Bad Bibad With Biju Deka | ULFAক SULFA কেনেকৈ কৰিছিল?শইকীয়া পৰিয়ালৰ ওপৰত ULFAৰ ধাৰাবাহিক এম্বুছ কিয়?

  Рет қаралды 38,961

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 34
@hiranyakrdohutia516
@hiranyakrdohutia516 2 ай бұрын
বাইদেউ আপুনি সঁচাই সহজ সৰল । মই আপোনাক এটা বছৰ কাষৰ পৰা পাইছিলোঁ। ২০০৬ চনত । মই শিমলুগুৰি থানাৰ OC আছিলো। তেতিয়া আপুনি মন্ত্ৰী আছিল যদিও কোনোদিনে power খটাই বেআইনী কামৰ বাবে মোক প্ৰৰোচিত কৰা নাছিল । সঁচা অৰ্থত ভদ্ৰ মহিলা । বহুদিনৰ পিছত দেখা পাই ভাল লাগিল ।
@satyendradeka6343
@satyendradeka6343 2 ай бұрын
জাতিটোক শেষ কৰাৰ এক মাত্ৰ কালপ্ৰিত হিতেশ্বৰ শইকীয়া আৰু আজিও তেখেতৰ অনুচৰে শাসন কৰি আছে
@WhatsthehellXyz
@WhatsthehellXyz 3 ай бұрын
প্ৰয়াত হিতেশ্বৰ শইকীয়াই অসমীয়া জাতিক কৰা প্ৰতাৰণা কোনো কাৰণতে পাহৰিব নোৱাৰি। তেওঁ অসমীয়া জাতিলৈ আগবঢ়োৱা বৰঙণি কি ? তেওঁ অসমীয়া জাতিক সৰ্বনাশ কৰি গৈছে। সৰ্ব কাললৈ হিতেশ্বৰ শইকীয়া অসমীয়া জাতিৰ বাবে সমস্যা সমাধান কৰাত নহৈ সমস্যা জটিল কৰা আন এজন বদন বৰফুকন বুলি কুখ্যাত হৈ থাকিব।
@gautammusic5415
@gautammusic5415 3 ай бұрын
অসমীয়া জাতিক কোনজন নেতাই গাদ্দাৰী কৰা নাই?অতীতৰ পৰা বৰ্তমানলৈকে।
@TribeniKhanikar
@TribeniKhanikar 2 ай бұрын
So polite politician.
@KaustovSarma
@KaustovSarma 3 ай бұрын
হিতেশ্বৰ শইকীয়া এজন অসমীয়া জাতিৰ কলংক
@DurgeswarGogoi-pq6kt
@DurgeswarGogoi-pq6kt 3 ай бұрын
Thotor asol nambur nidiyi kele
@WhatsthehellXyz
@WhatsthehellXyz 2 ай бұрын
@@KaustovSarma কাৰোবাৰ বেয়া লাগিব পাৰে কিন্তু প্ৰয়াত হিতেশ্বৰ শইকীয়া এজন জাতি দ্ৰোহী, নৰখাদক ব্যক্তি আছিল। অসমীয়া জাতিক বাংলাদেশীসকলৰ কবলৰ পৰা মুক্ত কৰিবলৈ তেওঁৰ কি অবদান আছিল ? বৰং বাংলাদেশী সকলক সুৰক্ষা দি নিজৰ বাবে ৰাজপাট দখলৰ কৰাত ব্যস্ত আছিল। ১৯৮৩ চন আৰু পৰবৰ্তী সময়ত তেওঁৰ নেতৃত্বত কিমান অসমীয়া যুবকক হত্যা কৰি টায়াৰ জ্বলাই জলাইছিল অসমীয়া লোকে কেনেকৈ পাহৰিব। এজন নিষ্ঠুৰ হত্যাকাৰী বাদে তেওঁ আন একো নাছিল।
@prasantagogoi2529
@prasantagogoi2529 2 ай бұрын
​@@DurgeswarGogoi-pq6ktkaron ehot akhomiya nohoi dechuali hoi. Mohonta prabhu, Himanta pujarir bonkhodhorhoi ei bhori cheleka otihindu aru otibesi bharotiahokol.
@pinkuutpal6032
@pinkuutpal6032 2 ай бұрын
এদিন ৰিনিকি ৰ।।। বাৰু নকওঁ আৰু 😂😂😂
@ranjandas4110
@ranjandas4110 3 ай бұрын
শ্ৰদ্ধাৰ বৰমা ৰ সতে এই কথোপকথন এক বিশাল সময়ৰ বিশেষ দলিল.....মই হাড়ে হিমজুৱে অকংগ্ৰেছী হলেও এই আলোচনা বৰ ভাল লাগিল.....আপুনি কুশলে থাকক...ডেকা দা লৈ ধন্যবাদ থাকিল। আপোনাৰ অমায়িকতা আদৰ্শ হৈ ৰব...
@munindeka3213
@munindeka3213 3 ай бұрын
মানবেন্দ্ৰ শৰ্মাক বোলে হিতেশ্বৰ শইকীয়াই মৰাইছিল হয় নে বাৰু?
@saidtp3590
@saidtp3590 3 ай бұрын
Bahut val lagil katha bor suni
@apalaknabis
@apalaknabis 3 ай бұрын
Love the LEADY. She is the LEADY.
@mgnkl
@mgnkl 2 ай бұрын
LADY hoi ow
@lipidutta388
@lipidutta388 3 ай бұрын
Simple n kind hearted humble Lady... Opposite Hiteswar Saikia
@BipulSarma-b2k
@BipulSarma-b2k 2 ай бұрын
Babu basarar murat baidewk deka Pai bhal lagil.
@apalaknabis
@apalaknabis 3 ай бұрын
Cute LEADY.
@Northerncircle-u7g
@Northerncircle-u7g 3 ай бұрын
New generation of Assamese people believe in ULFA or not? What New generation thought about ULFA?
@mgnkl
@mgnkl 2 ай бұрын
What other option do we have? Himanta Bulldog sharma first helped the Miyas settle down while he was in Congress, now he is helping to settle down the Bongals, Biharis and Marwadis, and all of them are killing our culture and language, our parents have tried to hide the history from us, but once you realise what we are then it's an easy choice, we don't care about the independence - Swadhinata, but we carr about our right to rule ourselves - Swaraj, if ULFA will stand for the indigenous people, we will have no other choice to support ULFA , as we can't get our government again, we are already a minority in Assam, what will we reply to our future generation? If we can't keep our community alive we start identifying as Biharis or Bongals already by now
@harendas4100
@harendas4100 3 ай бұрын
🙏🙏
@khirodkr.laskar8486
@khirodkr.laskar8486 3 ай бұрын
Bohut marjitto manuh teu...
@punyakonwar41
@punyakonwar41 3 ай бұрын
Very nice interview
@prasannabora7644
@prasannabora7644 3 ай бұрын
Kothabur huni bohut khong uthise.......Axomia jatiloi ki obodan ase ...jonabosun
@UTPALChetia-t4t
@UTPALChetia-t4t 2 ай бұрын
Adit nokoraeke interview?????????????????
@sonaliburagohain2669
@sonaliburagohain2669 3 ай бұрын
Very nice baidew ❤ ❤
@apurbabarua4652
@apurbabarua4652 3 ай бұрын
Baideu vale thakok
@jugomayagogoi7117
@jugomayagogoi7117 3 ай бұрын
Baidew a Amar maak porhaisil
@arushloveyouarush2976
@arushloveyouarush2976 3 ай бұрын
নমস্কাৰ বাইদেউ । আপোনাক 1994 ত লগ পাইছিলো GMC নিৰ্বাচনৰ মিতিংত । আপুনি জীকিলে । মেয়ৰ হল । মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্টী দিছিলে । আমি গৈছিলো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত । আপোনাৰ লগত ফটো এখন আছে ।
@bishnuramrabha4714
@bishnuramrabha4714 3 ай бұрын
ULFA, SULFA kaalprit of Assam. Hiteswar. Saikia was a great politician in India.AASU, AGP spoiler of. Assam.
@hrittikrajpnkonwar6705
@hrittikrajpnkonwar6705 3 ай бұрын
Sulfa jonmo dia manuh jonei Hiteswar Saikia. Teur babei axom t sulfa I iman utpat koribo parile.
@jitudas5617
@jitudas5617 2 ай бұрын
Rabha Viper Army ki mairer fof to asil....
@jugomayagogoi7117
@jugomayagogoi7117 3 ай бұрын
Nomoskar baidew
風船をキャッチしろ!🎈 Balloon catch Challenges
00:57
はじめしゃちょー(hajime)
Рет қаралды 33 МЛН
СОБАКА ВЕРНУЛА ТАБАЛАПКИ😱#shorts
00:25
INNA SERG
Рет қаралды 2,6 МЛН
Raju Narayana Swamy IAS | SB College | Department of Malayalam
18:36
BTV SB College
Рет қаралды 313 М.
Sadhguru makes a foreign anchor speechless | Best reply
11:00
Varun Sharma
Рет қаралды 3,1 МЛН
The Most Mysterious Mountain in The World | Mount Kailash | Harry Sahota
17:09
風船をキャッチしろ!🎈 Balloon catch Challenges
00:57
はじめしゃちょー(hajime)
Рет қаралды 33 МЛН