрын
We Love also...
@lulubora8001
@lulubora8001 3 ай бұрын
World thaka asomiya Assam citizen.
@surajrabha5735
@surajrabha5735 3 ай бұрын
Mor mnt akhomr akhiyak Bangladeshot thka akhomot ghurai anibo lage akhomt bohut Bangladeshi Miya tar kata par hoi ahi thake Bangladesh bordar chil hb lage
@Monseng-Toys-zj4ox
@Monseng-Toys-zj4ox 7 ай бұрын
জয় আাই অসম
@puspadhardeka5665
@puspadhardeka5665 Жыл бұрын
Welcom . Sabei ahile Val.
@sbsadhan4071
@sbsadhan4071 7 ай бұрын
Miwa xubak pothai dib paribi Bangladesh t
@GopalDey-e6p
@GopalDey-e6p 3 ай бұрын
Ashrai.devo.lage.joy.ai.akm
@hiradas2773
@hiradas2773 7 ай бұрын
Can Government bring back them to India.
@Hindurazz-northBengal
@Hindurazz-northBengal 4 ай бұрын
Jai assam❤
@TIB-gw9qe
@TIB-gw9qe 3 ай бұрын
উদ্ধাৰ কৰক অসম চৰকাৰে
@Dibakar03-09
@Dibakar03-09 6 ай бұрын
Nuwara, welcome ❤
@assamcreature8399
@assamcreature8399 3 ай бұрын
Kiman sarkari mati ase 50 bigha dile hl
@KhagenDuttaLahkar
@KhagenDuttaLahkar 3 ай бұрын
I will agri to live them inour assam
@RabiRabiboro
@RabiRabiboro 2 ай бұрын
Mama amar asomiya mahno khoklk ank
@hamenmedhivlogs8674
@hamenmedhivlogs8674 6 ай бұрын
👌 🎉🎉🎉🎉
@BipulBaro308
@BipulBaro308 7 ай бұрын
NRC Proyojon hoy ne nohoy...?
@dulubordoloi5697
@dulubordoloi5697 7 ай бұрын
Good news
@JojoJuju-py5uj
@JojoJuju-py5uj 7 ай бұрын
MARAM ❤❤❤❤❤
@bikirbhaofficial1072
@bikirbhaofficial1072 6 ай бұрын
Goalpara and kamrup and udalguri all district rabha manu,Dudhnoi huise Goalpara district?rabha hasong a olp nojor dibo lage
@ajitkumardas8620
@ajitkumardas8620 2 ай бұрын
Himanta Bishwa should take some steps to recover these Rabha people under CAA.
@phanidharrabha8057
@phanidharrabha8057 7 ай бұрын
তেওঁলোকক ভাৰতলৈ লৈ আনিব লাগে
@bashunatha4094
@bashunatha4094 3 ай бұрын
Aai Assam Rajya Me Jiman Sanatan Hind Yani Prakriti Pujak Nar Nari Hai, Pratham Ek Assami Pisat Hi Ek Ek Samaj , Mane To, Ham Sab Mahan Assami Hai, Karan Ab Samay Ki Mang Hai, Ek Bhav Bisar Se Jay Aai Assam Bolo ,Bikas Prokas Kro,
@SwdwmshriDaimary-vb8eo
@SwdwmshriDaimary-vb8eo 3 ай бұрын
@joymalakar3596
@joymalakar3596 7 ай бұрын
তেওলোক দেখি বহুত দুখ লাগিল। মোৰ মতে তেওলোকক অসমলৈ আনিব লাগে।
@BibidhaSamgraha
@BibidhaSamgraha 7 ай бұрын
Kino , kar dorot !. Sahos na rakhile yeh duniya kahi jine nhi deta
@sisirsarkar8477
@sisirsarkar8477 7 ай бұрын
Moi bangali Assomia.. Ahile Moi ek poriyal k Thai dim
@BabaSingha-j2i
@BabaSingha-j2i 3 ай бұрын
Jiman bangladesimiya amar assamot ase ihotok khedi pothiyabo parile.bahut hohoje samadhan hobo pare ai homoisakhini
@MantuTeran
@MantuTeran 3 ай бұрын
I Love you My FRIEND ❤❤❤
@Nabajit-pm8ew
@Nabajit-pm8ew 13 күн бұрын
JayAssam🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@kusumbardeka
@kusumbardeka 7 ай бұрын
CCA বিৰোধী দল বিলাকে বা কি কয়।
@YakfzJKA
@YakfzJKA 7 ай бұрын
Tahote kbo fake video n report 🤣🤣
@RT-pp4ou
@RT-pp4ou 3 ай бұрын
​@@YakfzJKA balor miya chup thak .
@YakfzJKA
@YakfzJKA 3 ай бұрын
@@RT-pp4ou guti khuli marble khelim
@nabajyotisarma8487
@nabajyotisarma8487 Жыл бұрын
Moi bahukeita videot saisu teuloke Assamar ahiba bisara buli kua nai
@gitumanibarman6536
@gitumanibarman6536 6 ай бұрын
Akhomot thoka bangladekhi sokolok akhomor pora pothai d anat kono asubidha nai, Laurin, gourab, himonto ,akhil buli kono kotha nai
@prasantadas5698
@prasantadas5698 7 ай бұрын
ইষ্টইণ্ডীয়া কোম্পানিৰ কাৰনে হল😢
@MunaRajbongshi-vu6dg
@MunaRajbongshi-vu6dg Ай бұрын
Bangladesh t thakileo eolok assamese, assamese gamosa loi kotha patise, assam t bangladeshi jenekoi nagorikatwa paise thik tenedore bangladesh gvrnt nagarikatwa pradan koribo lage, assamese hoi jiyai thakok. Taare kamanare, joy aai assam
@hopunjibonor7110
@hopunjibonor7110 6 ай бұрын
O my god abegig hoi golu 🥹🥲🥲
@kunumahato250
@kunumahato250 3 ай бұрын
If they are pure Assamese , kochRajbonshi,rabha ........or pure Hindu......we welcome our people........ But No Entry for Muslim.........
@akshaykonwar-x9u
@akshaykonwar-x9u 2 ай бұрын
Dibo lagibo eiluk hol axomiya
@ManujKoch-e2y
@ManujKoch-e2y 3 ай бұрын
Agote kone javo diselle, bipodt Assomiya.lagge.
@AmarchSwargiary
@AmarchSwargiary 3 ай бұрын
RATUL DA KOT ASHA APUNI
@bhagabandas4888
@bhagabandas4888 3 ай бұрын
CAA বাংলাদেশত থকা অসমীয়া মানু্হৰ বাবে যদি হলহেতেন তেনেহলে আপত্তি কাৰ?
@RatulshakiaShakia-wq6zz
@RatulshakiaShakia-wq6zz 7 ай бұрын
Amar,iyat,LoI,anibo,lage
@champakdeka4732
@champakdeka4732 7 ай бұрын
C. A. A ৰ লগত এই বিলাক কথাৰ যোগসুত্ৰ নাই, মোংগোলয়দ নৃগোষ্ঠীয় লোক সকল যিহেতু উওৰ পূবৰ মুল বাসিন্দা সেয়েহে তেওঁ লোকক আশ্রয় দিব পৰা যায় | বাকী ইছলামিক ৰাষ্ট্ৰ হিচাবে ইছলাম ধৰ্মাৱলম্বী সকলো লোক বাংলাদেশত নিৰাপদ, তেওঁ লোকে আহিব বিচৰাৰ যুক্তি নাই |
@avigyangogoi1062
@avigyangogoi1062 Жыл бұрын
Rangpur Tu a assamese village neki
@priyajyotimoran2686
@priyajyotimoran2686 3 ай бұрын
থাকক বাংলদেশত, , অসমত মিয়া নাই নেকি, তাহাতক দিবলৈ মাটি কত
@PranjalDaimary-i2k
@PranjalDaimary-i2k 7 ай бұрын
Jonojati log hokol hoja hohoj horol ahibo najanilehh......!! Kintu Bangladesh geda bilak hai Ahil
@mukutnath1419
@mukutnath1419 7 ай бұрын
Very vulnerable
@manikdas6654
@manikdas6654 3 ай бұрын
These Hindu Assamese Khilongia must be brought to Assam. Thousand infiltrators are destroying Assam.vWe should help these inocent Khilongia living in BDESH
@satyajitkumargogoi358
@satyajitkumargogoi358 3 ай бұрын
বাংলা দেশত কেৱল কম সংখ্যক অসমীয়া মানুহেই বসতী কৰি থকা নাই,মেইটে,খাচী,গাৰু,মিজু,কোকী ,বাৰখণ্ডী,চাউতালী,চুটনাগপুৰী এনে মানুহো বহু আছে,সেই সকলে কিন্তুু বাঙলা দেশত নিজৰ পৰিচয় বৰ্তাই বুকু ফুলাই জীয়াই আছে ,
@RiteshSingha-cg5qo
@RiteshSingha-cg5qo 5 ай бұрын
Assme come back
@DeghontoDutta
@DeghontoDutta 3 ай бұрын
7:01
@sukumardey3789
@sukumardey3789 3 ай бұрын
Akbaruddin's 15 minutes statement must be taken in notice & try to strengthen our hindustan remembering partition on religion but kept non-muslims there & kept muslims here which was not practicable on partition.
@derhacharnarzary4555
@derhacharnarzary4555 Жыл бұрын
Boro,rabha,koch people who went in search of work stayed there permanently could not return becoz of country separation
@NotreallyChiranjib
@NotreallyChiranjib 4 ай бұрын
Also many area of Bangladesh parth of koch and kachari kingdom
@derhacharnarzary4555
@derhacharnarzary4555 4 ай бұрын
@@NotreallyChiranjib it's true' but those are convert few thousand koch are left in cruel islamic country
@janamitarabha9272
@janamitarabha9272 7 ай бұрын
M from Goalpara dudhnoi....
Интересно, какой он был в молодости
01:00
БЕЗУМНЫЙ СПОРТ
Рет қаралды 3,7 МЛН
小路飞和小丑也太帅了#家庭#搞笑 #funny #小丑 #cosplay
00:13
家庭搞笑日记
Рет қаралды 17 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 32 МЛН
JANAKRISTI | GARO TRIBE OF GOHALKONA ,BOKO  | EP #81
28:14
DD ASSAM
Рет қаралды 238 М.
Интересно, какой он был в молодости
01:00
БЕЗУМНЫЙ СПОРТ
Рет қаралды 3,7 МЛН