No video

বঙাইগাঁৱত আৰম্ভ হয় অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্ৰমা বিভাগে আয়োজন কৰা গ্ৰীষ্ম কালীন নাট কৰ্মশালা

  Рет қаралды 187

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#BONGAIGAON | অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্ম কালীন নাট কৰ্মশালা খন ১৮ নং বঙাইগাওঁ বিধান সভা সমষ্টিৰ অন্তৰ্গত পুৰণি বঙাইগাওঁ উচ্চ বুনিয়াদী বিদ্যালয়ত বিৱস্বান বোধি ট্ৰাস্টৰ লগতে গীতাল নাট্যশালা আৰু কস্তুৰী কলাকেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা হয় ৷
উল্লেখযোগ্য যে এই কৰ্মশালাত বঙাইগাঁৱৰ বিভিন্ন চৰকাৰী বিদ্যালয়ৰ সমুহৰ পৰা প্ৰায় ৩০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰে। ৫ জুলাই তাৰিখে এই নাট্য কৰ্মশালা খনৰ শুভাৰম্ভ কৰে বঙাইগাওঁৰ বিদ্যালয় সমুহৰ উপ পৰিদৰ্শক দেৱান আব্দুৰ ৰহমানে ৷
অহা ২০ জুলাই লৈকে চলিবলগীয়া পোন্ধৰ দিনীয়া এই নাট্য কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হব ৷ যোগাসন, প্ৰানায়াম আদিৰে আজিৰ কৰ্মশালা খনিৰ আৰাম্ভনি কৰে বিশিষ্ট যোগ প্ৰশিক্ষক বৰ্ণালী দেৱীয়ে।
#bongaigaontimes #bongaigaon_assam #NewsUpdate #news #summerworkshops #dramaworkshop

Пікірлер
КАКУЮ ДВЕРЬ ВЫБРАТЬ? 😂 #Shorts
00:45
НУБАСТЕР
Рет қаралды 3,2 МЛН
小丑把天使丢游泳池里#short #angel #clown
00:15
Super Beauty team
Рет қаралды 44 МЛН
Kids' Guide to Fire Safety: Essential Lessons #shorts
00:34
Fabiosa Animated
Рет қаралды 15 МЛН
Bongaigaon Eco Park Swimming Pool 21 August 2023
21:32
Surashree Rabha Musical
Рет қаралды 8 М.
জীৱনৰ জীয়া কাহিনী...
5:28
NKTV PLUS
Рет қаралды 440 М.