বৰগীত || পাৰুল মণি পাঞাং || শ্ৰী শ্ৰী মাধৱদেৱ || Assamese Devotional song || Assamese Borgeet

  Рет қаралды 7,252

Prity Rani Official

Prity Rani Official

Күн бұрын

Пікірлер: 47
@bipulchandraborah5970
@bipulchandraborah5970 4 ай бұрын
অতুলনীয় অতুলনীয় অতুলনীয় কৃষ্ণ কৃষ্ণ
@akashitaranath429
@akashitaranath429 3 жыл бұрын
Bohut val lagil huni Aapa🥰💚💚
@drparishmitagogoi432
@drparishmitagogoi432 3 жыл бұрын
Bor hundor Baideo 🙏
@AnupSaikia-p8f
@AnupSaikia-p8f Ай бұрын
Hundor hoise
@nabanityagogoi8506
@nabanityagogoi8506 3 жыл бұрын
ধুনীয়া হৈছে বৰমা
@krishnabaruah1738
@krishnabaruah1738 3 жыл бұрын
ভাল লাগিল বাইদেউ🙏🙏🙏
@momigoswamimahanta4109
@momigoswamimahanta4109 3 жыл бұрын
Baa bhut val lagil ❤️❤️❤️
@miss_maina_5406
@miss_maina_5406 3 жыл бұрын
Baideu bohut bhal lagil❤
@hiranmoyeedutta7289
@hiranmoyeedutta7289 3 жыл бұрын
বহুত ভাল লাগিলে বাইদেউ।
@travelingvlog6988
@travelingvlog6988 3 жыл бұрын
Hundor lagil huni.
@nipenchangmai8076
@nipenchangmai8076 3 жыл бұрын
Dhuniya kontha Baideu 🙏
@rashmibaurah8933
@rashmibaurah8933 3 жыл бұрын
বাইদেউ বৰ ধুনীয়া লাগিছে।🙏🙏🙏🙏
@bidyutchamuah5870
@bidyutchamuah5870 3 жыл бұрын
সুন্দৰ পৰিৱেশন।
@alinaborgohain2751
@alinaborgohain2751 3 жыл бұрын
Bhut dhunia lgil huni...
@rupaentertainment5389
@rupaentertainment5389 3 жыл бұрын
বাইদেউ বৰ ধুনীয়া লাগিছে শুনি
@subhangogoi5817
@subhangogoi5817 3 жыл бұрын
কৃষ্ণ....বৰ সুন্দৰ পাৰুল। অতুলনীয় তোৰ কণ্ঠত বৰগীত ভাগ বৰ সুন্দৰ হৈছে
@yatrawithnitulnandanregon7786
@yatrawithnitulnandanregon7786 3 жыл бұрын
বহুত ভাল লাগিছে
@pradiphandique3306
@pradiphandique3306 3 жыл бұрын
Dhuniya lagise.....khuri
@anujamazindarm0536
@anujamazindarm0536 3 жыл бұрын
nice song...baidew
@koushikboruah3304
@koushikboruah3304 Жыл бұрын
আৰু লাগে আপোনাৰ কণ্ঠত বৰগীত শুনি বহুত ভাল লাগিলে আপোনাৰ কণ্ঠ অতুলনীয়❤🎤🔥🔥
@rijumonimusical8706
@rijumonimusical8706 3 жыл бұрын
বাইদেউ খুব ধুনীয়া হৈছে 👌♥️
@dr.tutumonihandique6094
@dr.tutumonihandique6094 3 жыл бұрын
খুবেই সুন্দৰ হৈছে ৷
@mgmusic6503
@mgmusic6503 3 жыл бұрын
বহুত ভাল লাগিল মণি এইখিনি অব্যাহত ৰাখ 👌👌
@nabajyotigogoi4689
@nabajyotigogoi4689 3 жыл бұрын
ধুনীয়া লাগিছে বৰমা♥️♥️
@hemangamazindar9720
@hemangamazindar9720 3 жыл бұрын
Nice.
@mukundagogoi4056
@mukundagogoi4056 3 жыл бұрын
Hune bohut val lagel bidew 🙏
@jayabaruah2892
@jayabaruah2892 3 жыл бұрын
সুন্দৰ
@rl1728
@rl1728 3 жыл бұрын
ধন্যবাদ ।
@swaadthetaste6375
@swaadthetaste6375 3 жыл бұрын
বৰ সুন্দৰ কন্ঠ l মিচিং ছোৱালীৰ কন্ঠ l অপূৰ্ব!
@dipamsmusical9407
@dipamsmusical9407 3 жыл бұрын
ভাল লাগিল ।। 🎧😌
@adityagogoi7417
@adityagogoi7417 3 жыл бұрын
Nice song Baideu
@rl1728
@rl1728 3 жыл бұрын
Thankyou
@bhargabgogoi2372
@bhargabgogoi2372 3 жыл бұрын
❤❤❤❤
@shayamalimadutta2367
@shayamalimadutta2367 3 жыл бұрын
😍😍😍
@thaneswarborah9883
@thaneswarborah9883 3 жыл бұрын
খুউব ভাল গাইছে। প্ৰাণ ঢালি সভক্তিৰে বৰগীতটি পৰিবেশন কৰিছে। ভক্তি ভাবত মগন হ’লো। কলেজত পঢ়ি থাকোঁতেই আপোনাৰ কন্ঠৰ প্ৰেমত পৰিছিলো। মই আপোনাৰ অনুজ আছিলোঁ। কলেজ সপ্তাহৰ(College week) সংগীত প্ৰতিযোগিতাত যেতিয়া আপুনি গীতবোৰ গায়,খুউব আগ্ৰহেৰে শুনিছিলোঁ। আপুনি কলেজৰ "শ্ৰেষ্ঠ গায়িকা" বা শ্ৰেষ্ঠ "কন্ঠ শিল্পী" হ’লে সুখ অনুভৱ কৰিছিলোঁ। ভাবিছিলো, যোগ্যজনে যোগ্য সন্মান পাইছে বুলি। আজি বহু বছৰ পিছত আপোনাৰ কন্ঠত গীত শুনিলোঁ। আগবাঢ়ি যাওক, শুভেচ্ছা যাচিলোঁ।
@bhugeswargogoi2803
@bhugeswargogoi2803 Жыл бұрын
Krishna kripa hoise
@chayagohain5968
@chayagohain5968 3 жыл бұрын
সুন্দৰ । কুকিল কণ্ঠৰ অধিকাৰী পাৰুলৰ কণ্ঠত নিগৰি অহা বৰগীতটিয়ে প্ৰাণ মন পুলকিত কৰি দিলে কৃষ্ণ 🙏🙏
@pradiphandique3306
@pradiphandique3306 3 жыл бұрын
Nice song.... khuri
@rl1728
@rl1728 3 жыл бұрын
Thanks
@ankitahaloi2009
@ankitahaloi2009 Жыл бұрын
Good
@minakshipanyang8974
@minakshipanyang8974 3 жыл бұрын
পেহী ধুনীয়া কণ্ঠ আপোনাৰ। ভাল লাগে খুব
@bibekanandaborah6374
@bibekanandaborah6374 3 жыл бұрын
বৰ সুন্দৰ হৈছে বাইদেউ। অনুগ্ৰহ কৰি Description ত বৰগীতটোৰ নাম উল্লেখ কৰি দিয়ক, যাতে এই বৰগীতটো কোনোবাই বিচাৰিলে সহজতে পায়।
@nitulborah3017
@nitulborah3017 3 жыл бұрын
Parular aia gavir hadhaner fall.apurba,
@দুকুমণিমহন
@দুকুমণিমহন 3 жыл бұрын
হে ঈশ্বৰৰ ছাএ জীৱন সংগ্ৰামৰ পথত এই অতি মহামাৰী সময়ত চকু মেলি ছাবা এই সন্ধিয়া মাজ ৰাতি বৰগীত এটি শুনিছোঁ। 🙏
@rl1728
@rl1728 3 жыл бұрын
Tq so much
@simashreegogoi6616
@simashreegogoi6616 3 жыл бұрын
বহুত ভাল লাগিলে বাইদেউ।
@bastab406
@bastab406 3 жыл бұрын
সুন্দৰ
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН
Human vs Jet Engine
00:19
MrBeast
Рет қаралды 198 МЛН
Motorbike Smashes Into Porsche! 😱
00:15
Caters Clips
Рет қаралды 23 МЛН
Borgeet//Herohu mai madhura ranga banai//
8:39
Nandita Baruah
Рет қаралды 60 М.
Oisono Mohana|Borgeet|Bornali Kalita|New Audio version
7:59
BORNALI KALITA OFFICIAL
Рет қаралды 136 М.
Karunamoi | Gitali | Assamese Devotional Song 2022
6:50
Gitali Musical
Рет қаралды 446 М.
দয়াময় ||Doyamoy || Madhurima Saikia|| Folk Song
10:40
Madhurima saikia
Рет қаралды 2 МЛН
Triple kill😹
00:18
GG Animation
Рет қаралды 18 МЛН