বাস্তুশাস্ত্রত দিশৰ কিমান গুৰুত্বপূৰ্ণ?🟥আপোনাৰ মতে এখন ঘৰৰ দিশ কেইটা হ'ব পাৰে ?

  Рет қаралды 4,626

PUHOR Live 8

PUHOR Live 8

Күн бұрын

🟥বাস্তুশাস্ত্রত দিশৰ কিমান গুৰুত্বপূৰ্ণ?
🟥আপোনাৰ মতে এখন ঘৰৰ দিশ কেইটা হ'ব পাৰে ?
🟥ঘৰতে বহি শিকিব পাৰিব বাস্তুশাস্ত্রৰ দিশ
🟥চাওক সম্পাদিকা কৰৱী শৰ্মা ৰ সৈতে "ঘৰে ঘৰে বাস্তুশাস্ত্র"
🟥 ষ্টুডিঅ' উপস্থিত আছে অভিজ্ঞ বাস্তুশাস্ত্র অৰ্পণ দত্ত

Пікірлер: 18
@nabanitagogoi8330
@nabanitagogoi8330 Күн бұрын
ধন্যবাদ দাদা বহুত আশাৰে অপেক্ষা কৰি আছিলোঁ ধন্যবাদ
@alpanapakgharandvlog6312
@alpanapakgharandvlog6312 Күн бұрын
ধন্যবাদ দাদা অপেক্ষা কৰি আছিলো ভাল লাগিল কথা খিনি জানিব পাৰি।
@sirumoni6271
@sirumoni6271 Күн бұрын
অৰ্পণ দা নমস্কাৰ লগতে পোহৰ লাইভ ৮ দ্বাৰা অৰ্পণ দাৰ বাস্তুজ্ঞান বিলাক পাই থকাৰ বাবে কৰবি লৈ ও অশেষ ধন্যবাদ ৷ মোৰ ঘৰত লেট্ৰিন বাথৰুম’মই ঘৰ নসজোৱাৰ আগতে উত্তৰ উত্তৰপূব দিশত সাজিলো ৷ পৰবৰ্তী সময়ত ঘৰ সজা হ’ল ৷ আপোনাৰ দিহা অনুসৰি পাকঘৰ দক্ষিণ পশ্চিম দিশত ৰখা হৈছে ৷ যদিও বাথৰুমৰ ঠাই টুকুৰা বেয়া হ“ল ৷এতিয়া কথাটো হ’ল বাথৰুমটো ভাঙিব লাগিব নে? আন কিবা প্ৰতিকাৰ আছে জনাব বুলি আশাৰে বাট ছাই ৰ’লো ৷
@AshaBontiBorah
@AshaBontiBorah Күн бұрын
Gom palu dada
@abanidas6895
@abanidas6895 Күн бұрын
ধন্যবাদ।
@AlinMedhi
@AlinMedhi Күн бұрын
Bhal lagil
@dipaliidutta1341
@dipaliidutta1341 Күн бұрын
Val lagil
@ramchandradas6326
@ramchandradas6326 Күн бұрын
ধন্যবাদ
@renusaikia3581
@renusaikia3581 15 сағат бұрын
@jibonjyotidutta622
@jibonjyotidutta622 Күн бұрын
Nice
@momideka5742
@momideka5742 Күн бұрын
Thanku dada
@namitasarma2271
@namitasarma2271 Күн бұрын
Congratulations
@kamaldas7804
@kamaldas7804 Күн бұрын
Wait for nex
@NiralaDas-jb5wc
@NiralaDas-jb5wc Күн бұрын
Dada amar gharor main dorja khan E S E ot ase val ne beya jonabo sun
@hitendrakumarneog6450
@hitendrakumarneog6450 Күн бұрын
😊😊😊
@MrigenSaikia-z9w
@MrigenSaikia-z9w Күн бұрын
Kompass shayut kanakoi sabo pari
@tapanjitdeka800
@tapanjitdeka800 Күн бұрын
আমাৰ ঘৰটো দক্ষিণ মুখী , কিন্তু পশ্চিম আৰু SSW কোণত ভাড়াঘৰত এখন বাৰাণ্ডা দিয়া হৈছে , কিবা ভুল থাকিব পাৰে নেকি
@BonaliSharma-x8z
@BonaliSharma-x8z Күн бұрын
ঘৰ খনৰ লগত bari থাকিলে গোটেই campus to ধৰিব লাগিব নে
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН
Сестра обхитрила!
00:17
Victoria Portfolio
Рет қаралды 958 М.
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
How to get your dreams materialised in 2025
14:39
Tanuja's Healing World
Рет қаралды 7 М.
When you have a very capricious child 😂😘👍
00:16
Like Asiya
Рет қаралды 18 МЛН