বোৱাৰীয়ে বেয়া পোৱা কামটো/তেওঁ আহিছিল আজি😘/কাঁহৰ বাচন নিমিষতে চাফা কৰিলোঁ/Rashmi konwar/Assamese vlog

  Рет қаралды 17,998

Rashmi Konwar

Rashmi Konwar

Күн бұрын

বোৱাৰীয়ে বেয়া পোৱা কামটো/তেওঁ আজি আহিছিল😘/কাঁহৰ বাচন নিমিষতে চাফা কৰিলোঁ/Rashmi konwar/Assamese vlog

Пікірлер: 144
@porinitaburagohain982
@porinitaburagohain982 2 ай бұрын
মই কৈছোঁ নহয় তোমাক সেই কণমানি ছোৱালীজনীক সমালোচনা কৰা গৰাকী মানসিক ৰোগী সেইবোৰক বুজাই কিবা লাভ আছেনে বাৰু ? তোমাক সমালোচনা কৰাবোৰ কি জানা হিংসুক । তোমাৰ ভাল কৰ্ম দেখিও স্বীকাৰ নকৰে নিজৰ EGO ট লাগে । কি কৰিবা যদি তোমাক বেয়া পাই নাচালেই হল কিন্তু নোচোৱাকৈ থাকিব নোৱাৰে যে কাৰণ জানে ৰশ্মি কোঁৱৰে কি ভাল কাম কৰি আছে । নিজৰ ঘৰখন নিজৰ বোৱাৰীক কেনেকৈ ৰাখিছে। আনৰ দুখত দুখি আনৰ সুখত সুখি হৈ কেনেকৈ কাম কৰি আছে সকলো জানে কিন্তু স্বীকাৰ নকৰে । অহংকাৰী মনটোৱে মানি নলয় ।বাদ দিয়া হে সেইবোৰৰ কথাত মাথা মাৰি নাথাকিবা । নিজৰ কাম কৰি যোৱা। সময়ে নিশ্চয় এদিন উওৰ দিব ।মৰম❤❤❤❤ pink colour পৰ্দাখন অলপ চুটি কৰি চিলাই দিবা নহ'লে পৰিবা কেতিয়াবা। দুখ পাবা বুলিহে কৈছোঁ দেই বেয়া নাপাবা আক 😊😊
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বহুত মৰম তোমালৈ ❤️❤️❤️
@army-bf7ms
@army-bf7ms 2 ай бұрын
আপোনাৰ কথাত মইও একমত হৈ দিয়ক কি কৰিব কলিৰ শেষত মানুহে মানুহৰ মূল বুজি নাপাই সৰু ডাঙৰ নাচাই এইবাৰ কনমানিক ধৰিছে❤❤❤❤
@porinitaburagohain982
@porinitaburagohain982 2 ай бұрын
@@army-bf7ms আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ ‌🙏🙏🙏🙏 ভালে থাকক সদায়।
@hasminasfaraislam9215
@hasminasfaraislam9215 2 ай бұрын
Baido apunar video sai bohut val laga morom thakil apunalokoloi
@upashabordoloi1035
@upashabordoloi1035 2 ай бұрын
Beautiful ❤
@Gayatri-i2z
@Gayatri-i2z 2 ай бұрын
Nice 😘🥰💝
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
Thanks 🤗
@beautibora8008
@beautibora8008 2 ай бұрын
Bohut val lagil sai
@AnjaliGogoi-cb5dq
@AnjaliGogoi-cb5dq 2 ай бұрын
আঠা দৈ টেকেলী পৰিয়াল বৰ্গক দেখোৱাই খাই থাকক আৰু,জিভাৰ যুতি পোৱা আগতে শব্দ ওলট-পালট হৈছে ন বন্ধুৱনী😂😅।মাছ কেইজনী বহুত লোভনীয় ,খাওঁ-খাওঁ লগা🥰।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বন্ধুৱনী অ এনে ভাল লাগিল বৰাচাউলৰ লগত 😋😋😋
@Limasaikia-vr9jr
@Limasaikia-vr9jr 2 ай бұрын
Sengnang joniloi bohut morom❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@shyamalimagogoi5021
@shyamalimagogoi5021 2 ай бұрын
মোৰ বেটিও ডেৰ বছর হৈ গল। তাইয়ে ভালকৈ কথা ফূটা নাই। কিন্তু বহুত বেছি কিছুমান জানে আচৰিত খায় যাওঁ। পেচাবতো কব না জানে কিন্তু বহি কৰে, আৰু আমি সময় মতে মনে জানি কৰাওঁ। কিন্তু লেটিন কেতিয়াও পেনত নকৰে সে ইটোৱে তাই ভাল স্বভাৱ।জানিব লাহে লাহে। কিছুমান মানুহ আছেই তেনেকুৱা
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
বহুত মৰম দিলোঁ । আমাৰ এইয়ো লেট্ৰিন পেনত নকৰে । কিন্তু পেচাব ওলাই যায় কেতিয়াবা
@dbggaming1489
@dbggaming1489 2 ай бұрын
Manuhboror Kam nai aru horu suwali joniku khomalusona koriboloi mere Mur suwali joniku manuhe kiman je ki koi amr suwali joni khin Mane take manuhe kiman jekotha koi. sengnangloi morom😘😘❤❤😊
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম❤️
@EmonSaikia-uv4sp
@EmonSaikia-uv4sp 2 ай бұрын
Apunar vedio praiyei sau moi kintu coment korahe nhoi amaru dubosoriye suwali jniye jetia susu susu buli koi tetialoi susu kriye pai 😅😊...vl lage dei apunalukor ghorkhnor morom seneh bur hokolure majot eman dhuniya milapriti khub vl lage vediobur sai
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম দিলোঁ
@BhanimaLahkar
@BhanimaLahkar 2 ай бұрын
Bahut bhal lagil dekha pai (Guwahati)
@NiharikaSonowal-r6w
@NiharikaSonowal-r6w 2 ай бұрын
ভাল লাগিল ❤❤❤❤❤
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
এইবোৰ মানুহৰ মানশিকতা বেয়া সেয়ে তেনেকৈ কয়❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
হয় সখী
@BabiSaikia-f6g
@BabiSaikia-f6g 2 ай бұрын
Val lagil sai ba doi khini dekhi khau khau lagise beyakoi comments kora bilakor kotha kan nidib saibilak manuh nohoi xokaluloike bhut bhut morom ❤😂❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@ProxGaming240
@ProxGaming240 2 ай бұрын
❤❤❤❤❤
@DipaBaruah-m8l
@DipaBaruah-m8l 2 ай бұрын
,হায় চেং নাঙ❤❤❤❤❤❤
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
মজা দৈ খাম বুলিও খাৱ নোৱাৰা হলো ৰ্চদি কাহঁ ভাল হলেহে খাব পাৰিম লোভ লাগিল দেই❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
আকৌ হল তোমাৰ 😥
@r.hazarika9231
@r.hazarika9231 2 ай бұрын
দৈ খিনি দেখি লোভেই লাগিছে পাই 😋😋😋। ভিডিঅ'চাবলৈ অপেক্ষা কৰি থাকোঁ। চেংনাঙৰ হায় বুলি কোৱা মাতষাৰ শুনি ইমান মৰম লাগে অ'❤🥰
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম বা
@Mikudutta1
@Mikudutta1 2 ай бұрын
প্ৰথম মন্তব্য ❤❤❤ আপোনালোকৰ সকলোলৈ বহুত বহুত মৰম🥰💞বিশেষ কৈ চেঙনাং ৰ কাৰণে❤️💖 Please pin 📌 কৰি দিব
@Mikudutta1
@Mikudutta1 2 ай бұрын
বহুত বহুত ধন্যবাদ ❤❤❤
@koushickkoushick8140
@koushickkoushick8140 2 ай бұрын
Anor kotha gurutto nidibo maa ❤ jeye koise teor mogojue nai neki emn soru suwali joniko somalosna koribo nere.. Kolija jnik bhut morom lge apunalke sodai anekoi thakk maa❤
@JyotishmanTamuly-uk3mm
@JyotishmanTamuly-uk3mm 2 ай бұрын
Oooo marina joni❤❤❤❤❤
@MunmiPhukon-dk4lo
@MunmiPhukon-dk4lo 2 ай бұрын
Tumalukloi bhut bhut morom ❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@simantagogoi3267
@simantagogoi3267 2 ай бұрын
Horu suyali najane konmani sengnang joniye bohut morom ❤️❤️❤️❤️❤️
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম
@lokhimibora1947
@lokhimibora1947 2 ай бұрын
দৈ খিনি দেখি লোভ লাগি গৈছে।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@MunmiGogoi-s6o
@MunmiGogoi-s6o 2 ай бұрын
Love you khuri ma ❤❤
@kabitaborabhakatgaon
@kabitaborabhakatgaon 2 ай бұрын
সকলোলৈ মৰম সখী ❤❤
@RajibDas-ty4zx
@RajibDas-ty4zx 2 ай бұрын
❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@KrishnamoniChoudhury
@KrishnamoniChoudhury 2 ай бұрын
Mojja khurima
@TrishnaBhuyan-lf2sr
@TrishnaBhuyan-lf2sr 2 ай бұрын
Mojaaaaa
@chidanandaborah4866
@chidanandaborah4866 2 ай бұрын
God blest you 2:40
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ধন্যবাদ
@rojadas149
@rojadas149 2 ай бұрын
Aioo soku keita kune aki dile emn dhuniakoi
@Sandipborthakur7163
@Sandipborthakur7163 2 ай бұрын
বা আপোনি নাহৰকটীযা আহিছে নাই জনাব দেই❤❤❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
গৈছোঁ 😊
@manabbikashgogoimanabbikas7063
@manabbikashgogoimanabbikas7063 2 ай бұрын
Sunu goni kagol lole val lage❤❤ lukar kotha nuhunib jibilke koise lorasuli mul bugi napai borma ami val pau❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@minakshiborbora-bk1kb
@minakshiborbora-bk1kb 2 ай бұрын
ভাল লাগিল
@deeparajbongshi
@deeparajbongshi 2 ай бұрын
Bhal lagil
@gitikakalita6549
@gitikakalita6549 2 ай бұрын
Good morning Maa Moi Vat khai aso Apunar video sai 💜
@rumipopi7649
@rumipopi7649 2 ай бұрын
মই আপোনাৰ vdo লৈ সদায় অপেক্ষা কৰি থাকো অকণমানি জনীক চাবলৈ ❤️❤️❤️❤️
@VivanshKashyap
@VivanshKashyap 2 ай бұрын
❤❤❤❤❤❤❤❤❤❤😊
@ruprekhacreation5857
@ruprekhacreation5857 2 ай бұрын
খাবলৈ ভাল লাগে
@porikhataniarvlogsparilife7610
@porikhataniarvlogsparilife7610 2 ай бұрын
খুড়ী মা আনৰ কথা গুৰুত্ব নিদিবা মই যোৱা কালি এগৰাকী লগত কাজিয়া হোৱা দৰে হ'ল কিবা কথা ত উলাইছিল তোমাৰ ভিডিঅ'আৰু তোমাক ভাল লাগে মই কৈ আছিলোঁ ।তাই ইমান বেয়াকৈ ক'লে ভিডিঅ'বাবে কৰে আজি কালি উস্তাদি বহুত কিবা কিবি মই চিঞৰি কান্দিলো তাৰ পিছত এনেদৰে কলো তাই মুখৰ মাত বন্ধ পিছত whatsapp status মোৰ বিষয়ে কিবা এটা লিখিছিল সঁচা কথা কবলৈ গ'লে মোৰ শাহু মা তোমাৰ দৰে কিন্তু বয়স তেওঁ যথেষ্ট হ'ল ।কিবা বেয়া দেখিলে মুখৰ আগতে কয় মোক নিজৰ জী হিচাপে লয় তাতে জ্বলে এচামে । কিন্তু তোমাৰ কথা আনে এনেদৰে ক'লে মোৰ সহ্য নহয় মানে খংটো ৰখাব নোৱাৰিলোঁ। ।বৰ মনত দুখ লাগে যেতিয়া এগৰাকী মানুহক অন্তৰ পৰা ভাল পাওঁ তেতিয়া খুব দুখ লাগে
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
নিজৰ কাম কৰিছোঁ ,ভাল লগা সময় বোৰ সাঁচি গৈছোঁ ।তাতে তোমালোকে মৰম দিছা । তেওঁৰনো জ্বলাবলৈ কিহে পাইছে ? ভালে থাকা সদায়ে । ভাল মানুহ নহয় সেইবোৰ ,আঁতৰি থাকিবা ❤️
@atulsaikia2980
@atulsaikia2980 2 ай бұрын
Ji goraki a hei horu suwalijonik pesab kora kotha koise.. xihotor lora suwali a sage 10 bosor loike bisonate pesab korisile
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
হব পায় 😀
@nirmalikalita7376
@nirmalikalita7376 2 ай бұрын
ভাল লাগিল খুড়ী ভিডিও টো।মই ও ভাত খাবলৈ লৈ ভিডিও টো চাইছো, আপোনাৰ মাছ আৰু কঁঠাল গুটি পিটিকা চাই খালোঁ,,আমাৰ আজি নিৰামিষ। দীপক ক দেখাবচোন ভিডিও ত।দীপক ৰ দেউতাকে অনা দৈ কণ ইমান ডাঠ,দেখি লোভ লাভি গৈছে😊।আপোনাক বুঢ়ী বুলি কোৱা মানুহো আছে নে? আপুনি যে বুঢ়ী নাই হোৱা খুড়ী❤কণমানি ৰ কথা cmnt ত ইমান বেয়াকৈ কব পৰা মানুহ আছে নে বাৰু😮ইমান মৰম লগা তাই।কাজল দিবলৈ যিহে পাতি দিব😅মৰম চেংনাং❤❤আপোনাৰ পৰিয়ালৰ সকলোলৈ মৰম❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@RitaGogoi-s4t
@RitaGogoi-s4t 2 ай бұрын
আপোনালোকলৈ বহুত মৰম ❤❤❤❤❤❤❤❤❤❤
@rumibaruah111
@rumibaruah111 2 ай бұрын
Baidow mur Maina jonir 5 basor hoise,,,taai atiyao ketiyaba bisonat susu diye...manuhe kotha kb he jane diyok koi thakibo diyok...beti bahut gyani sowali hoi❤❤aru xaru masor pitika2 adin dekhabosun ..moiu try kri Maa Dewta htk khowam☺️
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম তোমালৈ ❤️❤️।। মাছ পালে দেখুৱাম বাৰু দেই
@rumibaruah111
@rumibaruah111 2 ай бұрын
@@RashmiKonwar hoi🥰
@PikumoniBoruah-u1t
@PikumoniBoruah-u1t 2 ай бұрын
আপোনাক বেয়া কমেন কৰি ভাগৰি গৈছে চাগৈ এতিয়া কণমানিৰ লগত লাগিছে
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম
@kalyanivlogs4920
@kalyanivlogs4920 2 ай бұрын
মোৰ সৰু লৰাতো barin cancer মানুহে তাক বৰ কথা শানাই আপোনাৰ বহুত বছৰৰ পৰা চাও
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
চিকিৎসা কৰি আছে চাগে । ভগৱান সহায় হওঁক 🙏
@NOMITAKONWAR-r3k
@NOMITAKONWAR-r3k 2 ай бұрын
বাইদেউ কিছুমান মানুহৰ আনক সমালোচনা কৰাটোৱেই কাম তেওঁলোকৰ সৰু ডাঙৰ চাবলৈ সময় নাই কণমানি জনী প্ৰস্বাবগাৰত পৰিলে কি হ'ব ভাবিলে সময় নাই তেখেত সকলৰ সন্তান নাই চাগে
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
এচাম থাকে অ তেনেকুৱা
@rupamoniborboruahgogoi5285
@rupamoniborboruahgogoi5285 2 ай бұрын
Ata katha ki jane maa apunk g jnekoi koi hei jonu tnekua manuhei apuni gmn vl kam krileu tate beya dekha paboi
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম হয়
@ritamoniarandhara1521
@ritamoniarandhara1521 2 ай бұрын
আনে কি কয় নাজানো,মোৰ কিনতু চেংনাংক বৰ মৰম লাগে,ইমান কথা শুনে তাই
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
অশেষ ধন্যবাদ
@junbora8927
@junbora8927 2 ай бұрын
Dehajoni ❤❤❤❤manuhor kotha nu ki kobo😅😅😅
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@sadhanikagogoi9142
@sadhanikagogoi9142 2 ай бұрын
Sengnang kolijajni o bor moromor amar....lgte ataiye vale thakok.... Baad baki baad diok
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ভাল নে ?
@sadhanikagogoi9142
@sadhanikagogoi9142 2 ай бұрын
@@RashmiKonwar Vl khuri....Ummmah
@mrinmoybora5468
@mrinmoybora5468 2 ай бұрын
Love you khuri
@ritupornabasu355
@ritupornabasu355 2 ай бұрын
Belakor kota huni Kam nai ma apuni bohut val
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম❤️
@barnalimunmedhi4525
@barnalimunmedhi4525 2 ай бұрын
Borma apunalukloi morom❤
@BobiPhukan
@BobiPhukan 2 ай бұрын
Bye bye ❤️
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
😊❤️
@DipikaChetia-g1q
@DipikaChetia-g1q 2 ай бұрын
অহ আমাৰ লৰা দুটিও নোৱাৰে প্ৰচাপ কৰিব লাগিছে বুলি কব চেংনাংক আঠ দিনৰ‌ ডাঙৰ , হেই বিলাক মানুহৰ কথা গুৰুত্ব নিদিব মা
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম দিলোঁ সিহঁত দুইটালৈ । যমজ ন ❤️❤️❤️
@DipikaChetia-g1q
@DipikaChetia-g1q 2 ай бұрын
@@RashmiKonwar oh যমজ
@SwapnaMili-on6gv
@SwapnaMili-on6gv 2 ай бұрын
Mur deha2 suli khini rakhi dibo ma❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম
@anjalienling
@anjalienling 2 ай бұрын
God bless you all always ❤️ lots of love frm me
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
মৰম
@clicksusmita8548
@clicksusmita8548 2 ай бұрын
চেংনাঙক গৰু গাখীৰ খাব দিছে নেকি
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
নাইদিয়া
@manmisarma2758
@manmisarma2758 2 ай бұрын
Hoi diok kisumsn kotha xunile bohut khong uthe.mogujut ki thake anekua manuhor najanu pai.seibur kothat gurutto nidiboi baidew
@reetamishra7581youtube
@reetamishra7581youtube 2 ай бұрын
Deha manu jonir suli dighol rkhi dibo dhunia dekhi...
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম
@ProbtraChangmai
@ProbtraChangmai 2 ай бұрын
সেইজন সচাঁকে মানসিক কিবা খেলিমেলি ছাগে
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
হয় চাগে
@poriphukon3221
@poriphukon3221 2 ай бұрын
Munu aru apuni ki hendu loi liquid ni bo dhuniake jilike
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম
@lovitarajbongshi802
@lovitarajbongshi802 2 ай бұрын
Mor jonir 3 yers hoise.. Atiyao ketiyaba pent ulai a jai.. Moi gali dio babe aji kali susu loga buli koi ru bathrom loi jao.. Kisumanr hosai da anekowa kore jen hehotr lora suwali jen petote xiki ahise sob..
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
ভালে থাকক তোমাৰ কণমানিটো❤️❤️❤️
@barbiebaruah5485
@barbiebaruah5485 2 ай бұрын
Ki nu katha bur koi o pempas pidhalau koba emn goramat u pidhai thoisa aku penat mutilau ulta pulta katha... Mor suwali 2bosr par hoisa taia koba nai jona atia laka emn akn mni jania kaneka pari ba baru. Kolija jani k janik doy khubasun ana holau ba vtar lagat bhut vl hoi
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
উম খোৱাম ❤️
@SuhanaBegum-z4i
@SuhanaBegum-z4i 2 ай бұрын
Bor val lage apuna video. Sai maa
@SuhanaBegum-z4i
@SuhanaBegum-z4i 2 ай бұрын
Ki. Korisa. Maa
@SuhanaBegum-z4i
@SuhanaBegum-z4i 2 ай бұрын
Ki. Korisa. Maa
@SuhanaBegum-z4i
@SuhanaBegum-z4i 2 ай бұрын
Ki. Korisa. Maa
@ITS_SWEETY-s1k
@ITS_SWEETY-s1k 2 ай бұрын
O ma moiyu Sai aru bachon dhuwa sabun miholai maju.tumi belegor katha gurutoto nidiba ma
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@porismitasonowal1086
@porismitasonowal1086 2 ай бұрын
Khuri ma aji apunar logot moi hopunot vakut kut khelisilu😂, moi henu kutkutai disu apunak, apuni khub hahise... Edin log pabo akha thakil❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
লগ পাম কিন্তু ভাকুট-কোটহে নহব 😀
@PriyaDas-vq5pl
@PriyaDas-vq5pl 2 ай бұрын
Belege kothat gurutta nidibo ma.
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@PabanGogoi-q1j
@PabanGogoi-q1j 2 ай бұрын
Bor vl lage apuna video sai didi
@SumeeBora
@SumeeBora 2 ай бұрын
Blgr katha gurutto nidiba
@KABITABORAH-j1f
@KABITABORAH-j1f 2 ай бұрын
Mur lora2 2bosor hobo heu Susu vitorta kora kora past muk dakhai gai
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
তাকে নুবুজে এচামে অ
@KABITABORAH-j1f
@KABITABORAH-j1f 2 ай бұрын
@@RashmiKonwar oh thakai ajikali Val hua2 nibisara
@indranineog4335
@indranineog4335 2 ай бұрын
এই পিট কলি ছোৱালী জনীয়ে যে নিজে বাথৰুমত গৈ পেচাব কৰিব হোৱা নাই আৰু।। কথাটো কোৱা জনীও কেনেকুৱা মানসিকতাৰ মানুহ আচৰিত পালো।
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
তাকে অ
@LakhiDas-q4m
@LakhiDas-q4m 2 ай бұрын
Bohut val lagil sai
@digantahazarika1631
@digantahazarika1631 2 ай бұрын
ভাল লাগিল❤❤❤❤
@purabibora7828
@purabibora7828 2 ай бұрын
❤❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@sangitadutta6383
@sangitadutta6383 2 ай бұрын
❤❤❤❤
@RashmiKonwar
@RashmiKonwar 2 ай бұрын
❤️
@khiramagogoi8314
@khiramagogoi8314 2 ай бұрын
❤❤❤
@mondirachangmai-xj6de
@mondirachangmai-xj6de 2 ай бұрын
❤❤❤❤
@user-ps9oc2ho7iAb
@user-ps9oc2ho7iAb 2 ай бұрын
@sonjibgogoi3283
@sonjibgogoi3283 2 ай бұрын
❤❤❤❤❤
@Baruanivlogs1521
@Baruanivlogs1521 2 ай бұрын
❤❤❤
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 11 МЛН
Хасанның өзі эфирге шықты! “Қылмыстық топқа қатысым жоқ” дейді. Талғарда не болды? Халық сене ме?
09:25
Демократиялы Қазақстан / Демократический Казахстан
Рет қаралды 351 М.
ma ghorole ahie roshmi Kunwar baideu ghor paluhi
6:13
pd channel.
Рет қаралды 2,2 М.