Рет қаралды 202
#BONGAIGAON | বৰপাৰা নৱজেউতি ক্লাবৰ উদ্যোগত আয়োজন কৰা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতৰ চাৰি দিনীয়া কৰ্মশালা "জ্যোতি-বিষ্ণুৰ আভা" বীৰঝৰা কন্যা মহাবিদ্যালয়ত ১১ জুলাই তাৰিখৰ পৰা আৰম্ভ হয়।
এই বিশেষ কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত আছে ৰঞ্জন কুমাৰ ভট্টাচাৰ্য্য আৰু সহযোগী প্ৰশিক্ষক হিচাপে উপস্থিত আছে সীমাশ্ৰী শৰ্মা, মৰমী দেৱী।
Ranjan Kumar Bhattacharyya
#bongaigaontimes #bongaigaon_assam #Bongaigaon #jyotiprasadagarwala #bishnuprashadrabha #workshop