বৰপেটাৰ ছোৱালী Sobhangi Sobhasurya / বডি লেংগুৱেজ চাব পাগল হৈ যাব / তেওৰ কন্ঠ শুনক কি আচৰিত গান গাই

  Рет қаралды 973,895

Chifung Suriya Jatra

Chifung Suriya Jatra

Күн бұрын

Пікірлер: 1 500
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
এইটো এটা তেওৰ Viral গান চাব পাৰিব সকলোৱে খুব ধুনীয়াকৈ গাইছে লিংক দিছো টিপি দিয়ক kzbin.info/www/bejne/qaSpeKebfNhnoqc
@bhaskarjyotikonwar9476
@bhaskarjyotikonwar9476 2 жыл бұрын
Hundor
@birbalray9763
@birbalray9763 2 жыл бұрын
Bhal mane bohut hundor i like you ,
@bichitranarayanbora9689
@bichitranarayanbora9689 2 жыл бұрын
Buleen Borah Lakhibari
@chandramapathak3629
@chandramapathak3629 2 жыл бұрын
Khub bhal gaise
@dilipbhuyan1046
@dilipbhuyan1046 2 жыл бұрын
Good
@ৰাজীৱমেছ
@ৰাজীৱমেছ 2 жыл бұрын
মোৰ গাৰ নোম শিহৰী উঠিছে। ইমান সুন্দৰ আৰু শক্তিশালী কণ্ঠ। ভগৱানে মংগল কৰক।
@KushalKrRabha
@KushalKrRabha 2 жыл бұрын
অতি সাহসী ছোৱালী ৷ অতি সুন্দৰ তেওঁৰ গায়ন শৈলী ৷ তেওঁৰ ভৱিষ্যত মঙল কামনা কৰিলোঁ ৷
@robinchandrakalita6271
@robinchandrakalita6271 2 жыл бұрын
এগৰাকী গায়িকাৰ গীতৰ গায়ন শৈলী এনেকুৱাই হ'ব লাগে। আজিকালি কিছুমান গায়ক-গায়িকাই জোৰ কৰি শ্ৰোতা দৰ্শকৰপৰা পৰা হাত চাপৰি আদায় কৰি লয় ,যিটো দিয়াৰ ইচ্ছা একেবাৰে নাথাকে। কিন্তু এই গৰাকী গা‌য়িকাৰ শাৰীৰিক ভঙ্গীমাই সকলোকে মুগ্ধ কৰিব। তোমাৰ ভৱিষ্যৎ বহুত উজ্বল হওক।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
আপোনাৰ কমেণ্ট টো বহুত ভাল লাগিছে গতিকে সকলোৱে দেখাকৈ আপোনাৰ কমেন্ট মই পিন কৰি দিছো দেই 🙏❤️ ধন্যবাদ
@tablasoloplayar9043
@tablasoloplayar9043 2 жыл бұрын
Wao what a voice....Bright future....we want much song from your voice.....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
@@tablasoloplayar9043 thnx
@nirensarmah8476
@nirensarmah8476 2 жыл бұрын
মাৰ্জিত ভঙ্গীমাৰে গোৱা গীতটো শুনি খুব ভাল লাগিল।তোমাৰ ভৱিষ্যত জীৱন এগৰাকী অসমীয়া সুগায়িকা হিচাবে উজ্জলি উঠক তাৰেই কামনাৰে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
@@nirensarmah8476 thnknu🙏❤️
@bonditasonowal1902
@bonditasonowal1902 2 жыл бұрын
তোমাৰ গীতটো শুনি সচাই এনেকুৱা লাগিছে যে শ্ৰদ্ধাৰ ভূপেন দাৰ আত্মাই যেন বহুত শান্তি পাইছে প্ৰক্বত কণ্ঠত এগৰাকী উদীয়মান শিল্পী ক পাই । ভগবানে তোমাক আশীৰ্বাদ কৰক যাতে আকাশৰ জোনবাইটোৰ দৰে সমগ্ৰ পৃথিৱীতে জিকাই তোলক । ধন্যবাদ ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
ধন্যবাদ পিন কৰিছো কমেণ্ট ভাল লগিল
@dhritishmanmedhi1873
@dhritishmanmedhi1873 2 жыл бұрын
Good
@hemkantaborah7434
@hemkantaborah7434 2 жыл бұрын
বৰ সুন্দৰ হৈছে। অসমীয়া বিশ্বৰ উন্নত ভাষা বোৰৰ অন্যতম।
@pranalikalitaborah1221
@pranalikalitaborah1221 Жыл бұрын
উফ কি দুৰ্দান্ত কণ্ঠ !!! আৰ্শীবাদ কৰিছোঁ আগুৱাই যোৱা
@satyajitmoran8206
@satyajitmoran8206 2 жыл бұрын
তাই অতি মনৰ পৰা গাইচে সেয়ে ইমান সুন্দৰ হৈছে ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
dhonyabad apunak🙏❤️
@RameshRabha-tp9ly
@RameshRabha-tp9ly 10 ай бұрын
Subangi very good growth in your life with cultural line
@hiranyadas9791
@hiranyadas9791 2 жыл бұрын
সুন্দৰ কণ্ঠ হিয়া জুৰাই যোৱা গীতে মনত বহুত সুখ দিয়ে তোমাৰ উজ্বল ভবিষ্যত কামনা কৰিলোঁ
@rupalibaruah5479
@rupalibaruah5479 2 жыл бұрын
তোমাক কি বুলি কম সোনজনী বহুত আমোদ দিলা তোমাৰ গানে ’সাজপাৰে ধন্যবাদ ৷আগবাঢ়
@aparajitabora2835
@aparajitabora2835 2 жыл бұрын
ইমান সুন্দৰ পৰিবেশন আজিলৈকে দেখা নাছিলো। ভগৱানে যেন বহুত আশীর্বাদ দিয়ক।
@Jumaniswriting12
@Jumaniswriting12 2 жыл бұрын
অভিভূত ,আপ্লুত,অবিস্মৰণীয়,অতুলনীয়,অকল্পনীয় ।বিশ্বদৰবাৰত প্ৰতিষ্ঠা হওঁক তোমাৰ এই সিংহ গোজৰ সদৃশ কণ্ঠ🙏🙏🙏🙏
@khagenborgohain5600
@khagenborgohain5600 2 жыл бұрын
ভুপেন হাজৰিকাৰ এই সুৰ শুনি ভাল পালো ।Go ahead beyond your imagination .Let God bless you .
@ilagoswami5769
@ilagoswami5769 2 жыл бұрын
গানটো সুন্দৰ হৈছে ই তাতোকৈ বেছি আকৰ্ষণ কৰিছে মাৰ্জিতভাবে পিন্ধা সুন্দৰ সাজযোৰে।
@Jumaniswriting12
@Jumaniswriting12 2 жыл бұрын
একেবাৰে শুদ্ধ কথা কৈছে
@Wonder2015
@Wonder2015 2 жыл бұрын
Aru ajoni ulal.Best singer
@namitathakuria8066
@namitathakuria8066 2 жыл бұрын
Right
@pimansharma8670
@pimansharma8670 2 жыл бұрын
যুৱ প্ৰজম্মৰ গায়ক গায়িকাই ড° ভুপেণ হাজৰিকাৰ গীত গোৱা টো শুভ লক্ষ্যণ। ইমান সুন্দৰ হৈছে গীতটো । আৰু বাকি বিলাক গীতো শুনিবলৈ পাম বুলি আখা থাকিল ! তুমি সংগীতৰ বৰপথাৰখনত আগবাঢ়ি যোৱা ।
@anuragkumarnath5016
@anuragkumarnath5016 2 жыл бұрын
পিছে ডাঙৰীয়া ভাষাৰ স্পষ্টতা অকনো নাই নিজৰ মাতৃভাষাৰ ।
@robinhazarika6750
@robinhazarika6750 2 жыл бұрын
What a surprise...non Assamese blood.... truly understanding the words..in which way bhupen da was breathing during he wrote and sang this song
@protimadutta2890
@protimadutta2890 2 жыл бұрын
ভুপেন
@hamprovaborah181
@hamprovaborah181 2 жыл бұрын
Very nice .
@suravispakghor4443
@suravispakghor4443 2 жыл бұрын
বহুদিন পিছত যেন হেৰাই যাব ধৰা মানিকটো বিচাৰি পালোঁ এনেকুৱা অনুভৱ হৈছে,মাজনী তোমাক বহুত বহুত আশীৰ্বাদ কৰিছোঁ ❤️।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@lovitahazarika1661
@lovitahazarika1661 2 жыл бұрын
Bahut dhunia lagose ki kom vhakha nai
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
@@lovitahazarika1661 thnx
@badankalita6990
@badankalita6990 2 жыл бұрын
Very. Good
@bitubakti8679
@bitubakti8679 2 жыл бұрын
Tumi aguwai juwa tumak bohut bohut akhirbad krisu
@manojnath1001
@manojnath1001 2 жыл бұрын
মন পৰশা । ভূপেন হাজৰিকা দেৱক এনেদৰেই আমাৰ মাজত জীয়াই ৰাখিব লাগিব । 👍👍👍
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক🙏❤️
@atulhazarika4227
@atulhazarika4227 2 жыл бұрын
পৰিবেশন অতি উচ্চ স্তৰৰ । ভবিষ্যত সোনোৱালী মুক্ত আকাশৰ দৰে। মাজনী ভগবানে তোমাৰ মঙ্গল কৰক।
@nikuprova9350
@nikuprova9350 2 жыл бұрын
বহুত ধুনীয়া হৈছে👌👌, শক্তিশালী কণ্ঠৰ গীতটোৱে মোৰ মনপৰশি গৈছে ❤️
@princessworld5482
@princessworld5482 Жыл бұрын
Really powerful and energetic voice . উদাক্ত আৰু সুন্দৰ কণ্ঠৰ অধিকাৰী ♥️👏🙏👍
@pollymahanta7508
@pollymahanta7508 2 жыл бұрын
অতি সুন্দৰ তুমি আগবাঢ়ি যোৱা তোমাৰ কণ্ঠ আগতেও শুনিছো
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@gopalchetri4866
@gopalchetri4866 3 ай бұрын
সুন্দৰ কণ্ঠ,, আগুৱাই যোৱা আশীৰ্বাদ থাকিল।
@iqbalsaikia3003
@iqbalsaikia3003 2 жыл бұрын
The upcoming young singer is a great inspiration for the younger generation.She has made Dr,Bhupen Hazarika revive before us.keep going ahead.Never look behind.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Bohut bohut dhonyabad apunak🙏❤️
@zenifayeasmin309
@zenifayeasmin309 2 жыл бұрын
It's very nice
@iqbalsaikia3003
@iqbalsaikia3003 2 жыл бұрын
@@zenifayeasmin309 Assalamualaikum.
@binodtalukdar9015
@binodtalukdar9015 2 жыл бұрын
ঈশ্বৰ প্ৰদত্ত কণ্ঠ । বাধা বিঘিনি নেওচি শিখৰলৈ যোৱাৰ কামনাৰে
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@abinaswargosthiofficial7898
@abinaswargosthiofficial7898 Жыл бұрын
এনেধৰণৰ আৰু বহু নিৰ্বাচিত গীত তোমাৰ সুমধুৰ বলিষ্ঠ কণ্ঠ নিগৰাই যোৱা। গায়ন শৈলী, মঞ্চত থকাৰ pause, ভাৱাবেগত অঙ্গ সঞ্চালন অতি সুন্দৰ। উজ্জ্বল ভৱিষ্যতৰ কাৰণে আশীৰ্বাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Жыл бұрын
🙏❤️❤️❤️❤️
@Grbora94953
@Grbora94953 2 жыл бұрын
বৰ মনোমুগ্ধকৰ, অনুপম, কি স্বাভাৱিক শৈলীত গীতৰ পৰিবেশন। বাৰে বাৰে যেন শুনি থাকিম।।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Bor val lagil apunar commnt tu dhonyabad apunak
@bankimsarma6359
@bankimsarma6359 2 жыл бұрын
My heartiest love and blessings to sobhangi ,she has once again reminded the greater Assamese society to march ahead following the legacy of sudhakantha
@momiboruah355
@momiboruah355 2 жыл бұрын
প্রথমেই লাইক কৰিছো ,তাৰ পিছত শুনিছো
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@mraassociate955
@mraassociate955 2 жыл бұрын
Proud to be an Assamese. Just speechless... Go ahead ....so many blessed....
@siddadurrahman2574
@siddadurrahman2574 Жыл бұрын
Amazing voice
@champaksarma7522
@champaksarma7522 2 жыл бұрын
গীতটি শুনি অভিভূত হৈছো। ইমান সুন্দৰকৈ গাইছে। গায়িকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো।
@exploretheunseen1.o722
@exploretheunseen1.o722 2 жыл бұрын
আগুৱাই যোৱা৷ জুবিন দাৰ লগত যিটো আমেজ পোৱা যায়, তোমাৰ কণ্ঠটো তেনেকোৱাই
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@rkdeka7065
@rkdeka7065 2 жыл бұрын
বহুতেই ধুনীয়া হৈছে। অসমে আৰু এগৰাকী তত্বগধুৰ সু-গায়িকা লাভ কৰক যে তাৰে কামনা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@rkdeka7065
@rkdeka7065 2 жыл бұрын
You are most welcome
@mexi1344
@mexi1344 2 жыл бұрын
Sakira গায়িকা জনীৰ পৰা গান টি শুনি ভাল পাই ছিলো পিছে অসমীয়া word নাছিল সেই বাবে কিবা কিবা লাগিছিল পিছে অসমীয়া ত গান টি শুনি ভাবিলো যে অসমীয়া ছোৱালী দুৰ্বল নহয় সঁচাকৈ কিবা এটা শক্তি পালোঁ nice mam
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u . Apunar commnt tu pin kori diu ne ? tetiya hokoluye apunar commntr pora utsah pabo🙏❤️
@mexi1344
@mexi1344 2 жыл бұрын
@@ChifungSuriyaJatra অপূৰ্ব ধন্য বাদ মাজনী বহুত আশা থাকিল। আৰু এটা ধুনীয়া গীত আছে ভূপেন দাৰ যা ও দেই মৰমি বহু দূৰ দুৰণি লৈ গান টি গাব চন আৰু ভাল লাগিব আকৌ ভূপেন দাক মানুহে মনত পেলাব পুৰণি সামে tk
@bharotikakoty5836
@bharotikakoty5836 2 жыл бұрын
বহুত ভাল লাগিল। অশেষ শুভেচ্ছা,শুভকামনা,আৰ্শীবাদ থাকিল ,ভৱিষ্যতে এনেধৰণৰ গীত শুনিবলৈ আশাৰে বাট চাই ৰলোঁ।🙏
@jitenborah963
@jitenborah963 5 ай бұрын
অতি সুন্দৰ, শক্তিশালী কন্ঠ, সুন্দৰ পৰিবেশন....সকলো সুন্দৰ ‌। বহুত বহুত শুভেচ্ছা যাচিলোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 5 ай бұрын
Thnx
@lohitsaikia763
@lohitsaikia763 2 жыл бұрын
এতিয়া ভূপেন দা থাকিব লাগিছিল তেখেতৰ মুখেৰে মন্তব্য শুনা হলে আৰু ভাল লাগিল হেঁতেন । বহুতো আশা কৰিলোঁ তোমাৰ পৰা ।
@ranjansarkar842
@ranjansarkar842 Жыл бұрын
অসাধারণ, যেমন গায়কি তেমনই বডি ল্যাঙ্গুয়েজ, আমি অন্ততপক্ষে 50/60 বার শুনেছি, আমি নিজে একজন সিনিয়র যন্ত্র শিল্পী, নিজের অভিজ্ঞতা থেকে বলছি, এমন গায়িকার মুম্বাই তে প্রতিষ্ঠিত হওয়ার খুবই প্রয়োজন ..
@ChifungSuriyaJatra
@ChifungSuriyaJatra Жыл бұрын
Thnk u ❤️❤️❤️🙏
@pareshdas2570
@pareshdas2570 2 жыл бұрын
অতি সুন্দৰ৷শুভেচ্ছা জনালোঁ৷
@RahulRahul-nh3bs
@RahulRahul-nh3bs 2 жыл бұрын
তোমালৈ অশেষ ধন্যবাদ। ভূপেন হাজৰকাদেৱৰ গান এনেকৈ ধৰি ৰাখিবলৈ তোমাৰ নিচিনা গায়িকাৰ আমাৰ দৰকাৰ। গানটো শুনি ভাল লাগিল।
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
তুমি পাৰিলে শঙ্কৰ মাধৱ দুজনা গুৰুৰ অমৰ সৃষ্টি বৰ গীত সমুহো ইংৰাজী লৈ অনুবাদ কৰি গাবা চোন তেতিয়াই দুজনা গুৰুক বিশ্ব ই চিনি পাৱ।নহ'লে আজি ভাৰততে চিনি নাপায়।এয়া কেৱল আমাৰ অগ্যতা আৰু অমনোযোগিতাৰ বাবেই হৈছে।শঙ্কৰ দেৱৰ দৰে শ্ৰেষ্ঠ সব্ৰ গুনাকৰ গুৰু কতো অতিতটো জন্ম গ্ৰহণ কৰা নায়। বৰ্তমানেও কৰা নাই। ভবিষ্যতে ও জন্ম গ্ৰহণ কৰিছে নিশ্চয় তা নায়।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক❤️
@assamnoobgamer9752
@assamnoobgamer9752 Жыл бұрын
অতি সুন্দৰ হৈছে সুভাঙগীক ধন্যবাদ জনালো। সুন্দৰ ভবিষ্যতে আৰু আগুৱাই যাওক আশা থাকিল।
@rimahandique6238
@rimahandique6238 2 жыл бұрын
অতি সুন্দৰ আৰু শক্তিশালী কণ্ঠ....God bless you.....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@ShubhankarMedhi
@ShubhankarMedhi 3 ай бұрын
Beautiful, Beautiful, Beautiful No words.
@rabinpathak2434
@rabinpathak2434 2 жыл бұрын
unique voice and unique style singing .very sweet voice .hope her bright future .
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@nandeswarphukon6559
@nandeswarphukon6559 2 жыл бұрын
Best
@ritapuzari8548
@ritapuzari8548 2 жыл бұрын
Super 👌
@durnadharpathak2904
@durnadharpathak2904 5 ай бұрын
সুন্দৰ অতি সুন্দৰ ভাষা নাই এনে ধৰণৰ গীত শুনিবলৈ পাম বুলি আশাৰে ৰৈ-----------
@ChifungSuriyaJatra
@ChifungSuriyaJatra 5 ай бұрын
Thnx
@momidevi2961
@momidevi2961 2 жыл бұрын
তোমাৰ কন্ঠ যাদু আছে শুনি আপ্লুত হৈছো আগোৱাই যোৱা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@budhinsaikia6300
@budhinsaikia6300 3 ай бұрын
হাড়েহিমজুৱে ভূপেনদা সোমাই আছে !! তেখেতৰ আত্মাত আছে "মানুহ"-ৰ শব্দ সুন্দৰতা , আছে আত্মাই সুন্দৰত অবগাহন কৰি !! সেয়েহে সকলো সুন্দৰ ৷ মই ভাবোঁ এওঁ এক *জাতীয় সৌন্দৰ্য্য* ৷ বাদবাকী বিশেষে বিশেষ বিশেষজ্ঞ সকললৈ এৰিলোঁ ৷ হিয়া উবুৰিয়াই আশীৰ্বাদ কৰিলোঁ ৷
@monsoomsonowal4452
@monsoomsonowal4452 2 жыл бұрын
সোনালী গীত, শক্তিশালী কণ্ঠ, সোণালী ভবিষ্যতৰ কামনা কৰিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@norenchbora6563
@norenchbora6563 2 жыл бұрын
@@ChifungSuriyaJatra very good
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
@@norenchbora6563 thnx
@farukali7633
@farukali7633 2 жыл бұрын
contact number
@bimansaikia4305
@bimansaikia4305 2 жыл бұрын
ভূপেন হাজৰিকা দেৱৰ অমৰ সৃষ্টি সমুহ বিশ্বদৰবাৰত তুমি যেন প্ৰতিষ্ঠা কৰা তাৰেই আশা কৰিলো। যেনে মানুহে মানুহৰ বাবে যদিহে অকনো নেভাৱে এই গীতটো চন্দ্ৰ সূয্য থাকে মানে মানৱ সভ্যতা থাকে মানে আদৰ থাকিব।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক🙏❤️
@Bobisideasandvlogs
@Bobisideasandvlogs 2 жыл бұрын
বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ, আগবাঢ়ি যোৱা 👍
@minatidevi7122
@minatidevi7122 Жыл бұрын
অতি আশ্চৰ্য, অতি সুন্দৰ, আৰু আগবঢ়া🎉🎉❤❤❤
@soneswarkalita9848
@soneswarkalita9848 2 жыл бұрын
আপ্লুত হলো , সুন্দৰ কণ্ঠ ভৱিষ্যৎ উজ্বল কামনা কৰিলো
@lota340
@lota340 Жыл бұрын
ছোৱালীজনীৰ সুন্দৰ কণ্ঠ।Good bless you beti
@jk4887
@jk4887 2 жыл бұрын
তুমি অসমৰ সংগীত জগতৰ এক অন্যতম সম্পদ হ'ব পাৰিবা আৰু হ'ব লাগিব এইয়া আমাৰ আশা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u
@nilkantarajbangshi5410
@nilkantarajbangshi5410 3 ай бұрын
সুন্দৰ শক্তিশালী কণ্ঠ ।উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 3 ай бұрын
ধন্যবাদ
@rijuborah7044
@rijuborah7044 2 жыл бұрын
আৰু আগুৱাই যাওঁক তাকেই কামনা কৰিলো। অতি সুন্দৰ কণ্ঠ
@gojenphukan634
@gojenphukan634 2 жыл бұрын
সচাকৈ সুন্দৰ কণ্ঠ ।ভৱিষ্যতেও যাতে আমাৰ সভ্যতা সংস্কৃতি ৰক্ষা কৰা এনেকুৱা সাজপাৰ পৰিধান কৰি থাকে ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@gojenphukan634
@gojenphukan634 2 жыл бұрын
@@ChifungSuriyaJatra Welcome
@gitimonimahanta4198
@gitimonimahanta4198 2 жыл бұрын
Lovely voice..strong personality..God bless you
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক🙏❤️
@sarjinabegum9364
@sarjinabegum9364 2 жыл бұрын
Wow outstanding performance 👌👌👌👌 proud of you 👍👍👍🙏🙏🙏🙏❣️❣️❣️❣️❣️❣️
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@sanjibChutia-j9z
@sanjibChutia-j9z 5 ай бұрын
সুন্দৰ হৈছে। শক্তিশালী কণ্ঠ বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হক ।
@kakalidas8367
@kakalidas8367 2 жыл бұрын
ভাল লাগিল |আগলৈ আগবাঢ়ি যোৱাৰ বাবে শুভেচ্ছা থাকিল
@manjudevee8237
@manjudevee8237 2 жыл бұрын
সুন্দৰ মা’জিত পৰিবেশন Best of luck
@dipamoniboruah5711
@dipamoniboruah5711 2 жыл бұрын
সুন্দৰ কণ্ঠ আশীৰ্বাদ থাকিল উজ্বল ভৱিষ্যতৰ বাবে।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@DrAbaniBaruah
@DrAbaniBaruah 2 жыл бұрын
এই গৰাকী এগৰাকী শিল্পী যি গীতৰ শিৰা উপশিৰাইদি উজাই গৈ কলিজাৰ পৰাই গান গাই৷ A total singer. অসমীয়া গায়িকাৰ ক্ষেত্ৰত বিৰল প্ৰতিভা৷
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
ধন্যবাদ আপোনাক
@parameswargaro9840
@parameswargaro9840 2 жыл бұрын
Parameswar Garo, Sonapur....Awesome, how a strong n clean voice , many many greetings 2 u Sobhangi. Keep it up this trend. Proud of u. May God bless u.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@bijenroy7923
@bijenroy7923 Жыл бұрын
keep it this trend, Proud of you May God bless U.
@jamaluddinborah450
@jamaluddinborah450 Жыл бұрын
নতুনত্বৰে সংমিশ্ৰণ ভাষা বন্দনাৰে গীতৰ শৰাই আগবঢ়োৱা প্ৰয়াস প্ৰশ্ংসাজনক--উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Жыл бұрын
Thnx
@chanadra
@chanadra 2 жыл бұрын
Very good expression , sweet voice, wishing for a bright future in the world of Music. Thanks.
@pulumanipathak8327
@pulumanipathak8327 2 жыл бұрын
Bhut VL lgil.. Emn dhuniya gan2 Bhut dhuniya koi gala Tumi. So sweet.voic👌❤️. God bless....u .
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Bohut bohut dhonyabad apunak🙏❤️
@sukanyadeka9659
@sukanyadeka9659 2 жыл бұрын
অতি সুন্দৰ হৈছে আগবাঢ়ি যোৱা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@bharotidevi3781
@bharotidevi3781 Жыл бұрын
সুন্দৰ অতি সুন্দৰ ধন্যবাদ জনাইছোঁ ৷
@ManikaDas1969
@ManikaDas1969 2 жыл бұрын
অতি সুন্দৰ পৰিৱেশন ৷ ভৱিষ্যত উজ্জ্বল হ’ব ৷
@popingogoi2605
@popingogoi2605 Жыл бұрын
সুন্দৰ হৈছে আগোৱাই জোৱা
@deeptiborwah2201
@deeptiborwah2201 2 жыл бұрын
Powerful voice. God bless you❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
thnx
@arundeka1677
@arundeka1677 Жыл бұрын
সকলো ফালৰ পৰা অতি উওম আৰু বেছি আগবাঢি্ যোৱা আশীৰ্বাদ কৰিছো ভগৱানক
@ChifungSuriyaJatra
@ChifungSuriyaJatra Жыл бұрын
thnk u
@harichandrabori8835
@harichandrabori8835 2 жыл бұрын
বহুত পলমকৈ শুনিলো। মনটোৱে বহুত শান্তি পালে। quality সংগীত শুনিবলৈ নোপোৱা হ'লো। অতি সুন্দৰ হৈছে। নিজস্ব পৰিবেশন শৈলীৰে গোৱা মধুৰ সাৱলীল কণ্ঠস্বৰে গীতটোত সোণত শুৱগা চৰাইছে। প্ৰকৃত শব্দ-উচ্চাৰণ আৰু সাধনাৰে, অধ্যয়নেৰে আগলৈ আগবাঢ়া। এটাই অনুৰোধ কিন্তু(বেয়া নাপাবা)--তৰল সংগীত পৰিবেশনৰ পৰা দূৰত থাকিবা। ভৱিষ্যতে আৰু আশা কৰিলো।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
bohut bohut dhonyabad apunak . Apunar commnt tu moi wp status logai diu kionu bohut commntr majot apunat cmnt tu bohut val lagil eman positive apuni🙏❤️❤️
@bulumoninath6956
@bulumoninath6956 2 жыл бұрын
সাংঘাটিক সুন্দৰ কন্ঠ।আগুৱাই যোৱা
@madhabborah798
@madhabborah798 2 жыл бұрын
সুন্দৰ আৰু শক্তিশালী কণ্ঠ আগুৱাই যোৱা 👍
@sndfitnesshealth
@sndfitnesshealth 2 жыл бұрын
Nicely sang. Proud to be a Barpetian. God Bless You
@reetabegum4161
@reetabegum4161 2 жыл бұрын
Wonderful proud of you 💐💐 bless you go ahead
@ImranHussain-oz4lj
@ImranHussain-oz4lj 3 ай бұрын
Excellent, Mind-blowing.Golden girl of Assam.
@dipabora5271
@dipabora5271 2 жыл бұрын
অতি সুন্দৰ। আগবাঢ়ি যোৱা তুমি।
@discovery5744
@discovery5744 2 жыл бұрын
বহুত ধুনীয়া গাইছা ।আগবঢ়ি যোৱা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক 🙏❤️
@babukalita2262
@babukalita2262 2 жыл бұрын
ভূপেন দাৰ গীত তোমাৰ মুখত খূবেই সুন্দৰ .....আগোৱাই যোৱা তাৰেই কামনা কৰিলো ।
@khaninmedhi105
@khaninmedhi105 2 жыл бұрын
কি অপৰূপ অলংকাৰ ৷সুন্দৰ ৷শব্দহীন ৷আগুৱাই যোৱা
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Bohut bohut dhonyabad apunak🙏❤️
@bhulaguribahaniachukgolagh7468
@bhulaguribahaniachukgolagh7468 2 жыл бұрын
অসমৰ সুন্দৰ ভৱিষ্যত তুমি
@rupkantapathori2852
@rupkantapathori2852 2 жыл бұрын
Wish you all the best.May God bless.
@UNIQUE-lv3vh
@UNIQUE-lv3vh 2 жыл бұрын
বহুত বহুত ভাল লাগিল, আৰু গীত শুনিব পাম আৰু ভৱিষ্তলৈও পাই থাকিম বুলি আশা ৰাখিলোঁ লগতে হিয়া ভৰা মৰম আৰু আশীৰ্বাদ জনালোঁ ।।
@scarybot835
@scarybot835 2 жыл бұрын
অতি সুন্দৰ শব্দ উচ্চাৰণ ! 👌
@polmakum2
@polmakum2 2 жыл бұрын
অপূৰ্ব গায়ন শৈলী....অপূৰ্ব বাদ্যসংগত প্ৰদৰ্শন....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@nichansarania3703
@nichansarania3703 2 жыл бұрын
Mind-blowing song and mind-blowing your singing style , keep it up sis , may God bless you a lot..
@bhupendeori9604
@bhupendeori9604 2 жыл бұрын
Sundar voice.Aguai jua.
@hmbhalukdonga2975
@hmbhalukdonga2975 2 жыл бұрын
So good
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
Iman sundor kantha ,spasta saktisali kontha sunile sunithakibor mon jai.tumak bohut bohut dhanyabad jonalu ,biswa dorbaroloi aguwai juwa.eesware tomak mongal korak.
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@jyotimadeka4478
@jyotimadeka4478 2 жыл бұрын
গীতটো শুনি বহুত বহুত ভাল লাগিল.....
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnx
@abusahid5482
@abusahid5482 2 жыл бұрын
গানটো বহুত বাৰ শুনি ও আকৌ বাৰে বাৰে শুনিবলৈ মন যায়। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰাৰ লগতে আন্তৰিক শুভেচ্ছা জনালোঁ আৰু এই চেষ্টাৰ যেন কোনো দিন ক্ৰটি নকৰা।
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
ধন্যবাদ আপোনাক🙏❤️
@ranubaruah8691
@ranubaruah8691 2 жыл бұрын
Performance bhal lagil. Kintu assamese pronouciation perfact hobor babe bhupendar geet khub mon di xuniba.
@samanwitapborarollno1693
@samanwitapborarollno1693 2 жыл бұрын
Asamiya to bor akhoja paiso. Pratibhasli suali
@TarunKumar-oo8nc
@TarunKumar-oo8nc Жыл бұрын
মাৰ্জিত সাজ-পোছাকেৰে সুন্দৰ দৃশ্য, অতুলনীয়।
@ChifungSuriyaJatra
@ChifungSuriyaJatra Жыл бұрын
Thnx
@rokibhai3392
@rokibhai3392 2 жыл бұрын
Mind blowing voice I'm so very excited god bless you keep it up. Love you from (Golaghat) ❤❤❤
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
Thnk u🙏❤️
@bubumonibora1330
@bubumonibora1330 Жыл бұрын
Such an Amazing Voice. Best of luck
@deeshadutta5613
@deeshadutta5613 2 жыл бұрын
Dynamic singer ✨❤ god bless you 🙏
@ChifungSuriyaJatra
@ChifungSuriyaJatra 2 жыл бұрын
বহুত বহুত ধন্যবাদ আপোনাক 🙏❤️
@manjudevee8237
@manjudevee8237 2 жыл бұрын
সুন্দৰ সকলো দিশৰপৰা Best of luck
@jugendersaikia4176
@jugendersaikia4176 2 жыл бұрын
বৰ সুন্দৰ বাকী গীত বোৰো শুনিবলৈ আশা কৰিলোঁ।🙏🙏🙏
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 27 МЛН
小路飞和小丑也太帅了#家庭#搞笑 #funny #小丑 #cosplay
00:13
家庭搞笑日记
Рет қаралды 17 МЛН
One day.. 🙌
00:33
Celine Dept
Рет қаралды 74 МЛН
מעיינות ד תשפ"ד
8:16
אולפנא כפר-פינס
Рет қаралды 10 М.
O MA SONG//ZUBEEN GARG//INDIAN IDOL STAGE//#ZubeenSong(Z.s) //not real
6:07
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 27 МЛН