@@NdDd-rz9qh যদি ৰাম নাম ললেই সকলো ফল পোৱা যায় কৃষ্ণ নাম সাৰ কেনেকৈ হল? আপুনি ৰাম বুলি কৈ শান্তনা পাব লাগিছিল, কৃষ্ণ হৰি এই দুটা নাম কেনেকৈ সাৰ হল। যদি এই কেইটা শুদ্ধ হয় শিৱ নাম কেনেকৈ অশুদ্ধ হল ?
@NdDd-rz9qhАй бұрын
@updeshmala2737 উদাহণস্বৰূপে কলি সন্তৰণ উপনিষদত হৰে কৃষ্ণ মহামন্ত্ৰ আছে ।। তাত টো শিৱ নাম ঊল্লেখ নাই ।।
@NdDd-rz9qhАй бұрын
@updeshmala2737 উদাহণস্বৰূপে কলি সন্তৰন উপনিষদত মানুহৰ উদ্ধাৰৰ বাবে মন্ত্ৰ আছে হৰে কৃষ্ণ হৰে কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰে হৰে হৰে ৰাম হৰে ৰাম ৰাম ৰাম হৰে হৰে ।। ইয়াত ৰাম কৃষ্ণ নাম আছে শিৱ নাম কিয় নাই ???
@updeshmala2737Ай бұрын
ৰাম নাম লৈ থাকা। চাওঁ তহঁত কিমান মুক্তি পোৱা। ৰামক চিনি নেপালি তহঁত। যি ৰাম শিৱ ভক্ত আছিল। সেই ৰামক শ্ৰেষ্ঠ কৰিবলৈ কিমান শাস্ত্ৰ বিকৃত কৰিলে এই বিষয়ে আপোনাৰ চৌধ গোষ্ঠীয়েও খোজ কৰি নাপাব। লৈ থাক ৰাম নাম।
@NdDd-rz9qhАй бұрын
@@updeshmala2737 এই দুনিয়াত এটাই শুদ্ধ আৰু মহান বস্তু আছে সেইয়া কেৱল হৰি নাম ।।। এইয়া শাস্ত্ৰৰ সিধান্ত।। এইয়া ভগৱানৰ সিধান্ত।। হৰি নামৰ বাদে বাকী সকলো অসাৰ ।। শাস্ত্ৰৰ মত ।।
@RabiRamSwargiary-i6iАй бұрын
কৃষ্ণ!ব্যাখ্যাত শুদ্ধ -ভূল হোৱা ব্যাখ্যাটোক আলোচনা -বিলোচনাত শুধৰাই দিয়া আৰু লোৱাৰ ব্যৱস্থা কৰাটো শুকমুনি য়ে কোৱাত সুতে ব্যাখ্যা কৰা বুলি আমি নিশ্চ্য় বুজিবলৈ চেষ্টা কৰিম!
আপোনালোকৰ সেই ব্যাখ্যাকাৰ কেইজনে বা আপোনালোকৰ মাজৰ কোনোবাই বৈদিক সংস্কৃত শিক্ষা গ্রহণ কৰিছেনে ! কৰিচে যদি তেওঁলোকৰ পৰা মূল সংস্কৃত ভাগৱতৰ ব্যাখ্যা কৰাওঁক । তেতিয়া অন্তত ভুল সূদ্ধৰ বিচাৰ নিজেই কৰিব পাৰিব ।
@ArshithaGamingАй бұрын
হিন্দু সনাতন ধৰ্মৰ মূল গ্ৰন্থ হৈছে বেদ আপুনি এবাৰ পঢ়ি চাব চোন যদি আপুনি প্ৰকৃততে হিন্দু সনাতন ধৰ্মৰ হয় ।🙏🙏🙏ওম নমঃ শিৱায় ।।