Рет қаралды 6,631
#BONGAIGAON | বঙাইগাঁও ছিপনছিলাৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ ক্ৰাইম ছিন ৰিক্ৰিয়েচ্যান আজি কৰা হয়।
ছিপনছিলাৰ কাহীডোবাত সেই দোকানখনৰ সন্মুখত হত্যাকাৰীয়ে চন্দ্ৰ কান্ত দাসক কেনেদৰে হত্যা কৰিছিল সমগ্ৰ ঘটনাৰ কৰা হয় ভিডিঅ গ্ৰাফী।
#bongaigaontimes #bongaigaon_assam #news #newsupdate #BreakingNews #assam #CrimeScene