বেদ ব্যাসৰ লগত হল ষড়যন্ত্ৰ। বেদ ব্যাসক দুৰনাম কৰি আধিপত্য স্হাপনৰ লালসা।

  Рет қаралды 2,004

Updesh Mala

Updesh Mala

Күн бұрын

Пікірлер: 45
@p.m.sharma6026
@p.m.sharma6026 Ай бұрын
সুন্দৰ আলোচনা ৷
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 3 ай бұрын
ও নম‌ ভগৱতেই বাসুদেৱাই কৃষ্ণ কৃষ্ণ কৃষ্ণ
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
ঔঁ। সুন্দৰ সত্য শুদ্ধ সন্ধানী আলোচনা ।উক্ত আলোচনাৰ দ্বাৰা লোক উপকৃত হব । ৰামো নাই অযধ্যাও নাই ,উক্ত বাক্যৰ দৰে শংকৰদেৱো নাই শংকৰদেৱৰ ভক্তি ধৰ্ম উপদেশ নাই ।এই কথা শংকৰদেৱৰ শিষ্য ভক্ত শংকৰী একশৰণীয়া মহাপুৰুষীয়া সকলে পূমাণ কৰি আছে বৰ্তমান শংকৰদেৱোথনাই শংকৰদেৱৰ আদৰ্শ উপদেশ বাণী ভক্তি ধৰ্মও নাই এতিয়া শংকৰদেৱৰ নামটোহে আছে ।শংকৰদেৱক ঢাল হিচাপে ব্যৱহাৰ কৰি শংকৰদেৱক নকল কৰি শংকৰৰ শিষ্য ভকত সকলে নকল কাল্পনিক শংকৰদেৱ সৃষ্টি শাস্ত্ৰৰ বাণী উপদেশ তত্ব পদৰ কৰি ভুল বিকৃত অপব্যাখ্যা অসমত বৈষ্ণৱ ভক্তি ধৰ্ম বিকৃত কৰি ধৰ্ম কলুষিত ভ্ৰষ্ট কৰি আছে ।শংকৰ মাধৱৰ শিষ্য নামধাৰী শংকৰী সকলে এতিয়া এনে পৰ্যায়লৈ নিছে যে শংকৰী সকলে যি কৰি আছে যি যি কৈ আছে যিদৰৃ ব্যাখ্যা কৰি বুজাই শংকৰী ধৰ্ম প্ৰচাৰ কৰি আছে তালৈ চাই বুজিব শংকৰদেৱে প্ৰচাৰ কৰা শংকৰী একশৰণীয়া বৈষ্ণৱ ধৰ্ম হৈছে শিৱ দুৰ্গা দেৱ দেৱী বেদ পুৰাণ উপনিষদ শাস্ত্ৰ নিন্দা বিৰোধ কৰা আন গুৰু দেৱ নাম ভকতক নিন্দা ঘৃণা হেয়জ্ঞান তাচ্ছিল্য সমালোচনা কৰা ধৰ্মলৈ ৰূপান্তৰ কৰিছে শংকৰী সকলে ।গতিকে কীৰ্তনঘোষাৰ সকলো পদ অদৰ্কাৰী সেয়ে ১৭ খন পুৰাণ অদৰ্কাৰী বুলি ভাবে শংকৰী সকলে ।ওঁম ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ।হৰ হৰ মহাদেৱ ।ঔঁ তৎ সৎ🙏
@BodhenBorah
@BodhenBorah 3 ай бұрын
@@asomiaasom6008 সুন্দৰকৈ বুজাই দিয়া বাবে আপোনাক ধন্যবাদ ৷
@pranabdas7121
@pranabdas7121 29 күн бұрын
@@BodhenBorah মেদ যোৱাৰ পিছত ঔষধৰ গুন নেথাকে,, কলিযুগত হৰিনাম কীৰ্ত্তন শ্ৰৱণ কৰিবলৈ ৰজা জন্মেজয়ক ব্যাস দেৱই উপদেশ দিছিল
@BidyutRajkonwar-hy4df
@BidyutRajkonwar-hy4df 27 күн бұрын
ঠিকেই কৈছে আপুনি শিৱ নিন্দা কৰা জন ছাগলী মাথা লগালে শিৱই
@JunmoniDevi-ko4iu
@JunmoniDevi-ko4iu 24 күн бұрын
Budhen borah দেৱ paracetamol teblet ৰ ম্যাদ শেষ হলেও একেটা formula তেই পুনৰ paracetamol ই তৈয়াৰ কৰা হয়। বুজি নেপালে অলপ অধ্যয়ন কৰি লৱ।
@pranabdas7121
@pranabdas7121 24 күн бұрын
@@JunmoniDevi-ko4iu ধন্যবাদ,,আপুনি বুজি পাইছে,,,এতিয়া কলিযুগত হৰিনাম। কলিযুগ শেষ হলেহে আপোনাৰ ফৰ্মূলাৰ কাম আহিব,, বৰ্তমান সময়ত দুৰাচাৰী ,,তিৰোচোৰ, ধৰ্ষণকাৰী ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি ৰাৱণক অনুসৰণ কৰি টিলিঙা বজাই শিৱক পূজা কৰিলে ৰাৱণৰ দৰে দশা হয়,, ,পৰমব্ৰহ্মক নেজানি ধৰ্ষণকাৰী ৰাৱণৰ আদৰ্শ লওক
@Manikanta-q2y
@Manikanta-q2y Ай бұрын
ওঁম নমঃ শিৱায়
@hindusanatan0474
@hindusanatan0474 6 күн бұрын
Oti sundor pronam🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🌹🌹🌹🌹🌸🌸🌹🌹🌹🙏🙏🙏🙏🕉🕉🕉🕉🕉🕉🕉🕉💕💕🕉🕉🕉🕉🕉🕉🕉🕉🕉🕉
@IranjotiySaikia
@IranjotiySaikia 3 ай бұрын
ভিডিঅ'টো দিয়াৰ বাবে ধন্যবাদ হৰ হৰ মহাদেৱ জয় সনাতন ধৰ্ম
@BodhenBorah
@BodhenBorah 3 ай бұрын
হৰ হৰ মহাদেৱ ৷জয় জগত গুৰু শিৱ শংকৰ ৷
@LakhiboraLakhibora-b3i
@LakhiboraLakhibora-b3i 2 ай бұрын
🕉namh shivay 🙏🙏🙏🌺🌺🌺🚩🚩🚩
@jayantas834
@jayantas834 3 ай бұрын
জয় শিৱ শংকৰ ৷জয় শ্ৰী কৃষ্ণ ৷ হৰ হৰ মহাদেৱ ৷
@shyammahanta7317
@shyammahanta7317 3 ай бұрын
হেৰি প্রভু আপুনি ফলটোৰ বাকলিবোৰৰ কথাহে কৈ আছে ! মহাপুৰুষ গুৰুজনাই কি কৈছে আপুনি নিজে বুজা নাই |আনক কি বুজাব? সকলোবোৰ বেদ, উপনিষ, পূৰাণ অধ্যয়ন কৰি কি পালো বুলি কৈছে, সেইটো দেখোন আপুনি নকয়? অহৰ্নিশি চাৰি বেদ বিচাৰি বেকত কৰিলা হৰি নাম | যাকেৰি বয়নে মিলাই গায় পাই মনোৰথ কাম| আপুনি উদাহৰণ দি নাৰদি পূৰাণৰ বৰ্ণনা দিয়া কীৰ্ত্তন জনত পিছৰ পদ জনাত কি কৈছে সেইটো নকয় কেলে? নাৰদ বাণী শিলাৰ ৰেখা |বৃহত নাৰদী বিচাৰি দেখা || সমস্ত লোকৰ ধৰ্মক এড়ি | বিষ্ণুৰ নামক সততে ..... || কি তাৰমানে ? আপুনি অৰ পৰা ত'ৰ পৰা দুশাৰি পদ আনি কি বুজাব বিচাৰিছে? মানুহক আপুনিহে বিভ্ৰান্তি কৰিব দেখোন এতিয়া | শুনক প্রভু, মই তথাকথিত ভাগৱত আচাৰ্য্যকো সমৰ্থন কৰা নাই, আপোনাকো সমৰ্থন কৰা নাই | যেয়ে যেনেকৈ যাক ইষ্ট দেৱতা হিচাবে মানি আছে মানি থাকিবলৈ দিয়ক | না আপুনি কাৰোবাক স্বৰ্গলৈ নিব পাৰিব না সেই সকলে কাৰোবাক বৈকুন্ঠলৈ নিব পাৰিব! যাৰ যি কৰ্ম সেইমতে কৰ্মফল ভোগ কৰিব লাগিব | গতিকে থকা দিন কেইটাত যিমান খিনিলেকে পাৰি এৰাধৰা কৰি মিলিজুলি থকাটোহে আচল ধৰ্ম ||🙏🙏
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@shyammahanta7317 আপোনাৰ গুৰুৱে আৰু এটা কথা আপোনাক কৈ নগল। যে কলিযুগত শিৱ ভক্তি কৰিও মুক্তি পাব। চাৰিবেদ চৌধ শাস্ত্ৰ ওঠৰ পুৰাণ এশ আঠ খন উপনিষদৰ ভিতৰত যদি আপুনি দেখুৱাব পাৰে যে কলি যুগত কৃষ্ণ নামহে সাৰ শিৱ নাম সাৰ নহয় আপোনাৰ নাম নাজানো। আপোনালোক ধৰ্মৰ বেপাৰী। মুল তত্ত্ব একো নাই।
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
@@shyammahanta7317 আপুনিহে ফলটোৰ বাকলিবোৰকে ফল বুলি ভাবি লোকক মতিভ্ৰম বিভ্ৰান্ত কৰা মায়াবী গুৰু শংকৰ মাধৱৰ বিভ্ৰান্তকাৰী মায়াবী ৰহস্যময় সনাতন বেদধৰ্ম বিৰোধী সনাতন বেদধৰ্ম কৰ্ম ভক্তি আচৰণ নিন্দা ঘৃণা অস্পৃশ্য কৰা একশৰণীয়া বৈষ্ণৱ ধৰ্ম পালি বিকৃত পদ বাণীকে সাৰ বুলি মানি লৈ আনক সমালোচনা কৰিছা ? শংকৰ মাধৱে তহতক নৰকৰ পথিক কৰিছে প্ৰমাণ দি আছে তহতক চন্দ্ৰমোহন শৈৱ প্ৰভুৱে ।
@mriduldutta8570
@mriduldutta8570 3 ай бұрын
Wow 😳😳
@digantsaikia1328
@digantsaikia1328 3 ай бұрын
Har har Mahadev.
@pranabdas7121
@pranabdas7121 3 ай бұрын
পদ্ম পুৰাণত হৰিনাম আছে,,নাৰদী পুৰাণত হৰিনাম লৱলৈ কৈছে,,সুত সংহিতাত আদি কৰি সকলোতে হৰিনামে কৈছে,,,শংকৰদেৱ গুৰুজনাই কেশৱ শিৱ শিৱ ঘূষিয়ো সদায়,,ৰাম নামে বিনে বান্ধৱ নাই,,হৰিনাম ভক্তৰ সংগত ললে মনলৈ অন্য চিন্তা নাহে। এক শৰণ গীতাৰ ধৰ্ম,,,এজনক স্বামী ভজা,, নিজৰ আমি সকলোবোৰ প্ৰকৃতি , মনত ৰাখিব নিজৰ স্বামী থকা মাইকী এজনীয়ে পৰপুৰুষক নমস্কাৰ নমস্কাৰ কৰাত কোনো বাধা নাই,,আপোনাৰ দৰে। জোলোঙা বন্ধা সকল আৰু হৰিনাম কৰিবলৈ গৈ হাজাৰ টকা মাননী বিচৰা সকলৰ বাবে সনাতন ধৰ্ম ত বাধাগ্ৰস্ত হৈছে,,,ভকতি কৰোক অন্ধ হৈ অন্ধক। বাট দেখুৱাই খালত পেলাই নিদিব ,,, সাহস আছে যদি গীতা পাঠ নকৰিব... মৰণৰ সময়ত ৰাম নাম নলব, শিৱ বৈষ্ণৱ,,শিৱ ৰাম নাম ধ্যান কৰে , বিষ্ণু আৰু বৈষ্ণৱ অভেদ , শিৱ ক নিন্দাৰ ফল। দক্ষই ভোগ কৰিছিল,,মনত ৰাখিব, ভাগৱত হৈছে পুৰাণৰ সূৰ্য্য, চাকি বন্তিৰ পোহৰ বা মম বাতিৰ পোহৰ এন্ধাৰত কাম কৰে ,,সূৰ্য্য ওলোৱাৰ পিছত ইয়াৰ পোহৰ নিষেশ হৈ যায়,,সূৰ্য্য ওলোৱাৰ পিছত সূৰ্য্যৰ পোহৰ তৰ্চ লাইট মাৰি চোৱাজন মহা পন্ডিত বুলি আপোনাৰ দৰে জ্ঞানী সকলক কোৱা হয় ,,আপুনি কাক ভকতি কৰিব নিজৰ কথা ,,আপোনাৰ স্বাধীনতা আছে,,আনক মূৰ্খ সজাৰ অধিকাৰ নাই,,
@updeshmala2737
@updeshmala2737 3 ай бұрын
@@pranabdas7121 হেৰ মহাশয়, আপোনাৰ তথ্যবোৰেই সত্য বুলি প্ৰমাণিত কৰিব পাৰিবনে? সাহস আছেনে আপোনালোকৰ?আনক জুলুঙা ভৰাই লৈ যোৱা কথা কৈছা যে ভাগৱত পাঠ কৰিবলৈ অহা বাপেৰ কেইটাক বিশ হাজাৰ পশিচ হাজাৰ টকা কিয় দিয়া? পৰৰ স্বামী ভজা কথা যে উল্লেখ কৰিছা আৰু নিজকে সনাতনী বুলি যে প্ৰকাশ কৰিছা লাজ নালাগে আপোনালোকৰ? আপোনালোকৰ জন্ম কেতিয়া ?ইতিহাস চাই লব।ধৰ্মক বিকৃত কৰি ম্লেছ হলি। আনক ধৰ্ম জ্ঞান দিবলৈ আহিছা। কোন খন পুৰাণত কেৱল কৃষ্ণ নামে সাৰ বুলি লিখা আছে?কোন বাপেৰে দেখুৱাব পাৰিব?যদি তেনেকুৱা বাপৰ এজন জন্ম হৈছে মোৰ লগত কথা পাতিব দিব। নম্বৰ ভিডিঅটোত দিয়া আছে।
@asomiaasom6008
@asomiaasom6008 3 ай бұрын
@@pranabdas7121 তোমাৰ যুক্তি ভুল অসাৰ ।মায়াৱী গুৰু শংকৰ মাধৱে তোমালোকক মতিভ্ৰম কৰি ভ্ৰমত ৰাখিছে বাবে শংকৰদেৱক গুৰু ভজি শংকৰদেৱৰ উপদেশ শংকৰদেৱক নামানা ,শিৱ ব্ৰহ্মা সনাতন বেদধৰ্ম ভক্তি কৰ্ম আচৰণ নামানা ।ভাগৱতৰ আধা মানা ভাগৱতৰ মুল বেদ সোতৰ পুৰাণক নামানা ।ভাগৱত খনেই ৰহস্যময় মায়াময় সন্দেহজনক ।ভাগৱত খন সন্দেহৰ উৰ্ধত নহয় গতিকে ভাগৱতেই হৈছে মতিভ্ৰম বিভ্ৰান্তৰ মুল ।ভাগৱত মায়া আৰু ভক্তিধৰ্মক আশ্ৰয় কৰি লিখা গ্ৰন্থ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথমতে ভাগৱতেই কৈছে ।ভাগৱতৰ মায়া চিনি বুজি মায়াবী পদ উপদেশ আতৰাই ভক্তি কৰিলেহে ভাগৱতে মুক্তি দিব নহলে ভাগৱতৰ মায়াই মতিভ্ৰম কৰি নৰকত গতি দিব ।চন্দ্ৰমোহন শৈৱই ভাগৱতৰ পচলিত মায়া সমুহ চিনাই দি প্ৰকৃত সনাতন বেদধৰ্মৰ কথা কৈছে ।
@himanshudutta609
@himanshudutta609 2 ай бұрын
naradpuranot shivao ase bhalke videobur sabo.
@pranabdas7121
@pranabdas7121 2 ай бұрын
@himanshudutta609 পাগলৰ আৰু অন্ধৰ ভিডিঅ চাই কি লাভ হব ,,,
@pranabdas7121
@pranabdas7121 Ай бұрын
@@updeshmala2737 আপুনি পৰম ঈশ্বৰ নাৰায়ণৰ নাম অধ্যয়ন কৰক
@putulsarmah5900
@putulsarmah5900 3 ай бұрын
Thanku
@youtuber-xw1tb
@youtuber-xw1tb 3 ай бұрын
Har,har,mahadeb,baba,bhula,nath,,parbhu
@dulalborah1924
@dulalborah1924 3 ай бұрын
Good
@baniktchutia2259
@baniktchutia2259 3 ай бұрын
Joy ho upka.heihupai aibur nuhune.heihupa koli mayat bhalkoi bandh khai asse.katabya karma Kori jauk.tetiyahe hihate aru nisala manuhak mayat pelabo nuware.moi apuna logat haday assu.moi aru richaj Kori assu.mur hakolu hakti di thakim.hatya jugat Hadasiva assil.hei hatyajug nikat ahi puwa hamay hamagat.om tat sat. .
@biswajitbaruah3564
@biswajitbaruah3564 3 ай бұрын
Khepo kai bhale asa, maja disa.
@IndraKantaLaskar-g1c
@IndraKantaLaskar-g1c 3 ай бұрын
পঞ্চ নং পূৰাণ ভাগৱত লিখা আছে।কেইটা মানে হিন্দু মানে একো নাজানে টকলা মূৰ টিকনি তেওঁ হে হিন্দু।।মূৰ্খ ই মাতৃ নামানে নতাসো সৰ্ব তীৰ্থ ময়ীি
@alishapeyang8436
@alishapeyang8436 3 ай бұрын
জয় গৌ
@putulsarmah5900
@putulsarmah5900 3 ай бұрын
Hari har nahai judha mathu rua
@bilimaichangmai6300
@bilimaichangmai6300 3 ай бұрын
Apunaru byakha hudha huwa nai.
@himanshudutta609
@himanshudutta609 3 ай бұрын
tenehole rudrakanto borar byakhya huddho naki?
@pranabdas7121
@pranabdas7121 2 ай бұрын
@@himanshudutta609 হয়,,শিৱ ঈশ্বৰ হয় ,,শিৱ শব্দৰ অৰ্থ জানি লৈ ভাগৱত পাঠ বাখ্য কৰিব লাগিছিল আপোনাৰ প্ৰভু চন্দ্ৰ. শৈৱই,,তেখেতৰ আধ্যাত্মিক ভাৱনা আৰু চেতনা নাই,,,,,
@youtuber-xw1tb
@youtuber-xw1tb 3 ай бұрын
Joy,jagat,guru,shib,shank,kar,bhula,nath,pharbhu
@DevaChutia-oe1pq
@DevaChutia-oe1pq 3 ай бұрын
Krishna and shiva is not different.
@youtuber-xw1tb
@youtuber-xw1tb 3 ай бұрын
God,god,muhan,parbhu,jate,ami,khathik,dharmo,,to,paw,apuni,jate,khathik,diei
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
Ep : 1 | Left and Right Wing Political Ideologies | By Dr. Vikas Divyakirti
1:47:11
গীতাৰ উপদেশ নমনা ভকত
47:14
Updesh Mala
Рет қаралды 7 М.
Siapa Nenek Moyang Kita Sebenarnya? - Herawati Sudoyo | Chronicles #6
1:06:59
Beat Ronaldo, Win $1,000,000
22:45
MrBeast
Рет қаралды 158 МЛН