All Times Hits of Jitul Sonowal Vol. I

  Рет қаралды 1,968,277

Assamese Golden Collections

Assamese Golden Collections

Күн бұрын

Please subscribe my channel for more updates

Пікірлер: 765
@assamesegoldencollections6639
@assamesegoldencollections6639 6 жыл бұрын
Please subscribe (free) the channel for beautiful collections kzbin.info/door/N-llGwEjDYz0aO8cYXSpyQ?view_as=subscriber
@babugogoi5126
@babugogoi5126 5 жыл бұрын
Assamese Golden Collections b
@ashisbora5314
@ashisbora5314 4 жыл бұрын
Volume I , r pisot aru volume ase jodi ,dibo...please
@pktaye4081
@pktaye4081 4 жыл бұрын
Nice for future.
@pktaye4081
@pktaye4081 4 жыл бұрын
@@babugogoi5126 keep up it for future generation records and development
@pktaye4081
@pktaye4081 4 жыл бұрын
@@ashisbora5314 krishti hol apun homajor chinakir bathkatia. Apunar hadhanai axomia jatir unnatit harihana jugauok.
@bhrigu5434
@bhrigu5434 6 ай бұрын
২০২৪ চনতো যদি কোনোবাই শুনিছা , লাইক এটা কৰি দিবা😊
@BontilaskarBontilaskar
@BontilaskarBontilaskar Ай бұрын
Hoday hunu like dal dibole ako ki bl ase fewra
@jugantarborsaikia4105
@jugantarborsaikia4105 5 күн бұрын
Attendance loi lua mur
@jugalsarmah5574
@jugalsarmah5574 4 жыл бұрын
শিশু জিতুল সোনোৱালে বিহু মঞ্চত গীত গোৱাৰ পৰা যুৱক জিতুল সোনোৱালে কেচেটত সুন্দৰ সুন্দৰ ৰোমাণ্টিক গীত উপহাৰ দিয়া লৈকে সকলোবোৰ মনৰ দাপোণত ভাঁহি উঠিছে | ইমান দৰদী কণ্ঠ !
@rupjyotigogoi9744
@rupjyotigogoi9744 2 жыл бұрын
Hoi hoi ratulmoni da.
@dr.rupshikhadutta2873
@dr.rupshikhadutta2873 2 жыл бұрын
Plz encourage him to start rendering beautiful numbers again. We always love his music😊
@manashpratimpatar4810
@manashpratimpatar4810 5 жыл бұрын
জিতুল সোনোৱাল ....নামেই যাৰ পৰিচয় ৷ আামিবোৰ জিতুল দাৰ গান শুনি শুনিয়েই ডাঙৰ হ’লো ৷ He is a true Rockstar... A Legend of modern assamese songs....হয়তো সকলোৰে মনত আছে ...সেই দিনবোৰত জিতুল সোনোৱালৰ গীতৰ বাবেই অসমীয়া কেছেটৰ ইণ্ডাষ্ট্ৰী আৰ্থিকভাবে টনকিয়াল হৈ উঠিছিল ৷ Love You & You are My altime favorite.
@ramuroy8078
@ramuroy8078 3 жыл бұрын
thik kotha Jitul,Bijoy Luna,Snadhya,.....
@auralife1500
@auralife1500 2 жыл бұрын
Budhe hogaye tumlog
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Jitul moro ejan anyatam all-time super favourite. He should start singing again.
@arunimadevi4577
@arunimadevi4577 2 жыл бұрын
সচা কথা
@boradavlogs343
@boradavlogs343 Жыл бұрын
90 kids are like here
@prasurjyabaruah1412
@prasurjyabaruah1412 4 жыл бұрын
আমাৰ সময়ৰ গান। এই গীতবোৰত ডুবি থকা সময়ৰ গান। সদায় চিৰ নতুন, ভাললগা 💗💗💗💗
@pallabideka335
@pallabideka335 4 жыл бұрын
ছোৱালী অবস্থা ত জিতুল দা ৰ গান শুনি শুনি কেছেট বেয়া হৈ গৈছিল, ৰিল বোৰ ছিগি যায় আকৌ ঠিক কৰো তাৰ পাছত ভালেই নোহোৱা হয় -------জিতুল দা ---এতিয়াও শুনো আপোনাৰ গান ----বুজাব নোৱাৰা এক অনুভৱ
@sangeetabaruah5311
@sangeetabaruah5311 2 жыл бұрын
সঁচাকৈ ।আমিও কেছেটৰ ৰীল ৰিৱাইন্ড কৰি কৰি শুনিছিলোঁ। আমাৰ বৰদেউতাৰ ছোৱালীৰ লগৰছোৱালীৰ এটা গেংগ আছিল। সিহঁতে জিতুল-জুবিনৰ প্ৰগ্ৰেম য'তেই আছে বুলি গম পাই তাতে উপস্থিত হৈছিলগৈ চাবলৈ।
@uddhabrajbangshi1648
@uddhabrajbangshi1648 Жыл бұрын
Love you
@hellowen_gamer3608
@hellowen_gamer3608 5 ай бұрын
Love. U
@BontilaskarBontilaskar
@BontilaskarBontilaskar Ай бұрын
Kiman bedona no
@phuleshwarikalita8018
@phuleshwarikalita8018 5 жыл бұрын
আপোনাৰ গান বহুত ভাল পাওঁ ।ছোৱালী অবস্থাত এইবোৰ গান চিঞৰি চিঞৰি গাইছিলো।তেতিয়া মই ভাবিছিলোঁ যে মই মোৰ সন্তানক গান শিকাম ।
@aparajitlalmazumdar7983
@aparajitlalmazumdar7983 4 жыл бұрын
i Nice
@mukuldas2884
@mukuldas2884 4 жыл бұрын
Dhuniya
@ramdhenu5399
@ramdhenu5399 3 жыл бұрын
ভন্তী, পিচে তোমাৰ মৰমৰ সন্তানক গান শিকালানে গম নাপালোঁ। বহুত ধন্যবাদ।
@BontilaskarBontilaskar
@BontilaskarBontilaskar Ай бұрын
Etya reel hikay noo
@nagendeka6625
@nagendeka6625 2 жыл бұрын
দৰদী কণ্ঠেৰে নিগৰা এই মনপৰশা গীতবোৰ সদায় চিৰযুগমীয়াহৈ ৰৱ অসমীয়া সংগীত জগতত।
@jalendranathdoley8412
@jalendranathdoley8412 4 жыл бұрын
এই গানটো শুনিলে মোৰ কানৈ কলেজত পঢ়ি থকা দিনবোৰলৈ মনত পৰে। feeling nostalgic.
@ashokbhattacharjee2933
@ashokbhattacharjee2933 3 жыл бұрын
100/Right Brother
@pranabkumardutta4114
@pranabkumardutta4114 4 жыл бұрын
আমাৰ সময়ৰ LoveSong |50+ হলো যদিও শুনি আমনি নালাগে |আকৌ ২৫ বছৰ আগলৈ ওভতি যোৱাযেন লাগে | Something evergreen.
@pallabimorang7757
@pallabimorang7757 4 жыл бұрын
কি শব্দ,কি সুৰ,কি কণ্ঠ.......কি গভীৰতা...কি বেদনা....চিৰযুগমীয়া গীত...
@mrinalchetia3873
@mrinalchetia3873 3 жыл бұрын
😪😪😪
@dulumonirajbongshi9253
@dulumonirajbongshi9253 Жыл бұрын
সুন্দৰ কন্ঠ, সুন্দৰ গীত চিৰযুগমিয়া
@DAYDREAMING1234321
@DAYDREAMING1234321 4 жыл бұрын
Why nobody tributes this legend nowadays. News channels are stuck with bhupen Hazarika and Zubeen Garg. I know they are great. But sometimes talk about other artists too.
@somnathchanda1250
@somnathchanda1250 2 жыл бұрын
Jitul da is our hearts.... No public recognition of needed
@jayantanath2011
@jayantanath2011 2 жыл бұрын
I simply love Jitul Xonowal's songs tremendously. He should start singing again immediately.
@sauravjyotinath6822
@sauravjyotinath6822 2 жыл бұрын
Still he is not getting the privilege though.... Etc etc
@safikurrahman1605
@safikurrahman1605 2 жыл бұрын
I think legends don't need any recognition
@lionelprk4088
@lionelprk4088 2 жыл бұрын
Xosa kotha
@nazmulkarimborbhuyan6694
@nazmulkarimborbhuyan6694 4 жыл бұрын
Jitul Sonowal - first singer to introduce westernisation in Assamese songs. Evergreen songs.
@bitupankonwar2500
@bitupankonwar2500 3 жыл бұрын
Yes👍
@auralife1500
@auralife1500 2 жыл бұрын
Bhupen hajarika kya hai phir
@geetanjaleesaikia1894
@geetanjaleesaikia1894 Жыл бұрын
​@@auralife1500 Dr Bhupen Hazarika was not a so called westernized singer/composer..no one can be more intellectually creative than him.
@utpalsarmah5681
@utpalsarmah5681 3 жыл бұрын
জিতুল আধুনিক অসমীয়া ‌গীতৰ বাটকটীয়া আছিল। মিঠা কন্ঠ লগতে।
@moyurborthakur5306
@moyurborthakur5306 2 жыл бұрын
Jitul da r program saisu xority wahh ki je smiri ..A GOLDEN VOICE JITUL DA WE LUV U AND UR ALL GOLDEN SONGS.🙏🏻
@maximdogs1983
@maximdogs1983 Жыл бұрын
আজি ২০২৩ চনৰ ৫ মে' , শুনিছোঁ জিতুলদাই বোলে আকৌ মঞ্চত গীত গাইছে। সেয়েহে তেখেতৰ গান শুনিবলৈ মন গ'ল আৰু এই চেনেলটোত এই গীতকেইটি বিচাৰি পাই তেখেতৰ মধুৰ কন্ঠৰ সোৱাদ ল'লোঁ। ধন্যবাদ। মেক্সিম ডগছ, ভিডিঅ'গেমাৰ।
@milonrajkhowa3414
@milonrajkhowa3414 3 жыл бұрын
চিৰযুগমীয়া গান,সদায় মনৰ ভিতৰত সতেজ অনুভৱ হয় এবাৰ শুনিলে,ধন্যবাদ জিতুল দা,আৰু যেন সুন্দৰ গীত উপহাৰ পাও আপোনাৰ পৰা শুনিবলৈ।
@dinohazarika8189
@dinohazarika8189 2 жыл бұрын
অসমৰ সঙ্গীত জগতৰ একালত চিৰ পৰিচিত মৰমৰ শিল্পী জিতুল দা ,হাইস্কুলীয়া জীৱনত তেখেতৰ সুৱদী সুৰীয়া পশ্চিমীয়া সঙ্গীতৰ ধাৰাত অসমীয়া গীতবোৰ শুনি শুনি আমি বোৰে চিঞৰী চিঞৰী জনা নজনাই গাইফুৰা স্মৃতিয়ে লৰালি দিনলৈ মনত পেলাই দিয়ে । গীতৰ মাদকতা আৰু ইয়াৰ ৰসৰ মিঠা আমেজ আজিও নতুনত্ব আমেজ দিয়ে আৰু বহু দিলনৈ দি থাকিব ।
@sanjibrabha8179
@sanjibrabha8179 9 ай бұрын
Nice song
@jadabnath6830
@jadabnath6830 Жыл бұрын
বহুত দিনৰ পিছত গীত কেইটা শুনিবলৈ পায় বহুত বেছি ভাল লাগিল, আবেগিক হৈ গলো 👌👌❤️💙💙
@dinohazarika8189
@dinohazarika8189 2 жыл бұрын
অসমৰ সঙ্গীত জগতৰ এক ধ্ৰুৱ তৰা,যেন অলেখ তৰাৰ তিৰ বিৰণিৰ মাজত নীলা আকাশত নয়নাভিৰাম ভাৱে পোহৰৰ ফিৰিঙতি বিলাই মনত আনন্দ দিয়ে ।
@bontiburagohainchetia1953
@bontiburagohainchetia1953 2 жыл бұрын
কি কণ্ঠ কি সুৰ তাহানিৰ এই গীত বিলাক শুনিলে আজিও মন জু ৰ পৰি যায়...... ,🙏🙏
@RinkuRiyan905
@RinkuRiyan905 2 жыл бұрын
ৰেডিঅত আপোনাৰ গীত শুনি শুনি শুনি ডাঙৰ হৈছো কিমান যে মধুৰ স্মৃতি আছিল সেইবোৰ কি দৰদী কন্ঠ আপোনাৰ জিতুল সোণোৱাল দা আপুনি আকৌ অসমীয়া সংগীত জগতলৈ ঘুৰি আহক বহু দিন হল আপোনাৰ গীত পোৱা নাই আৰু টিভি চেনেল বোৰত ও নেদেখা কিয়? এনেকুৱা গীত আৰু লাগে আমাক ❤️❤️❤️❤️প্ৰতিটো শব্দই অন্তৰ চুই যায় 😍😍💖💖💖💖💖ৰিংকু ৰিয়ান ✍️from বাইহাটা চাৰিআলি
@muktabhussain9416
@muktabhussain9416 5 жыл бұрын
বহাগ বিহুৰ বিহু সন্মিলনত দেখা পাম বুলি আশা কৰিলো মহাশয়। বিশেষকৈ আমাৰ উজনিৰ শিবসাগৰ জিলাত
@ramuroy8078
@ramuroy8078 3 жыл бұрын
bihu commite bilag Jitul, Bijoy ,.....k namate atiya
@tapandas4787
@tapandas4787 4 жыл бұрын
শৈশৱ কালত শুনিছিলো জিতুল দাৰ গান,আকৌ আজি 20বছৰ মান পিচত শুনিলো|
@rglike
@rglike 2 жыл бұрын
New generation bohut lora xuwali a jitul da sini npai... news channel & Assamese youtuber jiman khini ase hokoluk loi anurudh ..apunaluke jitul da'o j ajon legend hoi ei bikhoi to olp guruto diye jen.....
@muktabhussain9416
@muktabhussain9416 5 жыл бұрын
চিৰ সেউজী সেই তাহানিৰ গীত সদায় সজীৱ হৈ আছে আমাৰ প্ৰত্যেকৰে অন্তৰত। মন মতলীয়া হৈ পৰিল গীত কেইটা বহু দিনৰ মূৰত শুনি ।
@putulgayan648
@putulgayan648 5 жыл бұрын
ঠিকেই কৈছে হুচেইনদা ইমানযে মনপৰশা অসমীয়া ৰোমান্তিক গীত , সৰুকালৰ পৰাই শুনি আহিছো বাৰে বাৰে শুনিলেও হেপাঁহ নপলায় ।
@iveehazarika3737
@iveehazarika3737 Жыл бұрын
jitul Sonowal Assam's no 1 Singer. Late Jayanta Hazarika no 2. Jubin Garg no 3.My choice.
@pktaye4081
@pktaye4081 4 жыл бұрын
Jitul tumi ghuri aha axomor hongeet jogotoloii. Shistri kora , govexona kora janagustya kristi. prasar aru prashar kora bisara bukut. Tumar partiwar niswhash ase.
@jurimonibora6407
@jurimonibora6407 2 жыл бұрын
From my Childhood i use to listen Jitul Sonowal Songs..... Jitul Sonowal Rocks all time...His songs have great meaning 😊😊😊 Love u Jitul Sonowal da.
@ashikmohammad3217
@ashikmohammad3217 Жыл бұрын
চিৰযুগমীয়া গীত,এনে গীত সদায়ে জনপ্ৰিয় হৈ ৰব ৷ আমি আজিও শুনো, আগলৈও শুনি থাকিম
@ranjitsonowal7960
@ranjitsonowal7960 2 жыл бұрын
পুনৰ গান বোৰ শুনিবলৈ পাই ভাল লাগিল।মনত পৰিছে আগৰ কলেজলৈ ৰোৱা দিন বোৰ লৈ। দিন বোৰৰলৈ
@navyajitrajsingha7236
@navyajitrajsingha7236 Жыл бұрын
জিতুলদা ঘূৰি আহিছে মনটোত কিবা এটা অবুজ শিহৰণ
@juriborah2098
@juriborah2098 3 жыл бұрын
Mon golei jitul dar gaan ajiu gai thaku...ki xur ki Melody...akow jitul dar gan xuniboloi roi thaku ...parile ghuri aha jitul da....ami xodai asu
@pankajsarmabarua785
@pankajsarmabarua785 5 жыл бұрын
জিতুল দাৰ গানৰ সেই মৃদু ৰোমাঞ্চ এতিয়াৰ কোনো গীততেই নাপাওঁ। শিল্পী জনাই গান গাবলৈ এৰি দিলে নেকি? উভতি আহক জিতুল দা।
@sahcindrasonowal7292
@sahcindrasonowal7292 5 жыл бұрын
জিতুল দা আপুনি গানৰ আৰু সুৰৰ মাজলৈ আকৌ ওভতি আহক
@hemangapatowary7397
@hemangapatowary7397 Жыл бұрын
Well come
@rajubarua2801
@rajubarua2801 8 ай бұрын
অসমৰ সংগীত জগতৰ অন্যতম ব্যক্তিত্ব
@mollikvlogs9248
@mollikvlogs9248 5 жыл бұрын
মন পৰশা এই কালজয়ী গীতবোৰ চিৰতৰে যুগমীয়া হৈ থাকিব ৷ সৰুতে ৰেডিঅ'ত এইবোৰ গানৰ প্ৰেমত পৰিছিলোঁ ; আজিও সেই একেই আমেজ...
@Biswajitdeka6000
@Biswajitdeka6000 7 ай бұрын
2024 কোন কোনে শুনি আছা।
@dipjyotikalita5541
@dipjyotikalita5541 4 ай бұрын
মই।
@dannitanti3409
@dannitanti3409 4 жыл бұрын
You are proud of Asssam..I Love you,I Like you and also your melodious song. God bless you My lovely jitul da.jitul da log live
@diycraftideas1960
@diycraftideas1960 3 жыл бұрын
আই ঔ দেহি এই কেচেট তো ওলাওতে আমাৰ দেউতাই এটা mono tape কিনি আনিছিলে ‍১১০০ টকা দি আমাৰ কাৰণে😘। দেউতা কিন্ত্ত এতিয়া নাই, সেই tape তো আৰু cassette তো এতিয়াও মোৰ লগত আছে🙏
@dhirajmusical4055
@dhirajmusical4055 4 ай бұрын
Kiman yeart released hoisil?
@rituvikash
@rituvikash 4 ай бұрын
Loved reading the comments from decent fans of a decent artist❤LOVE YOU DADA❤
@bedi767
@bedi767 5 жыл бұрын
Apunar live function saisilu...ajir pora 20 years ago...apuni hatot guitar loi gaixil....best live performance I have ever seen...in my life... really u r the best
@entersb
@entersb 3 жыл бұрын
I saw him 25 years back last time !
@Samarvlogs.jorhat
@Samarvlogs.jorhat 4 жыл бұрын
Assamese Golden collection.... Love you bro... Thank you so much
@subratasarma84
@subratasarma84 Жыл бұрын
Jitul sonowal is one of my all time favourite singer. Ki maat, ki shoor, ki lyrics...xodai xunileu amoni nelage gaan bur
@ankurphukan3632
@ankurphukan3632 3 жыл бұрын
বহুত দিনৰ পাছত শুনিলো, ভাল লাগিল । গানবোৰ শুনি পুৰণি দিনবোৰলৈ মনত পৰি গল ।
@uttamdoley7986
@uttamdoley7986 2 жыл бұрын
Jitul Sonowal the King of Assamese Modern Song 👍👍
@azizahmed9075
@azizahmed9075 5 жыл бұрын
Salute to Jitul daa apunar ganor govirota akebare beleg .Love U Sir
@himangshugoswami8652
@himangshugoswami8652 6 жыл бұрын
অসম ৰ আধুনিক সুৰৰ জনক সোনোৱালদা ৰ গান চিৰ সেউজ।
@paragkonwar6466
@paragkonwar6466 6 жыл бұрын
yes, u r right friend
@himangshugoswami8652
@himangshugoswami8652 6 жыл бұрын
@@paragkonwar6466 thnx actually he was the pioneer in modern Assamese songs but not getting due recognisation
@Babuldailydairy07
@Babuldailydairy07 5 жыл бұрын
জীতুল দা আপুনি সদায় চিৰসেউজ
@mridupabandas8794
@mridupabandas8794 4 жыл бұрын
@@himangshugoswami86529
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Moio tenedare bhaabu. Axamiaa aadhunik xurar gaanar janak Jitul Xonowal. Tneor gaan bur etaa etaa ati mulyabaan xampad. Xeibur xadaay chira xeujiaa hoi thaakiba aaru maanuhak mugdha kari thaakiba. Kintu tneo aakou gaan gaabaloi aarambha karaa tu uchit natun udyomere. Aaru bahut bahut gaan tneor paraa aami bisaaru.
@maheshmedhi6743
@maheshmedhi6743 2 жыл бұрын
All times hits of jitul sonowal sir. 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@PareshPareshchdas
@PareshPareshchdas Жыл бұрын
এইবোাৰ হৈছে আমাৰ দিনৰ গান ,চুপাৰ হিট ৷
@rupalidas1082
@rupalidas1082 4 жыл бұрын
১৯৯৫ চনৰ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জিতুল সোনোৱাৰ দাৰ কণ্ঠৰ ধুনীয়া গীতৰ এলবাম।
@RinkuRiyan905
@RinkuRiyan905 Жыл бұрын
Yes moi 2001 jamana paiso 2006 r pora jitul dar song xuni aso
@lakhirajdeka
@lakhirajdeka 4 жыл бұрын
94 to 96 ত আমাৰ প্ৰেমৰ গান আছিল।🙏
@rupadas4008
@rupadas4008 4 жыл бұрын
Good song
@MONSUMDUTTA-kb1hk
@MONSUMDUTTA-kb1hk Жыл бұрын
Evergreen legend of Assam wish you good luck and good health. Long live jitul da.
@PranitaTalukdar-v9u
@PranitaTalukdar-v9u 7 ай бұрын
Namaste jitul da❤ who will see this song 2024 ❤ pleas like for jitul da❤❤❤❤
@meghalikonwar9450
@meghalikonwar9450 5 жыл бұрын
Hukh... Aru dukhr... Logori... Andhar aru puhorort Harothi... Jitul da... Apunar ganr hur baji ase hridoiot...
@prasantaborah5229
@prasantaborah5229 4 жыл бұрын
Jitul sonowal, luna sunuwal, bijoy bhuyan, ridip dutta , anima choudhary baideu adikori jiman bilak puroni gaan sei hokolure gaan dintut ebar nuhunilebhalei nalage. Hodai sunu eai gaanbur।otitior dinburoli bor monot pore........ সঁচাই old is gold.
@hemantaborah5639
@hemantaborah5639 4 жыл бұрын
জিতুল দা ; really ; You are evergreen Artist
@onpassion6939
@onpassion6939 2 жыл бұрын
mur priyo gayok.... jitul da
@sobnamsultanabegum4576
@sobnamsultanabegum4576 4 жыл бұрын
জিতু দা গান মই আগৰ পৰাই ভাল পাওঁ এতিয়াও আজৰি পালে শুনোI গানবোৰ মানুহৰ জীৱনৰ লগত সংগতি দেখা পাওঁ I
@babulsonowal9752
@babulsonowal9752 Жыл бұрын
তেখেতৰ গাঁৱৰ ঘৰ মোৰ ঘৰৰ ওচৰতে। তেখেতৰ গাওঁ খনৰ নাম সৰুধাদুম আৰু মোৰ চেঙেলী গাওঁ।
@gautamthepunk74
@gautamthepunk74 3 жыл бұрын
Greatest singer of an era... Those who gave dislike are may be alien. 👹
@surajitrabha8105
@surajitrabha8105 4 жыл бұрын
প্ৰথম প্ৰেমৰ অনুভূতি আনি দিছিলে এইবোৰ গানে মোক
@jayantasarmah9028
@jayantasarmah9028 Жыл бұрын
You are one of the pioneer of modern song. Amazing👍👍
@pklife2094
@pklife2094 4 жыл бұрын
Many assamese singers career distroyed by our morom or zubeen daa but its not his fault people shifted to zubeen as his voice was the new generations voice..
@nabadeepbhat9436
@nabadeepbhat9436 2 жыл бұрын
ইয়াত কমেন্ট কৰা সকলৰ, মনৰ ভাৱনাবোৰ অন্য এক স্তৰৰ।
@badanbadan7438
@badanbadan7438 4 жыл бұрын
বৰ ভাল লাগে আপোনাৰ গান শুনি মোক মই আজি 14 বছৰ হল আপোনাৰ গান শুনি থকা
@rimlideka7024
@rimlideka7024 3 жыл бұрын
2021 চনত কোনে কোনে জিতুল চাৰৰ গান শুনি আছা লাইক দি যোৱা
@sujaypatranabish794
@sujaypatranabish794 4 жыл бұрын
Meaningful, soulful, melodius voice of Jitul sonowal is unforgettable. you will always be loved.
@monjitlahon3963
@monjitlahon3963 5 жыл бұрын
জিতুল দা অসমৰ প্রথমজন ৰক,সংগীত গোৱা শিল্পী| খুব সুন্দৰ গায়নশৈলী,আৰু কন্ঠ|
@1543530000
@1543530000 5 жыл бұрын
Evergreen. দেহ মন ভাল লাগি যায়
@hirokjyotikonwar8121
@hirokjyotikonwar8121 4 жыл бұрын
Moi etiau jitul da, bijoy dar gaan hunu , ru huni thakim jibonor hekh hamay loike . Teulukor gaan bilak jen evergreen hoi rouk .
@hp4721
@hp4721 4 жыл бұрын
এই গীতবোৰে এসময়ত মন প্ৰাণ ভৰাই ৰাখিছিল
@umadas1499
@umadas1499 4 жыл бұрын
দাদা এটিয়াও ৰাখে
@hp4721
@hp4721 4 жыл бұрын
@@umadas1499 সময়বোৰ দেখোন সলনি হল । কিবা কিবি বোৰ হেৰাই গল সময়ৰ সোঁতত ।
@abhishekbaruah7027
@abhishekbaruah7027 6 ай бұрын
Listening in 2024❤
@lachitborphukanelectrical5348
@lachitborphukanelectrical5348 5 жыл бұрын
অসমৰ সংগীত জগতৰ মেলডিৰ ৰজা জন ..
@jatinboro4816
@jatinboro4816 4 жыл бұрын
Hoikhobor pora jowbonar protham khujot huna eeibur geet hunilei montu hei dinburoloi uramare...... Hoitu ewei akhomia ene geetor protham sarsta..... ❤❤
@sushilkonwar7012
@sushilkonwar7012 Жыл бұрын
জিতুল দা আমাৰ সময়ৰ তোমাৰ কণ্ঠে জীয়াই থকাৰ প্ৰেৰণা যোগাইছিলা তুমি ----
@shikhasaikia2285
@shikhasaikia2285 4 жыл бұрын
Every song gives me some relief from my internal pain
@KasturiBaruah-jd4iy
@KasturiBaruah-jd4iy 2 ай бұрын
'Jodi ketiyaba bharote' my best song. Actually thekhet dhara asile. Assamese modern anubhutir.
@KasturiBaruah-jd4iy
@KasturiBaruah-jd4iy 2 ай бұрын
Jodi ketiyaba bhagorote
@buddhakalitakalita7372
@buddhakalitakalita7372 4 жыл бұрын
Jitul Da please come back again ❤
@malayarabha9189
@malayarabha9189 4 жыл бұрын
Best evergreen song, jitul sonowaley axomya geetor hei donor 1st alolonor bat kotia buli Kobo pari.
@bobitabordoloi4801
@bobitabordoloi4801 3 жыл бұрын
Hai din bur monot pori jai.I love Sonowal Da❤❤❤❤
@ashoksonam
@ashoksonam 3 жыл бұрын
All time my favourite legendary songs of Jitul Da👍👍
@melodytunerecords658
@melodytunerecords658 3 жыл бұрын
You are a great legend, jitul da..your song is evergreen, very inspiring , ...its our soul..🙏
@hemprasadgogoi5081
@hemprasadgogoi5081 4 жыл бұрын
Jitul Sonowal keeping his place in Assamese music sea forever through these golden melodious songs but he ought to maintain this line as he can bcz we want more . With regards
@jayantanath2011
@jayantanath2011 2 жыл бұрын
Yes,yes, yes, yes, yes.
@pradippk5813
@pradippk5813 5 жыл бұрын
সচাই মন প্রাণ চুই যায় ..চিৰ সেঊজ গীত...please come back jitul daa
@dipankarsarmah9670
@dipankarsarmah9670 Жыл бұрын
When I miss my loved one ... I just come here to listen this evergreen melody.. 😭😔
@theassamesedebate1861
@theassamesedebate1861 5 жыл бұрын
২০১৯ চনতো কোনে জিতুলদাৰ এইকেইটা গান শুনিছে?
@jintujonak9046
@jintujonak9046 5 жыл бұрын
Debater Niku গান ভালপোৱা সকলো মানুহে শুনিছে ডাঙৰীয়া
@arishshen7929
@arishshen7929 5 жыл бұрын
aibur gaan hodai evergreen..aru evergreen hoi thakibo....
@niponjyotilaskar6097
@niponjyotilaskar6097 4 жыл бұрын
Ajir pora 30 yeara agor gan, but atiou evergreen...vabile asorit lage...tetiai ki composing korise...Miss u Jitul da
@sonudmjvlog4497
@sonudmjvlog4497 4 жыл бұрын
Moi hunu hadai
@sewaligoswami4673
@sewaligoswami4673 4 жыл бұрын
Jitul dar gan evergreen hoi xadae thakib.
@manatalukdar8245
@manatalukdar8245 3 жыл бұрын
2021 , aajio huni asu , aru huniei thakim , 10.30pm . huni asu , J S / J G , Best singer ,
@maheshmedhi6743
@maheshmedhi6743 2 жыл бұрын
Khosa emn hidoy Choi juwa gaan..... 💔💔💔💔💔💓💓💓💓💓👍👍👍👍
@basantirabha8809
@basantirabha8809 4 ай бұрын
my favorite singer jitul Sonowal🥰🥰🥰🎉🎉🎉❤❤❤👌👌👌👍👍👍🖐🙏🙏🙏 আকৌ এবাৰ গীত। শুনাৰ আশাৰে ধন্যবাদ❤❤❤🎉🎉🎉👌👌👌💕💕💕🤲
@sidharthgogoi6249
@sidharthgogoi6249 2 жыл бұрын
Legendary singer... Love you Sir 🙏
@anjankashyap5562
@anjankashyap5562 4 жыл бұрын
2020 amidst all bad days , these songs make it beautiful
@nipendeka4619
@nipendeka4619 5 жыл бұрын
জিতুদা আপোনাৰ গান বহুুত ভাল পাও
@dannitanti3409
@dannitanti3409 4 жыл бұрын
Jitul sonuwall's song are evergreen.
@nitumonisarma9410
@nitumonisarma9410 4 жыл бұрын
Bhut Val pow apunr gan bor
@munurimpi266
@munurimpi266 4 жыл бұрын
Jitul sonowalr 99 sonote Kargil re jujote pran ahuti disile golaghator jintue ei gan2 dibo neki bhut miss krisu plz
@manashjr.karjee5512
@manashjr.karjee5512 6 жыл бұрын
The new Assamese songs are nothing before these jewels. Absolute gems.
@nijamdoley2203
@nijamdoley2203 5 жыл бұрын
Ultimate song's 😘😘✌️#sonowal da Real Rockstar of Assam...
@habibgoldie3758
@habibgoldie3758 Жыл бұрын
khub dukh lage, Jitul daa herai thakile.... stage perform u nkre.... akou gabo lage...
@rimplebordoloi7339
@rimplebordoloi7339 Жыл бұрын
Nostalgic......our most favorite singer of the 90s...
@ArunPurkayastha
@ArunPurkayastha 5 жыл бұрын
Thase songs make me nostalgic everytime I hear....
Jitul Sonowal hit songs | Assamese golden hit songs #assamesesongs #jitulsonowalsongs
16:47
assam music entertainment world
Рет қаралды 153 М.
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 22 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 39 МЛН
Офицер, я всё объясню
01:00
История одного вокалиста
Рет қаралды 6 МЛН
Which One Is The Best - From Small To Giant #katebrush #shorts
00:17
Mrityunjoy Choudhury Presents"HITS OF JITEN DEKA"|Original sound track|
42:21
Mrityunjoy Choudhury
Рет қаралды 143 М.
Anamika || Best of Zubeen Garg || Top 5 Old Song by Zubeen Garg  || "Old is Gold"
27:59
HiT All Favourite . 84K views . 1 hours ago..
Рет қаралды 796 М.
Anamika - Full Album Songs | Audio Jukebox | Zubeen Garg | Assamese Song
45:06
RDC Assamese Official
Рет қаралды 210 М.
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 22 МЛН