IPS বিষয়া শিলাদিত্য চেতিয়াৰ আয়াৰলেণ্ডত থকা ভগ্নী আহি পোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব শেষকৃত্যৰ সময়

  Рет қаралды 67,894

News Live

News Live

19 күн бұрын

🔴 IPS বিষয়া শিলাদিত্য চেতিয়াৰ আয়াৰলেণ্ডত থকা ভগ্নী আহি পোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব শেষকৃত্যৰ সময়
🔴 নেমকেয়াৰ হাস্পতালৰ মৰ্গত ৰখা হৈছে IPS বিষয়াজনৰ আৰু তেওঁৰ পত্নী আগমনি চেতিয়াৰ নশ্বৰ দেহ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 14
@miduldutta8798
@miduldutta8798 18 күн бұрын
আবেগিক হৈ যি কোনো সিদ্ধান্ত লোৱাটো অতিকে ভয়ানক হয় , বৰ দুখ লাগিল ভগৱানে আত্মাৰ চিৰ শান্তি দিয়ক 🙏🙏🙏
@user-dv5oo8zv5u
@user-dv5oo8zv5u 18 күн бұрын
প্ৰেম স্বৰ্গীয় বৈষয়িক বস্তু তেনেয় নগন্য। ডাঙৰ পদবীত থাকিলেও নিজকে বহুত অকলশৰীয়া অনুভৱ কৰিছিল চাগে । বাতৰিটো চাই বহুত দুখ লাগিল ।
@priyankabaruah2311
@priyankabaruah2311 18 күн бұрын
বাতৰিটো অতি দূখলগা। ইমান উচ্চস্তৰীয় এজন ব্যক্তিৰ এই ঘটনাই সকলোৰে অন্তৰ চুই গৈছে। আচলতে জীৱন, কৰ্মব্যস্ততা, নিসংগতা ... এইবোৰ বৰ স্পৰ্শকাতৰ। এজন বহুত সাহসী মানুহো কেতিয়াবা ক'ৰবাত দুৰ্বল হৈ যাব পাৰে। এই পৃথিৱীত অকলশৰীয়া হৈ জীয়াই থাকিবলৈ বহুত সাহসী আৰু ধৈৰ্য থাকিব লাগিব। অকলশৰীয়া জীৱন বৰ কষ্টকৰ। কিন্তু বৰ দুখ পাইছোঁ, আমি সাধাৰণ মানুহ হৈও বহুত দুখ কষ্ট পাইও আছোঁ কোনোমতে। তেখেতে সেই মূহুৰ্তত অকণমান যদি ধৈৰ্য ধৰিলেহেতেন। যেতিয়া জীৱনৰ ৰং সকলো ফালৰপৰা হেৰাই যায় তেতিয়া মানুহৰ এনে হয়। ই কেৱল পত্নী প্ৰেম নহয়। তেখেতৰ জীৱনটো নিজৰ বিবেকেৰে পৰ্যালোচনা কৰি এইটো কামৰ সিদ্ধান্ত লৈছে।
@udeshnasaikia7045
@udeshnasaikia7045 18 күн бұрын
😢😢😢bohut dukhor besoi hetesh sir kotha tu sune berat dukh lagese
@rimleeborah5460
@rimleeborah5460 18 күн бұрын
দুই জনৰ আত্মাৰ সদগতি কামনা কৰিলো🙏🙏🙏
@eloradas8542
@eloradas8542 17 күн бұрын
May their soul get eternal peace om Shanti.
@dhanmonihaloi7790
@dhanmonihaloi7790 18 күн бұрын
😢😢😢
@user-dv6xp2wb4d
@user-dv6xp2wb4d 18 күн бұрын
Duyore aatmai xanti lv korok 🙏🙏🙏
@yoyyyy668
@yoyyyy668 18 күн бұрын
Nmcaret thaka sister jonir ji daitta asil olopo palan nokorile.kokayekor sahas hoi thio hobo lagisil kasot
@satyajitdas7917
@satyajitdas7917 15 күн бұрын
Didi and siter kono kam ka Nehihe Morneki bad sab ata he Rone kelikea Aj socho Bhai bhai
@HirenChutia-sc9se
@HirenChutia-sc9se 17 күн бұрын
@HirenChutia-sc9se
@HirenChutia-sc9se 17 күн бұрын
Pithibi pora gibo hekh huwatu bisaru
Heartwarming: Stranger Saves Puppy from Hot Car #shorts
00:22
Fabiosa Best Lifehacks
Рет қаралды 19 МЛН
THEY made a RAINBOW M&M 🤩😳 LeoNata family #shorts
00:49
LeoNata Family
Рет қаралды 27 МЛН
Children deceived dad #comedy
00:19
yuzvikii_family
Рет қаралды 8 МЛН
Я нашел кто меня пранкует!
00:51
Аришнев
Рет қаралды 3,7 МЛН
অম্বুবাচী#Bhagawat||Namti Lunpuria||Padma kakoti||@jyotimoy6018 ||Pranjit Gogoi||
34:31
জ্যোতিময় Jyotimoy
Рет қаралды 1,1 МЛН
Heartwarming: Stranger Saves Puppy from Hot Car #shorts
00:22
Fabiosa Best Lifehacks
Рет қаралды 19 МЛН