KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Capitalism | Communism | Socialism | Marxism & Ideologies | UPSC
1:54:58
ছাত্ৰৰ বেগত এইয়া কি?? দুকোব দিওঁতেই শিক্ষকলৈ ল'লে চোঁচা
15:55
Don’t Choose The Wrong Box 😱
00:41
The evil clown plays a prank on the angel
00:39
Мен атып көрмегенмін ! | Qalam | 5 серия
25:41
When you lose control of your Waboba Moon Ball. @TheWabobaTeam #wabobapartner
00:42
চাই বিকাশৰ ৰাজেশ বাবুৰ ঘটনাৰ পাছতেই এজন উদণ্ড ছাত্ৰৰ হাতত অপমাণিত হ'ল আন এজন শিক্ষক
Рет қаралды 380,790
Facebook
Twitter
Жүктеу
1
Жазылу 81 М.
Srimanta motivator (anushilan)
Күн бұрын
Пікірлер: 512
@ajitkumarphukan9736
5 ай бұрын
Sir বহুত বহুত suveswar জনালোঁ আগ বাঢ়ি যাওঁক অতি সুন্দৰ
@rinkudeka3256
5 ай бұрын
বহুত ভাল লাগিল ছাৰ
@kripalibhuyan5326
5 ай бұрын
এয়া শিক্ষক এজনে শ্ৰেণীকোঠাত সন্মুখীন হোৱা সমস্যাসমূহৰ এটা উদাহৰণ । এনেকুৱা সহস্ৰ সমস্যাৰ মুখামুখি হ'ব লাগে শিক্ষকে । সকলো ছাত্ৰ ছাত্ৰীৰ মানসিক জগতখন বেলেগ । এজন শিক্ষকে এই সকলোবোৰ দিশ চাব লগা হয় । তথাপি আঙুলি উঠে শিক্ষকলৈ । বৰ সুন্দৰ বাৰ্তা দিছা । সকলোৰে অভিনয় খুব ভাল হৈছে, ভাল লাগিল
@visionarylife1380
5 ай бұрын
সচা অৰ্থত প্ৰকৃত নৈতিক শিক্ষা, সুন্দৰ উপস্থাপন... ধন্যবাদ।
@nilakshithakuria4247
5 ай бұрын
সুন্দৰ বিষয় বাছনি কৰিছে আপুনি। সকলোৰে অভিনয় সুন্দৰ হৈছে। বৰ্তমান সময়ত এয়া এক চিৰ পৰিচিত দৃশ্য হৈ পৰিছে। এতিয়া ছাত্র-ছাত্ৰীৰ ব্যৱহাৰ দেখিলে শ্ৰেণীকোঠাত যাবলৈ মন নোহোৱা হয়। মুখে মুখে উত্তৰ দিয়ে, সিহঁতৰ ভালৰ বাবে কৰিব দিয়া একো কামেই নকৰে, অবাধ্য হৈ পৰিছে। অভিভাৱকসকলতো দায়ী হয়েই। লগতে শিক্ষা ব্যৱস্থাও দায়ী বুলি অনুভৱ হয়। "চেকনিৰ আগত বিদ্যা"--যেতিয়া প্ৰযোজ্য হৈ আছিল তেতিয়া গুৰু-শিষ্যৰ মাজত এক পবিত্র সম্পর্ক বিৰাজ কৰিছিল। যেতিয়াৰ পৰা এই প্ৰথা আঁতৰাই দিয়া হ'ল, তেতিয়াৰপৰা ছাত্র-ছাত্ৰীসকলেও গুৰু গোঁসাই নমনা হ'ল। মোবাইল, স্কুটি, কম্পিউটাৰ এইবিলাক দিছে ভালৰ বাবে। কিন্তু ছাত্র-ছাত্ৰীয়ে এইবিলাক পাই পঢ়া-শুনাৰ কথা পাহৰি গ'ল। ফলস্বৰূপে পৰীক্ষাৰ ফলাফল বেয়া হ'বলৈ ধৰিলে। দুৰ্ভাগ্যক্ৰমে তাৰ বাবেও শিক্ষাগুৰুসকলকেই দোষাৰোপ কৰা হ'ল। আমি পঢ়ি থকা দিনবোৰেই ভাল আছিল। শ্ৰদ্ধা, ভয়, ভক্তি, মৰম, দয়া এইবিলাক বিয়পি আছিল চাৰিওফালে। বিদ্যালয়খনক সঁচাকৈয়ে মন্দিৰ যেন লাগিছিল।
@manoranjanmandal6369
4 ай бұрын
A good teacher is always positive.
@priyankaDas-su6bf
5 ай бұрын
সুন্দৰ উপস্থাপন 🙏🏼🙏🏼🙏🏼🙏🏼
@GamingBhai-wd7jf
5 ай бұрын
সুন্দৰ উপস্হাপন
@birajmanvinesh91
5 ай бұрын
বহুত ভাল দৰে অভিনয় কৰিছে।।। আপোনাৰ মঙ্গল হওঁক চাৰ!
@DuluBora-pq3to
5 ай бұрын
বহুত ভাল লাগিল ঘৰখনে শিক্ষাৰ কঠিয়াতলী ধন্যবাদ ,🙏🙏🙏
@parinitabaruah755
5 ай бұрын
বৰ সুন্দৰ শ্রী মন্ত
@technomaster4987
5 ай бұрын
ছাৰ আপোনাৰ কথা বোৰ শুনি বৰ ভাল লাগিল ।
@nabanitabaishya2999
5 ай бұрын
Bohut dhuniya msg dei..xosai proyujn enekuwa msg r
@SubhanSaikia-cs9xe
5 ай бұрын
ভাল লাগিল ছাত্র আৰু অভিভাৱক সকলক এটা সুন্দৰ বাৰ্তা দিলে ধন্যবাদ
@probhatbora1684
5 ай бұрын
Good massage for modern society
@banadanagogoi9492
5 ай бұрын
বহুত ভাল লাগিল। মনোগ্রাহী হৈছে
@pirendranrbaruah3470
5 ай бұрын
অতি সুন্দৰ চাৰ ।আপোনাৰ ব্যৱহাৰে মোক অতিকৈ মনত আনন্দিত কৰি তুলিছে চাৰ ।আপোনাক শত শত প্ৰণাম জনালোঁ ।
@binitasahariah9794
5 ай бұрын
সুন্দৰ ছাৰ।অভিভাবক সকল সচেতন হব হল।সুন্দৰ পদক্ষেপ
@Onlystudy-g1
5 ай бұрын
You are really a very good teacher🎉🎉
@runuchetia1658
5 ай бұрын
সুন্দৰ উপস্থাপন শৈলি!সকলো শিক্ষক আৰু অভিভাৱক এনেদৰে আগুৱাই আহিলেহে শিক্ষক আৰু ছাত্ৰৰ সমন্নয়ৰ ক্ষেত্ৰখন সুন্দৰ হব।
@Aban-zm9re
5 ай бұрын
সুন্দৰ
@BharatiMedhi-i2u
5 ай бұрын
বহুত বহুত ধন্যবাদ Sir
@NebedataBoruah-wz1rr
5 ай бұрын
অতি সুন্দৰ উপস্থাপন। মাথো চিন্তা হয় এনেবোৰ উদন্দ ল'ৰা ছোৱালীৰ বাবে
@TheGamingBrand_original
5 ай бұрын
Sir bohut bhal lagise
@ManujNeog-ip1ci
5 ай бұрын
দাদা মই আপোনাৰ ভিদিও চাই ভাল পাও ।ভাল লাগিল আজি মই সছা ঘটনা বুলি ভাবিয়ে চাইছিলো পাছত হে গম পালো এইটো এটা মেচেজ।ধন্যবাদ ।
@ghonakhongia6438
5 ай бұрын
উপযুক্ত সময়ত উপযুক্ত শিক্ষা, বহুত ভাল লাগিল, ধন্যবাদ।
@ponjilaiboro4187
5 ай бұрын
Very good sir,
@dipankarborah6468
5 ай бұрын
সুন্দৰ প্ৰদৰ্শন। বৰ্তমান সমাজৰ বাবে বহুত ধুনীয়া বাৰ্তা 🙏🙏🙏
@sewalibordoloi6501
5 ай бұрын
সুন্দৰ ভিডিঅ। বৰ ভাল লাগিল।
@gitaborah4379
5 ай бұрын
বহুত ভাল লাগিল সুন্দৰ পদক্ষেপ
@nityagogoi478
5 ай бұрын
সুন্দৰ উপস্থাপন , প্ৰজন্মৰ দোষ নাই , থুৰতে কবলৈ গলে , চৰকাৰৰ ভূল নিতিৰ বাবেই এনে হবলৈ পাইছে , সমষ্ট শিক্ষা বিভাগটো চৰকাৰে নিজৰ হাতত ৰাখিব লাগিছিল , অভিভাৱক সকলো জানো ক’ম , হেজাৰ হেজাৰ ল’ৰাছোৱালীক ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত পঢ়িবলৈ দি প্ৰত্যেকেই ডক্তৰ ইঞ্জিনীয়াৰ হৈ দিব লাগে , শিক্ষকক লাগে বিদ্যালয়ৰ নাম , গতিকে দুই মহৰ যোজত প্ৰজন্মৰ মৰণ , যদি ডক্তৰ ইঞ্জিনীয়াৰেই সকলোৱে হৈ দিব লাগে সমাজত মানুহ নো কোনবোৰ হৈ দিব ? ? ?
@BIDYABORGOHAIN-tg1xp
5 ай бұрын
bhut bhut hundr...great selute apunk...
@niruhazarika2350
5 ай бұрын
ভাল লাগিল।এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ ক্লাছ টোৱে অন্ত স্পৰ্শ কৰে গৈছে লগতে আমাৰ ছাত্ৰ আৰু শিক্ষক ,অভিভাৱকৰ কৰ্তব্য দায়িত্ব বিষয়ে সোৱৰাই দিছে । সমস্যা সমাধানৰ পথ ওলাইছে ধন্যবাদ🙏
@umeshknwr9667
5 ай бұрын
সুন্দৰ উপস্থাপন । অভিভাবক সকললৈ এক সুন্দৰ বাৰ্তা ।
@KusumBOIRAGI
5 ай бұрын
Sir apunar vdo 2 bor val lagil
@rumimahanta1744
5 ай бұрын
বৰ ভাল লাগিল চাই।
@polashboruah2851
5 ай бұрын
নতুন প্রজন্মৰ কাৰনে অভিভাবক সকল সচেতন হওক, আজিৰ সন্তান কাইলৈ নাগৰিক, অতি মৰমেৰে সন্তান ভবিষ্যতে বিপদে গতি কৰে। চাৰ সুন্দৰ, আপোনাক ধন্যবাদ🙏🙏
@PronotiMohon
3 ай бұрын
আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয় ।।উদণ্ড অভদ্ৰ ছাত্ৰজনৰ ওপৰত খং উঠিছে ।কাহিণীৰ উপস্থাপন অতি সুন্দৰ । আটাইলৈকে অভিনন্দন জনালো । এনেবোৰ আমাৰ সমাজৰ গতানুগতিক ।উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ ।🙏🙏🙏
@nibaronroy9751
4 ай бұрын
ধন্যবাদ থাকিল এনেকৈয়ে এজন মাষ্টাৰ লাগে বহুত ভাল লাগিছে নমস্কাৰ জনালো ধেমাজী
@manashdeka9272
5 ай бұрын
সুন্দৰ ❤❤❤❤
@Rejaulhoque-jt4kg
5 ай бұрын
Sir aponar adarsa to bar val lagil❤
@DineshTalukdar-fc7cy
5 ай бұрын
বৰ ভাল লাগিল।
@DITIMONIBURAGOHAIN
5 ай бұрын
সুন্দৰ উপস্থাপন ৷ ভাল লাগিল বহুত ৷
@HarikrishnaPegu-fo4jo
5 ай бұрын
ভাল লাগিল চাৰ।
@junmonidevijunmonidevi3312
5 ай бұрын
সুন্দৰ ভাল লাগিল
@dhirendrakumarbaruah6906
5 ай бұрын
A very very good vdo....
@surenboruah3241
5 ай бұрын
Video টো সঁচাকৈ বহুত সুন্দৰ হৈছে, ধন্যবাদ🙏🙏🙏
@banashrigoswami5092
5 ай бұрын
সুন্দৰ উপস্থাপন ভাল লাগিল চাই
@DilipBharali-j1y
5 ай бұрын
খুব সুন্দৰ বাৰ্তা , বহুত ভাল লাগিল।ছাৰ আপুনি মহান । সময় উপযোগী এখন ছবি উপস্থাপন কৰিছে।
@Bihamhaipang
5 ай бұрын
Nice vidio ❤❤❤
@jugesharkalita1240
5 ай бұрын
Nice msg for our society
@ChandraKalita-y5p
5 ай бұрын
Bahut vl lagise
@simakolitaboruah866
5 ай бұрын
Good information sir
@nabajitmazumdar5391
5 ай бұрын
ভাল লাগিল ❤
@dibyajyotibaruahdibyajyoti6312
5 ай бұрын
বহুত ধুনিয়া।, ইয়াৰ পৰা সকলোৱে শিক্ষা লব লাগে ।🙏🙏🙏
@sushilkonwar7012
5 ай бұрын
সুন্দৰ , অতি সুন্দৰ আৰু মনোগ্ৰiহি হৈছে ---- এনেকৈ ই সজাগতা আনিলে -- নিশ্বয় কৈ এদিন -- শিক্ষক ছাত্ৰ ছাত্ৰীৰ মাজত -- সুসমন্ধ গঢ়ি উঠিব -- অভিভাৱক সকলেও -- নিজৰ লৰা ছোৱালীৰ ওপৰত --- নজৰ ৰাখি ভাল পথে --- পৰিচালিত কৰাৰ বাবে -- যত্নপৰ হব আৰু এনেকৈ -- সুশৃংখল সমাজ গঠন -- প্ৰক্ৰিয়াত অৰিহণা যোগাব ---- তাৰেই কামনাৰে -- -------_---- অশেষ অশেষ ধন্যবাদ চাৰ
@samindrarahang2822
5 ай бұрын
Excellent work
@KrishnaGogoi-o5k
5 ай бұрын
বহুত ভাল শিক্ষা দিয়ে আপুনি,আপোনাৰ ভিডিঅবোৰ চাই বহুত বহুত শিকিব পাৰো।
@abdulkhalequemondal9591
5 ай бұрын
Natok to akebare bastob jen lagise, bahut val lagil, dhonnyabad.
@PromilaGogoi-l1n
5 ай бұрын
ভাল লাগিল। ছাত্ৰ-ছাত্ৰী সমাজলৈ এটা সুন্দৰ বাৰ্তা।
@KamalaDevi-cf9so
5 ай бұрын
Bahut val lagil
@swapnaligogoi2235
5 ай бұрын
ভাল লাগিল।নৱ প্ৰজন্মক ঘৰতেই প্ৰথম শিক্ষা দিব লাগিব ভাল মানুহ হ'বলৈ। তাৰ পিছতহে স্কুলৰ শিক্ষা।চাৰে ইমান সুন্দৰকৈ বুজাই থকাৰ পিছত ল'ৰাজনৰ কাণ্ড কাৰখানা আমাৰো সহ্য হোৱা নাই।সকলো ভাল হওক তাৰেই কামনা কৰিলোঁ।
@polashediting12k
5 ай бұрын
সুন্দৰ ❤
@abhigyanborahanuhazarika167
5 ай бұрын
Very Nice video
@Jyotishman-v8y
5 ай бұрын
সুন্দৰ কথা কৈছে, সকলোকে ভগৱানে শক্তি দিয়ক
@Gaming.sortss
3 ай бұрын
বৰ সুন্দৰ হৈছে, অভিনয়ৰ যোগেদি সুন্দৰ বাৰ্তা দিছে।
@ngiphewmanhai7372
5 ай бұрын
সমপয়োগী উৎসিত শিক্ষামূলক video নাট্য কাৰ আৰু অভিনেতা সকলক অশেষ ধন্যবাদ।
@prabinsaikia397
5 ай бұрын
চাৰ আজি নৱ প্ৰজন্মৰ লগতে অভিভাৱকসকলৰ বাবে আপুনি সুন্দৰ উদাহৰণ দাঙি ধৰিলে তাৰবাবে আপোনাক অশেষ ধন্যবাদ ।
@bontiborah7476
5 ай бұрын
সুন্দৰ কথা কৈছে 🙏🙏🙏
@hdmry238
5 ай бұрын
Great Sir
@papariborah2856
5 ай бұрын
Sir🙏, Bohut bhal lagil apunar boktabya bur.
@binaprovasaikia8555
5 ай бұрын
বহুত বহুত ভাল লাগিল
@RumiBora-g1s
5 ай бұрын
Val lagil vdo to sai .
@chinmoy1839
5 ай бұрын
দাদা, বাস্তৱৰ ছবিখন তুলি ধৰিছে খুব সুন্দৰকৈ💕🙏💕
@MonmiBaruah-lz5oc
5 ай бұрын
খুব সুন্দৰ বাৰ্তা, ভাল লাগিল 🙏🏻
@DeepaDevi-pf1de
5 ай бұрын
সুন্দৰ উপস্থাপন,ভাল লাগিল।ধ্যনবাদ।
@kushalkalita
5 ай бұрын
Great concept
@DebarunDutta-r5l
5 ай бұрын
সুন্দৰ উপস্থাপন
@zurimechsaikia4037
5 ай бұрын
বৰ ভাল লাগিল ভিডিঅটো |
@mridulahazarika4592
5 ай бұрын
বৰ ভাল লাগিল
@babulnath1081
5 ай бұрын
খুব ভাল হৈছে ছাৰ,বৰ চিন্তানীয় বিষয় যি ঘটনা হৈ গ'ল।
@barnalisootea9574
5 ай бұрын
শিক্ষক জনক কৰা অপমান দেখি বুকুখন কঁপি উঠিল যদিওবা এইটো ভিদিঅ। শিক্ষা থাকি শিষ্টাচাৰ নাথাকিলে সেই শিক্ষাৰ মুল্য নাই। আপোনাৰ ভিদিঅ টোৱে এটা বহুত ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে। শুভেচ্ছা জনালো শিক্ষা গুৰুজনাক 🙏🙏🙏
@Quantum_Editzs
5 ай бұрын
Ekdom realistic lagise sir ❤
@bhagiramdeka-l2g
5 ай бұрын
সুন্দৰ উপস্হাপন। সঙস্কাৰ মুখী মেচেজ
@bishnuchangmai950
5 ай бұрын
মহাশয়ে অতি সুন্দৰ নিদৰ্শন ৰে ছাত্ৰ সমাজক আৰু অভিভাৱক স্ংশোধন কৰি সমাজখনক আগবঢ়ায় নিবলৈ যি চেষ্টা কৰিলে তাৰ বাবে শিক্ষকক অতুলনীয় সেয়া আগবঢ়ালো।❤
@ShubhraPrateemHazarika
5 ай бұрын
সুন্দৰ উপস্থাপন । খুউব ভাল লাগিল
@ayotriphukonmohan5638
5 ай бұрын
চাৰ বহুত ভাল লাগিল ৷ লৰাছোৱালীয়ে নিজৰ দুখ নিজে বুজি পাবৈ লাগিব
@koushalyahazarika1859
5 ай бұрын
VDO টি আদৰ্শ মূলক । ভাল লাগিল।
@SarbeswariBora
5 ай бұрын
বহুত ভাল লাগিল সমাজ আৰু ছাত্ৰ ূছাতিলৈ বহুত ভাল শুভ বাত। ধন্যবাদ।
@Ayan2629
5 ай бұрын
❤❤❤❤ very nice sir
@manalishagogoi8510
5 ай бұрын
সুন্দৰ উপস্থাপন ভাল লাগিল ছাৰ
@puspalatapanging218
5 ай бұрын
অভিনয় ভাল হৈছে ধন্যবাদ
@NamitaKalita-h9l
5 ай бұрын
Val lagil
@DebanandaSaikia-ek3jo
5 ай бұрын
সকলোৰে অভিনয় natural হৈছে। script নিখুট। সকলোৰে মংগল তথা উন্নতি কামনা কৰিলো।
@sonitsaikia1884
5 ай бұрын
উচিত বাৰ্তা.. ভাল লাগিল🙏 গুৰু- শিষ্যৰ চিন বৰ অত্যাবশকীয়।
@kamalakantanath2896
5 ай бұрын
বহুত ভাল লাগিল।
@RunuDeviSharma-kp7lp
5 ай бұрын
চালোঁ দেই গোটেইখিনি ভাল লাগিল দেখি।বৰ বিষদৃশ কিন্তু।
@paporirajkhowa1649
5 ай бұрын
সুন্দৰ বাৰ্তা
@rajibborah9728
5 ай бұрын
সুন্দৰ। সংলাপ, অভিনয় আৰু বাৰ্তা - এক অভিনৱ সংযোজন । এনে ধৰণৰ বিষয় বস্তু নিৰ্বাচন কৰাটো সময়ৰ আহ্বান আৰু হেইছাম ছাত্ৰ ছাত্ৰী যাক কেৱল সংশোধন অবশ্যে প্ৰয়োজন।
@DibakarJAB
5 ай бұрын
কিমান যে অভড্ৰ লৰা থাকে আমি শিক্ষক বোৰে খনমুখিন হওঁ,,sir জনৰ কথাবোৰ বহুত ভাল লাগিল।
@balendas4511
5 ай бұрын
অভিভাৱক অভিভাবিকা সকল সচেতন হ ওক। শিক্ষকক সন্মান কৰা উচিত।
1:54:58
Capitalism | Communism | Socialism | Marxism & Ideologies | UPSC
StudyIQ IAS
Рет қаралды 849 М.
15:55
ছাত্ৰৰ বেগত এইয়া কি?? দুকোব দিওঁতেই শিক্ষকলৈ ল'লে চোঁচা
Srimanta motivator (anushilan)
Рет қаралды 199 М.
00:41
Don’t Choose The Wrong Box 😱
Topper Guild
Рет қаралды 60 МЛН
00:39
The evil clown plays a prank on the angel
超人夫妇
Рет қаралды 51 МЛН
25:41
Мен атып көрмегенмін ! | Qalam | 5 серия
kak budto
Рет қаралды 1,1 МЛН
00:42
When you lose control of your Waboba Moon Ball. @TheWabobaTeam #wabobapartner
Daniel LaBelle
Рет қаралды 147 МЛН
20:51
🙏৭ বছৰীয়া প্ৰণামিকা বববৰাই ইউটিউব চাই,কি কৰিলে এবাৰ চাওক🙏ঘৰ যোৰহাট কাকজান দ-কুকুৰাচোৱা গাওঁত
PUHOR Live 8
Рет қаралды 666 М.
20:03
চকুৰ সন্মুখত মৃত্যু ৫ বছৰীয়া দেৱকন্যাৰ 😥😥 কাৰ ভুলৰ বাবে মৃত্যু ইশ্বানী কাশ্যপৰ..?? চাওঁক সবিশেষ
Mayur Mix Assamese
Рет қаралды 946 М.
17:02
Podcast Episode 4 : Pengenalan Metode Sampling Pemeriksaan
BPK Banten TV
Рет қаралды 6 М.
37:00
কিছুমান চিকিৎসালয়ৰ গোপন তথ্য ফাদিল কৰিলে এজন চিকিৎসকে😱 FT. Dr. Palash Pathak
JSS Unscrripted
Рет қаралды 678 М.
35:57
"সৰু বোৱাৰী" এখন অসমীয়া পাৰিবাৰিক কথাছবি
RANGDHALI 3
Рет қаралды 423 М.
16:51
2025 বৰ্ষত মঙ্গলৰ কৃপাত কপাল ফুলিব ৫ৰাশিৰ rashifal 2025 . astrology
Motivational prithibi
Рет қаралды 17 М.
1:23:11
حصريا .. فيلم قصة حياة الامام البخاري | Imam Bukhary’s Life Story
Cartoonile
Рет қаралды 13 МЛН
59:30
ভাগবত পাঠ-Part-1 | প্রবীর লাল গোস্বামী | Prabirlal Goswami Bhagwat Katha 2022 | 9332675890
Krishna Bhakta Brinda Live
Рет қаралды 403 М.
20:12
কইনা বিদাই দিয়া মূহুৰ্ত বিয়া নাম গাই জুমন বৰাই কান্দি গ'ল/সাংবাদিকো কান্দিল শুঁনি চাওঁক #biyasong
Rishu duliajan
Рет қаралды 759 М.
24:27
তোলনি-বিয়া মাতিবলৈ আহি মুখলৈ দলিয়ালে তামোল পাণ
Srimanta motivator (anushilan)
Рет қаралды 332 М.
00:41
Don’t Choose The Wrong Box 😱
Topper Guild
Рет қаралды 60 МЛН