Рет қаралды 24,190
📌অতিবৃষ্টিয়ে ৰাজ্যত সৃষ্টি কৰিছে জলপ্ৰলয়। ভিন্ন স্থানত বানৰ বিভীষিকা। ক'ৰবাত যদি ঘৰৰ মূধচলৈকে পানী আন ক'ৰবাত মথাউৰি ভাঙি পানী সোমাইছে গাঁৱত। ঠায়ে ঠায়ে উটি গ'ল দলং। অন্ন-বস্ত্ৰ-বাসস্থান হেৰুৱাই হাহাকাৰ বন্যাক্ৰান্তৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/