KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
BIPIN CHAWDANG // ASSAMESE #SONG
20:02
Kasiyali Rowd || Bipin Chawdang || Papori Gogoi || Sunit Gogoi || New Assamese Video Song 2023
4:48
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
⚡Токаев ШОКИРОВАЛ Кремль! РАЗМАЗАЛ заявлением Путина #shorts
00:33
REAL or FAKE? #beatbox #tiktok
01:03
It works #beatbox #tiktok
00:34
BEPARI || Bipin Chawdang || Nilakshi Neog || Bijoy Sankar || New Assamese Song 2023
Рет қаралды 956,961
Facebook
Twitter
Жүктеу
1
Жазылу 130 М.
BIPIN CHAWDANG MUSICAL
Күн бұрын
Пікірлер
@AKmusic167
Жыл бұрын
গাঁৱৰ জীৱনৰ গুন্ধ পালোঁ ককাই । বহুত ভাল লাগিল ❤️❤️❤️
@udayan0738
Жыл бұрын
হয়
@sendaysingh4544
Жыл бұрын
0000099
@Karuna-w9s
Жыл бұрын
আমাৰ দৰে গাঁৱলীয়া সমাজৰ বাবে জুতি লগাই গোৱা গীত। শুনি বহুত ভাল লাগিল বিপিন দা।লগতে নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।
@afiyakhatun4639
Жыл бұрын
Cc
@AbojitKolita-tr5ev
Жыл бұрын
@@afiyakhatun4639 a
@biswajyotiarandhara9402
Жыл бұрын
এইবাৰ বেপাৰী তামাম হিট হব ,মাঘ বিহুত তামাম বাজিব ,,, বিপিন দা খুব সুন্দৰ হৈছে ❤️🤗
@localvoiceaxom9411
Жыл бұрын
সহজ-সৰল গানটো শুনি ভাল লাগিল । এজন দুখীয়া ব্যক্তিৰ জীৱন আৰু প্ৰেমৰ প্ৰকাশ ! ইংৰাজী নতুন বছৰৰ শুভেচ্ছা জনালোঁ সকলোলৈকে ।😍😍
@nishitakalita9217
Жыл бұрын
Nice song
@bablukalitaofficialblog6079
Жыл бұрын
Kokaideo gan bur ot gaur kotha bur thake vl lagil gan2 ❤️❤️❤️❤️
@sanjayboro4379
Жыл бұрын
Moja
@mriduldutta8000
Жыл бұрын
নিজৰ নিজৰ যেন লাগিল গানটো সঁচাকৈ আমি গাঁওলিয়া আমাৰ জীৱনৰ লগত খাপ খাই পৰিছে। আপুনি যদি নিভাজ গাঁওলিয়া আপোনাকো চুই চাব গানটোৱে। বিপিন ককাইদেও সেইবাবে আপোন আমাৰ ❤️🥰🎉🎉👌👌👍
@hirenphukanhirenphukan5600
Жыл бұрын
বিপিন দদাইদেউ মোৰ সদায় প্ৰিয়। অসমীয়া জনজীৱনৰ লগত মিলা,খাপ খোৱা, খাতি খোৱা সকলৰ লগত মিলা, নিভাজ শব্দৰে গোৱা গীতবোৰ মোৰ সদায় প্ৰিয়।
@produnaya
Жыл бұрын
Hundor lgl
@mrbairagi3666
Жыл бұрын
যিমান যি হ'লেও বিপিন দাৰ গীতকেইটিৰ আমেজ সুকীয়া 💖 btw happy new year to all🌹
@Bhabeshborboruah123
Жыл бұрын
সুন্দৰ।সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিঁলো।
@babulsonowal9752
Жыл бұрын
এখন চহা গাঁৱলীয়া সঁচা মৰমেৰে ভৰা এজন দুখীয়া যুৱকৰ সচা মৰমেৰে ভৰা গীত।পুৰন্দৰ উপস্হাপন।
@papuchowdangboruah1890
Жыл бұрын
❤️বহুত ভাল লাগিল ককাইদেউ,,,, আমাৰ গাঁওলীয়া জীৱনৰ লগত গানটো মিলি গ'ইছে,,,, গাঁওৰ দুখীয়া ডেকা-গাভৰু জীৱনশৈলীৰ লগতে প্ৰেম বৰ সুন্দৰকৈ গানটোৰ যোগেদি প্ৰকাশ কৰিছে,,,, "অশেষ ধন্যবাদেৰে"🙏🙏
@bikisarma6090
Жыл бұрын
ককাই অতি সুন্দৰ হৈছে গীতটিৰ কথা ।ভাষাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি । বহুত মৰম তথা আশীৰ্বাদ থাকিল আপোনালৈ
@gohainbitul6570
Жыл бұрын
বিপিন কাই আপোনাৰ গান বহুত ভাল পাওঁ, লগতে এই গানটো বহুত বহুত ধুনীয়া হৈছে । বহুত ভাল লাগিল ভোগলীৰ এই উপহাৰ ।
@chandanchalihaofficial5005
Жыл бұрын
বহুত ধুনীয়া লাগিল গীতটো সচাঁকৈ ককাইদেউ
@manashchangmai1888
Жыл бұрын
Moja lagil huni Bipinda 🙏
@gokulsaikia776
Жыл бұрын
Hundar hoise
@utpalbaruah4339
Жыл бұрын
Bht xundor pribexon ...dada apuni enekoi agole aru Gan diye Jen...Amar karone ....wow nice singing style ND very nice singing..
@runasarmah4603
Жыл бұрын
Nice video❤️
@mr.pranzuu9088
Жыл бұрын
মজা ককাই
@krishavsb7620
Жыл бұрын
vaallll lagile huni gantu apunar
@dimbeswarkonwar7659
Жыл бұрын
তোমাৰ গীতবোৰত সুন্দৰ চিত্ৰকল্প প্ৰকাশ ঘটে ।ভাল লাগিছে ।
@michaelvlogs4811
Жыл бұрын
ইমান সহজ কৈ গান টিৰ lyrics উপস্থাপন কৰিছে বহুত ভাল লাগিল দেই বিপিন কাই।
@chawduduahom5537
Жыл бұрын
খুব ধুনীয়া হৈছে দদাইদেও। গীতটোৰ মাদকতা সুকীয়া। ❤❤❤❤❤❤❤❤।
@JayantaChutia-zb1ez
Жыл бұрын
বহুত ধুনীয়া । পাছফালে থকা বেপাৰী জন চিনি পাইছোঁ ।
@nipulsingerarmy6696
Жыл бұрын
mojah
@mamonisaikia39
Жыл бұрын
বহু ত সুন্দৰ গীত বিপিন চাউদাঙলৈ অশেষ ধন্যবাদ নতুন বছৰৰ
@dipukalita9708
Жыл бұрын
কিবা এটা ভাল পাও আপোনাৰ গীত বোৰ শুনি, প্ৰতিটো গীতটে জাতিপ্ৰেম অন্তৰ্নিহিত হৈ থাকে ❤❤
@as06amarvlogs28
Жыл бұрын
Dhuniya♥️
@pabangogoi8916
Жыл бұрын
Ma kosom re eman moja lagise sobore jen val lage take kamona koru 🥰🥰🥰
@rupjyotiborah9513
Жыл бұрын
আপোনাৰ দৰে কেঁচা মাটিৰ গোন্ধ থকা গান গোৱা শিল্পী বৰ্তমান অসমত কোনো নাই । লাভ ইউ বিপিন ককাইদেউ ❤️❤️❤️
@anantaboruah5235
Жыл бұрын
Bohut vl lagil gan Tu huni
@dipabhuyan3684
Жыл бұрын
বিহু ভাল লাগিছে মাধপুৰত ঘৰ পক্ষীবিলৰ ওচৰতে পাণ যুকীয়াবলৈ যাম বৰ কষ্ট ত চলি আছূ
@najirhussain8842
Жыл бұрын
Bohut dhnuiya hoicha gan to 👌👌 love from hojai....
@utpaltamuli1099
11 ай бұрын
Just looking like a wow
@itzneel9408
Жыл бұрын
সুন্দৰ ।অতি সুন্দৰ ককাইদেউ গীতটো ।👌👌👌
@bijuchangmaiyoutube5404
Жыл бұрын
গীত শুনি মন ভৰি গ’ল ৷ ইমান সুন্দৰ কথা সুৰে গীত সজাইছে ৷
@অসমীআই-ধ৭ন
Жыл бұрын
Dhuniya lagise 🔥🔥🔥 bipin daa apuni 🔥🔥🔥🥰🥰😘😘
@bitupanphukon6329
Жыл бұрын
খুব সুন্দৰ হৈছে ককাইদেউ । আপোনাৰ সংগীতত জুবিন দাৰ সুৰত এনেকুৱা গীট এটা খুব সোনকালে শুনিবলৈ পাম বুলি আশা কৰিলোঁ ।
@handcraftingsurajitgogoi4866
Жыл бұрын
সুন্দৰ ভিডিঅ'👍👍🥰 নতুন বছৰ শুভেচ্ছা জনালোঁ দেই
@brramdhenu4612
Жыл бұрын
Bahut dhuniya lagise song to 🥰 Bipin da aro Nilakshi Baar gaan xuni bahut val Lage 😍 Happy New Year🎉
@bidyadhardasvlogsgod5867
Жыл бұрын
Best Dr.Bipin Chawdang,Dr.Nilakshi Neog
@LordBikash
Жыл бұрын
Aii bhal oii 🤗💙
@villagerpk98
Жыл бұрын
মন প্ৰাণ জুৰুৱা গান 🙏🙏🙏🙏🙏🙏🙏
@tularamboruah6896
Жыл бұрын
Good
@dipubholari9286
Жыл бұрын
Good
@prasantaboruah1303
Жыл бұрын
Nice
@dharmendrabora830
Жыл бұрын
বৰ ধুনীয়া হৈছে দাদা। শুভেচ্ছা জ্ঞাপন কৰিলোঁ 💐
@mamonisaikia39
Жыл бұрын
ধুনিয়া গীত আগ বঢালে ৰাইজলৈ নতুন বছৰত👌🏿👌🏿👌🏿👌🏿👍❤💐
@priyadarshinidas5842
Жыл бұрын
বহুত সুন্দৰ ♥️♥️
@rashmihazarika7288
Жыл бұрын
বহুত ধুনীয়া হৈছে।গাওঁৰ মৰম ফুটি উঠিছে।
@bhabencharingia3102
Жыл бұрын
Mojaa song.... val lagil bipindaa... happy new year.....
@masudmusiccompany7705
Жыл бұрын
Nice Song Dada Love ♥️From Mangaldai
@Paramjitstatus
Жыл бұрын
বিপিন ককাইদেউ আপুনি আমাৰ সম্পদ। বহুত ভাল লাগে আপোনাৰ গান❤️
@northeasttours1602
Жыл бұрын
ককাইদেউ মজা ৷ আপোনাৰ আপোন আপোন লগা মাতটোৰ বাবেই সকলোৰে আপোন ৷
@rajeshboruah2059
Жыл бұрын
বৰ ধূনীয়া হৈছে গানটো অ ❤️❤️❤️
@pankaznatrick8621
Жыл бұрын
খুব ভাল লাগিল ককাইদেউ। মোৰ দৃষ্টিত আপোনাৰ গীত বোৰৰ মাজত এইটো আটাইতকৈ শ্ৰেষ্ঠতম। মোক আবেগিক কৰি তুলিছে গীতটিয়ে।
@SantanuDutta55
8 ай бұрын
Uff bht dhuniya lagise aji he palu geto bhaskar da Video sawte golaghat pora pora morom jaselu ❤
@xadharoncover1405
Жыл бұрын
Repeated more than 15 tyms.... WowBipinDa... Emn dhuniya.... Huni Hepah nopolai...
@bibekgogoiofficial
Жыл бұрын
Bohut besi dhuniya lagile gan to huni 😍😍 । Happy new year 🥳🥳
@maheshsarmah6073
Жыл бұрын
অতি সুন্দৰ গীত ককাইদেউ।
@papulhazarika5971
Жыл бұрын
Hundor 👌
@alekh-xopun989
Жыл бұрын
video আশা কৰিছো আৰু গানটো লিখোতা জনক ধন্যবাদ তাতে আকৌ বিপিন দা
@trishnasahariah4192
Жыл бұрын
Dhunia hoise dada ..n nilakshi baideur vl lagil ..
@abanidas8025
Жыл бұрын
Bhot bhot dhaniyabat apunak emn dhuniya geeti khunibo paiso akmatra apunar babe bhot vl lgise
@suchanggogoi5416
Жыл бұрын
hundor dada❤️❤️
@biplobentertainment198
Жыл бұрын
সচাকৈ বৰ সুন্দৰ হৈছে গীতটি ককাইদেউ😘
@biplobphukan2162
Жыл бұрын
গাঁৱৰ পৰিৱেশত মই সদায় দেখি অহা প্ৰতিচ্ছবি খন আজি গানৰ মাজত বিছাৰি পাইছো। সচাই বৰ মৰমলগা গান ♥️♥️
@nitusaikia4804
Жыл бұрын
কিয় নাজানো এই মানুহজনৰ গান বোৰ শুনিলে গানোমবোৰ ডাং খাই যাই একেটা গান শুনি থাকি আমনি নালাগে আপুনি সদায় এনেকুৱা গান আমাৰ মাজত দি যাব
@upenbora533
Жыл бұрын
বিপিন মানেই বিহু , সুন্দৰ বিহু ❤❤
@Akhimsaikiaofficial115
Жыл бұрын
Nice song 🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥🔥
@youtubetv9392
Жыл бұрын
Bor hundor hoise😍😍😍😍
@porikhataniarvlogsparilife7610
Жыл бұрын
বহুত ভাল লাগিল শুনি বিপিন দা
@bituponsaikia1932
Жыл бұрын
Mojaa mojaa all in all
@rupamsaika1374
Жыл бұрын
Bhuttu dhuniya hoise kakaidew
@simantanaginisimantanagini6780
Жыл бұрын
অতি সূন্দৰ
@h.kcreation6427
Жыл бұрын
Oti hundor hoise Dada
@asguna8304
Жыл бұрын
Ufffff moja lagile ♥️♥️♥️♥️♥️
@pubeswarlahon4767
Жыл бұрын
বৰ সুন্দৰ কণ্ঠ নিগৰাইছে দাদা
@rahulsonowal6201
Жыл бұрын
বিপিনদা💛ধুনীয়া লাগিলে।।।💛💛
@RBeatingASMRnp4uo
Жыл бұрын
আমাৰ বজাৰ আমি নিজেই দখল কৰিব লাগিব গানটোৰ জৰিয়তে এটা সুন্দৰ প্ৰেৰণা মূলক বাৰ্তা ❤❤❤
@ManuranjanchutiaChutia
Жыл бұрын
Bohut dhuniya hoise bipin daa, nilakhi baa
@kalpanadutta7025
Жыл бұрын
শুনি থাকিলে শুনি থাকিব মন যোৱা গীত ।ইংৰাজী নতুন বছৰৰ শুভেচ্ছা থাকিল
@dipak576X
Жыл бұрын
Uti hundar hoise Bipin da...
@munuborahborah9343
Жыл бұрын
ধুনীয়া দেই
@niranofficialmedia
Жыл бұрын
Ati hundar hoise Evergreen Song ❤💖❤💖Bipin da Apunar hakalu bur Geetote kesa matir hugandha ase hei yehe apuni hakalure priyo 💖❤💖
@Hemanta356
Жыл бұрын
গাৱলীয়া জীৱন ধাৰণৰ উজ্জল ছবি প্ৰতিফলিত হৈছে।সুন্দৰ হৈছে
@lakhyajitbaruah448
Жыл бұрын
Bitu baruah ai gaute gaan tu val lagisil
@monalishadhekialphukan620
Жыл бұрын
বৰ ভাল লাগিল। উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
@milanjyoti79
Жыл бұрын
বহু অপেক্ষা অন্তত গীতটি পালো৷বহুত বহুত ধন্যবাদ বিপিনদা৷
@pranjalchawrokvlog261
Жыл бұрын
Bohut mza lagil
@neelkomolofficial5933
Жыл бұрын
ভাল লাগিল হোনি দদাইদৌ নতুন বছৰৰ শুভেছা জাছিলো' লগতে নিলাক্ষী বা নতুন বছৰৰ শুবেছা জনালো
@bijitdeka494
Жыл бұрын
ধুনীয়া
@dipankarsonowal5200
Жыл бұрын
Very nice
@monujbora9153
Жыл бұрын
বিপিন দা সদায় প্ৰিয়। নিলাক্ষী বায়ে গোৱা বিলাকে আৰু সুৰীয়া কৰিলে। সুন্দৰ
@amuluabaruah39
Жыл бұрын
বিপিন দা বৰ ভাল লাগিল। আগলৈও এনেকুৱা গান পাম বুলি আশা ৰাখিলো
@jugendersaikia4176
Жыл бұрын
অতি সুন্দৰ গীত👌👌👌
@AlakeshBarman-pc8zn
Жыл бұрын
A moza ❤
@Withhprcreation
Жыл бұрын
বৰ ধুনীয়া ককাইদেউ❣️❣️❣️❣️
@newlookborachannel3563
Жыл бұрын
ধুনীয়া হৈছে 💕❤️❤️❤️❤️ মজা লাগিল শুনি। নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল বিপিন দা ।।
@assammudoi9649
Жыл бұрын
সুন্দৰ গীত
@nayanjyotikalita6593
Жыл бұрын
বহুত ধুনীয়া লাগিছে 👌👌💖
@barshahandique2105
Жыл бұрын
Vl lgil huni♥️♥️
@entertainmentwithdeep
Жыл бұрын
Bohut dhunia hoise kokaideu❣️❣️😚😚😚😚😚😚🥰🥰🥰🥰🥰
@akashgogoi2280
Жыл бұрын
ধুনীয়া ককাইদেউ মজা হৈছে গান টো
20:02
BIPIN CHAWDANG // ASSAMESE #SONG
Mridu official
Рет қаралды 831 М.
4:48
Kasiyali Rowd || Bipin Chawdang || Papori Gogoi || Sunit Gogoi || New Assamese Video Song 2023
BIPIN CHAWDANG MUSICAL
Рет қаралды 1 МЛН
00:26
Quando eu quero Sushi (sem desperdiçar) 🍣
Los Wagners
Рет қаралды 15 МЛН
00:33
⚡Токаев ШОКИРОВАЛ Кремль! РАЗМАЗАЛ заявлением Путина #shorts
24 Канал
Рет қаралды 941 М.
01:03
REAL or FAKE? #beatbox #tiktok
BeatboxJCOP
Рет қаралды 18 МЛН
00:34
It works #beatbox #tiktok
BeatboxJCOP
Рет қаралды 41 МЛН
5:17
NOL BIRINA KOHUWA II DEHA OI, 2025 II NEEL AKASH II NILAKSHI NEOG II JANMONI PHUKAN
KOUMODI [KC]
Рет қаралды 382 М.
19:47
MEJANGKORI VOL 1 || AKASH PRITOM || ASSAMESE JUKEBOX || CREATIVE RECORDS MEDIA ||
Vivian Music
Рет қаралды 766 М.
3:53
RONGALI BIHUTIII || BIPIN CHAWDANG|| ASSAMESE SONG
_RX_VLOGS_69_
Рет қаралды 33 М.
6:35
KAKOPOTHAR MORAN SUWALI - Krishnamoni Chutia | Kamalika Kashyap | Rangdhali 2024 | Latest Bihu Song
KRISHNAMONI CHUTIA OFFICIAL
Рет қаралды 898 М.
5:30
Murote Tokoiya By Bipin Chawdang & Nilakshi Neog || New Assamese Song 2020(Official)
Dhwani Music
Рет қаралды 984 М.
5:35
Maharathi By Bipin Chawdang || Sunit Gogoi || Arup Dutta || New Assamese Song
BIPIN CHAWDANG MUSICAL
Рет қаралды 171 М.
5:49
Rohedoi 2.0 | Bipin Chowdang | Abhijit Bhattacharjya | Ajoy Phukan | Assamese New Song
BIPIN CHAWDANG MUSICAL
Рет қаралды 42 М.
5:37
NRC বিহু | NRC Bihu | Bipin Chaudang | Comedy Song
Lokoi Entertainment
Рет қаралды 298 М.
6:03
#song #achurjyaborpatra শুকানী ৰহেদৈ
BORSONS PRODUCTION
Рет қаралды 690 М.
5:56
Bhelaghar By Bipin Chawdang || New Assamese Video Song 2022
BIPIN CHAWDANG MUSICAL
Рет қаралды 1,6 МЛН
00:26
Quando eu quero Sushi (sem desperdiçar) 🍣
Los Wagners
Рет қаралды 15 МЛН