কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

  Рет қаралды 1,031,880

Times Guwahati News

Times Guwahati News

Күн бұрын

Пікірлер: 778
@rashmiborah1103
@rashmiborah1103 7 ай бұрын
কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏
@monikakakati3907
@monikakakati3907 5 ай бұрын
ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora
@JogeshChoudhury-hw1dc
@JogeshChoudhury-hw1dc 5 ай бұрын
❤❤❤
@rajenchutia4918
@rajenchutia4918 3 ай бұрын
❤❤❤🎉
@nayanjyotikalita1215
@nayanjyotikalita1215 2 ай бұрын
মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।
@santanaphukongogoi7275
@santanaphukongogoi7275 Жыл бұрын
সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .
@Hunter-x1t1n
@Hunter-x1t1n 8 ай бұрын
Dada khub dhunia apuni bhogoban
@Moksharaj7
@Moksharaj7 8 ай бұрын
অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ
@putulnath1715
@putulnath1715 Жыл бұрын
প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।
@monudevi6911
@monudevi6911 Жыл бұрын
আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।
@KrishnaNirala-m3x
@KrishnaNirala-m3x Жыл бұрын
Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।
@northeastsurvivelskill9610
@northeastsurvivelskill9610 Жыл бұрын
এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।
@bhabanandanath9184
@bhabanandanath9184 Жыл бұрын
পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক। আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো। আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।
@junalidutta1692
@junalidutta1692 8 ай бұрын
Siro xeuj geet xamuh aamar xodai Priya 🎉🎉🎉
@jyotikamallsvlog
@jyotikamallsvlog Жыл бұрын
মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏
@kalyannath459
@kalyannath459 Жыл бұрын
শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very good song ❤❤❤❤
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
So sweetßong b sir❤❤❤❤❤
@kusumsarma4484
@kusumsarma4484 Жыл бұрын
Very veru lovely song bsir ❤😂😂❤❤❤
@guninborah4612
@guninborah4612 Жыл бұрын
এনেধৰনৰ কালজয়ী গীতসমুহ শুনিলে মনবোৰ অতীতলৈ ঘৃৰি ৰায় অ।
@nivagogoi5779
@nivagogoi5779 Жыл бұрын
বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।
@PutumoniHazarika-s8v
@PutumoniHazarika-s8v Жыл бұрын
পুৰণি গীত কেইটি শুনি ‌ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।
@himanibanikya8168
@himanibanikya8168 Жыл бұрын
এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏
@Mridutaye
@Mridutaye Жыл бұрын
এইদৰে আৰু পুৰণি গীত পৰিৱেশন কৰে যে ধন্যবাদ ❤❤
@dipjyotihazarika2879
@dipjyotihazarika2879 Жыл бұрын
Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻
@safrajblor7791
@safrajblor7791 10 ай бұрын
বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷
@khagennath4597
@khagennath4597 Жыл бұрын
অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome
@chanadra
@chanadra Ай бұрын
বৰ ভাল লাগিছে কল্পতৰু অনুষ্ঠান টি শুনি। ধন্যবাদ আপোনাসৱলৈ।
@pragyans9444
@pragyans9444 Жыл бұрын
আকাশ বাণী গুৱাহাটীৰ দ্বাৰা নিবে দিত জনপ্ৰিয় কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনালোঁ।
@mrinalborthakurkaliabor5554
@mrinalborthakurkaliabor5554 Жыл бұрын
বৰ সুন্দৰ লাগিল।বহুত দিনৰ পাছত গান কেইটা একেলগে শুনিবলৈ পালো।
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ‌।সচাঁ‌কৈয়ে OLD is GOLD.
@Sivanathsaikia
@Sivanathsaikia 9 ай бұрын
বৰ ভাল লাগিল আগৰ দিন বোৰলে মনত পৰি গ'ল ❤❤❤❤❤❤❤❤
@badanchutia8428
@badanchutia8428 Жыл бұрын
50।বচৰ।আগৰ।জিবনতি।জেনলাগিচে।।পুৰনিগিতলৈ।ধন্যবাদ ।
@prematullah
@prematullah Жыл бұрын
উফ..........ভাল লাগিল পুৱাই পুৱাই।
@kironbordoloi3680
@kironbordoloi3680 Жыл бұрын
পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।
@jayantapratimakalita1129
@jayantapratimakalita1129 Жыл бұрын
Bahut bhal lagil . Agaloi o anekuwa anuthan sunibo pam buli akha karilu
@rupenkakati185
@rupenkakati185 Жыл бұрын
অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏
@manikDeuri-g1q
@manikDeuri-g1q Жыл бұрын
পুৰণি গীতবোৰ সদায় শুনি থাকিব পাৰি।
@anantaborgohain3971
@anantaborgohain3971 Жыл бұрын
পুৰণি গীতবোৰ শুনিলে মনটো ভাল ও লাগে আৰু বেয়াও লাগে। বেছিকৈ বেয়াহে লাগে। দুখ লাগে। অতীতৰ সোণালী দিনবোৰৰ কথা মনত পৰে। যিহেতু বৰ্তমানকলৈ মুঠেই সুখী হ'ব পৰা নাই। যি কি নহওক এই অনুষ্ঠানটো ভাল লাগিছে। পুৰণি গীতবোৰে বেছিকৈ মোক বেছিকৈ টানে। "আকাশৰ ৰংবোৰ হেঙুলীয়া --------"। কিবা বেলেগ ধৰণৰ ভাল লাগে।
@narayankalita5327
@narayankalita5327 Жыл бұрын
পুৰনি দিন বোৰ লৈ মনত পৰিল। মন চুই যোৱা গীতবোৰ।
@gungunborgohain2141
@gungunborgohain2141 Жыл бұрын
ধন্যবাদ কল্পতৰু," বৰ্ণালী"ও সংযোগ কৰিবছোন
@j.kalita8801
@j.kalita8801 Жыл бұрын
এনেকুৱা গীতবোৰ মাজে মাজে দি থাকিবচোন❤❤❤
@opterminator3508
@opterminator3508 Жыл бұрын
অনুষ্ঠানটো বহুতভাললাগিল
@bikironphukan777
@bikironphukan777 Жыл бұрын
Very good
@akashchoudhary2638
@akashchoudhary2638 11 ай бұрын
বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।
@gitaroy5852
@gitaroy5852 Жыл бұрын
পূৰনি গীতবোৰ শুনি মনটো বৰ ভাল লাগিল।এই ধুনিয়া গীতবোৰৰ নিচিনা আৰু কেতিয়াও অইন গীত নহব ❤❤❤❤❤
@gitalibasumatary
@gitalibasumatary Жыл бұрын
সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊
@gkgogoi
@gkgogoi Жыл бұрын
Bohut val lagil
@monujgogoi6111
@monujgogoi6111 Жыл бұрын
Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।
@hemantarajkonwar146
@hemantarajkonwar146 Жыл бұрын
"ধন্যবাদ জনাবলৈ ভাষা নাই ।"
@GitaDeka-qq1tt
@GitaDeka-qq1tt Жыл бұрын
এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে
@puspanjalisarma4418
@puspanjalisarma4418 Жыл бұрын
বহুত ভাল লাগিছে এই অনুষ্ঠানতো আকৌ শুনিৱলৈ পায়। পুৰণি দিনবোৰ ঘুৰাই পোৱা যেন লাগিছে। বহুত বহুত ধন্যবাদ জনালো আপোনালোকক🙏
@dhrubajyotisarma1845
@dhrubajyotisarma1845 Жыл бұрын
অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।
@saijuddinahmad2734
@saijuddinahmad2734 Жыл бұрын
29:09 29:10
@saijuddinahmad2734
@saijuddinahmad2734 Жыл бұрын
😊😊😊
@rubulhussain2840
@rubulhussain2840 Жыл бұрын
এই বোৰেই হল আচল গীত
@aleeborgohain7439
@aleeborgohain7439 6 ай бұрын
Agor dinbur monot pori goise .redio t hunar dore lagise thanks
@mukulhazarika490
@mukulhazarika490 Жыл бұрын
পুৰণি গান শুনিলে মই সকলো পাহৰি যাওঁ ।
@rupalihazarika9752
@rupalihazarika9752 Жыл бұрын
বহুত বহুত প্ৰিয় গীত ❤
@rinkikalita9507
@rinkikalita9507 Жыл бұрын
কেতিয়াও ভবাই নাছিলোঁ এই গানবোৰ যেন আকৌ পাম 😢স্কুল কলেজৰ দিনবোৰ লৈ মনত পৰি গল.. মোৰ লগত মোৰ মাও এই গীত সমূহ শুনিছিল.. কিন্তু আজি মোৰ মা এই পৃথিৱীত আৰু নাই... মালৈ বহুত মনত পৰিছে... 😢আজি এই গীত সমূহ নষ্টনষ্টালজিক ❤❤❤❤❤ মোৰ বাবে 😭😭
@BinyKumardas-ks1xl
@BinyKumardas-ks1xl Жыл бұрын
পুৰণি গীতে খেতিয়াও আমনি নিদিয়ে শুনি থাকিবৰ মন যায়
@bimandas7309
@bimandas7309 Жыл бұрын
বহুত ধুনীয়া লাগিছে গান কেইটা ❤
@dilipkrnath9158
@dilipkrnath9158 Жыл бұрын
অতি সুন্দৰ অনুস্থান ৷
@salimchoudhury7343
@salimchoudhury7343 9 ай бұрын
সুন্দৰ গান আপোনালোকে ধৰি ৰখাৰ কাৰনে আন্তৰিক ধন্যবাদ।
@pankaj88440
@pankaj88440 3 ай бұрын
সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!
@niradadevi8098
@niradadevi8098 Жыл бұрын
এই অনুষ্ঠানটো শুনি বহুত বহুত বহুত ভাল লাগিল। আগলৈও এনেদৰে মনোৰঞ্জন দিব বুলি আশা ৰাখিলোঁ।
@debabaruah2056
@debabaruah2056 Жыл бұрын
Tremendous
@m.rankurgamer3313
@m.rankurgamer3313 Жыл бұрын
অতি সুন্দৰ লাগিছে সদাই পাম বুলি আশা কৰিলো 🙏
@tutumonibora1708
@tutumonibora1708 Жыл бұрын
কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনাইছো ।
@jayantanath2011
@jayantanath2011 3 ай бұрын
সঁচাকৈয়ে কল্পতৰু অনুষ্ঠানটো জীয়াই ৰাখি আপোনালোকে সাংঘাতিক এটা ইতিধৰ্মী কাম কৰিছে। অশেষ ধন্যবাদ।
@muniramunda-no7wt
@muniramunda-no7wt Жыл бұрын
Horute school ot gaisilu khub val lagise I miss horu kal
@jatindekaassam5382
@jatindekaassam5382 Жыл бұрын
Khub Hundor puroni git huni upluto holu. 👌👌👌👌👌👌👌👌👌
@AnilDutta-ps1fl
@AnilDutta-ps1fl 10 ай бұрын
Frantastic ...
@dipteerajkhowahazarika669
@dipteerajkhowahazarika669 Жыл бұрын
পুৰণি গীত বোৰ মোৰ বৰ প্ৰিয়।
@rajeswarbasumatary7984
@rajeswarbasumatary7984 Жыл бұрын
পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮
@mrinalchandrakalita627
@mrinalchandrakalita627 5 ай бұрын
কল্পতৰুৰ জীতবোৰ শুনি সৰুকালৰ কথাবোৰ মনত পৰি যায় ৷ মনটো নষ্টালজিক হৈ উঠেদ ৷
@kartickbarooah755
@kartickbarooah755 Жыл бұрын
আপোনালোকৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ললোঁ ৷ শ্ৰোতা সকলৰ অফুৰন্ত সঁহাৰি আপোনালোকে যে লাভ কৰিব তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে ৷
@MihiramSaikia-y5z
@MihiramSaikia-y5z Жыл бұрын
ধন্যবাদ জনাইছো অতিতশিল্পীকজীয়াইৰখাৰবাবে
@rahulsaikia
@rahulsaikia 5 ай бұрын
শৈশৱতে শুনা গান বোৰ শুনি যিতো মাদকতা পোৱা যায়।।।কি সুন্দৰ লিখনি/সুৰ/কণ্ঠদান/মিউজিক ❤❤❤❤আৰু আজিকালি?????
@jintupathak8947
@jintupathak8947 Жыл бұрын
বঢ়িয়া
@amallaskar3537
@amallaskar3537 Жыл бұрын
এই অনুষ্ঠান শুনি মই বহুত ভাল পাওঁ এনেকৈ আৰু ভাল ভাল পুৰণি গান বোৰ শুনাই থাকিবলৈ মোৰ ফালৰ পৰা অনুৰোধ 🙏🙏🙏|
@bantidutta3464
@bantidutta3464 Жыл бұрын
বৰ সুন্দৰ
@medinitalukdar4873
@medinitalukdar4873 Жыл бұрын
❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ... বৰ ভাল লাগিল দেই
@gitanjalipathak1375
@gitanjalipathak1375 Жыл бұрын
খুব সুখী হ'লো। শৈশৱতে কল্পতৰু সদায় শুনিছিলো।
@mainubhuyan6457
@mainubhuyan6457 Жыл бұрын
বহুত ভাল লাগিল । কল্পতৰু অনুস্থান টো দিয়াৰো অধীৰ হেপাহৰে বাট চাই ৰৈছিলো
@promeswarronghang8646
@promeswarronghang8646 Жыл бұрын
Nice.. Keep it up and go on.
@ashalatarabha1100
@ashalatarabha1100 Жыл бұрын
বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম
@MaimonMechanical
@MaimonMechanical Жыл бұрын
Buhut Bhal Lagise Puroni Gaan Bilak Huni Kintu Time stamp Lagisile sob Ganor description'ot
@kalpanachaudhury1403
@kalpanachaudhury1403 Жыл бұрын
অতি সুন্দৰ মোহনীয়। গীত
@padumidas8103
@padumidas8103 Жыл бұрын
খুবেই ভাল লাগিল শুনি
@syedalberuni2360
@syedalberuni2360 Жыл бұрын
এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।
@jogannathdutta8000
@jogannathdutta8000 5 ай бұрын
Bor val lagil .samai mamsab or gitow sunabson
@hitendratalukdar8855
@hitendratalukdar8855 Жыл бұрын
Eman val lage agar gaan bor joi I axom
@hkbaruah4475
@hkbaruah4475 Жыл бұрын
বহুত ধুনিয়া কালেক । ধন্য বাদ ।
@pradipdoley6949
@pradipdoley6949 Жыл бұрын
অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD
@bikashsaikia1890
@bikashsaikia1890 7 ай бұрын
এই অনুষ্ঠান বিলাক আজিও ৰাখি থোৱা কাৰণে, বহুত বহুত ধন্যবাদ 🙏,, অলপ সময় কাৰণে ম‌ই সৰু কালৰ দিনলৈ মনত পৰিছে, তাহানিৰ ৰেডিঅ'অনুষ্ঠান বিলাক খুব মন দি সুনিছিলো ,❤ মিঠা মিঠা সুৰ ,মনটো জিপাল কৰি দিলে
@aparajitaphukan1371
@aparajitaphukan1371 Жыл бұрын
Bohut besi bhal lagil , xodai enedore huniboloi aakhare roi aasu .God bless you .
@sahidurrahman1576
@sahidurrahman1576 Жыл бұрын
Bht bht dhunia lagise dei
@Basantakumarnath-n5d
@Basantakumarnath-n5d 8 ай бұрын
ভাল লাগিল মোৰ। এনেকুৱা পুৰণি দিনৰ গীত শুনিবৰ বাবে অধিক আগ্ৰহৰে বাট চাই থাকিলো।
@AH_songeet_sarita
@AH_songeet_sarita 7 ай бұрын
Borbhal loga geet bor hunoR karone dhninyabad jonalo
@Puja73215
@Puja73215 Жыл бұрын
♥️♥️🤗 মন প্ৰাণ জুৰ পৰি গোল শুনিব পাই
@bornalijrt
@bornalijrt Жыл бұрын
চিৰসেউজীয়া এই গীতসমূহ আমাৰ সদায়েই প্ৰিয়। এই গীতসমূহ youtube ত সাঁচিৰখাৰ বাবে অনেক ধন্যৱাদ ❤❤
@amulyapegu2499
@amulyapegu2499 Жыл бұрын
অসমীয়া পুৰনি গীতবোৰ শুনি বৰ ভাল লাগিল ,এই অনুষ্ঠানটো মোৰ বাবে প্রিয় অনুষ্ঠান হব |
@dibavlogs2665
@dibavlogs2665 Жыл бұрын
Hhjk
@mohanpradhan2703
@mohanpradhan2703 Жыл бұрын
বৰ ভাল লাগিল ধন্যবাদ
@DelwarHussain-e8x
@DelwarHussain-e8x 8 ай бұрын
অনুষ্ঠানটোয়ে অতীতক মনত পেলাই দিলে। গীতবোৰ শুনি বহুত ভাল লাগিল। আগলৈও শুনিবলৈ পাম বুলি আশা ৰাখিলো।
@putulsonowal7379
@putulsonowal7379 Жыл бұрын
অতিতলৈ মনত পৰিল গীতটী শুনি ।
@kankandas1908
@kankandas1908 5 ай бұрын
আগতে আমি ৰেডিঅ ত সুনিচিলো ❤
@DipaliTalukdar-sn8pe
@DipaliTalukdar-sn8pe 6 ай бұрын
গীতৰ শৰাই বহুত ভাল লাগিছে। পুৰণি গীত আশা কৰিলো ।
@duleswarchetia2366
@duleswarchetia2366 Жыл бұрын
বৰ সুন্দৰ লাগিলে, পুনৰ আশা কৰিলো।
@ramadas5839
@ramadas5839 8 ай бұрын
Thanks for your this great initiative taken by u .God bless you.
@prabinkumarbaro3382
@prabinkumarbaro3382 Жыл бұрын
আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l
@mominulhoque2255
@mominulhoque2255 Жыл бұрын
banan bor suddokoi likhib de
@PANKAJSHARMA-px3tl
@PANKAJSHARMA-px3tl Жыл бұрын
Really fantastic to create the refreshing the old memories
@prabindeka5498
@prabindeka5498 Жыл бұрын
আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
@jeetoxom3897
@jeetoxom3897 Жыл бұрын
ইমান সুন্দৰ এৰি অহা দিনবোৰ।।
@baloroy-fz1ik
@baloroy-fz1ik 8 ай бұрын
PuranA gan val lagil❤❤
Deadpool family by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 3,9 МЛН
За кого болели?😂
00:18
МЯТНАЯ ФАНТА
Рет қаралды 3,5 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 40 МЛН
Муж внезапно вернулся домой @Oscar_elteacher
00:43
История одного вокалиста
Рет қаралды 7 МЛН
8 July 2022
38:27
NagbeelyGorkha channel
Рет қаралды 1,7 МЛН
Assamese Radio Song2
20:24
BISWAJIT
Рет қаралды 408 М.
Deadpool family by Tsuriki Show
00:12
Tsuriki Show
Рет қаралды 3,9 МЛН