Рет қаралды 6,907
Ba:Tag Jonrum Kébang Bhubon pegu ৰ সুন্দৰ ভাষণ mising sixth schedule কেতিয়াdeclare কৰিব
শোণিতপুৰ জিলা
T M P K, M M K, T MMK সমিতিৰ উদ্যোগত
ৰাওনামুখ মূৰং অকোমত বাঃতাগ সমাৰোহ (BA:TAG
JONRUM KÉBANG) অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
উক্ত সভাত উপস্থিত থাকে,
মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মিচিং(MBK) সন্মানীয় কেন্দ্ৰীয় সভাপতি
পৰমানন্দ চায়েঙীয়া মিগম
TMPK কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি মিগাং ভূৱন পেগুMLA জোনাই
Mising Ao
Mising video