Рет қаралды 3,194
📌ঔদ্যোগিক বিপ্লৱ। বিশ্বৰ প্ৰতিখন ঘৰৰ ডাইনিঙত থাকিব লাগিব ভাৰতত উৎপাদিত খাদ্য-সামগ্ৰী। সমগ্ৰ দেশত প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিলে ৭৩টা উদ্যোগৰ। ৭৩টা ফুড প্ৰচেছিং উদ্যোগত অন্তৰ্ভূক্ত মঙলদৈৰ TRINITY FRUCTA। এই প্ৰতিষ্ঠানত সংস্থাপন পাব ২ হাজাৰ যুৱক-যুৱতীয়ে।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/