📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...

  Рет қаралды 390,358

Rits Time

Rits Time

Күн бұрын

📌বহুতে হিংসা কৰিলেও এইবাৰ ধুমুহাৰ গতিৰে আগবাঢ়ি যাব আঙুৰলতা ডেকা...

Пікірлер: 630
@Biplobnath-h3w
@Biplobnath-h3w 8 ай бұрын
এটা কথা মনত ৰাখিব মাননীয় আঙুৰলতা ডাঙৰীয়ানী টকাৰে সকলো কিনিব পাৰিলেওঁ মৰম আৰু সন্মান টকাৰে কিনিব পৰা নাযায়. কথাষাৰ এবাৰ ভাবি চাব........ শেষ টোৰ কথা ভাবক .
@moslehakhanam7255
@moslehakhanam7255 3 ай бұрын
ঠিক কৰা
@sunamedak3039
@sunamedak3039 3 ай бұрын
তেলীয়া আঙুৰ লতা।
@mallikaswargiary8928
@mallikaswargiary8928 2 ай бұрын
Okl tokare nijor poriyal xukhi nhoi o Nijor Husband.nijor santan xodai nijor lgt thakile he ataitkoi jibontu xukhi hoi. Manuhor agt kuar dore vitori xukhi nhoi o
@Kanaklatamanishadas
@Kanaklatamanishadas 8 ай бұрын
আঙুৰ বা পাৰিলে আপুনি গায়ত্ৰী আৰু আইমী বাৰ সংসাৰ খন চাব কেনেকুৱা।। ৰাজনীতি কৰিলা বুলিয়ে নিজৰ সংসাৰ খন পাহৰি যাব নালাগে।। তুমি অভিনয় জগতৰ মানুহ অভিনয় কৰা ৰাজনীতি এৰি দিয়া।। আকাশ দাদাৰ লগত আকৌ একেলগে থকা। কাৰণ ৰাজনীতিৰ পৰা তুমি একো এ নাপালা। নিজৰ সংসাৰ খন হে ভাঙিলা।। ছোৱালী জনীক দেউতাকৰ পৰা আতৰাই নাৰাখিবা।। আকৌ ভালদৰে থাকা দুইজনে
@madhushmitamedhi1592
@madhushmitamedhi1592 9 ай бұрын
বাকী নাজানো, এটাই জানো আকাশৰ পত্নী নোহোৱা হলে কেতিয়াও আপুনি এগৰাকী বিধায়িকা হব নোৱাৰিলে হয় , পাৰিলে দুইজন আকৌ লগ হওঁক আৰু ভাল চিনেমা আমাক উপহাৰ দি এক আদৰ্শ অভিভাৱক হৈ পৰক🙏🙏
@plabonborgohain6786
@plabonborgohain6786 8 ай бұрын
Hsai ako aklog houk....
@ParulKalita-q5y
@ParulKalita-q5y 8 ай бұрын
​@@plabonborgohain67860⁰⁰ by TT uu TT TT TT
@chayanikabora7661
@chayanikabora7661 7 ай бұрын
❤❤❤❤
@bonnybora3538
@bonnybora3538 6 ай бұрын
আকৌ লগ হৈ অসম বাশীক উপহাৰ দি যাব পাৰে তাৰে আশা ৰাখিলোঁ
@jharnahandique7980
@jharnahandique7980 Ай бұрын
Yes
@pankajroybordoloi4394
@pankajroybordoloi4394 5 ай бұрын
বাৰ্তালাপটো চালো। এজনী মাইকী মানুহ আৰু বিশষকৈ অসমীয়াৰ মুখত "ভাৰমেজাও" শব্দটো একেবাৰে নুশুৱাই। এইটো এটা পানজাবী লেটেৰা শব্দ আৰু এজনী পানজাবী মাইকী মানুহেও নকয়। তেওঁ এই কথাটো জনা বহু উচিত কাৰণ তেওঁ ৰাজনীতিৰ লগতে অভিনয় জগতটো পৰিচিত। এইটো "MATURITY" নহয়, অহংকাৰৰ লগতে সমাজ খনৰবাবে ঘৃণণিয়।
@HSLCSEBAASSAM
@HSLCSEBAASSAM 3 ай бұрын
এটা কথা জানিব টকাৰে সকলো কৰিব পাৰি কিন্তু এটা সুন্দৰ পৰিয়াল গোটাব নোৱাৰি।মৰম, সুন্দৰ মন গোটাব নোৱাৰি।
@keshabphukan4108
@keshabphukan4108 5 ай бұрын
ৰাতি ১২ বজাত আকাশ দা লৈ মনত পৰে। কিন্তু কথাষাৰ কাৰো আগত ক'ব নোৱাৰে আৰু নকয়ও। কাৰণ আপুনি অহংকাৰী, মানুহৰ মৰম বুজি নোপোৱা এগৰাকী লেডী। আকাশ দাক দেখিলে বৰ দুখ লাগে। মানুহ জন বৰ ঠান্ডা।
@PabanThakuria-g8b
@PabanThakuria-g8b Ай бұрын
টকাৰে সকলো কিনিব নোৱাৰি.....এজনী জন প্ৰতিনিধিৰ মুখত এনে কথা সভা নাপায় । কোনো যে এইবোৰক ভোট দিয়ে।।
@majanikalita6025
@majanikalita6025 9 ай бұрын
সংসাৰ এখন সুন্দৰ ভাৱে আগুৱাই নিবলৈ সকলো মহিলাই চেষ্টা কৰে। কিন্তু নিজৰ ভবিষ্যতৰ কথা কোনো মানুহে নাজানে। কাৰোবাৰ সংসাৰৰ কথা কোনো মানুহে ক'ব নোৱাৰে । অকল এজনক দুখাৰোপ কৰি লাভ নাই । এখন সংসাৰ দুজনৰ বুজাবুজিৰ মাজত আগবাঢ়ে, গতিকে তেওঁলোকৰ সংসাৰখনৰ কথা তেওঁলোকতকৈ বেছি কোনোৱে নাজানে । আমি অকল মহিলা গৰাকীক ব এজন ব্যক্তিক দুখি লাভ নাই। জন্ম, বিবাহ, মৃত্যু সকলো ভগৱানৰ হাতত। এগৰাকী মহিলা ধ্বংস কৰা আৰত এজন মুখা পিন্ধা পুৰুষহে থাকে কিন্তু। এগৰাকী মহিলাক বেয়াকৈ কোৱাৰ আগত সকলোৱে নিজৰ মা, বাই,ভনী কথা ভাবিব লাগে কাৰণ কাৰো ভবিষ্যতৰ কথা কোনোৱে নাজানে।
@soonmoni6746
@soonmoni6746 9 ай бұрын
Right
@deijikalita4181
@deijikalita4181 9 ай бұрын
সচা কথা, দুয়োজনৰ বুজাবুজি, মৰম চেনেহৰ বান্ধোনেই হৈছে সংসাৰ চলোৱা মূলমন্ত্র 👍
@SibaniDutta-oz5lj
@SibaniDutta-oz5lj 9 ай бұрын
Gud
@milonjyotinath-dx3fx
@milonjyotinath-dx3fx 8 ай бұрын
Jodi xomajor nidorxon bur ene manuhe dia tatia xomaj xon kun dixot jabo .... Xomotat nothokaloi sob thikei asil xomatat ahi husband k Val nologa hol 😂 sob paisa ...ka khel
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 8 ай бұрын
Right
@prasantadas5775
@prasantadas5775 9 ай бұрын
তোমাক উচিত শিক্ষা দিছে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰথমে ঘৰ খন ঠিক কৰি লোৱা। তোমাৰ ৰাজনীতি শেষ।
@digitalindia7191
@digitalindia7191 9 ай бұрын
বাকী যিয়েই নকৰা কিয়। আকাশ আৰু তোমাৰ সংসাৰখন আকৌ জোৰা লগোৱা। আমি বহুত সুখী হন।
@NayanmoniBorah-n5l
@NayanmoniBorah-n5l 9 ай бұрын
নিজৰ মানুহজনৰ কথাই চিন্তা নকৰিলে ৰাইজৰ কথা কি চিন্তা কৰিব
@sayedajmir4703
@sayedajmir4703 4 ай бұрын
Good answer 🩷
@moslehakhanam7255
@moslehakhanam7255 3 ай бұрын
ঠিকেই
@anuraganup3320
@anuraganup3320 3 ай бұрын
Rights. Eaijoni bunori hoi
@NitashreeBorgohain
@NitashreeBorgohain 8 ай бұрын
অতি সুন্দৰ মন্তব্য। বহুত সাহসী আৰু শক্তিশালী নাৰী। অনাগত দিনত আৰু আগুৱাই যাবলৈ ভগৱানে শক্তি দিয়ক তাৰেই কামনা।
@TamimBhuyan-te8yt
@TamimBhuyan-te8yt 8 ай бұрын
CM BEDROOM JABO
@rubibaruah7392
@rubibaruah7392 8 ай бұрын
ভাল লাগিল কথাখিনি
@dhunonlysong240
@dhunonlysong240 8 ай бұрын
ফালটো মহিলা
@AjitkumarPegu-rq3dj
@AjitkumarPegu-rq3dj 4 ай бұрын
Boriya coment koriso right ase apunar kotatu
@papukakoti7043
@papukakoti7043 3 ай бұрын
Morile puk dibo
@PrabinasaikiaNeog-ho2xi
@PrabinasaikiaNeog-ho2xi 5 ай бұрын
আনক সমালোচনা কৰাটো সহজ... কিন্তু এই জীৱনত প্ৰকৃততে যিসকলে জীয়াতু ভুগিছে তেওঁলোকে হে বুজে সংগ্ৰাম কি...সঁচাকৈয়ে এগৰাকী সাহসী নাৰী..❤
@swastikanandiniborahoffici4396
@swastikanandiniborahoffici4396 9 ай бұрын
খুব ভাল লাগিল। চাই ই নিজলে কিবা এটা enegy আহা যেন লাগিল। সকলো মহিলা এনেকুৱা হব লগে।
@hirumanichoudhury4047
@hirumanichoudhury4047 3 ай бұрын
পইচাৰে সকলো কিনিব পাৰি সেইবাবে টো পইচাৰ বাবে সকলো বেচিও দিব পাৰি। পইছাৰ বাবে টো নিজক বেচিব নোৱাৰি গতিকে পইছাৰ অতি বেছি লোভ ভাল নহয়।কিন্তু সঁচা কথা জীৱনত পইছাৰ বহুত প্ৰয়োজন থাকে মানুহৰ।আৰু প্ৰয়োজনীয় খিনি থাকিলে পালেই যথেষ্ট ।।
@trishnakalita4154
@trishnakalita4154 9 ай бұрын
প্ৰিয়ংকা গান্ধীক যে গালি পাৰিছিলি মনত আছে নে। মিচলিয়া জনী
@animachetia2172
@animachetia2172 9 ай бұрын
জদি টকাৰে সকলো কিনিব পাৰি তেতিয়া হলে তোমাৰ নমামিক মা দেউতাৰ দোয়োৰে মৰম কিনি দিয়া,
@sikhadas7687
@sikhadas7687 9 ай бұрын
টকাৰে সন্মান কিনিব নোৱাৰি আঙুৰ |
@RupaliDas-j9e
@RupaliDas-j9e 9 ай бұрын
Apuni thikei koise kintu ,,apunar usorot poisa nai manuhe ki kb jane ne ,,aku buli nabhabe hoine nohoi apuni bhabi sab
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 8 ай бұрын
Sob poisa, poisa nohole akuye nai ajir duniyat
@prernasarmah5407
@prernasarmah5407 8 ай бұрын
poisa nohole aku nai aji kali poisa e main hoi
@Robin-c7i
@Robin-c7i 20 күн бұрын
5 cr damor Rolls-Royce akhn anok tar pisot apunar honman sabo gaot...
@pabitrapegu6762
@pabitrapegu6762 9 ай бұрын
এই জনীয়ে বহুত মিচা মাতিছে । কাৰন পইচা থকিলে সকলো কৰিব পাৰে বুলি কৈছে । নমামিৰ কথা বাৰে বাৰে উলাই । সেইটোতে বুজা যায় নমামিক তেওঁৰ নিচিনাই হবলৈ শিকাইছে। যিমানেই তেওঁ কওক তেওঁৰ চৰিত্ৰতো নাৰি সমাজত কলংক। কাৰন পুৰুষ এজন নথকা হেতেন নমামি নামৰ এজনি তেওঁৰ লগত নাথাকিল হেতেন। ধনী হলেই যদি সকলো কিনি হয় তেন্তে মানৱ জাতিক পুৰুষ আৰু মহিলা বুলি ইশ্বৰে জম্ম নিদিলে হেতেন । গতিকে তেওঁ মানৱ জাতিৰ কাৰনে কলংক।
@RupaliDas-j9e
@RupaliDas-j9e 9 ай бұрын
Teu thikei koise karon apunar usorot poisa nai ,,manei kunu kaxot nai apuni jane ,, na apunar grr manuh na apunar priyal manuh kunu bahe ahi apunar usorot poisa thakok xokolu thakib aru agib 🙏🙏🙏hoi ne nhoi abar bhabi Sai lok
@syedaummehabiba9453
@syedaummehabiba9453 8 ай бұрын
😊😊😊😊😊😊
@monichoudhury59
@monichoudhury59 8 ай бұрын
Aku misa kotha kuwanai
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 8 ай бұрын
Aku misa kuneu nai
@asomorloramoimridul2712
@asomorloramoimridul2712 9 ай бұрын
প্ৰথমে নিজৰ সংসাৰ খন ঠিকে ৰাখিব নোৱাৰৰ মানুহে কি অসমৰ ভালৰ চিন্তা কৰিব পাৰিব
@brojenkhargharia15
@brojenkhargharia15 9 ай бұрын
Thek kotha koesa
@monichoudhury59
@monichoudhury59 8 ай бұрын
Pagl neki xoxarr log xei borr ki mil ase
@JoykanataMili
@JoykanataMili 8 ай бұрын
সচা কথা
@dhunonlysong240
@dhunonlysong240 8 ай бұрын
Right
@prashantagogoi7577
@prashantagogoi7577 6 ай бұрын
Right
@Legal_weapon295
@Legal_weapon295 5 ай бұрын
বিজেপিয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিলে অসমৰ এজনী সুদক্ষ অভিনেত্ৰী ক।
@supriyaborah4315
@supriyaborah4315 9 ай бұрын
মহিলাবিলাক‌ সাহসী‌ আৰু‌ মানসিকভাৱে‌ সবল‌ খামিডাঠ হʼলে‌ পুৰুষ‌ বিলাক‌ৰ বহুত জ্বলন হয়...ইয়াৰ‌ বেছিভাগ কমেন্টত‌ সেইয়াই‌ প্ৰকাশ‌ পাইছে।
@milonjyotinath-dx3fx
@milonjyotinath-dx3fx 8 ай бұрын
Mohila bilake jatia xobol buli vabi .. porixima aru xomporkor deuna par kori jai aru nijor swamik eri jai tatia tene mohilak ki buli vabibo ... xomota luvi ne xomporko rokha kori Sola Val manuh .... xunok ji manuhe nijor ghar xon r relation thik raxibo nuare tene mohila k katiau jonotar babe kam koriboloi aag bohai dibo nalage ...
@monichoudhury59
@monichoudhury59 8 ай бұрын
Hoi de
@MeghaliBordoloi-y2p
@MeghaliBordoloi-y2p 8 ай бұрын
Right
@Kaberi96
@Kaberi96 9 ай бұрын
Besikhni comment jodio negative yet bohutkhini practical kotha koise.... Aru kthabur xunile gom puwa jaai background t bht kosto aru experience hoise Acting aru political field khonot..... You are toooo bold and strong enough...
@DipikaDevi-sq6os
@DipikaDevi-sq6os 18 күн бұрын
Bahut bhal lagil thaks
@bobysonowal6016
@bobysonowal6016 9 ай бұрын
নিজৰ মানুহ জনৰ কথা অলপ vabok কাৰণ নিজৰ মানুহৰ পৰা আঁতৰি Happy হব nuare.hodai আধৰুৱা.
@পুঠি-খলিহনা
@পুঠি-খলিহনা 9 ай бұрын
আপোনালোকে সমাজৰ আদৰ্শ ব্যক্তি সকলৰ সাক্ষাৎকাৰ লব, এনেকুৱা কোনো ব্যক্তিত্ব নাইকীয়া মানুহৰ নলব।
@nitulgogoi7964
@nitulgogoi7964 9 ай бұрын
100%right
@fizabegum3925
@fizabegum3925 9 ай бұрын
💯
@jonaligoswami2866
@jonaligoswami2866 5 ай бұрын
$dd​@@fizabegum3925
@bharatiborah8630
@bharatiborah8630 9 ай бұрын
আগৰ ভাল লগা আঙুৰ লতা জনী হৈ থকা নাই।টকাই মানুহৰ সপোন বুলি এগৰাকী মহিলাই ভবাটো ভাল নালাগিল।
@JonalipeguGogoi
@JonalipeguGogoi 9 ай бұрын
সচা কথা।অসংকাৰী যেন লাগিল মোৰ।সন্মান টকাৰে কিনিব নোৱাৰে তাই হয়তো এতিয়াও শিকিব বাকী আছে।অৱশ্যে আজিৰ যোগত আয়োযক সকলক টকা দি সন্মান কিনিব পৰা যায়।
@monichoudhury59
@monichoudhury59 8 ай бұрын
Kio kibeya kotha koise
@prasantadas5775
@prasantadas5775 6 ай бұрын
এই জনীৰ কথা শুনা টকাৰে সকলো কিনিব পাৰি।তই সকলো কৰিব পাৰিবি।তই ঠিক শিক্ষা পাইছ। উচিত শিক্ষা। ৰাজনীতি তোমাৰ শেষ। কামাখ্যা দেৱীয়ে তোক আৰু শিক্ষা দিৱ।ঘৰ খন ঠিক কৰি ল।উপায় নাপাই ছোৱালী কথা কৈ লাজৰ পৰা ৰক্ষা পাবলৈ বিচাৰিছ।কৈইবছৰ মানৰ পাছত বুঢ়ী হবি।তোৰ কাম নাই আৰু।
@jaanmonidasdeka8255
@jaanmonidasdeka8255 4 ай бұрын
Right
@mowsumaboro5157
@mowsumaboro5157 4 ай бұрын
Agdam right kotha dost .bemarar howar hamayat ai sarthopar angorlatai akash daak ari thai gosi gal.
@dipumonidas7020
@dipumonidas7020 3 ай бұрын
toi buli koi koi katha xini kale j aponar sowalir lagar neki?
@GUNINBHUYAN-pj2ve
@GUNINBHUYAN-pj2ve 9 ай бұрын
ৰাজনীতি এৰি সংসাৰৰ কথা ঢিণতা কৰক। অহংকাৰী মানুহ ৰাজনীতিৰ বাবে অযোগ্য। প্ৰিয়ংকা,গৌৰবৰ লগত আপোনাৰ তুলনা নহয়।
@RumaSaikia-zj4kn
@RumaSaikia-zj4kn 3 ай бұрын
দুয়ো একেলগেই থাকা ছোৱালীজনীয়ে মা দেউতাৰ দুয়োৰেই মৰম পাব লাগে
@MamoniduttaMaa
@MamoniduttaMaa 3 ай бұрын
Very strong woman agbahi jauk
@beautydutta1999
@beautydutta1999 9 ай бұрын
আকাশ দ্বীপৰ লগত থকাহেতেন সকলো ভাল হলহেঁতেন।
@rambalram2610
@rambalram2610 9 ай бұрын
এই জনিয়ে বৰ পেক পেকাই... মানুহে ইমান পেক পেকুৱা মানুহ ভাল নেপাই...😮😢😢😢 কামেৰে হে মানুহৰ পৰিচয় কথাৰে নহয়... 😮😮😮
@namitasaikia7107
@namitasaikia7107 9 ай бұрын
Nije ki korise nu
@rambalram2610
@rambalram2610 9 ай бұрын
নিজে... পৰিশ্ৰম কৰি চৰকাৰক টেক্স অৰ্থাৎ কৰ দিছোঁ... তাইৰ নিচিনা ফকতিয়া, বেপেৰুৱা লেকচাৰ মাৰি চৰকাৰী অৰ্থাৎ কৰ দাতাৰ পইচাৰে পেঞ্চন লৈ দাত চেলাই ঘূৰি ফুৰা নাই.....!!!! আমি চৰকাৰী চাকৰি নকৰোঁ....!!!
@Bhunumani_Roy
@Bhunumani_Roy 9 ай бұрын
Swamir kotha nokole saitu teor private kotha kintu ata kotha val lagil,teo j koise nijar dukhar kotha kobo nalage aitu akebare sosa kotha manuhe dukhar kotha suni hahibahe khuje.very smart mem.
@janbhai3393
@janbhai3393 8 ай бұрын
Baperor mura2
@NayanmoniBorah-n5l
@NayanmoniBorah-n5l 9 ай бұрын
ঠিকেই কৈছে আঙুৰ বাইদেউ ৰাইজৰ পৰা আশীৰ্বাদ পাবলৈ আপোনিনো ৰাইজৰ কিমান ভাল কাম কৰিছে।😂😂
@AjitkumarPegu-rq3dj
@AjitkumarPegu-rq3dj 4 ай бұрын
E nije sirtopol maiki raijok ki sabo, apuni right kota koise
@dipakkumarbora8140
@dipakkumarbora8140 5 ай бұрын
আঙুৰলতাক আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আপোনাৰ চেনেলটোৰ মূল্য লাঘব কৰিলে।এনে ধৰণৰ পৰজীৱী ক কিয় সুবিধা দিয়ে মেম?
@bharatibarkataki7592
@bharatibarkataki7592 9 ай бұрын
হাতখন বেছিকৈ লৰাই থাকিলে ভাল নেদেখি ৷
@jaanmonidasdeka8255
@jaanmonidasdeka8255 4 ай бұрын
😅
@dipalidevi1323
@dipalidevi1323 9 ай бұрын
Very smart keep it up
@munindra-lq1cg
@munindra-lq1cg 9 ай бұрын
Really
@RakeshDoley-nk9zn
@RakeshDoley-nk9zn 9 ай бұрын
আঙুৰলতা ইমান অহংকাৰী নে বাৰু মানুহ বোৰ ইমান বেয়াকে গালি পাৰিছে যে
@diptimonidas1564
@diptimonidas1564 3 ай бұрын
Apunak bahut vl paw baideu.. Kothakhini xuni bahut val lagile
@dulumanirabha5496
@dulumanirabha5496 9 ай бұрын
গৌৰৱ গগৈৰ লগত তোৰ তুলনা নহয়
@joshnaray3117
@joshnaray3117 9 ай бұрын
টেঙা আংগুৰ আগতে আকাশক ভাল পাইছিলি এতিয়া টকাৰ মুখ দেখি মতাতুক পাহৰি হলি , চেল চেলি মাইকী
@anjanadas5377
@anjanadas5377 9 ай бұрын
এই বিলাক নাৰিয়ে‌ কেতিয়াও সঙসাৰ আমাৰ নিচিনাকৈ ধৰি ৰাখিব নোবাৰে।
@paridevi7710
@paridevi7710 9 ай бұрын
Toi baa ki kori aso kune dekhise.agote nije vl hoi lo pasot kobi belegok. Surehe suror bhori dekhe. Toi je sur nkoleu hb
@bhaiteurang9481
@bhaiteurang9481 Ай бұрын
নিজৰ মানুহজনৰ কথা চিন্তা কৰিব নোৱাৰিলে আনৰ চিন্তা কি কৰিব 😊।।।,,,,,,,,,
@Foxemon
@Foxemon 8 ай бұрын
Aangurlatar kothakhini khub bhal lagil. Laksha aaru uddeshyao bahut bhal.Straight cut kotha,spasta abhimat.Kintu Akash-Aangur punar ek hole bhal lagibo sabare.
@JoykanataMili
@JoykanataMili 8 ай бұрын
পৃথিৱীত ঘৰ সংসাৰ পাতি ভাঙিব নেপায় তাতোকৈ মহাপাপ নাই ! মান সন্মান সকলো শেষ হৈ যায় !
@prarinitasaikia4380
@prarinitasaikia4380 5 ай бұрын
টকাৰে সকলো নহয় টকাৰে সকলো কিনিব নোৱাৰি আৰু এটা কথা টকা ও লাগে জীৱনত।
@KiranDas-k2p
@KiranDas-k2p 9 ай бұрын
পাখৰি টকাৰে সকলো নহয় । মেখেলা দাঙি দাঙি জোৱা জনি ।
@AmiyaBoiragi
@AmiyaBoiragi 3 ай бұрын
ডাঙৰীয়ানী ছোৱালী জনীক দেউতাকৰ পৰা আতৰাই ৰখাটো। মৰ্মাহত হোৱা ঘটনাৰ চিত্ৰণ
@binitaduttabaruah8450
@binitaduttabaruah8450 4 ай бұрын
Bohut val lagil interview tu
@mukulrabha9440
@mukulrabha9440 3 ай бұрын
ৰাজনীতিৰ ক্ষেত্ৰখনে বহুতৰ সুখৰ সংসাৰ ধ্বংস কৰে। অভিনয় জগতখনতো প্ৰায়বোৰৰে সংসাৰ স্থায়ী দেখিবলৈ পোৱা নাযায়
@archanateron933
@archanateron933 8 ай бұрын
Bht vaal lgil kothabur baa
@DipanjaliDuarah
@DipanjaliDuarah 9 ай бұрын
Thankyou baidew katha bur xuni val lagil.
@nimnitamahanta7390
@nimnitamahanta7390 4 ай бұрын
Bohut bhal lagil.
@BajongRongpi
@BajongRongpi 6 ай бұрын
A talented lady.
@AjitkumarPegu-rq3dj
@AjitkumarPegu-rq3dj 4 ай бұрын
Ki nu talen ase tair e nijor sirtopol he bisare eyetuk talen koi neki, e nijeye pessene and tolaress nai anok hikase
@ajantasaikiadas4008
@ajantasaikiadas4008 9 ай бұрын
এইটো আঙুৰ মিঠা নহয় । টেঙা বৈদ্য টেঙা ।🤮
@creativesoulP
@creativesoulP 9 ай бұрын
Egoraki dhuniya axamiya abhinetri hisape khubei priyo asil eta xomoyot , bidhayika huar pasot xomogro bharotote most beautiful MLA buli tul par lagi goisil , very pleasing personality , very jovial character , best wishes to her ,poisai hosai kotha koi , jibonot bhuktobhugi jonehe xeitu upolobdhi koribo paribo
@Upasvlog-i3f
@Upasvlog-i3f 9 ай бұрын
Vl lagil ..teur ktha huniboloi wait kri e asilo ..
@mamonidevi617
@mamonidevi617 8 ай бұрын
Bohut bhal lagil 2 gorakike dhayanobad jonalu
@sabitadas9153
@sabitadas9153 8 ай бұрын
সচাঁ কথা কোৱাৰ সাহস থাকিব লাগে ।
@kailashdas1140
@kailashdas1140 3 ай бұрын
কথাবোৰ শুনি আঙুৰলতাক অহংকাৰী যেনেই লাগিল
@jurigogoi1471
@jurigogoi1471 9 ай бұрын
বহুতো সুখী আগুলতা বাইদেউ কথা শুনি তেওঁ আগুৱাই লৈ যায় যে ভগৱানে
@DARADIBORA
@DARADIBORA 8 ай бұрын
সুখ কিনিব পাৰি যদি ৬০০ টকাৰ সুখ লাগে , ২০০ ত বেছিম ৪০০ শ লাভৰ থাকিম ।
@arudas6755
@arudas6755 9 ай бұрын
কি বহুত লেকচাৰ মাৰিলিা আকাশৰ কথা নকলি লাজ লাগে কবলৈ তই কম বস্তু নহয়
@jutikapegudoley1774
@jutikapegudoley1774 9 ай бұрын
Kom Mal nohoi Tai paisar babe nijor Manujonok eribo pare kiman adbhud doronor kotha....Tai paisa pale xokolu bikri koribo....
@SarojaniNath-qx1vd
@SarojaniNath-qx1vd 9 ай бұрын
নিজৰ ছোৱালী জনী আৰু নিজৰ মানুহ জনক এৰি কেনেকৈ জে থাকিছে। মোৰ 13 বছৰ হ'ল বিয়া হব নোৱাৰো দেই।
@smritirekhasaikia6119
@smritirekhasaikia6119 9 ай бұрын
আঙুৰৰ হাঁহিটোৱেই আতাইতকৈ ভাল লাগে।তোমাক বহুত ভাল লাগে সাহসৰ বাবে সকলো খিনি গুণৰ বাবে। তুমি আগবাঢ়ি যোৱা
@nabanitadas3198
@nabanitadas3198 9 ай бұрын
নিজৰ ঘৰৰ খন চাই। আকাশ দা কি কৰিলে
@himanandadas3613
@himanandadas3613 3 ай бұрын
Expression is 100 percent true
@Ankurray108
@Ankurray108 14 күн бұрын
TQ. Nice.
@creature3D-wb3qr
@creature3D-wb3qr 9 ай бұрын
বাইদেউ আপুনি আমাৰ নলবাৰীৰ গৌৰৱ ।কিন্তু অনুৰোধ কৰিছো ৰাজনীতি ৰ জগত খনৰ পৰা আতৰি আহক অভিনয় লৈ।বহুত বেয়া পোৱা হৈছো আপোনাক
@renubaruah360
@renubaruah360 9 ай бұрын
এই জনী পাগলী, এই কথাৰ কোনো ভেলু নাই। যৰ মানুহ টত থাকিব লাগে।😊😊😊
@runumonibarman800
@runumonibarman800 9 ай бұрын
Bohut bohut prerona palu dhanyawad
@bhumikadeka3102
@bhumikadeka3102 8 ай бұрын
Val lagil. Khosake val lagil. Agorake successful woman or arot Bohut stories thake. Kheikhinik respect korar dorkar. Angurlata bar Opinions khini val lagil.
@AlizaVlogs1
@AlizaVlogs1 9 ай бұрын
Bohut dhuniya lagise
@AssamDhun
@AssamDhun 5 ай бұрын
Nijor jibon kotha nije he Jane... Angur ba tumi mur priyo 🥰
@rintumanideka3667
@rintumanideka3667 9 ай бұрын
Bahut bahut ভাল লাগিছে
@porikhataniarvlogsparilife7610
@porikhataniarvlogsparilife7610 9 ай бұрын
পইচা থাকিলে সকলো কৰিব নোৱাৰে দেই
@AjCreation11
@AjCreation11 9 ай бұрын
Nijor Hubby ky sni napai.....Baideo A ...Raijok kt sni pbo🤭😃😃
@manikabaruah4991
@manikabaruah4991 3 ай бұрын
নিজে ছোৱালী জনী লৈ সুখী হৈ আকাশদ্বীপক অকলশৰীয়া কৰিলা। কি ভাল কাম কৰিলা ।জিয়েক ডাঙৰ হৈ বাপেকক নিবিচাৰিব নেকি।
@parikshitgogoi2649
@parikshitgogoi2649 3 ай бұрын
Mur yak hari korib mon goise ...poisa kiman lobo
@mboy3u
@mboy3u 4 ай бұрын
Nijor motak sini napai raijok ki sinibo
@BajongRongpi
@BajongRongpi 6 ай бұрын
Free n Frank in traits or behaviour is also necessary without any interest.
@karabimunmahanta6004
@karabimunmahanta6004 9 ай бұрын
Eta samayat apuni swami ru manuh bisaribo lagibo. Karan toka poisa ru selfishness hoi manuh xukhi totha unnoti koribo nuare. Manuhor rup joubon temporary. Ji hoisa biar pisote hoisa. Besi happy manuhe imn bar nkoi j moi bohut happy
@LAWRENCE-f5t
@LAWRENCE-f5t 9 ай бұрын
এইজনীক interview নলব দেই subscribe কৰা সকলেও unsubscribe কৰিব😂😂😂😂
@kushalkalita7921
@kushalkalita7921 5 ай бұрын
মই বত্ৰদবা সমষ্টিৰ মানুহ, বাইদেউ আপুনি যে কুবাইকতা সত্ৰ ৰ পইচা বিলাক মাৰিছিল মনত পৰেনে,সেই কাৰণে এই গতি
@BajongRongpi
@BajongRongpi 6 ай бұрын
Kothupkathan huni ek prakar bhaal lagise, hubheshao thakil.
@livethemomentwithmamunu
@livethemomentwithmamunu 9 ай бұрын
You are too bold angur ba 🥰 tumar kisuman kotha murlgt milise ....kothabur huni vl lagil.
@shikhyavlogs250
@shikhyavlogs250 8 ай бұрын
যদিহে আপোনি এগৰাকী সাহসী মহিলা তেন্তে সেন্দুৰৰ মূল্য দিব জানিব লাগিছিল।নহলে বাকী মহিলাবোৰে আপোনাৰ পৰা কি শিকিব জনাবচোন ।আপোনাৰটো বয়সো যথেষ্ট হ'ল,বাকী সৰুতে বিয়া হোৱা মহিলাসকলে স্বামীৰ লগত ভালকৈ আছে দেখোন।টকা গঢ়ি ললে এতিয়াটো বহুতেই কৰিব পাৰিব ন ???
@rubidevi2364
@rubidevi2364 9 ай бұрын
Bohut bohut bhal lagil ❤️❤❤
@JyotiRekhaDas-jh4in
@JyotiRekhaDas-jh4in 6 ай бұрын
Mur bhut vAl lagil aapunar kthabur khuni
@babelannath1360
@babelannath1360 4 ай бұрын
Bhal lagil
@GitimaDas-lu8uw
@GitimaDas-lu8uw 2 ай бұрын
Xahox paisu khata xinir pora thank you 😢❤️🙏
@nitishdoley9288
@nitishdoley9288 7 ай бұрын
নমামীক পিতৃ হাৰা কৰিলা ,যি মানে হ ওক পিতৃ অবিহনে ছোৱালীয়ে ভাল চৰিত্ৰ গঠন কৰিব নোৱাৰে। মাক চাই জীয়েক।
@vrigugoswami4364
@vrigugoswami4364 3 ай бұрын
49:39
@khetraburagohain2501
@khetraburagohain2501 9 ай бұрын
যি মানুহৰ লক্ষ্য কেৱলমাত্ৰ বিধায়ক বা মন্ত্ৰী ---------তাতে মহিলা। সেই খন ঘৰত শান্তি ------ বহুত দুৰত। হে ভগৱান এই ৰাইজৰ মৰমৰ অভিনেত্ৰী গৰাকীক কৃপা কৰা প্ৰভু।
@pinkuutpal6032
@pinkuutpal6032 9 ай бұрын
আপুনি প্ৰেক্টিকেল কথা কৈছে ভাল লাগিছে। কিন্তু সেই চিনেমা চাই কান্দা টো আজিও তামাম জমনি লাগে 😊
@debasishsharma5315
@debasishsharma5315 3 ай бұрын
Bohut Patol....Swali hisape Gohinota khini thakile val lage....Sonsolor xima thake eta..nijor giriyekor pora durot gusi ahi ako ghenta val kam koranai..
@পুঠি-খলিহনা
@পুঠি-খলিহনা 9 ай бұрын
নিজৰ বুলিবলৈ একো নাই গতিকে কোনো ক্ষেত্ৰতে নিজৰ ইচ্ছা অনুসৰি আগবাঢ়ি যাব নোৱাৰে। পুতলা হয়
@ChandanDas-ky3jh
@ChandanDas-ky3jh 7 ай бұрын
নিজৰ সংসাৰ খন ভালকৈ আগুৱাব নোৱাৰিলে দেশ খন কেনেকৈ আগুৱাই নিব
@AnupKr.barthakur-x2k
@AnupKr.barthakur-x2k 2 ай бұрын
টকাৰে সকলো কিনিব পাৰি কলে’’’’’’’ সন্মান কিনিব পাৰিবনে ?
@BajongRongpi
@BajongRongpi 6 ай бұрын
A woman of self-confident ,self respected as well.
@Himasri-k5e
@Himasri-k5e 8 ай бұрын
Val lagile Sai ba love you angur
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
99.9% IMPOSSIBLE
00:24
STORROR
Рет қаралды 31 МЛН
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН