বানাক্ৰান্তক সহায় কৰিবলৈ গৌৰৱ গগৈৰ নতুন ফৰ্মূলা

  Рет қаралды 18,353

NB News

NB News

6 күн бұрын

বানাক্ৰান্তক সহায় কৰিবলৈ নতুন ফৰ্মূলা আৱিষ্কাৰ কৰি উলিয়াইছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে৷ মাজুলীৰ বানাক্ৰান্তৰ কাষলৈ গৈ গৌৰৱ গগৈয়ে বানপানীৰ খবৰ আগতীয়াকৈ স্থানীয় লোকক বিশেষ টেকন’ল’জীযোগে জনাবলৈ চৰকাৰক পৰামৰ্শ আগবঢ়ায়৷
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 49
@mudoifeedcenter2024
@mudoifeedcenter2024 3 күн бұрын
গৌৰৱ গগৈৰ চিন্তা শক্তি সাংবাদিক জনতকৈ বহু ওপৰত
@dibakorduwarah1132
@dibakorduwarah1132 4 күн бұрын
বানত মানুহৰ থাকিবলৈ ঠাই নাইকীয়া হৈছে হি নাচ গান কৰিবলে আহিছে
@jadavgogoi944
@jadavgogoi944 3 күн бұрын
যোৰহাটত গৌৰৱ হাৰিব বুলি ভূঞাইও আগতীয়াকৈ কৈছিল চাগে, হেৰি হঁতৰ সুৰতে। যিহেতু সেয়া নহ'ল, গতিকে গৌৰৱৰ কি কি দোষ আছে এওঁ তাকেই পিতপিতাই বিচাৰি ফুৰে। অধম লোক এনেকুৱাই।
@manojtalukdar6647
@manojtalukdar6647 3 күн бұрын
নেদাৰলেণ্ডৰ সহায় লওক, কেনেকৈ তেথেত সকলে সাগৰপৃষ্ঠৰ বহু তলত থাকি বহু বছৰ উফন্দী উঠা সাগৰীয় পানীৰ সমস্যাৰ পৰিত্ৰাণ পাবলৈ সক্ষম হ'ল!!!!! ( নতুবা দুখৰে হ'লেও ক'ব লাগিব, ,অইনটো হ'ল মহাবাহু ব্ৰহ্মপুত্ৰৰ পানী চীনাক গোটেই দিয়া ইতিমধ্যে চীনাই বহু আগবাঢ়ি গৈছে এই ক্ষেত্ৰত , ভাৰতে বাধা দিয়া নাই, এয়া হ'লে ভবিষ্যতত বানৰ পৰিবৰ্তে খৰাংত মৰিব অসমীয়া @ মৰাটো খাটাং 💯💯💯 হয় বান হয় খৰাং হয় মাহীআইৰ 👹কোপ দৃষ্টি ❓❗❓❗❓❗❓❗
@rajibbormedhi8638
@rajibbormedhi8638 4 күн бұрын
কিয় ভাৰতলৈ এনে টেকনোলজি বোৰ নানে চৰকাৰে?
@pujaphukon6098
@pujaphukon6098 4 күн бұрын
(এতিয়া গৌৰৱ গগৈক মানুহে বহুত ভাল পাইছে। )১৯৫০ চনত হোৱা ভূমিকম্পৰ ফলত ব্ৰক্ষ্মপুত্রৰ তলি খন বাম হৈ পৰিল। সেইয়ে অলপ পানী হ'লেই ব্ৰক্ষ্মপুত্র ওফন্দি উঠে আৰু বানপানী হয়। বানপানী হৈছে প্ৰাকৃতিক দু্ৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ হ'লে কোনো চৰকাৰে বাধা দিব নোৱাৰে।
@user-lh7tx7cg5j
@user-lh7tx7cg5j 4 күн бұрын
কিনো বেয়া কথা কৈছে আপোনা লোকেই বজাই চোন বতৰ খবৰ আপুনি হেৰী নেকি অতনু ভূঞা বোলা জন দৰ্শকৰ এনে গালি নুশুনে নিৰপেক্ষ নহয় আপুনি দেখিব মন নাযায় আপোনাক
@ptentertainment5744
@ptentertainment5744 4 күн бұрын
😮HBS r 2nd channel..and ghur pholiya eijon!Mane bhinihi j😂😂😂
@nobulahmed4631
@nobulahmed4631 4 күн бұрын
Gaurav gogoi zindabad
@Adilstudio-mq4ks
@Adilstudio-mq4ks 3 күн бұрын
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে সম্ভৱ হব
@khirodkr.laskar8486
@khirodkr.laskar8486 4 күн бұрын
News reporter Bhuyan sir a HBS k support kora bbe ki technology used krise baa...
@user-ff9lo7xt7v
@user-ff9lo7xt7v 3 күн бұрын
🎉🎉🎉🎉🎉
@masrafali927
@masrafali927 3 күн бұрын
এই জন শিক্ষিত হৈও বিজ্ঞানক উপলুঙা কৰিছে
@monishaboruah941
@monishaboruah941 3 күн бұрын
Apunar lukar dukh dekute jai 😅
@sonaramgogoi3777
@sonaramgogoi3777 3 күн бұрын
Gaurav ৰক সমালোচনা কৰি লাভ নাই বান প্ৰতিৰোধৰ বাবে মাত মাতক ।
@bakulboruah2026
@bakulboruah2026 3 күн бұрын
অটনু ভূঞাই যিমান পাৰে হিমন্তৰ চামচা হৈ কাম কৰক।কিন্তু গৌৰৱক ২০২৬ ত মূখ‍্যমন্ত্ৰী হোৱাৰ পৰা অটনুৰ লগতে বাকী হালধীয়া সাংবাদিক বোৰে যিমান চেষ্টা কৰিলেও ৰখাব নোৱাৰে।
@lizabora2586
@lizabora2586 3 күн бұрын
Atonu ভূঞাই তেওঁৰ লৰাৰ interview ট কৈছিল গৌৰৱ গগৈ হাৰিব বুলি
@bishnuramrabha4714
@bishnuramrabha4714 3 күн бұрын
Good news for BJP, mal komabo paribo...
@prakhantanarahprakhantanar4891
@prakhantanarahprakhantanar4891 3 күн бұрын
Atanu bhuyan kham nai
@pabitragogoi8654
@pabitragogoi8654 4 күн бұрын
kitanu kai e gali khabo buli eii Comment off kori thoi. মুঠেও ভাল নাপায় নহয় ৰাইজে।
@user-fi7to9sb8c
@user-fi7to9sb8c 3 күн бұрын
বিক্ৰী যোৱা সাংবাদিক অ ভূ
@MohatiPargiri
@MohatiPargiri 3 күн бұрын
Nice c m
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 3 күн бұрын
BJP Sarkar go back
@surathbarman9588
@surathbarman9588 4 күн бұрын
মুখেরে নহয় কামেরে দেখুবাক
@mamusambitisgoodborah9898
@mamusambitisgoodborah9898 4 күн бұрын
Yeer bapek c m asil nohoi tatia hui asil nki 20 bosor torun gogoi...
@user-gn6cq3yh5k
@user-gn6cq3yh5k 3 күн бұрын
Cm ajon raijok khobor loatu hitu teor daito takey eman istailot mediat kobo lagene
@akangsyabora8321
@akangsyabora8321 4 күн бұрын
Bapekor gotituke lole 😂
@AshimChetia-oh8vj
@AshimChetia-oh8vj 3 күн бұрын
Atonu bhuyan bjp somsa...aitu cenel unsubscribe marisu
@pranabnath2195
@pranabnath2195 4 күн бұрын
😂😂😂
@tulashisarma3829
@tulashisarma3829 4 күн бұрын
উজনি অসমক 2026ট লাগিব যে গতিকে পানী গচকিব লাগিব খূৰাৰ বুজ লব লাগিব ।
@horensaikia9048
@horensaikia9048 4 күн бұрын
Bapanit kok bokai marise
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 4 күн бұрын
Atanu bhuya ata faltu. I himanto r samsa hoi
@bhimrajkaman
@bhimrajkaman 3 күн бұрын
কাম নাইকিয়া সাংবাদিক
@Rana-hg8hg
@Rana-hg8hg 4 күн бұрын
জনসাধাৰণৰ মন জয় কৰিবলৈ অশেষ চেষ্টা অব্যাহত, কিন্তু লাভ নহব নেকি চিন্ডিকেট বাহিনীৰ
@nitishdoley9560
@nitishdoley9560 4 күн бұрын
Atanu bhuyan batari 😂😂😂
@gourangaksm1805
@gourangaksm1805 4 күн бұрын
Ki buli kom.aiooo😂
@nakebuzzaman6858
@nakebuzzaman6858 4 күн бұрын
Bhuyan 😂😂😂😂 news
@rkstudio6569
@rkstudio6569 4 күн бұрын
Toi bjp.anupom
@Bidyutgogoivloge
@Bidyutgogoivloge 4 күн бұрын
Kitanu da
@gsbharalibharali7531
@gsbharalibharali7531 4 күн бұрын
kamna aaru
@BiswajeetBaruah-es2ho
@BiswajeetBaruah-es2ho 4 күн бұрын
😂😂😂
路飞被小孩吓到了#海贼王#路飞
00:41
路飞与唐舞桐
Рет қаралды 44 МЛН
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 33 МЛН
Nutella bro sis family Challenge 😋
00:31
Mr. Clabik
Рет қаралды 11 МЛН
DINLIPI WITH ATANU BHUYAN || EPISODE OF JULY 8 PART4
6:37
atanubhuyan"s news video
Рет қаралды 21 М.