Пікірлер
@ganeshsarma706
@ganeshsarma706 11 сағат бұрын
ইছমাইল হোছেইনৰ শিষ্য সকলে তাকেই মানে।এই মন্ত্ৰৰ জৰিয়তে ধৰ্মান্তৰিত কৰা হৈছে।
@hindusanatan0474
@hindusanatan0474 13 сағат бұрын
Oti sundor baikha pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@Khagengogoi123
@Khagengogoi123 16 сағат бұрын
কৃষ্ণ কৃষ্ণ কি গাইছে এইবোৰ।আৰু এজন উদ্ভত লোক ইউ টিউবত দেখিছো।তেওঁ শহুৰেকৰ ঘৰৰ বিৰুদ্ধেহে কৰিছো বুলি কৈছে।আপোনাৰ একা।আপোনাক এটা অনুৰুধ জনাও,আপুনি আনক মূৰ্খ বুলি ভবাতো বাদ দিয়ক।আপুনী হয়তো নাজানে,কাৰণ বহুলোকে চাই আৰু ব্যঙ্গ কৰে কিনতু কমেন্ট নকৰে।
@ArunaBorgohain-x8v
@ArunaBorgohain-x8v 16 сағат бұрын
আপোনাৰ উত্তৰৰ বাবে ধন্যবাদ। পিচে এটা কথা। মই মোৰ গুৰু জনাৰ নাম যিহেতু উল্লেখ কৰা নাই। তথাপি আপুনি মোৰ গুৰু জনাক মায়াবী বুলি অপমান কৰাৰ অধিকাৰ কত পালে? এয়া গুৰু অপৰাধ নহয়নে? বাৰিষা জান জুৰি বিলাকে চন্চল হৈ বৈ থাকে। কিন্তু "BRAHMAPUTRA" নদী সদায়েই গুৰু গম্ভীৰ। কথা যাৰ উপলব্ধি কৰিব।
@hindusanatan0474
@hindusanatan0474 18 сағат бұрын
Sundor oti sundor🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@hindusanatan0474
@hindusanatan0474 19 сағат бұрын
Sundor baikha pronam🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@ArunaBorgohain-x8v
@ArunaBorgohain-x8v Күн бұрын
হেৰি মহাশয়, আপুনি প্রকাশ কৰা প্রতিটো episodeত সকলো বিলাক আপোনাৰেই শুদ্ধ বাকী সকলক অশুদ্ধ বুলি কিয় ভাবি লয়? আপুনি য়েই all in all নেকি? কথাষাৰ চিন্তা কৰিবচোন!
@updeshmala2737
@updeshmala2737 19 сағат бұрын
@@ArunaBorgohain-x8v মই all in all নহয়। আমাৰ ধৰ্ম গ্ৰন্থ সমুহ all in all.কাৰণ আপোনাৰ দৰে মই মায়াবীৰ গুৰু আৰু মায়া শাস্ত্ৰৰ প্ৰভাৱত ধৰ্মক বিকৃত কৰিব শিকা নাই।
@updeshmala2737
@updeshmala2737 19 сағат бұрын
@@ArunaBorgohain-x8v kzbin.info/www/bejne/f4HCk3trfKmHbsksi=4oE_itBSf64S3ZV5
@haripriyarabha8201
@haripriyarabha8201 Күн бұрын
অপনিহে অকলে শাস্ত্ৰ পঢ়িছে ভবা কাৰণে আপুনি গৰুkoi adham
@updeshmala2737
@updeshmala2737 Күн бұрын
@@haripriyarabha8201 kzbin.info/www/bejne/f4HCk3trfKmHbsksi=6EIR2mW3Tp2Gnakx
@hindusanatan0474
@hindusanatan0474 Күн бұрын
Sundor gyanprodan korise 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@TikenRay-l3m
@TikenRay-l3m Күн бұрын
Pravu deor jug gol ram nai ajudhyao nai atiya koli guj kolit krishna nam krishnai apunak humoti diyok krishna krishna
@mridulsaikia6038
@mridulsaikia6038 Күн бұрын
Kirsna kirsna kirsna
@hindusanatan0474
@hindusanatan0474 Күн бұрын
Oti uttom baikha korisse gyanijonehe bugipabo oinya sokole buji napai apunac kuti kuti pronam🙏🙏🙏🙏🙏🙏🙏
@saratdas4705
@saratdas4705 Күн бұрын
আপুনিও মুৰ্খৰ দৰে শিৱ কোন কৃষ্ণই শিৱ ভাঙৰিজন মদাহি নহয় যি কৃষ্ণই শিৱ যিহেতু আমাৰ মনত শিৱৰ কথা মনত পৰিলে কৃষ্ণই কে ভাবো । আপুনিও মুৰ্খৰ দৰে আমাৰ কৃষ্ণ বাপক কৃষ্ণ ভুল ধৰিছে
@updeshmala2737
@updeshmala2737 Күн бұрын
@@saratdas4705 কৃষ্ণ শিৱ বুলি প্ৰমাণিত কৰিব পাৰিবনে ? তোৰ ঔকাদ আছে?
@updeshmala2737
@updeshmala2737 Күн бұрын
@@saratdas4705 kzbin.info/www/bejne/f4HCk3trfKmHbsksi=FSqiJNhxilrCu3cd
@arabindahazarika2750
@arabindahazarika2750 Күн бұрын
কৃষ্ণ প্ৰভু আপোনাৰ শুদ্ধ সুন্দৰ ব্যাখ্যা শুণি উপকৃত হলো। আমি একো নজানো আপুনি যি ব্যাখ্যাৰে বুজাব বুজিবলৈ বাধ্য । আপোনলৈ বহুত বহুত ধন্যবাদ ।
@NdDd-rz9qh
@NdDd-rz9qh 2 күн бұрын
एकम सत् विप्रा बहुधा वदन्ति।। ঋগ্বেদ।। ব্ৰহ্ম সংহিতাত কৈছে ..... ईश्वरः परमः कृष्णः सच्चिदानंद-विग्रहः अनादिर आदि गोविंदः सर्व-कारण-करणम्।। 🙏🙏🙏
@GajendranathSaharia
@GajendranathSaharia 2 күн бұрын
Hundar describtion
@pranabhazarika3408
@pranabhazarika3408 2 күн бұрын
মানি লৈছে শংকৰ দেবে ব্ৰামণ্যশাষ্ট পচাৰ কৰিলে। কিন্তু এটা কথা কওঁকচোন। য়ি সকলে পূজাৰ নামত জীৱ হত্যা কৰে । লুন্ঠন ৰাজ সৃষ্ট কৰে। সেই সকল কি শাষ্ট প্ৰয়োগ কৰে।
@hindusanatan0474
@hindusanatan0474 2 күн бұрын
Sundor sundor oti sundor baikha kuti kuti pronam 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@BishnuDutta-lw8tg
@BishnuDutta-lw8tg 2 күн бұрын
aikhini kotha babe dhoinobado❤
@anjukalitaanjukalita2876
@anjukalitaanjukalita2876 2 күн бұрын
Aponake sokoloye puja korib lagisil bohut jane apuni
@anjukalitaanjukalita2876
@anjukalitaanjukalita2876 2 күн бұрын
Olop besi hoise bhal loga ni ghrot okle porock
@RinuBorah-zs2kv
@RinuBorah-zs2kv 2 күн бұрын
😢😢❤
@pramodkumarmorang9292
@pramodkumarmorang9292 2 күн бұрын
Mur drishtit apunie neki
@updeshmala2737
@updeshmala2737 2 күн бұрын
@@pramodkumarmorang9292 মই বহু লোকৰ দৃষ্টিত আছো। কেৱল আপুনিয়েই নহয়। বুজাত ভূল হৈছে।
@rebochutia2203
@rebochutia2203 2 күн бұрын
জয় মা দুৰ্গা 🕉️🕉️🙏🙏🙏
@rebochutia2203
@rebochutia2203 2 күн бұрын
জয় শ্ৰী ৰাম 🚩🚩🚩🙏🙏🙏
@pranabnath3362
@pranabnath3362 2 күн бұрын
ৰাম কৃষ্ণ 🙏 জয় গুৰু শঙ্কৰদেৱ, মাধৱৰ।
@jitendranathsaikia9341
@jitendranathsaikia9341 2 күн бұрын
Apuni mahadevk bhakti kore korok nijor nijor ponthak mani jaouk karu apotti nai kintu bibhata mulok kothabur bakhya nokoribo
@jayantanath1946
@jayantanath1946 2 күн бұрын
Om.namah.shibay
@jitendranathsaikia9341
@jitendranathsaikia9341 2 күн бұрын
Gyane murot dhorile porinam beya hoi
@pypypnpn4077
@pypypnpn4077 2 күн бұрын
Jay Hari Hari . Om namah Shivay
@hindusanatan0474
@hindusanatan0474 2 күн бұрын
Apunar kothabur gyaniburehe bugibo pronam🙏🙏🙏🙏🙏🙏
@dipikadevi4923
@dipikadevi4923 2 күн бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ঈশ্বৰে আপোনাক শক্তি প্ৰদান কৰক।🙏🙏🙏
@niribilituitioncentre8538
@niribilituitioncentre8538 2 күн бұрын
Sir, aponak amar anurodh, ai kalir yugat sahaje paritran pabaloi kak pujile bhal haba? Aponar dare aru kejanman pathakar byanasta karile bhal haba.Thanks.
@pranabdas7121
@pranabdas7121 3 күн бұрын
দুৰাচাৰী,,ধৰ্ষণকাৰী,,মায়াবী অসুৰ ৰাৱণৰ ৰচিত মন্ত্ৰ পাঠ কৰি ঈশ্বৰ শিৱক পূজা কৰিলে ৰাৱণৰ দৰে দশাই হৱ,,,,, বৈষ্ণৱ ভক্ত প্ৰহ্লাদৰ উপদেশ লওক হৰিনাম কীৰ্ত্তন কৰক, শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ সৰা চুলি এডালৰ যোগ্য চন্দ্ৰ মোহন শৈৱ নহয়। চন্দ্ৰ মোহন শৈৱৰ চৈধ্য পুৰুষ ধৰ্ষণকাৰী ৰাৱণৰ আনুগামী আছিল বাবেই পিতৃ পুৰুষৰ ধৰ্ম ৰাখি ভেকুলীৰ দৰে টোৰ টোৰাই আছে
@BodhenBorah
@BodhenBorah 2 күн бұрын
@@pranabdas7121 আপোনাৰ এইটো কমন ডাইলগ ৷ ৰাৱনৰ অৱস্থা হোৱাতো ভালেই ৷আপুনাৰ দক্ষ অৱস্থা নহওক যেন ৷
@BodhenBorah
@BodhenBorah 2 күн бұрын
@@pranabdas7121 ৰাৱনৰ বিষয়ে প্ৰভু অলপ অধ্যয়ন কৰক ৷
@jitendranathsaikia9341
@jitendranathsaikia9341 3 күн бұрын
Apuni Gita ekhon likhi Manav katık Uddhar korok
@jitendranathsaikia9341
@jitendranathsaikia9341 3 күн бұрын
You are going to be made within short time Before going to be made we pray to the almighty to give you good knowledge Don’t mislead the people Pagol pagol pagol
@PobitraBora-h1c
@PobitraBora-h1c 3 күн бұрын
Gita 1 khon notunke Apnia likhok. Apunar upodesh prithibia manib
@ArunaBorgohain-x8v
@ArunaBorgohain-x8v 3 күн бұрын
আপোনাক প্রভূজনা কিবা এটা উপাধি প্ৰদান কৰিব পাৰিব নেকি, সুধী সমাজৰ পৰা উপদেশ বিচাৰিব লাগিব। আপোনাক নমস্কাৰহে জনালো দেই। 😊
@monidipphukan7786
@monidipphukan7786 3 күн бұрын
Byah jenekoi pagal hoisil shastra likhi,apuni o pagal hal
@dipendeori
@dipendeori 3 күн бұрын
Teu pagal hua nhy teu hatya toi ujagor karisey.
@jyotishbhattacharjya8615
@jyotishbhattacharjya8615 3 күн бұрын
বেদ বেদান্তৰ অধ্যয়ন অবিহনে ভাগৱত?
@Ajit-m9g
@Ajit-m9g 3 күн бұрын
Apuni sun nijor kotha nijai pahori jai. Apuni vendor kobik janane video Tut apuni nijai koisile ....je krishnak Purna paramattma nomona jonok bivek hin buli gitat koise.kintu.,....aji apunar ai video Tut apuni nijai nijor kotha Kati kirshnak Purna paramattma nohoi buli kole .tar mane apuniu nijor bivek hinotar porisoi dile
@updeshmala2737
@updeshmala2737 3 күн бұрын
@@Ajit-m9gকাল পাত্ৰ বুজিলৈ কমেন্ট কৰিব।কৃষ্ণ পৰমাত্মা কোন সময়ত আছিল আৰু কোন সময়ত নাছিল তাক বুজি লওক। আপুনি ৰাম পালৰ যেন লাগিছে মহাশয়।
@pranabnath3362
@pranabnath3362 2 күн бұрын
জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্ণ 🙏
@TikenRay-l3m
@TikenRay-l3m Күн бұрын
Ha ha ha 😊sab p g.l
@Ajit-m9g
@Ajit-m9g 15 сағат бұрын
Apuniu muk bujai dibosun Krishna Kun homoiat paramaatma asil aru Kun homoiat nasil.krishna namtu kar asil krisnar pansha vuti valor ne krisnor atmar
@JunmoniDevi-ko4iu
@JunmoniDevi-ko4iu 3 күн бұрын
সুন্দৰ তত্ত্ব ব্যাখ্যা। এনেধৰণৰ ব্যাখ্যা ই আমাৰ সমাজৰ নিশ্চয় বিভ্ৰান্ত দূৰ কৰিব । আপোনাক শত কোটি নমস্কাৰ। ওম নম শিৱায় ।।।।।।।।।।। আৰু এনেধৰণৰ তত্ত্ব ব্যাখ্যা পাম বুলি আশা কৰিলো।।।।।।।।
@nayankrkakati9561
@nayankrkakati9561 3 күн бұрын
Moi vabu manb dhrmr opurt ako dhrm ni ......sb dhrmt a ajikali rajniti hoise ...sikrne moi jonm data maa ru deuta antrr r pora Puja kru....moi mr mnr vb khini hey koiso kunu dy dokh ndhribo...
@hindusanatan0474
@hindusanatan0474 3 күн бұрын
Eman sundor totto agbohaise apunac kuti kuti pronam🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@abanikantachetia9468
@abanikantachetia9468 3 күн бұрын
কি মূৰ্খ জ্ঞান দিছে বাপ।
@updeshmala2737
@updeshmala2737 3 күн бұрын
@@abanikantachetia9468 তত্ত্ব বুজি কমেন্ট কৰিব। নজানিলে কমেন্ট নকৰিব। তোৰ দৰে অলগৰ্ধ নহয়। সাৱধান
@JunmoniDevi-ko4iu
@JunmoniDevi-ko4iu 2 күн бұрын
চেতীয়া মহাশয়, আপুনি জাতিৰ কলঙক । আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।
@updeshmala2737
@updeshmala2737 Күн бұрын
@@abanikantachetia9468 কুকুৰৰ, জাত, আপোনাৰ গুৰু শংকৰদেৱে কীৰ্ত্তন ঘোষাত যিবোৰ লিখিছে তাৰেই তত্ত্ব প্ৰকাশ কৰিছো। ভালকৈ অধ্যয়ন কৰি বুজি লওক। যিবোৰ শংকৰদেৱে লিখি থৈ গৈছিল সেইবোৰকেই কুৰ্ম পুৰাণত দেখুৱাই দিছো।
@TikenRay-l3m
@TikenRay-l3m Күн бұрын
Napai boisnabor mukhat Ane xobdoi huva napai dhoijya ban jan asol vokat
@HabakKaman
@HabakKaman 3 күн бұрын
Har har Mahadev
@liladas1146
@liladas1146 3 күн бұрын
গগৈ দেৱে বহুত ভুল ব্যাখ্যা কৰে
@Advaitaved
@Advaitaved 3 күн бұрын
Shankaracharya r uprt video banaok bohut a teuk maya khidhanto prochar kora buli koi padma puran r pora ata shlok dekhua achar khand r
@chandrakantaboruah1194
@chandrakantaboruah1194 3 күн бұрын
jai jai MOHADEV SIVIYA ❤❤ 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
@Manikanta-q2y
@Manikanta-q2y 3 күн бұрын
বহুত ভাল লাগিল চাৰ। নজনা কথা জানিলো। আগলৈ এনেধৰণৰ তথ্য দি থাকিলে আমাৰ ভূলবোৰ শুধৰণি হব। ধন্যবাদ চাৰ।